A Memorable interview with Dr. Bhupen Hazarika|| ড° ভূপেন হাজৰিকাৰ সৈতে সাক্ষাৎকাৰ (সংগ্ৰাহিত)||
HTML-код
- Опубликовано: 12 ноя 2019
- সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ এটি আপুৰুগীয়া সাক্ষাৎকাৰ (সংগ্ৰাহিত)।
আৰু লগতে আমাৰ চেনেলটো Subscribe কৰিব নাপাহৰিব।
.
.
our instagram page link:- / sobdoatisangrah.official
facebook page link:- sobdoatisangrah.official Развлечения
সাক্ষাতকাৰটো সম্পূৰ্নকৈ শুনিবলৈ বৰ হেপাহ থাকিল।অসমৰ আপুৰুগীয়া গৌৰৱ,সম্পদ ড.ভূপেন হাজৰিকা।সহস্ৰ প্ৰণাম।
ভূপেন দা আপোনাক শত সহস্ৰ প্ৰণাম
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সংগীতশিল্পী🙏🙏🙏
সুৰ সম্ৰাট, সুধা কন্ঠ ড:ভূপেন হাজৰিকা দেৱৰ এটি আপুৰুগীয়া সাক্ষাৎকাৰ অনুষ্ঠান।বৰ ভাল লাগিল সাক্ষাৎকাৰটি। এনে এটি চিৰসেউজ অনুষ্ঠানৰ বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ।
আমাৰ ভূপেনদা চিৰ যুগমীয়া
Best remembering for meastro Bhupen Da.
সাক্ষাতকাৰটো শুনি বৰ আমোদ পালোঁ। ভূপেনদা আমাৰ সকলোৰে আপোন আৰু হৃদয়ৰ।
❤you are great dada❤
Ei interviewte lukai aache Bhupendar bahu tita-keha abhigyata. Bar dukh lage. Complete interviewto aaponar ocharat aache jadi upload Kari dibo. Dhanyabad.
❤️❤️❤️👍👍👍👍👍👍 ধুনিয়া সাক্ষাৎকাৰ । ধন্যবাদ
Wcome
Great
এনেহেন আপুৰুগীয়া ইন্টাৰভিউ এটাৰ আজি ২২/৬/২০২১ তাৰিখলৈ মাত্ৰ 4.9k views.
আমিবোৰ কোনফালে গৈ আছোঁ বা ??
সহস্ৰ প্ৰণাম
aaru xuniboloi hepaah thaaki gol🥲
Interviewer jon kun?
Hosa ke bengali bilake Bhupen Da'k bor koi thogile