আকাশদ্বীপ- আঙুৰলতাৰ Divorce নেকি..?? হঠাৎ সকলো কৈ দিলে কেমেৰাৰ আগত, চাওঁক শেষলৈ.. Mayur Mix Assamese

Поделиться
HTML-код
  • Опубликовано: 29 сен 2024
  • অসমৰ জনপ্ৰিয় অভিনেতা আকাশদ্বীপ ডেকাৰ সৈতে এখন্তেক ❤️❤️
    আকাশদ্বীপ ডেকা আৰু আঙুৰলতা ডেকাৰ সচাঁকৈ বিবাহ বিচ্ছেদ নেকি...???
    ভিডিঅ'টি চাওঁক শেষলৈ..
    আকাশদ্বীপ ডেকাৰ গাঁৱৰ ঘৰৰ পৰিৱেশ-
    • হঠাৎ আকাশদ্বীপৰ গাঁওৰ ...
    Follow me on Facebook-
    RUclipsr Mayur Manash
    Follow me on Instagram-
    Mayur Manash
    Gmail-
    mayurmanash8@gmail.com
    📸 AnuRaag
    Thank u
    #akashdeepangoorlata #angoorlatadeka

Комментарии • 544

  • @Deepvloger416
    @Deepvloger416 Год назад +127

    এটা কথা বুজি নাপাওঁ মানুহবোৰ সুখী হৈ থাকিব নুখুজে কিয়..... ইমান ধুনীয়া পৰিয়াল না টকা পইচাৰ অভাৱ , না লৰা ছোৱালীৰ অভাৱ , না কোনো জনৰ সৌন্দৰ্যৰ অভাৱ ... অথচ ইমান দুখৰ পাহাৰ লৈ জীয়াই আছে ,, আচলতে দুদিনীয়া জীৱনত মানুহে মূল্যৱান সময় বোৰ খঙ অভিমানত কি হেৰুৱাই গৈ আছে গমেই নাপায়.... আশা কৰো ইমান সুন্দৰ সংসাৰ খনত ভগৱানে সুখীৰ নিজৰা বোৱাই তোলক ।।।।। আচলতে আমি মানুহবোৰ যি আছে মোৰ তাতে সুখী নহওঁ সেইবাবে চাগে সঘনাই divorce , মাৰা মাৰি , বিয়া ভঙা , হত্যা আদিৰ দৰে ঘটনা বোৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ।

  • @mridulaborah2147
    @mridulaborah2147 Год назад +44

    আকাশ দ্বীপ দা বৌ লগত মিলি থাকক নামামীক দুখ নিদিব বৌ যদি videoটো চাইছে আপুনি মিলিবলে চেষ্টা কৰে।ইয়াৰ পিছত দুয়ো জনক একেলগে দেখিবলৈ পাও। নামামীক দুখ নিদিব তাই সৰু ছোৱালী ।

  • @BhabishGohain
    @BhabishGohain Год назад +2

    আঙুৰ বাইদেউয়ে হাঁহি ফুৰ্তি কৰি জঁপিয়াই ফুৰে । মই ভাবো নিজৰ আন্তঃগাঁথনিবোৰ ঠিক যদি নাই তেন্তে বৃহৎ এটা সমষ্টিৰ দায়িত্ব কেনেকৈ বহন কৰিব ।

  • @jamaluddinahmed108
    @jamaluddinahmed108 Год назад +73

    আকাশ দা অনুভৱ কৰিছো এটাই নমামীয়ে আপোনাৰ মৰমৰ অভাৱ অনুভৱ কৰিছে।ই আপোনাৰ অন্তৰত কিমান দুখ দিছে

  • @nirmaliborah1027
    @nirmaliborah1027 Год назад +13

    আঙুৰলতা বাই বিধায়িকা নহয় যেতিয়া কিহঁত ব্যস্ত অ" এতিয়া?? ৪ বছৰ মানুহটোক লগ নুপুৱাটোহে আচৰিত কথা🤔🤔

