Aasu t ajon frist timeer babe vl president ahil Jen lagise aru secretary jon xolabo lage kam ny tar raijr mon joy kribo noware , tatkoi sankorjoyti a thik
Tmi ki krisa sanda tuli furat koi kheti kra jodi LLM kri bekr hoi asa, khati khuwa manuhok tohoti kukur bilakk e luti aso.,বাবা এখন state ত কেৱল চৰকাৰে চাকৰি দি নিৱনুৱা সমস্যা সমাধান কৰিব নোৱাৰে এনেকৈ হলে ২০৩৫ চনলৈও এবছৰত যদি এক লাখ চাকৰি দিয়ে তেতিয়া ও শেষ নহব, আমি খাতি খোৱা মানুহ agricultural revolution lagibo, tohoti কি ডাল কৰিছ সৰু সৰু student's burok front di tohoti pasfale thaki আন্দোলন কৰ। তহঁতে অসমীয়া নৱপ্ৰজন্মক শীতল ভাৱে বিপথে পৰিচালিত কৰি জাতিটোক পংগু কৰিব বিচৰা বিভীষণ স্বৰুপ সংগঠন তহঁতে কেৱল ব্যক্তিগত আশা-আকাংখ্যা পূৰণ কৰিব বিচাৰ। তই নিৱনুৱা সংগঠনৰ হে সভাপতি 😂😂😂😂😂
হ'ব দিয়ক আপোনাৰ টোৱে শুদ্ধ......চৰকাৰে যিয়ে কৰক, ভালেই কৰক বা বেয়াই কৰক, আমাৰ অসমৰ দ'ল সংগঠণ বোৰৰ গাঁৰ ফাটেই...নিজেটো একো কৰিব নোৱাৰেই মোটা অংকৰ কিবা এটা ধৰাই দিলে আকৌ ঠাণ্ডা হৈ পৰে ।
জীৱনত মেট্ৰো ৰেল অসমত নহয় ,জীৱনত অসমত ৰাস্তা ঠিক নহয়। ৰাস্তাৰ নাম সলনি হব
কৃষি আৰু শিক্ষা স্বাস্থ্য আৰু নিবনুৱা সমস্যা সমাধান প্ৰয়োজন ।
অসমৰ নামটো সলাই বেংগল2 কৰিব যেন পাইছোঁ।
এতিয়া কিছু নিম্ন মানসিকতাৰ মানুহ আহিব তেওঁলোকৰ নিম্ন চিন্তাধাৰা দেখুৱাবলৈ। ধৰ্মৰ লগত খেলা নকৰিব অন্যথা ই অসমক এদিন আংশিকভাৱে ধ্বংস কৰিব. ধন্যবাদ
ইতিহাস ক্ষমা নকৰিব দেই
Good And Right
Thik koisa. Thanks.
সুন্দৰ মন্তব্য। এই বিজেপি চৰকাৰখনে অসমৰ নামটোকে বদলি কৰি দিব।
মোৰ মনৰ দৃষ্টিৰে-----------যি কম সঁচা কম ।---------কাম নাই আৰু যি বোৰ কাম কৰিব নেলাগে তাকেই কৰি থাকে । নাম সলনি কৰা মানে চৰকাৰৰ খৰচ বঢ়া । ৰাইজৰ হাৰাশাস্তি হোৱা কিয়নো চাটি' ফিকেট, অনান্য কাড' সমূহৰ নাম কি হব । সকলোবোৰ দিশ চাব লাগে কিবা এটা কাম কৰা ৰ আগতে ।
Val kotha koise dada
মুখ্য মন্ত্ৰী নিজস্ব একো নাই ,কেৱল আনৰ অনুসৰণ ,আৰু নকল।
প্ৰতি সপ্তাহৰ কেবিনেটত ইয়াৰ বাহিৰে কি সিদ্ধান্ত হব পাৰে
Mama interested only name change and fly over construction...
Right kotha
সুন্দৰ যুক্তি পূৰ্ণ কথা.... নিবনুৱা সমস্যা সমাধানতহে চৰকাৰে গুৰুত্ব আৰোপ কৰক..…নাম সলালে ৰাজ্য খনৰ উন্নতি নহয়
100% correct saying.
You are right
নাম যদি সলনি কৰিব লাগে ঐতিহাসিক পটভূমিত কৰক---কোচ আহোম কছাৰীৰ শাসন আছিল বৰাক উপত্যকাত
💯 right
100% agreed
You are Right 👍.
