Morom Enekuai (From "Chupa Chupi") -

Поделиться
HTML-код
  • Опубликовано: 2 окт 2024
  • Presenting Morom Enekuai (From "Chupa Chupi") Music Video by Bishrut Saikia, Shyamantika Kalita, Palash Surya Gogoi exclusively on Atlas Creation.
    ♫ Track Info ♫
    Singer: Bishrut Saikia, Shyamantika Kalita
    Album: Chupa Chupi
    Lyrics-Composition-Music: Palash Surya Gogoi
    Mixing-Mastering: Pinku Das
    Producer: Hrishikesh Patgiri
    [Social]
    Atlas Creation
    Facebook: / @atlas-creation-100064...
    Instagram: / atlas_creation
    © ℗ Atlas Creation. All Rights Reserved.
    NOTE: Any illegal reproduction or reupload of this content in any form will result in immediate action against the person concerned.
    Digitally Powered by Eikhon Axom Hoi Bhai Media
    Web: eahbmedia.in/
    ___________________________________
    Enjoy & stay connected with us!

Комментарии • 850

  • @abhinavsarkar9639
    @abhinavsarkar9639 4 месяца назад +823

    ভিদিও টো চাই এনেকুৱা লাগিছে যেন আমাৰ কথাই কৈছে । সেই যে ৰাতি মাই চিঠি লিখি থকা দেখিব বুলি মাৰ টোপনি অহা লৈ অপেক্ষা কৰা, মাই টোপনি যোৱাৰ পাছত মনে মনে গৈ চিঠি লিখা, টিওচন চুটি হোৱালৈ তাইৰ বাবে দোকানত অপেক্ষা কৰা, দুয়ো একেলগে চাইকেলত অহা, সৰু এটা কিপেদ ফণ ত 9 টকীয়া মেচেজ পেক ভৰাই যেন গোটেই সংসাৰ ৰ সকলো কথা পতা । কি যে দিন আছিল সেইবিলাক।
    বহুত বেছি ধন্যবাদ বিশ্ৰুত দা আমাক এইয়া পুৰণি কথা মনত পেলাই দিবলৈ । ❤

  • @duljitpatgiri7538
    @duljitpatgiri7538 4 месяца назад +146

    নিজে পঢ়ি অহা হাইস্কুলখনক দেখি ভাল লাগি গ'ল। "চৌখুটি হাইস্কুল" আমাৰ আৱেগ ❤️ তাতেই আকৌ বিশ্ৰুত শইকীয়াৰ গানৰ পৰশ 🌼

  • @praptichoudhury3239
    @praptichoudhury3239 3 месяца назад +65

    অতীতলৈ ঘূৰি গলো ৰাতি সকলো শোৱাৰ পিছত আপোনজনলৈ মনে মনে চিঠি লিখা। টিউচনৰ পিছত লগ কৰা। বিশ্ৰুত দাক অশেষ ধন্যবাদ ইমান ধুনীয়া গান এটা আমাক উপহাৰ দিছে।

  • @rupandas4171
    @rupandas4171 3 месяца назад +88

    ৰাতিপুৱা কুৱলিপৰত চাইকেল চলাই টিউশন লৈ যোৱা কথাবোৰ মনত পুনৰায় ভাহি উঠিল । ❤😊

  • @Anuragbora
    @Anuragbora 3 месяца назад +91

    ৰাতি সকলোৱে শুৱাৰ পিছত লেমৰ পোহৰত লিখা চিঠিখন মনত পৰি গ'ল।সেই যে শেষত A+P আৰু ডাইলগবোৰ।সেই প্ৰেমৰ তৃপ্তি বহুত বেলেগ,স্বাৰ্থ নথকা এক সম্পৰ্ক।❤

  • @Surabhikonwar6597
    @Surabhikonwar6597 3 месяца назад +63

    স্কুলৰ দিনবোৰলৈ মনত পৰি গ’ল । সঁচাই সেই অনুভৱৰ মাদকতাই সুকীয়া । হৃদয়ৰ কোনোবাখিনিত স্মৃতিবোৰ এতিয়াও সজীৱ হৈ আছে ❤ সেই অনুভৱখিনিক এতিয়া কি নাম দিম নাজানো , কিন্তু সেই মিঠা অনুভৱৰ সাক্ষী হৈ ৰ’ল এখন চিনিকী মুখ ❤ H + S
    মৰম এনেকুৱাই ❤❤❤

