Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
বিহু সম্ৰাগী ২০২২ লৈ বহুত বহুত শুভ কামনা থাকিল । উপযুক্ত নাচনীক উপযুক্ত সন্মান দিয়ে প্ৰতি বছৰে ।বৰ ভাল লাগে যিকোনো অনুষ্ঠাৰ সন্মান জড়িত অনুষ্ঠানবোৰ দেখিলে ; কিন্তু এগৰাকী বিহু সম্ৰাগীক যেতিয়া উচ্চ সনমান যচা হয় তেতিয়া লগত বাদ্য যন্ত্ৰ সংগত কৰা সংগী সকলক সম্পূৰ্ণ একাশৰীয়া কৰি ৰখা হয় । বাদ্য সংগী সকলক নহ'লে নাচনী গৰাকী নাচৰ সৌন্দৰ্য ই ফুটি নুঠিব । এনে ক্ষেত্ৰত নাচনী ৰ সংগী সকলকো একোটা সন্মান যাচিলে তেওঁ লোকো উৎসাহিত হ'ব নিশ্চয়।
Xasa ktha .. Amar ako nasani aru singar tok he besi guruta di a
yes
Right
Xosa katha
F:f:ff
এইবাৰৰ সম্ৰাজ্ঞী বাচনি খুব সুন্দৰ হৈছে ৷ ইমান সুন্দৰ আৰু পৰিপক্ক পৰিৱেশন শ্ৰীমতী কলিতাৰ ৷ নামৰ বাচনি, বিহুনাচৰ ভংগীমা, গহীন গম্ভীৰ পৰিৱেশন, দলটোৰ নাচনী গৰাকীৰ লগত সহযোগ, চাৰিওফালৰ পৰা শতাব্দী কলিতাৰ দলটো জাকত জিলিকা হৈ পৰিছে ৷ এই দলটোৰ প্ৰত্যেক গৰাকী সদস্যৰ তেজত বিহু সোমাই পৰা যেন বোধ হয় ৷ শ্ৰীমতী কলিতা আৰু তেখেতৰ দলৰ প্ৰত্যেক গৰাকী সদস্যলৈ আন্তৰিক শুভেচ্ছা থাকিল ৷ 🎉🎊 ৷ আশাকৰো এই দলটিয়ে ভৱিষ্যতেও শতাব্দী কলিতাৰ দৰে অতি উচ্চখাপৰ বিহুৱতী অসমবাসী ৰাইজৰ মাজলৈ উলিয়াই আনিবলৈ সক্ষম হ'ব ৷ 🙏🙏 l
ধন্যবাদ🙏😊
Dhemaji manuhor slkt hoy kot beya nasoni hbo
বিচাৰকৰ বৰ সুন্দৰ বাছনি হৈছে। বিশেষকৈ অতি সুন্দৰ আৰু প্ৰয়োজনীয় উপযুক্ত প্ৰশ্ন সোধা হৈছে।বিজয়ী নাছনীগৰাকীলৈ বহুত শুভকামনা জনালো।
শতাব্দী কলিতা, এই সন্মান টো তুমি পোৱাটো মনে প্রাণে বিচাৰিছিলো। অবশেষত তুমিয়ে পালা। তোমাৰ নাচ গান খুবেই ভাল লাগে।কষ্টৰ ফল যে মিঠা তাক তুমি প্রমান কৰি দিলা।তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল।
ইমান বছৰৰ অন্তত এক সফল পৰিসমাপ্তি। অভিনন্দন জনালোঁ বা
Friend hoba...
