অৰুণোদয় আঁচনি বন্ধ কৰি দিয়াৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ

Поделиться
HTML-код
  • Опубликовано: 21 окт 2024

Комментарии • 209

  • @saminkumar1259
    @saminkumar1259 2 месяца назад +70

    আচল কথাটো হ'ল চৰকাৰে এনেও আৰু বেছিদিন ধাৰ লৈ চৰকাৰ চলাব নোৱাৰে।গতিকে এদিন বন্ধ হোৱাটো নিশ্চিত।ধাৰ লৈহে চৰকাৰ চলাই আছে।অৰুণোদয় নাপাওতেই আগতে কি কৰিছিল?অসমৰ ৰাইজে চলা নাছিল নেকি?আগতে বস্তুৰ ইমান দাম বঢ়া নাছিল নহয়।এতিয়া স্মাৰ্ট মিটাৰ আনি লুটিবলৈ লৈছে। মানে এটা কিবা অজুহাত লাগে এই আচনিখন বন্ধ কৰিবলে।এনেও মনে নকয় দুখীয়া ৰাইজক ভীক্ষাৰি হোৱা কামকে কৰি আছে এইখন চৰকাৰে।ৰাতি সপোনত বা কিমান বাৰ ভাৱে দুখীয়া ৰাইজক বহুত দিলোঁ নেকি। নিজৰ নামত যে কিমান সম্পত্তিৰ পাহাৰ আছে সাধাৰণ মানুহৰ আছে জানো?এফালে দিছে হয় কিন্তু গৃহিনীবোৰে অলপো বুজি নাপায়।কাৰণ মতাবোৰে দেহামাৰি টকাকেইটা গধূলি গুজি দিয়ে যে মাইকীজনীক সেইকাৰণে।অৰুণোদয় বন্ধ হ'ব লাগে।আমিয়ো বিচাৰোঁ কিন্তু সকলো বস্তুৰ দাম কমিব লাগিব।
    হাই হাই বিজেপি চৰকাৰ

  • @purnanandatahbilder9559
    @purnanandatahbilder9559 2 месяца назад +41

    কিমান ধাৰ কৰি দি থাকিব এদিন নিজে নিজে বন্ধ হৈ যাব

  • @BabulBorah-wx8nx
    @BabulBorah-wx8nx 2 месяца назад +25

    এইখন আচনিয়ে ৰাজ্য পঙ্গু কৰিব

  • @babitadas3621
    @babitadas3621 2 месяца назад +14

    অৰুণোদয় চলি থাকক বা বন্ধ হওঁক আমাৰ কি আহে যায়,,,,, মোৰ শাৰীৰিক ভাবে বাধাগ্ৰস্থ ছোৱালী জনীৰ বাবে বহু চেষ্টা কৰিও ব্যৰ্থ হলো ,,,

  • @bimalboruah1077
    @bimalboruah1077 13 дней назад +1

    বন্ধ নকৰিব নহলে আমার নিচিনা দুখীয়া মানুহ কেনেকৈ চলিম😭

  • @PrasantaBaruah-s9e
    @PrasantaBaruah-s9e 2 месяца назад +8

    অৰুণোদই আচনি টকাৰে ৰাইজ চলি থকা নাই ।অৰুণোদয় আচনি ভোটৰ লালসাত ৰাইজ ক দিছে।এই আচঁনিৰ বন্ধ হলেও আপত্তি নাই.............

  • @RushikhaBorshRup
    @RushikhaBorshRup 2 месяца назад +10

    যদি প্ৰতি মাহে 4 কোটি 75 লাখ এই আচঁনিৰ নামত খৰচ হয় , দেওলিয়া নহৈ কি হব ?

  • @dimpulahon7449
    @dimpulahon7449 2 месяца назад +35

    বন্ধ হলে ভালহয়।পাব লগা মানুহে এই আচঁনিৰ টকা নাপাও।

    • @JodumoniHazarika-v5k
      @JodumoniHazarika-v5k 2 месяца назад +1

      Right ✅️

    • @krishnogaming5225
      @krishnogaming5225 2 месяца назад +1

      বুঢ়ী বিলাক কিয় অৰুণোদয় দিব লাগে আৰু আমাৰ ইয়াত মেখেলা চাদৰ লৈছে আমি ল'ৰা ছোৱালী পঢ়াই আছোঁ কিন্তু আমি নাপাও