  • @morommoromlagise936
    @morommoromlagise936 3 месяца назад +9

    এফুটা হাঁহিৰে হাঁহি সামৰিলে
    হিয়া মোৰ মৰহি যায়
    আজৰি পৰতে কথাবোৰ গাঁথিলো
    পাহৰোঁ তোমাকে পায়
    মৰম কি এনেকুৱাই × (২)
    সমিধান এটি দিয়া
    বিধানো তাৰে হোৱা
    নিশা আহাঁ বাৰে বাৰে
    টোপনি যাঁও কেতিয়া
    উমান পালোঁ এতিয়া
    তুমি কি বিচাৰিছা
    ইমানেই যদি‌ মৰম
    ৰঙাফোঁট এটিকে দিয়া
    মৰম এনেকুৱাই
    মৰম তেনেকুৱাই × (২)

    • @Bastab2939
      @Bastab2939 3 месяца назад

      Pinned koribo lagisil

  • @kashmitasarma7508
    @kashmitasarma7508 4 месяца назад +342

    Bishrut daa's "hmmmm" can literally fix everything 😭❤️

    • @Kxt09
      @Kxt09 3 месяца назад +8

      Bishrut Saikia ✅

    • @secretboss5717
      @secretboss5717 3 месяца назад +14

      ​@@Kxt09das likha ni daa's likhise mne Bishrut da r likhise🤝

  • @thehiddenvloger521
    @thehiddenvloger521 3 месяца назад +39

    নিজকে বিচাৰী পাইছো ‌বহুত‌ বছৰৰ ‌মূৰত,,, লিখিবলৈ বহুত ‌আছে কিন্তূ ভাষা ই বিচাৰী‌ পোৱা নাই চোন ।,‌ চকুত চকুপানী আজি লৰালি টো, শৈশৱটো ‌ওভতাই পোৱা হলে, ‌বৰকৈ মনত পৰিছে আজি, সময় টো থমকি‌ শৈশৱলৈ লৈ যোৱা হলে, ❤❤🎉

  • @morommoromlagise936
    @morommoromlagise936 3 месяца назад +49

    মৰমৰ কোনো নিয়ম নাথাকে, অন্তৰৰ তাগিদাত যেতিয়া যেনেকৈয়ে হয় প্ৰেম তেনেকুৱাই.......যান্ত্ৰিক পৃথিৱীতো সঁচা ভালপোৱাবোৰ নিৰ্ভেজাল, পৱিত্ৰ, সৰগীয়....মৰম এনেকুৱাই❤

  • @unforgettxable_14
    @unforgettxable_14 2 месяца назад +63

    Ex r mnt porise 😢

  • @mathshub9977
    @mathshub9977 3 месяца назад +29

    সমিধান এটি দিয়া , বিধানো তাৰে হোৱা ❤❤.....This line ufff ❤

  • @dibyajyotimech1398
    @dibyajyotimech1398 3 месяца назад +87

    Hailing from Majuli, studying in IISER Kolkata, this video is a total nostalgia. I am proudly sharing this with my non-Assamese friends, particularly Bengali & Odia buddies who would appreciate this more.
    Being asked about love here, I always expressed about the essence of simple love found only in villages. But I fail always to show them a visualization of what is the true experience. The visuals and the music in this video truly depicts most of it. Aaaah! The amount of simplicity village love bears within! When I speak of love, I speak of those pure and simple twinklings of emotions, raw and elegant. When I speak of luxury, I speak of those evenings cycling along the bank of Brahmaputra, past her home. Friends accompanying the flow of emotions with their usual pick up songs. Sitting in the shadow of the Banyan Tree, casting poems. The smell of mustard fields and the fragrance of rain-kissed soil.
    When I speak of love, I speak of those little luxuries. Thanks again for the beautiful song with even more beautiful visuals.

