প্ৰশ্ন উত্তৰ শিতান || লতাশিল বিহু সম্ৰাজ্ঞী-২০২৩ || Question Answer at Latasil Bihu Samragi-2023

Поделиться
HTML-код
  • Опубликовано: 4 окт 2024
  • লতাশিল বিহু সম্ৰাজ্ঞী-২০২৩ৰ প্ৰশ্ন উত্তৰ শিতান
    #anupombitupon
    #anupombitupon_bihu
    #anupambitupon
    #latasil_bihu_question_answar
    #latasil_bihurani
    #latasil_bihu_Samragi
    #assamese_bihu
    #bihu2023
    #bihu_samragi
    #questions_answer_latasil
    Anupom Bitupon
    Anupom Bitupon bihu
    Anupam Bitupon
    bihu
    bihu samragi 2023
    latasil bihu samragi question answar
    লতাশিল বিহু সম্ৰাজ্ঞী-২০২৩ৰ প্ৰশ্ন উত্তৰ শিতান
    #anupombitupon
    #anupombitupon_bihu
    #anupambitupon
    #latasil_bihu_question_answar
    #latasil_bihurani
    #latasil_bihu_Samragi
    #assamese_bihu
    #bihu2023
    #bihu_samragi
    #questions_answer_latasil
    Anupom Bitupon
    Anupom Bitupon bihu
    Anupam Bitupon
    bihu
    bihu samragi 2023
    latasil bihu samragi question answar
    লতাশিল বিহু সম্ৰাজ্ঞী-২০২৩ৰ প্ৰশ্ন উত্তৰ শিতান
    #anupombitupon
    #anupombitupon_bihu
    #anupambitupon
    #latasil_bihu_question_answar
    #latasil_bihurani
    #latasil_bihu_Samragi
    #assamese_bihu
    #bihu2023
    #bihu_samragi
    #questions_answer_latasil
    Anupom Bitupon
    Anupom Bitupon bihu
    Anupam Bitupon
    bihu
    bihu samragi 2023
    latasil bihu samragi question answar

