Sherman Ali Ahmed News: হ’বলৈ গৈছিল HERO, কিন্তু শ্বেৰমান হ’লগৈ ZERO

Поделиться
HTML-код
  • Опубликовано: 5 янв 2025

Комментарии • 32

  • @M.G.615
    @M.G.615 Месяц назад +7

    মন্ত্ৰী-মন্ত্ৰী-মন্ত্ৰী😅😂🤣অখিল গগৈ ডাঙৰীয়াৰ নিজৰ আসনখন পায় নে নাপায় ২০২৬ ত সেইটোৱেই ডাঙৰ কথা।শ্বেৰমান আলী যিটো দলতেই যোগদান কৰে সেইটো দলতেই বিপজ্জয় নিশ্চিত।
    প্ৰশান্ত দাই ঠিকেই কলে,অখিল গগৈ ডাঙৰীয়াই চিন্তা কৰা প্ৰয়োজন, তেওঁ কেনেকৈ শিৱসাগৰৰ আসন খন তেখেতৰ হাতত থাকে।

  • @monjulaborah8567
    @monjulaborah8567 Месяц назад +1

    লুটিবাগৰ মাৰি থকা মানুহজনৰ কথা নুশুনো । অখিল গগৈ এজন সৎ ব্যক্তি তেওঁৰ ক্ষমতাৰ পিছত দৌৰা ব্যক্তি নহয় ।

  • @pgoswami5378
    @pgoswami5378 Месяц назад +1

    বিৰোধী দলসমূহৰ মাজৰ কিছুমানে চালে কোবাই কথাবোৰ এতিয়াৰ পৰাই কই থাকিলে স্হিৰতা নোহোৱাটো বুজাই এক অবিশ্বাসৰ বাতাবৰণ তৈয়াৰ কৰিব আৰু ৰাইজে সকলো দিশ চালিজাৰি চাই অৱশেষত বিজেপিৰ খুটিহে পূৰ্বতকৈ অধিক মজবুত কৰিব।
    ইমান অত্যুৎসাহী নোহোৱাই ভাল।

  • @UsufAli-yc5ii
    @UsufAli-yc5ii 29 дней назад

    Sharman Ali zindabad

  • @nishantakashyap4942
    @nishantakashyap4942 Месяц назад +2

    অখিলে আৰু ভাল মানুহ নাপায়।

  • @prataprabha374
    @prataprabha374 Месяц назад +3

    সোপোনহে দেখিছে অখিল গগৈ।

    • @pgoswami5378
      @pgoswami5378 Месяц назад

      সপোণবোৰ ফলিয়ালে হিৰো হব পাৰিব। ৰাজনীতিত সপোন দেখা
      এক নিয়ম,কিন্তু সেয়া অপ্ৰকাশ্য হলেহে কামত আহিব পাৰে,লেপলেপাই থাকিলে জনতাৰ
      বিশ্বাস হেৰুৱায়। সপোণতকৈ পৰিকল্পনা ভাল। নহলে সপোণবোৰ দুঃস্বপ্ন হৈ পৰিব পাৰে। লোকসভা নিৰ্বাচনৰ পৰিবেশ আৰু পৰিস্হিতি
      ডেৰ বছৰ পিচত বিধান সভা নিৰ্বাচনত জনতাৰ মাজত একেই নেথাকে।সময়ে তাক সঠিক ৰূপত
      নিৰূপণ কৰিব।

  • @NurulIslam-bn3mj
    @NurulIslam-bn3mj Месяц назад +1

    শেৰমান আলী ডাঙৰীয়া কংগ্ৰেছৰ এজন আৰ্হি আছিল। নামনি অসমত শেষৰ আলীৰ বাবে বদৰ উদিন আজমলৰ জয় যাত্ৰা আৰম্ভ হৈছিল, যেতিয়া শেৰমান আলী ডাঙৰীয়াৰ বুদ্ধিমত্তাক গুৰুত্ব দিয়া নাই এতিয়াই এআইউডিএফ সম্পূৰ্ণৰূপে নিঃশেষ হৈ পৰিছে। এতিয়া নামনি অসমত শেৰমান আলী ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ দল
    ধৰাশায়ি হ'ব লগতে সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক বিশ্বাস নকৰে।যাৰ প্ৰমাণ উপ নিৰ্বাচনত চামগুৰিৰ ফলাফলে বুজায় দিলে। ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে সংখ্যালঘু সম্প্ৰদায়ৰ সমষ্টিৰ পৰা যদি এটা অংশ ভোট কৰ্তন কৰিলে কংগ্ৰেছৰ বহুত ক্ষতি কৰিব। বিজেপি আৰু বেছি শক্তিশালী হব নিশ্চিত ভাৱে।

