কোনে লাভ কৰিব অৰুণোদয় ৩ আঁচনিৰ ধন? কোনে আবেদন কৰিব পাৰিব ৰেচন কাৰ্ডৰ বাবে?

Поделиться
HTML-код
  • Опубликовано: 16 ноя 2024

Комментарии • 406

  • @vickyentertainment1579
    @vickyentertainment1579 Месяц назад +166

    চৰকাৰী মানুহ নিয়োগ কৰক, নহলে অনলাইনত তথ্য বোৰ লৈ অৰুণোদয় দিয়ক, panchayat ৰ মানুহক দায়িত্ব দিলে system টো বেয়া কৰে, নিয়ম অনুযায়ী নাম নিদিয়ে, নিজৰ মানুহ নহলে ধন লৈ অৰুণোদয়ত নাম সোমোৱায়, আৰু চৰকাৰী চাকৰী মানুহ বহুতে এতিয়াও ৰেচন আৰু হিতাধীকাৰী ধন পায় আছে। সেইবোৰ ভালকে পৰীক্ষা কৰক।

    • @ofisielviralvideos2948
      @ofisielviralvideos2948 Месяц назад +11

      BJPtit vote dishili nai oi 😂😂😂

    • @ofisielviralvideos2948
      @ofisielviralvideos2948 Месяц назад +4

      Bostu lage BJP k vote dishili janu 😂

    • @BikramRoy-y6j
      @BikramRoy-y6j Месяц назад +2

      Dada thik kaise ai panchayat borr mamber aru sc pitab lagib ami ako napao

    • @ofisielviralvideos2948
      @ofisielviralvideos2948 Месяц назад +1

      @@BikramRoy-y6j BJP k vote dishila nai amar eatt to sobe bostu pai sob BJP manuh hoi tumar tat sob dutolia nki 🤣🤣

    • @BadshaMiya-sc6zs
      @BadshaMiya-sc6zs Месяц назад

      0000FYI go

  • @Jon_mani
    @Jon_mani Месяц назад +86

    আপুনি অৰুণোদয় দিয়াতকৈ বস্তুৰ দাম কমোৱাৰ দিহা কৰক । আমাৰ দৰে কৰ্মী সহায়িকা সকলক জীয়াই জীয়াই মাৰিছে। খাবলৈ পিন্ধিবলৈ নুকুলায়। ল'ৰা ছোৱালীক বিচৰা মতে পঢ়াব পৰা নাই।উন্নত চিকিৎসাৰ অভাৱত আমাৰ বহুত লগৰী হেৰুৱালো। মহোদয় বজাৰৰ জুইছাই মূল্য বিদ্ধ কমাওক। মানুহক কৰ্ম কৰি খাব দিয়ক। আৰু কোঙা নকৰিব

  • @DelalSarkar
    @DelalSarkar Месяц назад +55

    Mama অরুণোদয় গাওর দালালক দায়িত্ব নিদিব ফ্রম ফিলাব করি দিলো toka নিলে কিন্তু অরুণোদয় নাপালো

  • @sabitribarman7396
    @sabitribarman7396 Месяц назад +9

    আমাৰ গাওঁত চাকৰিয়াল মানুহে ৰেচন কাড সাইটে ধনী মানুহে অৰুণোদয় পায়।

  • @Nobin-ti4lo
    @Nobin-ti4lo Месяц назад +15

    আমাৰ গাঁওত ধনী মানুহে হে পাইছে কাৰণ দুখীয়া মানুহে B.J.P.ভোট দিয়া নাই নেকি পকী ঘৰ থকা আৰু বুট কমিটী মানুহে হে পাইছে ।আমাৰ গাঁওত । সেই কাৰণে চাৰভে কৰিব লাগে আমাৰ গাঁওত জিলা তিনিচুকীয়া

    • @KironMoniBorah
      @KironMoniBorah Месяц назад +1

      একেটাই আমাৰ গাঁৱতো পেচিদেন্ট মেম্বাৰ আছে কিন্তু কি হ'ব সিহঁতৰ ঘৰলৈ যোৱা আলিটোকে আজিৰ লৈকে একো দাল নকৰিলে বাকী সকলে টো একোৱেই পোৱা নাই কিমান কি কি আঁচনি আহিছে কোনোবা ই যদি পাইছোঁ বুলি কয় সেইটো আৰু আচৰিত বুলি হে ভাবিব লাগিব

