Right,Abdul khaleke Kobo bisarise আলি kebol musolmanor h xobdo ba musolmanoke bujai,assomiya xobdor bikhoye knowledge nethakile ji ti koi bitroko sristi kori lav nai🙏
Himantak bhaal treatment karib laage.Dhudor Ali - dhudhe hajichil eaie rasta Namrupor pora gulaghatoloi aashe. Eaiekhon Axom hoay eeyat pothali power nakhate Axom khon UP Bihar nahay, 6 janajaati adhikar diley pothali hekh, North -East zindabad recent recent will be coming good news for North -East. Jay Aaie Axom.
VJP R MANUBILAK KUSH HOBO. KHAI KINBA NA KHAI..MUSOLMAN NAM TU MITISEY..HAITU BHAL. AMAR DESH KON HINDUR RASTROR BARE AGUWAISEY..KARON AMAR NETA BILAKEY KHALEY AMAR KHABA HOBO KARON DESH THU AGUWAISEY. JOY PETUK BABA.
অসমত কোনো ইছলামীক নাম থাকিব নালাগে কাৰণ অসমৰ ইতিহাস ৫০০০বছৰ পূৰণি আৰু বেছি কৈ লাভ নাই ১২২৮খৃ ৰ আগৰ বিলাকহে অসমৰ আচল ইতিহাস ।খালেক মিঞা ব্যক্তি হয় ইমান দামভিকতাৰ কথা কব নালাগে।অসমৰ মানুহে সহ্য নকৰে
অসম বিধান সভাৰ উপাধক্ষ নোমল মোমিনৰ নামটোও সলাব লাগে কাৰণ মমিন শব্দটো মুছলমানসকলে ব্যৱহাৰ কৰা এটা শব্দ 😂😊
R8😂
চাৰি আলি ,পাঁচ আলি বোৰৰ নামো সলনি হব নেকি ?
Hobo
চাৰি বিশ্ব শৰ্মা, তিনি শৰ্মা
😂😂😂😂😂😂@@nabajyotibora124
আপুনি আহোমৰ উপাধিটো নামত লৈ আছে,আহোমৰ বুৰঞ্জীৰ বিষয়ে একো নাজানে।
😅
ধোদৰ আলিৰ নামত অসম বুৰঞ্জী অৰ্থাৎ আহোম সকলৰ স্মৃতি সম্পৰ্ক আছে ইয়াৰ নাম সলনি কিয় কৰিব????????????
Pagol hoise cm mama
আলি মানে কেৱল এটা উপাধি নহয়, আলি মানে ৰাস্তা, পথ, বাট ইত্যাদিও বুজায়।
Right
But amingaon to change koribo lage...hoi ne
বৰ হাহিঁ উঠিল। ইমান নিম্নখাপৰ মানুহ হলে এনেকোৱা মনত ভাৱ আহিব পাৰে
ধোদৰ আলিৰ নাম কিয় সলনি হ'ব লাগে।ইয়াত আহোমৰ ইতিহাস জড়িত হৈ আছে। আলি আৰু আলীৰ পাৰ্থক্য আছে।
Right,Abdul khaleke Kobo bisarise আলি kebol musolmanor h xobdo ba musolmanoke bujai,assomiya xobdor bikhoye knowledge nethakile ji ti koi bitroko sristi kori lav nai🙏
বান্দৰে নাৰিকলৰ মূল্য নাজানে যে।
জালুকবাৰীৰ নাম সলাই দিয়ক। বাৰী মানে মুছলমান শব্দ। বাৰী মুছলমান সকলে ঘৰ বুলিহে কয়।
হিমন্ত পুৰ,,,,,, মুচলিমৰ bari dal ডাঙৰ দেই 😂
@RanjitDas-p8i অসমৰ নামটোকে হিমন্তপুৰ বুলি সলাই দিলে ভাল হ'ব।😂
সমস্যাৰে ভাড়াক্রান্ত হোৱা অসমৰ উন্নতি কৰিব নোৱাৰি এতিয়া ঠাই বিলাকৰ নাম সলনি কৰি ধৰ্মীয় উত্তেজনা বৃদ্ধি আৰু আচল সমস্যা বোৰ আওকাণ কৰাৰ উদ্দেশ্য নেকি?