    • @jahangirmondal3354
      @jahangirmondal3354 Год назад

      Election-24

    • @sd-ru3fg
      @sd-ru3fg Год назад

      @@jahangirmondal3354 hoi ne ?? Usorote thaki 4 bosor log nupuar jukti ase nki... Ki ktha koisa he

  • @dharitryrabha7274
    @dharitryrabha7274 Год назад +37

    ভিডিওটো নোচোৱাকৈ থাকিব নোৱাৰিলোঁ, আকাশ দাৰ কথাবোৰ শুনি ভাল লাগিল।নমামী মাইনা লৈ হে মনটো বেয়া লাগিছে। এনেকৈ মা দেউতা একেলগে নাথাকিলে সন্তানৰ ভৱিষ্যত কি হ'ব।সূৰ্য্যাস্ত চিনেমাৰ লগত একেবাৰে মিলিছে আংগুৰ বৌ।আংগুৰ বৌয়ে আছিল সূৰ্য্যাস্ত চিনেমাত।

  • @sanowarabegum4481
    @sanowarabegum4481 3 месяца назад +1

    Khasa katha nari salonamoyi kintu prattek nari nhoi . Narik jodi besi sadhinata dia hoi aru lagatkoi poisa pati besi pai khei nari borbad thik tenekuwa purukho ase bahut maikr jibon borbad karise . Gatike alop komot thakile bhal besi sob bastui beya . Moi bhal powa abhineta Akashdeep God bless you

  • @Samarjyoti440
    @Samarjyoti440 Год назад +4

    বিয়াৰ পিছত জীৱনটো কিবা ওলোটা হৈ যায় । নাৰী যে চলনাময়ী 101% সত্য। ধন সম্পত্তি পাৱাৰ ৰ পিছত নাৰী বোৰ বহুত লালচি হৈ যায়।

  • @comedybpl9737
    @comedybpl9737 Год назад +1

    Rangdhalir Khei Fotik Da Jon Mur Khoru Kalor Priyo Abhineta Asil,
    Kintu Fotik Dar Jibon Kahini Tu Iman Dukhor Hol Bor Bea Lagise 😭😭

  • @atozknowledgeassamese
    @atozknowledgeassamese Год назад +13

    সকলো থাকিও মানুহ সুখৰ অসুখত ভোগে ৷ মানুহে নিজেই নাজানে আচলতে সুখী হোৱাৰ মন্ত্ৰ কি ৷ কিহৰ তাৰণাত মানুহে সম্পৰ্কৰ এনাজৰীক ভৰিৰে লঠিয়াই জীৱনৰ বহুমূলীয়া সময়খিনি হেৰুৱাই পেলোৱাৰ লগতে অসুখীৰ চোলা পিন্ধে ? যেতিয়া জীৱনৰ বিয়লিবেলাত উপনীত হ’ব আৰু নিঃসংগতাৰ যন্ত্ৰণাত দগ্ধ হ’ব , তেতিয়া জীৱনত কৰি অহা ভুলৰ অনুশোচনাৰ বাদে আনে একো নাথাকিব ৷ সেয়েহে যাৰেই ভুল নহওক কিয়, কিছু বুজাবুজি আৰু এৰাধৰাৰ মাজেৰে সম্পৰ্কবোৰ উমাল কৰি ৰাখিব লাগে , যাতে পিছত অনুশোচনাত দগ্ধ হ’বলগা নহয় ৷

    • @dimpulbaruah5979
      @dimpulbaruah5979 5 месяцев назад

      Being alone is far better than stay in a toxic relationship because it destroy your life

  • @pbgmedia7319
    @pbgmedia7319 Год назад +129

    মোৰ প্ৰিয় অভিনেতা জন লৈ বহুতো মৰম আৰু অভিনন্দন জনালো,সদায় ঈশ্বৰে তোমাক সদায় কৰক।