  • @dipjyotibarman2837
    @dipjyotibarman2837 Месяц назад +60

    মানুহক কৰ্মমুখী কৰাত গুৰুত্ব দিয়ক

  • @rinkigogoi7455
    @rinkigogoi7455 Месяц назад +37

    ছাৰ আজি মিতিং খনলৈ আমাৰ গাওঁৰ লগতে মোৰ মা গৈছিল।মা ৰেচন কাৰ্ডত নাম নাই, মোৰ আৰু মোৰ ভাইটিৰ নাম হে আছে।কিন্তু এটা কথা হল, মোৰ দেউতা নাই,মই জনাত মোৰ মায়ে এক কালিন বিধবা সাহায্য পাব লাগিছিল,নতুবা বিধবা পেঞ্চন পাব লাগিছিল,কিন্তু দেউতা ঢুকায় যোৱা 7বছৰ হল মোৰ মা একো এটা সুবিধা পোৱা নাই।এতিয়া আহিছোঁ আন এটা কথালৈ,ঘৰত গাৰি থাকিলে অৰুনোদইৰ ধন নাপাই,কিন্তু মন কৰিব লগীয়া যে গাৰী খন হয়টো দেউতাকৰ ইনকমত দেউতাকে লৈ গৈছিল।কিন্তু সেই দেউতাকৰ পুতেক জন যদি হাজিৰা কৰি খোৱা হয় তেওঁ নোপোৱা যুক্তি টো কত।কেতিয়াবা আপোনাক লগ পালে বহুত কথা কম।মনৰ ভিতৰত চলি থকা।আপোনাক সন্মান কৰোঁ কিন্তু আমাৰ নিচিনা মানুহক উদ্ধতম কৰ্তিপক্ষ সকলে অবহেলা কৰা কাৰণ বোৰ কি?

    • @kabya2349
      @kabya2349 Месяц назад +3

      Right

    • @ashokdeka5387
      @ashokdeka5387 Месяц назад

      DC office jab ro sob nothi Potro di ahibo roson dokani akha kori lov nai moi DC ofc korisu 15 dint hoise..DC ofc naam uthai dibo sob pabo

    • @Dipshikhagogoi-tc8tw
      @Dipshikhagogoi-tc8tw Месяц назад +2

      Mama Mur retion card nai Mur hahu Maa vagor ase .hei card khonot Mur nam tu ase. Akhon cardot keijoni hitadhikari Arunudoi lav koribo. Arunudoi from fillup koriboloi nija koi retion card lagibo neki Mama

    • @PurnimaSaikia-e1w
      @PurnimaSaikia-e1w Месяц назад

      TT😊 hi ni no matter cbhy 😢😢😢😮😢😢😢pûuuuuhf😮​@@kabya2349

  • @NLBoy-ie4mq
    @NLBoy-ie4mq Месяц назад +6

    মামা মই চিধাকৈ কলো গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত কৰ্মীসকল দলাল , কীয় কলো গম পালেনে অৰুণদয় আঁচনি পাবলে পইচা দিব লাগে, আৰু জাৰ ঘৰত গাৰী আছে খাবলৈ সকলো আছে সেই মানুহে অৰুণদয় পাই আৰু যাৰ ভাত খাবলৈ চাউল নাই তেওঁলোকে যিমানেই চেষ্টা নকৰক কেতিয়াও নাপাই । কাৰণ যেতিয়ালৈকে এই দলাল বোৰক অসেকা নিদিয়ে ।।

  • @digennath497
    @digennath497 Месяц назад +57

    স্মাট মিটাৰ বন্ধ কৰক মামা

  • @sangitanath2135
    @sangitanath2135 Месяц назад +6

    অৰুণোদয় বাদ দিয়ক বস্তুৰ দাম কমাই দিয়ক

  • @pinkyphukon8433
    @pinkyphukon8433 Месяц назад +26

    আপুনিটো ঠিকেই কয়, কিন্তু সময়ত তেনেকুৱা নহয়। পাবলগীয়া বোৰে নাপায়।

  • @KebolSingha-f7q
    @KebolSingha-f7q 15 дней назад +1

    ককক❤️❤️❤️👍👍👍🙏🙏🙏🎉🎉🎉

  • @digantadeka7201
    @digantadeka7201 Месяц назад +40

    গাৱৰ জহৰা মেম্বাৰক এই দায়িত্ব নিদিব 😅!

