কেনেকৈ হব আমাৰ সন্তান আজি কম।সোনকালে ত্যাজ্যপুত্রী উঠাই লওঁক নহলে পৰিস্থিতি বেয়া হব! Lesbian Couple

Поделиться
HTML-код
  • Опубликовано: 22 ноя 2024

Комментарии • 602

  • @Minakshi7474
    @Minakshi7474 11 месяцев назад +137

    সমাজ এটা যে নিয়ম আছে এঘৰীয়া কৰি থৱা এই নিয়ম টো নোহোৱা কৰিব লাগে🙏 এই নীতি নিয়ম ওৰ বাবে কিমান জনে ভাল পোৱা জনক হেৰুৱাব লগা হৈছে । মই ও এটা কথাই কও মানুহ এবাৰ এ জন্ম লয় এটা ধুনীয়া জীৱন লৈ জীয়াই থাকিব সকলো উৱে বিচাৰে । নিজৰ মতে জীয়াই থাকিব দিয়ক 🙏 নিয়ম নীতি এইবোৰ মানুহে নিজাকৈ ওলোৱা নিয়ম হয়। এইবোৰ নোহোৱা কৰক ।

    • @deepshikhadeka744
      @deepshikhadeka744 11 месяцев назад +5

      Cast loi o kimn ki prblm soli ase amar xomajot ...😢

    • @Minakshi7474
      @Minakshi7474 11 месяцев назад +4

      উমম 😥 বিশেষকৈ অসমৰ ভিতৰত গাওঁবোৰত । চৰকাৰৰ পৰা এটা সিদ্ধান্ত লৈ সমাজৰ নীতি নিয়ম কিছুমান নোহোৱা কৰিব লাগে ।

    • @Tanbirofficial855
      @Tanbirofficial855 11 месяцев назад +1

      Rigbt

    • @nilakhigayan2867
      @nilakhigayan2867 11 месяцев назад +1

      Right 👍

    • @Janmoniboruah1950
      @Janmoniboruah1950 9 месяцев назад +2

      ​@@Tanbirofficial855tanbir da tmk bohut vl lge aru tmr style tu vl lge ❤ dada bulie koisu dei tmk ❤

  • @putulkalita7782
    @putulkalita7782 11 месяцев назад +48

    দুয়োজনীৰে কথাবোৰ বহুত ভাল লাগে ❤❤ মোৰ ব্যাক্তিগত কথা , সিহত দুয়োজনীয়ে এটাই আনটোক ইমানেই ভাল পায় সেই কথা আন মানুহে ভাৱিব নোৱাৰে গতিকে দুয়োৰে জীৱন সুখৰ হ‌ওঁক 🙏

  • @bhabanikakati9110
    @bhabanikakati9110 11 месяцев назад +27

    তনবিৰক মোৰ বৰ মৰম লাগে তোমালোক সদায় শুখী হৈ থকা

  • @recipemakeranjumoni9856
    @recipemakeranjumoni9856 11 месяцев назад +26

    ভালে হৈছে।ছোৱালী ছোৱালী থাকিলে ভাল লৰা লগত থাকিলে কাজিয়া হৈ থাকে।দুই জনি ভালকৈ থাকিবা

  • @lutfabegum5614
    @lutfabegum5614 11 месяцев назад +48

    এনে ধৰণৰ মানুহক চৰকাৰে বিনামূলীয়াকৈ চিকিৎসা ব্যৱস্থা দিয়ে য়েন এয়াই মোৰ অনুৰোধ

  • @bimalakakoti1700
    @bimalakakoti1700 11 месяцев назад +16

    হে মা গায়ত্ৰী দেৱী তোমাৰ চৰণত ভক্তিভাৱেৰে কৈছোঁ দুই গৰাকীয়েই ওপৰত প্ৰতিটো মুহুত সু দৃষ্টি শক্তি ৰাখিবা ,

  • @rumineogborah-rr6bu
    @rumineogborah-rr6bu 11 месяцев назад +24

    দুয়োকে আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনালোঁ আৰু জীৱন মানুহৰ দুদিনিয়া কোনো অমৰ নহয় সেই বাবে দুয়ো সুখী হৈ থাকিব ❤❤