  • @inamulabdullah4462
    @inamulabdullah4462 3 месяца назад +28

    পৰিচালনা,অভিনয়,সংগীত,সুৰ আৰু নাটকীয় শৈলী অন্যতম....

  • @Radheshyam_1630
    @Radheshyam_1630 4 месяца назад +48

    বহুত কিবাকিবি মনত পৰি গ'ল ...
    কৈ দিয়া খিনি ,
    লুকোৱাই ৰখাখিনি ,
    কৈয়ো ক'ৰবাত থাকি যোৱা
    কিবাখিনি ...
    মনত পৰি গ'ল
    বহুতখিনি ।।।

  • @kandarpanath7423
    @kandarpanath7423 3 месяца назад +19

    বেহাৰবাৰী আউট পোষ্টৰ(মোহন আৰু কেকে থকা কেইদিন) পিছত দ্বিতীয়বাৰ অসমীয়া চিৰিয়েল ভাল পালো | কাহিনী সুন্দৰ অভিনয় সুন্দৰ হৈছে |

  • @parulborgohain7960
    @parulborgohain7960 4 месяца назад +26

    পুৰণা কথা বোৰ মনত পৰি গৈছে 😪 ইমান সুন্দৰ কৈ উপস্থাপন কৰিছে , অতীতৰ কথা বোৰ মনত পৰি গৈছে গান টো শুনি চকুৰ পানী ওলাই গৈছে , বুজাব নোৱাৰি 😢 এইকন সুখ😢 বিশ্ৰুত দাৰ প্ৰতিটো গানেই সদায় বিশেষ ❤

  • @biduytbikashsarmathakur1620
    @biduytbikashsarmathakur1620 3 месяца назад +36

    পলাশ গগৈৰ কথা সুৰ সংগীত সদায় অনন্য। এইগীতটো তেখেতৰ অন্যতম প্ৰিয়গীত হৈ পৰিছে। বিশ্ৰুত শইকীয়াৰ ধুনীয়া কণ্ঠ❤

    • @AbhijitRaagOfficial
      @AbhijitRaagOfficial 3 месяца назад

      পলাশ গগৈ নহয়, পলাশ সূৰ্য গগৈ হয়।

  • @shyamantikakalita4747
    @shyamantikakalita4747 4 месяца назад +4

    আমাৰ এই গীতটি সকলোৱে আদৰি লব বুলি আশা কৰিলোঁ❤️🙏🙏

  • @Mnuu8
    @Mnuu8 3 месяца назад +81

    Class 11 12 mnt pri gol

  • @DaisyKalita-gl5rh
    @DaisyKalita-gl5rh 3 месяца назад +55

    Who recall their school days..?❤

  • @bidisha2077
    @bidisha2077 4 месяца назад +31

    অতীত আমাৰ ইমান ধুনীয়া নাছিল..চিঠি লিখাৰ সেই আমোদ যেন পোৱাৰ পৰা বঞ্চিত হৈ ৰৈছিলো.. তথাপিটো সেই HS পঢ়াৰ সময়ত থৰ লাগি পিছৰ বেঞ্চৰ পৰা চাই ৰোৱা লগৰ বোৰে কাৰ ফালে চাই থকা বুলি জোকোৱা ...চকুত চকু‌ পৰিলে লাজতে তলমুৱাকৈ হাঁহি দিয়া... সকলো যেন এতিয়া সযতনে ৰাখি থোৱা স্মৃতিৰ পাহাৰ...❤

    • @jimidas7050
      @jimidas7050 3 месяца назад +1

      😢❤️, হয়তো ক'ৰবাত একেই। এই যে চিঠি দিয়া, চিঠি পোৱা মৰম বোৰৰ পৰা বঞ্চিত হৈ বহুত কিবা এটা নোপোৱা যেন অনুভৱ হয়

  • @theindianpanther1800
    @theindianpanther1800 3 месяца назад +16

    I do not understand this language but what a beautiful tune… love it so much.
    It reminds me the golden era of old Hindi music.
    Love from Maharashtra.