চৰকাৰ পৰিবৰ্তন হলে পু নৰ আগৰ
নাম দিব
বিজেপি চৰকাৰে নাম সলাইছে,অইন দলৰ চৰকাৰ আহে তেন্তে তেওঁলোকেও অইন নাম সলনি কৰিব, আকৌ আন দলৰ চৰকাৰ আহিলে ,নাম সলনি কৰিব, এইবিলাক ল'ৰা ধেমালিৰ লেখিয়াৰ দৰে নহয় নে?শোকোতাত 'হেৰি' পেলাই বিচৰাৰ দৰে কাৰবাৰ ।
Right 👍 dada
right 👍
Right 👌💯
Right bro
মানুহজনৰ মাথা পাগল হব আৰু দেৰি নাই.
Thanks utpol sharma.
Good good dada
কৃষি পথাৰত জলসিঞ্চন ব্যৱস্থা কৰিবলৈ কওক । বৰ্তমানৰ যান্ত্ৰিক যুগত ওপৰলৈ চাই চাই খেতি কৰাৰ দিন উকলিল !
নাম সলালে কিজানি ঠাই দূখৰ উন্নতি হৱ চাগে।
Right 100%
এতিয়া যিমান পাৰে বকি থাকক
আছুৰ পৰা পেন্সন লোৱাৰ পিছত আকৌ BJP তে আহিব
ধন্যবাদ
Absolutely right
Perfect speech.
নাম সলনি কৰাটো ডাঙৰ কথা নহয়, নাম সলনি কৰাৰ ফলত ১২ লাখ মানুহে নথি পত্ৰ ঠিক কৰাৰ ক্ষেত্ৰত কিমান হাৰাশাস্তি হব এইয়া ভাবিব লগা কথা
এ জে পি ৰ দুৱাৰ খোলা আছে, ২০২৬ৰ আগত আহিলে লুৰীনে এজন সহযোদ্ধা পেৱাৰ লগতে অকণ সকাহ পাব!
আছুই এবাৰ গৈ কৰিমগঞ্জত জয় আই অসম কৈ দিলেও মই ভাল পালো হয়। যি কাম আছুই কৰিব নোৱাৰিলে অগপ ই কৰিব নোৱাৰিলে সেই কাম হিমন্ত দাই কৰি আছে। সেই কৰনে কিছুমানৰ জলিছে
Right..
Commission cm
প্ৰতিক্ৰিয়া দিবলৈ এইটো কোন হয়।
তহঁতে এটা সময়ত কিমান তেজাল ডেকাক মৰিবলৈ এৰি দিলি।
তহঁত মানুহৰ ৰূপত দানৱ।।
Vl lgil anekua leader lage aamak
আজি সমালোচনা কৰি কালিলৈ যোগদান কৰি আকৌ একেখিনি কামকে সমৰ্থন কৰিবি।সমালোচনাৰ জানো অৰ্থ থাকিব।
Tr mane ki khomalusona koribo nelagisil neki bondhu aji khmalusona tu korise no apuni jiye vhabe take likhok bat you are also right welcome
সঁচা কথা কৈছে আপুনি
Very nice 👍👍 bhai
দম আছে কাজি ৰঙা বদলাই দিয়ক কাজি মানে মুছলিম নাম ৷
Right👍
বিজেপিয়ে অসমৰ নাম সলনিৰ কিবা গ্ৰ্যাৰেন্টি আছে নেকি?!😅😊😊😊
RIGHT SPEECH
Right dada
এখেত বেচি জ্ঞানী!? পয়াগৰাজ কৰিলে ? একেধৰনে কৰিমগঞ্জ নামটো সলনি কৰচে!? ৫হাজাৰ কাৰনে ১১লাখ কংগ্রেস ৰ দিনত চা কৰি বেচি ভাগে ঘোচ দি লৈছিলে।
Right Speech
আপুনি যিটো কাৰখানাৰ সামগ্ৰী , সেইখন কাৰখানা সামগ্ৰীৰেই চলি আছে চৰকাৰ তথা বিজেপি। আপুনি যিয়েই নকওঁক এদিন হ'লেও মুখ্যমন্ত্ৰীক সমৰ্থন কৰি পিছে পিছে ঘুৰি ফুৰিব সেয়া সময়ৰ আহ্বান
😂😂😂😂😂😂right
Name kholale vaggo poriborton nohoi . Vaggo poribeton koriboloi hole cesta aru kostor proujon.