  • @debabalasonowal7923
    @debabalasonowal7923 11 месяцев назад +48

    ❤❤ সুখী হোৱা দুয়ো ।❤❤ নিজৰ মতে জীৱন জীয়াৰ অধিকাৰ আছে সকলোৰে """

  • @kalpanadevi9257
    @kalpanadevi9257 10 месяцев назад +4

    তোমালোক সুখী হোৱা আশীৰ্বাদ

  • @girish8501
    @girish8501 11 месяцев назад +34

    বেলেগৰ মতে কি মই নাজানো কিন্তু মোৰ মতে তোমালোকে সুখত থাকা ।

  • @mrinmoyeedas7399
    @mrinmoyeedas7399 11 месяцев назад +93

    শুভকামনা জনালোঁ দুয়োলৈ ❤️❤️❤️ আনৰ কথা আওকাণ কৰা আৰু সুখী হোৱা 🥰

  • @tinabaruah4334
    @tinabaruah4334 11 месяцев назад +27

    আপোনালোক দুই গৰাকি সুখি থাকক❤

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc 11 месяцев назад +19

    কিছু দিনৰ আগতে গ্ৰ্ন্থসুবাসত সমকামী ৰ ওপৰত এটা কাহিনী পঢ়িছিলোঁ। তেতিয়া গম পাইছিলো ছোৱালী গৰাকী পুৰুষ জনৰ লগত বিবাহ পাশত আবদ্ধ হৈ কোনোদিনে তেওঁ স্বামী ক পত্নী ময্যদাৰে সুখী কৰিব পৰা নাছিল। কাহিনী টোৰ নাম আছিল মন ময়ূৰীৰ বিয়া। এই লৈ ময়ূৰী সদায় দুখত ভাগি পৰিছিল মন আছিল দুদান্ত প্ৰেমিক। ময়ূৰীয়ে মনক শাৰীৰিক সুখ দিব নোৱাৰিছিল যদিও মনে তাইৰ মাত কথা আদৰ যত্নতে সন্তুষ্ট হৈছিল। কিন্তু আজিৰ সমাজত নাৰীক পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰা হয়।কেইজন মনৰ দৰে পুৰুষ ওলাব যিয়ে শাৰীৰিক সুখ দিব নোৱাৰা সত্ত্বেও পত্নীক আদৰি লৱ? এওঁলোকে যি সিদ্ধান্ত লৈছে থিকেই আছে। জন্মতেই মাক দেউতাকৰ ভুলৰ বাবে তেওঁ লোক এনে জীৱন পালে।শুভকামনা জনালোঁ দুয়োলৈ সুখেৰে থাকা 💐💐👍

  • @bhabanikakati9110
    @bhabanikakati9110 8 месяцев назад +2

    তনবিৰ তোমাক বহুত ভাল লাগে তোমাক লগ পাবলৈ মন জাই

  • @lonidehingia2589
    @lonidehingia2589 11 месяцев назад +14

    সকলো নহয় কেৱল কিছু সৰু ধাৰণাৰ মগজুৰ মানুহৰ বাবেই সকলো বেয়া ভাল বিচাৰ হয় , সকলোৱে নিজৰ জীৱনত বিচাৰ বিবেচনা কৰি নিজে সুখী হোৱাৰ অধিকাৰ আছে, তোমালোক সাহসী, সুখী হোৱা সদায় তোমালোকৰ দৰে আৰু বহুতে সমাজৰ ভয়ত নিজকে শেষ কৰি পেলাই । তোমালোকলৈ শুভকামনা ৰৈ নিদিবা আগুৱাই যোৱা❤🌈

