সেই চিঞৰবোৰে মোক শেষ কৰি পেলাইছিল😭😭 Unbelievable Horror Story😱

Поделиться
HTML-код

Комментарии • 419

  • @arhisreshthachangmai9218
    @arhisreshthachangmai9218 Год назад +205

    মোৰ লগত হৈছিল এটা ঘটনা মোৰ বিয়াৰ পাছত...বহুত মৰম পাইছো মোৰ স্বামীৰ ঘৰৰ পৰা, মই বিয়া হৈ যাওঁতে তেতিয়া আমাৰ শাহু আইতা মানে মোৰ স্বামীৰ আইতাক জীয়াই আছিল...তাৰো এটা কাহিনী আছে মোৰ শাহু আইতা প্ৰথম বিয়া হৈছিল মোৰ নিজৰ বুঢ়াটা লৈ কিন্তু আগৰ দিনৰ বিয়া যিহেতু বয়সৰ বহুত ব্যৱধান হ'ল , যাৰবাবে মোৰ শাহু আইতায়ে বিয়া হৈ যোৱাৰ পাছৰ পৰাই কান্দি কাটি মই আইৰ ঘৰলৈ যাও বুলি পথাৰে পথাৰে দৌৰি নিজৰ মাকৰ ঘৰলৈ গুচি গ'ল ... আৰু আইতাৰ মানটোক সন্মান জনাই মোৰ বুঢ়া দেউতায়েও আইতাক জোৰ নকৰিলে পুনৰ লৈ আনিবলৈ...বিয়া হৈ ওভতা ছোৱালী বুলি বহুত দিন আবিয়ৈ হৈ থকাৰ পাছত মোৰ স্বামীৰ বুঢ়াটাই শাহু আইতাক বিয়া পাতি আনিলে...মোৰ পাপাৰ নিজৰ দেউতাকে প্ৰথম বিয়া পতা মানুহ গৰাকীক চাবলৈ খুব হেঁপাহ কৰিছিল, এদিন নহয় এদিন জীৱনত লগ পোৱাৰ কামনা আছিল...আমাৰ love marriage য়েই আছিল...পাছত বিয়া বন্দৱস্ত হওঁতে কথাটো ওলালত স্বামীৰ ঘৰৰ সকলোৰেই চিন্তা হৈছিল আইতায়ে সন্মতি দিব নিদিয়ে বুলি কিন্তু আইতাই একাষাৰতে সন্মতি দিলে আৰু হৈ যোৱা বোৰ আগৰ কথা এতিয়া তাই মোৰ নিজৰ নাতিনী আৰু তাইৰ মাক-দেউতাক মোৰ নিজৰ লৰা-বোৱাৰী বুলি চকুপানী টুকি আদৰি ললে...এই কথাখিনিৰ বৰ্তমান ছোৱা বিষয়টোৰ লগত সংগতি নাথাকিব পাৰে কিন্তু মোৰ লগত ঘটা ইয়াৰ পাছৰ ঘটনাটোৰ লগত ইয়াৰ গূঢ়াৰ্থ জড়িত হৈ আছে...মই ২০০৬ চনৰ পৰা ২০০৯ মানলৈ মোৰ শাহু আইতাক পোৱাৰ সোভাগ্য হৈছিল...আইতাক যিমান পাৰো আল-পৈচান ধৰিছিলো মই আৰু মোৰ শাহু মায়ে...যিদিনা আমাক শাহু আইতায়ে এৰি গুচি যায় সেইদিনা ঘৰ-দুৱাৰ মুছি থাকোতে কিবা এটা বেলেগ ধৰণৰ লাগি আছিল, আইতা নাই সেইবাবেই এনে হৈছে বুলি ধৰি লৈ কামবোৰ কৰি গৈছিলোঁ.....