@@digantadasvlog5128 mohakhoi moi mur biyoktigoto mot tu he desu ru apni hoi tu gyato j bihu samragi compitition tut bihu nasor logote questions u hudha hoi okl j nasilei egoraki bihu samragi hbo tenekua kunu kotha nai jodi teu hundorkoi uttor debo nuware . Jehatu teuk hudha hoisile dheki r kotha kobole teu bhal dore nuwarile aru 2 nd questions tu fokora jujuna mne ki hudha hoisile kintu teu heitu u dhunia koi kobo nuwarele heitu hokolue dekhise tar pist borokha Rani baideu r kripat easy questions tur uttor de pisole bihu samragi hol ge . Kintu hei protijugi kigorakir major okl nasei nhi rajashree nath r uttor khini hokolut koi huwola asile . Ru okl Satabdi kalita e nhi bihu samragi compitition t participate kora proti goraki nasoni e dhunia nasile nas hokolue dhunia nohole teuluk lotahill r monsot uthible jugyo nhole hoi .
অনুপম বিটোপন চেনেলটিৰ এই সুন্দৰ প্ৰচেষ্টা সঁচাকৈ সলাগনীয় । বিহু আমাৰ আয়ুস ৰেখা আৰু বিহুৰ তাত্ত্বিক জ্ঞান খিনি সকলোৰে প্ৰয়োজনীয় । প্ৰশ্ন - উত্তৰৰ শিতানটি পৃথক কৈ আমাৰ কাৰণে সুলভ কৰাৰ ভাবে অশেষ ধন্যবাদ ।
3
@@dipasaikia2492 mo
@@dipasaikia2492 òji
@@nikumoniborah8218 --
P😅
ৰাজশ্ৰীৰ উত্তৰবোৰ ভাল লাগিল।
ৰাজশ্ৰী ৰ উত্তৰবোৰ সকলোতকৈ বেচি লাগিলচে। Congratulations 💐
Hibohagoriyan 😍😍
Lppp
@@ma77acre.ae15-y1tAA
@@ma77acre.ae15-y1t ❤❤😂❤❤👸👸👸
এই শিতানটিৰ পৰা আমি বহু উপকৃত হৈছো । আমাৰ পাছৰ প্ৰজন্ম উপকৃত হ'ব ।
আটাইবোৰ প্ৰশ্ন একেধৰণৰ হোৱা উচিত। ইয়াত দুই ধৰণৰ প্ৰশ্ন আছে, কিছুমানৰ উত্তৰ নাজানিলে একোৱেই ক'ব নোৱাৰে আৰু কিছুমানৰ উত্তৰ নিজৰ চিন্তাধাৰাৰ ওপৰত নিৰ্ভৰ কৰে, যেনে বিহু সম্ৰাজ্ঞীৰ ওপৰত থকা প্ৰশ্নটো।
"তাঁতৰে শালতে মোৰ সোণ দেহা ঐ...
গামোচা বৈ আছিলোঁ
এশ এটি ফুলৰে কাঠি......"
নাচনীগৰাকীয়ে গোৱা নামফাকিত উল্লেখিত "ফুল কাঠি"ও তাঁতশালৰ এটি অংগ হয়।
বিহু সম্ভ্ৰাজ্ঞী হোৱা শতাব্দীয়ে দিয়া উত্তৰবোৰ শুনি আৰু বাকীবোৰৰ লগত তুলনা কৰিলে ৰাজশ্ৰীয়ে বেছি ভালদৰে উত্তৰ দিয়া যেন বোধ হ'ল।
po
Rajshree vl.ans koise
Okol answer r loik nidiye nohoi nach saise confidante hbo lagibo
Satabdee kolitar nass saba tetia gom pba ..kiman dhuniya nass..akol questions a nohoi .nass uu sabo lgbo .
