লতাশিল বিহু সম্ৰাজ্ঞী-২০২৪ৰ প্ৰশ্ন উত্তৰ শিতান || Latasil Bihu Samragi-2024 Questions Answers Round

Поделиться
HTML-код
  • Опубликовано: 15 апр 2024
  • Questions Answers Bihu Samragi
    Latasil bihu 2024
    Latasil bihu samragi 2024
    latasil Bihu 2024
    latasil bihu rani 2024
    latasil bihu samragi
    latasil 2024
    latasil bihu konwari 2024
    latasil bihu Question Answer
    latasil bihu 2024 winner
    latasil bihu samragi 2024 Question Answer
    latasil bihu live
    #questions_answers_latasil_bihu_samragi
    #Latasil_bihu_samragi_2024
    #anupambitupon
    #anupombitupon
    #latasil_bihu_samragi_Question_Answer
    #latasil_bihu_2024_samragi_Question_Answer
    #anupambitupon_bihu
    #bihu_2024
    #Samragi_queation_answer_2024
    লতাশিল বিহু সম্ৰাজ্ঞী-২০২৪ .
  • РазвлеченияРазвлечения

Комментарии • 449

  • @subhashborboruah6895
    @subhashborboruah6895 Месяц назад +145

    ৰাজশ্ৰী বা যোগ্য নাচনী আছিল। কিন্তু ভাগ্য বেয়া। এটা কথা ক'বলগীয়া ইমান কঠিন প্ৰশ্ন গ্ৰহনযোগ্য বুলি নাভাবো। এইবাৰৰ লতাশিলৰ ৰিৰ্জালট লৈ সুখী হোৱা নাই,প্ৰশ্নৰশিতানত চাবলৈ গ'লে নিমিষাই পাব লাগে। ভালদৰে অসমীয়া ঋতুকেইটা ক'ব নোৱাৰা জনীক কেনেকে বাচনি কৰিলে তাকেই আচৰিত😢।

    • @jitakshiadhikary7603
      @jitakshiadhikary7603 Месяц назад +6

      Haitue uttar e dibo para nai,eman help kora pisoto

    • @momichowdang1219
      @momichowdang1219 Месяц назад +8

      প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা ল'ৰা -ছোৱালীয়ে ছয় ঋতুৰ নাম সহজতে কৈ দিব পাৰে। ঋতু কেইটাৰ নাম ক'ব নোৱাৰিলে, কিন্তু সম্ৰাজ্ঞী পাই গ'ল।কথাটোত গণ্ডগোল আছে যেন লাগে

    • @user-jy2dg6gu8m
      @user-jy2dg6gu8m Месяц назад +4

      Chitting kore ki Sai bihuwati basoni hoi najanu ru

    • @animeshgogoi1417
      @animeshgogoi1417 Месяц назад +4

      মইও একমত কথাষাৰ ত ।

    • @binagogoi4463
      @binagogoi4463 Месяц назад +1

      অনুস্থানটো মই নাইচোৱা! কিন্তু সম্ৰাজ্ঞী সংজ্ঞাটোৱেই আমাৰ বদহজম ।প্ৰশ্ন টান বা সহজ বুলি প্ৰতিবাদ হ'বই নালাগে ।কাৰণ সম্ৰাজ্ঞী হ'বলৈ গৈছে ।আমি গাঁৱলীয়াই এইবোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেকেণ্ড সময়ো নলওঁ ।

  • @puja.makeupartist
    @puja.makeupartist Месяц назад +39

    ৰাজশ্ৰী তোমাৰ এইবাৰ কপালত বেয়া প্ৰশ্নবোৰৰ বহুত বেলেগ হ'ল। তুমি আগবাঢ়ি যোৱা ভাগৰি নপৰিবা ❤❤❤

