আকাশদ্বীপৰ দ্বিতীয় সন্তানৰ গোপন ৰহস্য 😯😯 বহু বছৰৰ পিছত ফাদিল, চাওঁক শেষলৈ, Mayur Mix Assamese

Поделиться
HTML-код
  • Опубликовано: 17 янв 2023
  • অসমৰ জনপ্ৰিয় অভিনেতা আকাশদ্বীপ ডেকা লগতে শিশুশিল্পী প্ৰিয় দৰ্শন ডেকাৰ সৈতে এখন্তেক ❤️❤️
    অভিনেতা আকাশদ্বীপ ডেকাৰ সৈতে কি সম্পৰ্ক প্ৰিয় দৰ্শনৰ..???
    ভিডিঅ'টি শেষলৈ উপভোগ কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব 🙏🏻🙏🏻
    Follow me on Facebook-
    RUclipsr Mayur Manash
    Follow me on Instagram-
    Mayur Manash
    Gmail-
    mayurmanash8@gmail.com
    Camera- Anuraag
    #akashdeepvideosong #interview
  • РазвлеченияРазвлечения

Комментарии • 338

  • @user-qm8oq7qy3v
    @user-qm8oq7qy3v 11 месяцев назад +18

    অতি সুন্দৰ কন্ঠ ভাল লাগিল আগলৈ আগুৱাই যোৱা ভগৱানে মঙ্গল কৰক তাৰে কামনা কৰিছো

  • @Pol786-g6d
    @Pol786-g6d Год назад +70

    ডাঙৰৰ আগত কেনেকৈ বহিব লাগে সেইটো সংস্কাৰ দিব লাগিছিল পৰিয়ালে ... বাকি গীতৰ কণ্ঠ অসাধাৰণ বহুত ধুনীয়া লাগিছে 👌👌👌👌 God bless you babu

    • @tonmoyff2.022
      @tonmoyff2.022 Год назад +5

      Eai lora tu amar ghoror usorte vl gaan gai but সংস্কাৰ দিব নাজানে

    • @Pol786-g6d
      @Pol786-g6d Год назад

      @@tonmoyff2.022 O

    • @baruahjayantaofficialboy4175
      @baruahjayantaofficialboy4175 Год назад +1

      ​@@tonmoyff2.022 হয় নেকি

  • @sintubhuyan
    @sintubhuyan 10 месяцев назад +11

    খুড়া আৰু ভতিজাৰ ইমান মধুৰ সম্পৰ্ক ভাল লাগিল চাই 👏 আকাশ দাৰ কথাবোৰ বহুত ভাল লাগে ❤

  • @Learnwith-me122
    @Learnwith-me122 Месяц назад +8

    সৰু লৰা সৰু লৰাৰ দৰেই থাকিবাচোন ইমান সোনকালে ডাঙৰ নহবা মানে কথা বিলাক দেখোন ডাঙৰ মানুহৰ দৰেই,, পিছে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ❤❤

  • @click4view935
    @click4view935 Год назад +48

    মোৰ কিন্তু ভৰিৰ ওপৰত ভৰি উঠাই বহাটো চকুত পৰা নাছিল| কমেন্ট বোৰ চাইহে গম পাইছো সকলোৰে দৃষ্টিভংগী একে নহয়| সেয়া যি কি নহওক তুমি দেউতাক চিনাকি কৰি দিবা, যিয়ে তোমাৰ বাবে ইমান কৰিছে|.....👍👍

  • @abinashbora995
    @abinashbora995 Год назад +14

    বহুত ভাল লাগিল ❤️ কিন্তু ব্যৱহাৰ সম্পৰ্কে অলপ জ্ঞানৰ প্ৰয়োজন 🙏 বাকি কণ্ঠ জুই ❤️❤️

