অসমৰ আটাইতকৈ এলেহুৱা YouTuber কোন? "Zerothdrama"
HTML-код
- Опубликовано: 14 фев 2022
- সম্পৰ্কত অংক নেথাকে,সম্পর্কত আবেগ থাকে
আৰু সেই আবেগ পাৰ্ছেণ্টেজত নোলায়...
অসমৰ আটাইতকৈ এলেহুৱা RUclipsr জন কোন?
কিয় তেওঁ নিজকে এলেহুৱা বুলি কয়?
Zerothdrama কি? • প্ৰেমৰ পাকঘৰ ll PREMOR...
বেদব্ৰত বৰাৰ অভিনয়ে আকৃষ্ট কৰিছে।
প্ৰেমৰ পাকঘৰত কি ৰান্ধিছে দেবব্ৰতে ?
ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ বেদব্ৰতই কিয় বাছি ললে RUclips?
বাৰ্তালাপৰ শ্ৰেণীকোঠাত অভিনেতা বেদব্ৰত বৰা।
#zerothdrama #bedabratborah #chakrapaniparashar #baartalaap #youtuber
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
প্ৰেমৰ পাকঘৰ খন কব শব্দ নাই দাদা চুই গৈছে 🔥🔥❤❤❤
বেদব্ৰত প্ৰেমৰ পাকঘৰ
বৰ সুন্দৰ হৈছে ।
ভবিষ্যৎ সুন্দৰ আশা কৰিলো ।
কুকুৰে মানুহক কামুৰাটো নিউজ নহয়, মানুহে কুকুৰক কামুৰাটো নিউজ ❤️
চক্ৰদাক ধন্যবাদ ❤️ আপোনাৰ বাবে দাদাৰ মনৰ কথাবোৰ ৰাইজে গম পালে🥰
এই অভিনেতা জনক মই বহুত ভাল পাওঁ 🥰
বেদব্ৰত দা এজন চিধা মানুহ, তেওঁ যিটো হয় বা যিটো তেওঁ নিজে কষ্ট কৰিছে হেই বাঃ বাঃ কণ হে লব। যিটোৰ তেওঁ অধিকাৰী। আপোনি আৰু আগুৱাই যাওঁক,তাৰেই কামনা কৰিলো।
সন্মুখত ইমান কিজনী ছোৱালী দেখি Nervous যেন লাগিছে,সন্মুখলে চাবই পৰা নাই ভালকে😂😂( Engineering Student ৰ বৈশিষ্ট্য 🤣🤣তাতে Mechanical)
Engineers can do anything in the world accept engineering 😎😎
Guli ✌️🔥🔥
🥰🥰
Bro it's except not accept
@@raktim1306 engineer je
Yup ☺️
Last video bohut ভাল লাগিছে চাই, প্ৰেমৰ পাকঘৰ
bedabrat boraক এজন youtuber বুলি কোৱাতকৈ এজন অভিনেতা বুলি কবছোন। যথেষ্ট ভাল অভিনয় কৰে
😍😍😍 ভাল লগা এজন best short story writer
"সম্পৰ্কত অংক নাথাকে,আবেগ থাকে আৰু আবেগত percentage নোলায়।"
খুব ভাল লাগিল।সততাৰে কৰা কামবোৰ আৰু সুন্দৰ হঁওক।শুভেচ্ছা......
Mojja lagil ekdom khula bedobrot da
Really talented Bedabrat...well done
This guy will create some of the best ❤️
#প্ৰেমৰ পাকঘৰ.... Bht val lagil dada..... Bht mojja story
"Bhal to moi tumake paw, but he is my best friend." This line is epic.
Mohot lukor bani
ভাল লাগিল বহুত
Dhuniya video... Dada jonor video bur vl lage....
ভালপোৱা মানুহজন লগত থাকিলে জীয়াই থাকিয়ে ভাল লাগে দেখোন..❤🌼
বহুত ভাল লাগিল
Bohut besi val lagise sai ♥️♥️ val loga Manuh jon lgt thakile jiai thaki a val lage sun ♥️♥️
Bedabrat borah🙏❤️❤️🥰🥰.. nervous nervous feel eta dekhai...jarie pelai
"Situation in Interview" is the best
Video তো ভাল লাগিল তেওঁৰ video প্ৰায় চাওঁ আৰু আগবাঢ়ি যোৱাৰ কামনা কৰিলো ।
Wawww really talented Debobrato ru logte students also val abhinoy krise 👌👍😘🥰
ভাল লাগে আপোনাক বহুত....
ভাল লাগে অাপোনাৰ কথা বোৰ আৰু আপোনাৰ video বোৰ...
আপোনাৰ প্ৰতিটো video চাই ভাল লাগে..আৰু video বোৰত থাক গান বোৰ মোৰ বহু বেছি ভাল লাগে... আপোনাৰ নতুন video লৈ আমি সদায় অপেক্ষাত থাকো..
আপুনি এনেদৰেই আমাক সুন্দৰ সুন্দৰ video বোৰ দিযাওঁক .....