Комментарии • 282

  • @BaruwatiCharing
    @BaruwatiCharing Год назад +15

    ৰাজশ্ৰী বা ধুনিয়া হৈছে ।এদিন সেই ৰূপৰ মুকুট টি পিন্ধিব পাব দেই।আৰ্শীবাদ থাকিল।

  • @priyankasaikia5302
    @priyankasaikia5302 Год назад +118

    বৰষা বা অবিহনে লতাশিল বিহু আধৰুৱা 💔💔

    • @bhagyasreehazarika122
      @bhagyasreehazarika122 Год назад

      aru ancor goraki kiba valu loga nai

    • @aparnahazarika2967
      @aparnahazarika2967 Год назад +3

      সচায় বৰষাৰ অবিহনে লতাশিল আধৰুৱা😞😞😞

    • @priyankasaikia5302
      @priyankasaikia5302 Год назад

      @@aparnahazarika2967 👍👍👍

    • @rishipriyakoch4061
      @rishipriyakoch4061 Год назад +2

      বৰষা বা অবিহনে লতাশিল আধৰুৱা

    • @sunilengti627
      @sunilengti627 Год назад +2

      ​@@aparnahazarika2967Barasha Baa kio nahil

  • @anandadas6174
    @anandadas6174 Год назад +88

    কমাৰণী পোক নহয় কুমাৰণী পোকহে শুদ্ধ । কমাৰণী পোক বুলি কোনো পোক নাই । কমাৰে লোৰ দা কটাৰীহে আদি বনাই । কুমাৰে মাতিৰ পাত্ৰ বনাই। কুমাৰে যেনেকৈ মাটিৰে অতি যত্নৰে মাতিৰ পাত্ৰ বনাই সেই পোকটোৱে ও নিজৰ বাঁহটো অতি যত্নৰে বনাই বাবেই তাক কুমাৰণী পোক বোলা হয় আৰু ইয়াৰ মাতিটো অলপ আলতিয়া কুমাৰণী পোক আৰু উঁই পোক একে নহয় । উঁই পোকে বাঁহ কাঠৰ ঘৰ খাই ধংস কৰি তাত মাতি তোলে । কুমাৰণী পোকে ঘৰ ধংস নকৰে । উঁইপোক হাবি জংঘল , বাট পথৰ কাষতো দেখা যায় । কুমাৰণী পোকে কেৱল মানুহৰ কেচা বা পকা দুয়ো আৱাস স্থলতে বাহ সাজে । উঁইপোক পকা ঘৰত দেখিব পোৱা নাযায় কাৰণ পকা ঘৰ খাই ধংস কৰিব নোৱাৰে । উঁই পোকৰ মাতি আলতীয়া নহয়। বিচাৰকৰ আসনত বহা জনে নিজে কুমাৰণী পোক আৰু উঁই পোক কি নজনাকে ৰাজহুৱা মঞ্চত ভুল প্ৰশ্ন কৰাটো এটা ডাঙৰ অপৰাধেই বুলিয়ে গন্য হব । গ্রাম্য জীৱনৰ মাতিৰ লগত শিপা বিছিন্ন হলে এনে হয়েই

    • @VisionVoyage-i2t
      @VisionVoyage-i2t Год назад

      কুমাৰণী পোক

    • @Raktim__124
      @Raktim__124 Год назад +2

      মাতি নহয় মাটিহে শুদ্ধ

    • @Rtg25_100M
      @Rtg25_100M Год назад

      মনৰ কথাখিনি ক'লে।

    • @SabitaKolita
      @SabitaKolita 5 месяцев назад

      ​@@Rtg25_100Mzii

    • @angelminz5331
      @angelminz5331 5 месяцев назад

      Ekdom hosa

  • @anandadas6174
    @anandadas6174 Год назад +21

    বিহু সম্ৰাগী , বিহু ৰাণী, আৰু বিহু কুৱৰীৰ দৰে বিচাৰকৰ বাবেও সদৌ অসম ভিত্তিত এটা প্ৰতিযোগীতামূলক পৰীক্ষা অনুস্থিত কৰিলে ভাল হব।

  • @abhijit142
    @abhijit142 Год назад +30

    আটাইকেইগৰাকী নাচনীয়ে প্ৰিয়,তাৰে ভিতৰত শিৰুশ্ৰী, ৰাজশ্ৰী আৰু নিমীষা বেছি প্ৰিয়। শুভেচ্ছা যাচিলোঁ তেওঁলোকক

    • @ankurkalita7577
      @ankurkalita7577 Год назад

      Moi ei tinigorakir Bhitorot kunuba ejoni hobo buli e bhabisilu

    • @abhijit142
      @abhijit142 Год назад

      @@ankurkalita7577 moiitu Rajashree ba a pbo buli a vabi aasilu

  • @anajoricreation5397
    @anajoricreation5397 Год назад +30

    উই পোক আৰু কুমাৰণি একে নহয়।বিচাৰক মণ্ডলীৰ ভুল হৈছে।

  • @ania1179
    @ania1179 Год назад +12

    মঞ্চত বিহুৰ আখৰা কৰক, বৰ বৰ কথা কওক। বিয়া-বাৰু কৰাই লওক, সেইফেৰাও যদি হৈ গৈছে, ল'ৰা-ছোৱালীকেইটাক মামাৰ ঘৈণীয়েকৰ ইংৰাজী স্কুলখনত নাম লগাই দিয়ক। আমাৰ বিহু ৰসাতলে যোৱাৰ পথটি সুগম কৰক। ভবিষ্যত ইংৰাজী বিহুৰ বাবে বহুত শুভেচ্ছা জনালোঁ।