    • @assamesechanneljcb8643
      @assamesechanneljcb8643 Год назад

      Bor huddha antarar dei Akashdeep

    • @amulyagogoi2194
      @amulyagogoi2194 Год назад

      Bibah bished bohu derikoi hol bohu agotai hobo lagisil

    • @dristirupa
      @dristirupa Год назад

      ruclips.net/video/SrMlSounh2g/видео.html

    • @dristirupa
      @dristirupa Год назад

      ruclips.net/video/SrMlSounh2g/видео.html

  • @gitanjalideka8767
    @gitanjalideka8767 Год назад +11

    নলবৰীয়াত এষাৰ আছে--'কান্দা সময়খিনি পেমাই থাকাতে যায়'।
    সময় ৰৈ নাথাকে; স্বামীতকৈ ৰাজনীতি ডাঙৰ নহয়।দুয়োজন আতিশীঘ্ৰে লগ হৈ যাওক🙏

  • @devanshibharali8344
    @devanshibharali8344 Год назад +27

    4 year jodi kothapota nai dvrs howatakoi bhut besi beya hoise sage homapraka tu..

  • @mridulbaruahofficial
    @mridulbaruahofficial Год назад +88

    আকাশ দা খুব ভদ্ৰ মানুহ....কথাবোৰ শুনি ভাল লাগে....তেওঁ আগুৱাই যাওঁক

  • @prakashs-ge2gm
    @prakashs-ge2gm Год назад +83

    4 bosor hol nedekha nijor potnik 😱😱 ki asorit.... Hosake eman dukh loga kotha 😭😭... Nijor samik adin log koribo homoi nai.. ayaii hol neki morom.. hosake kenekoi nu thakibo pare 😱

    • @dibrugarhpigfarm4763
      @dibrugarhpigfarm4763 Год назад +8

      Jola juit ghi dhli disa j kle..

    • @dristirupa
      @dristirupa Год назад

      ruclips.net/video/SrMlSounh2g/видео.html

    • @rubi__4558
      @rubi__4558 Месяц назад

      4 bosor bapre enei gale 3 bosor agr kotha kamakhyakt tahati ahisil tate log paisilu duyuke .... Ami

  • @dalikalita699
    @dalikalita699 Год назад +14

    Divorce howa nai jdio mil nai nhle namAmik log korib gle blegok phn kori jai ki mane ,emn dine duyu log howa nai,,kiya blege belege thke,,,,

  • @pompikitchen1706
    @pompikitchen1706 Год назад +76

    শৈশৱ কালৰ প্ৰতিটো গীতৰ স্মৃতি হিচাপে সাক্ষী আকাশদ্বীপ দা ❤️

  • @swapnabordoloivlogs7604
    @swapnabordoloivlogs7604 Год назад +18

    প্ৰিয় অভিনেতা আকাশদ্বীপ দাদাৰ লগত হোৱা সাক্ষাৎকাৰটো চাই খুবেই ভাল লাগিল । নমামীৰ প্ৰতি দুখ লাগিল । মাক দেউতাক জীয়াই থাকোতেও দেউতাকৰ মৰমৰ পৰা বঞ্চিত । বঞ্চিত বুলি এই বাবেই কৈছোঁ যে যিখিনি সময় দেউতাকৰ পৰা বিচাৰে সেইকণ সময় তাই আতৰত । সোনকালে দুয়ো একেলগে হ‌ওক ।

  • @rtgaming5651
    @rtgaming5651 Год назад +14

    মোৰ প্ৰিয় অভিনেতা জন। তেওঁৰ মনৰ বিষাদ বোৰ যেন কৰবাত ফুতি উঠিচে। আশা কৰিছো আমি আকৌ দুয়োকে একে লগে দেখা পাম বোলি।

  • @jaganandarabha1885
    @jaganandarabha1885 4 месяца назад +1

    Ojon koma gymt ja. Assamese jogotor sobit apunar dore herok jaruri...tar pisot soboke dkhai de dear Brother

