The song started on a different note and hit a different high in the end. It showed the understanding between two people and the way you've written it is commendable💟
A song with simple lyrics, yet still beautiful. The best part of this song is the vocals, especially at the ending 🥹🤌🏻. An unexpected collab that we didn't know that we needed until today. The best part about this song is the ending for me, though I didn't want it to end. Don't know about you, but somehow I found my home in "Promaan". This song will be on a loop for me. Akou ebar upohar eti dila ❤️🩹. Adding another song of yours to my playlist 😌🫶🏻
My colleague recommend me this song.I don't understand assamese but it is presented so melodiously, I can surely say he is trying to tell me something sweet.🥰
Another a masterpiece ❤✨💌💌moromor buli kom💌kunubai koisil ganeu jogot jine kintu tmar gane jogot nhoi hiya jine bishrut da 💌 thank you for the song amiu tumak atia moromr buli kom💌
Another masterpiece❤😩....... Apunar gan xuni eman val lageee j moi mur xokolu dukhai pahori jaw.... My heart starts melting when I listen your songs bishrut da🥺🫀
আপোনাৰ প্ৰতিটো গানকে মৰমৰ বুলি ক'ম.....আৰু মৰমৰ হৈ ৰ'ব সদায়েই। 🤍
ধুনীয়া মানুহ, ধুনীয়া গান, ধুনীয়া কাম ...💐
অযুত শুভকামনাৰে, আইচেংফা বা।
Podcast lage
Please a podcast with bishrut da . Baa
লাইট অফ কৰি বিছনাত শুই শুই চকু মুদি বহু বাৰ শুনিলো ❤❤
লগতে খিৰিকিৰে বতাহ জাকে বাৰে বাৰে গাত ঘহাই আছে উফফ কি মূহুৰ্ত 😍😍
" মোৰো সময় তেনেই তাকৰ, তোমাতেই যুগমীয়া ." 🖤🥀
"যদি সোধে কোন হয়, মৰমৰ বুলি কম!" বৰ মৰমৰ গান! মৰমবোৰ জীয়াই থাকক, সুৰৰ মাজেৰে, গানৰ মাজেৰে, কথাৰ মাজেৰে; বুকুৰ মাজেৰে! 💛
Meditation ❌
Bishrut Saikia songs✅
meditation is very importend in our helthh.....but bishrut saikia song iss emotion❤😊
@@montubora922 He's saying bishrut saikia's songs feel like meditation .
He's not saying meditation is bad or something 😭
❤❤❤❤
যদি সোধে কোন হয় !!
মৰমৰ বুলি কম ❣️🧿
One like for bisrut daa,deeplina baa and axomiya people .
The song started on a different note and hit a different high in the end. It showed the understanding between two people and the way you've written it is commendable💟
উফ... ভাষা নাই,
মাত্ৰ এটাই ক'ম.....মৰম আমাৰ থাকিব সদায় আপোনাৰ প্ৰতিটো গীতৰ বাবে ❤
বিশ্ৰুতৰ গানৰ কথা বোৰে মানুহৰ মনৰ কথাবোৰ কয়৷
বিৰাট ধুনীয়া😊❤️
সমাজৰ নিয়ম আমাতেই ভাঙি লম
যদি সোধে কোন হয়,মৰমৰ বুলি কম ❤
সমাজৰ নিয়ম আমাতেই ভাঙি ল'ম
যদি সোধে কোন হয়, মৰমৰ বুলি ক'ম..... 🍃
Bor dhunia lagile huni❤❤❤❤Aguai ja hodai...Simplicity is the sophistication of the song❤️Great job Tuktuk👍👍👍
আৰু এটা সুন্দৰ অৰ্থবহ গীত তোমাৰ।ভাল লাগিল।আগুৱাই যোৱা।সুন্দৰ উপহাৰ বোৰ দি যোৱা শুভ চিন্তক তোমাৰ শ্ৰোতা বন্ধুক❤
Wow amazing ❤❤❤ xunile jen xuniei thkm..ses nhlei jen vl pam❤
"যদি সোধে কোন হয় "
মৰমৰ বুলি কম 🌷
A song with simple lyrics, yet still beautiful. The best part of this song is the vocals, especially at the ending 🥹🤌🏻. An unexpected collab that we didn't know that we needed until today. The best part about this song is the ending for me, though I didn't want it to end. Don't know about you, but somehow I found my home in "Promaan". This song will be on a loop for me. Akou ebar upohar eti dila ❤️🩹. Adding another song of yours to my playlist 😌🫶🏻
The Collab was announced way back,it ain't unexpected lol
@@anhOpe13 I know, but I meant that the announcement was unexpected.
