তাইক মই কি দিয়া নাছিলোঁ😔কিয় এনেকুৱা কৰিলে তাই!আত্মহত্যাৰ কৰিবলৈ বাধ্য মই

Поделиться
HTML-код
  • Опубликовано: 21 окт 2024

Комментарии • 280

  • @samudrahazarika110
    @samudrahazarika110 11 месяцев назад +111

    সাহসী হোৱা বন্ধু। কি কাৰণে ইমান তেল মাৰিব লাগে? ভগৱানে কৰিলে হেই জনিতকৈও বহুত ভাল ছোৱালী পাবা। এজনীৰ পিছত ইমান পৰিব নালাগে।

    • @rojoniprovabaruah5461
      @rojoniprovabaruah5461 11 месяцев назад +9

      100%

    • @bupdhanbania2131
      @bupdhanbania2131 11 месяцев назад +4

      💯%

    • @RajuKumar-vh6mp
      @RajuKumar-vh6mp 10 месяцев назад +3

      Patarark beymaNey NarijTeetok%biswas
      Koriba nuwari.hat kora95/5 buktavogi.
      Aji kali nari bohurupi .

    • @RitaSarmah-f2o
      @RitaSarmah-f2o 10 месяцев назад

      ​@@rojoniprovabaruah5461অনা অ কি অ'ক অনা

    • @romenjit7549
      @romenjit7549 10 месяцев назад +1

      Ex wife is not perfect for your life

  • @sikhaborah3288
    @sikhaborah3288 10 месяцев назад +12

    বহু ত দুখ লাগিল দাদা। তাই যেতিয়া আপোনাক বুজি নাপালে তাই লগত লাগি থাকি একো লাভ নাই।

  • @durbaphukan2170
    @durbaphukan2170 11 месяцев назад +41

    সঁচাকৈ দেই দাদাজনে বহুত ভাল পায় ।ভগৱানে আকৌ সংসাৰখন মিলাই দিয়ত তাকেই কামনা কৰিলোঁ💚💚💚

  • @anjanahazarika2740
    @anjanahazarika2740 10 месяцев назад +20

    ভাইটি তুমি দুখ নকৰিবা বহুত ভাল ছোৱালী পাবা তুমি মা দেউতাৰ মুখ লৈ চাই চুইচাদ নকৰিবা তাই এদিন অনুতাপ কৰিব তুমি ভালে থাকা

  • @ParnjalSaikia-t3v
    @ParnjalSaikia-t3v 10 месяцев назад +12

    দাদা তুমি ভালে‌ থাকা‌ তুমাৰ এদিন ভাল দিন আহিব তাকেই কামনা কৰিছো ।

  • @BabuBabu-fe2zs
    @BabuBabu-fe2zs 11 месяцев назад +15

    আপুনি ঘৰত নাযাব।। যদি আপুনি কোৱা খিনি সঁচা হয় তেতিয়া টো বুজি পালোঁ যে মেইন কাল পৃত জন মোমায়েক।।। ঘৰত নাযাব আপুনি ৰাস্তা ই পদূলিয়ে যেতিয়া মামা ক জনক পাব এবাৰ ভাল দৰে বুজাই দিয়ক যে এবাৰ মোক কথা পাতিব দিয়ক ভাল ত ভদ্ৰ ভাবে মৰমট কৈছোঁ তাৰ পাছত কোনো কথা নাই বুলি কব।। তাৰ পাছত আপুনি তেওঁ লোকৰ ঘৰ যাব তাৰ পাছত যদি মামাএক জনে উষ্টদি মাৰে ৰাস্তাত ধৰি ভাল কৈ অলপ মৰম কৰি দিব হাতে ভৰি এ।। আৰু সকলোতকৈ ভাল কথা টো কও যে এইবাৰ ভাল পোৱা বাল পোৱা চক্কৰ বাদ দিয়ক।। মদ খৌক ফুৰ্তী কৰক ।।এনেকুৱা এটা ঘটনা হৈ যোৱা পাছত আপুনি পাছৰ সমগ্ৰ কাল চোৱা ভয়ত থাকিব লাগিব মোক আকৌ এৰি যাব নেকি?? হাৰ্ড ৰ বেমাৰ হব এনেকুৱা বস্ত ৰ পৰা দূৰত থকা ভাল

    • @nvnita
      @nvnita 8 месяцев назад

      um thik koixa krn mur lgtu anekwa hl so aji Kali vlpua uprt mur akebai trust nhuwah 😢hl