  • @short-spread
    @short-spread 2 месяца назад +17

    বন্ধ নকৰিব নহলে আমাৰ নিচিনা দুখীয়া মানুহ কেনেকৈ চলিব 😢

  • @p.borah.videos9949
    @p.borah.videos9949 2 месяца назад +5

    নেলাগে আমাক অৰুনদয়। দাঙৰিয়া আপুনি আলু পিয়াজ শাক পাচলি কিমান দাম হলগৈ আপুনি হাৰ পাইছে নে।

  • @ManishaDas-v2s
    @ManishaDas-v2s 2 месяца назад +15

    ভাল কথা

  • @HoreswarBorah
    @HoreswarBorah Месяц назад +1

    অৰুনোদইৰ আঁচনি ধন নেপালেও মোৰ একো ক্ষতি নহয় ।

  • @dipikaphukan7387
    @dipikaphukan7387 2 месяца назад +20

    আচল কথাটো প ইচা‌ নাই‌ ,

  • @JanmoniGogoi-ww7xz
    @JanmoniGogoi-ww7xz 2 месяца назад +17

    ধনী বোৰে পায় বন্ধ কৰিলে ভাল হব

  • @NabinKachari
    @NabinKachari 2 месяца назад +4

    বন্ধ হব লাগে। পাবলগিয়াই পোৱা নাই। ❤❤

  • @Bikashsewali
    @Bikashsewali 2 месяца назад +6

    😢😢😢 অৰুণোদয় আঁচনি দুখীয়া সকলৰ বাবে বহুত সহায় হৈছিল বিধবা সকলে সকাহ পাইছিল

  • @monuwarabegam5708
    @monuwarabegam5708 2 месяца назад +9

    ধাৰ লৈ কিমান দিন অৰুণোদয় আঁচনি মুখ্য মন্ত্ৰী দামভিকে মুখ্য মন্ত্ৰী পতন

  • @tuseswarnirmoli9831
    @tuseswarnirmoli9831 2 месяца назад +2

    মামা তুমি দিয়া অৰুণোদয় টকাই আমি মাহতো চলি ও থাকি গৈছে

  • @allaluddin1741
    @allaluddin1741 Месяц назад

    Good NeWS

  • @NipenHazarika-ny1hr
    @NipenHazarika-ny1hr 2 месяца назад +2

    কেঞ্চাৰ মোৰ হৈচিল চৰকাৰৰ পৰা সুবিধা একো নাপালো বিছাৰি লাজত পৰিলোঁ তাতকে বুজি পোৱা হ'ল গিয়ান।

  • @Gitagogou
    @Gitagogou 2 месяца назад +2

    Bondho nokoribo,

  • @dalimesonowal8751
    @dalimesonowal8751 15 дней назад

    বন্ধ নকৰিব আমি দুখিয়া মানুহৰ বাবে বহু ত উপকৃত হইছাে

  • @dsaikia8980
    @dsaikia8980 2 месяца назад +5

    একো হাহাকাৰ নহয় । আজিৰ দিনত ১২৫০/ টকাত কি পায়?

  • @achintyabora.6467
    @achintyabora.6467 2 месяца назад +15

    বন্ধ কৰক। এই বোৰ British ৰ আফিং আচনিৰ দৰে। ই মানুহ ক অকমন্য কৰি আছে আৰু দৈনিক হাজীৰা বঢ়াই আছে

  • @jayantahazarika6024
    @jayantahazarika6024 2 месяца назад +3

    বন্ধ কৰিব লাগে

  • @KalpanaGogoi-k2d
    @KalpanaGogoi-k2d 2 месяца назад +1

    বন্ধ কৰক

  • @kankanboruah6003
    @kankanboruah6003 2 месяца назад +9

    অৰুনোদইৰ আচনিয়ে বহুত দুখীয়া লোকক সকাহ দিছিল,,,বৃদ্ধ পেঞ্চন টো বন্ধ হলেই,,,,যদি হয় অহা নিৰ্বাচনত ইয়াৰ ফলাফল লবলৈ সাজু থাকিব,,, পাশা খেল কিমান খেলিব

  • @bijumonikalita588
    @bijumonikalita588 2 месяца назад +1

    অৰুণুদয় বন্ধ হ'লে আমাৰ কি হ'ব সেইয়াতে আমাৰ জীৱন

  • @bipulborah2193
    @bipulborah2193 2 месяца назад +6

    একে বাৰে মিচা কঠা। আপোনালোকে নিশ্চিত ঠাকক দি থাকিব আৰু অলপ বেছিকৈ হে পাব।

  • @niranjansinghniranjansingh-v5b
    @niranjansinghniranjansingh-v5b 2 месяца назад +9

    Ako nohoi bondho kori deok😊

  • @anitadas293
    @anitadas293 8 дней назад

    Yes

  • @tali4879
    @tali4879 2 месяца назад +1

    Nice

  • @santoshnath8232
    @santoshnath8232 2 месяца назад +2

    Bondho kori diyok .....