ৰাতি শুবৰ সময়ত মই ভৰি ধুই পিন্ধিবলৈ চেণ্ডেল পোৱা নাছিলো যিহেতু আমাৰ পৰিয়াল ডাঙৰ সকলো আহি সেইদিনা আমাৰ ঘৰত গোট খাইছিল গতিকে কোনোবাই মোৰ চেণ্ডেল দুযোৰ পিন্ধিবলৈ ললত মই আইতাৰ room ৰ পৰা আইতাক নতুনকৈ দিয়া চেণ্ডেল যিযোৰ আইতায়ে মাত্ৰ এবাৰ মান পিন্ধি মোক সামৰি থবলৈ দিছিল সেইযোৰকেই পিন্ধিবলৈ ল'লো .. মনতে ভাবিলো নাতিনীয়েকে পিন্ধিলেনো আইতাৰ আত্মায়ে বেয়া পাবনে...কিন্তু মোৰ স্বামীয়ে পিন্ধিবলৈ মানা কৰিছিল আৰু কৈছিল সেইযোৰ এটা medium হব পাৰে সকাম-নিকাম নোহোৱালৈ নিপিন্ধিবাচোন বুলি.....সেইদিনা ৰাতি শুই থাকোঁতে হঠাৎ এনে লাগিছিল যেন কোনোবাই অ আই অ আই বুলি মোক মাতি আছে আৰু আমাৰ room ৰ ইমূৰৰ পৰা সিমূৰলৈ আইতায়ে যেনেদৰে ওৰণি টানি খোজ কাঢ়ে তেনেদৰে কাঢ়ি ফুৰিছে...কিন্তু সম্পুৰ্ণ আইতা বুলিও দেখা নাই, এটা শুধ বগা আইতাৰ আকৃতি হে দেখা পাইছিলো...যিটোৱে মোক বাধ্য কৰাইছিল এয়া আইতায়ে হয় বুলি ভাবিবলৈ......কিন্তু তথাপিও সেয়া মোৰ ভ্ৰম নিকি বুলি নিজকে খুব চিকুটি চাইছিলো...আইতায়ে হাতমেলি মোক চুবলৈ চেষ্টা কৰে কিন্তু আঠুৱা খনেৰে যেন আইতাৰ হাতখন বতাহতে পাৰহৈ যায় মোৰ এনে লাগিছিল মোক চুব পৰা নাছিল আইতায়ে ... মই বহু সময়লৈ লৰ-চৰ কৰিবও পৰা নাছিলো...এবাৰ বহুত শক্তি প্ৰয়োগ কৰি যেন মই মোৰ husband ক জোৰকৈ মাৰি জগাই দিলো আৰু তেওঁ খক মককৈ সাৰপাই কি হ'ল ভয় খাই গল, মই মাথো মুখেৰে light ৰ switch বুলি ফূটালো আৰু তেওঁ লগা লগ light on কৰিছে আৰু সেই মুহূৰ্ততেই এটা ধোঁৱা জাতীয় বস্তুলৈ আইতা ৰূপান্তৰ হৈ যেন ventilator ৰ বাহিৰলৈ উৰা মাৰি গুচি গ'ল তেনেদৰে দেখিলো মই...সেইৰাতি husband কো কি হৈছিল মোৰ লগত নকলো এনেই light জ্বলাই শুও বুলি কলো ভাল লগা নাই মনটো বুলি কৈ শুই থাকিলো ... পাছদিনা সকলোকে কওঁতে সকলোৱে কৈছে আইতাৰ আত্মায়ে মৰমৰ নাতিনীয়েকক best friend ক (মোক best friend বুলিছিল আইতায়ে আৰু ধেমালিতে সতিনীৰ জী বুলিছিল)...একেবাৰে সিপাৰলৈ যোৱাৰ আগতে বিদায় জনাবলৈ আহিছিল বুলি...তাৰ পাছত আইতাক আৰু মই দেখা নাই...কথাখিনি দীঘলীয়া হ'ল কিন্তু ভালদৰে বুজি পাবলৈকে এনেদৰে মোৰ লগত ঘটা ঘটনাটোৰ অভিজ্ঞতা ভালদৰে অনুধাৱন কৰিবলৈ কে দীঘলীয়া কৈ লিখি জনালো...🙂🙏🙏