  • @nitishdoley9288
    @nitishdoley9288 10 месяцев назад +8

    Dada, ভগৱানে আশীৰ্বাদ কৰিব । ছোৱালী জনী উচিত চিন্তাধাৰা কৰিব লাগে। জীৱন টো এবাৰ ,-*****।❤

  • @DhrubajyotiGogoi-kq6sy
    @DhrubajyotiGogoi-kq6sy 10 месяцев назад +8

    মই ও আহোম ল'ৰা। তুমি ভাল বুলি গম পাইছো। তোমাৰ সাহস আছে ; কিন্তু তুমি মহাভীৰুও । কাৰণ তুমি মাইকীজনীৰ ওঢৰত বিক্ৰী হবলৈ গৈ আছা। তোমাৰ মহানতাক তাই বুজি নাপালে। মাক-দেউতাৰ কথা যি ভাবিব সিহে আচল ল'ৰা।

  • @arunimalahon-ld8rs
    @arunimalahon-ld8rs 10 месяцев назад +14

    ভাগি নপৰিবা সাহসী হোৱা মা দেউতাক সুখী কৰিবলৈ চেষ্টা কৰা ❤❤❤

  • @pranitabarmandas6911
    @pranitabarmandas6911 11 месяцев назад +18

    সচা মানুহৰ লগত মিছা মানুহ আহিলে এনে হয়।

  • @ranjanborah5983
    @ranjanborah5983 10 месяцев назад +5

    আপোনাৰ প্ৰেমক সন্মান জনাই কও যদি নাহে আৰু এবাৰো নিবিছাৰিব। নিজৰ কথা ভাৱক ৷মা দেউতাৰ কথা ভাৱক৷ এটা বেয়া সপোন বুলি পাহৰি য়াওক।

  • @gaming_boy2820
    @gaming_boy2820 10 месяцев назад +14

    ছোৱালীৰ অভাৱ হোৱা নাই।সাহস নেহেৰুৱাবা।

  • @gubindasutradhar3750
    @gubindasutradhar3750 11 месяцев назад +25

    দাদা উত্তৰ বিচাৰি শেষ হয় যাব কিন্তু উত্তৰ নাপাব। অপেক্ষা নকৰিব গ্ৰহণ কৰক যে তাই আপোনাৰ পৰা আঁতৰি গৈছে। সকলো Memories বোৰ Delete কৰক আৰু পাহৰি যাওক। যদি ঘূৰি আহে শুভেচছা থাকিব।

  • @recipemakeranjumoni9856
    @recipemakeranjumoni9856 10 месяцев назад +7

    দাদা আপোনাৰ কথবোৰ শুনি বহুত দুখ লাগিল 😢😢

  • @Inudutta-fn9jb
    @Inudutta-fn9jb 9 месяцев назад +2

    দাদা আপুনি ভগবানৰ উপৰত বিশ্বাস কৰিব আকৌ ঘূৰি আহিব তেওঁ এদিন বুজিব । মাকেই ভূল কৰি থৈছে তেওঁ মাক দেউতাকেই বেলেগ বেলেগকৈ থাকে সেইকাৰণে মাকে তেওঁ কো তেনেকুৱাকৈ শিকাই আছে সেইকাৰণে তেওঁ এনেকুৱা কৰিছে । যি দিনা বুজিব সেইদিনা ঘুৰি আহিব ।

  • @gitashreevlogs3927
    @gitashreevlogs3927 9 месяцев назад +8

    ভগৱানে যি কৰে‌‌ ভালৰ কাৰণে কৰে । কিজানি আপোনাৰ ভালৰ দিন আহি আছে।

  • @priyojonorbandhun
    @priyojonorbandhun 11 месяцев назад +18

    ভগৱানৰ প্ৰতি বিশ্বাস ৰাখক।🙏🙏🙏

  • @NamitaBasumatary-z1x
    @NamitaBasumatary-z1x 7 дней назад

    সচাকৈ দেই কথাবোৰ শুনি বহুত বহুত দোষ লাগিল 😢😢 হয়তো এনেকুৱা কৰিব নালাগিছিল তাই ,,,ভগৱানে ভাল কৰে যাতে তেওঁক

  • @bornaliengti7761
    @bornaliengti7761 14 часов назад

    Kotha bur huni Ane lagil apuni emotional..bhal powa khini hosa.. kintu apunar lokhyo nai..bht kaam korile kintu stables hobo nuwarile eta kamot aru suwali jonir ghoror manuh khinir suwali jonir uport bht akha asil.karon tayu kostot dangor hua deutak nathake logot....