  • @anweshamahanta9235
    @anweshamahanta9235 Месяц назад +11

    আমাৰ যদু দা মেইন দেই😊।।। বাকী ৰাজশ্ৰী বা সম্ৰাজ্ঞী হোৱাৰ দিনটোৰ অপেক্ষাত....।।

  • @kashmirnikita4623
    @kashmirnikita4623 Месяц назад +44

    আমি বিহু সম্ৰাজ্ঞী খিতাপ পোৱাৰ বাবে বেয়া পোৱা নাই তেখেতক বিচাৰকে যোগ্য বুলি বিবেচনা কৰিছে।কিন্তু ঋতু কেইটাৰ নাম আচলতে নজনাটো হে ডাঙৰ কথা।বাকী শুভেচ্ছা থাকিল।

  • @romanphukan5513
    @romanphukan5513 Месяц назад +96

    এগৰাকী বিহু সম্রাগী হ'বলৈ কেৱল নাচিব জানিলেই নহ'ব ,বিচাৰকৰ সকলো প্রশ্নৰ উত্তৰ দিবলৈ সক্ষম হ'ব লাগে। যিগৰাকীয়ে প্ৰাথমিক বিদ্যালয়ত পঢ়ি অহা অসমীয়া ছয় ঋতুৰ বিষয়ে নাজানে, আনৰ পমটাৰৰ প্ৰয়োজন সেই গৰাকী বিহু সম্রাগী হোৱাটো অতি দুৰ্ভাগ্যজনক ।

    • @momichowdang1219
      @momichowdang1219 Месяц назад +9

      এনেকুৱা হ'লে কিবা অলপ গণ্ডগোল থকা যেন লাগে। এটা প্ৰশ্নৰ উত্তৰো দিব নোৱাৰিলে বুলিয়ে ক'ব পাৰি

    • @nilshankharaj5703
      @nilshankharaj5703 Месяц назад +2

      Right😂

    • @himasrikashyap7877
      @himasrikashyap7877 Месяц назад +2

      Hoi baidew

    • @digantagogoi5860
      @digantagogoi5860 Месяц назад

      Take ako😂

    • @amunu1226
      @amunu1226 Месяц назад +1

      Nokol kori kori ...atiya M.A palege nki🤪🤪🤔

  • @sweety_123
    @sweety_123 Месяц назад +27

    ৰাজশ্ৰী বা বেছি উপযোগী আছিল কিন্তু ভাগ্যই লগ নিদিলে, শিৰোশ্ৰী বাৰ ভাগত ইমান সাধাৰণ প্ৰশ্ন পৰিছিল, লাজকীয় কথা যে তেঁও তাতেই ইমান খোকোজা লাগিল। মোৰ মতে প্ৰতিযোগীতা খনত প্ৰশ্নতকৈও বেছি নৃত্যত গুৰুত্ব দিব লাগে।

  • @momichowdang1219
    @momichowdang1219 Месяц назад +42

    ধেৎ, ছয় ঋতুৰ নাম প্ৰাথমিক বিদ্যালয়ত পঢ়া ল'ৰা-ছোৱালীয়ে সহজতে কৈ দিয়ে। সম্ৰাজ্ঞী পাই গ'ল আচৰিত লাগে

  • @jrdancers6975
    @jrdancers6975 Месяц назад +24

    এগৰাকী শুদ্ধ অসমীয়া তাতে ভাল এগৰাকী নাচনি হৈ ছয় ঋতু ৰ নাম কেইটা ভালদৰে কব নোৱাৰাটো মই ভাবো অতি লাজৰ বিষয়|

  • @hii01
    @hii01 Месяц назад +46

    এইবাৰৰ বিচাৰত সুখী নাই হোৱা , যদি ছয় ঋতুৰ বিষয়েই নাজানে তেন্তে সেইজনি নাচনী বিহু সম্ৰাজ্ঞীৰ কাৰণে কেনেকৈ উপযুক্ত হ'ল