Mojave.
Good 👍
Veery good
কৰিমগঞ্জ নহৈ লক্ষ্মনগঞ্জ হব লাগিছিল। ৰাম ৰহিম দুয়োটা বাছিল হৈ!!!! 😅
✊
শ্ৰী ভূমি জিলা
❤
Moja dise
Right now
Right
Thank you sir apuni ajon val kotha koisa
নাম সলাই অসমৰ কোনো উন্নতি সাধন নহয় অসমৰ মানুহে বুজি পাবলৈ অনুৰোধ জনালো এই বোৰ নাটক দুৰ্নীতি ভ্ৰষ্টাচাৰ ঢাকিবও নোৱাৰি এয়া এক ৰাজনৈতিক পৰিকল্পিত নাটক
Karim ganjor nam to jubin dar nam ot rakok
Aasu t ajon frist timeer babe vl president ahil Jen lagise aru secretary jon xolabo lage kam ny tar raijr mon joy kribo noware , tatkoi sankorjoyti a thik
বি জে পি ৰ নামটো সলাব নোৱাৰি নে?
Pari. Bahut jutha party
👍
নাম সলনি কৰা পদক্ষেপটো এটা ভাল পদক্ষেপ মই সমৰ্থন কৰোঁ
Electric bill increasing day by day by APDCL
গালো বালো খুলাকতি। Hi is supremo, no one can bit him.
Sundar
yogi adityanath lite version 🤣❌
Axom nam tu holai u.p koribo lage
Tmi ki krisa sanda tuli furat koi kheti kra jodi LLM kri bekr hoi asa, khati khuwa manuhok tohoti kukur bilakk e luti aso.,বাবা এখন state ত কেৱল চৰকাৰে চাকৰি দি নিৱনুৱা সমস্যা সমাধান কৰিব নোৱাৰে এনেকৈ হলে ২০৩৫ চনলৈও এবছৰত যদি এক লাখ চাকৰি দিয়ে তেতিয়া ও শেষ নহব, আমি খাতি খোৱা মানুহ agricultural revolution lagibo, tohoti কি ডাল কৰিছ সৰু সৰু student's burok front di tohoti pasfale thaki আন্দোলন কৰ। তহঁতে অসমীয়া নৱপ্ৰজন্মক শীতল ভাৱে বিপথে পৰিচালিত কৰি জাতিটোক পংগু কৰিব বিচৰা বিভীষণ স্বৰুপ সংগঠন তহঁতে কেৱল ব্যক্তিগত আশা-আকাংখ্যা পূৰণ কৰিব বিচাৰ।
তই নিৱনুৱা সংগঠনৰ হে সভাপতি 😂😂😂😂😂
❤❤❤
Bjp rss ko bhagao desh bachao
তোৰ নলেজ বহুত কম আছে৷গভীৰ চিন্তাৰ দৰকাৰ আছে৷
🎉 development ar development
Thik ktha koise apni
Actually amar CM Educated person but tar Kam bor sob murkho nichina aru ki ki j dekhibo lagibo
😢
Name xolaise val kotha Axom t axomiya bhakha prabartan karak ak axom ak bhakha hobo lage
ASSAM ===> AXOM
অসম ====> ASSAM ?
Initially sob same asil but China kor pora kot gusi gol.... bt aamr enekuaa politician buror karone atyaaa o bohut pisss pori asu....
Aasu ru val nalga
Hosa kota koise dada
Thik koise dada apuni r dore sob hindu xikito hole axom khan chal hoi jabo ❤
Right kota koise dada
Good job Assam Cabinet ❤❤
Naam holalei ba...imaan gaa jolise kioo
Ekebare thik kotha....orthonoitik unnoti nai, naam holai ki hobo
Apuni ki korile sir Assam r karane konobai jodi kiba Val kamkore aponar aputti ki
Utpal Hussain😂😂😂
At least you are saying the truth,baki hokolu lagi thakok fuloni😂 mana bagisa.....,
That's True.
Bahatt Bangladeshi CAA/NRC't naam nothoka kaitay bahatt utsaho anandha udjapon korise Karmiganjo't jua kali pora.
Nam di kam ki. ...amar devlop lage
Bjp jindabad ❤❤❤
Apuni ketiya BJP t join koribo