  • @parthapratimsaikia3702
    @parthapratimsaikia3702 Год назад +11

    দুটা প্ৰশ্নৰ উত্তৰ পোনপটীয়াকৈ সঠিক এনে দৰে হ'ব লাগিছিল-
    (১) তকা তিনি (পাতি বা হাত, বৰ বা মাটি আৰু জেং বা ধুতং) প্ৰকাৰৰহে হ'ব লাগে।
    (২) ব'হাগ বিহুয়ে কৃষি আৰু নতুন বছৰৰ আগমনৰ সূচনা কৰে বুলি ক'ব লাগে।

  • @nihal_pratim_bora7895
    @nihal_pratim_bora7895 Год назад +7

    প্ৰশ্ন খিনিৰ কিছুমান উত্তৰ ভাল নাপালোঁ, লতাশিলত যিহেতু সমগ্ৰ অসমৰ ভিতৰত শ্ৰেষ্ঠ নাচনী গৰাকী বাছনি কৰা হয়, সাইয়ে সকলো ৰাইজে অপেক্ষা কৰি থাকে।
    কিছুমান উত্তৰ অলপো যুক্তি সংগত নহল।
    যেনে ---- কিমন চনত প্ৰথম মঞ্চ বিহু, সুতুলী, বহাগে কিহৰ আগজাননী দিয়ে আদি।
    😢😢😢

  • @kosturisvlog2988
    @kosturisvlog2988 Год назад +30

    বিচাৰকৰ প্ৰশ্ন উত্তৰ সঠিক নহয় তেনেষ্ঠলত ইমান ডাঙৰ খিতাপৰ বিচাৰ কেনেকৈ কৰিছে তেওঁলোকেহে জানে আৰু।

    • @pulakdulakakhoria5956
      @pulakdulakakhoria5956 Год назад

      একেবাৰে সত্য কথা কৈছে অসমত বিহু টো কিবা নতুনকৈ হৈছে ছাগে

    • @traditionalassam9183
      @traditionalassam9183 Год назад

      বৰ যুক্তিৰ কথা কৈছে আপুনি

  • @hiramonisaikia9972
    @hiramonisaikia9972 Год назад +43

    Barakha ba thakile vl lagil hy

  • @Kaushik632
    @Kaushik632 Год назад +31

    বৰষা বাক বহুত মিছ কৰিছোঁ।

  • @anantaborgohain3971
    @anantaborgohain3971 Год назад +16

    শিৰুশ্ৰীক মোৰ বেছি ভাল লাগে।

  • @ranuburagohainburagohain7232
    @ranuburagohainburagohain7232 Год назад +18

    কুমাৰণীথাকে বেৰত আৰু উইপওক থাকে মাটিৰ তলত।

  • @dcgaming2839
    @dcgaming2839 Год назад +11

    ব'হাগ বিহুৱে কিহৰ আগমনৰ সুচনা কৰে ?
    (কৃষি ) হ'ব লাগিছিল নি । কাৰণ খেতিয়ক সকলে ৰং-ধেমালিৰে কৰি খেতিৰ আৰম্ভনি কৰে ।

  • @Kaushik632
    @Kaushik632 Год назад +34

    সকলোৱে ক'ব বৰষা বাৰ কথা, লতাশিল বিহু মঞ্চ বৰষা বাৰ অবিহনে আধৰুৱা..., 💔

  • @HiramoniDeka-bj5ok
    @HiramoniDeka-bj5ok 10 месяцев назад +3

    Val lagile ❤

  • @montubharali4604
    @montubharali4604 Год назад +3

    Kak nu sam... Gutei keigoraki bihuotie hundor... Hokoluke bohut bohut val lagil... Kintu barasha ba notokhar babe monso khon adhorua lagil