  • @Jon_mani
    @Jon_mani 10 месяцев назад +8

    তুমি আগতে নিজক ভাল পাবলৈ শিকা। তেতিয়া হ'লে জীৱনত সুখি হ'ব পাৰিবা।

  • @durbarabha761
    @durbarabha761 15 часов назад

    Apunar kotha kini suni bhal lagil

  • @ranumonibaruah3182
    @ranumonibaruah3182 11 месяцев назад +14

    ছোৱালীজনীৰ নিদাৰুণ হয ।

  • @sumirabha9022
    @sumirabha9022 10 месяцев назад +2

    Tumàr kotha honi,,moi bahut to hotobak ,Mane bahut sok hoisu aru bahut dukh lagil,,,mor atai onurodh korisu vonti ,tumar live to mama ,ba ,maa logt nohoy,,honkhar khon tumar husband or logt ase,,,gotike husband logot aha, take kamona koru, tumio to hoyto sage,,hantire thakibo pora ni, aha,aru hantire thaka,,bahut khokhi hoba vonti,,

  • @sagorikadas6145
    @sagorikadas6145 3 месяца назад +1

    Apunar nisina valpowa manuh ejon paboloi vagyo lagibo..

  • @intumonisharma7129
    @intumonisharma7129 10 месяцев назад +6

    I want to tell you that just move on. Forget it. It is hundred percent toxic relationship. If someone is not clear about anything, so better to move it. There are many factors work. May be it's your past life some karmic account ase. Try to clear your karma

  • @aatikshaentertainment3812
    @aatikshaentertainment3812 10 месяцев назад +3

    Can't judge anything to hearing only from one side..

  • @bulbulisarmah1530
    @bulbulisarmah1530 10 месяцев назад +2

    আপোনাক যদি এৰি থৈ গৈছে যাবলৈ দিযক কাৰণ ভাল বস্তু হজম কৰা ক্ষমতা চাগে সেই জনীৰ নাই ❤

  • @madonrajput3437
    @madonrajput3437 10 месяцев назад +4

    আপুনি মতা মানুহ নহয় নেকি । এজনী ছোৱালী ৰ পাছত ইমান লাগি আছে😢😢 51:07

  • @rabiulislam9042
    @rabiulislam9042 10 месяцев назад +4

    কাৰণ একো নাই, আপোনাক ঘৰ জামাই কৰিব বিচাৰে, কিন্তু পৰা নাই । খুলিও ক'ব নোৱাৰে সিহতে। দুখ সহিব নোৱাৰি এদিন আপুনি নিজে নিজেই কওক মই তোমালোকৰ ঘৰত থাকি দিম। তেতিয়াহে সিহতে আপোনাক সিহঁতৰ ঘৰত ঠাই দিব। কিন্তু আপুনি সেইটো নকৰিব। আপুনি তাইক বেছি গুৰুত্ব দি আছে কাৰণে সিহতে আপোনাক গুৰুত্ব দিয়া নাই, যাতে দুখত থাকিব নোৱাৰি ঘৰজোঁৱাই হৈ যায়। আপুনি তাইক মেচেজ বা ফোনকল নকৰিব আৰু কোনো খবৰ নকৰিব ছয়টা মাহ । ছয়মাহ পিছত তাই আহি যাব যদি এই ছয়মাহ আপুনি একেবাৰেই নিৰল নিস্তব্ধ হৈ থাকে। যদি ইয়াৰ মাজতে এদিন মেচেজ বা ফোনকল কৰে, তেন্তে সেইটো তাৰিখৰ পৰা আকৌ ছয়মাহ পিছত তাই আহিব। এই ক্ষেত্ৰত মোৰ পুৰা অভিজ্ঞতা আছে, কাৰণ মোৰ লগতো ছেম কাহিনী। যদি তাই ছয়মাহ পিছত নাহে তেন্তে আপুনি আৰু তাইৰ আশা বাদ দি নতুন এজনী চাব। তাৰ বাহিৰে গত্যান্তৰ নাই ভাইটি। বেছি আবেগিক হ'লে তাইক নাপাব, পাবলৈ ঘৰ জামাই হ'ব লাগিব , যিটো অতি লাজৰ বিষয়।