  • @kakatigiren8631
    @kakatigiren8631 Месяц назад +13

    মামা অৰুণোদয় আঁচনি অলপ পিছত দিয়া হলে ভাল আছিল কাৰণ আমিও ৰেচন কাৰ্ড বনাম এতিয়াহে, সেয়ে সকলোৱে একেলগে অৰুণোদয় পালে ভাল লাগে।

    • @madhulekhaboruah4196
      @madhulekhaboruah4196 Месяц назад

      Octorbarar vetorat reson curd bonabo desa tar pasat arunudai januaryt habo

  • @basisthaacharya6590
    @basisthaacharya6590 Месяц назад +12

    এইদৰে আঁচনি দি আছে, ভাল কৰিছে। কিন্তু ইয়াৰ মাজতে কিছুমান দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল বৰ্তমানো এই আচঁনিৰ পৰা লাভান্বিত হোৱা নাই। বিশেষকৈ পঞ্চায়ত বোৰত বহুত দূৰ্নীতি চলিয়েই আছে। আমাৰ এগৰাকী সতি সন্তান নাইকিয়া বৃদ্ধা খুৰী আছে। তেওঁৰ বৰ্তমান বয়স প্ৰায় চৌৰাশী বছৰ। অৰুণোদয় এক আচনিৰ পূৰ্বৰ পৰাই তেখেতৰ আধাৰ কাৰ্ড, ৰেছন কাৰ্ড আৰু পান কাৰ্ড আছে। তেওঁ একমাত্ৰ আঢ়ৈ শ টকীয়া বিধৱা পেন্সনটোহে পায়। সুধিলে কয় হেনো আপুনি বিধৱা পেন্সন পায় নহয়, আপুনি অৰুণোদয় নাপায়। এতিয়া আপুনি কোৱাৰ দৰে যদি অৰুণোদয় পায় তেন্তে এই দুখুনী বিধৱা খুৰী গৰাকীয়ে কিয় যোৱা দুটা অৰুণোদয় আচনি পাৰ হৈ তৃতীয় অৰুণোদয় আচনি আৰম্ভ কৰিব লৈছে, তথাপিও কিয় তেওঁ এই আচঁনিৰ অন্তৰ্ভুক্ত হোৱা নাই। গতিকে ম‌ই ভাবিছো এই ক্ষেত্ৰত কিছু অনুসন্ধানৰ প্ৰয়োজন আছে।

  • @surajsahu-i7j
    @surajsahu-i7j Месяц назад +4

    অৰুণোদয় আঁচনি নেলাগে ,
    স্মাৰ্ট মিটাৰ উঠাই দিয়ক ফ্ৰী পইচা দি আমক ডিঙি চেপি নলব মামা😢

  • @shivachamua1234
    @shivachamua1234 Месяц назад +13

    চাৰ,80%বিকলাংগ লোকে এতিয়াও বিকলাংগ পেন্সন বা অৰুনোদইৰ আচনিয়ে ধুকি পোৱা নাই।কি কৰিব লাগিব।পাবলৈ হ'লে