  • @abhijit142
    @abhijit142 Месяц назад +99

    ৰাজশ্ৰী বাক ভাগ্যই লগ নিদিলে এইবাৰ 😢পৰৱৰ্তী বৰ্ষত আশা কৰিছোঁ

  • @Kaushik632
    @Kaushik632 Месяц назад +30

    ৰাজশ্ৰী বাৰ ভাগত প্ৰশ্নকেইটা টান পৰিল সছাঁ, কিন্তু বাৰ উত্তৰ দিয়া সাহসটো ভাল লাগিল।❤ বালৈ অলেখ শুভ কামনা জনালোঁ। এদিন এই মঞ্চতে বায়ে সম্ৰাজ্ঞী ৰ খিতাপ অৰ্জন কৰিব বুলি আশা কৰিলোঁ।❤
    বাকী বৰষা বা🔥💯

  • @RupjyotiDas-lq3jd
    @RupjyotiDas-lq3jd Месяц назад +25

    বৰষা বায়ে মাহ হালধীৰ কথা ঠিক কথাই কৈছে।।

  • @gyandeepnath3600
    @gyandeepnath3600 Месяц назад +22

    ঋতুকেইটাৰ নাম নজনাটো কিন্তু বৰ দুৰ্ভাগ্যজনক

  • @propritigogoi460
    @propritigogoi460 Месяц назад +71

    ৰাজশ্ৰীৰ বাবে থকা প্ৰশ্নকেইটা শুনি বৰষা ৰাণী বিষয়াৰো মুখখন সেমেকি গৈছে ৷

    • @PranjalChutiaVlog
      @PranjalChutiaVlog Месяц назад +1

      ভাগ্যই স্থান নিদিলে

  • @user-wg4wd9mf5h
    @user-wg4wd9mf5h Месяц назад +30

    গোটেই কেইগৰাকী শ্ৰেষ্ঠ । বহু বছৰৰ অভিজ্ঞতা আৰু পৰিশ্ৰম কৰি এইখিনি পাইছেহি। সংস্কৃতি জীয়াই ৰখা সকলোকে শ্রদ্ধা আৰু প্ৰণাম জনালোঁ।।।

  • @pritomborphukon6056
    @pritomborphukon6056 Месяц назад +36

    ৰাজশ্ৰী পাব লগা প্ৰতিযোগি আছিল,প্ৰশ্নকেইটা বহুত টান পৰিল।ভাগ্য বেয়া।

  • @gyandeepnath3600
    @gyandeepnath3600 Месяц назад +28

    মোৰ বোধেৰে কিন্তু শিৰোশ্ৰীতকৈ নিমিষা দিহিঙ্গীয়াৰ নাচ আৰু প্ৰশ্নৰ উত্তৰো বেছি ভাল হৈছে

  • @ritubaishya6952
    @ritubaishya6952 Месяц назад +49

    ৰাজশ্ৰী বাৰ ভাগত পৰা প্ৰশ্নকেইটাৰ উত্তৰ বহুকেইগৰাকী পুৰণি সম্ৰাজ্ঞীয়েও নাজানে (নিজেই স্বীকাৰ কৰিছে তেওঁলোকে)..
    নিজৰ ১০০% দিয়াৰ পিছতো.... ভাগ্যই বেয়া বুলি কম আৰু🙂

  • @bishnubordoloi736
    @bishnubordoloi736 Месяц назад +9

    বৰ্ষা তোমাক ৰঙালী বিহু শুভেচ্ছা জনালোঁ

  • @MintuMintubaishya-sv6ep
    @MintuMintubaishya-sv6ep Месяц назад +27

    নাম্বাৰ ক'ত কেনেকৈ দিছে সেয়া জনাব লাগে, কিয়নো সৱৰেই সন্দেহ হয় ,উপযুক্তজনে খিতাপ পোৱাটো কাম্য।

  • @bipulbordoloi5449
    @bipulbordoloi5449 Месяц назад +19

    যদি স্পষ্টকৈ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলেও সম্ৰাজ্ঞী পাই তেনেহলে প্ৰশ্নোত্তৰ শিতান কিয়?