  • @অসমীৰঅসমীয়া
    @অসমীৰঅসমীয়া 11 месяцев назад +8

    তনবীৰ সমপূৰ্ণৰূপে ছোৱালী সাজত ওলালে কি যে ধুনীয়া লাগিব ৷

    • @bkp9774
      @bkp9774 11 месяцев назад

      সলনা সলনি কৰিব পোছাক।

  • @meghalidas3240
    @meghalidas3240 11 месяцев назад +13

    Xukhi huwa jibon tu agborhai loi juwa bhut bhut subehsa thakil duijonole❤❤

  • @minotigogoi193
    @minotigogoi193 11 месяцев назад +16

    সুখী হোৱা তোমালোক❤

  • @LakhimaiDutta-v4q
    @LakhimaiDutta-v4q 6 месяцев назад +1

    জীয়াই থকা জীৱনত সুখী হোৱা ৷

  • @sashipatowary8614
    @sashipatowary8614 11 месяцев назад +5

    তোমালোক দুয়ো মনে বিচৰা ধৰনে সুখী হোৱা।

  • @DipikaMedhi-t8n
    @DipikaMedhi-t8n 6 месяцев назад

    তনবইৰ তোমাৰ কথা শুনি ভালে লাগিল। কিন্তু পাচলৈ তাতে এনেকৈয়ে থাকা। দুয়োটা কমালে লাগিব। দুয়োটা মুখেৰে থাকা।বহুত বহুত ধন্যবাদ।❤

  • @TrisnaDivi
    @TrisnaDivi 11 месяцев назад +7

    ভগবানে তুমাৰলোক ভালে ৰাখক so very nice ❤❤❤❤😊❤

  • @lilimarightbasumatary6246
    @lilimarightbasumatary6246 11 месяцев назад +9

    Thank you dhanashree ,teulukar manor kotha manuhe Jen anuvob kare ❤

  • @krishnakhound6354
    @krishnakhound6354 11 месяцев назад +20

    তোমালোক সুখী হোৱা শুভেচ্ছা জনালে.

  • @MalobikaMoran-zc6br
    @MalobikaMoran-zc6br 11 месяцев назад +4

    সুখি থাকা তোমালোক ❤️❤️জিৱন মানে দুদিনিয়া

  • @meghmollika1133
    @meghmollika1133 11 месяцев назад +31

    আপোনালোকে দুয়ো সুখী থাকক❤❤

  • @DamayantiKalita-vz8bn
    @DamayantiKalita-vz8bn 11 месяцев назад +22

    দুয়োগৰাকীক লৈ মোৰ ফালৰ পৰা বহুত বহুত শুভ কামনা থাকিল !

    • @mintusaikia01
      @mintusaikia01 11 месяцев назад +1

      দুই গৰাকী মাহেকীয়া হলে ভাত কুনে বনাব আপুনি জনাব plz

    • @bkp9774
      @bkp9774 11 месяцев назад

      ​@@mintusaikia01 তনবিৰৰ কাজিন ককায়েক আহি সহায় কৰিব।

  • @Kaushik632
    @Kaushik632 11 месяцев назад +63

    দুয়োগৰাকী লৈ মোৰ ফালৰ পৰা বহুত বহুত শুভ কামনা জনালোঁ। ঈশ্বৰে মংগল কৰক দুয়োকে, আৰু সুখী থাকক।❤

  • @binaburagohainwary5565
    @binaburagohainwary5565 7 месяцев назад

    Prem Baisakh ,hahokh Lao Agbha .hundor jibon..Arsibad thakil.

  • @bontibora4333
    @bontibora4333 11 месяцев назад +41

    দোয়ো গৰাকীলৈ মোৰ শুভকামনা ❤❤❤❤

    • @animadeka-l2s
      @animadeka-l2s 9 месяцев назад

      তনবীৰ কথা খিনি বৰ লাগে

    • @animadeka-l2s
      @animadeka-l2s 9 месяцев назад

      তাই বৰ সাহসী

  • @rupjyotiborah3967
    @rupjyotiborah3967 11 месяцев назад +9

    আমাৰ যোৰহাট বসী জোৱাই। মৰম চেনেহ কৰি ৰাখিবা দেই আমাৰ ছোৱালী বহুত ঠাণ্ডা, মৰম কৰিবা । ঈশ্বৰে সহায় কৰিব। ঈশ্বৰৰ ওচৰত একো ভূল নকৰিলে এদিন ফলৱতী হবা । সংসাৰৰ জালাত আখৰ লিখিবয়ে নজনা হৈছো