  • @JaminaBegum-p8v
    @JaminaBegum-p8v Месяц назад

    Right ktha koise sir

  • @MajitAli-b4g
    @MajitAli-b4g Месяц назад

    ছার আমি অতি দরিদ্র লোক মানুষ আমাকে অরুণনদৈ দিয়ে যেন ।

  • @rajenparja907
    @rajenparja907 Месяц назад +5

    এইবোৰৰ নামত দুবাৰ দুবাৰকৈ টকা খৰচ কৰিলো কিন্তু নাপালো আৰু জীৱনত আবেদন নকৰোঁ 😢😢😢😢

  • @AmbikaGogoi-k1e
    @AmbikaGogoi-k1e Месяц назад

    Good thank you mama❤❤❤❤❤

  • @Rupam-n777
    @Rupam-n777 Месяц назад +1

    Arunodoi 4.0 ahibo sinta koribo nalage 😊

  • @balaramdasvlogs8655
    @balaramdasvlogs8655 Месяц назад

    মামা আপুনি ধন্য ❤

  • @prodipbora2752
    @prodipbora2752 Месяц назад +17

    বছেৰেকীয়া আ‌য় ছয় সাত লাখ টকা পোৱা ব্যক্তিয়েও ৰেচন কাৰ্ড লাভ কৰিছে। ইয়াৰ উচিত তদন্ত হ'ব লাগে।

  • @himanichakraborty2703
    @himanichakraborty2703 Месяц назад +1

    হেমন্ত ভাই মোর গাবর মেম্বার মুখ চাই চাই অরুণদয় দি থাকে আমি ইমান দুখীয়া মোয়, একো সরকারী সাহায্য না পাব্ আপনি মেমবার

  • @RanjtNarah
    @RanjtNarah 15 дней назад

    Ok sir

  • @Sontus-v2u
    @Sontus-v2u Месяц назад +14

    ৰেচন কাৰ্ডৰ আবেদন কৰি ভাগৰি গৈছো মামা

  • @RupaliMazumdar-y7o
    @RupaliMazumdar-y7o 26 дней назад +2

    Rupalikakati

  • @nayandas9247
    @nayandas9247 Месяц назад +2

    মই ঘৰৰ পৰা বেলেগ হৈছো মই কেনেকৈ ৰেচনকাৰদ এপলাই কৰিম মামাৰ জনাবচোন

  • @mainam8554
    @mainam8554 Месяц назад +2

    মামা অৰুণোদয় পইচা দিয়া কথা কলে কি হব, আমাক দুখীয়া পৰিয়ালত ঘৰ লাগে, অৰুণোদয় টকা ৰে কি কৰিম, আমাক ঘৰ এটা দিলে আমি নিজে hajira কৰি খাব পাৰিম, আমাক এটি ঘৰ দিয়ক মামা

  • @SilpikalitaDeka
    @SilpikalitaDeka Месяц назад +1

    তিনি বাৰ আবেদন কৰিলে আজিলৈকে পোৱা এ নাই ।।। চাৰি লাখ টো দূৰৰ কথা কাম এ পাবলৈ নাই ।।।

  • @RANGIA-v4z
    @RANGIA-v4z Месяц назад +6

    সঙষ্ঠাপন বুলি একো নাই। অকল হিতিধাকাৰি হিতিধাকাৰি। অসম ধ্বংস হ'ব বেছি দিন নাই।।

    • @Thekingwithoutatherone
      @Thekingwithoutatherone Месяц назад +1

      DPSP ত সংবিধানত কি লিখা আছে এবাৰ পঢ়ি চাবি বোপাই

  • @SabitaGoswami-po6ob
    @SabitaGoswami-po6ob Месяц назад +1

    ❤❤mama

  • @PrabinguwallaGuwalla-c2s
    @PrabinguwallaGuwalla-c2s 12 дней назад

    Arunodoi bad diyok he mama ...