  • @nabinborah1088
    @nabinborah1088 Год назад +50

    কমাৰনী নহয়। কুমাৰনী হে। বিচাৰক সকলেও জনাতো উচিত।কমাৰ কুমাৰৰ বহুত তফাত।

  • @smilewith___bul6746
    @smilewith___bul6746 Год назад +4

    বৰষা বা অবিহনে লতাশিল বিহু আধৰুৱা ❤

  • @nitumonisonowal4750
    @nitumonisonowal4750 Год назад +9

    কুমাৰণী আৰু উই পুক একে নহয় আৰু কুমাৰণী পুকে হুতুলী নাহাজে কেকুৰা গাতৰ আলতিয়া মাটিৰেহে হাজে ।

  • @kashmiriscreation6929
    @kashmiriscreation6929 Год назад +5

    কুমাৰণি আৰু উঁই পোকৰ মাটিৰে সুতুলী বনোৱা বুলি আজিহে শুনিলো।আমি কেঁকুৰা গাতৰ মাটিৰে বনাই বুলিহে জানো।

  • @JINTU_BORCHUTIA
    @JINTU_BORCHUTIA Год назад +4

    অসমৰ প্ৰথম খন মঞ্চ বিহু গোলাঘাটৰ বেতিয়নীত 1934 চনত অনুষ্ঠিত হৈছিল , 1952 চনত ৰাধাগোবিন্দ বৰুৱাৰ নেতৃত্বত লতাশিল খেলপথাৰত অনুষ্ঠিত হৈছিল, এইখন মঞ্চ বিহুৱে অধিক জনপ্ৰিয়তা লাভ কৰিছিল ।

  • @লোকবাদ্যৰপৰিমল
    @লোকবাদ্যৰপৰিমল 4 месяца назад +1

    বিহু গীতত দেখোন কেকুৰা গাতৰে মাতিৰে সুতুলী বুলি হে গায়। আমাৰ ফালেও কেকুৰা গাতৰ মাটিয়েহে সুতুলী বনাই।

  • @polichangmai5626
    @polichangmai5626 Год назад +5

    মই জনাত সুতুলি কেকুৰা গাতৰ মাটিৰ পৰা বনোৱা হয়। আৰু কমাৰনি পুকয়‌ পৰা যে বনোৱা বুলি কলে‌ সেইটো‌ হে বুজা নাই কাৰণ এটা পুকৰ পৰা জানু সুতুলি সাজিব পাৰি?লগতে কুমাৰণি বাঁহৰ পৰা সুতুলি নবনাই,সেই পুক‌ টো মানুহৰ ঘৰৰ বেৰত দেখা পোৱা যায়। কিছুমান গানত য়ো আছে কেকুৰা গাতৰ মাটিৰ পৰা যে সুতুলি বনোৱা হয়

  • @user-arujgogoi2fs5ui8u
    @user-arujgogoi2fs5ui8u 6 месяцев назад +2

    ১৯১২ চনত নগাঁও কলং বাকৰি মঞ্চ বিহু অনুস্থিত হৈছিল দ্বিতীয়তে
    ১৯১৮ চনত শিৱসাগত বিহু মঞ্চ অনুষ্ঠিত হৈছিল

  • @mulanlaskar9954
    @mulanlaskar9954 Год назад +30

    প্ৰথম মঞ্চ বিহু ১৯৫২ চনত লতাশিলত নহয় , ভুল । প্ৰথম মঞ্চ বিহু ১৯১২ চনত নগাঁও নেহৰুবালিত আৰম্ভ হৈছিল ।

    • @dimpolthengal6479
      @dimpolthengal6479 Год назад

      Yes hai bhogali bihu. Rongali bihur 1rst monso betioni golaghat 1934... Judge a najane baki burok ki hikabo

  • @dulusaikia6643
    @dulusaikia6643 Год назад +11

    কুমাৰনীক পোক বুলি আজি হে জানিলো।আমি আকৌ পতংগ বুলি হে জানিছিলো ।

  • @nilakhisonowal5032
    @nilakhisonowal5032 Год назад +5

    ❤❤

  • @hemantagogoi6739
    @hemantagogoi6739 Год назад +12

    প্ৰথম মঞ্চ বিহু ১৯৩৪ চনত গোলাঘাট জিলাৰ বেটিয়নিত আৰম্ভ হৈছিল আৰু সুতুলী কেঁকোৰা গাঁতৰ মাটিৰে বনোৱা হয় । অনাগত দিনত ইমান ডাঙৰ এখন মঞ্চৰ বিচাৰকৰ আখনত বহি এই ভুল বোৰ নকৰিব । ধন্যবাদ

