Bishrut Saikia - Upohar (Official Music Video)

Поделиться
HTML-код
  • Опубликовано: 4 окт 2024
  • Official music video of 'Upohar' from Bishrut Saikia's album 'Ogrogami'.
    Spotify: open.spotify.c...
    JioSaavn: www.jiosaavn.c...
    iTunes: music.apple.co...
    Written and sung by Bishrut Saikia.
    Co-produced with Sumit Baruah at the Soundzone Studio, Guwahati.
    Additional production: Anshuman Gogoi, Angshuman Das, Akash Deep Dutta and Arnav Borah.
    Video produced by The Artiste.
    Direction/concept: Anshuman Gogoi
    Co-directed/Art direction: Kaushik Kachari
    DOP/Gaffer: Bhargav Changmai
    Editor/VFX/DOP: Debabrata Hazarika
    Costumes: Syeda Mahfuza Anjum Haque
    Follow Bishrut Saikia:
    Instagram: www.instagram....
    Facebook: / bishrut.saikia.1
    The Soundzone Studio: ...
    Food&Us: ...
    Tradition of Assam: ...
    Lyrics:
    বুকুৰে মাজতে তুমি মন মোৰ
    দিঠকত তুমি বহু দূৰ।
    নিজৰাৰ দৰে তুমি আছা বৈ
    সিৰে সিৰে মোৰ ৰক্ত হৈ,
    একা বেঁকা জীৱন পথত
    সান্তনা তুমি মনৰ।
    ৰ'দালি আহে ডাৱৰ ফালি,
    বৰষাৰ শেষত সেয়া তুমি নেকি?
    তুমি মোৰ সেই কাহিনী,
    আনে ফুৰে যি বিচাৰি।
    দুচকু মেলি দুই ওঁঠৰে হাঁহিটি
    চাওঁ থমকি সকলো পাহৰি।
    স্মৃতি প্ৰতাপী সমলয় অনুভূতিৰ
    মানুহে ইয়াকেই প্ৰেম বোলে নেকি?
    কাষতে তোমাৰ ৰ'ম ছাঁয়া হৈ
    পৰিব নিদিওঁ ভাঙি।
    সময়ৰ পাতত ল'বা লিখি,
    মোৰ এই মৰম তোমাৰ বুলি
    তুমি যেন উপহাৰ এটি।
    সুবাসে তোমাৰ সাৱটি যায়
    অনুৰাগৰ দুবাহু জো্ৰাই।
    খোজতে তোমাৰ চুলি নাচি যায়
    নাচোনে আহি ৰিঙিয়াই।
    কাষে কাষে খোজ মিলাই
    হৃদয় নাচি, নাচি নাচি যায়।
    আজি যতে থাকোঁ জীয়াই
    মৰো তোমাতে সদায়।
    শীতল দুই ওঁঠৰ স্মৃতি সোঁৱৰাই
    পৰশৰ পিয়াসী হুমুনিয়াহে কৈ যায়,
    "পূৰ্ণতাৰে আৱৰাৰ দৰে তুমিও যে মোক
    কিমান ভাল পোৱা" ।।
    দুচকুতে দুচকু থলে
    লাজে চকু ঢাকি যায় ।
    কেতিয়াবা তোমাক কন্দুৱাও যদি
    ক্ষমা কৰি দিবা তুমি
    তুমি যেন উপহাৰ এটি।।
    #bishrutsaikia #upohar

Комментарии • 4,3 тыс.

  • @BishrutSaikia
    @BishrutSaikia  3 года назад +2461

    Thanking each and everyone here for appreciating our way of storytelling ❤️

  • @_Ankur_Saikia_02
    @_Ankur_Saikia_02 2 года назад +1632

    ৰাতি বাৰ বাজি গল । মাতৃহাৰ হোৱা এটা ডেকা । গানটো শুনি মা জনীলৈ মনত পৰি গ'ল 🥺 তেওঁ মোক দিয়া এই ধুনীয়া পৃথিৱী খন মাত্ৰ উপহাৰ এটি ❤️
    শব্দবোৰ অন্তৰৰ গভীৰ কোণৰ পৰা নিগৰি অহা নিভাঁজ মৰম অনুভৱ 💖 ধন্যবাদ ককাইদেউ আপুনি দিয়া উপহাৰ এটি 🌼

  • @Happy55793
    @Happy55793 2 года назад +2854

    অযান্ত্রিক শেষ নকৰাকৈ গানটো শুনিবলৈ আহিলো❤ ইমান ধুনীয়া উপস্হাপন ।

    • @drishnaphukan187
      @drishnaphukan187 2 года назад +19

      Moiu Akai ...

    • @mainaphukon4151
      @mainaphukon4151 2 года назад +25

      একে হৈছে... আগতে শুনিছোঁ যদিও গান তো শেষলৈকে শুনা নাছিলো.। আজি এ তিনি বাৰ শুনিলো.।

    • @tikusonowal8325
      @tikusonowal8325 2 года назад +4

      Same

    • @mrigakshisharma2706
      @mrigakshisharma2706 2 года назад +4

      Same here

    • @mayurikonwar1990
      @mayurikonwar1990 2 года назад +5

      Same here❤️

  • @OasisMotionFilms
    @OasisMotionFilms 3 года назад +922

    You are a gem brother. I repeat you are a 💎

    • @BishrutSaikia
      @BishrutSaikia  3 года назад +82

      Means alot ❤️ Thank you

    • @ManoxKB
      @ManoxKB 3 года назад +7

      Ohh...
      Exactly

    • @nipangogoi
      @nipangogoi 3 года назад +12

      See you in Ojaantric 😊.