  • @MadhabMajuli
    @MadhabMajuli Год назад +36

    সুন্দৰ মাজুলীলৈ স্বাগতম দাদা। ল'ৰা জনৰ উজ্বল ভৱিষ্যত কামনা কৰিলো। কিন্তু বয়সত মোৰ ভাইটিত কৈয়ো সৰু।অলপ বাহিৰৰ কথা শিকিবলৈ আহ্বান জনালোঁ।চিধাকৈ কবলৈ হ'লে ভৰি খন বহোতে নমাই বহিলে বেছি ভাল লাগিল হয়।।।

  • @prasannadas4676
    @prasannadas4676 Год назад +18

    অতি সুন্দৰ কণ্ঠ ভাইটি। আগুৱাই যোৱা শুভেচ্ছা থাকিল।

  • @bikramdewri2791
    @bikramdewri2791 Год назад +76

    2mr কণ্ঠৰ সুবেই ভাল but ডাঙৰ জনা লগত ভৰিত ভৰি ওঠাই বহিব নেপাই সেইকন সন্মান বজাই ৰাখিলে বেছি ভাল হৈ। কাৰণ তোমাক অসমৰ জনতাই চাই আছে বুজিলা। Gd blls u.

    • @neelimadevi9393
      @neelimadevi9393 Год назад +1

      ঠিকেই কৈছে।১১বছৰীয়া সৰু লৰাটোৰ আদব-কায়দা ডেকা লৰাৰ দৰে হৈছে। বাকি,কণ্ঠ বৰ সুৰীয়া।উজ্বল ভবিষ্যত কামনা কৰিলো।

    • @darpangogoi6390
      @darpangogoi6390 Год назад

      Hai kothatu janibo lage

    • @coversongsmazikmaniadipank9952
      @coversongsmazikmaniadipank9952 Год назад +3

      Horu lora. Lahe lahe hokibo.

    • @gitagogoi612
      @gitagogoi612 Год назад +2

      ভৰিখন তুলি ৰখালে অসন্মান কৰাটো নুবুজায় ।

    • @goldypresents5959
      @goldypresents5959 Год назад

      আচলতে চকীত বহিবই নেলাগিছিল মাটিতহে

  • @neelimadevi9393
    @neelimadevi9393 Год назад +90

    ১১বছৰীয়া সৰু লৰাটৌৰ আদপ-কায়দা বিলাক ডেকা মানুহৰ দৰে হৈছে।বাকি কণ্ঠ বৰ সুৰিয়া।তেওঁৰ উজ্বল ভবিষ্যত কামনা কৰিলো।

    • @goldypresents5959
      @goldypresents5959 Год назад +2

      হয় দিয়ক আজি কালি ছোৱালী বোৰ ইমান কথা জানে নহয় ডাঙৰে এটা কলে সিহঁতে দুটা কয়..জন্ম হৈয়ে মবাইল পিটিকিব জানেই 😊

    • @baruahjayantaofficialboy4175
      @baruahjayantaofficialboy4175 Год назад

      ​@@goldypresents5959 তোমাৰ সৈতে একমত ভাইটি

  • @baruahjayantaofficialboy4175
    @baruahjayantaofficialboy4175 Год назад +20

    মোৰ মৰমৰ ভাইটি মৰমক আপোনাৰ ভিডিঅট। দেখা পাই বহুত বেছি ভাল লাগিল দাদা সচাই আকাশ দা আৰু ভাইটিক একেই লাগে আটাইলৈ বহুত বেছি মৰম ❤❤😘😘😘

  • @Dognedirbiope-Tulashi
    @Dognedirbiope-Tulashi 11 месяцев назад +7

    ইমান সুন্দৰ কণ্ঠ আৰু সুৰ।হয়, তোমাৰ ভবিষ্যতে উজ্বলি উঠক তাৰে কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি দিছোঁ ।

  • @bijitsaikia1491
    @bijitsaikia1491 Год назад +79

    ডাঙৰৰ লগত বহি বাৰ্তালাপ কৰিবলগা হ'লে ভৰিৰ ওপৰত ভৰি উঠাই নবহিবা দেই ভাইটি। কথাষাৰ বাৰুকৈয়ে মনত ৰাখিবা। আশা কৰিছো আমাৰ অভিভাৱক-অভিভাৱিকা সকলে সন্তান সকলক কিছু সাধাৰণ জ্ঞান দিয়াতো পবিত্ৰ কৰ্তব্য......!!

