মাত্ৰ দুটি বস্তুৱে চক্ চকীয়া বগা নাৰিকলৰ লাৰু কেনেকৈ বনাব| Make Coconut Ladoo |only Two ingredients

Поделиться
HTML-код
  • Опубликовано: 5 сен 2024
  • সুপ্ৰভাত ,সকলোবিধ পৰম্পৰাগত বিহুৰ পিঠা_পনা লাড়ু আপোনাসকলৰ লগত share কৰিছো ।যিবোৰ ৰেচিপি ইতিমধ্যে অতি জনপ্ৰিয় আলোচনী "নন্দিনী" আৰু "অন্যযুগ "ত ব'হাগ বিহুৰ সংখ্যাত প্ৰকাশ পাই গ'ল ।
    থলুৱা বা ভাৰতীয় খাদ্য সম্ভাৰৰ/স্তম্ভ লেখিকা হিচাপে মই পৰিচিত ।ভাৱিলো যদি Practically কৰি দেখুৱাও
    তেন্তে সকলোৱে বুজাত সহায় হয় ।সেয়েহে RUclips CHANNELটো খুলিলো ।
    #মই ভবামতে সঁহাৰি /মৰম সকলোৱে পাইছো মোৰ মৰমৰ FB FRIENDS পৰা……ধন্যবাদ ও মৰম সদায় আছে । fbত আকোঁৱালি লোৱা দৰে ইয়াতো লোৱা বাবে
    …………আৰু উৎসাহ জনাওক like/comment/share/Subscribe কৰি ।
    #অসমৰ ৰাইজ তথা RUclips lovers লৈ মোৰ বহুত বহুত ধন্যবাদ তেওঁলোকে মোক পূৰ্ণ সহযোগ আগবঢ়োৱা বাবে …আৰু উৎসাহ জনাওক like/comment/share/Subscribe কৰি ।
    #কথা দিলো কেতিয়াও নিৰাশ নকৰো ।কোনো কাট্ কুট নকৰাকৈ আপোনালোকৰ মাজত বিলাই যাম নিজে জনাখিনি আৰু বুটলিম আপোনালোকৰ মৰম চেনেহ /এয়াই মোৰ আৰ্শীবাদ স্বৰূপ ।
    মানৱ জীৱন খন্তেকীয়া ।ভাৰতীয় উপনিষদত আছে যি জানা শিকাই যোৱা নিস্বাৰ্থ ভাৱে ।

Комментарии • 329