    • @ernestode-la-cruz6341
      @ernestode-la-cruz6341 2 года назад +9

      @Oasis Motion Films please Make an episode with this guy 🙏🙏🙏
      Im begging you both 🙏🙏

    • @manabdutta7416
      @manabdutta7416 2 года назад +3

      Right Oasis daa

  • @sasbttrr
    @sasbttrr Год назад +156

    2:06 ♥️
    _"সময়ৰ পাতত ল'বা লিখি,_
    _মোৰ এই মৰম তোমাৰ বুলি_
    _... তুমি যেন উপহাৰ এটি"_

    • @ofcyoucan
      @ofcyoucan 11 месяцев назад

      Hij 😅 JJ jj😅b😅j😅😅 JJ in😅😅 bu JJ😅😅 Jhbbjj IB ji bhi iiiijn k bb😅I no b😅😅i😅😅😅😅 Jhbbjj Jhbbjj Jhbbjj hi iji😅 jjj in jii😅😅😅😅😅😅😅

  • @dibyajyotibarman1469
    @dibyajyotibarman1469 2 года назад +150

    মাজে মাজে ভাৱ হয় ধুনীয়া অসমীয়া গান লিখা মানুহ বোৰৰ বংশ নাশ হল নেকি তেনেতে কৰবাৰ পৰা দুজনমানে এনেদৰেই সুৰত কৈ উঠে অসমীয়া অমিয়া মাতৰ যে অন্ত নাই ❤️

  • @Harpalsaikia15
    @Harpalsaikia15 2 года назад +502

    Best i have seen, i have heard and i will ever witness! Big fan ……..

    • @BishrutSaikia
      @BishrutSaikia  2 года назад +42

      ধন্যবাদ 💗 ভোগালীৰ শুভেচ্ছা থাকিল ।

    • @mrinalidutta3631
      @mrinalidutta3631 2 года назад

      @@BishrutSaikia ❤️

  • @bastobborah48
    @bastobborah48 2 года назад +302

    উভতি গ'লোঁ অতীতলৈ... হোষ্টেললৈ যাঁওতে আৰু তাৰ পিছত কৰ্মক্ষেত্ৰলৈ যাঁওতেও মাৰ বিদায় বেলাৰ চকুপানীবোৰ সদায় মনত পৰে... আজি মা নাই কিন্তু স্মৃতিবোৰ আছে... অলেখ শুভকামনা বিশ্ৰুত... Love from যোৰহাট... অযান্ত্ৰিকৰ পৰা চাইছোঁহি...

  • @topanofficial7797
    @topanofficial7797 2 года назад +68

    ✨কেতিয়াবা তোমাক........😌
    ✨কন্দুৱাও যদি ক্ষমা কৰি দিবা..😌
    ✨তুমি তুমি যেন উপহাৰ এটি....😌🥀❤️

  • @ila-s6s
    @ila-s6s 2 года назад +230

    "ৰ'দালি আহে ডাৱৰ ফালি
    বৰষাৰ শেষত সেয়া তুমি নেকি ?" --- ইম্মান ধুনীয়া অ' ! ❤️🌻

    • @sumitozah
      @sumitozah 2 года назад +7

      Hosa koi bohut dhunia gan tu....

  • @rahulnath4620
    @rahulnath4620 2 года назад +381

    বুকুৰে মাজতে তুমি মন মোৰ
    দিঠকত তুমি বহু দূৰ।
    নিজৰাৰ দৰে তুমি আছা বৈ
    সিৰে সিৰে মোৰ ৰক্ত হৈ,
    একা বেকা জীৱন পথত
    সান্তনা তুমি মনৰ।
    ৰ’দালি আহে ডাৱৰ ফালি,
    বৰষাৰ শেষত সেয়া তুমি নেকি?
    তুমি মোৰ সেই কাহিনী,
    আনে ফুৰে যি বিচাৰি।
    দুচকু মেলি দুই ওঁঠৰে হাঁহিটি
    চাওঁ থমকি সকলো পাহৰি।
    স্মৃতি প্ৰতাপী সমলয় অনুভূতিৰ
    মানুহে ইয়াকেই প্ৰেম বোলে নেকি?
    কাষতে তোমাৰ ৰ’ম ছাঁয়া হৈ
    পৰিব নিদিওঁ ভাঙি।
    সময়ৰ পাতত ল’বা লিখি,
    মোৰ এই মৰম তোমাৰ বুলি
    তুমি যেন উপহাৰ এটি।
    সুবাসে তোমাৰ সাৱটি যায়
    অনুৰাগৰ দুবাহু জো্ৰাই।
    খোজতে তোমাৰ চুলি নাচি যায়
    নাচোনে আহি ৰিঙিয়াই।
    কাষে কাষে খোজ মিলাই
    হৃদয় নাচি, নাচি নাচি যায়।
    আজি যতে থাকোঁ জীয়াই
    মৰো তোমাতে সদায়।
    শীতল দুই ওঁঠৰ স্মৃতি সোঁৱৰাই
    পৰশৰ পিয়াসী হুমুনিয়াহে কৈ যায়,
    “পূৰ্ণতাৰে আৱৰাৰ দৰে তুমিও যে মোক
    কিমান ভাল পোৱা” ।।
    দুচকুতে দুচকু থলে
    লাজে চকু ঢাকি যায় ।
    কেতিয়াবা তোমাক কন্দুৱাও যদি
    ক্ষমা কৰি দিবা তুমি
    তুমি যেন উপহাৰ এটি।।