    • @Latestgk992
      @Latestgk992 Год назад +2

      Niti hikha nihikai ajikali

    • @achiniboruahvlog
      @achiniboruahvlog Год назад

      হয়,,,ঠিক কৈছে,,,,ডাঙৰৰ আগত ভৰি তুলি কেতিয়াও বঢ়িব নালাগে

    • @bijitsaikia1491
      @bijitsaikia1491 Год назад +1

      @@achiniboruahvlog মতামতৰ বাবে অশেষ ধন্যবাদ জনাইছো।

    • @krishnakaman9593
      @krishnakaman9593 Год назад

      মই হো এনেকে বহাতো ভাল নালাগিল

  • @phulahazarika2664
    @phulahazarika2664 Год назад +11

    কণ্ঠ সুন্দৰ। ভাল গাইছে। আগলৈ আৰু আগুৱাই যোৱা তোমাৰ ভৱিষ্যত আছে। কিন্তু মাইনা ডাঙৰ মানুহৰ মাজত বহিলে ভৰি উঠাই নবহিবা দেই সোন।

  • @dipengogoi5076
    @dipengogoi5076 Год назад +3

    সঁচা বহুত সুন্দৰ গাইছে
    আগবাঢ়ি জোৰা ।

  • @gitanjalideka8767
    @gitanjalideka8767 Год назад +5

    নিজৰ প্ৰতিভাক বিকশিত কৰিবলৈ যাওঁতে কথা-বতৰা,চলন-ফুৰণ আদি বয়স অনুযায়ী হ'লে ভাল হয়

  • @dharitriphukan2507
    @dharitriphukan2507 Год назад +2

    Bor xundor voice 👍👍❤️❤️ God bless him ❤️🙏

  • @ONSISANGKO1
    @ONSISANGKO1 Год назад +3

    Wow so super voice bro 🎵🎵💗💗
    Congratulations dei mojjja ,♥️👍🥰🥰

  • @munmisaikia3079
    @munmisaikia3079 Год назад +2

    Log paboloi asa kori asu priya avineta jonok❤️❤️Majuli

  • @AmiyaSaikia-hv3wf
    @AmiyaSaikia-hv3wf 2 дня назад

    প্ৰিয়দৰ্শনে ভাগৱত পাঠ, ব্যাখ্যা কৰে। তেওঁৰ কণ্ঠ মোৰ বৰপ্ৰিয়।
    তুমি সৰ্ব গুণৰ অধিকাৰী। বহুত বহুত
    মৰম আৰ্শীষ থাকিল 14:36 ।❤❤❤❤❤

  • @kalpanachoudhury3973
    @kalpanachoudhury3973 Год назад +25

    অতি সুন্দৰ লৰাজনৰ উজ্জ্বল ভবিষ্যৎ কামনা কৰিলো ❤

  • @digantamili8955
    @digantamili8955 Год назад +10

    বহুত ভাল সুন্দৰ কণ্ঠ কিন্তু ভৰি থোলি বহাৰ কাৰণে বেয়া লাগিল

  • @-AnkurAM
    @-AnkurAM Год назад +10

    অতি সুন্দৰ কণ্ঠ।

  • @kabitanath5619
    @kabitanath5619 Год назад +5

    দুয়োজনকে বৰ ভাল লাগিছে

  • @taralidas4046
    @taralidas4046 Год назад +1

    Moi log paisu bohut morm loga lora2 😘bebohar o bohut val.....God bless him 😘❤️

  • @deepsikhadasmaina1049
    @deepsikhadasmaina1049 Год назад +2

    Votijak hoi babei sage vori tuli bhise nhle eman confidence t vri uthai nbhile hoi baki val lagise xundaor kontha aguwai juwa vaiti love from Assam barpeta 💙💙💙