  • @ckdaxx1511
    @ckdaxx1511 Год назад +4

    কেঁকোৰা গাঁতৰে মাতি মই আনিছো ঐ সুতুলী বনামে বুলি........
    উঁই পোকে ঘৰৰ বাহিৰত গাঁত বনাই বাস কৰে আৰু কুমাৰণী পোকে ঘৰৰ বাহিৰে ভিতৰে মাতিৰ বাস বনাই থাকে।

  • @NizaraGoldAssamTea
    @NizaraGoldAssamTea Год назад +2

    Very good video and programme,,hope ,, futures jano chsli thake,, proud we r Assamese...

  • @animakataky-ed8wp
    @animakataky-ed8wp Год назад +49

    লতাশিল বিহু মঞ্চত বৰষা বাক নেদেখিলে ভাল নালাগে। কুমাৰনী আৰু উই পোক একে কেনেকৈ হ'ল 🤔

    • @aituashimbhaiassam5371
      @aituashimbhaiassam5371 Год назад +4

      এই খন অসম নহয় য়েন পাইছোঁ কুমাৰনী।উই পুক একে বোলে হাহাকাৰ লাগি গল।।।অভীগ্য বিচাৰক অভীগ্য কথা।।আমি চোৱা আৰু হুনা মানুহ চাই আৰু শুনিয়েই যাম আৰু

    • @Nibarondaa
      @Nibarondaa Год назад

      উজনি অসমত ডাংবড়ি আৰু লেচেৰা মাহ বেলেগ বেলেগ কিন্তু নামনিত ডাংবড়ি তোক লেচেৰা বুলি কয়। তাকে প্ৰমাণ উই পোক আৰু কমাৰনী একেই নামনি হয় যেতিয়া একেই সোৱাটো স্বাভাৱিক 🙂

    • @nabanitasaikia9226
      @nabanitasaikia9226 Год назад +2

      Duita puk akei nhoi.

  • @therecitation2631
    @therecitation2631 Год назад +15

    বিচাৰক গৰাকী উত্তৰ এটাই বৰখেলিমেলি লগাইছে :-
    প্ৰথম মঞ্চবিহু কোনচনত ক'ত আৰম্ভ কৰা হৈছিল বুলি ক'লে
    আমি পঢ়িবলৈ পোৱা মতে
    ১৯১৮শিৱসাগৰতে অনুষ্ঠিত হৈছিল বুলি পঢ়ি আহিছোঁ , ১৯৫২চনলৈ বহু বাকী থাকে ।

    • @parthapratimsaikia3702
      @parthapratimsaikia3702 Год назад

      এই বিষয়ত বহু সমালোচনা হৈছে। শিৱসাগৰৰ বিহু, ধেমাজি গোহাঁইগাঁৱৰ ১৫১ সংখ্যক বিহু, আৰু কোনোবা দুখনমান জিলাৰ বিহুৰ বিষয়েও ক'ৰবাত পঢ়িছোঁ। গুৱাহাটীৰ খন নহয় বুলি প্ৰমাণ সহ পঢ়া মনত পৰিছে

    • @parthapratimsaikia3702
      @parthapratimsaikia3702 Год назад

      আৰু এখন নগাঁও জিলাৰ নেহৰুবালি

    • @mousumiborgohain2998
      @mousumiborgohain2998 Год назад

      @@parthapratimsaikia3702 yes dhemaji gohain gaon buli janu 1872 r para hoice...atia 151 yr hoice

    • @dowarinimaijan8216
      @dowarinimaijan8216 Год назад

      Aru bohot kekhon ase ..