  • @ranjanasuklabaidya226
    @ranjanasuklabaidya226 Месяц назад +2

    SIR ..THANK YOU SOOOO
    MUCH GOD BLESS YOU

  • @ranjanasuklabaidya226
    @ranjanasuklabaidya226 Месяц назад

    THANK.S

  • @mararmirabha9713
    @mararmirabha9713 Месяц назад

    তিনিবাৰ অৰুণোদয় ফ্রম জমা দিলো কিন্তু এতিয়ালৈকে নাপালো

  • @mantutalukdar5008
    @mantutalukdar5008 Месяц назад

    Thank you Mama I love you❤❤❤😊

  • @Ridikhiyakhanikarf1
    @Ridikhiyakhanikarf1 Месяц назад +3

    আমাৰ ঘৰ তো বতাহে ওৰোৱাই নিলে আমাক সহাই কৰিম কৈ নকৰিলে মামা

  • @sanjaydeka1174
    @sanjaydeka1174 Месяц назад +1

    অঙগন বাদি কৰমীয়ে নাপালেও কথানায়

  • @sanjaydeka1174
    @sanjaydeka1174 Месяц назад +1

    আপুনিকুৱাৰ দৰে বুথ কমিতয়ে
    নিদিয়ে

  • @spread_positivity992
    @spread_positivity992 Месяц назад +7

    আজি লৈ আমাৰ মাই নাপালে 1 আৰু 2 এতিয়া 3 আহিলে এইবাৰো.......

  • @DebojaniSaikia-b7w
    @DebojaniSaikia-b7w Месяц назад +1

    মামা মোৰ ঘৰ নগাঁওত যোৱা জুলাই মাহৰ 10তারিখে মোৰ মানুহজনে এজনি বোৱাৰী লৈ পলাই গৈল মোৰ এটা5 বছৰীয়া লরা আছে। মই পুলিচক জনাইচিলো তেওঁ লোকে কলে যে চরকারর মতে তেওঁলোকে নিজৰ ইচ্ছা মতে পলাই গৈলে আমি একো কৰিব নোৱাৰিম আইন নাই এনেকৈয়ে যদি বোবারী বা পুরোসে নিজৰ লৰা ছোৱালীক এৰি দিতিয় বিবাহ কৰে তেন্তে ভবিচত কি হব পাৰে মো জি হৈছে আনৰ জাযতে নহয় মামায়ে এনে এখন আঁচনি হাতত লক যে কোনোবে এনে কাম কৰিবলৈ10বার ভাবে। আশা থাকিল মামা

  • @KalitaRekha
    @KalitaRekha Месяц назад

    Verry verry good

  • @SarajuChoudhary-s8j
    @SarajuChoudhary-s8j Месяц назад +1

    অঙ্গনৱাদীৰ বছৰেকীয়া ইনকাম ৫৭০০০ হাজাৰ হয় চাৰ। মিনি সকলৰ কষ্ট বুজিবলৈ চেষ্টা কৰক।

  • @PutumoniSaikia1234
    @PutumoniSaikia1234 Месяц назад

    মাননীয় মুখ্যমন্ত্ৰী মহোদয় আশা, অংগদবাড়ী আৰু Randhni সকলে বছৰত দুই লাখ টকা উপাৰ্জন নকৰে। Randhni সকলে বছৰ ত মাত্ৰ দহ হাজাৰ টকা লাভ কৰে। তেন্তে তেওঁলোকে কিয় অৰুনোদয় নাপাব ।আপুনি কি চিন্তা কৰি অঅৰুনোদয় নাপাব বুলি কৈছে। আগতেটো আপুনিয়েই কৈছিল Randhni সকলে অৰুনোদয় দিম বুলি। আমাৰ Randhni সকলৰ পৰা নথি পত্ৰও লৈছিল। কিন্তু কিছুমানে পালে। নোপোৱা সকলৰ কি হব। উপাজন চাই কথা কলে ভাল। কোনোবাই দুই লাখ টকা উপাৰ্জন কৰিয়ে পায়। দহ হাজাৰ উপাৰ্জন কৰিয়ে নাপায় কেনেকুৱা কথা কৈছে।

  • @DevakantaPegu
    @DevakantaPegu Месяц назад +1

    মোক অৰুনোদই নেলাগে। কিয় কৈছোঁ মোৰ ডিটেছ চেক কৰক ।

  • @akshaysarma2511
    @akshaysarma2511 Месяц назад +7

    মিঠাতেল ১৪৫ ৰ পৰা ১৫৫ হল

  • @binasaikia-xc9dr
    @binasaikia-xc9dr Месяц назад

    Good news

  • @narjinanayahatxotcom6473
    @narjinanayahatxotcom6473 Месяц назад +1

    Very.very.good

  • @AnandaKhound-jr3te
    @AnandaKhound-jr3te Месяц назад +8

    হিমন্তই ৰান্ধনি বোৰক তেজ পি খাই এই বোৰ ৰাজনীতি টোপ ।পঞায়ত নিবাচনৰ কাৰনে এইবোৰ কৰিছে ।2026ত ইয়াৰ উত্তৰ ৰাইজে দিব ।