My colleague recommend me this song.I don't understand assamese but it is presented so melodiously, I can surely say he is trying to tell me something sweet.🥰
সদায়ৰ দৰে আপোনাৰ এই গানটো লগাই শুবলৈ লৈছিলোঁ …
আপোনাৰ প্রতিটো গানেই ওলোৱাৰ লগে লগেই শুনো আৰু ইমানেই শুনিছোঁ যে গোটেইবোৰৰে lyrics মুখস্থ হৈ গৈছে❤️
গানবোৰ শুনিলে সদায় মনত কি ভাব হয় জানেনে…! এই গানবোৰৰ শব্দবোৰ যেন আপুনি মোৰ বাবেহে ৰচিছে… প্রতিটো গানৰেই শব্দবোৰে যেন মোৰেই কথা কৈ যায়… আপোনাৰ "ডাগ" "নতুন হাঁহি" "মৰুভূমি" এই গানবোৰে খুব সাহস দিয়ে মোক!
সেয়েহে আজি আপোনাক এটি 'ধন্যবাদ' দিবলৈ খুব মন গৈছে
ভালে থাকক আপুনি🌻
Another a masterpiece ❤✨💌💌moromor buli kom💌kunubai koisil ganeu jogot jine kintu tmar gane jogot nhoi hiya jine bishrut da 💌 thank you for the song amiu tumak atia moromr buli kom💌
বহুত শুভেচ্ছা আৰু মৰম থাকিল। আৰু আগুৱাই গৈ থকা। যাতে তোমাৰ নিজৰ ওপৰত আত্ম বিশ্বাস আৰু দুগুণে বাঢ়ি যায়।
“সমাজৰ নিয়ম..আমাতেই ভাঙি ল’ম”
🌷
মদাৰ আৰু গোলাপ ফুলৰ সোৱাদ ........ সঁচাকৈ ভাল লাগিল গীততি শুনি ❤❤❤❤
যদি সোধে কোন হয়?
- মৰমৰ বুলি কম!🥀💗
.
.
"Finallyyy another masterpiece❤"
Anu this for u..🌸
"মৰমত কিয় ভয় ?
যদি সোধে কোন হয়।।
মৰমৰ বুলি ক'ম....❤"
Thank you very much🗿
Ei গৰমত দেহটোক শীতল পেলোৱা gan
আহহহ! কি যে ধুনীয়া গান ❤
তুমি মৰমৰ বুলি কম😌❤.....
দাদা তোমাৰ প্ৰতিটো গানে মন চুই যায় সঁচাকৈ গম পোৱা তুমি, মোৰ ফালৰ পৰা বহুত মৰম তুমালৈ ।
বিশ্ৰুত দাৰ গীত তিনিবছৰ আগৰ পৰা শুনিব লʼলো আৰু প্ৰতি বছৰে তেওঁ আগুৱাই গৈ আছে আৰু তেওঁৰ গীতবোৰে মৰ্ম স্পৰ্শ কৰিবলৈ সক্ষম হৈছে । 💫
Jdi hudhe kun hoi
Moromor buli kom 🫶
Ufff ki lyrics 🤧❣️
তেনেই সাধাৰণ অথচ হৃদয় জুৰুৱা ❤
Ufff apunr xuree muk melt kri dibo😩💓....imn dhuniya xurrrr love u bishrut dada❤❤❤
Bishrut daa... I am your biggest fan✨💜🦋& this song's excellent🎼🎧🔥
Bishrut da voice and lyrics + deeplina ba voice = heavan 🕊️
My fvrt singer❤
Mind Tu calm hoi jai bishrut da r gaan xunile. ❤❤❤
তেওঁ মোৰ বাবে সদায় যেন বিশেষ ❤
প্ৰতিটো দিন মোৰ বিশেষ ❤️
তেওঁৰ উপস্থিতি অনুপস্থিতিৰ মাজৰ সময় খিনিত তেওঁ যেন আকৌ বিশেষ ❤️
ঠিক এক গীতৰ কথাৰ দৰে❤
" সমাজৰ নিয়ম আমাতেই ভাঙি লম... যদি সুধে কোন হয় মৰমৰ বুলি ক'ম..." 💗
Bro cooked again 🗿
W song fr
Then eat and left no crumbs 🤧❤️
W
বহুত অপেক্ষাৰ পাছত বহুত ধুনীয়া হৈছে আগুয়াই যাওঁক । 😊
আগুৱাই যোৱা আৰু ভালে থাকা সদায় বিশ্ৰুত দা💐🤍
Love from Goalpara , listening your music since 2020❤❤
কথা , সুৰ , কন্ঠ , সম্পাদনা খুবেই ভাল লাগিল ককাই❤
Bishrut Saikia my favorrite singer only😮
Only bishrut saikia's songs can heal me❤❤
Another masterpiece❤😩....... Apunar gan xuni eman val lageee j moi mur xokolu dukhai pahori jaw.... My heart starts melting when I listen your songs bishrut da🥺🫀
Moja bhai... ❤❤ apunar gan Khunila depression naikia hoi jai... 🎉 ..Apunar song ot kiba ata jadu asa.. awesome bhai...❤❤❤❤,... keep it up bro ❤❤❤
Less of song,more of therapy!
