বাৰ্তালাপত আজিৰ অতিথি চক্ৰপাণি পৰাশৰৰ সৈতে আকাশ দ্বীপ ||baartalaap||
HTML-код
- Опубликовано: 16 авг 2021
- আঙুৰলতা হৰাৰ কাৰণ কি আছিল? দুটাকৈ কেলেংকাৰীত নিজৰ নাম সাঙোৰ খোৱাক লৈ কি কয় আকাশ দ্বীপে? নিৰ্বাচন খেলিলে কোন দলৰ পৰা টিকট বিচাৰিব তেওঁ? বাৰ্তালাপত আজিৰ অতিথি চক্ৰপাণি পৰাশৰৰ সৈতে আকাশ দ্বীপ
#Akashdeep
#angurlatadeka
#ChakrapaniParashar
#Baartalaap
#Assam
Akashdeep interview with Chakrapani Parashar
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
আপোনাক বহুত দিনৰ পিছত দেখিছোঁ পৰাশৰ দা , আৰু অনুষ্ঠানটো সচাকৈ বহুত ধুনীয়া লাগিছে
বাৰ্তালাপ সুন্দৰ এটি মনোমোহা মনোৰম অনুষ্ঠান
ভাল লাগিল চাই দুগৰাকীকে অন্তৰ পৰা যাচিছোঁ
হিয়াভৰা আন্তৰিক অভিনন্দন শুভ কামনা ৰে অশেষ ধন্যবাদ।
ৰাইজৰ টকা খাই খাই একদম নোদোকা গাহৰি হেন হৈছে।
Hosai
Beleg diso viii
Ha ha
😂😂😂👍👍👍
Amarawati playground t 9 lakh toka marile fild khon borbad korile
I am from Batadrava (Borduwa) Constituency . But I still remember Akash as a good actor. I remember watching the 'Jaanmoni' and 'Chal gori' in my college days.
চক্ৰ দা আপোনাক বিছাৰি FB ত Post দিম ভাবিছিলো।ভাল লগা সাংবাদিক জন ❤️❤️
আকাশ দা ক হাৰিব নালাগে সদায় আগুৱাই যাওক।
মোৰ দুয়ো জনকেই ভাল লাগে।
আকাশদ্বীপ দা ক সেই চলগৰী দিনৰ পৰাই ভাল লাগে।
মোৰ পূৰ্বৰ প্ৰিয় অভিনেতা জন আকাশ দা ❤️ আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলো 🙏
Bhabi asilu manuh jon kole gol kihot eman busy ase, aji bht dinr murt dekhilu aponar joriyote..val lagil ,ru teo jate hunkale hustha hoi uthe tarei kamona korilu vogobanor usorort🙏
ফিজিওথেৰাপি নিয়মীয়াকৈ কৰি থাকক৷সােনকালে সুষ্ঠ হৈ উঠক তাকেই কামনা কৰিছাে৷
প্ৰিয় অভিনেতা মোৰ সঁচাই 😌❤️❤️❤️❤️❤️
May God bless you.... Akash da.