নাম সলনি কৰাটো হ'ল কিছুমান মানুহৰ বাবে অসমৰ উন্নয়ন।
এতিয়া নাম লৈ ঘৰতে শুই থাকিলে হ'ব।বাহ,বাহ,বাহ, বাকী ইতিহাস হৈ থাকিব।
মই উপাধি বৰা লিখোঁ। গুৱহাটীৰ বৰা গাওঁ টো বদলাই দিয়ক।
আলি ৰ অৰ্থ পথ ৰাস্তা ।এই দৰে অৰ্থ হীনকথা বাতৰি প্ৰকাশ কৰিব নালাগে ।
Right kotha koise apuni
Tumaloke andhovokto je bjp k vote dia
@@JunAliKumarAshique Apuni h sage congress or andho bhokto,xeibabe আলি xobdor ortho nojonakoi khalek dangoriyar arthohin kothat support kori ase😂
মামা ধৰ্মক লৈ ৰাজনীতি কৰা বাদ দিয়ক আপোনাক আৰু বেছি কৈ মানুহে ভাল পাব
কিমান তেওঁ মুখ্য মন্ত্ৰী হৈ থাকিব । 1 বছৰ 4 মাহ আছে তাৰ পিছত তেওঁ নিজৰ নাম ৰাইজে পাহৰি যাব ।
ধোদৰ আলী নহয়, ধোদৰ আলি হে । আলি মানে ৰাস্তা, পথ, পদুলি ।
@@Simanta8707 Right,nojonabure ane Abul tabul koi bitorko sristi kori ase,aixokolor ai xadharon Gyan konu nai ne
কাম আৰু নাই এইজনাৰ! পাৰিলে নিজৰ নামো সলাওক..
অসমৰ বহু কীৰ্তিচিহ্ন বা প্ৰাচীন ঐতিহ্য মুছলমান খনিকৰে বনোৱা আৰু মোগলৰ শিল্প কলা পৰিস্ফুট গতিকে সেই সমুহ ঐতিহ্যমণ্ডিত সম্পদ কি কৰিব???
নিলাজক লাজ দি লাভ নাই।
😢Nam soloni kori deveolp nahoi
Why are you tensed . Let CM mama do what is good for Assam.❤❤
HBS Or Ji Isa Ase koribo Diyok karon aru next CM tu nohoi tekhet
🙏
বাইহাটা চাৰিআলি, বেলতলা চাৰিআলি, এনেকুৱা বহুত চাৰিআলী আছে গুৱাহাটীত😅😅😅😅
good step
এ ই য়ায় অসমৰ উন্নতি,
Karimganj jinda baad
আলি কেৱল এটা উপাধিয়ে নহয়, আলি মানে ৰাস্তা, পথ আদিও হয় কিন্তু।
Right,আলি=পথ আলী=মুছলমানৰ উপাধি, খালেক ডাঙৰীয়াই কথাটো নেজানে যদি অলপ জানি লব।
@Assameseofficial-hq2ul নাজানে সেই মিঞাজনে
আলি আলী ৰ মাজৰ পাৰ্থক্য বুজিবলৈ আকৌ phd লওক
Right koise dada
হেমন্ত ই বাপেকৰ সম্পত্তি বুলি ভাবিছে যি মন যায় তাকে কৰিব
তিনি আলী, চাৰিআলী, পাঁচআলী এইবোৰ মুছলমানৰহে শব্দ । এইবোৰ সলাই দিব দেই চাৰ । পাৰিলে ভাৰত বুৰঞ্জীত, অসম বুৰঞ্জীত থকা মিঞাঁ মুছলিমৰ নামবোৰ সলনি কৰি পেলাব নতুবা মিঞা-মুচলিমৰ নাম থকা বুৰঞ্জীবোৰ আঁতৰাই আপুনি নতুনকৈ এখন লিখি দিব । 😂😂😂
আলি , আলী , এই দুটা শব্দ বেলেগ বেলেগ অর্থ হয় ।
বিজেপি চৰকাৰ থাকিলে অসমৰ নাম সলাই দিব,
তিনি আলী চারি আলী বিলাকর নাম কি হব মুখ্যমন্ত্রী ডাঙ্গরিয়া
আলি means road 😂
আলি=পথ,ৰাস্তা আলী=মুছলমানৰ উপাধি আলি=পথাৰৰ আলি
এই বোৰ কৰিলে অসমৰ উন্নতি হ'ব
ধোদৰ আলি লগত অসমৰ ইতিহাস জড়িত হৈ আছে। আলি শব্দটো তাঈ ভাষা শব্দ অসমীয়াত ৰাস্তা বুলি কয়।
সাংবাদিক সচাঁই সাংঘাতিক,comment Box ৰ ৰাইজ comment এটা কৰাৰ প্রথমে Video টো সম্পূৰ্ণ কৈ চোৱাটো উচিত, কিয়নো ধোদৰ আলি কথাটো বিপৰীত পক্ষৰ মানুহে য়ে কথাৰ মাজলৈ টানি আনিছে।
ধোদৰ আলি নামটো কিয় সলাব??? 'ধোদৰ আলি ' নামটো বুৰঞ্জপ্ৰসিদ্ধ নাম। আলি মানে ৰাস্তা, পথ । এইটো মুছলমান সকলৰ উপাধি বুজাব বিচৰা হোৱা নাই।
ধোদৰ আলি (আলি মানে বাট পথ বা আলি পদুলি ) কিন্তু আমিনগাওৰ নাম সলনি হব পাৰে |
মজা
Ki jea hobo Mentelly hall, duniwa num karimganj dist,atia ki hall
আলি মনে রাস্তা ইয়াত কনো
আমাৰ ল'ৰা ছোৱালী সোধে ধোদৰ আলিৰ নামতো কিয হল নাম ঘৰৰ লাই খুতা নাম তো বদলাব নি লাই খুতা নামতো কেলৈ হল
এইটো ইছু লৈ আরু কেইদিন মান রাজনীতি চলিব
নাচিব নাজানিলে ছোটাল খন টেরা সিএম ফালতু সিএম আসাম
Dhudar ali r name change nokoribo please
Narrow minded cm only changing name doesn't mean that Assam a developed assam
ধুদৰ আলি আহোমৰ ৰজা দিনৰ সলনি নহয়
Moza
১০০/ৰাইট কৈছে
পাগল হ’ল হিমন্ত ডাঙৰীয়া 😂
মহম্মদবিন টোগলকৰ চৰিত্র দেখা দিছে
Moja sob naam holoni koribo lage poriborton hokoluke lage
হিমন্তগাও হব
Salt,price,is,35Rupes,thatis,devoluped
PachAli Chariali Tiniali Ki Hobo?