  • @porashjyotineog5984
    @porashjyotineog5984 Год назад +7

    কোমাৰণি আৰু উই বেলেগে বেলেগে ।

  • @bristiranideka5967
    @bristiranideka5967 Год назад +98

    Barasha baa miss korisu apunak😢😢

  • @Priyankadas-lk5kb
    @Priyankadas-lk5kb Год назад +53

    Miss u Barsha baa, I always love your anchoring

  • @the_riku_06
    @the_riku_06 5 месяцев назад +1

    3 number joni mat tu bohut dhuneya huni val lagil ❤❤❤🎉🎉🎉

  • @nomoskarassam710
    @nomoskarassam710 Год назад +4

    বৰষা বা অবিহনে.. কিবা আধৰুৱা যেন লাগিছে। Miss u baa

  • @debo___jitt9448
    @debo___jitt9448 Год назад +4

    ভৱিষ্যতে কেমেৰাটো বিচাৰক সকলৰ ফালে ঘুৰাই দিব চোন।

  • @raktimnibircreation7848
    @raktimnibircreation7848 Год назад +5

    ইয়াত বহুতো উত্তৰ ভূল। প্ৰথম মঞ্চ বিহু শিৱসাগৰত ১৯১৮ চনত।

  • @bhabendas5493
    @bhabendas5493 Год назад +7

    বৰষা বাৰ অবিহনে কিবা আধৰুৱা আধৰুৱা লাগিছে 😌

  • @shyamolikabora2924
    @shyamolikabora2924 Год назад +2

    বৰ ভাল‌ লাগিল

  • @devakumargogoi5696
    @devakumargogoi5696 Год назад +37

    সুতুলি কমাৰণি বাঁহৰ মাটিৰে নিৰ্মিত নহয কেঁকোৰা গাটৰ মাটিৰে নিৰ্মিত হয়

  • @flutearupkachari886
    @flutearupkachari886 Год назад +13

    সন্মানীয় বিছাৰক সকলৰ কিছু উত্তৰ আমি সহজ ভাৱে ল'ব পৰা নাই কিছু যটিলতা আছে।

  • @minudihingia4556
    @minudihingia4556 6 месяцев назад

    ধুনীয়া লাগিছে

  • @bhrigukalita6479
    @bhrigukalita6479 Год назад +1

    Very very Nice Question best of

  • @purnimakalita3181
    @purnimakalita3181 Год назад +2

    Dhuniya lagisa

  • @d.p.experiment549
    @d.p.experiment549 Год назад +7

    বৰষা বা ❣️

  • @rupadevi3821
    @rupadevi3821 Год назад +1

    অসমীয়া নতুন বছৰৰ আগমন বুলি

  • @ranjanagogoi531
    @ranjanagogoi531 10 месяцев назад

    বহাগ বিহুৱে খেতি আগমনৰ সূষ্টি কৰে

  • @MonjuprovaGogoi-mq8lh
    @MonjuprovaGogoi-mq8lh Год назад +2

    বন্তি গগৈ বাইদেউৱে ঠিক কাছে।

  • @manashrigogoi4995
    @manashrigogoi4995 Год назад +1

    Bohut bohut val lagil sai .

  • @bijitttt
    @bijitttt Год назад +1

    Baraasha baa obihone lotahil bihu uka lagise

  • @upendas8763
    @upendas8763 Год назад +3

    দাদা, বিহু নামৰ লগতে বিহুৰ নিয়মাৱলী, বিহুৰ ইতিহাস সম্পৰ্কীয় শ্ৰেষ্ঠ কিতাপ ক'ত পাম এই বিষয়ে অনুগ্ৰহ কৰি জনাবচোন।

  • @bijudeka5032
    @bijudeka5032 Год назад +5

    গোটেই কেইগৰাকী ৰ নাচ সমূহ দিব ।দাদা

  • @jubindas2006
    @jubindas2006 Год назад +2

    ভাল লাগিল পুৰস্কাৰ দিব লাগে।

  • @bhabajitdas7424
    @bhabajitdas7424 Год назад +1

    Barasha baa ancoring nuxunile latasil bihu jen nalage so miss you baa

  • @muninsaikia5830
    @muninsaikia5830 Год назад +2

    Barsha baa zindabad...