  • @bhumitabora2496
    @bhumitabora2496 Год назад +1

    তুমি আগুৱাই যোৱা ভাইটি বহুত ভাল লাগিছে তোমাৰ সকলো কথা

  • @rkofficial1868
    @rkofficial1868 Год назад +6

    আকাশ দা মাজুলীলৈ আহক উষ্ম আদৰণি আগতীয়াকৈ 💐💐

  • @kishordas3805
    @kishordas3805 Год назад

    Iman dhunia Babu. Tumi aguai jua. Vagabane tumak vale rakhakh

  • @ranjannarah4551
    @ranjannarah4551 Год назад +11

    Beautiful😍😍 Song🎵🎵🎵

  • @user-jt2he8ns9y
    @user-jt2he8ns9y 9 месяцев назад

    ❤❤❤ প্ৰিয়দৰ্শন আগুৱাই যোৱা শুভেচ্ছা থাকিল

  • @anitakeot3795
    @anitakeot3795 Год назад +2

    Xundor kayntha.

  • @rakirabha8177
    @rakirabha8177 Год назад +2

    Bohut bohut val lagila git keita huni

  • @tikensarania4862
    @tikensarania4862 Год назад +24

    সচাকৈ লৰাজনৰ খুউব সুন্দৰ কণ্ঠ । আশা কৰো আৰু আগলৈ আগবাঢ়ি যাউক ।❤️❤️❤️ বাক্‌ছা বৰমাৰ পৰা মৰম যাচিলো।❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @tikensarania4862
    @tikensarania4862 Год назад +7

    Love from Baksa Barama ❤️🔥♥️🔥♥️

  • @bitulmoni1883
    @bitulmoni1883 Год назад +3

    কি উদ্ধত ল'ৰা এইটো ? কণ্ঠ ভাল যেনিবা।

  • @chandraa5971
    @chandraa5971 Год назад +4

    ভাল লাগিল আকাশ দা❤️❤️❤️

  • @miyumjyoti9060
    @miyumjyoti9060 Год назад

    সুন্দৰ। বহুত ভাল লাগিল ভিডিঅ'টো চাই।

  • @momiphukonboruah3381
    @momiphukonboruah3381 Год назад +9

    ভাল লাগিল।অলপ গানৰ সুৰ বেছি দিঘল কৰিছা নেকি ভাইটি

  • @ronygogoi7964
    @ronygogoi7964 5 дней назад

    Tumar Vagawat path mur bahut priyo. Tumar dharmiyo gyaan otuloniyo. Kintu histasar olop hikar proyujon ase buli moi vabu. Anakoi daangor r aagot vorir uporot vori tuli nobohe.

  • @maikelnarahoffical
    @maikelnarahoffical Год назад

    Moyur Mix Assamese Bhaiti tumaloi mur antorik hubesha thakil. tumar interview bur kuop val lage.

  • @user-tl9bi7fd9m
    @user-tl9bi7fd9m 25 дней назад

    Bhal lagil xundar

  • @tanmoykalita2653
    @tanmoykalita2653 Год назад +26

    ১১বছৰীয়া লৰাজনক খুবেই ভাল লাগিল। কিন্তু লৰাজনে ডাঙৰৰ আগত বজাই ৰখা সালিনতা খিনি জানিব লাগিছিল।

  • @passam8905
    @passam8905 Год назад +2

    Val lagil sai video tu mur ghor barapujia t

  • @bubulborobubulboro6647
    @bubulborobubulboro6647 Год назад +3

    Video 2 sai bhut vl lagil

  • @anjonagogoidoimari1921
    @anjonagogoidoimari1921 Год назад

    So sweet voice,val lagil Akash da vedio tu sai ,

  • @sabitathakuria8237
    @sabitathakuria8237 Год назад +15

    মই ভাবিছিলো এ 100% আপোনাৰ ভটিজা লৰা বুলি

  • @pratapkalita8894
    @pratapkalita8894 Год назад +8

    সচাকৈ অতি সুন্দৰ কণ্ঠ

  • @jimpisaikia937
    @jimpisaikia937 Год назад +2

    Right emn horu lora2 anka vori thbo nalaga..sobora sokut kn2 hai2 a porisa..