Anya bore val nanasile prasnottar sitan paleheten jano
Bohut val lagil sai😍
মাৰ মূৰটো খাইছিল আইতা লগত তুমি।তুমি বহুত মূৰ্খ হয়।বিহু নাচিব আহিচা মাৰ মূৰটো কথা কৈছা
বিচাৰক মণ্ডলীৰ জ্ঞানৰ পৰিসীমা সীমিত যেন লাগিছে । নিজে যি জানে সেইয়াহে শুদ্ধ, আনে উত্তৰ দিলেও তাত ভুল-শুদ্ধ বিশ্লেষণ কৰাৰ প্ৰয়াস কৰা দেখা নগল । লতাশিল বিহুমঞ্চৰ দৰে অসমৰ অন্যতম শ্ৰেষ্ঠ বিহুমঞ্চত বিহু-বিচাৰক কৰিবলৈ যোগ্যতা থকাটো বাঞ্চনীয় । প্ৰশ্নোত্তৰ কালছোৱাত বিচাৰক সকলকো জনা গল ।
Right 👍
Nijoke khub gyani judge buli bhabise kukurtuwe
True attitude tu ako bahut besi pai😂
🇮🇳 bhal lagise dhuniya monso
খুব ভাল লাগিল ।আমিও বহুত নজনা কথা শিকিলোঁ ❤️
বিচাৰক. সকলক. বহুত. ধন্যবাদ. কাৰণ. তেখেত. সকলৰ. বহুত. পতিভা আছে ধন্যবাদ
I feel Rajashree deserved the title. She was very confident while giving the answers.
Really I also think yaar,she would have been the samragi...
Rajashree mekhela khont alop number katil Jen anuvob hoi..... Karon Hali japi mekhela t thakile alop number kom koi deya dikhisu
আচলতে বিহু সম্ৰাটে হলেই নহব। কৃষিভিত্তিক বিহু ত যদি সৰু সৰু কথা বোৰেই তেনেহলে অসমীয়াৰ গতি কি হব।
কৃষিভিত্তিক বিহুটিৰ ওপৰত সৰু সৰু কথাই না জানে তেতিয়া হলে কি হব। অকল নাচিলেই নহব নহয়। বিহুৰ লগত সংগতি থকা সকলো কথাই জানিব লাগিব। গভীৰভাৱে অধ্যয়ন কৰিব লাগিব। তেতিয়াহে অসমৰ সংস্কৃতি ৰক্ষা হব।
Aaji Bohu kotha hokolu. Thank you.Thsnk you so much
মজ্জা লাগিছে ভিডিঅ'টো, বহুত বেছি শুভকামনা জনালোঁ। আৰু আগুৱাই যাওক, আমাৰ support সদায় পাই থাকিব 👍
Uttor r falor pora sai kintu rajashree nath bihu samragi r babe besi he jugyo asile ❤️
Oo
Rajashree aru satabdeer naas saba ..tat Kune dhuniya nasise.. satabdee kolitar nass uuffff cai a thakibo mon jai
@@digantadasvlog5128 mohakhoi moi mur biyoktigoto mot tu he desu ru apni hoi tu gyato j bihu samragi compitition tut bihu nasor logote questions u hudha hoi okl j nasilei egoraki bihu samragi hbo tenekua kunu kotha nai jodi teu hundorkoi uttor debo nuware . Jehatu teuk hudha hoisile dheki r kotha kobole teu bhal dore nuwarile aru 2 nd questions tu fokora jujuna mne ki hudha hoisile kintu teu heitu u dhunia koi kobo nuwarele heitu hokolue dekhise tar pist borokha Rani baideu r kripat easy questions tur uttor de pisole bihu samragi hol ge . Kintu hei protijugi kigorakir major okl nasei nhi rajashree nath r uttor khini hokolut koi huwola asile . Ru okl Satabdi kalita e nhi bihu samragi compitition t participate kora proti goraki nasoni e dhunia nasile nas hokolue dhunia nohole teuluk lotahill r monsot uthible jugyo nhole hoi .