ধন্যবাদ🙏
বহুত বেছি ভাল লাগিল । এগৰাকী সফল বিহুৱতী আঁৰত কিন্তু এটা বিহুৱা দলৰ বহুত অবদান থাকে। বিহুৱা সকললৈ বহুত বহুত শুভকামনা থাকিল।
সঁচাকৈ বা বহুত ভাল লাগিল🥰
প্রিয় বিহু দলটিলৈ বহুত বহুত মৰম❤️ নয়ন দা শ্ৰেষ্ঠ ঢুলীয়া,এইটো মোৰো আশা আছিল । অভিনন্দন জনালো শতাব্দী আৰু নয়ন দা । জয় বিৰিণা বিহু দল।
Wow bor dhuniya Nasise de,,,Lara kijon nu bohut vl lagise,,,,
শতাব্দী বাইদেউ লৈ মোৰ ফালৰ পৰা আন্তৰিক শুভাশীষ জনালোঁ।আপুনি দেখাত যিমান ধুনীয়া, আপোনাৰ, নাচ, কথা বতৰা ও সিমানে ধুনীয়া।বৰ ভাল লাগিল।❤️👍
অভিনন্দন বাইদেউ। মোৰ প্ৰিয় এগৰাকী নাচনী। মৰম যাচিলোঁ। ❤ ❤
সদায়ে প্ৰিয় নাচনী আছিলা । বহুত বহুত মৰম আৰু শুভকামনা তোমালৈ ।
যোগ্য জনলৈ যোগ্য সন্মান.....শুভেচ্ছা তোমালৈ💐💐💐💐
গহীন গম্ভীৰ নৃত্যশৈলী, কণ্ঠ সুললিত, বিহুৱাসকলৰ সহযোগ শলাগ ল'বলগীয়া মুঠতে বিহু পকিছে । যোগ্যজনক সঠিক সন্মান ।
ধুনীয়া হৈছে ভাল লাগিল ৷ ভাল পৰিয়ালৰ ছোৱালী নিশ্চয় ৷
অতি সুন্দৰ বিহু নৃত্য প্ৰদৰ্শন লগতে বাদ্য যন্ত্ৰ সংগতকাৰী সকলো । সকলোলৈকে শুভেচ্ছা জনালো ।
অভিনন্দন শতাব্দী, সদায়েই প্ৰিয় বিহুৰাণী তুমি।❤❤
ইমান ধুনীয়া নাচ সচাই ভাল
সুন্দৰ বিহু নাচ যোজনা জাত কলী নাম গীত যাউতীযুগীয়া । পৰিবেশন মনোৰম। ঐতিহ্য প্ৰদৰ্শন। দৃষ্টি নন্দন বিতোপন । প্ৰকৃতাৰ্থত ঐতিহাসিক বিহু ২০২২বৰ্ষ। শুভেচ্ছা অভিনন্দন।
🙏
তাইৰ লাক খন বৰ ভাল প্ৰশ্ন কেইটা খুব ধুনীয়াকৈ উত্তৰ দিলে দ্বিতীয় প্ৰশ্ন টো আৰু ভাল হল ।ভাল লাগিল শুভেচ্ছা থাকিল
Bahhh bhal lgil ❤️❤️❤️প্রিয় নাচনী জনী শেষত জিলিকিলে 🥰🥰
শতাব্দী "বা" ৰ হাঁহি টো বৰ মৰম লগা😙💞
মনোমোহা বিহু নাচ ।বহুত বহুত শুভকামনা থাকিল তোমালৈ শতাব্দী
Congratulations ❤️ ....bohut bhal lagil...nasi nasi bhagori nopora agoraki nasoni... bohut dhuniya tumar kontho...hekhor loike bihu nam akei thake tumar mukhot...bohut bohut hubhessa..
Sivasagar jindabad ...... congratulation satabdi sister
অতি সুন্দৰ হৈছে !👌👍
সুন্দৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ।।
অভিনন্দন শতাব্দী বা ❤ বহুত শুভেচ্ছা থাকিল বা
যোগ্য নাচনী, শুভকামনা থাকিল।
বহুত বহুত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আগোৱাই যোৱা তাৰেই কামনা কৰিছো
আপোনালোকৰ চেনেতোলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছো দেই আৰু লগতে আপোনালোক দুয়োজনলৈ পলকৈ হ'লেও অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো বিতুপন দাদা
ভাল লাগিল ।ধুনীয়া নাচে। গোটেই দলটোৱে ভাল লাগিল।
Hosakin2 blg dhuniya lagise hajparjur
সুন্দৰ ধুনিয়া হৈছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ,,,লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো
ধন্যবাদ
অভিনন্দন প্ৰিয় নাচনী গৰাকীলৈ❤️
বহুত বহুত মৰম অাৰু শুভেচছা তোমালৈ অাৰু অাগোৱাই যোৱা ❣️
Huves jasilu bor xhundor hoise.