  • @ThaneshalahanThaneshalahan
    @ThaneshalahanThaneshalahan 3 месяца назад

    Bohut bohut val lagil timaluk duyuloke khuvoka monathakil❤❤❤❤❤

  • @DipikaNeog-b8u
    @DipikaNeog-b8u 11 месяцев назад +12

    দুয়োজনলৈ শুভেচ্ছা থাকিল😊 ভালে থাকা সদায় ❤আনৰ কথা কাণ নিদিবা আগবাঢ়ি যোৱা তোমালোক

  • @সোনালীবৰাশইকীয়া
    @সোনালীবৰাশইকীয়া 11 месяцев назад +10

    তনবিৰ তোমাৰ কথা বোৰ ভাল লাগিল।

  • @rinkigogoi7455
    @rinkigogoi7455 11 месяцев назад +24

    আজিৰ দিনত নিজে সুখী হোৱাকৈ চলিব লাগে,বাকী মানুহৰ নো কি,উখাহ টো শেষ হোৱা দিনা লৈ সুখেৰে থাকিবলৈ নিদিয়ে।

  • @suhanabegum1638
    @suhanabegum1638 11 месяцев назад +3

    Vl lgil ba...apuni vidio tu ona krne...ru hihotr kthabur bhutt vl lgil❤

  • @Purbi102
    @Purbi102 11 месяцев назад +18

    ভালে থাকা দুইও❤❤❤শুভেচ্ছা জনালোঁ

  • @InamulHussain-yh5cx
    @InamulHussain-yh5cx 11 месяцев назад +7

    তোমালোক দুয়ো যেন ভালে থাকা সুখী হোৱা আৰু সুখত থাকা 😊😊 মোৰ ফালৰপৰা শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু আল্লাহে তোমালোকক ভালেৰে ৰাখক 🙂🙂😊😊☺️☺️👍👍🥲🥲❤️❤️💜💜💖💖♥️♥️👩‍❤️‍👩💐💐🎉🎉🎉🎉🎉

  • @instynol9422
    @instynol9422 4 месяца назад

    দুজনকে খুব ভাল লাগিছে।❤️❤️❤️

  • @mamonisaikia39
    @mamonisaikia39 11 месяцев назад +15

    বহু ত ভাল লাগিছে তন বিৰ কৰিশিমা সদায় শুখি হৈ থাকিবা ভাল লাগিল

  • @arupchandradas4443
    @arupchandradas4443 11 месяцев назад +4

    এইবোৰ কিবা ভিটামিন ৰ অভাৱত হে মূৰৰ বিকৃতি হয়।। যায় হওঁক ভিটামিন খালে দুয়ো নিজৰ পৰা আঁতৰি স্বাভাৱিক জীৱন যাত্ৰা কৰিব। প্ৰকৃতি ৰ বিৰুদ্ধে গলে শাস্তি পাবই।।

  • @ASarmy748
    @ASarmy748 11 месяцев назад +13

    তনবীৰ দেখিবলৈ বহুত ধুনীয়া দেই , তোমালোক সুখি হোৱা সদায়

    • @Tanbirofficial855
      @Tanbirofficial855 11 месяцев назад

      Tqu❤

    • @ranudashaloi871
      @ranudashaloi871 11 месяцев назад

      Kothabor eman hohos nohoi sansar aarombha korilehe gom pabo, jetiya time bor gou thakibo tetiya anutapto hobo

  • @diptimudoi6177
    @diptimudoi6177 11 месяцев назад +5

    সুখী থাকা।

  • @GitikaKumari-c7p
    @GitikaKumari-c7p 2 месяца назад

    সদায় ভালে থাকা আনৰ কথা নুশুনিব ❤❤❤❤❤❤❤❤❤

  • @tapansonowal9022
    @tapansonowal9022 11 месяцев назад +3

    তোমালোক নিজৰ জীৱন আনৰ কথা নোহিনিবা সুখী হৈ থাকা ❤❤❤❤❤

    • @GWRPLIVE
      @GWRPLIVE 11 месяцев назад

      সিহতৰ নিচিনা মানুহ থাকিলে পৃথিবীত কেনেকৈ মানুহ জনম হব😁😁😁😁😁🤣🤣🤣🤣

  • @axombastopgaming9269
    @axombastopgaming9269 10 месяцев назад +1

    Tumalok duyu a xukhi howa gotei jibon tu akhirbad korisu logote moko akhirbad koriba jate moru val powa biyaloi poriborton hoi❤❤❤❤❤❤ all the best