  • @jimidas7050
    @jimidas7050 3 месяца назад +21

    বিশবাৰ মান শুনিলো❤️, সঁচাই সঁচা প্ৰেমৰ যি অনুভূতি, তাৰ মাদকতাই সুকীয়া। এতিয়া বাৰু জী আছেনে এনে প্ৰেম? গীতটিৰ মাজেৰে নিঁভাজ অকৃত্ৰিম মৰমৰ প্ৰকাশ বৰ সুন্দৰকৈ ঘটিছে। আজিকালিৰ চুটি কাপোৰ পিন্ধি নাচি থকা ভিডিঅ'ৰ পৰিবৰ্তে ইমান ধুনীয়া অভিনয়ে এই গীতটিৰ সৌন্দৰ্য আৰু গভীৰ কৰি তুলিছে 💚। কণ্ঠৰ কথা কি ক'ম? একেবাৰে শীতল বতাহজাক হৈ বুকুৰ গভীৰলৈ শিপাইছে❤️🙏

  • @alokeshnath2249
    @alokeshnath2249 3 месяца назад +9

    উফ সকলো খিনি বিচাৰি পাই যায় গান টোত❤❤❤tune, lyrics, video ❤❤❤পুৰণি সকলোবোৰ আবেগ পুনৰ সজীৱ হৈ উঠিল চকুলো ৰাখিবই নোৱাৰিলোঁ, আৰু কিনো লিখিম বেছিকে লিখিলে মোৰো অৱস্থা পোষ্ট মাষ্টৰ জনৰ দৰেই হব

  • @dipuborah1315
    @dipuborah1315 3 месяца назад +16

    Kio emn dhunia
    Kio emn alokhuwa
    Xosai bht besie hridoy sui juwa geet.

  • @dbhargab
    @dbhargab 3 месяца назад +244

    Main attraction is Urmila Bou ❤️💐

  • @axmpapu1465
    @axmpapu1465 3 месяца назад +10

    10 class is best class😩

    • @pronobtanti7987
      @pronobtanti7987 2 месяца назад

      This class is very stressful life in my whole study life....😢

  • @missbhagyashreeentertainer3222
    @missbhagyashreeentertainer3222 3 месяца назад +2

    School r dinburoloi monot pori gol.. school r dinor prem logor jonir hatot sithi di pothoa..9 tokar msg pack vorai msg kora.. uff ki je din asil .

  • @prantikchakraborty5037
    @prantikchakraborty5037 3 месяца назад +30

    আমি west bengal দিয়ে শুনছি গানটা। গানটার screenplay আর দুজনার গলার কন্ঠ আহহহহা আমায় একদম শান্তমুক্ত করে দিল। ❤

  • @LxMarchQueen
    @LxMarchQueen 4 месяца назад +11

    Love from Guwahati ❤ gan tu bhut dhuniya hoise xunile xuni thakino mon jua ❤shyamantika patar mur nam ❤

  • @kallol6017
    @kallol6017 3 месяца назад +2

    এফুটা হাঁহিৰে হাঁহি সামৰিলে
    হিয়া মোৰ মৰহি যায়
    আজৰি পৰতে কথাবোৰ গাঁঠিলো
    পাহৰোঁ তোমাকে পাই
    মৰম কি এনেকুৱাই?
    মৰম কি এনেকুৱাই?
    এফুটা হাঁহিৰে হাঁহি সামৰিলে
    হিয়া মোৰ মৰহি যায়
    আজৰি পৰতে কথাবোৰ গাঁঠিলো
    পাহৰোঁ তোমাকে পাই
    মৰম কি এনেকুৱাই?
    মৰম কি এনেকুৱাই?
    মৰম কি এনেকুৱাই?
    মৰম কি এনেকুৱাই?
    সমিধান এটি দিয়া
    বিধানো তাৰে হোৱা
    নিশা আহা বাৰে বাৰে
    টোপনি যাঁও কেতিয়া
    উমান পালো এতিয়া
    তুমি কি বিচাৰিছা
    ইমানে যদি মৰম
    ৰঙা ফোঁট এটিকে দিয়া
    মৰম এনেকুৱাই...হা...
    মৰম তেনেকুৱাই
    মৰম এনেকুৱাই...হম...
    মৰম তেনেকুৱাই
    এফুটা হাঁহিৰে হাঁহি সামৰিলে
    হিয়া মোৰ মৰহি যায়
    আজৰি পৰতে কথাবোৰ গাঁঠিলো
    পাহৰোঁ তোমাকে পাই
    মৰম এনেকুৱাই... অ...
    মৰম এনেকুৱাই
    লা.. লা..
    বুজিলোঁ
    মৰম এনেকুৱাই
    💕

