Khuri, bohut dinor murot apunak dakhi hosakey bhal lagil. Moi Khogen Chutiya, r lora, apunar hakhyatkar tu sai bohut kotha a monot bhayee ahil. Apunaluk hokolu loi key dirghyu kamona korilu. With lots of ❤ n best wishes. God Bless You All. Interview luwa jon sini napalu, but a special thanks to the person. Thanks a lot.
সুন্দৰ কথোপকথন । এনে পৰিয়াল আমাৰ আদৰ্শ স্বৰূপ ।
আই গৰাকীৰ কথাখিনি শুনি বৰ ভাল লাগিল৷নৱপ্ৰজন্মৰ আদৰ্শৰ পেৰণা৷
কৃষ্ণ কৃষ্ণ🙏🙏আই সেবাহে
Bor bhal lagil 😊
অভিন্দন জনালো
Bhal lagil.Bharati.
কৃষ্ণ!জয় গুৰু শঙ্কৰ!আই গৰাকী, তেখেতৰ পৰিয়ালৰ প্ৰতিজন সদস্যলৈ লগতে সাক্ষাৎকাৰ গ্ৰহণ কৰোতা বাপজনালৈ ধন্যবাদ লগতে সেৱা ধৰিছো। কৃষ্ণ কৃষ্ণ!!
কৃষ্ণ 🙏🏻 খুব ভাল লাগিল আই গৰাকীৰ জীৱনৰ আদৰ্শ,ব্যক্তিত্ব, সংগ্ৰাম আদিৰ সম্পৰ্কে জানিবলৈ পায় ❤❤❤❤ ভগৱানৰ ওচৰত তেখেতৰ দীৰ্ঘায়ু কামনা কৰি প্ৰাৰ্থনা জনাইছোঁ 🙏🏻 🙏🏻 🙏🏻 🙏🏻😊❤️❤️
খুব ভাল লাগিল তেখেতৰ বক্তব্য ❤❤❤🙏🏻🙏🏻
Very nice video
,❤❤❤❤
ভাল লাগিল । আইগৰাকীলে প্ৰণাম জনাইছোঁ 🙏
আইতাৰ কথাবোৰ সঁচাকৈ বহুত ভাল লাগিল। আমিও এচাৰিৰ কোব খাই তৃতীয় শ্ৰেণী উত্তীৰ্ণ হৈছিলো। এঢাৰিৰ কোব খাই শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছিলো।
গতিকে কথাবোৰ সম্পূৰ্ণ সমৰ্থ ন জনাইছো। আইতাক দীৰ্ঘয়ূ কামনা কৰিলোঁ।🎉🎉🎉।
আই গৰাকীলৈ শ্ৰদ্ধা জনালোঁ ।
বৰ ভাল লাগিল ৷
সু যোগ্য পিতৃ-মাতৃৰ সু যোগ্য সন্তান ।ঘৰৰ সংস্কাৰ মুখী হ'লে সন্তানৰ ফল এনেকুৱা দিব ঈশ্বৰে ।সচাকৈয়ে সংস্কাৰ আৰু আধ্যাত্মিকতাই সু সন্তান গঢ় দিবলৈ সক্ষম হব ।ঈশ্বৰ নিৰাকাৰ কিন্তু মানুহৰ কৰ্মই ঈশ্বৰে দেখা দিয়ে বেলেগ ৰুপত ।খুউব ভাল লাগিল ।❤
মোৰ অতি প্রিয়, শ্ৰদ্ধাৰ!বৰ ভাল ব্যক্তিত্ব। তেখেতৰ সু-স্বাস্থ্য প্ৰাৰ্থনা কৰিলোঁ।
আমৈদেউৰ interview টো চাই সচাকৈয়ে বহুত ভাল লাগিল ৷ ❤
ধনাত্মক কথোপকথন,বহুত ভাল লাগিল
Bohut val lagil ❤
এনে পৰিয়াল আমাৰ আদৰ্শ স্বৰূপ । ধন্যবাদ
বৰ ভাল লাগিল
আপোনালোকৰ অনুষ্ঠামনটো চাই বৰ ভাল পালোঁ। আইতা গৰাকী কথা বোৰ বৰ মৰমিয়াল।