তেওঁ যে আকৌ অভিনয় কৰিব সেইটো শুনিয়েই ভাল লাগিল ❣️
God bless u 🙏🙏🙏
জিম জাব দা কস্ত কৰিব ভাল সু স্বাস্থ্য আৰু ভাল শৰীৰ আকষ্ নীয় হৈ থাকিবলৈ
বেয়া নাপাব পৰাশৰ দাদা,
অভিনেতা ভাল পাওঁ কিন্তু ৰাজনৈতিক নেতা ভাল নাপাওঁ তাতে আকৌ অভিনেতা ৰাজনৈতিক নেতা হোৱাৰ কথা একেবাৰেই সহ্য কৰিব নোৱাৰো।
আমাৰ পাপু (আকাশ) দা, সোনকালে সুস্থ হওঁক আৰু অভিনয় জগতলৈ পুনৰ ঘূৰি আহক । God bless u dada..🤗
সুস্থ - গঠণাত্মক চিন্তা ধাৰাৰ এক সুন্দৰ অনুষ্ঠান ।
God bless you 🙏🙏🙏
দাদাৰ খবৰ টো বহুত আগতে পাইছিলো, আপোনাক এনেদৰে সুস্হ অৱস্হাত দেখা পায় ভাল লাগিল , ❤️
মই এটা কথা বুজি নাপাওঁ আগৰ অসমৰ একাংশ অভিনেতা অভিনেত্রীয়ে নিজৰ স্বাস্থ্যটোৰ প্ৰতি গুৰুত্ব কিয় নিদিয়ে । সকলো বুলি ক'ব নোৱাৰি, তাৰ ভিতৰত ৰবি দা, বৰষা বা, আইমী বৰুৱা, নয়ন নীলিম এওঁলোকৰ কথা সুকীয়া । কাম কামৰ জেগাত থাকিব । স্বাস্থ্যই পৰম সম্পদ । 👍
আকাশ দা প্ৰতি ঘৰ চাহ শ্ৰমিকৰ হৃদয়ত আছে, আছিল আৰু থাকিব। আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলোঁ ভগৱন্ত প্ৰভূৰ ওচৰত ককাইদেউ।
Wish you always good health Akash Da.....Stay blessed👍👍👍
Nice ,god bless you
One of the beautiful talk😊🥰💜true emotions
Akash dak dekhi khub bhale palu,bemarar Katha khuni he dhukh palu.Akash da Jen jaldi arogyo kamona korilu.And Sakro da long live,bartalaap long live
কৃষ্ণ, ভগবন্তই কৃপা কৰক আপোনাক
ভাল লাগিল। আপোনাৰ সুস্বাস্থ্য আৰু আৰোগ্য কামনা কৰিলোঁ।
Nice🙏
Val loga ovineta jon mur 💕💕💕💕
আজি মোৰ ভাল পোৱা মানুহ জনক দেখা পালো ।❤️
চক্ৰ দা❤️❤️
God bless u
দুখীয়া টকা খাই খাই এই বিলায় হল ।
Right 👍
হয়তো
God bless you
ভাল হৈ আহ।লেট্ৰিনৰ টকা খাব লাগিব।
Alop sambhali kobi
My favorite Actor ✨🍁💖
ভাল লাগিল
Bhut val lagil
❤️❤️🔥🔥💕💕
আকাশ দ্বীপ তুমি অভিনয় জগত খনতে । থাকা বহু ত ভাল লাগিব অভিনয়ৰ পৰা আকাশ দ্বীপ সকলোৱে চিনি পায় গতিকে অভিনয়ৰ জগত খনতে থাকা👍❤
Letrin চুৰ টো নহয় জানো
Hoi hoi
Ama fildo 9 lakh toka lutile
@@rajudrivinglover2109 ghur durniti aru biht ustadi manu amar usr he ghr
Agote Assamese movie suwa bilake janibo .....mur kun2 favourite actor ❤️ Akash daa
সমষ্টিৰ মানুহৰ টেঞ্চন বোলে 😂😂😂😂😂😂
God bless u 🙏🙏🙏🙏🙏🙏🙏🙏
Chakrapani sir u r always loving for me..
Kinto interview loa manuh jon ...k he sini napaloo..
Good helth ৰ কামনা কৰিলোঁ
❤️❤️❤️thanks you sir
সোনকালে সুষ্ঠ হৈ উঠক তাৰে কামনা ৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো ।
জনপ্ৰিয় অভিনেতাজন অভিনেতা হৈয়ে থাকিব লাগিছিল।
Xoru thakote Iman val lagisil ....Akash daak ..atia val nlga hol.....kio anekwa hoi gl...Iman val avinetajon .....belegr nisina maintain koribo lage Alp ....abhinoi Ari beleg dikhe gol kba
Aponi Mur favourite asile, but atia jiman val paisilo tatkoi bohut besi beya Lage aponak, 1st niropekho houk Moi kio xkolouye val pabo, aponar dance Mur favourite asile, babilei Dukh Lage, Agor Akash deep ru atiar Akash deep 😥😥😥😥
ভগৱানে আপোনাক ভালে ৰাখক
Hundr
Love from Mangaldoi.. My Favorite hero
Akash deep amar horu kalor fav hero.chalgori r pora hero loike okol teo re film sai thaku.