  • @BLGEntertainmentASSAM
    @BLGEntertainmentASSAM Год назад +9

    Bohut val lagile kothabur aru video but Anekua lagile jen Agor hei Amar Akashdeep daa jon jen korbat herai goisa bohut agotkoi ,

  • @himantaborpatragohain6536
    @himantaborpatragohain6536 Год назад +15

    সচাকৈ আশাক দা এজন সচা মানুহ, ভগৱানে কোশলে ৰাখক সদায়।

  • @nirmaliboruah5669
    @nirmaliboruah5669 Год назад +48

    Iman bhadra aru sober bhabe kotha bilak koise bor bhal lagise dei ,bhale thakiba hodai.

  • @lakhyanathdoleyking2722
    @lakhyanathdoleyking2722 Год назад +11

    আকাশ দাৰ মনত কিবা এটা লুকাই আছে যেন পাওঁ৷

  • @Bishalbaruah7889
    @Bishalbaruah7889 Год назад +53

    মই এটা কথাই বুজি নাপালো যে চাৰি বছৰ হল আকাশদাই নিজৰ পত্নীক লগ পোৱা নাই, তেতিয়াতো আনুষ্ঠানিকভাবে ডিভৰ্চ নহলেও হোৱাৰ নিচিনাই l হাজাৰ ব্যস্ততা হলেও পতি পত্নীয়ে যদি এজনে আনজনক লগেই নাপায়, তাতকৈ দুখ একো নাই l

  • @jumitalukdar4862
    @jumitalukdar4862 Год назад +49

    akash dar ktha bilak xuni anekoa lgise teolokr samparko2 ximn thik nhoi...nhole ne 4 yr lg npwake thake ne vl poa jone hajar bestotar majot a lg pboi..

    • @sd-ru3fg
      @sd-ru3fg Год назад +4

      Xosa ktha.. axomote thaki log kribo nuara kthai nai. Bemari manuh jonok eneke eri dise... Bohut bea lagil khuni

    • @dpjyi7810
      @dpjyi7810 Год назад +1

      Hosa kotha

  • @ghenta443
    @ghenta443 Год назад +42

    আকাশ দাৰ dance আৰু বিহু নাচ ❣️❣️uff কি আছিল সেই দিন বোৰ

  • @daspiglets1866
    @daspiglets1866 Год назад +91

    আকাশ দাৰ মনত যে মষ্ট এটা বিষাদ আছে সেইটো পৰিস্ফুত😢😢😢আমি নো কি কম মাজৰ মানুহ

  • @mrssikhakeotpandov2569
    @mrssikhakeotpandov2569 Год назад +57

    আপোনালোক দুয়োজনে সোনকালে যেন পুনৰ লগ হোৱা দেখিব খুবেই মন গৈ আছে।

  • @ilovevillageandvlog3666
    @ilovevillageandvlog3666 Год назад +32

    আকাশ দা কাৰনে ভিদিঅ তো নাচালেও থাকিব নোৱাৰিলোঁ ।কথাবোৰ ইমান ধোনিয়াকৈ কয় থাকে ভাল লাগিল ❤️

  • @purobigogoi8616
    @purobigogoi8616 Год назад +9

    মোৰ প্ৰিয় অভিনেতা akash
    Deep da. বহুত বহুত ভাল লাগিল 👌. Aakha.... Thakil hodai akeloge thake. 🙏👨‍👩‍👧👨‍👩‍👧👌🙏

  • @parthapratimrabha5839
    @parthapratimrabha5839 Год назад +13

    আকাশ দা. . . . আগতীয়াকৈ নতুন বছৰৰ শুভেচ্ছা জনালো |আপোনাৰ সপোনবোৰ সফল হওঁক |

  • @digantarabha13
    @digantarabha13 Год назад +6

    Akash da aru shyamantika barr juri tu subse best juri asile,Buhut dukh lage xei childhood r din bur mnt prile, janmoni r pra adi kri Champa loike,akash dar val pwa dukh best movie mr champa aru hero,aibur movie ajio sai thaku mi,atia aru xei din bur kto npw 😭😭😭, vale thak Akash da xdai, love from Chandubi ❤️