Bohut hukhi aji amiu.. Bohut val lagil sai
No 1 nasoni ,bohut bohut val nasise
Janisilu tai a hbo buli. Tair Bihu Sai bht val lge khosai
Bht vl lagil sai ataikeijonore dhuniya hoise
Khub Val lagil..bahut dhuniya nasise.love from Sivasagar 💞
Aibar hey jen lotahil t aku problem nohol.. Ati hundor😍😍😍😍
বহুত ধুনীয়া
বহুত ভাল লাগিল।
বহুত বহুত শুভেচ্ছা থাকিল বা ❤️ তুমি সদায় আগবাঢ়ি যোৱা । মোৰ আটাইতকৈ ভাল লগা নাচনী গৰাকী
Congratulations Satabdi💐You also deserved it👍
যোগ্য জনক যোগ্য সন্মান। বহুত শুভেচ্ছা থাকিল।জিলিকি থাকা সদায়।
Bht vl lgil ba agoloi aguai jaok
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো ।
Congress baa ❤️
_congratulations_satabdee_ba❣️
Wawww emn Dhuniyaaa
Hundor ❤️❤️ video to loi bat sai Roi asilo Thank you Bitupan da
আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ
মৰম লগা বা জনী
Congratulations Satapdi and wishing you a bright future......
O N G C colony't Bihu nasor a aa hikua nasoni agoraki aji Bihu somragi hol, Bohut Bohut Dhonyabad
ভাল লাগিল অভিনন্দন জনালো।
Congratulations to her...nimikha r ji tu speed dekhisu, next tai a hobo sge samragi
Xosai dey nimikha Bai kintu non-stop bohut baar winner hoise , dy bihu Rani hoise bihu kuwari hoise, axom bihuwati o hoise sage, eibaar bor bihuwati aru Bihu samragi hoboloi Baki ase
Nimikha kun 🤔
@@bigbro7835 মই জনাত তেওঁ লতাশিল বিহু কুঁৱৰী, লতাশিল বিহু ৰাণী, DY Bihurani, দ্বিতীয় শ্ৰেষ্ঠ অসম বৰবিহুৱতী ,,,,,,,,,!
ভাল লাগিল দেই
Perfacto.. logor badyo hongi hokol u credit puwar jugyo 👍🤟🏻
ভাল লাগে মোৰ ভাল লগা নাচনী গৰাকীয়ে আজি যে এই সন্মান পাইছে ।।
সুন্দৰ
বহুত ধুনিয়া
Xub xundor lagise answer bilak . Congratulations 👏🎉👏
সুন্দৰ হৈছে অভিনন্দন জনালো ❤️
নাচৰ ভঙ্গিমাই চাম নে নামষাৰে।অতি সুন্দৰ।।
Dhunia hoise
বহুত বহুত অভিনন্দন শতাদ্বী বা 💐🌸🥰💜💜
Friend hoba
Bohut hukhi katia ba.pbo lagisil ai khitap ti. Obohakhot pala mnto bohut vl lagisa
বৰ সুন্দৰ পৰিবেশন অভিনন্দন জনালো।
অতি সুন্দৰ নৃত্য প্রদৰ্শন😍Tremendous Team Work🙌
Dhurba baa mojjjjjjaaaaa 2mi juuiii
আমাৰ শিৱসাগৰৰ গৌৰৱ শতাব্দী তুমি 💖💖
Jorhatar gourav nahoi neki....?