  • @MathsSirSaif
    @MathsSirSaif Месяц назад +2

    Ex PM মাননীয় অটল বিহাৰী বাজপেয়ী যিয়ে কৈছিল ৰাইজক বিনামূলীয়াকৈ কোনো বস্তু নিদিব । বিনামূলীয়াকৈ শিক্ষা আৰু চিকিৎসা হে দিব।

  • @ShilpiBishwas-q2r
    @ShilpiBishwas-q2r Месяц назад +3

    Mama❤your❤disition❤is❤the❤best❤

  • @himadrisharma3099
    @himadrisharma3099 Месяц назад

    Gmc কাম কৰিবলৈ 5,বছৰ হল দৰমহা দয়ে 9 10 হজাৰ আমি দূখিয়া কেনেকৈ চলিছো মা দেউতা দা,সকলো

  • @aruhisaikiaentertainment4030
    @aruhisaikiaentertainment4030 Месяц назад +1

    মামা চাকৰি কৰা মানুহ পাই আছে লগতে চাৰিচকীয়া গাড়ী আছে সিহঁতে পাই আছে।

  • @JanmeswarTaw-k9v
    @JanmeswarTaw-k9v Месяц назад

    ছাৰ চৰকাৰী মানুহ নিয়োগ কৰক, নহ'লে অনলাইনত তথ্য বোৰ লৈ অৰুণোদয় দিয়ক ।pnach,ayant ৰ মানুহক দায়িত্ব দিলে , নিজৰ সকল নিজৰ পৰিয়ালৰবো পাব আৰু পইচা দিয়া বিলাক পাব।

  • @pronamidas3154
    @pronamidas3154 Месяц назад +1

    mama you are great❤❤val kam kari jaok...😊

  • @Angelgirl0000
    @Angelgirl0000 Месяц назад

    Well done..good job sir

  • @RubiDas-s8n
    @RubiDas-s8n Месяц назад

    Mama 🙏🙏🙏

  • @rashmikalita8788
    @rashmikalita8788 Месяц назад +3

    Ooo sar. Mur reson kard khon bpl. Bohut dinore card. Ghorotu aku nai arunudoy pabo logia. Morigaon bidhaykr usorotu jaw. Gaonr manuhe gome nidia arunudoy from ahile. Ki korim vsbi a pua nai. Kak kole pam sar jonabo.

  • @karbiwophong
    @karbiwophong Месяц назад +1

    Online apply hobo hobo neki

  • @mitonmalakhar2972
    @mitonmalakhar2972 Месяц назад +1

    Nice

  • @RanaHussain-t1p
    @RanaHussain-t1p Месяц назад +3

    মামা আপোনাৰ কাষত,এটাই অনুৰোধ কৰু। অংনবাদী কৰ্মী আৰু সহায়িকা। মহিলা সকলোৰ মাননি টু বৃদ্ধি কৰাই দিয়ক

  • @kamalborah366
    @kamalborah366 Месяц назад +4

    Remove smart metre.

  • @SagarikaMahalia
    @SagarikaMahalia Месяц назад +5

    Amr gaont gari ase 2ta skrial ase..ehotew pay 😂😂😂

  • @RupaliMazumdar-y7o
    @RupaliMazumdar-y7o 26 дней назад +2

  • @TapanBorthakur-g6f
    @TapanBorthakur-g6f Месяц назад +2

    মাছ ধৰিবলৈ শিকাওক ৷মাছধৰি নিদিব

  • @NKMedia-d6k
    @NKMedia-d6k Месяц назад +4

    স্মাৰ্টমিটাৰ বন্ধ হব লাগে

  • @RatulDas-dv3vn
    @RatulDas-dv3vn Месяц назад

    ❤❤❤❤❤❤❤❤❤❤

  • @manashsharma7382
    @manashsharma7382 Месяц назад +4

    Bahut val Protokhep mama 20 lakh ration card dibo arundoy ashoni dibo good work mama great C M of Assam 🙏🙏🙏❤❤❤❤

  • @biswojitdas55
    @biswojitdas55 Месяц назад

    আপনি সিবিআই লাগাই চেক করুক

  • @digantadeka9735
    @digantadeka9735 Месяц назад

    আচনি দি দি কি হৈ আছে সকলোৱে গম পাইছে | Completely flop.