  • @seherabeyalora
    @seherabeyalora Год назад +8

    বহুত বেছি ভাল লগা এজন অভিনেতা ❤🔥

  • @sahidulalamkhan6368
    @sahidulalamkhan6368 Год назад +51

    শৈশৱৰ প্ৰিয় অভিনেতা জন! ❤️

  • @priyankaboruah2974
    @priyankaboruah2974 Год назад +3

    মাক দেউতাক জীয়াই থকা অৱস্থাত পৃথকে পৃথকে কেতিয়াও সন্তানে সুখী হব নোৱাৰে যিমানেই তাইক টকা পইচাৰে সুখী কৰিবলৈ চেষ্টা নকৰক কিয় সেইবাবে দুয়োজন বুজাবুজিলৈ আহক আমি চাই সকলোৱে ভাল পাম।

  • @animaborah7558
    @animaborah7558 Год назад +10

    তোমাৰ প্ৰতি ৰাইজৰ মৰম আছেই আৰু থাকিৱ ।

  • @papugogoi1372
    @papugogoi1372 Год назад

    Angur Lota bohut Wodondo hoi . Kintu Akashdip bohut Omaeek thaanda Nomro Vodro aru Vaal Byoktittor ajon Byokti hoi . Angur Tenga gelile .

  • @monujsaikia9184
    @monujsaikia9184 Год назад +4

    বহুত দিনৰ পিছত দেখিলোঁ
    জীৱনতো বা আৰু কিমান দিন থাকে
    কালিলৈ তো আপোনালোকৰ বাবে আহে বা নাহে কি ঠিক শুভ কাম কৰিবলৈ দেৰি কৰিব নেলাগে

  • @birinchiborah4155
    @birinchiborah4155 Год назад +6

    সহজ সৰল মনৰ বহুত ভাল মানুহ, ভগৱানে সদায় সহায় কৰক আপোনাক 🙏

  • @jkAxom
    @jkAxom Год назад +3

    আপোনি এজন ভাল মানুহ । ভদ্ৰ কিন্তু আপোনাক ৰাজনীতি পথাৰত আহা নিবিচাৰোঁ কিন্তু আকৌ অভিনয় মাজেৰে ৰাইজৰ মাজলৈ আহক আমি কামনা কৰোঁ🙏🙏🙏🙏

  • @ghenta443
    @ghenta443 Год назад +10

    সহজ সৰল মানুহ বোৰ সঁচাকৈ বহুত ভাল লাগে

  • @gogoida6924
    @gogoida6924 Год назад +29

    Heppy new year...... আপোনা জীৱনৰ ৰং ৰঙীন হক নতুন বছৰটিত তাৰেই মোৰ কামনা 🌹🌹🌹🌹🌹🌹

  • @pranjalkakoti2790
    @pranjalkakoti2790 Год назад

    তেওঁ লোকৰ এনে আচৰণে কণমানি নমামিজনীৰ মনত যে কিমান গধুৰ প্ৰভাৱ পৰিব পাৰে তেওঁলোকে সেয়া ভাবিবই পৰা নাই হয়তো। হতাশাগ্ৰস্তও হ'ব পাৰে ছোৱালীজনী। অনুগ্ৰহ কৰি ছোৱালীজনীৰ মনটোক হত্যা নকৰিব। ৰাজনীতিবোৰ ঘৰত বা পৰিয়ালৰ মাজলৈ যাব নালাগে।