  • @Bhaben941
    @Bhaben941 Месяц назад +28

    ৰাজশ্ৰীক ভাগ্যই লগ নিদিলে😢
    হাৰ নামানিব❤

  • @kalpanahazarika311
    @kalpanahazarika311 Месяц назад +5

    প্ৰশ্ন উওৰ শিতান টো দিয়াৰ বাবে ভাল লাগিল ৷

  • @LuhitDihingia-bn6ys
    @LuhitDihingia-bn6ys Месяц назад +25

    খুবই দূৰ্ভাগ্যজনক ! প্ৰতিজন অসমীয়াৰ অন্তৰাত্মাক আঘাত কৰি যোৱা এক মূহুৰ্তৰ সাক্ষী হৈ ৰলো । চয় ঋতুৰ নাম নাজানে ? ইংৰাজীৰ বাৰ , মাহ কেইটাৰ নাম সোধা হলে পাৰিলে হয় যেন আমাৰ অনুভৱ হল ।

    • @Gitu502
      @Gitu502 Месяц назад +4

      Apunio ছয় বানান najane nki. চয় hoise

    • @himaniry6004
      @himaniry6004 Месяц назад +2

      ​@@Gitu502thik kotha 😂

    • @jintudihingia
      @jintudihingia Месяц назад +1

      আৰু আপুনি অসমীয়া ভাষাৰ বানান ভুল লিখি ভাষা সংকট আনিছে

    • @HiramoniDeka-bj5ok
      @HiramoniDeka-bj5ok 2 часа назад +1

      Ritu keita najane ❤❤

  • @anantaborgohain3971
    @anantaborgohain3971 Месяц назад +24

    মেখেলা, মেখেলি, বাচনি, নেওঠনী , তাহনি কুচি, লাৱনী কুচি --------- এইবিলাক বস্তুৰ বিষয়ে জানিব পাৰি উপকৃত হলো।

  • @parismitagohain2068
    @parismitagohain2068 Месяц назад +13

    ৬ ঋতুৰ নাম নাজানে 😂😂
    মোৰ মতে নিমিষাহে বিহু সম্নাগী খিটাপটো পাব লাগিছিলে 😢😢

  • @poragmoniadityasaikia
    @poragmoniadityasaikia Месяц назад +29

    ভাল লাগিল সম্ৰাগী গৰাকীয়ে যে যেনে তেনে ছয় ঋতুৰ নাম ঘেঁহাই ঘেঁহাই হলেও ক'লে যে।

  • @ranikakati9175
    @ranikakati9175 Месяц назад +14

    from my point of view nimikha ba deserved to win.

  • @alphonso23
    @alphonso23 Месяц назад +15

    উপযোগি গৰাকী বাছনি হোৱানাই বুলি মই ভাবো।

  • @pranitakallitabarman8107
    @pranitakallitabarman8107 11 дней назад +1

    Bihu kuwori 2016, bihu Rani 2017, Dy bihurani 2023, lahe lahe xokole bur xonman aa rajashree baa tumrr xirot jilikibo dhorise....sintq nokoriba aibar tumr bhagyatt nasl try try kori thka ahabar Tumi aai hbaa❤❤❤❤❤luv uuuu

  • @nehadas6221
    @nehadas6221 Месяц назад +8

    Rajarshree baa deserving asile🤍 every year tai nijor best diaa...eku nai baa dukh nokoriba amr o bht beya lagise tmi nupua karone kintu aibur pahori oha barole vlke preparation kora jikhini bhul hoisil xeikhini xudhorai lua oha bosor tumi pabai ekdm🌷

  • @paporigogoi9547
    @paporigogoi9547 Месяц назад +11

    গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত আৰু বসন্ত

  • @MrigakshiBaruah
    @MrigakshiBaruah Месяц назад +17

    ভালদৰে উত্তৰ দিব নোৱাৰি ও কেনেকৈ সম্ৰাগী হল

  • @oldisgold5096
    @oldisgold5096 Месяц назад +7

    এগৰাকী বিহু সম্ৰাজ্ঞী হৈ ঋতুৰ কেইটাৰ নাম নাজানিলে আচলতে লাজৰ বিষয়।চহৰৰে হ'ব চাগে।🙏