বহুত ভাল লাগিল দে প্রশ্ন উতৰ বোৰ শুনি 🙏🙏🙏
বসন্ত ৰোগটো চৰ্মৰোগতেই পৰে দেখোন। চুলিত জবা ফুল, ঔ টেঙা, জেতুকা আগৰে পৰা লগায়। ৰাজশ্ৰীৰ উত্তৰটো শুদ্ধই আছিল।
ভাল লাগিল ❣️
বহুত ভাল লাগিল
অনুষ্ঠানটো বহুত ভাল লাগিল । কিন্তু মাননীয় বিচাৰক সকলৰো কিছু শোধৰনীৰ প্ৰয়োজন আছে ।
আপুনি শুদ্ধ কৈছে।
Thik
@@meghabts1385 ss
Truee attitude tu besi but bahut horu khatha ye najane like বসন্ত ৰোগ r khatha tu
Love from dhemaji
এই ভিৰজৌটো ছাবলৈ বৰ ভাল ।
Mojaaaaa ❤️❤️❤️
খুব ভাল লাগিল।
প্ৰশ্নৰ শিতান তো। আমিও বহুত নজনা কথা শিকিলোঁ।❤️✨
ধন্যবাদ।🙏
Nice video too 🎉🎉🎉🎉🎉🎉❤❤❤❤❤❤❤🎉🎉😅😅😅
Axomiya Unique channel
Anupam Bitupan❣️
Hosa rajoshree best lgisl
শতাব্দী তকৈ ৰাজশ্ৰী ৰ উত্তৰ বোৰ বেছি শুদ্ধ হৈছে।। শতাব্দী ৰ প্ৰথম প্ৰশ্ন টো আধা হে শুদ্ধ হ'ল।।
Kintu Rajshree Nath r Nas t akhorar proyojon ase ...
Right satabdee kolitar nass saba ki nass sale cai thakibo mon jai
Rajosree-r question tu beleg type or asil.... comparatively easy asil
Love from Lakhimpur Assam 🇮🇳
আপোনালোকৰ সকলোলৈ ৰঙালী বিহু শুভেচ্ছা জনালোঁ ❤️
জেতুকা চৰ্মৰোগ নহয় বুলি জানো কিন্তু বসন্ত ৰোগ নিৰাময় হয় বুলি আজিহে শুনিলো । বিচাৰক সকলৰ উত্তৰ কিমান শুদ্ধ হৈছে চিন্তনীয়।
Yes aji ha hunisu
সপ্তাদি ভাল লাগিল উত্তৰবোৰ
বৰ্ষা বাই আপুনি বেছি মুখ বজাই থাকা অনবত
শ্ৰেষ্ঠ হোৱা গৰাকী লৈ মোৰ ফালৰ পৰা মৰম যাচিলো দেই। খিতাপ জয়ৰ নকৰা সকলে আৰু অলপ চেষ্টা কৰিবা 🙏🏽 বুলি আশা ৰাখিলোঁ
প্ৰশ্ন বোৰ বহত সহজ আৰু ভাল লাগিছে
মই এইটো অনুষ্ঠান ৰ বাবেই ৰৈ আছিলোঁ ❤️❤️
Love you protrikha
বকুল বৰা ধানৰ চিৰা খুনদিছিলো চেনাই লৈ সামৰি থলো 🆗🆗🆗🍟🍟🍟🍟🍟🍟🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳
বিচাৰকৰ প্ৰশ্নকেইটা শুনি বহুতো ভাল লাগিল।
ধোল বোনাই আৰু কঠাল গছত
কপৌ ফুল ৰুলে বেছি দিন জিয়াই থাকে
বহাগ বিহুৰ শুভেচ্ছা থাকিল🙏🙏🙏
বিহু হ'ল কৃষিৰ লগত জড়িত উৎসৱ।গতিকে অসমৰ সন্তানে ধানৰ নাম নজনাটো বৰ বেয়া লগা বিষয়।আচলতে এওঁলোকক দোষ দিব নোৱাৰি।বৰ্তমান যুগত অভিভাৱক সকলে সন্তানক কৃষিৰ পৰিবেশটোৰ পৰা একেবাৰেই আঁতৰাই ৰাখে আধুনিকতাৰ পৰিচয় দি।এয়া তাৰ এটা উদাহৰণহে মাথো।
Maak dewatak jodi krishi karya r logot jorit nahoi tente kenekoi hikabo baidew🤣😂😃
অসমীয়া হৈ বিহু নাচিবৰ জানিছে।কিন্তু অসমীয়া পৰম্পৰা খতিৰ ৫ বিধ ধানৰ নাম নাজানে ।আৰু সেৱা কৰিবলৈ ব্যৱহাৰ হোৱা তামুল পান যোৰ কথা নাযানে।সচাকে দুখ লগা কথা।
Rajarshi shundor hoise
লতাশিল বিহু সমিতিলৈ মোৰ প্ৰশ্ন বিহুতো জানো সম্ৰাজ্ঞী থাকে?