সকলোৱে এই ভিদিও চোৱা দৰকাৰ, কি সুন্দৰ কথা বতৰা আৰু সন্তানক সু শিক্ষা দিয়াৰ বাবেই আজি তেখেত সুখী।
তেখেতৰ সু স্বাস্থ্য কামনা কৰিলো।
বৰ ভাল লাগিল। বাইদেউ এজনী আদৰ্শ নাৰী ও আদৰ্শ শিক্ষয়িত্ৰী। সুযোগ্য সন্তানৰ মাতৃ। শঙ্কৰদেৱ সঙ্ঘৰ সঙ্গী কাৰনে ইমান আগ বাঢ়ি গৈছে। ভগৱন্ত ই পৰিয়ালটোক কূপা কৰক।লগতে চাৰক এইmessage তো দিয়া বাবে ধন্যবাদ
।😊
Hundor anushthan sai val lagil Krishna 🙏🙏🙏
সুন্দৰ মনোগ্ৰাহী আলোচনা বহুত ভাল লাগিল। আদৰ্শ পৰিয়াল এগৰাকী আদৰ্শ মাতৃ । এখেতৰ পৰা বহু শিকিব লগা আছে।
Bhal lagil
aai gorakiloi 🙏🙏❤ ,bar bhal lagil chai Krishna 🙏🙏
val lagil sai ❤️👍
ছাৰ আপোনাৰ মা বহুত মৰম লগা ❤ইমান ধুনীয়া কথোপকথন ❤
আপোনাৰ অনুস্থানটো চাই বহুত ভাল লাগিল। আগলৈও এনেকুৱা সুন্দৰ সুন্দৰ অনুস্থান চাবলৈ বাটৰ চাই ৰলো।
মাতৃ গৰাকীলৈ প্ৰণাম🙏 কথাখিনি শুনি ভাল লাগিল।
এটা সংস্কাৰী পৰিয়াল গঢ় দিয়া এগৰাকী মাতৃ।তেখেতলৈ সহস্ৰ প্ৰণাম 🙏🏻🙏🏻। তেখেতৰ সৰু পুত্ৰ সৌৰভ আমি একে শৈক্ষিক বৰ্ষৰ। ডাঙৰ জী মধুস্মৃতা মোৰ হোষ্টেলৰ কণিষ্ঠ ভণ্টী আছিল।
বহুত ভাল লাগিল ।
Bohut val lagil sujugya mattir sujugya santan
মোৰ মৰমৰ আইতা❤ আইতাৰ নীতি আৰু আদৰ্শ সদায় অনুকৰণীয়। সদায় ভালে থাকক আইতা😘🙏
Mon sui juwa ATI kahini bujaihe bujibo
Hundor anushthan..sai val lagil 🙏🙏🙏
এগৰাকী হফল মাতৃ সাক্ষাৎকাৰ শুনি বৰ ভাল লাগিল। বৰ্ত্তমান সময় বোৱাৰী সকলে অনুকৰণ কৰা বৰ দৰকাৰ বুলি মই ভাবো।
এই মাতৃগৰাকীৰ গৃহলৈ ভাগৱত চৰ্চাৰ সম্পৰ্কতে বহুকেইবাৰ যোৱাৰ সৌভাগ্য হৈছ।কিন্তু ইচ্ছা থাকিলেও জানিব নোৱাৰা কথাখিনি জানি বহুত ভাল লাগিল।সঁচাকৈয়ে এখন আদৰ্শপূৰ্ণ গৃহ।
Bhal lagil, matri hisaba apunar drighau kamona karilu. Suren Saikia ex. Teacher
Bohut val lagil apuni vaigot ban bohut🙏
Bidew apunak bahut dhanybad apunar Katha huni ajjir jugat anukaran karak buli vabu
Very Nice Discuss.
সকলো পুলিচ নিশ্চয় একে নহয় ।আজিও বহুত ভাল মানুহ( পুলিচ) আছে ।
Where is her home, you didn't addressed her?