  • @Babulvillager
    @Babulvillager Месяц назад

    i support Sherman Ali Ahmed he is real leader

  • @nuralom3683
    @nuralom3683 Месяц назад +3

    শেৰমানৰ ৰাজনীতি শেষ হব.2026.

    • @pgoswami5378
      @pgoswami5378 Месяц назад

      তেখেতে ৰাজনীতি কৰি ভাল পায়।

    • @UsufAli-yc5ii
      @UsufAli-yc5ii 29 дней назад

      Toy bal jana

  • @apurbadas4151
    @apurbadas4151 Месяц назад +4

    অখিলৰ ৰাজনীতি অসমীয়াৰ বাবে ভয়াবহ!!
    অখিল বদনতকৈ ভয়াবহ,, কাৰন অসমীয়াৰ এতিয়া জনসংখ্যা গাথনি চালে গ'ম পাই, অসমীয়াৰ ৰাজনৈতিক ভবিষ্যৎ অন্ধকাৰ, অখিলে অসমীয়া সকলক লৈ ৰাজনীতি ন'কৰে, বাংলাদেশী মিঞাক লৈ ৰাজনীতি কৰে!!!

    • @jitendranathsaikia9341
      @jitendranathsaikia9341 Месяц назад +1

      politics of Akhil is not accepted by the indigenous people if he continues to be a leader for Miyas

    • @pgoswami5378
      @pgoswami5378 Месяц назад

      ৰাইজে দেখিছে,দেখি আছে। সকলো গম পাই আছে। নতুনকৈ
      ৰাইজক বুজাবই নেলাগে।ৰাইজেই
      সিদ্ধান্ত লব।

  • @jitusaikia331
    @jitusaikia331 Месяц назад +1

    এই বেপাৰিক দিলে সকলো খতম

  • @bapandeka
    @bapandeka Месяц назад +1

    Akhil nija. Jikana. Nijika

  • @RaniBhuyan-rq8se
    @RaniBhuyan-rq8se Месяц назад +3

    Sherman a misha kuwa nai Akhil gogoi keaimukh sobeai janea ai Rafel 2nd akhil aikeaijonor kotha teaneakuai

  • @alirajib3017
    @alirajib3017 Месяц назад +2

    অখিল গগৈয়ে নিজেই হাৰিব।

    • @pgoswami5378
      @pgoswami5378 Месяц назад +1

      শিৱসাগৰবাসীয়ে তেখেতক বিৰাট ভাল পায়। বহু কামত আগভাগ লৈ
      কাম কৰিছে।

    • @monjulaborah8567
      @monjulaborah8567 Месяц назад

      আমি শিৱসাগৰবাসী হৈ অখিল গগৈকে ভাল পাও

  • @jitendranathsaikia9341
    @jitendranathsaikia9341 Месяц назад +1

    Akhil should try to be a indigenous leader not a leader for Miyas.

  • @RupjoytiGogoi-n3q
    @RupjoytiGogoi-n3q Месяц назад

    Sadiya nm nlbo

  • @RupjoytiGogoi-n3q
    @RupjoytiGogoi-n3q Месяц назад

    Ane klo

  • @AbdulHai-o6w
    @AbdulHai-o6w Месяц назад

    Sa

  • @harendradas-fe8ry
    @harendradas-fe8ry Месяц назад

    It is seen that some leader is hero during a night due to propaganda of some news chennel without their proper sacrifies.At first they should protest against huge price rise atleast in Assam. They should earn capacity to be protested by much public in road against price rise i.e work of public leader, politician,MLA and MP of ruling party or opposition party.otherwise they are vein like Akhil Gogoi and Serman Ali