সুন্দৰ 😍😍
Bht hukhii.... Bht agr prai tumr nas Val pao... tumi mur val loga nasoni. Tumr hofolotat Bht hukhii. Aru agbahi jua.....
ভাল লাগিল বা❤❤
Ovinondon jonalu
Congratulation....👍👍👍
taal bojua ejan amar SIVASAGAR kujibali... Baikuntha changmai.
Congartulation Satabdee ..ruu agbarhi juwa
শুভেচ্ছা জ্ঞাপন কৰিছো শতাব্দী💐💐💐
@@satabdeekalitaofficial9619 ধন্যবাদ 🙏🙏🙏
শুভকামনা যাচিলো
Mojja da
Bahut bhal lagil..
Congratulations ba✨❤️
Agoraki bolistho konthor nasoni aru ata mojboot bihuwa dol.. congratulations..
Mojja lgil hosake ⚡❤
Dhuliiya 🔥
মন ভৰি গ'ল।
Congratulations sotabdi ba aru moromr dada dowkn aje gorv korisu emn bsr ksto harthk hol biale he jbo nuaru jetia jm double party lagebo koi dsu
অতি সুন্দৰ হৈছে❤❤❤
বহুত ধুনীয়া
Dhuniya bihu dekhala....tumaloi moor duti ...rqst. tumer dujan vaallaga bihuwar naam.....tumer dujani vaallaga barbihuwatir naam....arusage bihumancat dekha napam
Val lagil dada preetirani video tu dibsun
নাচনী ভাল, দলটিও ভাল ৷ পিছে বিচাৰকে কিয়বা পেঁপুৱা- ঢুলীয়াক প্ৰশ্ন সুধি তেওঁলোকৰ জ্ঞানৰ পৰীক্ষা ল’লে বুজি নেপালোঁ ৷ যিহেতু প্ৰতিযোগিতাটি বিহুৱতী প্ৰতিযোগিতাহে আছিল আৰু ঢুলীয়া- পেঁপুৱাই কোনো তেনেকুৱা ভুলো কৰা নাছিল ৷
Uplood kora pa. Bohut bar sai. Su
Congratulations satabdi ba
,,Bohut dhunia
Bhoni tumar sestak holag loisu. Hosai manisu tumak. Agbari jowa.
অভিনন্দন শতাব্দী বা💐
Congratulations to you. You are best of 2022
বিহু সম্ৰাগী ২০২২ লৈ বহুত বহুত শুভ কামনা থাকিল । উপযুক্ত নাচনীক উপযুক্ত সন্মান দিয়ে প্ৰতি বছৰে ।বৰ ভাল লাগে যিকোনো অনুষ্ঠাৰ সন্মান জড়িত অনুষ্ঠানবোৰ দেখিলে ; কিন্তু এগৰাকী বিহু সম্ৰাগীক যেতিয়া উচ্চ সনমান যচা হয় তেতিয়া লগত বাদ্য যন্ত্ৰ সংগত কৰা সংগী সকলক সম্পূৰ্ণ একাশৰীয়া কৰি ৰখা হয় । বাদ্য সংগী সকলক নহ'লে নাচনী গৰাকী নাচৰ সৌন্দৰ্য ই ফুটি নুঠিব । এনে ক্ষেত্ৰত নাচনী ৰ সংগী সকলকো একোটা সন্মান যাচিলে তেওঁ লোকো উৎসাহিত হ'ব নিশ্চয়।
Xasa ktha .. Amar ako nasani aru singar tok he besi guruta di a
yes
Right
Xosa katha
F:f:ff