    • @thecreep1712
      @thecreep1712 2 года назад +3

      @@minakshiboruah8832 description t sn দিয়েই dse Lyrics tu🙄ki bisaribo lga hoise aku

    • @minakshiboruah8832
      @minakshiboruah8832 2 года назад +3

      @@thecreep1712 moi pasot dekhisu comment delete koribo pahorilu sorry

    • @thecreep1712
      @thecreep1712 2 года назад +1

      @@minakshiboruah8832 ouu.. 🌝😄

    • @TBoysmini
      @TBoysmini Год назад +1

    • @riatusaikia5816
      @riatusaikia5816 Год назад

      U

  • @chayasnigdhaborah6696
    @chayasnigdhaborah6696 2 года назад +157

    অসমৰ সংগীত জগতলৈ এটি নতুন উপহাৰ, বিশ্ৰুত শইকীয়া 🍃🍂

  • @storyteller8560
    @storyteller8560 11 месяцев назад +30

    তুমি যেন যান্ত্ৰিকতাৰ শেষৰ এজন শিল্পী❤

  • @alphonso23
    @alphonso23 2 года назад +55

    কিবা এটা শান্তি বিছাৰি পোৱা যেন লাগে তোমাৰ কন্ঠত❤️

  • @kabyashreepathak4798
    @kabyashreepathak4798 2 года назад +451

    Not gonna lie, 40 seconds into the video and my eyes welled up with tears. The song, the imagery, the vision and the authenticity of our Assamese culture is so beautifully depicted it’s beyond magic sigh

  • @ankursaikia7651
    @ankursaikia7651 2 года назад +26

    সৰুতে ঘৰৰ পৰা শিক্ষাৰ বাবে যি উলালোঁ আজিলৈকে ঘৰমুৱা হোৱা নাই কাৰণ দেউতা - মা কৰা কষ্টৰ মই যেন অতি উপহাৰ দিব পাৰোঁ।

  • @Chayonika-u3k
    @Chayonika-u3k 2 месяца назад +4

    my boyfriend sent this song to me on the occasion of Girlfriends Day. He says that it's a gift from his end to compensate for his absence. I bawled my eyes out. It is indeed an "Upohar"! I never imagined that something so tender could have the power to touch so hard. The mellowness of this song speaks for its melody. It's been a month since I met him and the words of this song make the distance seem a little closer to the feeling of home (him). Thank you for this Upohar, Bishrut!

  • @akhimrajkhowa372
    @akhimrajkhowa372 2 года назад +201

    অযান্ত্ৰিক pause কৰি আহিছো and I'm just getting speechless that ইমান দিন কিয় পোৱা নাছিলো এইটো গান ... Keep shining brother.. lots of love

  • @manuranjandutta249
    @manuranjandutta249 2 года назад +14

    "অযান্ত্রিক" চাই শেষ নোহোৱাকৈ গানটো শুনিবলৈ আহিলোঁ.....কি সুন্দৰ 👌

  • @megha1386
    @megha1386 5 месяцев назад +17

    I was madly in love with the guy from Assam and he was the one who introduced Assamese songs to me. Even though we are not together anymore I never really stopped listening to these songs. Reminiscing the moments that have I spent with him while listening to this song.

  • @nilamnayanaborgohain2951
    @nilamnayanaborgohain2951 2 года назад +24

    "তুমি যেন উপহাৰ এটি"♥️ .... তুমি সচাঁকৈ এটি উপহাৰ অ' 🥰

  • @rohonjitborah7424
    @rohonjitborah7424 2 года назад +165

    Heavy budget sai ei gantu bsri ahishu ....bhut Dhuniya...
    Kun kun asa ru heavy budget sai???

  • @bidyutphukan3440
    @bidyutphukan3440 2 года назад +28

    অযান্ত্ৰিকৰ পৰা আহিছোঁ বাহিৰে বাহিৰে ।। বহুত ধুনীয়া লাগিছে ❤️😘❤️

  • @xhhirssi5116
    @xhhirssi5116 Месяц назад +3

    At 1:19 if you look at the roof of the house there's a pair of pigeons. Its almost as if they're a reflection of the couple. The cinematography in this is amazing

  • @brilliant2986
    @brilliant2986 2 года назад +15

    অযান্ত্রিকেই যেন এক উপহাৰ ।
    অযান্ত্রিক আৰু উপহাৰলৈ ❤❤❤

  • @pujaborah1417
    @pujaborah1417 2 года назад +71

    Evocative 🥺!!! বিশ্ৰুত তুমি বিশ্ববিশ্ৰুত হোৱা!! সদায় প্ৰিয় তুমি আৰু তোমাৰ কণ্ঠ ❤️,,,তোমাৰ এই ব্যতিক্ৰমী সৃষ্টি সচাই অনন্য...

    • @RaJSeKhAR925
      @RaJSeKhAR925 2 года назад

      Whatttt!!! A Comment🙏🔥😍🎧🥀

  • @anuragborahofficial5572
    @anuragborahofficial5572 2 года назад +17

    অযান্ত্ৰিক Pause কৰি আহিলো দেখিলো বহু অনুৰাগী অযান্ত্ৰিকৰপৰাই আহিছে। ধন্যবাদ @Bishrut Saikia ইমান ধুনীয়া গান আমাক উপহাৰ দিয়া বাবে যাৰ নামেই "উপহাৰ"।

    • @chandankn
      @chandankn 2 года назад

      Muru engineering background....miss those AEC days...

    • @chandankn
      @chandankn 2 года назад

      I got to know him from Kritical Kouple and not from Ojantric.