  • @gogoivlogs5928
    @gogoivlogs5928 Год назад +2

    প্ৰথম ১৯৫২ চনত মঞ্চ বিহু নহয়

  • @gogoivlogs5928
    @gogoivlogs5928 Год назад +4

    ১৯৩৪ চনত মঞ্চ বিহু অনুষ্ঠিত হৈছিল। গোলাঘাট জিলাৰ বেতিয়নী ত

  • @pritomborphukon6056
    @pritomborphukon6056 Год назад +23

    ৰাজশ্ৰীৰ বিহু বহুত ভাল লাগে।

  • @bontihandique8086
    @bontihandique8086 Год назад +1

    Miss you borsha ba

  • @mridulaboruah6200
    @mridulaboruah6200 Год назад +1

    Val lagil

  • @JimiPhukan-g7z
    @JimiPhukan-g7z 6 месяцев назад +1

    Sirusri baa mur guru aibar 2024 r Lotahil homragir winner hoi jate🎉🎉🎉❤❤

  • @juntigogoi4956
    @juntigogoi4956 Год назад +1

    Bohut dhunia video 🎉

  • @pompikakoti959
    @pompikakoti959 Год назад +1

    Miss you barasha baaa

  • @MainaNeog-mt5bv
    @MainaNeog-mt5bv 7 месяцев назад

  • @bupadeka6984
    @bupadeka6984 Год назад +2

    Sirushi ba nas saiysu bahut vall lagill sirishi ba paba buli vabisilu samragir khithap tu

  • @juntigogoi4956
    @juntigogoi4956 Год назад +3

    Most important bihur vlog Anupom Da🎉🎉Mur vlog Kiron Gogoi Official hai

  • @Statusmacker-qt3zd
    @Statusmacker-qt3zd Год назад +3

    ভাল লাগিছে সকলো কিন্তু প্ৰশ্ন বোৰৰ উত্তৰ বোৰ হে ভুল কৈ কৈছে বিচাৰক সকলে

  • @bobitasonowal6053
    @bobitasonowal6053 Год назад +6

    Moi Jonat hutuli kekura gator matir pora hutuli bonua huisili..... Aji he hunilu dei.... Kimn hosa tak janibo bisaribo lgibo gaonr burha lukor pora

  • @dharitreekonwar8364
    @dharitreekonwar8364 Год назад +2

    ৰাজশী বা শিৰুশী য়ে পাব লাগিছিল , পোৰা গেজু হৈচে

  • @khagenborah384
    @khagenborah384 Год назад +1

    Barasa ba thakilehe val lage lataxil r bihu

  • @pulakdulakakhoria5956
    @pulakdulakakhoria5956 Год назад +6

    নিজে নাজানিলে আনক সোধিব নালাগে

  • @priyankaboruah2974
    @priyankaboruah2974 Год назад +11

    বৰষা বা থকা হলে ভাল লাগিল হয়

  • @Tarun-je9yb
    @Tarun-je9yb Год назад +29

    Borkha ba kio nahile

  • @ritubaishya1
    @ritubaishya1 Год назад +3

    এইটো শিতান নামতহে আৰু🙏🏼😌

  • @dibyadhorbaruah3774
    @dibyadhorbaruah3774 Год назад +3

    1952 year ketiuo nohoi karon golaghatot 1944 year's hoisil.

  • @sunaligogoi8551
    @sunaligogoi8551 Год назад +13

    কমাৰণী আৰু উৰি পৰুৱা একেই নহয় নেকি ।

  • @shyamolikabora2924
    @shyamolikabora2924 Год назад +4

    বৰ ভাল কথা‌ কিন্তু ইঙৰাজি কিয়?