  • @binandarajbongshi4193
    @binandarajbongshi4193 Год назад +5

    আকাশ দা আৰু আঙ্গুলতা বা সদায় দুয়ো একেলগে থাকিব বুলি আশা কৰিলো।

  • @rimsasarmarahman6514
    @rimsasarmarahman6514 Год назад +40

    আকাশদ্বীপ দা আপুনি বৰ মৰমলগা 🤍 অত্যন্ত অমায়িক মানুহ❤️ ভগৱানে আপোনাৰ মঙ্গল কৰক🙏🏼

  • @amorjyotimedok5186
    @amorjyotimedok5186 Год назад +1

    Misa ktha 2021 ensemble election t দুয়োকো একেলগে দেখিছো

  • @princessworld7028
    @princessworld7028 Год назад +15

    Mon tu Beya lagise video tu sai ..tekhetok khub val pao.. Duyojnk hahi furtit thakile sai val lage..anke prithok hole vl nlage 😪

  • @MRboy7864-c6r
    @MRboy7864-c6r Год назад +6

    Akash da apunak bohut miss korisu filim jgatot...♥ apuni hodai hukhe thakok ..take kamona koru...love you♥😍

  • @nayanmonimedhi1107
    @nayanmonimedhi1107 Год назад +5

    আঙুৰলতা ইনতাৰ ভিউ লব

  • @tulsitulsi8893
    @tulsitulsi8893 Год назад +4

    দাদা আপোনাক দেখি বহুত দুখী দুখি লাগিছে কিন্তু যি কিনহক ভাল দিন আহিব চিন্তা নকৰিব কিবা ভুল বুজা বুজি হৈ আছে মিলা মিলি কৰি লব বুলি আশা কৰিলোঁ দুয়োজনে খুব মৰম

  • @dipshikhadeka630
    @dipshikhadeka630 Год назад +13

    Fvrt couple asile.. ktha bur bor dukh lagise... Parile duyu buja Buji hoi lwk plz🙂

  • @srikantasingha5645
    @srikantasingha5645 Год назад +4

    Mayur da aponar kotha bilak bhal lage bohut...hoday ane k thakiba dada bhal lage,from Bongaigaon 👍

  • @nbsvlogs2407
    @nbsvlogs2407 4 месяца назад

    Angurlota Baa, Abar Ai Manuhjanar Kotha Xunak... Adin Beyakoi Postaba Apuni

  • @iamrajbongshi8228
    @iamrajbongshi8228 Год назад +5

    শৈশৱৰ প্ৰিয় অভিনেতা জন। খুব সহজ-সৰল মানুহজন ।

  • @papukutum5433
    @papukutum5433 Год назад

    Maiki mtai 4 bsr ktha napatile... Mane last stage paise aru tahtr biyar..... Divorce r fale gti krise... Xeikrne politician maiki biya ptb nalage

  • @daywithjyotishna525
    @daywithjyotishna525 Год назад +6

    Bohut dinor pist dadak dekha palu vl lagile ❤️❤️

  • @jyotishmandeka8376
    @jyotishmandeka8376 Год назад +32

    এজন ভদ্ৰ আৰু ভাল মানুহ 😌 ভাল লাগিল ।। বাকি দুয়ো জন একেলগে থকাতো বিচাৰোঁ 🙏😌

  • @banditarajbongshi5027
    @banditarajbongshi5027 Год назад +5

    Bohut beya lagise akash da plz apunalouke akow agor dore family tu dhori rakhok .

  • @dimpiphukonbhuyan346
    @dimpiphukonbhuyan346 6 часов назад

    এই প্ৰয়োজনতকৈ বেছি পালে । সেইকাৰণেই দাদাক পাহৰিব পাৰিছে ।।

  • @ajahersultana2981
    @ajahersultana2981 Год назад +1

    4 yr hoi gol log nupua thn aitu kneke thakibo relationship Tu.......jiman bg thakilau husband wife imn din distance t nathake..... Iyat nissoi kiba reason ase... I think

  • @nityagogoi3903
    @nityagogoi3903 Год назад +2

    ইমান মহান মানুহ মাজতো গন্দগোল হয়। আমাৰ নো কি

  • @jurigogoi4387
    @jurigogoi4387 Год назад +2

    Val lage akash dada tumak bohut , akha koru tumalukok joldi akeloge dakhu angurlota baa logot . And manuhe nojona nuhunakoi ena ja ta kotha uliyai thake folot balagor relationship t problem hoi . View paboloi balagor relationship k loi khela nokoribo . Koi disu RUclips channel burok Kam nai jodi haga Muta video dibo balagor parsonal kotha ena uliyai nathakibo 🙏 bohut problem hoi parsonal life t so nokoribo tanakuwa Kam .