❤🤗👍
"প্ৰেমৰ পাকঘৰ" মন চুই গৈছে।
Mojahhhh... Tumar video moi khub saw
মিছিং সম্প্ৰদায়ৰ সকলোলৈকে অৰ্নৱ পিগাৰী, যোৰহাটৰ তৰফৰ পৰা আলি আই লিগাংৰ আন্তৰিক শুভেচ্ছা জনাইছো।
Tnq Same 2 You 👍
Tqsm
Tumi aleg morar ne bagh morarr
Dhuniya hoise
Love to see him ❤️
ভাল লাগিল
Manuh jonei comedy lage bedabrata daa 😂😂😁🤣kintu teuk bohut besi bhal lage mur...❣️
Premor pakghor sai bohut val lagil
26 min keneke par hol gome napalu...bohut val lagil sai.
বেদ da always with an amazing short flim and চক্ৰ da always with an amazing interview 😍💕 both are 💛💛
#প্ৰেমৰ_পাকঘৰ,,, ❤❤
Bohut vl lgil alehua dada jn😍😘
Val lagil sai agoloiu aguai jua good bless you ❤️💙👍👌
Bhal lagil SAI....
Hoi tar video bur bht bhal lge ...
চক্ৰ দা আপোনাৰ অনুষ্ঠানবোৰ চাই বহুত ভাল লাগে ❤❤
প্ৰেমৰ পাকঘৰ 🔥🔥
আপোনাৰ বহুত ভাল লাগে
অতি সুন্দৰ
Bedo moja lga vdio sai....
This guy really great...authentic acting...dekhie bhaiti bhaiti lagi goise mane hoie...xodai aguai jua bhaiti...😎best wishes prayers
Anwesha Arpitaleu
prinkal pratyush okkk lagee next Dada ...🥲🤍❣️
আপোনাৰ অভিনয় খুউব ভাল লাগে।আগবাঢ়ক।
আপোনাৰ অনুষ্ঠানবোৰ ভাল লাগে চায়।
দাদা, যদি সম্ভৱ হয় আৰু এটা Microphoneৰ ব্যবস্থা কৰিলে ভাল হয়। Studentবোৰে কোৱা কথাখিনি ভালকৈ শুনা নাপায়।
Bor hundor👍
Val lagil❤️
Val lagil
বহু ত ভাল লাগে ❤️ তোমাক ।
সুন্দৰ💚
Bedo.. tumi really talented,aru bonai jua..scholr pai acting bur vl lage tumar
Val Lage dada বাৰ্তালাপ
🥰🥰vl lgil...dada
Mja
Chankrapani parashar.. Da good process 👍🙏🙏
Vl lagil
প্ৰেমৰ পাকঘৰ চাই এটাই মাত্ৰ কথা শিকিলো ভেন্দি বনালি দেৰি কৈ নিমখ দিব লাগে।🥛🥛🥛🥛🥛☹☹☹☹🧐🧐🧐🧐🧐
Akdom ryt😂
Hi iski cinemat asil kothatu Rani mukherjee
Right
😂😂
Ekdom
খুবেই ভাল লাগিল❤
মজ্জা
প্ৰেমৰ পাকঘৰ🔥🔥🔥😍😍
Video derike ahey kintu dhamaka ahey 🔥🔥🔥🔥🔥🔥🔥😌😌😌😌😌😌
👍👍👍👍
Val lgil sai
Mur favourite ❤️❤️❤️actor 😊😊 sobei hoi mur val kintu yeo ajon val lage ❤️
Such a briliant guy 😍
good shareing 👍
Loved from Biswanath
Bohut val lagil 🤟🤟
Beda... Proud of you bro... Yar.. Bht vl lgse.. Lgtei poha.. Aru lifet tarraki kor yar
Bedor da lgt ovinoi kora khub iszza ase
Mojjjja lagil
Love From Tezpur Dhekiajuli ♥️
Val bostu olop e val 😌💕
Majja 🙏🙏🙏
Bht vl lgil
Best comedy video bonai bhal lage
Kiba ata vl lge🥰
Zeroth dramar hokolu video bht vl lge...🤗
এওঁ লোকৰ video বোৰ ভাল লাগে
চক্ৰ দাদা ভাল লাগিল বাৰ্তালাপ বাকী বেদব্ৰত দা মেইন মানুহ😁❤️ বৰ ভাল লাগিল শেষৰফালে খুউব হাঁহিলো❤️।
প্ৰেমৰ পাকঘৰ খন চাই বহুত বেছি ভাল লাগিছে।
Amar dada jui hoi 😍😍😍😍
Bohut besi val lagil
Fvrt youtuber❤️
Dadak log pai val lagil aji
Vl lgise good job keep ti up
Beda da juii🔥🔥
Love you bedo daa apuni jui 🔥
Premor pakghar 👌❤️
চক্রপাণি দা আৰু বেদ দা 🔥
Soli asa dada akai solisa ..same milisa muru logotu apunar video 2
I love this man ❣️🔥😀
Pemor baghor juii dada🥰❤️🔥
এক ৰাতিত ভাইৰেল প্ৰেমৰ পাকঘৰ ....❣️🥵