Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
অতি মিঠা দ্বৈত কণ্ঠৰ গীতটি শুনি বৰ ভাল লাগিল। 👌👌
সঁচাই অসীম দা আৰু মৰমৰ কুইন বাইদেউ আপোনালোকৰ সূহুদি কণ্ঠই আজিও মনত পেলাই থাকে হেই অতীতৰ মধুৰ গান বোৰে
I like ! Old is Gold . আপোনালৈ সশ্ৰদ্ধ প্ৰণাম সংগ্ৰহৰ বাবে ।
বাঃ ইমান মিঠা সুৰৰ গীতটি শুনিবলৈ পায় খুবেই আপ্লুত হ'লো, মোৰ খুবেই প্ৰিয় গীতটি।👌👌👌👌
মহাবিদ্যালয়ত পঢ়ি থকা সময়তে শুনা এই গীতটিয়ে আজিওঁ মন আপ্লুত কৰে।
আপোনাৰ মতামতটিত নথৈ সুখী হৈছোঁ । অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
মজা দেই
আপোনাৰ অভিমতৰ প্ৰতি অশেষ ধন্যবাদ জনালোঁ ।
Great song
Thank you so much.
Aji mor gabo laga geetor major eitou eti geet. Sandhya 8.pm.r pora anusthan arombha haba, chaon ki hay. Bihu buli alop gao aru. Beya nepabo thanks.
কথাটো জানি ভাল লাগিল । আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ ।
Monporohageet
চিৰসেউজ গীত।
হয়, সঁচাকৈয়ে চিৰনতুন গীত । আপোনাৰ মতামতৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিলোঁ ।