Sir Amar babur boyas 20 mah hol. He atiyaloi bohib noware, thio Hb noware,katha kb noware. Dr Koise 1 fal brain damage hoise .ki Karib lagiba sir koukson.
Sir mor vanity jornir aji 5 basar hole ata bemar ami bhut doctork dakhuwasho atiya loi val powa nai bemar hoi ankuwa j varidokhan khub bikhoy aruvari doikhan jola pora karai Ami apona koth. . dukuba parib amar garh guwahati t aponr phone naber to dib
Thank you very much Sir, I am suffering from sciatica nerve pain in my left leg for last one month. Regular Exercise giving me great relief, but my left leg is not working properly when I try to stand on heel. If time permits please provide me your valuable suggestions. Thank you again.
Ashonhyo dhanyobad apnake 🙏ato sundor vabe atogulo samossyer upay Emonvabe bojhalen khub upokrito holam amr biswash sabai ei video te upokritohobe, God bless you 🙏🙏
আপোনাৰ পৰামৰ্শই বহুত উপকাৰ কৰিছে। মই বিশেষকৈ ভিটামিন বি টোৱেল্ভৰ উৎস চাৰিটা জানিবলৈ পাই বৰ ভাল লাগিল। ধন্যবাদ জনাইছো আপোনাক।
❤ইমান ভাল সুন্দৰ দিহা পৰামৰ্শৰ বাবে আপোনাৰ ওচৰত চিৰ কৃতজ্ঞ।সদায় ভগবাণে কুশলে ৰাসক ❤
আপোনাৰ পৰামৰ্শ সচাকৈয়ে বহুত পশংসনীয়। বিভিন্ন অসুখৰ বাবে আগবঢ়োৱা পৰামৰ্শ বোৰে বহুত উপকৃত হৈছো। বহুত সুন্দৰ। আগলৈও এনে ভিডিঅ বোৰ পাই থাকিম বুলি আশা কৰিলো!
V D O -টো অতিকৈ দৰ্কাৰী । ঘৰে ঘৰে জনা দৰ্কাৰ । Sir অশেষ ধন্যবাদ ।
So good advice ❤
ভি ডি য় টো মোৰ কাৰনে বহুত প্ৰ য়োজনীয় আছিল। ধন্যবাদ চাৰ। ভগবানে আপোনাক কুশলে ৰাখক।
I
মোৰ বাওঁহাত খন দুৱল ৷ মই কি খাৱ লাগিব
mur vori operation hoisil atia nurve bur jin jinai thake kia?moi ki khobo lagibo
Sir Amar babur boyas 20 mah hol. He atiyaloi bohib noware, thio Hb noware,katha kb noware. Dr Koise 1 fal brain damage hoise .ki Karib lagiba sir koukson.
@@ranjansaikia9970apunar logt kotha patibo bisarislu, nmbrtu didsn parile
ইমানেই উপকাৰী যে আপোনাৰ , স্বাস্থ্য সম্পৰ্কীয় বাত্তা্ আজিৰ মানুহৰ স্বাস্থ্য মনৰ বাবে , যি সদা সচেতন সমাজৰ বাবে । বহুত বহুত আন্তৰিক শলাগ লৈছো আপোনাক ছাৰ ।
অতি উত্তম ।সুন্দৰ পোষ্ট । বহুতো কথা জানিব পাৰিলোঁ ।পাহৰনিৰ গৰ্ভত লুকাই থকা কথাবোৰ পুনৰোদ্ধাৰ হোৱাত বহুতো সহায়ক হ'ল । ভিটামিন বি কমপ্লেক্সৰ বিষদ বিৱৰন জানি ভাল লাগিল ।
ভিডিঅ'টোৰ বাবে বহুত বহুত ধন্যবাদ
আজি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ গঞা ৰাইজৰ অনুষ্ঠানত আপোনাৰ সাক্ষাৎকাৰ এটা শুনিলোঁ। ভাল লাগিল। অত্যন্ত লাগতিয়াল কথা ক'লে। ধন্যবাদ।
কথা খিনি বৰ ভাল লাগিল ।আগলৈ এইদৰে পাম বুলি আশা কৰিলো ।ধন্যবাদ ।
বহুত ভাল লাগিছে জনি। কুশলে থাকা সদায়।
ভিডিওটো চাই খুউব ভাল লাগিল।
ছাৰ আপোনাক ভগৱানে দীঘায়ূ কৰক ইমান ভালকৈ বুজাই দিছে
সুন্দৰ পৰামৰ্শ ।ধন্যবাদ
Sharma Sir মই এজন নাৰ্ভৰ ৰোগত ভোগী থকা যোৱক মই আপোনাৰ এই ভিডিঅ টো তাই সচাই বহু আনন্দিত হৈছো আপোনাৰ ওচৰত থাকিবলৈ পোৱা হলে 2বা3 দিনতে সম্পূৰ্ণ সুস্থতা লাভ কৰিলোহেতেন আগলৈ আৰু এনেকুৱা ভিডিঅ পাত বুলি আশা থাকিল ধন্যবাদ মনোজ খনিকৰ
Apunar numbrtu dibosn. Khanikar dangriya. Kotha patibo bisarisu,
Apunar kenekua problem hoi
Hundar upasthapon
বৰ সুন্দৰ। উপকৃত হ'লোঁ
V informative vdo....thanks Dr Sarma ,plz upload more vdo about our nerves 👍
Thanks sir
বহুত ভাল লাগিল। বহুত কথা জানিব পাৰিলো।❤❤❤
Thank u so much sir... It's very important for us
Thank you so much dear, God bless 🙏 Krishna
Priyanka b 12 khai results keneka pale kaousn..muko problem aase
সুন্দৰ পৰামৰ্শৰ বাবে ধন্যবাদ ।
Thank you for this valuable video.
Thank you sar
Thank you sar
Sir, please hkt hbloi ki krib lgib ata slution diyok..lgta ki khab lgib take jnab....??????
Khub sundor koi bujai dile hakalu khini . Khub upokito holu. Thank you so much
বৰ আনন্দিত ৷আগলেও আপোনাৰ পৰামৰ্শ পাই থকাৰ হেপাঁহ ৰাখিলো ৷ঈশ্বৰে কুশলে ৰাখক ৷
Thanks
Sir mor vanity jornir aji 5 basar hole ata bemar ami bhut doctork dakhuwasho atiya loi val powa nai bemar hoi ankuwa j varidokhan khub bikhoy aruvari doikhan jola pora karai Ami apona koth. . dukuba parib amar garh guwahati t aponr phone naber to dib
Sir, আপোনাৰ শিক্ষা মূলক vedio টো চাই বহুত উপকৃত হলো ।বহুত বহুত ধন্যবাদ জনালো । এনেধৰণৰ vedio আগলৈ পাম বুলি আশা ৰাখিলো ।আপোনাৰ মঙ্গল আৰু উন্নতি আশা কৰিছোঁ ।নমস্কাৰ ।
Bor Val lgil. Thanks.
কথা খিনি জানিব পাৰি বহুত ভাল লাগিল, আপোনাক অশেষ ধন্যবাদ জনালোঁ।
Thank you sir....
Welcome please share this video
Bhut vl palu
Bhal lagil Ghorot Nerv Bamar hua rugi asa Bhoritu abokh laga buli koi ki korim ata reaply diba
God bless you, sir
অতি সুন্দৰ উপদেশ দিছে। আপোনালৈ বহুত বহুত ধন্যবাদ জনালো। অনুগ্রহ কৰি আপোনাৰ ঠিক নাটো দিব আশা কৰিলো। যোৰহাট
Good morning sir. Very important information... Thank you very much.
Welcome please share this video
Ok sir share korisu
Name vitamin B-12 tablet for loss of memory after 60yrs.or any other food supplement sothat healtyness of nerve can be maintain.
@@AssameseEducator)
Good night khub aal katha janilu sir
I like your advise discussing about B12 vitamin. Thanks
উপকৃত হলো।বহুত ধন্যবাদ।দুলপ্ৰিয়া
Thank you very much Sir, I am suffering from sciatica nerve pain in my left leg for last one month. Regular Exercise giving me great relief, but my left leg is not working properly when I try to stand on heel. If time permits please provide me your valuable suggestions. Thank you again.
ছাৰ ভিডিঅ'টো চাই বহুত ভাল লাগিল। আপোনাক বহুত ধন্যবাদ।
ছাৰ, আপোনাৰ পৰা কথা এটা জানিব বিচাৰিছোঁ যে ---কিছুমান ল'ৰাৰ তেজ দেখিলে বা কটা চিঙা হ'লে মুৰ ঘুৰাই অচেতন হৈ পৰি যায়। ইয়াৰ কাৰণ কি হ'ব পাৰে আৰু কেনে ধৰণৰ বিশেষজ্ঞৰ ওচৰলৈ যাব লাগে, এইখিনি পৰামৰ্শ আপোনাৰ পৰা পালে উপকৃত হ'লোহেতেন. 🙏।
চাৰ ভিডিঅ'টো চাই ভাল লাগিল। বহুত বহুত ধন্যবাদ চাৰ।
চাৰ কথা এটা আপোনাৰপৰা জানিব বিচাৰিছোঁ - মোৰ বন্ধু এজনৰ ছোৱালীৰ বয়স বৰ্তমান ১৯-২০বছৰমান হ'ব। তাই সৰুৰেপৰা এটা বেমাৰ আছে। বেমাৰটো হ'ল তাই যদি কিবা কথাত অন্তৰত আঘাত পায় বা বহুত দুখ পায় তেতিয়া অকণমান কন্দাৰ পিছতে উচুপি উচুপি অকণমান পিছতে বেহুচ হৈ চকুহাল ঢেল খাই পৰি যায়। ইয়াৰ কাৰণ কি হ'ব পাৰে,কোন বিভাগৰ বিশেষজ্ঞৰ ওচৰলৈ যাব লাগিব আপোনাৰপৰা এটা সু পৰামৰ্শ পালে নথৈ সুখী হ'ম চাৰ। বহুত ব্যস্ততাৰ মাজতো আপুনি যেন মই বিচৰা পৰামৰ্শটো দিয়ে। ঈশ্বৰে আপোনাৰ মঙ্গল কৰক চাৰ।
বহু ত বহুত ধন্যবাদ ঢাৰ ❤❤❤, নজনা কথা শিকিলোঁ,❤❤❤
চাৰ আপুনি যি দৰে বেমাৰ বিলাকৰ বিষয়ে বুজায় শিক্ষকে ছাত্ৰ ছাত্ৰীকো তেনেদৰে নুবুজায় চাৰ আপোনাৰ ওচৰত এবাৰ দেখাবলে ইচ্ছা আছে আপোনাক কেনেকৈ কত লগ পাম আপোনাৰ ঠিকনাটো দিবেন গুৱাহাটী লৈ দুবাৰ গৈছো কিন্তু আপোনাৰ নিচিনাকৈ কোৱা এজনো ডাক্টৰ পোৱা নাই আপুনি এবাৰ বুজায় দিলেই বেমাৰ ভাল হব
Hi
ক'ত লগ পাম আপোনাক
apuni jajorit log pabo..
mur mar logor hoi
Sir apuner contd no,tu dibaneki apunak kot log pua jabe
Bohut bhal lagil
খুব সুন্দৰ ভিডিঅ' ৷ বহুত দৰকাৰি আৰু নজনা কথা জানিলো ৷ বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ ৷
ছাৰ ! আপুনি কোন ঠাইত কোন ক্লিনিকত বহে প্লিজ জনাব পাৰিব নে ???