  • @Channdrimaa
    @Channdrimaa 10 месяцев назад +14

    আহোম ডেকাটি ❤ । ইমান দুৰ্বল হলে নহ’ব দেই । কৰিবলগীয়া কাম বহুত আছে ।

  • @momikonwar3030
    @momikonwar3030 8 месяцев назад

    Ji jonie apunar morom mulyo Buji napale kheijoni kotha bhabi nakandibo dada bohut val suali pabo apuni

  • @ashwinidasi8439
    @ashwinidasi8439 21 день назад

    তুমি তাইক অন্তৰৰ পৰা এৰি দিয়া তুমি কাপুৰুষ নহয় তোমাৰ গাৰ পৰা শনি আতৰিৰ তোমাৰ ভবিষ্যত ভাল হ'ব।

  • @ashwinidasi8439
    @ashwinidasi8439 21 день назад

    তাইক অন্তৰৰ পৰা এৰি দিয়া তুমি কাপুৰুষ নহয় তোমাৰ গাৰ পৰা শনি আতৰি গ'ল তোমাৰ ভবিষ্যত ভাল হ'ব।

  • @somirbora6904
    @somirbora6904 8 месяцев назад

    GOD Blees You. Adin she will come soon

  • @monjulagogoi6480
    @monjulagogoi6480 10 месяцев назад +2

    বশুত জ্ঞানি মানুহ ঈশ্বৰে পৰিক্ষ্যা লৈছে ভাল দিন আহিব।ধৈজ্য ফল মিঠা।

  • @sobigogoisobigogoi
    @sobigogoisobigogoi 11 месяцев назад +5

    Dada apunar bohut val din ahibo

  • @NilimaBoruah-p3p
    @NilimaBoruah-p3p Месяц назад

    tumak support nakara janir logot sansar pati lav nài beta❤

  • @punimagogoi1363
    @punimagogoi1363 2 месяца назад

    বহুত দুখ লাগিল

  • @manashjnath2519
    @manashjnath2519 10 месяцев назад +1

    সেই মাইকী জনিক ভাল পাবলৈ লোৱাতকৈ নিজক ভাল পোৱা ককাই , দুৰ্বল নহবা , ছোৱালী গৰাকী ভাল নহয় । ভাল হল তাই আঁতৰি গল ।

  • @julisaikia7380
    @julisaikia7380 11 месяцев назад +3

    Ki suali o eman valpua ajon lora payu eman kasta dise

  • @manashbora6419
    @manashbora6419 9 месяцев назад

    Hsakoi bhut vl pai dada jone vgbne hoghar khn ghurai deya jen

  • @AnandaramDoley-l8f
    @AnandaramDoley-l8f 10 месяцев назад +2

    Gajoni auwalir babe .nijor jivwon kiyoheko koribo..bisora song sarot .bohu.bohut.dhuniys.suwali.ase.nohoi 51:07

  • @RajuGogoi-yn4wz
    @RajuGogoi-yn4wz 10 месяцев назад +2

    Hoi dada Val puwa bur bujabole nuware bat ,,,, 3 den lok pai biya pota tu apunar vul hol karon apune monar pora Buji nupuwake apune biya korele ,,,,,karon apunar wife khata bur khuli nakoi hobo pare biya napta agot an karubak Tai apuntuku gaver vabe Val paisele sage school r denor pora nai ba college denor parai ,,,,,,❤❤❤ apune tu manhu bahut kintu ,,, relationship tu 2,3 bosar rakhibole lagese dada ,,,valke Buji huni he life partner,,,nejor wife korebole ,,, lage ,,,, 2,3 den khata pati biya patile apune 🥺🥺🥺

  • @chandonchutiachandan-km3co
    @chandonchutiachandan-km3co 10 месяцев назад

    তাই আছলতে আপোনাক ভালেই ভালে পোৱা নাছিলে কিবা Sarthu loi hahisile Shartho hekh hol মানুহো গ'ল নহলেনো চাৰিবছৰ লগত থকা মানুহ গৰাকীয়ে খবৰ এটা হব নোৱাৰে নে।