  • @Ibhumika1
    @Ibhumika1 Год назад +20

    এই গীতটো যিমানেই শুনো, মোৰ সন্তুষ্টি অনুভৱ নহয়.... এই গানটো মোৰ হৃদয়ৰ আটাইতকৈ ওচৰৰ💗
    মই তোমাৰ কণ্ঠৰ ওপৰত আকৰ্ষিত হৈছো💘

  • @prachirdutta7427
    @prachirdutta7427 2 года назад +6

    The line " বুকুৰে মাজতে তুমি মন মোৰ, দিঠকত তুমি বহু দূৰ" hits really hard......

  • @mr.rajaaaa
    @mr.rajaaaa 2 года назад +31

    ভাষা নাই বিশ্ৰুত ❤️ প্ৰথম শুনিয়ে তোমাৰ অনুৰাগী হৈ পৰিলোঁ।

  • @barsharanisaikia7200
    @barsharanisaikia7200 3 года назад +14

    আজি ১ মাহে শুনি আছোঁ।দিনটোত কমেও ২ বাৰ শুনি লওঁ।আবেলিটো উপহাৰ ৰ অবিহনে আধৰুৱা।ইমান সৰল ।💚 আশাৰে বাট চালোঁ আৰু এনেকুৱা উপহাৰ পাওঁ।কমেণ্ট কৰি নাপাওঁ RUclips ত আজি এমাহ শুনাৰ পাছত ভাবিলৈ এটা Comment নকৰিলে ভুল হব।আকৌ এনে সৰল গান শুনিবলৈ পোৱাৰ আশাৰে অশেষ ধন্যবাদ মাজুলীৰ পৰা।

  • @madhurjyaborkakoti2190
    @madhurjyaborkakoti2190 3 месяца назад +4

    RUclips shows that this video is 3 years old. Let me tell you one thing about me. Three years back I was not aware of any artist named bisrut saikia to be honest. Cam to know about the song through the reels at insta. Yes I am guilty that I only came to know about this piece through insta reels. But let me tell you this that lesser did I know 3 years back that this song of bishrut saikia in particular would turn out to be a special piece of music in my life. I recently got married to my partner with whom I was in a relationship from last 10 years. Like everyone we also appointed a camera and cinematography team. They did a wonderful job with my wedding video and the bgm they chose was this song. So now whenever I listen to this song I dunn watch the vdo just listen to the words and the whole wedding comes right before my eyes. Thank you bishrut saikia for this wonderful song. Don't know what value others will hold with your song of this but lemme tell you one thing till we both remain in this planet we will treasure your beautiful art. Thank you❤

  • @ManashiDas76
    @ManashiDas76 2 года назад +11

    গানে জীয়াবলৈ শিকাই 🤗 সঁচাকৈ এইয়া আমাৰ বাবে উপহাৰ ❤️

  • @DanielLeBaron1
    @DanielLeBaron1 3 года назад +272

    Such a pleasant song, and great videography to match it! Thanks for putting the translation ❤️ from 🇺🇲

    • @dipankarsaikia2117
      @dipankarsaikia2117 2 года назад +3

      What did u learn from the song

    • @StootiBDutta
      @StootiBDutta Год назад +4

      @@dipankarsaikia2117 are you conducting a literature exam what even is this question 😂

    • @rryangosling
      @rryangosling Год назад

      @@dipankarsaikia2117 what are you even asking 💀

    • @sasbttrr
      @sasbttrr Год назад

      ​@@dipankarsaikia2117 APSC dibo niki hetuUu hudhi Diya logote 🤣

  • @awmultimedia
    @awmultimedia 2 года назад +24

    *_"অম্লানস্মৃতি"💕 হিচাপে লৈ এটি গীত ৰচিলে আমাৰ হৃদয়ত এক নতুন ভাৱনাৰ প্ৰেম উজ্জ্বলি উঠিব আপোনাৰ পৰা গানটো শুনাৰ আশা আৰু শুভেচ্ছা থাকিল । 💝👍_*

  • @ahmedmustafabarbhuiya225
    @ahmedmustafabarbhuiya225 Год назад +154

    She introduced me to this song, on this first day of 2023, I’m here wishing her a life full of joy and happiness, wherever she is, I wish her all the peace.

  • @diptisaikia4276
    @diptisaikia4276 2 года назад +16

    সচাঁকৈয়ে হৃদয় চুই গ'ল গীতটোৱে 😍 আৰু আগুৱাই যোৱা তুমি ভগৱানৰ ওচৰত তাৰে কামনা কৰিলোঁ 🙏🏻

  • @HAR_HAR_MAHADEV_OM_NAMAH_SIVAY
    @HAR_HAR_MAHADEV_OM_NAMAH_SIVAY 4 месяца назад +58

    "it's June 2024 let's see how many legends are listening to this masterpiece, still one of the most popular songs ever even after 3 year's!"

  • @viralworld6497
    @viralworld6497 2 года назад +20

    তোমাক পালে বিশ্ৰুত শইকীয়াই দৰে ময়ো এষাৰি আওৰাম
    " কাষতে তোমাৰ ৰ’ম ছাঁয়া হৈ
    পৰিব নিদিওঁ ভাঙি।
    সময়ৰ পাতত ল’বা লিখি,
    মোৰ এই মৰম তোমাৰ বুলি
    তুমি যেন উপহাৰ এটি। ❤️

  • @sangma023
    @sangma023 Год назад +107

    My ex bf was assamese and he suggested this song to me since then I've always loved this song even though i didn't know the meaning but after we broke up i had no guts to listen to this song again but here i am after 4 months and idk how to describe this feeling.. this song feels like home and him, i feel sad but also calm. Few months back i was smiling to this song and now I'm crying to the same song. Time changes real quick

    • @namratagogoi2763
      @namratagogoi2763 Год назад

      Aww❤️

    • @pi.log10
      @pi.log10 Год назад +2

      You should go back to him, if possible, may be he's the right person.