  • @jugantachangmai
    @jugantachangmai Месяц назад +41

    ৬ টা ঋতু নাম নাজানে আৰু ২নং প্ৰশ্ন উত্তৰ নিদিয়া গৰাকী কেনেকৈ সম্ৰাজ্ঞী হ'ল 😅

  • @tulugogoi388
    @tulugogoi388 Месяц назад +8

    Nimikhy❤❤❤a 2utai prosno utor hudho utor dise

  • @Nscreation233
    @Nscreation233 Месяц назад +38

    ৬টা ঋতু যদি কব নোৱাৰে কেনেকৈ হব।সৰু সৰু কথাবোৰে যদি নাজানে কেনেকৈ বিহুটোক আগুৱাই নিব।আচলতে নাচনী এজনীয়ে সকলোবোৰ জানি থুৱাটো ভাল

  • @shilpatamuly1317
    @shilpatamuly1317 Месяц назад +13

    অসমীয়া মানুহ হৈ যদি ঋতু কেইটা নাজানে কেনেকৈ হব?

  • @pineapple4041
    @pineapple4041 Месяц назад +19

    উজনিত গৰু বিহু দিনাই মাহ হালধিৰে গা ধুৱে ।

    • @user-ih3xh1zl2y
      @user-ih3xh1zl2y Месяц назад +1

      নামনিতো গৰু বিহুৰ দিনাই ধুৱে ৷

  • @JayMiniworld
    @JayMiniworld Месяц назад +148

    Rajashree r question kaita bohut hard hard poril dei.. Luck t nai buli a kom... Dhemaji bakhi hoi proud.. Bihurani and Bihu samragi duitai.

  • @gogoitapashree
    @gogoitapashree Месяц назад +9

    Nimikha ma'am a deserve kore❤buji naplu kenekoi basoni korile

  • @sanidhyapriyamhazowary3500
    @sanidhyapriyamhazowary3500 Месяц назад +2

    Aiye amar bihu somraggi. Ritur nam najane.

  • @kasturibordoloi
    @kasturibordoloi Месяц назад +10

    Nimikha jui❤

  • @Rimjhim_123basu
    @Rimjhim_123basu Месяц назад +9

    উজনি অসমলৈ বিচাৰক সকলে অলপ ট্ৰেইনিং লবলৈ আহিবচোন প্ৰশ্নবোৰৰ উত্তৰ বোৰ শুদ্ধকৈ জানি যাব পাৰিব

  • @nibedita243
    @nibedita243 Месяц назад +13

    আমি গৰু বিহুৰ দিনা মাহ হালধি লগাও

  • @sukhamadas3385
    @sukhamadas3385 Месяц назад +2

    বাইদেউ আমি বহাগক পলাশে আদৰে আৰু এজাৰে বিদায় দিয়ে বুলিহে জানো !কপৌ বহাগত ফুলে আদৰিবলৈতো আগতেই ফুলিব লাগিব |

  • @anupomborah8293
    @anupomborah8293 Месяц назад +33

    ৰাজশ্ৰী বাৰ প্ৰশ্ন বহুত টান আছিল । তুমি সম্ৰাজ্ঞীৰ উপযোগী নাচনী ,পাছলৈ আকৌ এবাৰ দেখিবলৈ পাম বুলি আশা ৰাখিলোঁ ।
    সম্ৰাজ্ঞী বা জনিয়ে ঋতু বোৰ আকৌ এবাৰ আওৰাই লব , যাতে পাছলৈ বিচাৰক আসনত বহোতে লাছ পাব লগীয়া নহয়।😂

  • @technicalhub9439
    @technicalhub9439 Месяц назад +21

    যিগৰাকী য়ে ঋতু ছয় তাৰ নাম নাজানে তেওঁ বিহু সম্ৰাজ্ঞী পালে🎉

    • @momichowdang1219
      @momichowdang1219 Месяц назад

      কিবা এটা গণ্ডগোল আছে যেন লাগিছে

    • @BobitaBora237
      @BobitaBora237 Месяц назад +1

      Poisa disa saga

    • @rekhadeka6633
      @rekhadeka6633 Месяц назад

      Class 1te pai ahisu sobei...