নে বৰবিহুৱতী? আপোনালোকে ভালকৈ চিন্তা কৰিবচোন।
Akmot... bohut aibur nmbur jene.. bihu kuwori. Borbihuwoti, bihu homrangri ,akhom kuwori, ai nam bur Kune uliyaisil baru muru jnibo mn goise.. prokit bohut aibur nm thake jnu purbote jnu aibur nm asil..????
বিচাৰক হলেই নহব আনৰ শুদ্ধ আৰু ভূল টো দেখিব লাগিব শেষৰ গৰাকীয়ে এটা নাম গাইছিল । এইটো সম্পূৰ্ণ শুদ্ধ । তাত শাল বুলি কলে ফুলৰ কাঠি ব্যৱহাৰ হবই । গতিকে বিচাৰক মণ্ডলীৰ নাম ফাকীয়ে শুদ্ধ হলেই নহব ভাল দৰে চাব লাগিব সকলোৰে উত্তৰ । ধন্যবাদ🎉🎉🎉🎉
Bor bhal lagile
Sivsagar 🤗🔥♥
Shivsagr nasoni juiii🔥🔥🔥🥰 love form shivsagr 🥰
বিচাৰ ক, জনলৈ, ধন্যবাদ
I am bengal but I like bihu
WB Nadia
বিচাৰকে কৰা প্ৰশ্ন কেইবা ভাল লাগিল
বিচাৰকৰ প্ৰশ্ন সমূহৰ পৰা বহু কথা শিকিব পাৰিলো । এটা প্ৰশ্ন যেন বিচাৰকৰো অলপ উপস্হাপন কৰোতে ক'ৰবাত কিবা এটা বুজাত অসুবিধা হৈছে, যেনে
( বিহুৰ দিনা ডাঙৰক সেৱা জনাওতে আগবঢ়োৱা গুটিটো কি ? )
তামোল-পাণ যোৰক গুটিটো বুলি কোৱাতো ......
মোৰ ব্যক্তিগত মন্তব্য হে ....
@@tutumonibaruah1945 সেইটো হয় বাৰু বৰুৱানি
চুলিৰ সমস্যা সকলোৰে থাকে sir এতিয়া কথা হল কোনোবাই হাতত সানে কোনোবাই চুলিত নিজৰ সমস্যা অনুসৰি
Good cmnt
Bahut bariya programe.aj kal ke log apne ap ko bahut jankari samaj ta hain. Dekha kisi ne bhi sahi jawab nahi de paya.
Rajashree bse ustadiii....
❤❤moja😅
বহোত ভাল লাগিল তেনেকৈ আগুৱাই যাব৷ 👌
মজা
হৈ গল পালেগৈ আৰু 🖤🖤🖤🖤মবাইলৰ কথা পাৰিব💜💜 কিন্তু💓💓💓💓 আইজনীয়ে 🍟🍟🍟🍟🆗🆗🆗🆗
Hundor anupom da❤️
Hosakoi rajoshree bar prasna uttor bohut val hoise
Bahu dhan amiu aiber kheati kribo lagibo dai 4:32
Bohut val lagil....
Hundor bohut kotha janibo parilu
ঢেঁকী ৰ শলা দাল দুটা কতৰাৰ ওপৰত ৰখাই থোৱা হয় । কতৰা ৰ নাম কবলৈ বিছাৰকেও কবলৈ পাহৰিলে ।
ভিদিওটো চাই ভাল লাগিল
Sivsagar nasoni main🥰
Eman esay question di ase but nasoni kejoni okol nasibo he jane
Sivasagar rocks....