  • @khargeswarkalita4630
    @khargeswarkalita4630 10 месяцев назад +3

    ছোৱালীৰ নাম কব নালগে কিন্তু লৰা তোক সকলোৱে জানক

  • @parishmitachoudhury930
    @parishmitachoudhury930 11 месяцев назад +9

    Jihetu maak deutak separately thake so maak hte family ki heitu buji nepai aru tene manuhe suwaliku val koi honkhar kori khabo nidiye aru tenekua manuhor suwaliyeu family hongkhar ki buji nepai....karon hihote horur porai maak deutakor morom bur buji nepai anuvob koribo nuware aru vabi loi amiu husband abihone thakibo parim

  • @rotonkhakhlary6297
    @rotonkhakhlary6297 9 месяцев назад

    Dada jonk bhut val lage kotha bur Soni eman beya lagise

  • @himujitborah4027
    @himujitborah4027 10 месяцев назад

    Mon beya lagi gl bondhu
    Tenekuw beya kaam nkriba
    Life 2 ebare pai beya kam nkriba
    Hodai val kam kori juwa saba edin tai ahib bondhu

  • @nishiassameseculture789
    @nishiassameseculture789 9 месяцев назад +1

    Dada moi dhakuakhana pora sai aasu.apuni sinta nokorib akou teu ghuri aahib

  • @aminabegum7y
    @aminabegum7y 10 месяцев назад +2

    ইমান বেছি ভাল পাব নালাগে, ইমান series ভাল পালে বহুত kosto হয়।

  • @bintiborah3202
    @bintiborah3202 9 месяцев назад +5

    Dada....apunar bhool bahut ....apni first time..ei bhool korile.... 1) parents k nojonai biya patile...2)diwali jonir monor kothai bhalkoi najanile..3) nature r kene taku masale..4) kothate koi totkhonat kora kam ketiau xothik nohoi.....xodai manuhe dorjya..xojyo ,sinta ,,koribo lage kiba kora r agot....xodai time lobo kiba korar agot....

  • @SunsunTai-kn3jb
    @SunsunTai-kn3jb 2 месяца назад

    কথা বোৰ শুনি বেয়া লাগিল কিন্তু এটা। কথা first দিনতে কৈছোঁ যত বাৰ্তা লাভ কৰিছে বৰ হুলস্থলীয়া পৰিবেশ অলপ নিজন ঠাই বা room hobo lage

  • @tulashidas4872
    @tulashidas4872 10 месяцев назад +1

    para jodi tik pahara try kora tumi pariba aru tumar life to pesot bhut val hobo

  • @Krishna-d9e4p
    @Krishna-d9e4p 11 месяцев назад +4

    Mur mote ghuri ahibo sinta kribo nlgy vl hbo karon apunr msg say jode monor pora beya paly hoi apunr nombr block korily hoi apunar uporot abhiman kori asy sagy vl hbo 1 2 bosor tu hoa ni joa kaimah man hy hoisy ahibo

  • @mousumigogoi772
    @mousumigogoi772 10 месяцев назад +1

    Bhut dukh lgile huni dada, ..dukh nkribo .vl hbo hoklu ,

  • @punimaboruwa5325
    @punimaboruwa5325 11 месяцев назад +13

    তাইতকৈ ভাল ছোৱালী পাবা দাদা ।

  • @jintuhaloi7824
    @jintuhaloi7824 10 месяцев назад +4

    নতুনকৈ জীৱনটো আৰম্ভ কৰক , তাইৰ কথা ভাবি লাভ নাই।

  • @pranabbaishya9349
    @pranabbaishya9349 11 месяцев назад +2

    Dukh lagil ena india haraot bohi dukh khaba pora nai bhalka. Love you so much baa.

  • @bidyuthazarikabidyuthazarika
    @bidyuthazarikabidyuthazarika 10 месяцев назад

    Same day 14 August. Same story. Mor life tu o black day black life hisapa start hol.
    Dadar kotha gita huni same story mor o hoisa same day hsa koi kotha gita huni soku Pani ulai gol😢😢😢

  • @mrigankabora1890
    @mrigankabora1890 10 месяцев назад +1

    Bhal place t interview bur lobo, nohole background sound bure bohut distrub kore

  • @pujarajbangshi6455
    @pujarajbangshi6455 8 месяцев назад

    Bortmn muru ata sad story asil... Bortmn moi akebare akolxoriya feel kri asu mur j kunue ni log bondhu pra xokolue mur pora atori gol... Jak vlll plu teu game khelil vobai nsilu je mur bahire teur lifet ann kunubau asil... Ajiu moi kebol kandi kndi nijok heruwai pelaisu tothapiu kintu jiwai asu🙂