এইবাৰৰ সম্ৰাজ্ঞী বাচনি খুব সুন্দৰ হৈছে ৷ ইমান সুন্দৰ আৰু পৰিপক্ক পৰিৱেশন শ্ৰীমতী কলিতাৰ ৷ নামৰ বাচনি, বিহুনাচৰ ভংগীমা, গহীন গম্ভীৰ পৰিৱেশন, দলটোৰ নাচনী গৰাকীৰ লগত সহযোগ, চাৰিওফালৰ পৰা শতাব্দী কলিতাৰ দলটো জাকত জিলিকা হৈ পৰিছে ৷ এই দলটোৰ প্ৰত্যেক গৰাকী সদস্যৰ তেজত বিহু সোমাই পৰা যেন বোধ হয় ৷ শ্ৰীমতী কলিতা আৰু তেখেতৰ দলৰ প্ৰত্যেক গৰাকী সদস্যলৈ আন্তৰিক শুভেচ্ছা থাকিল ৷ 🎉🎊 ৷ আশাকৰো এই দলটিয়ে ভৱিষ্যতেও শতাব্দী কলিতাৰ দৰে অতি উচ্চখাপৰ বিহুৱতী অসমবাসী ৰাইজৰ মাজলৈ উলিয়াই আনিবলৈ সক্ষম হ'ব ৷ 🙏🙏 l
ধন্যবাদ🙏😊
Dhemaji manuhor slkt hoy kot beya nasoni hbo
বিচাৰকৰ বৰ সুন্দৰ বাছনি হৈছে। বিশেষকৈ অতি সুন্দৰ আৰু প্ৰয়োজনীয় উপযুক্ত প্ৰশ্ন সোধা হৈছে।বিজয়ী নাছনীগৰাকীলৈ বহুত শুভকামনা জনালো।
শতাব্দী কলিতা, এই সন্মান টো তুমি পোৱাটো মনে প্রাণে বিচাৰিছিলো। অবশেষত তুমিয়ে পালা। তোমাৰ নাচ গান খুবেই ভাল লাগে।কষ্টৰ ফল যে মিঠা তাক তুমি প্রমান কৰি দিলা।তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল।
ইমান বছৰৰ অন্তত এক সফল পৰিসমাপ্তি। অভিনন্দন জনালোঁ বা
Friend hoba...
ধন্যবাদ🙏
বহুত বেছি ভাল লাগিল । এগৰাকী সফল বিহুৱতী আঁৰত কিন্তু এটা বিহুৱা দলৰ বহুত অবদান থাকে। বিহুৱা সকললৈ বহুত বহুত শুভকামনা থাকিল।
ধন্যবাদ🙏
সঁচাকৈ বা বহুত ভাল লাগিল🥰
প্রিয় বিহু দলটিলৈ বহুত বহুত মৰম❤️ নয়ন দা শ্ৰেষ্ঠ ঢুলীয়া,এইটো মোৰো আশা আছিল । অভিনন্দন জনালো শতাব্দী আৰু নয়ন দা । জয় বিৰিণা বিহু দল।
ধন্যবাদ🙏
Wow bor dhuniya Nasise de,,,Lara kijon nu bohut vl lagise,,,,
শতাব্দী বাইদেউ লৈ মোৰ ফালৰ পৰা আন্তৰিক শুভাশীষ জনালোঁ।
আপুনি দেখাত যিমান ধুনীয়া, আপোনাৰ, নাচ, কথা বতৰা ও সিমানে ধুনীয়া।
বৰ ভাল লাগিল।❤️👍
অভিনন্দন বাইদেউ। মোৰ প্ৰিয় এগৰাকী নাচনী। মৰম যাচিলোঁ। ❤ ❤
ধন্যবাদ🙏
সদায়ে প্ৰিয় নাচনী আছিলা । বহুত বহুত মৰম আৰু শুভকামনা তোমালৈ ।
যোগ্য জনলৈ যোগ্য সন্মান.....শুভেচ্ছা তোমালৈ💐💐💐💐
ধন্যবাদ🙏
গহীন গম্ভীৰ নৃত্যশৈলী, কণ্ঠ সুললিত, বিহুৱাসকলৰ সহযোগ শলাগ ল'বলগীয়া মুঠতে বিহু পকিছে । যোগ্যজনক সঠিক সন্মান ।
ধুনীয়া হৈছে ভাল লাগিল ৷ ভাল পৰিয়ালৰ ছোৱালী নিশ্চয় ৷
অতি সুন্দৰ বিহু নৃত্য প্ৰদৰ্শন লগতে বাদ্য যন্ত্ৰ সংগতকাৰী সকলো । সকলোলৈকে শুভেচ্ছা জনালো ।
অভিনন্দন শতাব্দী, সদায়েই প্ৰিয় বিহুৰাণী তুমি।❤❤
ধন্যবাদ🙏
ইমান ধুনীয়া নাচ সচাই ভাল