  • @udeshnasaikia7045
    @udeshnasaikia7045 Месяц назад +7

    Nice baa your anchoring ❤all behu dancer

  • @mainichamuah7163
    @mainichamuah7163 Месяц назад +10

    ৰাজশ্ৰীক ভাগ্যই লগ দিয়া নাই।বাকী হাৰ নামানিবা

  • @ivamonigogoi1464
    @ivamonigogoi1464 22 дня назад +1

    বাচনী খুটি তাতঁ বাটি কৰোতে ব্যৱহাৰ কৰা হয় ।(তাতঁ বাটি কৰা মানে প্ৰথম সূতা খিনি দিঘল কৰা )

  • @Bekekk
    @Bekekk Месяц назад +25

    কেনেকৈ সম্ৰাগী হ'ল ৰিতুৰ নাম ক'ব পৰানাই

  • @krishnaborah1394
    @krishnaborah1394 Месяц назад +9

    3rd comment❤

  • @user-ir6rm3nj1c
    @user-ir6rm3nj1c Месяц назад +4

    Ami goru bihur dina ga dhu ..Barasha bar ktha khuni confirm holu so thanks baa.

  • @Lianafanpage
    @Lianafanpage Месяц назад +12

    Nimikha should be winner

  • @bikramjitdeka6809
    @bikramjitdeka6809 Месяц назад +16

    ঋতু কেইটাৰ নাম নজনাৰ বাবে আচৰিত হ'লো...😮😮😢😢😢

  • @ratulsaikia7540
    @ratulsaikia7540 Месяц назад +2

    Hundor 🎉🎉🎉🎉

  • @BijaiBaishya-ei7nj
    @BijaiBaishya-ei7nj Месяц назад +8

    লাজ লাগিল

  • @user-ly8fl7yo9v
    @user-ly8fl7yo9v 21 день назад +1

    কপৌফুল , তগৰফুল, নাহৰফুল আদি
    বতৰৰ ফুল , বসন্ত ঝতুত এনে ফুলবোৰে
    দৃষ্টিনন্দন কৰিতোলে।

  • @nipabhatta344
    @nipabhatta344 Месяц назад +9

    বিহু সম্ৰাজ্ঞী এজনীয়ে ৬ ঋতুৰ নাম নজনাটো বৰ দুখ লগা কথা ।মোৰ ২ বছৰীয়া ছোৱালীজনীয়ে ও জানে o

  • @mousumigohain924
    @mousumigohain924 Месяц назад +10

    ভালকৈ প্ৰশ্ন কেইটাৰ উত্তৰ দিব নোৱাৰা এগৰাকী কেনেকৈ সম্ৰাজ্ঞী হ'ল।

  • @dimpigogoi7858
    @dimpigogoi7858 Месяц назад +11

    Ami lp school te 6 ritur nam mukhostho . Eta order t tai answer tu dibo pora nai . Lp school r lora suali e dibo paribo answer

  • @chiben6861
    @chiben6861 25 дней назад +1

    অভিজ্ঞ বিচাৰক মণ্ডলি।আছলতে এগৰাকি বিহুসম্ৰাগীয়ে বিহুৰ লগত জৰিত বহু কথাই জনা উচিত।অকল নাচিব জানিলেই নহব।আজিৰ এই বিহু মঞ্চৰ বিচাৰক মণ্ডলিৰ পৰা আমি বহু নজনা কথা জানিব পাৰিলো।উঠি অহা প্ৰজন্মৰ বাবে।অতি লাগতিয়াল।অশেষ ধন্যবাদ থাকিল।

    • @user-ob8rx9sl7e
      @user-ob8rx9sl7e 23 дня назад

      Bihu rani ji goraki Ritu kaitai najana...😅😅good selection..bah

  • @santanudutta6671
    @santanudutta6671 Месяц назад +8

    Hero 6ta ritu nojona joni bihu samragi

  • @digantabaruah5243
    @digantabaruah5243 Месяц назад +6

    সছায় অতি সুন্দৰ ।

  • @user-gv8gp1rc9k
    @user-gv8gp1rc9k Месяц назад +4

    2nd comment❤😊

  • @manisaikia2786
    @manisaikia2786 Месяц назад +8

    ছয় ঋতুৰ নাম নাজানে 😢

  • @biswajitsonowalbiswajitson8167
    @biswajitsonowalbiswajitson8167 Месяц назад +11