অনুষ্ঠান ভাল লাগিছে। তুমি অসমীয়া ছোৱালী। ধানৰ নাম জানিবলৈ চেষ্টা কৰিবা। কাৰণ ধান আমাৰ অসমীয়া মানুহৰ বাবে মুল বস্তু। ঢেকি পুৰণা বস্তু। তোমালোকে হয়তো ঢেকি দেখা নাই , সেই বাবে তোমাক দোষিব নোৱাৰি। ভাল লাগিছে দেই।
Wonderful madam
val lgil..❤❤
বিচাৰক ধন্যবাদ থকিল
বহুত নজনা কথা জানিব পাৰি খুবেই ভাল লাগীছে ।বাহু ধান নতুন কৈ আবিস্কাৰ হৈছে জেন পাওঁ , ঢেকিৰ খুবুলি হিলেৰে তৈয়াৰ কৰা বুলি প্ৰথম জানিলো , আৰু গহৰাদালতে কপৌফুল বিখ্যাত বুলি শুনি আহিছোঁ ,কঠাল গছতহে বিখ্যাত বুলি জানিবপাই সুখি হলো ।
প্ৰতিক্ষা নহ'য়, অপেক্ষাহে কৰি আছো
কপৌ ফুল আম বা এজাৰ গছত বেছি ধুনীয়া হয় ।
বৰষা বা বেছি নকৰিব, আপোনাক ভাল লাগে কাৰণে কৈছোঁ বেয়া নাপাব।
Rajashree val uttor dise. val lagil...baki hokoleu sestha korise👌
Baideu 🙏Amar gaon suwali bilake bohut jane😜
Vl lagil janibo pari
আমাৰ বিচাৰক জন বৰ ৰাফ
Aijun,22muthi,ronga aijun,20 muthi, joha,Bora,
বজাৰত নতুন ধান আহিল নেকি বাহু ধান🤣🤣🤣 মাছৰ নামকে ললে যে🙏🙏🙏
বাওঁ ধান
@@unushali8601 i
Y
Ho
গুৱাহাটী হয় ... গতিকে চহৰৰ মানুহে গাঁৱৰ খেতি সজুঁলি আৰু ধান নাম নাজানে নহয় ...,কাৰণ চহৰৰ মানুহে বাৰিষাত গাঁৱৰ মানুহক খেতি কৰা বুলি বাকী খিনি নকওঁ কলে জগৰ লাগিব
Hundor
জহা,বৰা,আহুধান, বাঁও ধান,শালিধান, কোমল ধান
ধেৎতেৰি অকৰা নাচনী জনী তামোল বুলি জানিবই লাগিছিল😊☺
আই অ তামোল পানে ৰাখিব অসমীয়াৰ মান
Guti buli kuar babe sage 😂buji napale
👌👌
ফুল মৰহে মলঙি নাযায়নেকিি চাউলহে মলঙে
Uttar bor rajshree nath r besi val hoisil.naso val hoisil...baki bisarakar katha.
কপৌ ফুল তামোল গছত লগাই বুলিহে জানো। কঁঠালত লগাই বুলি নাজানোং দেই
কঠাল গচত থকা কপৌপাহ বেচি দীঘল আৰু নাচনী খোপাৰ কাৰণে বেচি ভাল বুলি কৈচে।
Amar ghort o কঁঠাল গছত কপৌ ফুল লগাইছোঁ।
Kopufull sobote pari logabo amar hilikha gosot ase aru ajupa jamuk gosot ase
@@MChetia_Assam apunarjanir kamputisankhunilagatai git khuni khupbhal lagisedhanniyabad kopilbastunepal
Wataap nmbr de mai photo diu
Nice 👌
Nice Bihu
knowledgable
বহুত ভাল লাগিছে ।নজনা কথা শিকিব পৰিছে ।
Barsha rani is sometimes so irritating😐 sometimes
Tamul
নাচনী গৰাকীয়ে গোৱা নাম ফাকি শুদ্ধ আছিলে ,,তাত- ফুলৰ কাঠি বুলি শব্দ এটি প্ৰয়োগ কৰিছিল 🙏সেই সজুঁলি বিধো তাতৰে এবিধ অংশ
Great
Moja lagisa good moning
....
Just keijnk dekhuale aru val lagile hoi
বহুত নজনা কথা জানিব পাৰিছোঁ ৷ অনুপম দা বহুত ধন্যবাদ ৷