  • @darkwarrior1608
    @darkwarrior1608 Год назад +67

    Hanuman chalisa is best for that situation

  • @jibanilahari2877
    @jibanilahari2877 9 месяцев назад +14

    আপোনাৰ মাত বহুত মিঠা ভগৱানৰ বানী আৰু মধুৰ শুনি থাকিবলৈ মন যায় জয় ধন্যবাদ 🙏🙏🙏জয় জগন্নাথ 🌹🌹🌹🌹

  • @bornaliboruah1331
    @bornaliboruah1331 Год назад +8

    Negative energy r kobolot noporibole daily prayers koribo lage. Okol j ami mohilabure ratipua ga dhui dhup saki logua pray kora and evng tu logua koribo lagibo tenekua kunu kotha nai. Vogobanor uporot astha thakibo lage. Nijor body and mind tuk nije control koribo janile beya energy bur nije nije atori jai. Moiu bohut baar feel korisu. Iman worst loike jua nai baru aru tenekua huatuo nibisarim. But eituye kom last t j teo vogobanor aradhana nokoricl karone., sob lightly loicl so bor beyake suffer korile teo j nijor mind tur uporot teor control nuhua hoi goicl.

  • @user-iw2td5cm3s
    @user-iw2td5cm3s 9 месяцев назад +21

    All problems=2 solution, Hanuman chalisa and gaytri mantra

  • @darrangrgirlrehena4687
    @darrangrgirlrehena4687 Год назад +15

    কবৰস্থানৰ ওচৰত সাধাৰণতে আমি ল'ৰা ছোৱালী বোৰে ৰাতি কৈ যাব নালাগে ‌গলেও পবিত্ৰ কৈ যাব লাগে । কিছুমান মানুহ‌ এনেকৈ পাগল হয় যায় ।

  • @abhikashyap7031
    @abhikashyap7031 Год назад +59

    भूत पिसाच निकट नहिं आवै
    महाबीर जब नाम सुनावै 📿

  • @lsd4889
    @lsd4889 Год назад +3

    Oh god... Moio direct paisu dekha enekuwa bastu.....feel krisu dada jnr kothabor

  • @kolpochitra3869
    @kolpochitra3869 9 месяцев назад +21

    আচলতে এনে ধৰণৰ ঘটনা বিলাক যাৰ ঘটিছে, তেওঁৰহে
    অনুভৱ হ'ব ,আনে উপলব্ধ কৰিব নোৱাৰে।আন মানুহকো এনে ধৰণৰ কথা কোৱা ম ই
    শুনিছোঁ। কিন্তু নিজৰ হোৱা নাই।

  • @bhaskarborah7873
    @bhaskarborah7873 9 месяцев назад +1

    Bohut dinor murot hadhu huna jen onuvob hol.tq

  • @jitashrisaikia8754
    @jitashrisaikia8754 Год назад +1

    Mojja ❣️ vl lagil

  • @ranjitbordoloi6503
    @ranjitbordoloi6503 7 месяцев назад

    Xun mja lgil❤❤ alp voy u lagil

  • @ankursarma6282
    @ankursarma6282 Год назад +9

    Jai hanuman Jai shri ram Jai bajrangbali

  • @Abhinob447
    @Abhinob447 Год назад +2

    Mojja,

  • @Rimpeedas2467
    @Rimpeedas2467 Год назад +12

    Manuh jone kenk sei situation tu par korise😨🥺 kenk polai ahisil o my god. Moi mori jam. Gar num siori uthise mur. Negetive energy ase mane prithibit 🥲..he vogowan anekua situation jate kunu manuhor lgte nidiba porvu🙏🙏🥺🥺
    aii negetive energy buror solution hoise Hanuman ji.. Hanuman r mantra ussaron kribo lge...jdi mantra najanne tenhole Hanuman r nam lolei hol. "Jay Hanuman"🙏🙏.

  • @minaskitchenvlog2377
    @minaskitchenvlog2377 Год назад +2

    Hosa kotha 100%🙏🙏🙏.moi bhukta bhugi

  • @Sumaya034
    @Sumaya034 Год назад +34

    আমাৰ পৃথিৱীত ভাল বস্তু থাকে আৰু বেয়া বস্তুবোৰ থাকে। মই বিশ্বাস কৰো কাৰণ মোৰ ছোৱালীজনীৰ লগত এনেকুৱা হৈছে।

    • @Sumaya034
      @Sumaya034 Год назад +3

      আৰু এই ঘটনা‌টো হোৱা মাত্ৰ তিনি মাহ হৈছে।

    • @Sumaya034
      @Sumaya034 Год назад +1

      @Krishtina baruah please বেয়া নাপাবা এই ঘটনাটো মই social media tদিব নোৱাৰো কাৰণ মোৰ ছোৱালীজনীৰ বয়স মাত্ৰ এঘাৰ বছৰ যেনে তেনে এইটোৰ পৰা বছাই আনিছো।

    • @JSSUnsscripted
      @JSSUnsscripted  Год назад +4

      amar studiot ahi share koribo khujile contact koribo 7002237286

  • @monalishatalukdar9162
    @monalishatalukdar9162 Год назад +25

    শ্মশান ৰ দৰে পৱিত্ৰ ঠাই নাই বুলি কয় মানুহে, সেই বস্তুবোৰ দেখিবলৈ নোৱাৰি অনুভৱ হে কৰিব পাৰি।কিন্তু আজিকালি মানুহকে ভয় লাগে বেলেগ বস্তুতকৈ

  • @dhrubakonwar9124
    @dhrubakonwar9124 9 месяцев назад +4

    হৰি হৰশ নহলে হৰি য়ে সকলো ৰূপ লয় । ভুত প্ৰেত শনি ৰাহু কাল সকলো তেও য়ে অনুভৱ কৰাব ।

  • @m2stathya997
    @m2stathya997 Год назад +6

    Bhoot pischasch nikat nahi aawe mahaveer jab naam sunawe
    I had not experienced paranormal till now...but yes I have experienced the power of hanumanji many times