  • @rinkubora6349
    @rinkubora6349 Месяц назад +1

    Nice and great .

  • @Purbi07
    @Purbi07 Месяц назад +2

    Mama your disition is the best.

  • @KaberiBiswas-d3t
    @KaberiBiswas-d3t Месяц назад

    ❤❤
    😊❤😊😊😊

  • @Runjunmoni-b5v
    @Runjunmoni-b5v Месяц назад

    আপুনি আগতে প্ৰতিশ্ৰুতি দিছিল যে যাৰ স্বামী নাই ,যিমহিলা স্বামীৰ পৰা পৃথক হৈ থকা মহিলা আৰু বিয়া নোহোৱা ছোৱালীয়ে অৰুনোদয় পায়ে কিন্তু বহু স্বামী নোহোৱা মহিলা মহিলাৰ ৰেচন কাৰদ নাই মইও তেনে এগৰাকী মহিলা এতিয়া আপুনি মোৰ পাই থকা অৰুনোদয়টোও ৰেচন kard নথকা কাৰণে আৰুনোদয়টো কাটি দিলে মোৰ একমাত্ৰ কণমানি জিনিৰ সৈতে কি অৱস্থা হ'ব । এবাৰ দয়া কৰক ছাৰ।। আপুনি আমাৰ দৰে স্বামীৰ পৰা বিচ্ছেদ হৈ থকা মহিলাবোৰৰ কথা এবাৰ ভাৱক ছাৰ ।🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @KironMoniBorah
    @KironMoniBorah Месяц назад

    C m চাৰ মামা আমাৰ যে পুৰণা b p l কাৰদ খন কাটি দিলে দিলিত হ'ল বুলি হে কলে আমাৰ টো একোদালেই নাই আজিৰ লৈকে মাত্ৰ চাউল 20 কেজি হে পাওঁ আগতে আছিল 35 কেজি মা মৰি গ'ল ৰেচন কাৰদ দিলিত হ'ল আৰু কৰেন্টৰ বিল্ট আগতে আহিছিল 30 35 টকা আহিছিল এতিয়া আহে 400শ পৰা 500শ টকা গতিকে আমি কেনেকৈ খোজ আগুৱাই দিম মামাই তো বহু কথাই কৈছে কিন্তু কিমান ফলপ্ৰসু হয় সেইয়া তেখেতৰ আঙ্গু পঙ্গু সকলে হে জানিব কিমাননক দিয়ে অৱশেষত আপোনাৰ বিচাৰ বিবেচনাৰ ওপৰতে ভৰসা আৰু

  • @Sambhabanasentertainment
    @Sambhabanasentertainment Месяц назад +14

    অংগনবাড়ীত সেৱা আগবঢ়াই থকা সকলে অৰোণ উদয় পাব নাই মামা।

  • @vcreation5929
    @vcreation5929 Месяц назад +3

    Ration card from joma diyar pasotu ration card napau...

  • @RajumoniRajumonidas
    @RajumoniRajumonidas Месяц назад +1

    ভুমি হীন পৰিয়ালৰ লোকে অৰুনোদইৰ ধন পাব লাগে নে নালাগে ?

  • @SukchanBiswas-r9i
    @SukchanBiswas-r9i Месяц назад +1

    Good khobar tomar mama .......

  • @Ridikhiyakhanikarf1
    @Ridikhiyakhanikarf1 Месяц назад +3

    Amar ghr botahe loi goi shile aji loi ke poisa dim koi diya nai maa amak alop sabo lage maa

  • @ChusmitaBoroAjit
    @ChusmitaBoroAjit Месяц назад

    🙏🏻🙏🏻🙏🏻

  • @MainaPhangchopi
    @MainaPhangchopi Месяц назад +2

    How many person ration card in karbi anglong sar ....