  • @nabakantanath6175
    @nabakantanath6175 Год назад +1

    Val lagil ..majuli ahile log pam buli AXA korilu 🙏❤️

  • @pranabsenapati59
    @pranabsenapati59 Год назад +1

    Akashdeep my favourite actress love from morigao

  • @Akash-oh2hk
    @Akash-oh2hk Год назад +4

    Mojjja ❤️

  • @minaborahvlogs6348
    @minaborahvlogs6348 Год назад

    Val lagil 🥰 ati sundar konth 😘aru aguwai juwa hubhessa thakil ♥️

  • @kankanaborahdevi4097
    @kankanaborahdevi4097 Год назад

    Bht dhunia lagil tmar gantu

  • @pubalisaikia154
    @pubalisaikia154 Год назад

    Love from majuli akash da❣️❣️

  • @mamoniroy727
    @mamoniroy727 Год назад +4

    Love from baksa subankhata very nice

  • @sunukanbora8592
    @sunukanbora8592 Год назад +1

    ইমান ধুনীয়া ❣️🤗

  • @pranamikadas7648
    @pranamikadas7648 Год назад +6

    খুব সুন্দৰ কন্ঠ 👍 আমাৰ আশীৰ্বাদ জনালোঁ।

  • @user-ed3je8nd1n
    @user-ed3je8nd1n 14 дней назад

    সুন্দৰ❤❤❤❤❤

  • @rimpivlogs6169
    @rimpivlogs6169 Год назад +1

    Nice video tumar notun friend holu aaru aagoloi aag bari jua tare kamona 🙏🙏🙏🙏🙏🙏

  • @priyompriyabora5362
    @priyompriyabora5362 Год назад +1

    May god bless u Beta. 😍

  • @nikitadas2247
    @nikitadas2247 Год назад

    Val lagil video tu sai aru vaitey agoly aguai jua

  • @user-qq5fr1fv2f
    @user-qq5fr1fv2f Год назад +4

    Very nice.❤️❤️👌

  • @mainadutta599
    @mainadutta599 Год назад +1

    Love from majuli akasdeep da

  • @priyarani8544
    @priyarani8544 Год назад +11

    ভৰি তুলি বহিব নাপাই ও ভাইটি ডাঙৰ ৰ ওচৰত..।

  • @hirakjyotibhuyan2056
    @hirakjyotibhuyan2056 Год назад +5

    সুন্দৰ লাগিল অনুষ্ঠানটো🥰👌

  • @RenuBoruah-ks9lz
    @RenuBoruah-ks9lz Месяц назад

    Moj😊

  • @chandanamozumder7523
    @chandanamozumder7523 Год назад

    Bohut dhunia gaise Maina tuye

  • @dreamsaxom6722
    @dreamsaxom6722 Год назад +5

    Mozzzza

  • @assamesegirl7629
    @assamesegirl7629 Год назад +1

    Love from Majuli ❤️😘💞

  • @krishnakakaty2624
    @krishnakakaty2624 Год назад

    Xosakoi dekhib akei lge , apunar xoite voice nice

  • @porideka6957
    @porideka6957 Год назад

    Tumar kontho hundor,,,,aguway juwa tarei kamona korilu,,,baki ata ktha bya lagil,,tumi atyw bht horu hoi asa,,ki vabi tumi vorir oprt vori tuli bohila,,,,alp bahir r kotha o hikiba vaity

  • @abhimanyukumar3228
    @abhimanyukumar3228 Год назад

    BHT vl lagil dai......

  • @Mainageneralknowledge
    @Mainageneralknowledge Год назад +2

    Thumb line dexi asorit , dui jon khilpi amr gaonre hoi val lagil

  • @janatakrmili2761
    @janatakrmili2761 Год назад +2

    Mojaa

  • @jrvillageadda2357
    @jrvillageadda2357 Год назад +3

    Mayur mix thn angur bou logot vlog korile val lgilehui

  • @chandanallrounder3611
    @chandanallrounder3611 Год назад +1

    Priyodharshan voice tu dhuniya

  • @aaradhyasagar8892
    @aaradhyasagar8892 Год назад +6

    Akash dar familyr lgt ata interview lbosn..