  • @RajkonwarSaikia
    @RajkonwarSaikia 9 месяцев назад +8

    মোৰ খুৰা ৰাতি কামলৈ যাওঁতে soshan r আগতে যাওঁতে তেওঁৰ মুখৰ আগেদি কাঁহী দলিয়াই দিছিলে, আৰু মই কিছুমান সপোন দেখিছিলো 6 month আগৰ লৈকে, একেটা সপোন একে ষ্টাইলত দেখো, ৰাতি 2জনী মাইকী মানুহ আহে ঘৰৰ দৰ্যা আগত থাকে মোক ধৰিব আহে, সপোনত বেছি ভয় লাগে, বাস্তৱত নহই jihe 2 feel কৰিব নোৱাৰি, আৰু পঢ়িবৰ কাৰণে ৰোমত থাকো ভাৰা ঘৰত তাতো দেখা পোৱা হলো একে ঘটনা একে ষ্টাইল আহে 2জনী মাইকী মানুহ, এদিন চিঞৰি গলো, তাৰ আগতেও চিঞৰিব বিচাৰোঁ কিন্তু মুখৰ মাত নুলাই, সেই দিনা finally ওলাই গল তাহতক সপোনত দম দিব পৰা শক্তি 2 পাই গলো, atia কথা বোৰ 4লিখোঁতে গাৰ নোম শিহৰি উঠিছে, একে ষ্টাইল একে ধৰণৰ সপোন এদিন দুদিন নহই, বহুত বাৰ দেখিছোঁ 10 বাৰ উপৰত, পাছত মই niom niti কৰি ভাল পালোঁ, কি হৈছিল পাছত গম পালো আৰু, কিন্তু এটা কথা গম পালো, সপোন t দেখা বোৰ কাৰণ থাকে আৰু বহুত ঘটনা আছে কব নোৱাৰি text t

  • @sonmoinadoley1529
    @sonmoinadoley1529 7 месяцев назад +1

    বহুত interesting লগতে বহুত বেছি ভয় লগা কি কৰো চবলৈও ভয় লাগে চাবও মন যায় ভগৱান বচাবা আৰু🙏🙏🙏

  • @assamese243
    @assamese243 Год назад +24

    Need another scary real story🔥🔥

  • @chandanagogoi2299
    @chandanagogoi2299 Год назад +22

    Chant Hanuman Chalisa and Bajrang Ban daily. Nothing will dare to touch you

  • @manibankalitanath3648
    @manibankalitanath3648 Год назад +30

    আচলতে শ্মশান ৰ ওচৰেৰে আপুনি বেয়া সময়বোৰত অহা যোৱা কৰিছিল যিটো সময় অশৰীৰি আত্মাবোৰৰ বিচৰণৰ সময় ।আৰু সেই আত্মাবোৰে আপোনাক লক্ষ্য কৰিছিল আৰু আপোনাক অন্যায় কৰিব চেষ্টা কৰিছিল।

    • @barashasaikia572
      @barashasaikia572 Год назад +1

      Hxa..hai homoi khini mnuhr homoi nhoi .. teulukr ulua homoi hy

    • @dhunurumurlife6151
      @dhunurumurlife6151 Год назад

      Hello Tumi muru frd hba ni moiu back krim

    • @Nilutpalgogoi-vv8mz
      @Nilutpalgogoi-vv8mz Год назад +1

      @@barashasaikia572 mur ghrr usrta asa but rate ahu vut dekha nai

    • @leonrava5483
      @leonrava5483 11 месяцев назад

      ​​@@Nilutpalgogoi-vv8mzapuni sage henekua time t aha nai

    • @Nilutpalgogoi-vv8mz
      @Nilutpalgogoi-vv8mz 11 месяцев назад

      @@leonrava5483 kenakua time ...

  • @AXOMO1
    @AXOMO1 9 месяцев назад +1

    Jai shree ৰাম jai আই অসম

  • @ajtumung437
    @ajtumung437 10 месяцев назад

    Hoi anekua ...mur dada ajonor lgt hosli hodai aasuri thoi jai bht beya k ... Atia nije komise

  • @iiiiknow5270
    @iiiiknow5270 Год назад +11

    Smoking brings you to the lowest energy . He says he was smoking. Weed, alcohol,meat or guilt full food brings to the lowest energy. This proven.

  • @rohanmalik52
    @rohanmalik52 10 месяцев назад +1

    Yes moio Aitu bos2 experience korisu 3years hoisel ai bos2 mor lgt kisumn bos2 khunily esy jen lge but jitu amr logot hoi xai2 emn esy nhy bhut bos2 ami feel koribo pru kin2 dekha he npao aru ketiyaba proofbur thaki thaki naikiya hoi jai anekua jaty karo logot nohok

  • @barnalirabha9204
    @barnalirabha9204 6 месяцев назад +1

    Hosa hok miss hok mor kintu horror story huni vl lgy

  • @poojadutta622
    @poojadutta622 8 месяцев назад

    I can completely understand. Enekua horu horu incident mur lgtu hoisil..hopunot dekhu mur kunubai attack korise aru ratipua uthi dekhu real t mur gaat asura sin thake. Moiu hubo pora nasilu bht din...