  • @KaSiYali
    @KaSiYali Год назад +3

    প্ৰথম মঞ্চবিহু লতাশিল নহয়

  • @bandana6983
    @bandana6983 Год назад +4

    লতাশিল বিহু বর্ষা বা অবিহনে আধৰুৱা ৷ চাই ভাল নালাগে

  • @swopnalitamuli
    @swopnalitamuli Год назад +2

    Borokha bak miss krisu

  • @KashyapgohainKashyapgoha-hy7dj
    @KashyapgohainKashyapgoha-hy7dj Год назад +2

    Beautiful mojaa Mal ba🎉

  • @dulumonisaikia1476
    @dulumonisaikia1476 Год назад +7

    Boroxa ba I miss you..😢...apuni kio nahil

  • @aituashimbhaiassam5371
    @aituashimbhaiassam5371 Год назад +3

    সন্মিলিত এনাজৰী বিহুদলৰ বিহু লাগে দাদা

  • @RupamSenapati14
    @RupamSenapati14 Год назад +1

    কমাৰণী নহয় কুমাৰণী হয় আৰু কুমাৰণী পোক আৰু উঁই পোক দুইটা বেলেগ হয়। বিচাৰক গৰাকীৰ সাধৰণ জ্ঞান খিনি নথকা কাৰণে বেয়া লাগিল আৰু লগত থকা কেইজনেও নাজানে নেকি যদি জানিছিল লগতে শুধৰাই দিয়া হয় ভাল লাগিল হয়। সুতুলি কেঁকোৰা গাঁতৰ মাটি লগত বনায়।

  • @manash_jyoti_saikia
    @manash_jyoti_saikia Год назад +2

    সুতুলিৰ ওপৰত কৰা প্ৰশ্নটো বিচাৰক গৰাকীয়ে নিজেই ভূলকৈ কৰিছে।

  • @sanstodoan-sw8st
    @sanstodoan-sw8st Год назад +1

    Moromor Pahari baaa

  • @Sivasagar04
    @Sivasagar04 Год назад +2

    আজি কালি হুতূলী কেঁকুৰা গাঁতৰ মাটিৰ পৰা বনায় কাৰণ তাৰ মাটি আলটিয়া

  • @Brightup27
    @Brightup27 Год назад

    প্ৰকৃতিৰ ন ৰূপ আগমন কৰে।

  • @shikhaphukan5268
    @shikhaphukan5268 Год назад +3

    🙏🙏🙏

  • @anushkaentertainment5464
    @anushkaentertainment5464 Год назад +1

    ১৯৫২ চনত লতাশিল বিহু মঞ্চক প্ৰথম বুলি ক'ব নোৱাৰি। বৰ্ত্তমান বিতৰ্ক চলি আছে।

  • @khogensaikia8591
    @khogensaikia8591 Год назад +1

    🎉

  • @pritomborphukon6056
    @pritomborphukon6056 Год назад +2

    সৰু সৰু প্ৰশ্নৰ উত্তৰ কিছুমানাে নজনাকৈ ইমান ডাঙৰ মঞ্চৰ বিছাৰক হল বাৰু কেনেকৈ?ৰাজশ্ৰী নামৰ নাচনি গৰাকী বিহু সম্ৰাগী নােহােৱাৰ কাৰনটাে নুবুজিলাে।

  • @gorima_22
    @gorima_22 Год назад +1

    Borokha বাক miss korisu

  • @chandramohanborah7092
    @chandramohanborah7092 Год назад +1

    Very Nice

  • @xoxoxo774
    @xoxoxo774 Год назад +1

    😘😘😘😘😘😘borhiyaaa moinaa

  • @mousumiborgohain2998
    @mousumiborgohain2998 Год назад +1

    1st mancha bihu 1872 t dhemaji gohain gaon t hoicilu buli janu...atia 151 yr hoice..