  • @TinaSwargiary-ht3sn
    @TinaSwargiary-ht3sn 2 месяца назад

    বন্ধ কৰা

  • @pinkudas1254
    @pinkudas1254 2 месяца назад

    Moja

  • @NiruChoudhury-v2u
    @NiruChoudhury-v2u 2 месяца назад

    কংগ্ৰেছ শেষ হলেও অৰুণোদয় আঁচনি শেষ নহয় যেন।

  • @NipenHazarika-ny1hr
    @NipenHazarika-ny1hr 2 месяца назад +1

    মুখ্য মন্ত্ৰীয়ে ধাৰ কিমান ল'ৱ,ধাৰ লৈ অৰুনোদই দিৱ নালাগে আৰু ক'ৱ পৰা নাই যে প ইচা নায়েই,এতিয়া ইচ্ছু দেখাইচে কংগ্ৰেছ ভুল বুলি বিচলিত কৰিছে,লাজ লগানাইনে। মই ভুক্ত ভুগি যে আইসমান্ কাদ কি সকলো মেদিচান নিকিনিলে নহয় আৰু আইচমান আশা কৰি মানুহ মৰিজাৱ আৰু নিজে চকু দিব লাগে আৰু ৰাইজক পতাৰনা কৰিছে, মুখ্য মন্ত্ৰী চৰকাৰৰ এই খন চৰকাৰ দালাল,এতিয়া শাৰিৱ নোৱাৰি আবুল তবুল বকিৱ ধৰিছে ৰাইজে মুখ্য মন্ত্ৰীৰ ভাসনক লৈ ভুল নজাৱ কাৰন গছ পুলি ৰুই জি পালে হৈয় গৈছে আৰু গোতৰ ধাৰ মাৰি দিম বুলি আশা দিছিল কি হ'ল বিধবা বিদ্ধ প্ৰেনন কি হ'ল দেখা গৈছে আৰু কি লাগে উত্তৰ মানুহক পতাৰনা কৰা বুধী ধন্যবাদ থাকিল ৰাইজলৈ।

    • @susmitadas6141
      @susmitadas6141 2 месяца назад

      😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡

  • @nipulbora1190
    @nipulbora1190 2 месяца назад +3

    বন্ধ নকৰিব পুনৰ অসমত বি জে পি চৰকাৰ গঠন হ'ব, বহুত দুখীয়া পৰিয়াল উপকৃত হৈছে, আমাক অৰুনোদইৰ লাগে,

  • @chenehidutta5240
    @chenehidutta5240 2 месяца назад +2

    বন্ধ হ'লে ভাল হয়

  • @fotikdas2264
    @fotikdas2264 2 месяца назад

    Veery good news

  • @jydipdas3677
    @jydipdas3677 2 месяца назад +3

    Bondho hobo lage

  • @muzammilhaque6852
    @muzammilhaque6852 2 месяца назад +1

    Very good

  • @kishoridas6447
    @kishoridas6447 Месяц назад

    এয়া হ'ল ৰাজনিতি। ২৬ৰ ভোটৰ আকৰ্ষণ।

  • @HoreswarBorah
    @HoreswarBorah Месяц назад

    অৰুনোদইৰ নেপালেও আমাৰ একো ক্ষতি নহয়। প্ৰসাধন সামগ্ৰী খিনিও কিনিবলৈ নোজোৰে ।

  • @ratanbaishya4565
    @ratanbaishya4565 2 месяца назад +6

    Congress jindabad.....kiman loan loi di thakib mama i

  • @rubuldas2859
    @rubuldas2859 2 месяца назад

    Right bar Val khbor

  • @hiyangamer2544
    @hiyangamer2544 Месяц назад

    Good

  • @PoleeMout
    @PoleeMout 2 месяца назад

    Mozaa

  • @utpalbaruah3847
    @utpalbaruah3847 2 месяца назад

    আমাক লাগে 😢

  • @NilakshiandSourav
    @NilakshiandSourav 2 месяца назад

    বন্ধ নকৰিব

  • @tonmoyborahsaikia2745
    @tonmoyborahsaikia2745 2 месяца назад +1

    বিজেপিয়ে দুখীয়াক এইখনেই আছনি দি আছেঁ তাতে আকৌ নাটক আৰম্ভ হলেই ৷বিজেপিৰ এখন প্ৰথম আছনি আছিল যত জনসাধাৰণৰ পৰা ভোটত জিকিছিল একমাত্ৰ অৰোনদয়ৰ কাৰণেই