  • @palashpratim2809
    @palashpratim2809 9 месяцев назад +7

    মোৰ দেউতা দিল্লী IIT পৰা BE in civil engineering পৰা পাচ কৰা , আপুনি শুনিলে আচৰিত হ'ব যে সেই সময়ত তেওঁ যি কেইজন বন্ধুৰ লগত আছিল একেলগে তেওঁৰ চকুৰ আগতেই তেওঁ অদ্ভূত অবাস্তৱ , সহজে মানিব নোৱাৰা ঘটনাবোৰ ঘটি আছিল, মানে তেওঁৰ কাষত শুই থকা বন্ধু জনক বিছনাৰ সৈতে দাঙি দলিয়াই দিয়া, চকুৰ সন্মুখত যেন এজন ৰজাৰ কোনো দাৰোৱানৰ দ্বৰে মানুহ হাতখন দাঙি যেন তেওঁৰ বন্ধুজনৰ ফালে চোচা লোৱা, তেওঁৰ বিচনাখনৰ শুই থকা মুৰতো ওলোটাফালে বাৰে বাৰে লৈ যোৱা এনেকৈ নানান অশান্তিকৰ যাতনা বোৰৰ মাজত তেওঁলোকে কি কেনেকুৱা এটা সাহিয়াল জীৱন লৈ কাম কৰি আহিছিল, মানে ভাবিব পৰা আৰু ম‌ই নাই , মানে এনেকুৱা এটা মনত ধাৰণা কৰি লৈছো যে মানুহৰ কিজানি মৃত্যুৰ পিছত এনে ধৰণৰ বস্তুৰেই মুখামুখি হয় সঁচাকৈ ।😮😮😮

  • @kritiman3578
    @kritiman3578 Год назад +2

    O my god sooooooo scarry

  • @jimleegogoi1841
    @jimleegogoi1841 Год назад +41

    Kune kune video to sai comments pohi asa like kori diya

  • @rinagogoi9956
    @rinagogoi9956 Год назад +2

    Really spritual.. Jar hoi hi ha Jana.. But I can't believe it... Negative energy asa..

  • @medhireetuja
    @medhireetuja 6 месяцев назад

    Bohut bohut puroni deenor kotha jetiya Aajir asom aru puroni asomor maajot bohot poriborton asile…..Amaar 80 yrs aaita henu suwali kalot school 🏫 jaboloi baah gosor toli par hoi ejaak suwalir logot jaai… edeenakhonor kotha… aaita tetia ekebare xoru suwali 11/12 bosoriya… school suti houte ghoroloi buli baahor toledi aahi thakute kesuwa puwaliye kaandi thoka jen xunise gutei suwalibure… kisumane ghora ghori gol… ejoniye henu kor pora kesuwa ulaal eeyat buli bhitoroloi jabo khujute baaki bure rokhaboloi sesta korile…kintu suwalijoniye kole sabo de kor pora kesuwar maat aahise buli koi alop baahor tolir jeka xemeka bhitoroloi xumaai gol…gutei khon lophalof jonghol… ji taai dekhi ahile jekaar majot suwalijoni pura bhool dekhar nisina boga aru mukhedi maat nuluwa bhoiyot obostha beya hoi gol

  • @xmdi3687
    @xmdi3687 5 месяцев назад

    ভূত ৰ কাহানী মোৰ বহুত ভাল লাগে কাৰণ বৰ্তমান বাস্তৱ ৰ kahani বোৰে বৰকৈ আমনি কৰে সেই বাবে ভূত ৰ লগতে বন্ধুত্ব কৰা টো বহুত ভাল । আকৌ আশা ৰল ভূতৰ খা খবৰ ৰ বাবে।

  • @dboysbest9255
    @dboysbest9255 Год назад +2

    Good morning

  • @Stexbee
    @Stexbee Год назад +3

    So scary 😨🎃☠️

  • @averma6347
    @averma6347 5 месяцев назад

    Hinashree sagey khoob mozza paay eibilaak story xuni... 😂😂

  • @CharuBorah-gc2oe
    @CharuBorah-gc2oe 9 месяцев назад +2

    I came here to see there's expiration more than story like"Oh mur voi lagi gol!";😂

  • @pinkunath6668
    @pinkunath6668 11 месяцев назад +5

    মোৰ লগতো এনেকুৱা ১বছৰ হৈছিল। ৰাতি শুব পৰা নাছিলো, হেচা মাৰি ধৰিছিল, Direct দেখা দিছিলে। পিছত ঘৰৰ মানুহে বেজৰ ওচৰত লৈ যোৱাত ভাল হৈছে।।

  • @rupadas8239
    @rupadas8239 Год назад +23

    Meditation krib, meditation a khdai negative energy r pra amak bosai rakhe, positive energy k lgt rakhele ketiao negative energy ahb nuare, mr lgto hoisil ankua, moi rati xub nuaro automatically mr saku mel khai jai moi rati mr rmt knbai aha joa kre thka feel kre thko 2pne ahleo, tr pist khar pai jao jetiai tetiai, anke bht dn moi xub para nasilu tr pist moi rati nuxui pelai bohi thko aru SHIV BABA k meditation kre thko tnke lahe lahe mr pra khei feel blak nhoa hoi gl.