    • @pi.log10
      @pi.log10 Год назад +2

      @@namratagogoi2763 Ahom?

    • @yellow0712
      @yellow0712 Год назад +2

      Grapnabe ..Khushi ongedongbo

    • @jayati2385
      @jayati2385 5 месяцев назад

      I can understand the way you are feeling right now, but girl move on!

  • @angshumanbaishya2
    @angshumanbaishya2 2 года назад +12

    ভাষা নোহোৱা কৰি দিছা ভাই । আজি প্ৰথম গান শুনিয়েই তোমাৰ ডাঙৰ ফেন হৈ পৰিলো । লগ পাম অতি সোনকালে । আকৌ ধুনীয়া ধুনীয়া কাম কৰি যোৱা ।

  • @kopilbora9470
    @kopilbora9470 3 года назад +161

    I am amazed...what a beautiful piece of art..... musically and visually ! Congratulations team !!!

  • @praptipujari223
    @praptipujari223 Год назад +47

    It's reached 2million views finally. After a week Upohar will be 2 years old but it's never gonna be old. It's always gonna be in our playlist even after years. It will always be in our hearts. In today's generation, YOU GAVE US THE OLD ONE BACK. Tumi Upohar hoi Bishrut da 💘

  • @gargeeburagohain2210
    @gargeeburagohain2210 7 месяцев назад +16

    It's 2:20AM..কিছুমান কথাই আমনি কৰে কেতিয়াবা নিজৰ প্ৰশ্নৰ উত্তৰ বিচাৰি bishurt দাৰ গান শুনো... নিসং সময় খনিত লগ দিয়া আপোনাৰ প্ৰতি টো গীত ভাল পাওঁ ❤️❤️

    • @ArunJacky_
      @ArunJacky_ 7 месяцев назад

      ❤ kiba likhim bhabileu likhibo nuari kisuman gaan are just❤

  • @tulikadevi1056
    @tulikadevi1056 2 года назад +49

    ভাবিছিলো ময়ে আহিছোঁ নিকি অযান্ত্ৰিকৰ পৰা বাহিৰে বাহিৰে, কিন্তু নহয় । Anyway it's damn good ...just loving it..now in repeat mode. And yes your are beyond good Bishrut. Thanks Oasis and UD....I heard many songs from your references....and yes you guys are real promoter of good music.

  • @ridipbezbaruah1369
    @ridipbezbaruah1369 2 года назад +5

    এক চিৰসেউজ অনুভূতি 💐💚.
    বহুত সুন্দৰ উপস্থাপন....
    তোমাৰ এই উপহাৰ সংগীতটো সঁচাই আমাৰ বাবে এক উপহাৰ 💐....

  • @princedikankalita112
    @princedikankalita112 2 года назад +6

    Barixa botorot duporiya...... Khirikire boroxunor tupalbur sai kaanot earphon dal aru earphone't UPOHAR
    Thanks @Bishrut Saikia for this lovely upohar❤

  • @Santanunath39
    @Santanunath39 Год назад +79

    I literally cry every time I watch this. It takes me back to the days without mobile phones and the internet. Recently, I lost my father, and I regret not spending more time with him. I wish he could watch this, he was truly an UPOHAR to me. Thank you so much bro for this song.

  • @akhyaijyotimahanta3950
    @akhyaijyotimahanta3950 3 года назад +26

    সুন্দৰ কণ্ঠ, সুন্দৰ সংগীত, সুন্দৰ চিন্তা, সুন্দৰ কেমেৰা আৰু সম্পাদনা । তিতাবৰৰ চিনাকি মানুহো দেখিছো । ভাল লাগিছে আমাৰ ঠাইৰ মানুহেও এনে মন চুই যোৱা কাম কৰিব পাৰে । সকলোলৈকে শুভেচ্ছা ।

  • @pallavichetia309
    @pallavichetia309 2 года назад +11

    মাথোঁ অনুভৱ কৰিব পৰা এটা গান...... শান্তি ও সন্তুষ্টিৰ চকুলোৰে সেমেকা
    Have to admire your piece of art❤❤❤

  • @jharnagoswami5249
    @jharnagoswami5249 2 года назад +58

    Listen this song 10 times a day. This is 2.04 AM. Just finished watching your episode in Ojantric. Just described everything I feel about this song. Coming here saw you are giving ❤️to the comments. This means from here it will reach directly to you. Bishrut Saikia, "Upohar" is like a positive manifestation for me. It feels like hope is roaming around. It has been and will remain my caller tune. Stay amazing dear "real artist"❤️💫🙏🏻

  • @lekhikabaishya133
    @lekhikabaishya133 Год назад +8

    কিমান বাৰ যে শুনিলো এই গীত টো তথাপি ও হেপা এ পলোৱা নাই ❤️🥺🙏

  • @snehakalita7305
    @snehakalita7305 2 года назад +9

    অযান্ত্ৰিক আধাতে এৰি আহিছোঁ ❤️ হৃদয় চুই যোৱাকৈ এটি গীত 🥺❤️

  • @priyakshisarma7024
    @priyakshisarma7024 2 года назад +26

    ইমান ধুনীয়া কেনেকৈ হ'ব পাৰে!! কি সুন্দৰ উপস্থাপন... আগন্তুক দিনলৈ অধিক আশাবাদী... এনেদৰেই জীৱনৰ গান গাই যাওক।
    Love and light ✨
    (PS - got to know about this song after going through the অযান্ত্ৰিক episode )

