Aji kali notun hoi jua r folot bohutore mon tu xoloni hoise dekhisu. Pratiksha baa e puroni naas r logote uposthapon khubei hundor. Naam buru puroni. Khubei hundor lagise kintu soboke akou aji kali notun he lage. Heikarne comment bur dekhisu Karu posond hua nai
4 bosor dhori lotashilor bihu sai ahisu aibaru bohut horojonto korise ji gorakiye eman vagoruw koi nambur aru 2 ti question 1 ta ands vul koi dise tene solot teu puwtu kunu jukti a nohoi tothapiu nasoni gorakir ujol bhobishot kamona korilu
প্ৰতীক্ষা বৰগোঁহাই বহুত জ্যেষ্ঠ নাচনী ৷ তেখেতক সম্ৰাজ্ঞী প্ৰতিযোগীতাত বহুবাৰ দেখিছো ৷ এইবাৰ সফল হোৱা দেখি ভাল লাগিল ৷ সম্ৰাজ্ঞীত Highest attempt দিয়া বিহুৱতী এখেতেই হ'ব চাগে ৷ তেখেতৰ ধৈৰ্য্য আৰু অধ্যাৱসায়ক শ্ৰদ্ধা জনাইছো ৷ অভিনন্দন জনালো ৷ আশাকৰো সংস্কৃতিৰ পথাৰখন অনাগত দিনত তেখেতে আৰু চহকী কৰিব ৷ 🎉💐🌺
ক'ৰবাত যেন কিবা এটা খুঁত ৰৈ গ'ল তেওঁৰ কষ্ট সাৰ্থক হৈছে ভাল লাগিল তথাপিও যেন মনটোত অস্বস্তি,,
আচলতে বিহুখনি ব্যৱসায় হ'বলৈ ধৰাৰ বাবেই হয়তো এনে হৈছে...
বাকী ভাল হওঁক তেখেতৰ,,✨🥀
খুঁত তেওঁৰ নহয় তেওঁক দোষা নাই
Mur val lgise Junei ji nkowk because nas burt puroni thas ase manuhe ajikalir adhunik bihu dance sai phori goise,,,, Puroni nas bur sabo sun,,
❤❤❤
ধুনীয়া লাগিছে। প্ৰতীক্ষাৰ লগত সংগত কৰা বিহুৱা দলটোৰ পৰিবেশন বৰ সুন্দৰ হৈছে। নাচনীৰ প্ৰথমে লেহেতীয়াকৈ নচা নাচটো বৰ মজা লাগিল। বিহু নামবোৰ ভাল লাগিছে।
ভাল লাগিল পুৰণি বিহু নামেৰে সৈতে এক সুন্দৰ প্ৰদৰ্শন ❣️ আৰু লগতে নাচনী গৰাকীৰ নাচো অতি সুন্দৰ 👌কৰ হয় বাৰু তেখেত
Guwahati kahilipara r hoy
প্ৰশ্ন শিতানৰ বাবে অপেক্ষা কৰিলোঁ।
ভাল লাগিল----
এওঁতকৈ ওপৰত আৰু ভাল নাচিছিল বাকী নাচনী দুগৰাকী মানে।
বিৰিণা বিহু দল + নয়ন দা + শতাব্দী কলিতা ( দলটো জুই আছিল )
এতিয়াও বহুত ভাল হৈছে ❤🥰
Hosake
@@Ankurisha22 🤗🥰
Perfect eg... For bihu dance
Nasoni jui lgte bihua hokol aru juuii.
Mon sui goise🥰🥰🥰🥰🥰
যিয়েই যি নকওঁক কিয়, কালিৰ সম্ৰাজ্ঞী প্ৰতিযোগিতাখনৰ most deserving আছিল #Rajashree_Nath বা। ৰাজশ্ৰী বাৰ নাচত ভুল হৈছিল ক'ত? এটা কথা হয় যে বিৰিনা দলটি বহুত বেছি strong, দলীয় ঐক্য বহুত ভাল (মোৰো প্ৰিয় দল)।
প্ৰশ্নোত্তৰ শিতানতো সাত জনীৰ ভিতৰত অতি স্পষ্ট তথা শুদ্ধ উত্তৰ দিছিল ৰাজশ্ৰী নাথে। কি ভিত্তিত কোনে কি কৰিছে নাজানো।
বাকী নতুন সম্ৰাজ্ঞীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
আজি কালি প্ৰশ্ন শুদ্ধ উত্তৰ দিলেও ফাৰ্ষ্ট পজিছন নাপাই অ।।।। প্ৰশ্ন উত্তৰ শিতান শৱ ফকতীয়া।।।। দৰ্শক অক দেখাবলে হে পাতে প্ৰশ্ন উত্তৰ শিতান।।।।। 💯💯💯যেই জি নকক মোৰ এজনীক এ ভাল লাগে শৱ ফালৰ পৰা।।।। ড্ৰিব্ৰগৰৰ ঋতুপৰ্ণা🔥🔥🔥🔥🔥💯💯💯💯💯💯
@@disha4370 কুমাৰণি কি উঁই পুক কি তাতে চিনি পায়। আমি অভীগ্য নহয়,আমি তেল নাইকীয়া চাকিতী হে। অভীগ্য জনে যি কয় তাকে আৰু
Jigorakiye ataitkoi hundor nash podorkhon kore teunkhe ai khitap diya hoi lagile uthar hudhokoi nidiyokei … hoitu agorakiye nash tu bhal kora bbe proshonor hitantkoi adhik points collct koricl nitryo prodorkhonot,,,
Agree
@@RaaginiPriya ইয়াত mainly নাচৰ কথাই কৈছোঁ। সম্ৰাজ্ঞী জনীৰ নাচত কত কি ভুল পাইছে অন্য কমেণ্টবোৰ চালেই গম পাব। প্ৰশ্নোত্তৰ শিতান বাদেই দিলো
তেনেস্থলত .....