    • @jupitaradas150
      @jupitaradas150 Год назад +2

      Hoi moi bujisu.moio anekua kiba anubhab korisilu.

    • @dulumonidas7430
      @dulumonidas7430 11 месяцев назад

      Mor lgot o anekuwa hoi rati xubo nuwaru negative xopun dekhu..aru feel kru Jen xosai mr lgt aibor hoi ase...bar bar jhatka khai khai xar paw😢

    • @Dhruba438
      @Dhruba438 10 месяцев назад

      Kene k kore meditation

  • @satyendradeka6343
    @satyendradeka6343 9 месяцев назад +3

    অপ শক্তি আছে সময় কাল বেয়া হলে দেখা বা অনুভৱ কৰিব পৰা যায়

  • @birennath8618
    @birennath8618 9 месяцев назад +9

    তুমি ভয় নাখাবা ভন্তি, আমি চাই আছো নহয়, কিবা বিপদ দেখিলে মবাইল টোকে অফ কৰি দিম।

  • @rekhaborbora6546
    @rekhaborbora6546 9 месяцев назад +3

    Hanumaan salisa..... Bajrangi bhai.... 😊

  • @peacefullife6979
    @peacefullife6979 Год назад +1

    Ekdom Satya koise.enekua jaar hoi hi hei jane...june bisshakh nokore bhoote tahatok dekhai dbo nijor ashtitva...

  • @simikakati7967
    @simikakati7967 6 месяцев назад

    Mur lgt bhut hoise real t bhut dekhisu

  • @musicloverwithlovestory7711
    @musicloverwithlovestory7711 7 месяцев назад

    Nokhere muku aaurese ghurabak e ❤❤❤❤ rati 11 tat mas dhorib jaute.. rati Ghr ahi Ga dhui glass t body2 sAute (Kor pora ahil) buku t kapur r tolot asura sin scress asil bht......

  • @Digantabhai8430
    @Digantabhai8430 Год назад +10

    vogoban ase jetia prithivit bhoot u ase🙏🙏🙏

  • @awesomeassam-
    @awesomeassam- 9 месяцев назад

    Same thing happened

  • @bikashkalita9707
    @bikashkalita9707 Год назад +2

    Manuhe koi val beya duio ta thake,hoito kunoba beya atmai Jodi vorit thorisil ,kuno ba vale hoito theka dibo pare 😮😮😮

  • @kalpanahazarika311
    @kalpanahazarika311 Год назад

    I am sorry, em biliva ble

  • @sukanyachoudhury6376
    @sukanyachoudhury6376 Год назад +14

    নখেৰে আচোঁৰা কথাটো বিশ্বাস কৰো মই। মোৰ মাৰ লগতো হৈ আছে এইটো ,প্ৰায় ৩০ বছৰৰ বেছি হ'ল। পিছৰাতি বাথৰূম যাবলৈ উঠিলে হয় এইটো সাধাৰণতে। আৰু কেতিয়াবা দিনটো হয়। কোনে ক'ত কেতিয়া আচোঁৰে একো গম নাপায়, ৰাতিপুৱা গা ধোওতে চেকচেকাই যায় যে, তেতিয়াহে গম পায়।

    • @darkwarrior1608
      @darkwarrior1608 Год назад +1

      Hoi hoi kotha tu hosa..mur stomach, leg t sin bohi thaka

    • @chitumonidas9878
      @chitumonidas9878 Год назад +2

      Mur lgto hoi mje mje,,bt VB thku knk nu asor khlu,,aru mnt a npre

    • @deepamonimoral7574
      @deepamonimoral7574 Год назад +2

      Same mur logot o hoi tini sarita nokh r asur pori thake bohut voi lgsl first atya normally Lou

    • @pratikshasarma2539
      @pratikshasarma2539 Год назад +2

      Atiya w hoi mur 7 din man agte mur hol asura Tu 4 jaga mnt asurise nije nije

  • @Kattar-hindu274
    @Kattar-hindu274 4 месяца назад +1

    Vut pishash nikat na aave mahavir jab nam sunabe...jai bajrangbali

  • @DSSCREATIVE428
    @DSSCREATIVE428 9 месяцев назад

    Jar logot hoi teu jane kenekuwa anuvob hoi...mur logt u hoise anekuwa olp blg...😢😢

  • @pujabordoloi857
    @pujabordoloi857 Год назад +3

    Vogowan bisakh nokora dharmik nuhua manuhor logot tenekuai hoi olop vogowan k bisakh vokti korile anekua ketiau nohoi😊

  • @manasbarman7452
    @manasbarman7452 Год назад

    Sprit arr energy l

  • @rashmiborah9138
    @rashmiborah9138 Год назад +1

    Aibilak real hoi sokolu. Mur logtu hoise sopunat kiba ata hole ratipua spot thake baa bikhai.....