    Rajashree bar question kaita bohut hard kintu 😢😢

  • @rahulsarmay1guwahati761
    @rahulsarmay1guwahati761 Месяц назад +1

    ঋতু কেইটাৰ নাম নজনাকৈ বিহু সম্ৰাগীৰ খিতাপ অৰ্জন কৰাটো খুবেই দুৰ্ভাগ্যজনক।

  • @manojbhuyan6470
    @manojbhuyan6470 Месяц назад +1

    প্ৰশ্নবোৰ ধুনীয়া হৈছে

  • @purnaofficial2602
    @purnaofficial2602 Месяц назад +21

    Ritur namei nejane kenekoi bihu hamragri hol🙏🙏🙏

    • @sunpha398
      @sunpha398 Месяц назад

      Amar dhemaji r nasoni hoi hamragri hoboi 😊

    • @purnaofficial2602
      @purnaofficial2602 Месяц назад +1

      @@sunpha398 hoi dei,bahut telent ase😉

    • @sunpha398
      @sunpha398 Месяц назад

      Umm ...
      Moi u ajoni nasoni a hoi dhemaji r

    • @sunpha398
      @sunpha398 Месяц назад

      Moi kintu horubihuwati nasu

  • @user-kd2od3zg8f
    @user-kd2od3zg8f Месяц назад +5

    ঋতু নাম কবলৈ সময় লৈছে😊

  • @bhrigukalita6479
    @bhrigukalita6479 Месяц назад +1

    সুন্দৰ

  • @MonikaMrs-uc7wd
    @MonikaMrs-uc7wd 21 день назад +2

    Rajasree ba kk nidila prize dukh ata lgil aru 😢😢❤❤

  • @hadesxryzen
    @hadesxryzen 19 дней назад +2

    Thik koisa Borokha ba

  • @user-fq1ji3zu2z
    @user-fq1ji3zu2z Месяц назад +9

    Amiu goru bihur dinakhon goruk nuwa halodhire ga dhu

  • @ankurkalita7577
    @ankurkalita7577 Месяц назад +7

    Rajashree eibar Bihu Samragi hobo buli bhabisilu e, kintu proshno keitai xongo nidile, Nimikhar naas aru answer sob thikei asil kio baa napale.... Baki Shirushree o dhuniya nasise, kintu answer he dibo nuarile, naas r jurotei paise buli kobo pari

  • @Jayanta_hira2
    @Jayanta_hira2 Месяц назад +4

    Moja 😮

  • @kunhiborgohain1553
    @kunhiborgohain1553 Месяц назад +5

    Nimikha ba best of luck ❤🎉

  • @user-kq4kz2cf5b
    @user-kq4kz2cf5b Месяц назад +43

    ঋতু 6টা নাম কব পৰা নাই কেনে ছোৱালী

  • @DhunHazarika-br8ov
    @DhunHazarika-br8ov Месяц назад +18

    Nimikhya Best of Luck ❤❤❤❤❤❤❤❤❤ Tumi Aru Aguyai Juwa ❤❤❤❤❤

  • @nabuariparismita2725
    @nabuariparismita2725 Месяц назад +8

    Samragi puwa joni buly master degree of performing arts t kori ase imn xohos prasno tu uttar najane ne..? Ritu kaitar nam LP school r students paribo nki ..so tai knykoi paly ..?

