Phul bhora phulonir ki je mitha hanhi.( ফুল ভৰা ফুলনিৰ কি যে মিঠা হাঁহি )
HTML-код
- Опубликовано: 17 дек 2024
- Phul bhora phulonir ki je mitha hanhi.
ফুল ভৰা ফুলনিৰ কি যে মিঠা হাঁহি ।
( পোনাকণ বোলছবিৰ গীত )
An Assamese song of the film "Ponakon " by Sumon Kalyanpur. This is collected from AIR Dibrugarh broadcasting.
কণ্ঠশিল্পী - সুমন কল্যাণপুৰ ।
{ Note : - The image of the lady used in this video is of the singer, Sumon Kalyanpur.}
সুমন কল্ল্যানপুৰিৰ পুনাকন বোলছবিৰ গীতবোৰ মোৰ ছোৱালী কালৰ পৰাই বহুত বহুত প্ৰিয় ❤❤❤
শুনি থাকিলে আমনি নালাগে,কি সুন্দৰ গীত,
এই সুন্দৰ গীত হীৰাৰ তুল্য ৷
অমূল্য গীত ❤❤❤
বহুত বছৰৰ মূৰত চিৰসেউজ গীতটো শুনি বৰ ভাল লাগিল। অশেষ ধন্যবাদ জনালোঁ 🙏
এটি সুমধুৰ চিৰসেউজ গীত, শুনি থাকিলেও আমনি নালাগে, এই গীত সমূহ সদায় জীয়াই থাকিব আমাৰ হৃদয়ত,
অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
Aiborhe asomiya geet sunile suni thakibor mon jai.
পূৰণা হ'লেও আদৰৰ গীত। ভাল লাগে বাবে আজিও হিত।
প্ৰায়বোৰ পুৰণি গীতেই একান্ত মনেৰে শুনি গ'লে প্ৰাণ টানি ধৰে । আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
হেমন্ত দত্তৰ কথা আৰু জয়ন্ত হাজৰিকাৰ কণ্ঠ কিযে অপৰূপ সংযোগ ।
বৰ সুন্দৰ
কি সুন্দৰ গীত👌👌👌
Amor,kontho🎉❤❤❤❤❤❤🎉😊
Bhal hoise
Bor dhuniya geet lovely miujic tu debo neki
Thank you so much.
👩❤️👩 মোৰ অতিকৈ প্ৰিয় গীত , বহুত দিনৰ মূৰত পাইছো ভাল লাগিল 😍
অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
Evergreen song
Thank you so much.
সুমধুৰ গান
Track to Pam nki
👌👍👌👍👌👍👌👍👌👍💗❤️🌷🌹🙏(Burdwan,WB)!