  • @priyankamahanta6597
    @priyankamahanta6597 10 месяцев назад

    😮

  • @chudurBhai_12
    @chudurBhai_12 3 месяца назад

    Exactly okl sudur bhai tur... exactly exactly 😅

  • @HimaSaikia-sh3uo
    @HimaSaikia-sh3uo 9 месяцев назад +1

    হয় দিয়ক ,,যাৰ লগত ঘটিছে সেই হে বুজিব

  • @niranjanhazarika7814
    @niranjanhazarika7814 11 месяцев назад

    Kotha tu hoi but pisot ji bor teor lgt hoisil xeia mor mote phycology problem

  • @chinmoy9392
    @chinmoy9392 11 месяцев назад +2

    23:10 bajrangi bhaijan khbo loisile 🤣

  • @rashmiborah9138
    @rashmiborah9138 Год назад +1

    হয়।

  • @jitenrabha9631
    @jitenrabha9631 9 месяцев назад +1

    Amar gaonr ajon hoisil . haydrabad ot bisi din hua nai ghrt oha....10pist ahil train or pora polaisil ..buhut dighol kahini ....kiba kibi mat diye Tak ..kintu kunu osrt dekha napi .......

  • @user-fz1tv2pw8k
    @user-fz1tv2pw8k 4 месяца назад +1

    সঢা কিবা এটা আছে ❤❤

  • @bagmitakashyap9308
    @bagmitakashyap9308 Год назад +4

    Definitely 😁

  • @nngg452
    @nngg452 6 месяцев назад

    Bearine or ata part on hoi goisil. Ai part tu off hoboloi bohut time lage bhal. tuponi ahile thik hoi jai. Mostion chainge tablet khalei thik hoi jai

  • @RupaBora-oj9is
    @RupaBora-oj9is 6 месяцев назад

    😮😮😮

  • @priyanshunag9163
    @priyanshunag9163 Месяц назад

    ❤❤❤❤❤❤❤❤❤

  • @prasantasaikia5579
    @prasantasaikia5579 Год назад

    O ase mano

  • @phulmonithakuria4715
    @phulmonithakuria4715 Год назад +3

    Ru lage horoor story

  • @Stardust_cruise
    @Stardust_cruise Год назад +2

    Invite Tribeni Saikia

  • @user-ok2sm7lt2k
    @user-ok2sm7lt2k 8 месяцев назад

    Yes June bhoge hiye jane...moi o bhugisu kiba ata...june biswas nokore bhar me jaw

  • @user-oq2hd7kt3v
    @user-oq2hd7kt3v 4 месяца назад +2

    Muko adin motibo jaote bhotei dekha disil aru moi ake jape ghar paisilo😅😊😂😂😂

  • @NirupamaDas-pu4mz
    @NirupamaDas-pu4mz 10 месяцев назад

    Hoi aibur hosa ghotona

  • @geetashreeborgohain6334
    @geetashreeborgohain6334 9 месяцев назад

    😢

  • @himangsubora6963
    @himangsubora6963 Год назад +2

    I was suffering from 2007 to 2016-17

    • @vidhouse88889
      @vidhouse88889 7 месяцев назад

      Apuni contact kribo studiot..aru experience share kribo

  • @krishnak.tboruah5536
    @krishnak.tboruah5536 2 месяца назад

    অতি আচৰিত দাদা
    কীয় ইমান দিন বাবাৰ এজনৰ আশ্রয় ননলে

  • @ranjitsaikia542
    @ranjitsaikia542 8 месяцев назад

    Ow kiba eta harkat dekhile dada

  • @Anish-X-Editz07
    @Anish-X-Editz07 3 месяца назад

    Very horror

  • @SamratDas-uf4mv
    @SamratDas-uf4mv 10 месяцев назад

    Asa .. bohuta vissak nokora .. moio paisu .. moi morar pora bacisu.. moi nija nijok Mari dibo loicilu.. mur anakuya hoi goicil..

  • @user-wu1oj7zl1z
    @user-wu1oj7zl1z 10 месяцев назад +2

    ওম নমঃ চিবাই

    • @silpisikha4913
      @silpisikha4913 9 месяцев назад

      ওম নম: শিৱায়

  • @emptinessankitagogoi7852
    @emptinessankitagogoi7852 6 месяцев назад

    Gom psu bru apuni bht poha huna kra lora bli, kintu english word khini alap komke kua hle huni ru vl lgl hoi kahanitu.