মোৰ stone হৈছে । লগতে mild faty liver problem আছে। দয়াকৰি পৰামৰ্শ দিব।..N.Sarmah.
Sir apunr nmr tu Muk diasn please
Sir peraless hui doka manur karone ..kuntu vitamin khale vl jonabo sun
অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ
চাৰ অনুগ্ৰহ কৰি আপোনাৰ চেম্বাৰ ক'ত জনাব।লগতে আপোনাৰ ফোন নম্বৰটো দিব
মোক ও দিব
Thank you sir
Sir phone number debo
Sir ..please apne whatsup nmbrtu dib nki
Aponr phn nmber to diyk Sir
Apnk contact krib lge....
Sugar thakile nervous bur beya hoi jai, ki korile navar bikh tu bhal hobo Janabo sun.
Sir moi bor khin olop hokot hoboloi kiba upai diyokson
Sir
Apunar contract number2 dibosun. Apunar logot consult korim , mur bohutu homosya ase.
Mor narv durbolata. ase. moi b12. khabo parim nai jonabo sun
Bb
B. Bbbnbbbb
Apunar v d o sai bor upakit haisu
বহুত জানিব পাৰিলোঁ।অশেষ ধন্যবাদ জনাইছোঁ আপোনাক।
Very informative video
Thank you
ইমান সুন্দৰ কৈ দিহা পৰামৰ্শ প্ৰদান কৰিলে। বহুত বহুত ধন্যবাদ চাৰ
Good video. সাধাৰণ মানুহক বিজ্ঞান সন্মত জ্ঞান দিয়াৰ বাবে ধন্যবাদ ।
So nice . Thank you verymach
ভাল লাগিছে ।বহত কথা শিকিছো ।ধন্যবাদ।
বহুত ভাল লাগিল ৷ আপোনাক ফল’ কৰি বহুত উপকৃত হৈছো ৷
গুৰুত্বপূৰ্ণ ধন্যবাদ ।
🙏🏽🙏🏽
মোৰ ৩/৪ মাহ ধৰি নাৰ্ভৰ সমস্যাত ভুগি আছোঁ । আৰাম পোৱাই নাই খোজ কাঢ়িবলৈ অসুবিধা হৈ আছে।
অতি প্ৰয়োজনীয় বিষয় আপুনি সহজ আৰু সাৱলীল ভাষাৰে আমাক বুজি পোৱাত সহায় কৰাৰ লগতে সজাগ কৰি তুলিলে ৷
অশেষ ধন্যবাদ ৷
সুন্দৰ লাগিল কথা বোৰ শুনি
আপোনাৰ পৰামশবোৰ বহুত ভাল লাগিল ধন্যবাদ
খুৱ প্ৰয়োজনীয় কথা বোৰ জানিলো ৷
বহুত ধন্যবাদ
ধণবাদ আপোনাৰ বহুমূলীয়া উপদেশ ৰ বাবে
,ভাল লাগিল, ধন্যবাদ
বহু ত বহু ত ভাল লাগিল, ধন্যবাদ।
অশেষ ধন্যবাদ জনালোঁ
Sir bohut bhal lagil bujai diyato
বহুত বহুত ধন্যবাদ ভৱিশ্যতে লগ পোৱাৰ আশা থাকিল।
Nice information Thank you Sir 🙏🙏
Thanku verymuch Sir...👍👍👍
Val lagil sir thank you
বহুত কথা জানিব পাৰিলোঁ....