  • @BidyadharDas-gg5uu
    @BidyadharDas-gg5uu 22 часа назад

    Most beautiful song video, I love you this video.

  • @AnkiandAyan
    @AnkiandAyan 3 месяца назад +9

    Uffff ki j song❤❤kbloi aku word nai....emn dhuniya

  • @paikkalita8273
    @paikkalita8273 2 месяца назад +5

    অতীত সদায় ধুনীয়া । কোনোবাৰ প্ৰেম সফল হৈছে আৰু কোনোবাৰ বিফল হৈছে কিন্তু স্মৃতি সদায় ধুনীয়া

  • @BidyadharDas-gg5uu
    @BidyadharDas-gg5uu 22 часа назад

    World no 1 best song video my favourite video, best song video.

  • @jisurajapatra8673
    @jisurajapatra8673 3 месяца назад +6

    বহুত দিনৰ মূৰত উচ্চ মানদণ্ডৰ এটি মন পৰশা গীত শুনিলো, গীত টোৰ ৰচনা , সুৰ, আৰু গায়ক সকলোঁ সাৱলীল আৰু বিশেষ 💫♡

  • @BidyadharDas-gg5uu
    @BidyadharDas-gg5uu 22 часа назад

    Best song video, my favourite video, I love you this video.

  • @dekachannel8385
    @dekachannel8385 3 месяца назад +11

    Bohut bhal lagil puroni kothabur manat pori gol

  • @nikunza...4629
    @nikunza...4629 3 месяца назад +12

    আকৌ এবাৰ শৈশৱৰ স্মৃতিৰ কাষ চপোৱাৰ বাবে ♡

  • @dorothyshivam1466
    @dorothyshivam1466 2 месяца назад +4

    "উমান পালোঁ এতিয়া "এইখিনি সঁচাই গানটো ৰে ফুটি উঠিছে।। বৰ ধুনীয়া music🎶 খুব সুন্দৰ ।।...আৰু এনেকুৱা গীত যাতে উপহাৰ দিয়ে।।তাৰে আশাৰে।।.❤❤❤🎉❤

  • @nayanjyotidas7716
    @nayanjyotidas7716 3 месяца назад +6

    School clge or Katha monot pori gol..
    Logot ahh casting aru sobei nija nija roll aru acting eman duniya ke korise pura outstanding...... ❤❤aru agoloi Oh anekuwa val kahani sabo pm buli akha thakil.....
    Love from bongaigaon...

  • @manabendraboro3768
    @manabendraboro3768 3 месяца назад +10

    Proud to be a maina,, iman dhuniyakoi gaise,, amar thoka thaikhini ujolai tulise

  • @rishakalita6110
    @rishakalita6110 3 месяца назад +2

    Hosake soku Pani ulai gol.. schoolr din bur j kiman val asile...

  • @anupalmusic
    @anupalmusic 3 месяца назад +4

    Eman hohoj horol lyrics aru hru hru kthar details bur bor bhal lgise geet ti , dhunia music ❤baki bisrut saikia aru syamanitika kalitar konthoi geet ti pran pyse ....palash surya gogoik ai hundor lyrics tur babe akekh dhnyabad likhi jaok aguai jaok ❤❤

  • @ankurdutta3885
    @ankurdutta3885 3 месяца назад +13

    Just Wooow,,,,,
    গানটোৰ লগত visuals বোৰ ইমান ধুনীয়াকৈ মিলি গৈছে ❤️
    Voice of Shyamontika Kalita💞
    বিশ্ৰুত দাৰ কথাটো কবই নালাগে,,, মন প্ৰাণ চুই যাই ❤️❤️