  • @KailashHaloi-vx6pw
    @KailashHaloi-vx6pw 5 месяцев назад +1

    বহুত বহুত ভাল লাগলে ❤❤❤❤

  • @ahom__suwali8165
    @ahom__suwali8165 11 месяцев назад +9

    শোখি হোৱা ❤❤ভাল লাগিছে তোমালোক দুয়োজন শোখেৰে থাকা

    • @alaminmullah
      @alaminmullah 10 месяцев назад

      Nijor showaliya kori la support kori bo naki.😊😊

  • @mousumidas8463
    @mousumidas8463 11 месяцев назад +2

    এইয়াও ভগবানৰে সৃষ্টি । আবেগ অনুভব এইয়াও প্ৰাকৃতিক । একো জটিল নহয় আছলতে । সমাজত সদায় দেখি থকা ল'ৰা ছোৱালীৰ প্ৰেমৰ বিপৰীত যদিও এইয়াও স্বাভাবিক । মংগল হওক তোমালোকৰ ।

  • @bijumonideka2374
    @bijumonideka2374 11 месяцев назад +7

    Be happy guys..bhut bhut morom mor falr pra ❤❤🎉🎉

  • @suman-1994
    @suman-1994 11 месяцев назад +73

    এইবিলাক সম্পৰ্ক চবেই সমৰ্থন কৰিছে কিন্তু বিধবা হ'লে বিয়া পাতিলে কিয় বেয়া পায়

  • @ArunaSarmah-r4f
    @ArunaSarmah-r4f 2 месяца назад

    Tumalukor kahini xuni bhal lagil xukhyre thaka

  • @JerifaAhmed-re7sl
    @JerifaAhmed-re7sl 10 месяцев назад +2

    Xodai happy hoi thakiba god bless you❤️☺️

  • @InamulHussain-c9y
    @InamulHussain-c9y 7 месяцев назад

    Ouu bhonti mur life mur kotha ...eitu dailog namariba ... Tumi ma r petor pora jonmo hoisa ...ma r kosto khini tumi dekha nai ..deutar kosto dekha nai ...wawwww

  • @HimaniKalita-hv5us
    @HimaniKalita-hv5us 3 месяца назад +1

    Tanbir tomak bhout Val Lage tomak lag pabe besaru❤you

  • @HomeAirtel-y7g
    @HomeAirtel-y7g 11 месяцев назад +1

    Jibontu hukhi hoi thakatuhe asol.duyu gorakiloi hubhesa jonalu .❤❤❤

  • @bolindrathengal1772
    @bolindrathengal1772 11 месяцев назад +2

    Tanbir Tumi dehkibo bohut dhuniya,,,, aru tumar kotha bur val lage,,

  • @AbcdXxxx-l1n
    @AbcdXxxx-l1n 11 месяцев назад +5

    ভালে থকা তোমালোক ২জনি❤❤❤❤

  • @dikhadevi9218
    @dikhadevi9218 11 месяцев назад +1

    Nijor jibon2t kenekoi jiai thakibo xei2 nijor kotha... Ag bahi jua duiu xuxi hua..

  • @nayanmonidas5812
    @nayanmonidas5812 4 месяца назад

    Hoi tonbiror sposta kotha. Bilak val lage 🎉🎉🎉.

