Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
নমস্কাৰ খুৰীমা প্ৰথমে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। video টো যদি ও 1বছৰৰ আগৰ মই কিন্তু আজি উপকৃত হৈছোঁ ।মই লাড়ু বনাব নাজানিছিলোঁ কিন্তু ৰাতি এই vedio চাই আজি আপোনাৰ দৰে বনাইছোঁ লাড়ু। thank you so much.
তোমালৈও ❤️
অনেক সুন্দর হয়েছে, আপনার ভিডিও দেখে দেখে এখন আপনার ভাষা আমি পুরোপুরি বুঝতে পারি।
আপোনাৰ প্ৰতিবিধ ৰন্ধ্ৰনেই খুব ধুনীয়া। বিহুত আগতীয়াকৈ ওলগ জনালোঁ বাইদেউ❤️
Val lagil
মৰম সহ ধন্যবাদ ❤️
Bohut bohut bohut bohut,,,,, ,,,,,, val hoise baideu, bhugali bihur huvokamona jonalu baideu,
বৰ সুন্দৰ হৈছে বাইদেউ 👌👌
বহুত ধুনীয়া লাগিছে। আপোনাক অশেষ ধন্যবাদ জনালো।
Bhal lagil Baidew
ইমান ধুনীয়া কৈ কথা খিনি কয়। পৰিপাতি কাম বোৰ লগতে কথাখিনি। মই বহুত আগৰ পৰাই আপোনাৰ অনুৰাগী
Beautiful sundar haise ❤
ধুনীয়া হৈছে
Try korilu bohut tasty hol thank you baa
ভাল লাগিল বাইদেউ
আপোনাৰ প্ৰত্যেক recipe খুব ধুনীয়া। লাডুকেইতা বিৰাত ধুনীয়া হৈছে।
মজা
Bhut humdor hoiss
Khubh mojahhhhh 👍
বহু ত ভাল লাগিছে। ধন্যবাদ তৰু বা
Bahut dhuniya hoise ba
Dhunia hoise❤️
Good morning ma'am 🌹 Bahut dhanybad 🙏
Sundor
Aapunar recipe xodai xundor ❤️
সুন্দৰ হৈছে
Vhal lagil sai
Dhunia bonaise,
লোভনীয়😋😋😋
Veri nice
Bhal lagil !
Khoob val lage apunar recipe bilak... bor hundorkoi kothabilak koi..❤️❤️
সুন্দৰ বাইদেউ
Bor hundor bonaise baidew
সুন্দৰ
বৰ ভাল লাগিল।
মজ্জা
Dhunia hoise baa
Beautiful ladoo
বহুত ধন্যবাদ বা।বৰ ধুনীয়া হৈছে
সুন্দৰ ৰেচিপি।
ভাল লাগিল চাই 🥰🥰
ভাল লাগিলে বাইদেউ
Very Very nice ❤❤
Bor dhunia lgese ba
dhuniya lgse deii 💕😊
বহুত ধুনীয়া হৈছে বাইদেউ । বনাম এইদৰে ।
❤
Very nice
Moi aji apunar agote dia video sai bonalu first time akebare relax ot narikol laru.... Dhonyobad baideu🙏❤❤❤
Aluminum kerahit steel r hetare locale amar petoloi bohut aluminum jai. But apunar video ti val lagil.
ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ | বৰ সুন্দৰকৈ দেখুৱালে, ভাল লাগিল
Thanks
Agolo kun desher kota??🤔
সুন্দৰ হৈছে ৷ আপোনালোকৰ ভিডিঅবোৰ চব চাঁও সময় পালে মোৰো ভিডিঅ চাই কমেণ্ট কৰিবচোন ৷
Bideo beetor rokh dya narikol laru bonai video dbosun Plz 🙏
gakhir dile kmn dinoloi vaal hoi thakibo baideo
ভোগালী বিহুৰ ওলগ জনালোঁ বাইদেউ
Hutuli pithar recipe ata dibo ne ki mam 🙏🙏🙏
ইমান ধুনীয়া হৈছে বৰমা ☺ আমিও আজি ঘৰত বনালো বা আৰু মই লাৰু ☺
Narikol rukar pasot narikol kheni sapi rokh uleam na
Bouhat dhuneya hoisa bydo
Ami rukoni a pihi lou..vle hoi kin2 laru2 Boga nohoi
কোন জেলার মফিজ কি কয় কিছু বুজিনা
Aapunar V D O bilak ahut val lage. Mur til pitha bilak kiya bekar hai baru. Janab.
গৰমে গৰমে জাপি নথবা…
Gakhir tu gorom kra hy ne
কিনা গাখীৰ আমূল গৰম নকৰাকৈ দিলেও হয়…ঘৰৰ গৰু গাখীৰ গোন্ধ থাকে গৰম কৰি দিলেও হয়
বাইদেউ মিল্ক পাউডার ব্যবহার করিব পারিম নে????
পাৰিবা
Plz mok joldi reply koribole
Mixit beetroot d khundisilu kintu mor pitha nuthil. Ru tinikhon uthisil kintu pisdina thila hoi gol
বেচিকৈ দিলা বিটৰুটৰ ৰস
@@TaruPhukan soru tukura tinita disilu...😞
বাইদেউ আপুনি কি মিক্সাৰ গ্ৰাইণ্ডাৰ ব্যৱহাৰ কৰে?
Panasonic মিক্সাৰ গ্ৰাইণ্ডাৰ ব্যৱহাৰ ক'ৰো…বহু বছৰ হ'ল একো বেয়া হোৱা নাই
লাৰু কিমান মান দিনলৈকে ভালে থাকে বাইদেউ
ঠাণ্ডা দিনত বহুদিনলৈকে ভালে থাকিব…
Gakhir grom kori dise ne Apuni
তাজা তেনেকৈয়ে দিছো…গৰু গাখীৰ গৰম কৰি ঠাণ্ডা হ'লে দিবা…
নাৰিকল ৰুকি ল'লেও মিক্সিত দিব পাৰিমনে? জনাবছোন বাইদেউ
পাৰি
@@TaruPhukan ধন্যবাদ বাইদেউ । ভোগালী বিহুৰ শুভেচ্ছা জনালো ।
Kandisu moi pithakhini nutha dekhi😞iman Bea lagil... Plz koukna kiba easy tips
পানী ছটিয়াই পিঠাখিনি মোহাৰি লৈ বনোৱা…ধুনীয়া হ'ব…
আপোনাৰ phon no 2dibosun
O baido jat laru bonlu apunar vdio jai...ketiwa tan hbo laru keita jnbo..kei ghanta mn lgibo
কেছা হালধি ৰখ নে গুৰি
Hoi