Athkhelia namghorot teo okhusto thoka obosthate log paisilu.jen amr sinaki tenedore kotha patisil. Val houk hunkale
Good bless you Akash dada
Blg manuhor interview lbo nuare nkii Chakrapani Daa .. Boht manuh ase,teulukor interview lbosun..sai val lgibo 😌
Nija mati anisa hopai 😂
Hi
View lage
May he get well soon
ধেই আকাখ দ্বিপ দাদা পেটটো তেকেলিৰ ৰুপ লৈছে চোন
Bohut val lage
Samastir manuhor tension.... what a joke 🙄😝😝😝
Everything is possible if pray to god
ভগৱান , আল্লাহ ই ১০০শতাং ভাল কৰক।
Akash da aponar acting sai bhut val lagile. Agoleo val lagibo
agor Akashdeep iman morom loga asil.khin hoi thakute.atia petala hoi eku val nologa hol.
Solgori buli kole xei dhunia lora Tu loi monot pore... Akash deep kiman Or sage crush hoi porisil, but xomoy jen hokolo bor karhi loi jai... So bad...
Homosti mnuhr tensiont pressure stroke ......💃💃💃💃
Dada আপোনাৰ ভাল fnd ...ami ্্ভাল হক সোনকালে
ৰাইজৰ টকা খোাৱা আৰু গম পাবি
অনুষ্ঠান টো কেৱল আপোনাক ভাল লাগে কাৰণে চাইছোঁ ।
চক্ৰ পানী দা আপুনি
আকাশ দ্বীপ, আকাশ দ্বীপ হৈ থকা হলেই ভাল আছিল। মৰম বেছি পালেহয়
আকাশ দা মোৰ প্ৰিয়
এইবাৰ কৃষ্ণ চক্ৰ ঘুৰিল
Address tu synergy imperial...kahilipara
Sobi lage sir
Akash da always God blessing you ❤️
we are Respects too much all of you.....so ,something do.....plz........
ৰাইজৰ টকা খাই খাই পেট ওলাই গল, আৰু আনজনে ৰাস্তাত দৌৰি দৌৰি এতিয়া ভাগৰি গল, হা হা হা , কথাতে কয় নহয় যেনে কৰ্ম তেনে ফল,
সচাকৈ
Sub thak
Mur prio ovineta akash deep .....xonkal a xustho hok tekhet
ৰাজনীতিত নোযোৱা হ’লে ছাগৈ সংসাৰ খনো ঠিকে থাকিলে হয় আৰু দেহাও ঠিকে থাকিলে হয় ৷ প্ৰিয় মানুহবোৰ কষ্টত থকা দেখিলে আমাৰো দুখ লাগে ৷
Jadi moi danger tate baa hl ki but moi uprar maal. Love you zubeen dada ...you always grateful
Vl nlg
চক্ৰ ঘূৰি ঘূৰি এইবাৰ বাৰ্তালাপ পালেগৈ😁😁😁
D news flop hol
মাল টো কম পাই হপাই 😂😂😀
Ghuri ghuri last goi jagai nuhuwa hobo..kiman Aru ghuribo?
সমষ্টিৰ মানুহৰ টেনছন ল’বলৈ ই কোন? বিধায়ক নেকি
😂😂😂
@@rupanjali6258 হয় দেই আচৰিত
Apuni ajon hero apuni nijor fitnessr khyal rakhibo ....weight maintain korok...apunar film bhut bhl laga muk apunar actingu bhut bhal laga .plss tk care of ur health
Chakrapani dada apuni mr crush hy 😘😘
Akash deep dar aru mor dewtar photo assse akeloge uthaaa
Angur tenga
মোৰ ভাল লগা অভিনেতা ❤❤❤
Vl nalage okono akashdeep k... Voice to khuniboly akdom beya hoi... Nijor gun nije gale aneky vl nalage
My hero love you aksh da❤️❤️
Akash da one of my favorite man ❤❤❤
Emn hokot hl o
Agote muku Akasshdeep dar nisina buli koi. Amar usoror gaon khonot teu theatre koribo ahisile. Tetiya bahirot suwali bure teu buli mukei saisile.
My best actor
Moi jab bisaru apunar BARTA LAAP t
Hero returns nahobo .kakar saritro lobo dai.pet tu dekhi voi lagise.,🍉🦂🦟🐜
Nice
Akash da God bless u Album korok
Love you Akash Daa 😍😍😘😘😘😘
Bohut val lage bartalap