  • @zengoride....407
    @zengoride....407 2 года назад +6

    ল'ৰালি কালৰ দিনবোৰ মনত পৰি গ'ল। বহুত বহুত ধন্যবাদ এই গানটো আমাক উপহাৰ দিয়াৰ বাবে।

  • @NISHA-1DEC
    @NISHA-1DEC Год назад +10

    একমাত্ৰ ভাল পোৱা গীত 😊 ,,,
    মোৰ আৰু মোৰ প্ৰিয়জনৰ ❤️,,,
    এই গীতটি মাজেৰে ভাল পোৱাবোৰৰ প্ৰতি আৰু মৰম , সম্মান বাঢ়ি যায় ,,,, আপোনাৰ অশেষ ধন্যবাদ 💕 উপহাৰ 💙 গীতটি আমাৰ মাজত অনাৰ কাৰণে ❣️

    • @BABUTRADER24
      @BABUTRADER24 8 месяцев назад

      প্ৰীয় গীতটিৰ জৰিয়তে আমাৰ ভাল পোৱা প্ৰকাশ কৰা কাৰণে তোমাৰ লৈ অলেখ মৰম 😊💙

  • @nomadicbird1984
    @nomadicbird1984 2 года назад +4

    যাযাবৰী জীৱনৰ অক্লান্ত পথত এখন্তেক সময়ৰ বাবে থমকি ৰবলৈ বাধ্য হলো ইমান সুন্দৰ এই গানটো শুনি। শব্দৰ ভাষাৰে হয়তো বুজাবলৈ অসুবিধা হব।

  • @charubaruah8843
    @charubaruah8843 2 года назад +4

    বিশ্ৰুত শইকীয়া ! হিয়াৰ তলি উদিয়াই আশিস যাচিছোঁ তোমাক --- সুখ-শান্তি আৰু সাফল্যই সাৱটি থাকক তোমাক ওৰে জীৱন ! ইমান গভীৰ অৰ্থৱহ কথা ! ইমান প্ৰাণময় ! কেনেকৈ সম্ভৱপৰ ইমান কম বয়সতে ইমান উচ্চ মানৰ শব্দ চয়ন ! আৰু সুৰৰ কি লালিত্য ! উস্ ! আমি প্ৰবীণসকলে বুকু ফিন্দাই কৈ যাম বিশ্ৰুত --- এয়া আমাৰ নতুন প্ৰজন্ম । এয়া আমাৰ ভৱিষ্যত , আমাৰ সম্পদ ।
    তোমাৰ মাৰাক এবাৰ লগ পাবলৈ অন্তৰ অধীৰ হৈ পৰিছে । নিশ্চয় পাম কেতিয়াবা । কুশলে থাকা ।

  • @JENAA____shorts
    @JENAA____shorts 7 месяцев назад +3

    মনৰ শান্তি বিচাৰি দিনটোত এবাৰ হ'লেও ,, এই গীতটো লৈ অহা এজনী মই ❤😢 সঁচাকৈ বহুত শান্তি পোৱা যায় আপোনাৰ কণ্ঠত ❤🥺

  • @dhanshreekalita24
    @dhanshreekalita24 Год назад +6

    অযান্ত্ৰিক আধাতে এৰি উপহাৰ শুনিলো ♥️♥️

  • @bishalryankashyap6262
    @bishalryankashyap6262 3 года назад +65

    This is the first time i have recommended a song to my parents. This vibe is special. Ei upohar tur babe dhonyobad. 💙

  • @arupkr.4138
    @arupkr.4138 2 года назад +7

    যি দিনা ojantict আপোনাৰ এই গানটো কথা শুনিছিলো লগতে বিছাৰি শুনিলো । সঁচাই বহুত ধুনীয়া গান । এতিয়া আপোনাৰ উপহাৰ আৰু তাই মৰম সদায় লাগে এই দুয়োটা গান সদায় শুনো আমনি নালাগে প্ৰতিবাৰে নতুন মাদকতা পাওঁ

  • @foodtechetc790
    @foodtechetc790 Год назад +5

    জীবনৰ দৰে এটি নিৰ্ভেজাল গীত!! সুন্দৰ 👌

  • @pronamidas7050
    @pronamidas7050 2 года назад +4

    কেতিয়াবা তোমাক
    কন্দুৱাও যদি ,
    ক্ষমা কৰি দিবা তুমি
    তুমি যেন উপহাৰ এটি !!
    উফফ ইমান যে ভাল লগা...😍🎐🌻

  • @namratarava8104
    @namratarava8104 Год назад +35

    This music video screams "Home".. the visuals, the cinematography, the story, the song.. everything's reminding me of home, my village...it hits different when you're away from your home.. I couldn't help but shed a few tears while watching.. 🤧🤧🤧❤️❤️❤️❤️

  • @vibes.mp404
    @vibes.mp404 2 года назад +5

    ইমান সুন্দৰ লিখনি ইমান সুন্দৰ সুৰ
    জয়ন্ত হাজৰিকা দেৱলৈ মনত পৰি গৈছে❤️

  • @Sam__The__Slayer
    @Sam__The__Slayer 2 года назад +6

    Kisumaan gaan he antorkhon sui jabo pare, eitu gaan tar majot bohut uporot.
    Hats off to the team for this beautiful piece of music. Love it.