  • @Harsha_9t
    @Harsha_9t 7 месяцев назад

    I feel korisu agot blv kora nasilu but jatia mur lgt hoisil...heikhini amr ghr manhu feel korisil ...bohut voi voi kori asilu kiba negative enargy feel hoisil ting uporot karubar khuj aru kunubai hopunot golot hesi dhorisil kin2 hopunor pora haar pua pisot u golot dhori mari pelabo khujisil😢

  • @moushumidas8461
    @moushumidas8461 Год назад

    Annanya kashyap interview eta koribosun

  • @paharidutta8509
    @paharidutta8509 Год назад +10

    So true.. am also suffering frm that moment... when I was at the age of 8... that time we live at Arunachal Pradesh(Pasighat)

    • @paharidutta8509
      @paharidutta8509 Год назад

      Xactly true.... in my dream an old lady always says that she buried me under a big hole.. 😢😢😢

    • @JSSUnsscripted
      @JSSUnsscripted  Год назад +1

      amar studiot ahi share koribo khujile contact koribo 7002237286

  • @biswajitchakarbarty
    @biswajitchakarbarty 3 месяца назад

    Jay shree ram jay bajrangbali 🙏

  • @rudrakshabhagowati4771
    @rudrakshabhagowati4771 9 месяцев назад

    Jar logt hoi hei manuh e buji pabo

  • @peacefullife6979
    @peacefullife6979 Год назад

    Thik kotha koise bhoote bhorite dhore,muro dhorisil aru mur bhori bhoote rosire bandhi rakhisil moi dourisilu bht kostot tarpasot moi shiv baba r ashray lolu ekebate aru shiv bhakt hoi golu

    • @JSSUnsscripted
      @JSSUnsscripted  Год назад

      amar studiot ahi share koribo khujile contact koribo 7002237286

  • @shd483hiya
    @shd483hiya Год назад +2

    Xeikrne life ot ketiyao shortcut lobo nalage

  • @user-pn9jo6ym5v
    @user-pn9jo6ym5v 6 месяцев назад

    Yes,it may happen sezophenia.

  • @indian9943
    @indian9943 5 месяцев назад

    Hello m from Guwahati, moi nijor khorukalor ghotona share kribo bisaru, 4 ba 5 basor asilu may be, bhut rati hoisil 1995r kotha, tatiya ako amr ghori nasile ghort time saboloi. Kintu emn khini jnu bhut rati hoisile may be 2am. Aru amr ghorr gate khon olp beya asile mane olp bhonga asile. Gotike duta khoru ekdam khoru mane rabbitr khoman jopiyai jopiyai ghorr vitorot khumai ahise aru birat kola asile bostu duta ki asile mane aji loike buji napalu. Ahi musori uport jopiyai uthise aru muk koise ulai aha ami kheliboloi jam. Moi ako tatiya nijor mak birot voi kru, mak nukhuda k eku kam nkru. Moi he duta prani jonik kolu moi najaw de mai a gom pale pitibo aru tohotoku pitibo gotike ja. Bhut sesta solaise, fusolaise mane muk ulai nibo but g he tu musori virot asilu moi aru hehote bahirot so muk nibo nuaril. Aru etu khopun nhoi dithok asile. Moi aji o hei duta pranik pahoribo para nai. Morning uthi ma aru aeitak kotha tu koisu, kintu moi voi kham buli muk hehote khopun buli koi thomai dise.

  • @babluray5831
    @babluray5831 Год назад +2

    Xsake jar lgt hy khi he buji pay.mur lgt o anekua hoisl.but mk kunba mnuhe kiba kraisl.bhut beake voy khaislu.haikhini hmyt mind tu blg hoi gysl.😔

    • @JSSUnsscripted
      @JSSUnsscripted  Год назад

      amar studiot ahi share koribo khujile contact koribo 7002237286

  • @CharuBorah-gc2oe
    @CharuBorah-gc2oe 9 месяцев назад +13

    I hear horror story only for fun😂

  • @minubordoloi1085
    @minubordoloi1085 Год назад +1

    Ase atiyai ase eatu agraki suwalir logot goisil 2 ta bosr,ak bosr man hoise Val hol,astomedh joigor vsmo Ani gat Hani Val hol

  • @PranjitRabha-ry1sp
    @PranjitRabha-ry1sp 9 месяцев назад +2

    Moi vut ase buli bishak koru.

  • @dhunusaikia5650
    @dhunusaikia5650 Год назад +1

    Atiya rati 12 baji gl Sai Mur voi he lagise

  • @assameseorganisation
    @assameseorganisation Год назад +2

    Bulbul hussain dar interview laga