  • @ytfather21
    @ytfather21 2 месяца назад

    উপায় নাই এতিয়া লোকৰ ওপৰত দোষ জাপি দি বৈতৰণী পাৰ হ'ব বিচাৰিছে।

  • @uddhabnath205
    @uddhabnath205 2 месяца назад

    Nice 👍

  • @jyoyatamuli5331
    @jyoyatamuli5331 2 месяца назад +1

    Congas sur sorkar hoi. Bjp. Bohut val sorka hoi. Aru bjp. Sorkar bohut val sorkar hoi. Bjp. Sorkara bohut dhukiya manuhok. Hohoi koresa ❤🎉❤

  • @jontidutta8776
    @jontidutta8776 Месяц назад

    Bondho kori diyok

  • @BiswajitBora-ti4oq
    @BiswajitBora-ti4oq 2 месяца назад +1

    Bondho,korok, arunudoi,asoni 😮😮😮😮😮😮😮😮😮😮

  • @RajdeepGogoi-j6c
    @RajdeepGogoi-j6c Месяц назад

    Bondo nkribo plz

  • @PrajenBorman-ud9ih
    @PrajenBorman-ud9ih 2 месяца назад +1

    Val khobor bondho hobo lage

  • @TinaSwargiary-ht3sn
    @TinaSwargiary-ht3sn 2 месяца назад

    A moja 😅😅😅

  • @jonalikalita7892
    @jonalikalita7892 2 месяца назад

    বস্তু দাম কমাই দিয়ক মামা

  • @papidasvlogs
    @papidasvlogs 2 месяца назад

    বস্তুৰ ইমান দাম বাঢ়িছে কমাই দিয়ক চৰকাৰে নহলে আমি দুখীয়া বিলাক কেনেকৈ চলিম লাইনৰ ইমান বিল আহে কেনেকৈ দিম আমি নোৱাৰা হৈছোঁ আৰু চলিব মৰিবো লাগিব চাগে মাৰিব বিচাৰিছে দুখীয়া মানু্হ খিনিক

  • @kunjalataboro5550
    @kunjalataboro5550 2 месяца назад

    Bandha nokaribo ai asoni. Sir bohut raije upokrit hoise

  • @pranabbaruah7687
    @pranabbaruah7687 2 месяца назад +5

    বাতৰিৰ teg line আৰু ভিতৰৰ বাতৰিৰ মাজত মিল নাই।

    • @joyamonisaikia01
      @joyamonisaikia01 2 месяца назад

      Video Bonabo lage bonaise aru Batori Tag line aru Vitor Batori manot Mil nathkileu Aku Nai views lage matro

  • @Susuk.r.Patgiri
    @Susuk.r.Patgiri 20 дней назад

    ধনী বিলাক কাতিদিয়খ মামা

  • @janborah5294
    @janborah5294 2 месяца назад

    Ami puai nai ai asoni..

  • @joshnaray3117
    @joshnaray3117 2 месяца назад

    জি সকলে অৰুণোদয় খাই আছে , মামাৰ ধকৰিতু চেলেকিব বাকী আছে

  • @Lakimonisaikia
    @Lakimonisaikia 2 месяца назад

    Bondho hobo lage,puai pai ase nupuai nai😢😢

  • @sudirsingh1652
    @sudirsingh1652 2 месяца назад

    Sir aibur kotha bat diok prothame apuni nrc biometric thik korok ati hunkale

  • @GangaNeog-q1c
    @GangaNeog-q1c 2 месяца назад

    Thik,koisai,mama😊😊😊😊

    • @GangaNeog-q1c
      @GangaNeog-q1c 2 месяца назад

      Ami apunar,logot,asu

    • @GangaNeog-q1c
      @GangaNeog-q1c 2 месяца назад

      Moi,pau,apuni,diya,poisa😊😊😊

  • @DlipGogoi-vd9uf
    @DlipGogoi-vd9uf 2 месяца назад

    অৰোনদ আছনি যদি বন্ধ হয় তেনেহলে নতুনকৈ কিয় ফম লৈছে অৰোনদ আছনি বন্ধ কৰি দিয়ক কিন্তু বূধ পেন্সন পোৱা মকলক এই আছনি পৰা নকৰিব বহিষ্কাৰ

  • @RamenbarmanRamenbarman-nx7qw
    @RamenbarmanRamenbarman-nx7qw 2 месяца назад

    বোৰ ভাল লাগিল মামা ইমেমেদ বন্ধ কৰিব লাগে

  • @GitanjoliDas-q7f
    @GitanjoliDas-q7f 2 месяца назад +1

    Bondho kori nidibo. Medicinor namot poisa dise nohoy.jie nohouk 1250 tokai mur karone bohut. Moi Medicinor namot besi jai 3mahor mure mure blood test koribo lage. Saibabe ai asoni bondho koribo nalage.