  • @garishmitachoudhury2008
    @garishmitachoudhury2008 11 месяцев назад +1

    Life2u nejr hoi xai babe nejr design nej lbo lge jt happy thke xai2u a kribo lge lorar lgt biyea hoi ki kribo oitshar pbo le nki

  • @gitekowar3238
    @gitekowar3238 11 месяцев назад +1

    তোমাৰ লোক দেখি ভাল লাগিছে দুয়ো বহুত বহুত সুখি হোৱা❤❤❤❤

  • @Bolinchetia-nv1nb
    @Bolinchetia-nv1nb 11 месяцев назад +3

    সুখি থাকা তোমালোক❤❤❤

  • @najirabegum1537
    @najirabegum1537 11 месяцев назад +11

    শুভেচ্ছা থাকিল ❤❤❤

  • @NitumoniNitumoni-r9c
    @NitumoniNitumoni-r9c 11 месяцев назад +6

    Agor dinot ako anekua nasil....kolijug ses hb aru😂

  • @taramaipegu1610
    @taramaipegu1610 11 месяцев назад +15

    কি যে দিন আহিছে ইমানতে সামৰিব লাগে।

    • @babahatimuria8291
      @babahatimuria8291 11 месяцев назад

      কি যে হব।।।
      চাটনী নোহোৱা পকৰি
      খা

    • @ModhuBhuyan-d3u
      @ModhuBhuyan-d3u 10 месяцев назад

      Misingr jat klhh sup thk

  • @AzmulHussain-l6y
    @AzmulHussain-l6y 11 месяцев назад +1

    Bhut bhut Val lagil

  • @MunuBora-lo7sz
    @MunuBora-lo7sz 7 месяцев назад

    So beautiful tumr lukok bhut vl laga hodai anakoi hahi thaka duo

  • @gitashreevlogs3927
    @gitashreevlogs3927 11 месяцев назад +3

    সদায় সুখত থাকা । হাঁহি থাকা । আগুৱাই যোৱা ❤️❤❤❤❤❤।

  • @moontaye8434
    @moontaye8434 3 месяца назад

    Niti niyom bisari manuhor jibon hek koribo nalage. Vogobanor likhon ji likhise heya hoboi.

  • @pallabidas9207
    @pallabidas9207 6 месяцев назад

    Baa apunar vedio bur sai val lage kin2 aibur nidib val nalage

  • @juntirajkhowajuntirajkhowa861
    @juntirajkhowajuntirajkhowa861 11 месяцев назад

    Manuhe ketiya u vl ktha alusna nkre hodai beya ktha he homalusna kra manuh ase heya aukan kri nir khuj ag bha..,... Mru tenekewa aght porotig ase bht jibntu ..... Kintu tmalukk bht vl lgile...

  • @AtifAnjum-yw5wl
    @AtifAnjum-yw5wl 10 месяцев назад

    ভালদৰে বহি নিৰৱে video টো কৰিলে আৰু ভাল লাগিলে হয়।

  • @PalashDas-n3v
    @PalashDas-n3v 11 месяцев назад +4

    Tewluk xukhi hoi asa xukhi hoi thakibo diya , Balagor life ot entry koratu Val kotha nohoi,♥️♥️♥️♥️

  • @jayantibarman1109
    @jayantibarman1109 11 месяцев назад +89

    ছোৱালীৰ লগত যে ছোৱালীৰ বিয়া নহয়, এজনী ছোৱালী আৰু এজন লৰাৰ হে বিয়া হয় সেইকথা তেওঁলোকেও মানি চলে। নহলে কিয় এজনীয়ে লৰাৰ দৰে সাজ পাৰ পিন্ধে,দুজনীয়ে মেখেলা চাদৰ নিপিন্ধে কিয়?

    • @julisaikia9934
      @julisaikia9934 11 месяцев назад +8

      থাকিব বিচাৰিছে লগতে থাকক but বিয়া পাতিব লাগে nu swali lgt😂😂😂

    • @pallabjyotideka9159
      @pallabjyotideka9159 11 месяцев назад +11

      Nijoke suwali buli koi.ajoni dekhun mota type thake.

    • @julisaikia9934
      @julisaikia9934 11 месяцев назад

      @@pallabjyotideka9159 🤭🤭🤭

    • @Danirojasfc6
      @Danirojasfc6 11 месяцев назад +6

      Absolutely right ✅️ 👏

    • @babahatimuria8291
      @babahatimuria8291 11 месяцев назад +1

      Good question..???