  • @jimidas7050
    @jimidas7050 Год назад +2

    এই উজাগৰী নিশা বিষন্ন হৃদয়ৰ লগৰী এই গীতটি❤️... ধন্যবাদ আপোনাক ইমান ধুনীয়া গীত উপহাৰ দিয়াৰ বাবে 🙏

  • @Radheyshyam4n
    @Radheyshyam4n 2 года назад +4

    মই মোৰ শৈশৱলৈ ঘুৰি গলো। আজিৰ এই যান্ত্ৰিক পৃথিৱী খনত এইবোৰ অনুভূতি পাবলৈ তান। khub dhunia concept ♥️ aguai jaok apunalok vogoban r osrt heitu a parthona🙏

  • @শব্দ-ধ৪শ
    @শব্দ-ধ৪শ 2 года назад +4

    একেধাৰে বৈ যাৱ‌
    মোৰ প্ৰিয়তম প্ৰিয়াসী তৰা
    সদায় আহিৱা চোন দুপৰ নিশা।।
    একেৱাৰে সৰু সৰু শবদৰ উপস্থাপন এটি।।জান্ত্ৰিকতাৰ ইপাৰৰ অজান্ত্ৰিকৰ পৰা।। 💓💓💓

  • @devarthamorang3559
    @devarthamorang3559 2 года назад +30

    সঁচাকৈ গানটো বিচাৰি আছিলো। অযানত্ৰিকত ঐছিছে বিশ্ৰুতৰ কথা কোৱা ত শুনিবলৈ মন গ'ল আৰু পালোঁ এই মধুৰ কণ্ঠ আৰু মিতা স্মৃতিৰ গানটো। অতি শুৱলা আৰু অন্তৰ চুই যোৱা গীত। সকলোকে ধন্যবাদ জনালোঁ।

  • @BooksandAlchemists
    @BooksandAlchemists 18 дней назад +2

    Why tf am I crying! Love from England mate. Thank you for the translation in the video. I am Assamese, but I was born and raised here, I am only learning the language. This is absolutely bonkers mate. You nailed it!

  • @jugantamahanta486
    @jugantamahanta486 3 года назад +4

    ইমান ধুনীয়া ❤️❤️❤️❤️ ভাষা নাই মোৰ ইয়াক প্ৰসংশা কৰিবলৈ....😊😍

  • @HeliumOxygen
    @HeliumOxygen 2 года назад +9

    Ebar huna pasot bare bare huni thakibo mon jai .. ktya soku Pani ulai jai agor ktha bhabi dhoriboe nwri.. what a song 💫 became my favourite Assamese song ... Keep it up..

  • @pronamikasaikia6027
    @pronamikasaikia6027 6 месяцев назад +6

    ঘৰৰ ওচৰতে shoting কৰি গল অথচ গমেই নাপালোঁ । Video ত ঠাই খিনি দেখি চিনি পাইছোঁ । সঁচাকৈ হৃদয় চুই যোৱা গান । ভৱিষ্যতে আৰু এনেকৈ আৰু গানৰ উপহাৰ দি যোৱাৰ আশা ৰাখিলোঁ ।❤❤

  • @BsNikunjaRanjanborah
    @BsNikunjaRanjanborah 2 года назад +5

    দিনটোৰ মূৰত অযান্ত্ৰিকৰ মাজত নিজকে জীয়াই আকৌ আপোনাৰ গানৰ মাজত জীপাল কৰিলোঁ। বহুত ধুনীয়া লাগিলে । মনটোত মৃদুকৈ এতিয়াও প্ৰশান্তি বিৰিঙি আছে। ভালে থাকক । বহুত বহুত মৰম আপোনালৈ 💗💗💗💗🌼

  • @awmultimedia
    @awmultimedia 2 года назад +8

    *_"অম্লানস্মৃতি"💕 হিচাপে লৈ এটি গীত ৰচিলে আমাৰ হৃদয়ত এক নতুন ভাৱনাৰ প্ৰেম উজ্জ্বলি উঠিব আপোনাৰ পৰা গানটো শুনাৰ আশা আৰু শুভেচ্ছা থাকিল । 💝👍_* @bishrutsaikia Daa

  • @purnimadas78
    @purnimadas78 2 года назад +7

    Ajantricr pora ahilo ....roi thakib noarilo...xsai vl lagil...👌🔥❤....Best of luck....👍👍

  • @ajlaxmi2089
    @ajlaxmi2089 Год назад +4

    ধন্যবাদ অযান্ত্ৰিক গানটোৰ সৈতে চিনাকি কৰাই দিয়াৰ বাবে। আৰু উপহাৰৰ সমূহ সদস্য লৈ ধন্যবাদ ❣️ ইমান ধুনীয়া গান আমাক উপহাৰ দিয়া বাবে 🙏

  • @tusharbaruah9043
    @tusharbaruah9043 2 года назад +5

    হৃদয় চুই গৈছে দাদা❣️।।। আপুনি অসমীয়াক এটি বিশেষ উপহাৰ দিলে।।🙏

  • @gitalisworld9925
    @gitalisworld9925 2 года назад +4

    ইমান দিনে যেন কিবা এটা হেৰুৱাই আছিলোঁ।। মন শাঁত পৰি গ'ল তোমাৰ উপহাৰত।। আগবাঢ়ি যোৱা! 💚