কিছুমান গানে মনটো জোৰ পেলাই যায়। তাৰ ভিতৰত বিশ্ৰুত দাৰ গান।❤❤
All time favourite ❤
আজি Instagram ত শুনিলো। মন প্ৰাণ জুৰ পৰি গৈছে, বহুত নিভাঁজ। শুভেচ্ছা থাকিল। এই ধাৰা অব্যাহত থাকক তাৰেই কামনা কৰিলো। 👍👍
সমাজৰ নিয়ম আমাতেই ভাঙি লম
আৰু যদি সুধে কোন হয় মৰমৰ বুলি কম❤❤❤
উফ্ ইমান ধুনীয়া গান🥹♥️
Bishut Da & Deeplina Baa🌻♥️
CAUTION: TAKE REST OR LIE ON BED WHILE ENJOYING THIS MASTERPIECE ❤
Moromor buli kom ❤️😭!!
Very excited for this song
Specialy for the lyrics
গানটো বহুত ভাল হৈছে , মৰমৰ বুলি ক'ব পৰা হৈছে আৰু যদি কোনোবাই সোধে মোক কেনেকুৱা হৈছে গানটো "মৰমৰ বুলি ক'ম" । ❤️
Bohutei val lagil geet 2 huni...👌👌😍😍❤️❤️
The lyrics are so beautifully composed. And i loved the guitar tune in the beginning of the song. It was worth the wait. Well done👏👏
Two favorites in one song 🥺
Such a peaceful voice. Listening this song after a hectic day nd it just felt so relaxing ❤
❤❤❤❤আপোনাৰ গানত প্ৰতিবাৰেই প্ৰেমত পৰিব পৰা মাদকতা আছে... বাৰে বাৰে শুনি থাকিবৰ মন যায় ❤❤❤❤
Maind taching music 🎶
প্ৰিয় সদায়❤️
Jodi kunubai hudhe j who's this boy or who's this girl..just simply say it "moromor hoi" ❤️🩹
" Muru homoi tenei takor, tumatei jugomiya " ❤
Js feeling the lyrics.. js beautiful
my unpaid therapist
Great song great singing 🎉❤
Congratulations Bishrut daa❤
এটা সন্ধিয়া ,চিপচিপিয়া এজাক বৰষুণ ,দেহা শীতল পেলোৱা এজাক মিঠা বতাহ, খিৰিকীৰ ওচৰত বাহিৰৰ ষ্ট্ৰীট লাইটৰ পোহৰ আৰু একাপ গৰম কফি আৰু এই গানটো ❤❤❤
Love your compositions ❤, Brother.... You're a delight to listen to .... 🎉
Bhut bhut dhuniya ru hubesha thkile ❤
This song is a Masterpiece. Love from Jorhat. ❤
Love deplina
Jodi xdhe Kun hoi , moromor buli kom❤
My heart starts melting when I listen your songs ❤️🥺
Bhal puwar gaan!! Bhaal loga gaan!!! ❣️
Adding another fav song to my Playlist ❤ Moromor buli kom...😇😃ki xundor ..
One of best singer ❤
kiman je roi asilu ei gaan tur babe 😭. finally ahi pale
waah bishrut da dhunia aru deeplina baa o
মৰমৰ বুলি কম.......❤❤❤❤❤
Jodi xudhe kun hoi- moromor buli kom
Loved it!!!!!
Hridoy suejue gaan🫶
মৰমৰ গান🎉
মৰম ত কিয় ভয়?
যদি সোধে কোন হয়
মৰম ৰ বুলি কম।🫀🌷
দাদা আপোনাৰ প্ৰতিটো গানেই সুন্দৰ। ইমান ধুনীয়া লিখে,সুৰ কৰে,গায়। আগুৱাই যাওক আৰু কষ্ট কৰি যাওক বিশ্ৰুত দা❤❤ বৰপেটাৰ পৰা মৰম জাচিলো❤
Moromor buli kom....❤😌
অৱশেষত!❤️😩
Awesome is an understatement !!❤❤
Jodi hudha kun hoi ... Mrmor buli komm❣️❣️❣️❣️
Jdi hude Kun hoi moromr buli Kom.....❤
Bishrut da big fan❤️❤️tumar xokolu bur gaan bohut bhal lage
Awhh it's too good and it's lyrics 🙂🤍 Always favourite both of you ❤️🤗stay blessed always ✨
Jodi hudhe kun hoi moromor boli kom 🌺🌼♥️
Each song of you contains a couplet that just awestrucks! ❤🎉
Gives meaning to the whole
"যদি শুধে কোন হয়.....
মৰমৰ বুলি ক’ম...."
Ahh!!!!!!
💌
"যদি সোধে কোন হয়?
মৰমৰ বুলি কম ❤
Uff song and music. special thanks to bishruth da ..