  • @mamitasaikia6194
    @mamitasaikia6194 7 месяцев назад

    তাই যেতিয়া বুজি নেপালে আপুনি তাইৰ লগত লাগি থাকি লাভ নাই।

  • @AshokSaahriya
    @AshokSaahriya 8 месяцев назад

    Apunar val din ahibo vogoban ase

  • @bhabanikakati9110
    @bhabanikakati9110 10 месяцев назад +1

    বহুত দুখ লাগি ছে

  • @pinkumonimahanta1070
    @pinkumonimahanta1070 10 месяцев назад

    2mar kothakhini huni bahut dukh lagil tumi bahut vl Lora Hoi ji Hoi gol tak loi dukh nokori aguai jua bahut vl din ahib tumar vl houk

  • @s-wj3tt
    @s-wj3tt День назад

    কন্দিলে কি হব বাপুকন আৰু এজনী বিয়া কৰাই লোৱা

  • @ashddbhhcccucujv1045
    @ashddbhhcccucujv1045 2 месяца назад

    Amar din a vl ashil teo r kotha ako njonakoi a biya. Hlo so bahut happy aso 24 years hl

  • @susmitathakuria8291
    @susmitathakuria8291 10 месяцев назад

    Emn vangi noporibo.prectical houk.apnr.. maa deuta ase.thekhet hokolor ktha vabi jibon to notunkoi start krk.. jibon etae manuhr.

  • @nijuktikhabar953
    @nijuktikhabar953 10 месяцев назад +2

    38 কিলোমিটাৰ খোজ কাঢ়িচা অলপ বেছি হল নেকি

    • @tuinadas
      @tuinadas 10 месяцев назад

      😂😂 correct

    • @arualop4558
      @arualop4558 6 месяцев назад

      aha jua tu o hb pare milai mili 🤣

  • @dhanadadevidoley8594
    @dhanadadevidoley8594 9 месяцев назад

    সেই কাৰণেই অলপ ভাবি চিন্তি কাম কৰিব লাগে ছোৱালী দেখিলেই আগ গুৰি নাভাবি বিয়া পাতিলে পিছত ভুগিব লগা হয় এনেকুৱা কেচ ইউটিউবত বহুত দেখিছো

  • @sumandeka7568
    @sumandeka7568 10 месяцев назад +1

    Kandi dilo xuni . xsai mnuh bure emn kiy dukh dia o buji a napao .. ako karan nuhuwake asrit Kintu 😢

  • @AshokSaahriya
    @AshokSaahriya 8 месяцев назад

    Apunar dore hajben pabo vaigo lagibo ❤

  • @renubegum3639
    @renubegum3639 10 месяцев назад +1

    Khosa vl poat Misa ketiao nathake o brother bohut beia lagil tomar kothabor xuni😭😭

  • @MaineeBazboruah
    @MaineeBazboruah 10 месяцев назад

    Tai akow ghuri nahileu kotha bur khuli kouk ' .emankoi manokhik kosto kiyo dise . Agoraki narir eman kothuwa hidoi thake ne?

  • @VishalOfficial1233
    @VishalOfficial1233 9 месяцев назад

    Dadar নাম টো কি কৈ দিবচোন bha ❤❤❤❤❤❤

  • @NirmaliSarmah-h2o
    @NirmaliSarmah-h2o 10 месяцев назад

    Lav nai bujisa atia postai,,Tai bohut kosto pabo lagibo so Tai tenkoi aribo Parise ,,apuni mod khai soshe mar pit korixil ji2 bohut vul ...aru jibur kosto Tai pahori o pra nai

  • @monikaduttachoudhury6540
    @monikaduttachoudhury6540 10 месяцев назад

    Swali joni r kothakhini sunibo parilahe kiba eta kobo parim.... Tothapi story tu suni dukh lagil😢

  • @pratimadeuribharali2456
    @pratimadeuribharali2456 11 месяцев назад +3

    বৰ বেয় লাগিলে।

    • @birenpdas5347
      @birenpdas5347 11 месяцев назад

      বৰ দুখ পাইছো। মনটো স্হিৰ কৰক। এজনী সাধাৰণ ছোৱালীৰ কাৰণে নিজৰ জীৱনটো নষ্ট নকৰিব । ভগৱানে সহায় কৰিব ।

