Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
সেইকাৰণে কংগ্ৰেছৰ এই অৱস্থা , প্ৰতিটো নিৰ্বাচন হাৰে তথাপিও অহংকাৰ নকমে
ভাল লাগিল ভূপেন বৰাৰ কথা শুনি
ভূপেন বৰা আকাশত চাং পটাত ভাল।
সাগৰত চৰকাৰ ঘটন কৰাৰ সপোন দেখিছা নেকি ডাঙৰীয়া।
কমিচনে বৰা নাও বুৰি তলি পালেও টিঙৰ পৰা নানামে। বাৰে বাৰে হাৰিও লাজ নাপায় নে
ভগৱান আছে তহতৰ অহংকাৰী নকমে, কংগ্ৰেছে জীৱনটো চৰকাৰ গঠন কৰিব নোৱাৰে এয়া মই অভিশাপ দিছোঁ,তহত অসমীয়া মানুহৰ আপোন নহয়
বাংলাদেশত যদি কৰিব পাৰে।
অতি দুখৰ খবৰ।
বৰ অথহীন কথাবোৰ কই কংগেছ দলে জিমান হাৰি থাকিলেও পৰিবতন নহয় ।ভুপেন বৰাই মিঞাৰ মোছলীম বোৰ'ৰ ভোট লৈ চৰকাৰ গঠন কৰাৰ সপোন দেখি আছে ।
কংগ্ৰেছ দলে তলৰ পৰ্যায়ৰ কৰ্মী সকলৰ ওপৰতে আশা কৰি নেতা সকলে আৰাম কৰি থাকে । কেবল নিৰ্বাচনৰ সময়ত অলপ দৌৰা দৌৰি কৰে । তেনে দৰে বিজেপিৰ দৰে শক্তিশালী দলৰ লগত যুদ্ধ দিয়া সম্ভব হব জানো?
Right 👍
490dinor pasot Bhupen kokai dokha Ripun kokai r dore hobo..
বৰা দেবে অলপ বেছি কোৱা যেন লগা নাইনে ? অকল মুখেৰে কলে কিন্তু আকৌ একেই দশা হ'ব বুলি বয়োজেস্থ সকলে ক'ব বিছাৰে
😂😂😂😂 ,আৰু 20years বিৰোধীত থাকিব 110%
Congress jindabad❤
Apni e hobo cm
Cong 0000000😂
Mukkhn sai vote lage classroom t
Kam ni okole nuware ,hobun dekhat vl bora
Faltu
সেইকাৰণে কংগ্ৰেছৰ এই অৱস্থা , প্ৰতিটো নিৰ্বাচন হাৰে তথাপিও অহংকাৰ নকমে
ভাল লাগিল ভূপেন বৰাৰ কথা শুনি
ভূপেন বৰা আকাশত চাং পটাত ভাল।
সাগৰত চৰকাৰ ঘটন কৰাৰ সপোন দেখিছা নেকি ডাঙৰীয়া।
কমিচনে বৰা নাও বুৰি তলি পালেও টিঙৰ পৰা নানামে। বাৰে বাৰে হাৰিও লাজ নাপায় নে
ভগৱান আছে তহতৰ অহংকাৰী নকমে, কংগ্ৰেছে জীৱনটো চৰকাৰ গঠন কৰিব নোৱাৰে এয়া মই অভিশাপ দিছোঁ,তহত অসমীয়া মানুহৰ আপোন নহয়
বাংলাদেশত যদি কৰিব পাৰে।
অতি দুখৰ খবৰ।
বৰ অথহীন কথাবোৰ কই কংগেছ দলে জিমান হাৰি থাকিলেও পৰিবতন নহয় ।
ভুপেন বৰাই মিঞাৰ মোছলীম বোৰ'ৰ ভোট লৈ চৰকাৰ গঠন কৰাৰ সপোন দেখি আছে ।