আমৈ ৰ কুশল কামনা কৰিলো। ভাল লাগিল অনুষ্ঠান টো।
Bhal lagil program chai,
আপোনাৰ প্ৰশ্ন কাৰকলৈ বিনম্ৰ ভাৱে জনালোঁ যাতেএনেধৰনে আদৰ্শ মাতৃৰ সমাজত আৰু প্ৰচাৰ হব লাগে ।তেতিয়াহে আইসকলেক। কিছুমান কথা বুজিব পাৰিব।
নিশ্চয় চেষ্টা কৰিম
বহুত ভাল লাগিল উঠি অহা প্ৰজন্মই নিশ্চয় আদৰি লৈ আগুৱাই যাব
Madhusmrita tur maak dekhi kotha khini xuni bohut bhal lagil🙏🙏🙏
Bohut val lagil
সুন্দৰ এক কথোপকথন । শুনি বৰ ভাল লাগিলে। আই গৰাকীক সেৱা জনাইছোঁ। এই খিনিতে আপোনাক কথা এটা কওঁ বেয়া নাপাব । আপুনি স্মৰণিকা খন লৈ আপোনালোকক দেখাইছোঁ বুলি কৈছে । দেখুৱাইছোঁ বুলি কলেহে শুৱনি হব।
আধা ঘণ্টা কথোপকথনত দুই এটা শব্দৰ উচ্চাৰণ খেলি মেলি হ'ব পাৰে... ভৱিষ্যতে সজাগ হ'ম, ধন্যবাদ জনাইছোঁ
Bahut val loga Adarkha
কি DR আৰু ইঞ্জিনিয়াৰিং বেছি ভাগ মা আৰু দেউতাক নাছাই এই বুৰ কি
Khuri, bohut dinor murot apunak dakhi hosakey bhal lagil. Moi Khogen Chutiya, r lora, apunar hakhyatkar tu sai bohut kotha a monot bhayee ahil. Apunaluk hokolu loi key dirghyu kamona korilu. With lots of ❤ n best wishes. God Bless You All. Interview luwa jon sini napalu, but a special thanks to the person. Thanks a lot.
আজিৰ শিক্ষা নীতিয়ে কয়, ল'ৰা ছোৱালীক পিতিব নোৱাৰিব। ফেল কৰাব নোৱাৰিব। সেয়ে কিছুমান ল'ৰা ছোৱালীয়ে ইংৰাজী বৰ্ণমালা সাধাৰণ শিক্ষা নোহোৱাকৈয়ে দশম শ্ৰেণী পায়গৈ।
🙏💖🚩
আমাৰ মামী আইতা
Ankua aai matrik satakuti pranam
ধূনীয়া কথা আলোচনা কৰি ধন্যবাদ
Bor bhal lagil
বাইদেউ বহুত দিনৰ বিৰতিত আপোনাক দেখা পায় লগতে সকলো কথা আপোনাৰ মুখেৰে জানিব পাৰি অত্যন্ত ভাল লাগিল।কুশলে ৰাখক ভগৱন্তই। কৃষ্ণ।
বৰ ভাল লাগিল। আদৰ্শ আৰু সংস্কাৰে অনুপ্ৰাণিত কৰিলে । আইগৰাকীলৈ শ্ৰদ্ধা জনালোঁ ।
Bohut bhal lagil sundar podokhep
Val laghel maa vala thakok
Krishna kapi ata kenekoi pam
Kishna aai.....
Val lagil aponalokar kathupa kathan . Samajar babe ata aadarsha matri aru pariyal.
সুন্দৰ উপস্থাপন । ভাল লাগিল।
Aitab bhal lagil
Moromor aita maa ❤
খুড়ীক সেৱা জনালো। তেখেতৰ পুতেকৰ তত্বাৱধানত মোৰ ছোৱালীৰ ও চাকৰি হয়।চাৰলৈও এই আপাহতে সেৱা জনালো 🙏
Video 2 sai bahut val lagil.
Pranam jonaiso ene eti porialor pratijon sadashyloike.
Val lagil pahi apunar kotha bilak
খুড়ীদেউক বহুত দিনৰ পিছত দেখা পালোঁ। তিনিচুকীয়াত তেখেতৰ হাতৰ দৈ জলপান খোৱা আজি ও মনত আছে।
তেখেতলৈ প্ৰণাম জনালোঁ।
Val lagil aponalokar kathipa kathan
ভাল লগা আলোচনা। আদৰ্শ আৰু অনুকৰণীয় পৰিয়াল।
আই গৰাকী লৈ প্ৰণাম জনালোঁ কৃষ্ণ
আপুনি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী আদৰ্শ মাতৃ হোৱাতো ভগবানৰ কৃপা । আমাৰ আপোনাৰ প্ৰতি সেবা থাকিল ।
মাতৃ গৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। কথাখিনি বৰ ভাল লাগিল 🙏🙏
Sir bht vl lagil matry goraki loi shordha jonalu
Bohut val lagil,
, আইগৰাকীৰ চৰণ যুগলত সেৱা জনাইছো লগতে আপোনাকো আগলৈ এনেকোৱা video পাই যাম বুলি আশা থাকিল
মাতৃ গৰাকীয়ে ল’ৰা ছোৱালীৰ কেইটাক ইমান সুন্দৰ নীতি শিক্ষা দিছে আৰু আগবাঢ়ি যাওঁক ৷
সুন্দৰ কথোপকথন
❤❤❤
Val largla। bidau
Bht vl lagil 👍
বৰ ভাল লাগিল
বৰ ভাল লাগিল