  • @hiyamalakar6787
    @hiyamalakar6787 11 месяцев назад +4

    Duita happy thaka xodai...love u both❤

  • @bibidevi6027
    @bibidevi6027 9 месяцев назад

    তনবিৰৰ কথাবোৰ ভাল লাগে।

  • @AnjuDas-i1p
    @AnjuDas-i1p 3 месяца назад

    God. Bless. You. Both. ❤❤❤❤❤

  • @jyotikaborah-mf3yc
    @jyotikaborah-mf3yc 11 месяцев назад +2

    Khodaii aeneke vl ke thakiba ❤❤❤ tumalukr kotha xuni bohut vl lagil❤❤

  • @pallabisaikianiku1296
    @pallabisaikianiku1296 10 месяцев назад +5

    God bless both of you ❤

  • @JuntiRaj-nf3vg
    @JuntiRaj-nf3vg 11 месяцев назад +6

    বেলেগ কথা সুনি একো লাভ নাই। নিজে কৰি খাই আছা ভাল কৈ থাকা। নিজে ভাল জগত খন ভাল ❤❤❤

  • @dikshitakakati4570
    @dikshitakakati4570 11 месяцев назад +4

    Kotha bor xuni bor vl lagil happy thka tumalok anor najanu ❤

  • @SazinaBegum-bl4lv
    @SazinaBegum-bl4lv 3 месяца назад +1

    Bahot val lagese

  • @majonibegum7287
    @majonibegum7287 11 месяцев назад +4

    Blgr khta bad dyk nd tumalke njr mte sli jwa xodai happy hy thka ❤❤❤❤❤❤❤❤

  • @SumkiGogoi-ly9jm
    @SumkiGogoi-ly9jm 7 месяцев назад

    Happy married life...hukhi hua❤❤❤

  • @NivaRani-d9x
    @NivaRani-d9x 7 месяцев назад

    100 and 10 percent right

  • @newgkassames
    @newgkassames 11 месяцев назад +2

    Happy hoi thaka 2maluk ...manuhor kotha bad diya

  • @NivaRani-d9x
    @NivaRani-d9x 7 месяцев назад

    Bahut bhal lagil video to sai

  • @JibonNath-b5e
    @JibonNath-b5e 11 месяцев назад +1

    Vall pua beya aoobur akoll monr soh ru hotan jonmo deaitu nohi tu...telukole hosa ajonr anjnr hosa vall puatu he men...aoiluke pariae vall kotha val lagese moi ajoni suali anekua vallpua amak lage...tumaluk hoidai happy thaka ❤❤❤

  • @MDDewri-jy5ev
    @MDDewri-jy5ev 11 месяцев назад +1

    tumaluke xomajor kotha gurutva nidiba nijor mote soli jua moi tumalukok shivesh jonalu❤❤❤

  • @RuPa-b3c9l
    @RuPa-b3c9l 11 месяцев назад +1

    দুয়ো ভালে থাকা

  • @MarkashKandulona
    @MarkashKandulona 11 месяцев назад +35

    Treatment Dorkar News. Nidiley. Bhal. NEKI ?

  • @sabitakumari9060
    @sabitakumari9060 11 месяцев назад +2

    Tanvir r kothabur bohut val lage❤❤, tumalok xukhi hoa

  • @horumaimura1294
    @horumaimura1294 11 месяцев назад

    Anekei aguwai juwa duyu a

  • @juntirajkhowajuntirajkhowa861
    @juntirajkhowajuntirajkhowa861 11 месяцев назад

    Bht vl lgile..... Tumluk dou jonie hukhi huwa ag bahi juwa nijr mote.....

  • @TutumoniBorah-ub4vy
    @TutumoniBorah-ub4vy 7 месяцев назад

    Val lage tumalukok hukhot thaka❤❤❤

  • @bhanimadas3897
    @bhanimadas3897 11 месяцев назад +1

    ভগৱানে তেওঁলোকক ভালে ৰাসক৷

  • @PrasantaRay-ku7pf
    @PrasantaRay-ku7pf 11 месяцев назад +1

    Moja আগুৱাই যোৱা দুয়ো

  • @SumitraPatir-wx3gq
    @SumitraPatir-wx3gq 11 месяцев назад +3

    Nice couple..💜👌

  • @RimaBharali-p1j
    @RimaBharali-p1j 2 месяца назад

    val lagisa❤❤❤