  • @lukuborah7388
    @lukuborah7388 10 месяцев назад +2

    তাইক আপুনী বাদ দিয়ক কাৰণ তাই আপোনাক বুজি পোৱা নাই

  • @wildlifevideoandpictures4260
    @wildlifevideoandpictures4260 8 месяцев назад

    Hello brother don't worry

  • @dulumonidutta-ls6ym
    @dulumonidutta-ls6ym 10 месяцев назад

    Manuhok jiyai jiyai mari rong sai enekua suwaliye

  • @lemarabha9882
    @lemarabha9882 10 месяцев назад

    aponar kotha bor honi dukh lagil aru nakadake thakib nowarilu'''

  • @TutumoniBorah-ub4vy
    @TutumoniBorah-ub4vy 5 месяцев назад

    😢😢😢 hosai dhuk. Lagise

  • @momisworld8219
    @momisworld8219 8 месяцев назад

    Atlst introduction val dore dyk.ki problem hoise saitu kouk tetia he interest lagibo.ako aag guri nohuwake koi ase .problem ki bujibo para nai dekhu

  • @rotonkhakhlary6297
    @rotonkhakhlary6297 9 месяцев назад

    Buhut dukh laghise de

  • @goutamdas8441
    @goutamdas8441 10 месяцев назад

    Mur r eke kahani boss, adin Val hobo boli rokhi asu boss, Sani maharaj e sobore Val korebo

  • @GitikaNath-qz1pu
    @GitikaNath-qz1pu 8 часов назад

    Apuni bhulateo taik rakhi nathakib apuni natun sansar karak aru adin dekhib apunar bhal din ahi ase mat ho bhagabanak manat karib

  • @assamesebhaktisongsnstuti8473
    @assamesebhaktisongsnstuti8473 10 месяцев назад

    Darkar nai o lifeot bohut suali aahibo..

  • @RuliboruahRuliboruah
    @RuliboruahRuliboruah 10 месяцев назад

    Tumi kun hoi ki nm najanu beti,,bt tmi ai lora to nisina buja tmk momor kora hsbn kotu nupua,,tar soku pani dekhi moi kandilu,,karon moi ajoni mak hoi,,tar mak a ki korib ai vdo to sai,,tmi guri aha beti,,tmr olpu beya nalage ne,,kimn kostot jiyai ase lora to

  • @norenborah9010
    @norenborah9010 11 месяцев назад

    Muru lift eyatkoi u dangor ghotana hi goisa dhoija dhora vl fol pba poka pat Hari goisa vl hb tmr god bls u

  • @Mitu-fk1kt
    @Mitu-fk1kt 11 месяцев назад

    Baad di diok
    Aapuni bisari ase babe lbl di ase.
    Ru nhle kiba aapnat koi val option paise so eitu korise.
    Reason nai j so kbo nuaare... Reason seitu e j better opportunity paise

  • @Prnb62
    @Prnb62 10 месяцев назад +1

    Val manuhoh logot anekuwa a hoi dada😢

  • @MainaHazarika-r6q
    @MainaHazarika-r6q 10 месяцев назад

    Helthtu borbad nokoriba bondhu valkoi thaka

  • @SidanjaluuSonowal
    @SidanjaluuSonowal 10 месяцев назад +6

    নোপোৱা বাদনতকে পাই হেৰোৱা বেদনা বচুত ডাঙৰ ভাইটি,

  • @deepojha984
    @deepojha984 3 месяца назад

    Baa mur u baya love story ase ata moi u kobo bisaru ahpunak 💔😫

  • @ashddbhhcccucujv1045
    @ashddbhhcccucujv1045 2 месяца назад

    Umm hoi

  • @eladeviadhikary9837
    @eladeviadhikary9837 10 месяцев назад

    Eman emotional nahana baba. Ikorkat busy thaka.

  • @jollymahalia9132
    @jollymahalia9132 10 месяцев назад

    Tumi Jodi taik iman val puwa aru akau taik ghurai paboloi moñ ase tente gupute Swaragot thoka Iswarak pray kora tate tumar pray xuni teu taik tumak ghurai dibo,iman vabi nathakiba tuar khotihe hobo logote tumar parents.

  • @ModhumitaGogoi-e6p
    @ModhumitaGogoi-e6p 11 месяцев назад +2

    Back ground sound besi hoise.

  • @pinkikalita8639
    @pinkikalita8639 10 месяцев назад +3

    Story huni gom pai Suali joni e aijon lora k val napai, starting r porai.