Guti lal hobo
এই বোৰে কৰি থাকক আৰুনো কি কৰিব কামতো নাইয়ে এইয়ে কৰি থাকক কামনো কি আৰু
সলনিহলে ভাল
😂😂😂 texpayer money will be used to rename
Vah khub vala akta kaj hor. Development nai r nam bodhliya kitha hoitho. Otha koriya desh ta dhonsho hoijar.
Lakhimpur r Bongalmara r Gaon bur r name bur xholai dekhabo lage
Cm. Go . Back
Ey manuhjon pogola hoi goisehe... koribo lagisil ki aru kori ase ki...
Amar rasta tur nàam dhudorali beya lagibo kintu
Nam change karak
Nam salane Kari paribartan Kari asi assam khan
Bjp is doing dirty politics
26 t cm r nam change kra he ktha atia
Amingaon tu shri ram korib lage
Cm
Himantak bhaal treatment karib laage.Dhudor Ali - dhudhe hajichil eaie rasta Namrupor pora gulaghatoloi aashe. Eaiekhon Axom hoay eeyat pothali power nakhate Axom khon UP Bihar nahay, 6 janajaati adhikar diley pothali hekh, North -East zindabad recent recent will be coming good news for North -East. Jay Aaie Axom.
Poisa collection r val strategy 👏👏👏
Nonsense decision 😂
26 ot by by ta ta himotao bolia
Good
Assamuddin r pora Assam hoisil kijani
Aku nohoy... Nam Bodli Kori.... Documents. Noya.. Banabo. Lagi bo.. R... Mitro... Hokolor.. Toka Jabo..
Onion80/Rupes,that,is,devoluped
Mama e kwa nai ,congress e hain koise ,,,ali mane axomiya t path ba xoru rasta
Dom ase jodi kori dekhak
Yogi k copy Kori lav nai . Yogi dore Sarada Babu ketie hobo nuare
Vut kaita lgbo na anakoa kri s lb aro 😅 blg ki krbo aro.... Unnoti name t ako to nai a 😅😅
Mama. Ginda bad
Tini ali ,4 ali ..aibur o korok
VJP R MANUBILAK KUSH HOBO. KHAI KINBA NA KHAI..MUSOLMAN NAM TU MITISEY..HAITU BHAL. AMAR DESH KON HINDUR RASTROR BARE AGUWAISEY..KARON AMAR NETA BILAKEY KHALEY AMAR KHABA HOBO KARON DESH THU AGUWAISEY. JOY PETUK BABA.
Sri bumi ata dist hall nekiaru num nai neki haru loraou hahibo huni
Manokhik Rugot akranto hoise olp laj bula bostu nai
Kisuman apaprasar kori lav nai miya .
Jai shree ram
Srinagar holoni hoi mehboob nagar Anantanag holoni hoi anwar chowk hobo jen lagise. Badarpur holoni hoi sandillo hobo.
Eku nai ji mon jai take korok dia sobe janu je lonkat June jai teu e bule rabon hoi eku nai akou sorkar kholoni hobo ako thik hobo
bandorami t distinction pale himontoi
Osomor.namtuke.soloni.kori.mamai.notun.nam.diok.bikas.bohut.hol.
অসমত কোনো ইছলামীক নাম থাকিব নালাগে কাৰণ অসমৰ ইতিহাস ৫০০০বছৰ পূৰণি আৰু বেছি কৈ লাভ নাই ১২২৮খৃ ৰ আগৰ বিলাকহে অসমৰ আচল ইতিহাস ।খালেক মিঞা ব্যক্তি হয় ইমান দামভিকতাৰ কথা কব নালাগে।অসমৰ মানুহে সহ্য নকৰে
good speech sir
Himo sala, talu cm.
Raj 😂
😂😂😂😂😂😂😂😂
😂😂
aitur kla ru Kam nai ni,
Faltu
😅😅😅😅