  • @git4308
    @git4308 4 месяца назад +1

    Manghor tej ru cream r lipstick 😂....tnkuahe hoisil ni agote

  • @irti2566
    @irti2566 3 месяца назад +1

    School r din burorle monot pori gol

  • @BIKIK-K-TI20
    @BIKIK-K-TI20 12 часов назад

    Feel 90s love miss you mur mant porise xaru kalale

  • @TANMOY-DEORI-OFFICIAL
    @TANMOY-DEORI-OFFICIAL 4 месяца назад +6

    Git ti huni ae mon tu bohut vl lagi gol❤❤ love you song❤

  • @everydayearning2551
    @everydayearning2551 3 месяца назад +1

    Class 10r kotha monot pori gol amare schoolr siror suwalir Igt prem...tai tuition ahisil amar gaont moi hodai taik log kribo goisilu batot...schoolr class start hoisile 10bjar pora ami hodai schoolt 9tar agote ahisilu kimn modhur monot pore atiau...kimn premr chiti...tai bhale thakok

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 3 месяца назад +6

    খুব সুন্দৰ উপস্থাপন শৈলী ।। মনত পৰি গল শৈশৱৰ দিনবোৰ ভাল লাগিল 🥰❤️

  • @krishnaakalita5178
    @krishnaakalita5178 4 месяца назад +4

    আমি স্কুললৈ যোৱা দিনবোৰৰ প্ৰেম ❤❤❤❤❤

  • @akankhyamadhabdutta9855
    @akankhyamadhabdutta9855 4 месяца назад +10

    Bishrut saikia's voice 😭❤️

  • @dikcxitaa
    @dikcxitaa 4 месяца назад +3

    Palash daa apuni keneke iman dhuniya likhe baru..

  • @nabajyotiproduction6876
    @nabajyotiproduction6876 3 месяца назад +7

    বিশ্ৰুত ককাইৰ কিযে সুমধুৰ কন্ঠ … ❤ , পলাশ ককাইৰ কথা আৰু সুৰ❤

  • @jibansonowal4055
    @jibansonowal4055 Месяц назад +2

    চিঠিৰ জৰিয়তে জোনে প্ৰেম কৰি পাইচা like এটা কৰি দিয়া

  • @creatorhandle100
    @creatorhandle100 4 месяца назад +1

    Xuworoni😢 (monot pelai dile sobibure heibur din cyclt log dhora, teze likha wah..💔✨ (2015)

  • @garimabarman3534
    @garimabarman3534 2 месяца назад +1

    Guys ki khbar baru mojja hoise video tu kentu part 1 part 2 part 3 pa ❤rt 4

  • @jintu8314
    @jintu8314 3 месяца назад +2

    Class 5 r pra porhi oha school khnor lgt jorito xei atitor protito muhurto mnt pori gol....2015 year t matric d ulai oha past ketiyao vobansilu je anekuwa ata vdeo I xei xonowali shoolr dinbur mnt loi ahibo❤... outstanding work by the whole team, and the scenes just loved it❤️

  • @JIBONjajabori7
    @JIBONjajabori7 3 месяца назад +10

    অতীত বিলাগ মনত পৰি গৈছে...😊

  • @trigoop1788
    @trigoop1788 4 месяца назад +2

    Cycle goi thoka scene tu …ufff kisu eta vl lagise deii🤍🤍… 2:15

  • @Onlyviralreels-lw2ze
    @Onlyviralreels-lw2ze 3 месяца назад +9

    Ufff.😢❤Mrm ki Anekuaiiii.🥰💗

  • @m.bcomputers5395
    @m.bcomputers5395 3 месяца назад +2

    নিজকে যেন আকৌ এবাৰ বিচাৰি পালো । সেই স্কুলীয়া দিনৰ কথাবোৰ .... লুকাই লুকাই তোমালৈ চোৱা .. সচাকৈ ...
    চিঠিৰ উত্তৰ পাবলৈ অপেক্ষাৰে ৰৈ থকা ...
    সময় বহুদুৰ অগুৱাই গল তথাপিৰ স্মৃতিবোত সজীৱ হৈ আছে আজিও বুকুৰ কোণত ।❤❤❤❤