  • @Niveditaeasyfood
    @Niveditaeasyfood Год назад +10

    Down to Earth Akashdeep Da....

  • @rulideka6859
    @rulideka6859 Год назад +7

    Bohut Janibo mon asil hosa kotha bur... Valei korila mayur da Video2 di💕💕

  • @NikuKalita-t9n
    @NikuKalita-t9n 4 месяца назад +1

    Mat2 ki hl

  • @tayungomme6414
    @tayungomme6414 Год назад

    Akash da r kothabur huni montu beya lagise.vogobane hokolu thik kori diyok.

  • @mouchumidaimaryrabhavlog290
    @mouchumidaimaryrabhavlog290 Год назад +7

    Bohut Janibo monasil 🙏sir apunar kothabilak bohut vallagil 🥺vakha nai koboloi god bless you sir 🙏🙏🙏

  • @BiplabiMudoi298
    @BiplabiMudoi298 Год назад +4

    বহুত বহুত বেছি ভাল লাগিল ভিডিওটো চাই 💞💞Love from Majuli ❤️❤️

  • @BH5701
    @BH5701 Год назад +9

    Val lagil Mayur da apunar bohut talent ase ❣️ love you akhash da 😘

  • @LixEleven
    @LixEleven 2 месяца назад

    Akash deep dadar pora ami cd sabo start korilu... moromjan❤

  • @JugalKishor001
    @JugalKishor001 Год назад +11

    আকাশ দা বহুত সহজ সৰল মানুহ হয়।
    ভগৱানে তেখেতক সদায় ভালে ৰাখক

  • @gogoimithu
    @gogoimithu 4 месяца назад

    Gentle man dui jonor kotha huni bhabi su ,so called modern axom or tv knenekua.

  • @sumiakhtara7556
    @sumiakhtara7556 Год назад +1

    একেলগে নাথাকে বুলি আজিহে গম পালো

  • @paporiphukan7543
    @paporiphukan7543 Год назад +7

    আকাশদীপ দাৰ মুখৰ হাহিটো বিষাদ ভৰা😞😞 যিমানে ব্যস্ত থাকক, ৪বছৰ কৈ আঁতৰি থাকি কেনেকৈ আঙুৰজনীয়ে হাঁহি নাচি থাকিব পাৰে আচৰিত!! সংসাৰ এনেকৈ নচলে, divorceহোৱাতকৈ বেয়াহে তেন্তে সম্পৰ্ক টো।

  • @dipankorsarmah5276
    @dipankorsarmah5276 Год назад +2

    বহুত কন্দিলো আপোনাক দেখি। বৰ ধুনীয়া অভিনয় কৰিছিল।

  • @ManikabarmanMm
    @ManikabarmanMm Год назад +6

    কথা বোৰ ইমান গহীন আই ও ❤️❤️❤️❤️❤️

  • @MH-fn6dh
    @MH-fn6dh Год назад +11

    Akash da go ahead and best of luck for your bright future

  • @bhabojan
    @bhabojan Год назад +4

    আকাশদা আপোনাক মন মাৰি থকা দেখিলে একেবাৰে বেয়া লাগে ।

  • @hirakjyotidutta7515
    @hirakjyotidutta7515 5 месяцев назад

    Ki janibo loga kotha eitu mane... Examt ahibo nki...
    Fotua..