আপোনাক অশেষ ধন্যবাদ জনালোঁ
সন্দিপন তোমাৰ এই পৰামৰ্শ টো ৰাইজৰ বাবে সময়োপযোগী। বৰ ভাল লাগিছে। Share কৰিলোঁ। তোমাৰ ভাল নে খবৰ। চামতা (হাতীৰপিঠি)
🙏 বহুত ভাল লাগিল।
বহুত ভাল লাগিল ছাৰ আমি আপোনাৰ পৰা বহুত কথা শিকিছো আৰু আমাক জ্ঞান দিব বুলি আশা ৰাখিলে
বহুত উপকাৰ পালোঁ ।কুশলে থাকক ।ভগৱান সহায় হওক ।
বহুত কথাই জানিলো। বহুত ধন্যবাদ জনালো
ভাল লাগিল শুনি
বহুত ভাল লাগিল, আগলৈও এনেকুৱা পৰামৰ্শ মূলক ভিদিও পাম বুলি আশা কৰিলো
ধন্যবাদ ছাৰ ।ভগৱানে আপোনাক আৰু ভাল কাম কৰিবলৈ শক্টি দিয়ক ।
বৰ সুন্দৰকৈ বুজায় দিছে। সঁচাকৈ ভিডিঅ'টো চাই বৰ উপকৃত হৈছোঁ ।
Thank you so much sir for your valuable suggestion 🙏
বহুত ভাল পাইছোঁ।
বহুত ভালকৈ বুজাই দিছে ৷এইখিনি অনুসৰণ কৰিলেও বহুত লাভৱান হোৱা যাব
বৰ পৰামৰ্শ মূলক ভিডিঅ ছাৰ !
ধন্যবাদ ❤
Ashonhyo dhanyobad apnake 🙏ato sundor vabe atogulo samossyer upay Emonvabe bojhalen khub upokrito holam amr biswash sabai ei video te upokritohobe, God bless you 🙏🙏
Nice sharing🎉🎉🎉❤❤❤❤সুন্দৰ দিহা পৰামৰ্শ ৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনালো🙏🙏
বহুত উপকৃত হ'লোঁ৷অশেষ ধন্যবাদ জনালোঁ৷
Very good advice
Sir বহুত ভাল লাগিল আগলৈ যেন আৰু বহুত Vido চাবলৈ পাম আশা থাকিল
আপোনাৰ পৰামৰ্শ বোৰ সছাকৈয়ে অতুলনীয়
ভাল লাগিল। ধন্যবাদ থাকিল।
বহুত ভাল পৰামৰ্শ প্ৰদান কৰিলে
ধন্যবাদ বহুত জনে উপকৃত হব।
Thanks. Bohut bhal lagil . Janibologiy. Kotha. More hoi ase,
বহুত ভাল লাগিল। বহুত নজনা কথা গম পালোঁ
চাৰ নমস্কাৰ। আপোনাৰ ভিডিও টোৰ পৰা বহুত উপকৃত হৈছো।
Bohut val lagil.
Thank you ,dada val lagise.
ভাল লাগিল
বহু উপকৃত হলো।আগলৈও এনে ভিডিঅ পাম নিশ্চয়।
ভাল লাগিল বি টুৱেলভৰ বিষয়ে জানিব পাৰি।
ভাল লাগিল ছাৰ ইমান ধুনীয়া কৈ বুজাই দিছে ।
ধন্যবাদ। বহুত নজনা কথা জানিলোঁ।
ভাল লাগিল এনেদৰে video di থাকিব
Good video. Many many thanks
বহুত বহুত ভাল লাগিছে,ভিডিও টো চাই, নজনা কথা বোৰ জানিব পাৰি, ধন্যবাদ, আগলৈকে আৰু দি থাকে যেন, আপোনাৰ সুন্দৰ ভবিষ্যত কামনা কৰিলো!
ছাৰ আপোনাৰ ভিডিঅটো চাই বহুত কথা জানিলোঁ । ধন্যবাদ ছাৰ ।
Bht vl lagil videotu ❤
বহুত প্ৰ য়োজনীয় ভি ডি য়। বহুত বহুত ধন্যবাদ থাকিল। ভগবানে কুশলে ৰাখক।