  • @sikhamonipatar
    @sikhamonipatar Месяц назад +3

    Poisa krne hoise sob ritu nam njana rajshree ba tmi ag bahi jua❤❤❤

  • @rajibneog4208
    @rajibneog4208 Месяц назад +22

    মোৰ দৃষ্টিত নিমিষা দিহিঙীয়াই পাব লাগে বাকি কেইগৰাকীয়ে ইমান সহজ প্ৰশ্নৰো উত্তৰ দিবলৈ সক্ষম নহ’ল

    • @gogoitapashree
      @gogoitapashree Месяц назад +2

      Nimikha Ma'am a pbo lgisil🤝♥️😊

  • @Miss_Angel_B.G
    @Miss_Angel_B.G Месяц назад +4

    Okol nasonir answer, a nasai nasonir haj jur, nas, gogona mat, etc. Shirushree a ritu r naam kita tanituni holeu disil baru tair nas u dhunia hoise. Nimisa r u dhunia hoisil kintu tai bihu konwari aibar hoi sil ai manch khonot a hei sage.... But luck 🤞next time Nimisaa ❤

  • @ChandanGogoi-ug9wm
    @ChandanGogoi-ug9wm Месяц назад +6

    এগৰাকী বিহু প্ৰতিযোগীৰ প্ৰশ্নোত্তৰ শিতান তেওঁৰ নিজা শিতান। প্ৰশ্নকত্তাʼ অথবা অন্য লোকে কোনোধৰনৰ সহায়মূলক আলাপ কৰাআমি নিবিচাৰো।
    ধন্যবাদ। প্ৰেম ----শিঙ্গিয়া::ঢকুৱাখনা।

  • @ushaburagohain6612
    @ushaburagohain6612 Месяц назад +1

    ৰাজশ্ৰীয়ে শুদ্ধৰ উত্তৰ দিছে ৷নাহৰ ফুলে বিহুৰ আদৰে ৷

  • @Lianafanpage
    @Lianafanpage Месяц назад +8

    Ritu nam njane knak winner hol

  • @shortvideoandcomedyshortvi6048
    @shortvideoandcomedyshortvi6048 26 дней назад +2

    Murchana hazarika ye kharu dubith or naam uu najane aru lotaxil ot nasibo goise

  • @usharanisaikia6912
    @usharanisaikia6912 Месяц назад +2

    তাঁত বাটি কৰোতে সুতা বাচিব লাগে, সেয়েহে ইয়াক বাচনি খুটি বোলে।

  • @love-vd8jm
    @love-vd8jm Месяц назад +3

    Barasha ba bhut dhunia

  • @malamanibaruah3524
    @malamanibaruah3524 Месяц назад +2

    Boroxa you are very spontaneous

  • @bindassjibon5756
    @bindassjibon5756 Месяц назад +7

    Emn easy question ess raam....ata potijugitat gole i hope question bur valdore saaijuatu val tetiahe easyte jikibo pari

  • @user-nk1uy8uj2r
    @user-nk1uy8uj2r Месяц назад +1

    অসমীয়া ঋতু কেইটাৰ নাম সলসলীয়াকৈ কৱ নোৱাৰাতো অতি পৰিতাপৰ। বাকী উক্ত প্ৰতিযোগী গৰাকীলৈ শুভকামনা থাকিল।

  • @KashmeriCreations
    @KashmeriCreations Месяц назад +2

    Rajarshree pabo loga asil emn dhuniya koi mudra khini disil kintu question t besi important diya karone 2mi napala 😍

  • @ankitabhattacharyya8150
    @ankitabhattacharyya8150 Месяц назад +5

    Nimishai gutai hudho disil tai pabo lagisil homragi

  • @mrinmoyeedowarah1106
    @mrinmoyeedowarah1106 Месяц назад +7

    Rajashree posna ketia hosai bhut tan ahil.baki akha korisilu next bosoroloi punor akha korilu.

  • @sukanyakonch8763
    @sukanyakonch8763 Месяц назад +5

    Sirushri ne Sirusri ki najanu but Ritu কেইটাৰ নাম ভালকৈ নজনা গৰাকীয়ে কেনেকৈ পালে😂 বিচাৰকে কৈ দিছে।😅😂মিলাই মিলি

  • @kamalabharali9083
    @kamalabharali9083 Месяц назад +2

    Rajasree very good for your confident.

  • @bhaigyashreesinging7948
    @bhaigyashreesinging7948 Месяц назад +4

    💗✨