  • @niranzansarma4938
    @niranzansarma4938 Год назад

    Moja bhaiti
    Keep it up.

  • @kishornath1542
    @kishornath1542 Год назад +3

    Superb

  • @dokpunmina1505
    @dokpunmina1505 Год назад +3

    সৰু লৰা বুলিছে হয় কিন্তু লৰাজনৰ নীতি নিয়মবোৰ দেখিলে এনে যেন ১১ বছৰ কি ২৪ বছৰীয়া সুঠাম ডেকা লৰা যেনহে লাগিল ৷

  • @mrinmoychutia2383
    @mrinmoychutia2383 6 месяцев назад

    Dhuniay ❤❤

  • @ranuburagohainburagohain7232
    @ranuburagohainburagohain7232 Год назад

    আশীৰ্বাদ থাকিল।

  • @anuragboro105
    @anuragboro105 Год назад +10

    অতি সুন্দৰ কণ্ঠ সুন্দৰ

  • @ditivlogs
    @ditivlogs Год назад +8

    Video Tu sai bohut val lagil

  • @tomeswaribanai3412
    @tomeswaribanai3412 Год назад +6

    Nice song ❤️🥰

  • @dipengogoi5076
    @dipengogoi5076 Год назад

    বহুত সুন্দৰ

  • @minatideka4859
    @minatideka4859 Год назад

    Bhal lagil 👌👌

  • @bubulyoutubechannel7909
    @bubulyoutubechannel7909 Год назад +3

    Mojja

  • @nilakshreejyotirmoyvlog3012
    @nilakshreejyotirmoyvlog3012 Год назад +3

    So sweet voice ❤❤❤❤

  • @chinmoysarma4037
    @chinmoysarma4037 Год назад +4

    Mojja Dada 👍🏾

  • @jutikadohutia6269
    @jutikadohutia6269 Год назад

    বহুত বেছি ভাল লাগিল 👍😍

  • @horeswargogoi7818
    @horeswargogoi7818 Год назад

    Bohut val

  • @user-wo4ps2jp2c
    @user-wo4ps2jp2c 29 дней назад

    Val lagise babu

  • @rajat3563
    @rajat3563 Год назад +9

    Nice

  • @mintudas-bw8un
    @mintudas-bw8un Год назад

    অতি সুন্দৰ

  • @monibora8845
    @monibora8845 Год назад +5

    11 bosorot koi alop dangor hoba neki. Adob kaida bilak dekhun dangor r dore. Smart ase kintu iman Smart u vl nalage.

  • @nobinvlogs3296
    @nobinvlogs3296 Год назад

    O dada mojjja

  • @kunalbaruah5223
    @kunalbaruah5223 Год назад +1

    Khub sundor voice

  • @gitashreedas5803
    @gitashreedas5803 Год назад +6

    Lorajon morom loga,ganu Val gaise kintu olop saru lorar nicina thakile Val lagil hoi, god bless u

    • @maramideka8378
      @maramideka8378 Год назад

      হয় মইয়ো মন কৰাছো অলপ বেঙা বেঙীকৈ থকা হ’লে ভাল আছিল

    • @baruahjayantaofficialboy4175
      @baruahjayantaofficialboy4175 Год назад

      আপোনাৰ মতে বেঙা কৈ বহি থাকিব লাগে নেকি কোৱাৰ বাবে বেয়া নাপাব কাৰণ আজি কালি লৰা ছোৱালী সৰু পৰাই বহুত কথা যানে যদি বেঙা হৈ থাকিলেহেতেন তেতিয়া কলেহেতেন এই লৰা জন বেঙা কথা কবলৈ নাজানে আকৌ কথা খিনি কোৱাৰ বাবে কৈছে এইয়া মানে কি? কোনো ফালে উপাই নাই আজি কালি