NB NEWSৰ ষ্টুডিঅ’ত ভাইৰেল বোৱাৰী তবী খঙীয়া বৰা

Поделиться
HTML-код
  • Опубликовано: 7 май 2024
  • NB NEWSৰ ষ্টুডিঅ’ত ভাইৰেল বোৱাৰী তবী খঙীয়া বৰা
    বোৱাৰী নহয় জীয়ৰীৰ দৰে মৰম কৰা শহুৰ-শাহুৱে কেনেকৈ প্ৰেৰণা যোগায় তবীক?
    বিহু নচা, অভিনয় কৰাৰ লগতে আৰু কি কি দিশত পাৰ্গত তবী?
    #nbnews #nbnewsdigital #bihuwatibuwari #viralbuwari
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    Facebook: / nbnewstv
    #NBnews
    #NBtv
    #NBnewsassam
    #NBnewstv
    #Satellitechannel
    #NBNews

Комментарии • 186

  • @RekhaLalung-ui2gi

    বৰ সুখী পৰিয়াল❤️❤️এইদৰে মিলি জুলি থাকা সকলোৱে, বোৱাৰী ক ছোৱালী ৰূপত লোৱা শাহুবোৰ বহুত মৰমৰ ❤️❤️

  • @kanikarayvlog8989

    বৰ ভাল লাগিলে চাই আদৰ্শবান পৰিয়াল এনেকুৱা শাহু শাহুূৰ পাবলে নাই আপুনি পাইছে ভাগ্য কৰি আগুৱাই যোৱা ভালকে থাকিবা❤❤❤🎉

  • @madonrajput3437

    এই হাল তোমাৰ সাহু সহুৰ নহয় ভগৱান।আগ বাঢ়ি যোৱা 🎉

  • @hiranyarajkhowa4119

    বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। আগুৱাই যোৱা। তবী তুমি মনৰ হেঁপাহেৰে সুখী হৈ থাকক। তবীৰ লগতে পৰিয়ালৰ সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো।

  • @debajanikakoti7209

    ভাল লাগিছে আপোনালোকৰ বোৱাৰীৰ প্ৰতি সৎ ব্যৱহাৰ কৰা কাৰণে । বিশেষকৈ সংস্কাৰি শাহু গৰাকী লৈ ধন্যবাদ থাকিল ।

  • @golapidas8323

    তোমাৰ দৰে পৰিয়াল পাবলৈ ভাগ্য লাগিব। তুমি খুব ভাগ্যৱতী তবী❤

  • @sinudevi1934

    বহুত বহুত ধন্যবাদ

  • @parthanagogoi5997

    সদায় দেখি আহিছো ঘৰ খন কিমান support কৰে মা দেউতাই মাইনা দা সঁচাকে tobee তই বহুত lucky. সদায় ভালে ৰাখক সকলো. তই আগুৱাই জা

  • @rinkusaikia7127

    Amar Narayanpurr Gaurav❤Tate Malika ma'am as a teacher u bht moromial 😍😍

  • @JyotiBorah-rt5qk

    দেউতাক মাক দুয়োজনেই সুস্হ হৈ থাকক🙏🙏

  • @pankojsaikia3343

    সুখী হৈ থাকক সদায় ,,, গোটেই পৰিয়ালটো

  • @gitaligogoi8920

    Bohut morom loga tumi logota tumr family hodi hukhi thaka❤

  • @user-jn1ts9pe1s

    ভাল লাগিছে তেওঁৰ শাহু আমাৰ শিক্ষা গুৰু

  • @madhukrishnagogoi4070

    eman val sinta sorsa teulukor❤️eman moromial hohur hahu paboloiu vagya lagibo.vgbane vale rakhok hokolu jonoke❤🙏

  • @birengogoi9499

    ভৰি উঠাই বহা বাবে অকমান বেয়া দেখাইছে,,,,বাকি সকলো ভাল লাগিল 🙏

  • @user-zg3ps5ez3h

    Tobi agoraki hundor buwari.... Hokolu potivare adhikari moromial buwari.... Super...

  • @LovelyCells-qe6bj

    Anekuwa family dekhile monbur bor val lagi jai o❤❤❤

  • @juribokal6336

    শাহু গৰাকীলৈ অশেষ ধন্যবাদ।❤❤❤❤

  • @HEMCHBORA

    প্ৰতিভা বিকাশ কৰিবলৈ সুবিধা দিয়াৰ বাৱে পৰিয়ালটিক ধন্যবাদ ।

  • @missrinku7697

    বহুত বেছি ভাল লাগিল বা ❤ vdo টো কেতিয়া শেষ হল গমেই নাপালোঁ 😢