  • @PininaHow-of4wp
    @PininaHow-of4wp Месяц назад

    ভাল চাওল দিব ছুন মামা

  • @amarjoytidas8141
    @amarjoytidas8141 Месяц назад +6

    পাব লগা মানুহে পোৱা নাই।

  • @riyanz6157
    @riyanz6157 Месяц назад

    আপোনাৰ নাটক।। স্মাৰ্ট মিটাৰৰ নাটক তল পেলাবলৈ অৰুণোদয় নাটক উলিয়াই দিলে

  • @rebotaye9561
    @rebotaye9561 Месяц назад +3

    Great Sir

  • @tridipboraart1090
    @tridipboraart1090 Месяц назад +4

    এতিয়া যাতে পঞ্চায়তৰ ৱাড সদস্যাক এই দায়িত্ব নিদিয়ে তাৰ বাবে মাননীয় মূখ্য মন্ত্রী মহোদয়লৈ অনুৰোধ কৰিলো। নহলে দুখীয়া মহিলা আকৌ থাকি যাব বুথ কমিতিৰ বিষয় ববীয়ালোকেও দুৰনীতি কৰে।গতিকে পঞ্চায়তৰ অফিচৰ পৰা৪ জনীয়া কমিতিবনাই এই কাম কৰিবলৈ অনুমতি দিব চাৰলৈ অনুৰোধ কাৰন মই দৰিদ্ৰ পৰিয়ালৰ মহিলা আজিলৈকে অৰুণোদয় ৰ সুবিধা গ্রহণ কৰা নাই এইবাৰ চাৰলৈ মোৰ অনুৰোধ কৰিলো এই সুবিধা দিবলৈ।

  • @Rahulkumar-z4h9v
    @Rahulkumar-z4h9v Месяц назад

    😢😢 real

  • @amalabasumatary4562
    @amalabasumatary4562 Месяц назад

    মামা আপোনি কৈছে যে, যি সকল বেক্তি য়ে ৪লাখ টকা উপাৰ্জন কৰে তেওলোকক অৰুণোদয় দিয়া নহয়। কিন্তু অংগনৱাদী কৰ্মী আৰু আশা কৰ্মী সকলোক আপোনি তেওঁলোকক কিমান টকা দিনমুজুৰি দিয়ে এবাৰ ভাবি চাওকচোন মামা

  • @SuhailHussain-t7j
    @SuhailHussain-t7j Месяц назад

    Haa Haa Haa

  • @birenburagohain8132
    @birenburagohain8132 Месяц назад +4

    চৰকাৰৰ আঁচনি বোৰত আটাইতকৈ লাভবান হৈছে মিঞা সকল। কিন্তু কোনো কাৰণতে বিজেপিক ভোট নিদিয়ে।

  • @lalitpegu8934
    @lalitpegu8934 Месяц назад

    মামা ৰেচন আছে পোৱা নাই,

  • @Assam..........
    @Assam.......... Месяц назад +1

    Thank you sir

  • @RubiBorahneog-ob7mi
    @RubiBorahneog-ob7mi Месяц назад

    ৰেছন কাড আবেদন কত কৰিব লাগিব

  • @bintoshkumar5936
    @bintoshkumar5936 Месяц назад +2

    SIR MUR GHARAT BIKALANGA 2 JAN ASE AKHARAKHISU

  • @mintusaha3644
    @mintusaha3644 29 дней назад +1

    Sir jodi reson kat thakile arunodai pai tenehole dilar r hatat from diyak tahune orginal manu chini pai kono panchayat krmasari y sini napay

  • @ciyadevi3637
    @ciyadevi3637 Месяц назад +2

    Mama aamar gaon t member jak bhal pai taake diye

  • @mousumighimire3852
    @mousumighimire3852 Месяц назад

    10 বাৰ ৰেচন কাৰ্ডৰ কাৰণে apply কৰিলোঁ কিন্ত নাপালোঁ