সুন্দৰ বিহু নাচ যোজনা জাত কলী নাম গীত যাউতীযুগীয়া । পৰিবেশন মনোৰম। ঐতিহ্য প্ৰদৰ্শন। দৃষ্টি নন্দন বিতোপন । প্ৰকৃতাৰ্থত ঐতিহাসিক বিহু ২০২২বৰ্ষ। শুভেচ্ছা অভিনন্দন।
🙏
তাইৰ লাক খন বৰ ভাল প্ৰশ্ন কেইটা খুব ধুনীয়াকৈ উত্তৰ দিলে দ্বিতীয় প্ৰশ্ন টো আৰু ভাল হল ।ভাল লাগিল শুভেচ্ছা থাকিল
Bahhh bhal lgil ❤️❤️❤️
প্রিয় নাচনী জনী শেষত জিলিকিলে 🥰🥰
ধন্যবাদ🙏
শতাব্দী "বা" ৰ হাঁহি টো বৰ মৰম লগা😙💞
মনোমোহা বিহু নাচ ।বহুত বহুত শুভকামনা থাকিল তোমালৈ শতাব্দী
Congratulations ❤️ ....bohut bhal lagil...nasi nasi bhagori nopora agoraki nasoni... bohut dhuniya tumar kontho...hekhor loike bihu nam akei thake tumar mukhot...bohut bohut hubhessa..
Sivasagar jindabad ...... congratulation satabdi sister
অতি সুন্দৰ হৈছে !👌👍
সুন্দৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ।।
ধন্যবাদ🙏
অভিনন্দন শতাব্দী বা ❤ বহুত শুভেচ্ছা থাকিল বা
যোগ্য নাচনী, শুভকামনা থাকিল।
ধন্যবাদ🙏
বহুত বহুত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আগোৱাই যোৱা তাৰেই কামনা কৰিছো
আপোনালোকৰ চেনেতোলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছো দেই আৰু লগতে আপোনালোক দুয়োজনলৈ পলকৈ হ'লেও অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো বিতুপন দাদা
ভাল লাগিল ।
ধুনীয়া নাচে। গোটেই দলটোৱে ভাল লাগিল।
Hosakin2 blg dhuniya lagise hajparjur
সুন্দৰ ধুনিয়া হৈছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ,,,লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো
ধন্যবাদ
অভিনন্দন প্ৰিয় নাচনী গৰাকীলৈ❤️
ধন্যবাদ🙏
বহুত বহুত মৰম অাৰু শুভেচছা তোমালৈ অাৰু অাগোৱাই যোৱা ❣️
Huves jasilu bor xhundor hoise.
Bohut hukhi aji amiu.. Bohut val lagil sai
No 1 nasoni ,bohut bohut val nasise
Janisilu tai a hbo buli. Tair Bihu Sai bht val lge khosai
Bht vl lagil sai ataikeijonore dhuniya hoise
Khub Val lagil..bahut dhuniya nasise.love from Sivasagar 💞
Aibar hey jen lotahil t aku problem nohol.. Ati hundor😍😍😍😍
বহুত ধুনীয়া
বহুত ভাল লাগিল।
বহুত বহুত শুভেচ্ছা থাকিল বা ❤️ তুমি সদায় আগবাঢ়ি যোৱা । মোৰ আটাইতকৈ ভাল লগা নাচনী গৰাকী
Congratulations Satabdi💐
You also deserved it👍