  • @mridushman18
    @mridushman18 9 месяцев назад +33

    তাইৰ সুখৰ বাবে নিজকে তাইৰ পৰা দূৰত ৰখাতো মোৰ ফালৰ পৰা শেষ উপহাৰ আছিল 🤍🥀

    • @-r.i.m.i-2906
      @-r.i.m.i-2906 7 дней назад

      কথাষাৰ চুই গল

  • @arpidas4028
    @arpidas4028 3 года назад +6

    সংগীত টোৰ লগতে ভিডিঅ'টো ইমান সুন্দৰকৈ উপস্থাপন কৰিছে,আচৰিত হৈ পৰিলোঁ ।এইটো ২০২১ৰ ভিডিঅ' হয়নে এনে এক প্ৰশ্ন আহিল।কি সুন্দৰ পৰিৱেশ । তেতিয়াৰ সেই বিজু ফুকন, নিপন বৰুৱা দেৱৰ ডেকা বয়সৰ সেই পুৰণা চিনেমাবোৰৰ দৃশ্য চোৱাযেন লাগিল । সম্পূৰ্ণ ব্যতিক্ৰমী দৰে কিবা এটা যেন বহুত বিশেষ । খুব ভাল লাগিল । কি সুন্দৰ প্ৰেমৰ মিলন।প্ৰতিজনলৈ অভিনন্দন

  • @mondeepgogoiflute7249
    @mondeepgogoiflute7249 2 года назад +8

    অযান্ত্ৰিক চাই থকাৰ মাজতে শুনিবলৈ গুচি আহিলো❤️

  • @biswayan.chakravorty
    @biswayan.chakravorty Год назад +32

    Pov : looking at the sun set and listening to bisrut daa's playlist is your therapy.....🥺❤️

  • @darshanmanidasixb5304
    @darshanmanidasixb5304 9 месяцев назад +4

    এই গীতটোৱে যেন হৃদয় চুই যায়!!🙂😌

  • @amlansaikia01
    @amlansaikia01 2 года назад +7

    ইমান সুন্দৰ উপস্থাপন, সঁচাকৈ অতি উত্তম মানৰ 👍

  • @digantasarmah4779
    @digantasarmah4779 2 года назад +4

    Ojantric t gantur bisoye gom palu... Search kori xunilu, bor bhal lagil.... Mon sui gol👌👌👌

  • @nivadeka3941
    @nivadeka3941 Год назад +1

    যদিও এটা বছৰ হ’ল গানটো ৷ কিন্তু আজি হঠাৎ গানটো শুনিলো ৷কিন্তু কিয় জানো দুচকু চকুপানী উপচি পৰিল নজনাকৈ ৷খুব সুন্দৰ গান এটা উপহাৰ দিলা ৷ শেষত ধন্যবাদ জনালোঁ ৷

  • @simantac2353
    @simantac2353 2 года назад +9

    One of my favourite song ..thank you Bishrut eman dhuniya gan ata upohar diya babe..

  • @IslandWarrior_majuli
    @IslandWarrior_majuli 3 года назад +6

    Bohut Dhunia 💚 💯

  • @abm_binanda
    @abm_binanda 2 года назад +5

    ভাষা হীন হৈ পৰিছো,সচাঁকৈ মন চুই গল❤।তাহানিৰ সেই সোণালী দিনবোৰ আকৌ যদি ঘূৰাই পোৱা হ'লে😞
    দাদা আমাক আৰু গান লাগে সোনকালে

  • @jorhatiyanboy2856
    @jorhatiyanboy2856 Год назад +4

    500 bar uprot hunilu gaan tu .... tothapiu priyo ai gaan tu jiman dukht thaku abar huni dia loge loge mon tu Val hoi jai ❤️🧿

  • @dbaruah3999
    @dbaruah3999 2 года назад +14

    জীৱনৰ সংঘাত বহুত,সকলোৰে বেলেগ বেলেগ, U r lucky that u have a best option within u to celebrate your life...thank u to ur maa being so supportive for u both..many dont have that courage to do so...best wishes for u bro..After watching u on ojantrik today only i recognise u..and now i m a fan of yours❤️..

  • @junukarajkhowa2934
    @junukarajkhowa2934 3 года назад +8

    Bishrut da bohut morom jasilu ojanntric familyr pora❤❤❤❤❤

  • @SeujPallav
    @SeujPallav 3 года назад +5

    সৰু সৰু আবেগবোৰ ইমান ধুনীয়াকৈ উপস্থাপন কৰা হৈছে। বহুত ধুনীয়া 🙂

  • @Bhagyashreeeeee
    @Bhagyashreeeeee 3 месяца назад +3

    This line.... ❤
    Kaxote tumar rom saya hoiii... 😭🌷...... Amazing
    Love from majuli❤

  • @prachurjyaborah1649
    @prachurjyaborah1649 3 года назад +5

    Anshumann gogoi❤️❤️❤️❤️❤️❤️...loved it bruh...and bishrut❤️

  • @thomasreddy2630
    @thomasreddy2630 Год назад +10

    I heard this song on my way back from an Assamese music festival..........i have to say , songs that make your eyes teary and remind you of the purity of love are just golden

  • @busybuzz6531
    @busybuzz6531 3 года назад +123

    চকু সেমেকি গ'ল। ইমান ধুনীয়া উপস্থাপন। cinematography, direction ,music excellent.👌❤️ সেই দিন বোৰলৈ উভতি যাব পৰা হ'লে!🥺

    • @jajaborlmch
      @jajaborlmch 2 года назад

      Literally I too felt like crying

    • @FaridAli-yr6nm
      @FaridAli-yr6nm Год назад

      জীৱন নদীৰ দৰে