  • @nibirhazarika719
    @nibirhazarika719 Год назад +20

    Love From Moran #BrotheR🔥 Unique View 🪟

  • @SANTENGA
    @SANTENGA Год назад

    Apunak bor Val lage..kothabur bixadere bhora

  • @nabamonisha3385
    @nabamonisha3385 Год назад +2

    Manuh iman time r avab nahoi jiman buzy holeo .anekoi atori thaka buli jani dukh lagil.

  • @kdstudioaxom
    @kdstudioaxom Год назад +8

    Akash daa Jindabad ✊❤️🥰🥰❤️

  • @tribenisonowal9300
    @tribenisonowal9300 Год назад +31

    বহুত ভাল লাগে আকাশ দাক... ❤️❤️❤️

  • @bharatichetia1641
    @bharatichetia1641 4 месяца назад +1

    Ai fal2 kotha bilak Jani aamar ki laav

  • @গাঁওলীয়ালৰামইনলবাৰীৰ

    Nakaw aru angur lotar kotha politics korile j kholoni habai

  • @jintudas5087
    @jintudas5087 Год назад +7

    Bahut down to earth hoi.. Akash daa bahut vodro hoi manuhjon

  • @birbalray9763
    @birbalray9763 Год назад

    Oi mayur daa apukan kin2 biswas kora nejay dei karon prank besi kora je ?

  • @gautamdeka4345
    @gautamdeka4345 Год назад +24

    পৰ্বতৰ ঢেঁক-ঢেঁকীয়া গানটো বহুত মনত পৰে ৷

  • @faijurrahman3201
    @faijurrahman3201 Год назад +1

    আকাশ দাক বহুত ভাল পাওঁ তেওঁৰ অভিনয় চাই ডাঙৰ হলো.মানুহজন সহজ সৰল.তেওঁৰ মনত বহুত দুঃখ আছে.তেওঁ নকলেওঁ ৰাইজে চেহেৰাটো চাই বুজি পাইছে.

  • @ripumonipatar4416
    @ripumonipatar4416 3 месяца назад

    Vall lagil .xorute bukusat uthisilu ....xura.hoi mur....

  • @TL-PAPU
    @TL-PAPU Год назад +2

    আকাশ দা পুনৰ অভিনয়ৰ জগতত আহিবনে ?

  • @nobanitadeka1130
    @nobanitadeka1130 Год назад +37

    শৈশৱৰ প্ৰিয় অভিনেতাজন ❤️

  • @kamalnarah4954
    @kamalnarah4954 Год назад +10

    মোৰ অতিকৈ প্ৰিয় অভিনেতা আকাশ দা
    আপোনাৰ সহজ সৰল কথাবোৰ শুনি ভাল লাগে !!

  • @Masang_bk
    @Masang_bk Год назад +4

    All time favourite ❤️ প্ৰথম গানৰ ভিডিঅ' আকাশদ্বীপ দাৰ চল গৰী।

  • @rubihazarika992
    @rubihazarika992 Год назад +5

    Mur Bor dukh lagil ...Val houk .

  • @sayanikabora4132
    @sayanikabora4132 Год назад +1

    Emn khula ke koise kthabur vl lgise....agurlota baidew bor ohonkhari hoi ....akash da mont bht...dukho ase..kthaburt gm paisu

  • @NNG-SINGER
    @NNG-SINGER 6 месяцев назад

    ভৰি পিচল খালে------------।মন ভাঙিলে পেলাই দিব পাৰিবা জানো ?

  • @hirakjyotidas8249
    @hirakjyotidas8249 Год назад

    Kiba aibur kotha dekhi xosake shocked hoisu..firstot Nayan nilim da atia Akashdeep da..xorukalor xei hahi furtit thoka favourite actor dujon xomoyor gotit jen herai goise priyojonor valpua bisari🥺😢..Enekua lagise teolokor logot amiu jen herai pelaisu xei tahanir vcd r modhur Smriti bur😢..mon goise xei dinbur ghurai paboloi..