  • @garimabarman3534
    @garimabarman3534 2 месяца назад +1

    Video tu val lagile ata sobe like and comment kori diba dei ❤❤❤❤😊😊😊😊❤❤❤❤❤❤❤❤❤❤❤❤😊😊

  • @nirmalipatar5535
    @nirmalipatar5535 4 месяца назад +1

    Ki lyrics o goosebumps uthi goise🌚👌

  • @vargavvaunalover4101
    @vargavvaunalover4101 2 месяца назад +2

    ভাল পোৱা কৰা নাজাই ভাল পোৱা হৈ যায় ❤️🤍

  • @fg7even8ight82
    @fg7even8ight82 3 месяца назад +2

    Rx 100 lovers attendance

  • @jugantaaxom6570
    @jugantaaxom6570 4 месяца назад +3

    হাত কাটি ফোট দিয়াটো ultimate...❤❤❤😊😊😊

  • @makeoverarup5995
    @makeoverarup5995 3 месяца назад +1

    Snighda gogoi(urmila bow) very talented actress superb 🤟🤟😘

  • @BidyadharDas-gg5uu
    @BidyadharDas-gg5uu Месяц назад +1

    Excellent song video, my favourite video, best song video, my favourite video, best song video, most beautiful song video.

  • @Bhabeshdeka51
    @Bhabeshdeka51 3 месяца назад +4

    Episode keita sai bohut vll lagil aru sabo mon goi ase

  • @Anxuuuhhh
    @Anxuuuhhh 3 месяца назад +2

    এফুটা হাঁহিৰে হাহি সামৰিলে হিয়া মোৰ মৰহি যায়...........uffff.🤍💗🤍

  • @HarkhitBorphukon
    @HarkhitBorphukon 3 месяца назад +1

    ইমান এটি সুন্দৰ গীত কলেজৰ পৰা আহিয়ে ই শুনিছোঁ 🥹 দিনতো গান টো মনত বাজি আছিল ❤️

  • @DigantaSarmah-xd2df
    @DigantaSarmah-xd2df 4 месяца назад +2

    একেবাৰে হাইস্কুলৰ দিনবোৰলে ঘূৰি গ'লো....... প্ৰতিটো দৃশ্যতেই যেন নিজকে অনুভৱ কৰিব পাৰিছো.... নষ্টালজিক হৈ পৰিলোঁ কিছুসময়ৰ বাবে ❤❤❤❤

  • @Gourav_BoraH
    @Gourav_BoraH 3 месяца назад +3

    Bohu purona kotha monot😢❤ pori gol aai series khon Sai.
    Bohut dhunia hoise❤❤❤

  • @riyadeka999
    @riyadeka999 3 месяца назад +3

    Shyamantika your voice is so beautiful ❤
    The song is amazing❤

  • @prantikapriyam2461
    @prantikapriyam2461 4 месяца назад +4

    বৰ সুন্দৰ গীত। শুভেচ্ছা থাকিল।
    -প্ৰান্তিকা প্ৰিয়ম।

  • @bhargovgogoi696
    @bhargovgogoi696 3 месяца назад +5

    Gaan Tu bare bare huniu hepa poluya naiii😌 & iconic bishrut Daa r """"Hmm"""just woww🤩🤩

  • @priyankasaikia6664
    @priyankasaikia6664 3 месяца назад +4

    কৌশিক দা is emotion 😭🧿

  • @kabirroy6516
    @kabirroy6516 3 месяца назад +2

    but in last😣

  • @manavjnath4127
    @manavjnath4127 Месяц назад +1

    কি যে দিন আছিল। আজিও পাহৰিব পৰা নাই।
    আজি কিন্তু তাই মোৰ লগত নাই।

  • @sahidhassan2000
    @sahidhassan2000 3 месяца назад

    School life r Prem bur a khosa asil... Prem r actual feelings tetia a paisilu... Atia life to critical hoi gol... Prem t actual feelings tu npau a