  • @DigantaHazarika-zx7dr
    @DigantaHazarika-zx7dr 2 месяца назад +2

    Kori da

  • @ytfather21
    @ytfather21 2 месяца назад

    2026ত মজা বাহিৰ হ'ব।

  • @kishandas9765
    @kishandas9765 2 месяца назад

    Nkribo plss

  • @BitupanGogoi-zc1tj
    @BitupanGogoi-zc1tj 2 месяца назад

    এইবাৰ মেট্ৰিক পৰীক্ষাৰ ভাল ফলাফল কৰা বোৰক চাৰি চকীয়া বাহন দি দিব দাঙৰীয়া।

  • @kalpanagogoi8994
    @kalpanagogoi8994 2 месяца назад

    Moja khbr

  • @nilaksheedas4021
    @nilaksheedas4021 2 месяца назад

    দুখৰ খবৰ।

  • @imranabegumlaskar-yv3xd
    @imranabegumlaskar-yv3xd 2 месяца назад +1

    Kio?

  • @RanjitPatar-fs6lz
    @RanjitPatar-fs6lz 2 месяца назад

    Ji ji😅

  • @PoragHazarika-ro9ep
    @PoragHazarika-ro9ep 2 месяца назад

    Raiet

  • @binaprovasaikia8555
    @binaprovasaikia8555 2 месяца назад +2

    Bohut val hobo aime to nipuo donea ha pi

  • @rajanarah7587
    @rajanarah7587 2 месяца назад

    Oooooooooooooo

  • @MayawatiChungkrang-d7b
    @MayawatiChungkrang-d7b 2 месяца назад +3

    Parile Ajihe Bondo korok . Bohot val hobo. 1250 toka 30 Apunar 1 dinor pakghorr bozar r nohoy 😅😅😅😅😅😅😅 Apuni 1250 toka di Burbok Bonase Si Si Laj Loga kotha

  • @krishnakakaty2624
    @krishnakakaty2624 2 месяца назад +1

    Mamai. Gomei. Napai. Gawor. Lidar. Bure. Ki. Korose.

  • @IlaDevi-xi8xm
    @IlaDevi-xi8xm 2 месяца назад

    Arunodai. Bandha. Nakariba. Sir. Bjp. Jindabad

  • @KalpanaBorthakur-iq5dg
    @KalpanaBorthakur-iq5dg 2 месяца назад

    বন্ধ হ'লে ভাল হয়।

  • @RanuSingh-y3s
    @RanuSingh-y3s Месяц назад

    moga

  • @SentiGogoi
    @SentiGogoi 2 месяца назад

    কংগেছ চৰকাৰখনৰ মেথাত একো মাল নাই মেথাত মাল থকা হলে অলিয়া বলিয়া নবলকে বিজেপি জিনদাবাদ

  • @Barnali86
    @Barnali86 2 месяца назад

    বন্ধ কৰক এই আচঁনি

  • @AzizulHoqueAnchary
    @AzizulHoqueAnchary 2 месяца назад +5

    No value arunodaya assoni

  • @bishudas2559
    @bishudas2559 2 месяца назад

    Vlo hobe

  • @rekhabhagowati5809
    @rekhabhagowati5809 2 месяца назад

    Nokoribo

  • @BandanaBorah-e1u
    @BandanaBorah-e1u 2 месяца назад +3

    বন্ধ নকৰি ।দুখীয়াই বহুত সকাহ পাইছে।

  • @TCF573
    @TCF573 2 месяца назад +1

    Tar Arunudoy r uporote hekh bhorokha 😅😅

  • @SusuPatgiri
    @SusuPatgiri 2 месяца назад

    Ditam mama

  • @AratiBaro-yw6ho
    @AratiBaro-yw6ho 14 дней назад

    moi je napao bimari hoeo bandha koraai bhal.

  • @kalpanagogoi8994
    @kalpanagogoi8994 2 месяца назад +1

    Moi bohut val pam bondha hole karon lidar bilakor poryalehe paise besikoi amar gaont dekhisu moja khbr

  • @IslamSoriful-s6j
    @IslamSoriful-s6j 2 месяца назад

    ছামুচেৰে দিয়া বেলচাৰে নিয়া বন্ধ হব লাগে ।

  • @RanuSingh-y3s
    @RanuSingh-y3s Месяц назад

    moga😮😮😂😂😂