  • @ridipraj25
    @ridipraj25 4 месяца назад +4

    Female Singer Voice ❤️❤️❤️❤️

  • @PRASENJITAXOM-10
    @PRASENJITAXOM-10 3 месяца назад +1

    স্কুল,হাই স্কুলৰ ,দিনবোৰ মনত পৰি গ'ল..কি যে দিন আছিল......❤❤❤ প্ৰেমত পৰা নাছিলোঁ কিন্তু উৎপাত কৰিছিলোঁ... ছবিখন সকলো ফালৰ পৰা ধুনীয়া বিশেষকৈ পৰিৱেশ।

  • @jibonor_anubhuti_official
    @jibonor_anubhuti_official 3 месяца назад +1

    Video টো যিমান বাৰ চালেও হেঁপাহ নপলায় ❤🥺

  • @munmiborpatragohain4710
    @munmiborpatragohain4710 3 месяца назад +2

    স্মৃতি ৰোমন্থন কৰা এটি গীত❤, আবেগিক হৈ পৰিলো, কিমান বাৰ যে শুনিছো, তথাপিও আমনি লগা নাই🥰

  • @subhajitdey3601
    @subhajitdey3601 2 месяца назад +2

    This song just awesome... sending love from West Bengal ❤️...

  • @SibuGhatwar-e5f
    @SibuGhatwar-e5f 3 месяца назад +3

    Aiwwwww emn dhuniya 😭❤️‍🩹

  • @jyotidasmoran3490
    @jyotidasmoran3490 2 месяца назад +1

    ইমানেই যদি মৰম, ৰঙা ফোট এটিকে দিয়া..... 😢.......পোষ্ট মাষ্টাৰ'ৰ ঠিকনাত অহা তোমাৰ চিঠি বোৰৰ সেই ভাবনা, সেই মৰম বোৰ ক বাস্তবিকত ৰঙ দিয়াই নহ'ল..... তুমি গুছি গলা অজান দেশলৈ। Nostalgic feeling. Love lots BisrutSaikia❤

  • @Niharika_Niki
    @Niharika_Niki 3 месяца назад +1

    সেই আগৰ দিন বোৰ-- স্কুলৰ কথা বোৰ-- ওফ!! এনে লাগিলে নিজৰ আগৰ দিনবোৰ আকৌ দেখিলোঁ ❤

  • @jayantidevi2062
    @jayantidevi2062 3 месяца назад +3

    Bishrut da. Tumar ki mat maniso aru dei ❤❤❤

  • @infantry_soldier_tagra_raho
    @infantry_soldier_tagra_raho 3 месяца назад +4

    Otitok monot pelai ❤😢😢😢 Buku khon godhur hoi gol ♥️ Ki je hunali din asil

  • @uzzwalbora2158
    @uzzwalbora2158 3 месяца назад +1

    WE ARE AMR DINOT MOBILE NASIL 1100 AHISIL JETIA AMI CLASS 7T ASLU

  • @aruhiworld7148
    @aruhiworld7148 3 месяца назад +5

    নসটালজিক হৈ পৰিছো ❤❤

  • @rubiphukan3435
    @rubiphukan3435 4 месяца назад +5

    ইমানেই ভাল লাগিছে কবলৈ ভাষা নাই ❤❤❤❤❤❤

  • @_ganesh_006
    @_ganesh_006 3 месяца назад +4

    bishrut saikia iconic song❤

  • @puzanayak9149
    @puzanayak9149 4 месяца назад +1

    ক্ষন্তেকৰ বাবে হ'লেও আকৌ উভতি গ'লো সেই তাহানিৰ ভাল লগা দিন বোৰ লৈ💜 ধন্যবাদ 😊❤

  • @karabiboro-le5dx
    @karabiboro-le5dx 3 месяца назад +3

    Bishrut daa song uffff ki je kom xat pori jai 😌❤️

  • @saurovkoch4695
    @saurovkoch4695 3 месяца назад +4

    উফ ! মনটো ভৰি গ'ল ❣️🌿