Jugriti handique r bihu sai jitu paixilo...ajiloike poa ni...amr natun xomragiloi abhinandan thakil...🎉
Ekdom hosa kotha, prothom bar latashilot nasiyei bihu samragi খিতাপ পাইছিল, খুব ভাল লগা নাচনী jagriti
দাদা প্ৰশ্ন শিতান খিনিও দিব 👍👍 অপেক্ষা কৰিম👍
Satabdee kalita k miss korisu... Dhuniya nasise jodiyo satabdee r dore monot saj bohuwabo pora ni...
জাগৃতি সন্দিকৈক কোনে কোনে miss কৰিছে? তেওঁৰ লাহি নাচ খুবেই আকৰ্ষণীয় আছিল ❤
Xosai dei, Jagriti bar naas tu olop unique jn lgisil iman smooth aru lahi pahikoi nasisil sai e bhal lagisil
Bitupon da happy bihu .... thank you apunar karone gutai bihu Bilak sabole pai asu you tube....axom jabo para nai ...ghrt bohi saisu ...
🙏🙏
প্ৰশ্ন শিতান অতি সোনকালে পাম বুলি আশা কৰিলো💫
ধুনীয়া নাচিছে বা আৰু দাদাহঁতে ❤❤🥰🥰🥰🥰🥰💖💖💖💖💖💖💖 Happy Rongali Bihu
অভিনন্দন 💐
অভিনন্দন,সুন্দৰ নাচিছে। নাম গাওতে উচ্ছাৰণ মন কৰিব ।
Excellent bihu dance. Congratulations to the whole team
Thanks all
Birina bihu dol mne success r peak .. congratulations back to back dubar loi goise 🎉
সুন্দৰ পৰিবেশন, ভাল নাচিছে। অভিনন্দন 💐💐
Dhuniya bihu
প্ৰতিষ্ঠা বৰগোহাঁই বা ভাল লাগিছে ❤❤❤
Hundor hoixe bihu khn pori jwa nai😊 aru nasoni nas tu Imn vl noholeu loi. Tal sob axe ...nas Joni a gan u dhuniya gaixe
Congratulations 👏 👏 👏 Excellent dancers👍👌🎈💐
Thank you so much
Bor val lagil sai...
সুন্দৰ পৰিবেশন।এইজনী কিমান নম্বৰ প্ৰতিযোগী আছিল বাৰু? অনুগ্ৰহ কৰি জনাবচোন
7 last goraki
Best of luck for your future❤❤❤
অভিনন্দন জ্ঞাপন কৰিলোঁ
Bohut xundor hoise❤❤❤❤❤❤❤
অভিনন্দন
বহুত বহুত ধন্যবাদ দাদা ।
Oti sundor
Bahut Val lagixe Sai tahakibor mon
Hokolu bihuwatike vl lgee❤🎉
❤❤❤Best of luck,,, নেৰিবা
ভাল লাগিল❣️
Nice.
Thanks!
So proud 🥺❤️
Aji kali notun hoi jua r folot bohutore mon tu xoloni hoise dekhisu. Pratiksha baa e puroni naas r logote uposthapon khubei hundor. Naam buru puroni. Khubei hundor lagise kintu soboke akou aji kali notun he lage. Heikarne comment bur dekhisu Karu posond hua nai
Bht vl nasise ❤️ bht bar salo amoni nlge sai ❤️
Xosakoi ba tmi bor dhuniya nasisa
অতি সুন্দৰ ।মজা
অভিনন্দন জনালো ❤❤❤❤
Nice❤❤❤❤
Thanks 🤗
মইও বিহু অনুস্থানত ধোল বজাইছিলো।আমি তেতিয়া দীঘল ধূতি দীঘলকৈ পিন্ধিছিলো। আজিকালি ছুতিকৈ পিন্ধে যে বুজি নাপাও।কিয় বাৰু
❤❤❤😊😊wow
Very nice ♥️
Thanks 🤗
❤❤❤ wow beautiful
Thank you!
❤❤❤
বহুুত ভাল লাগিলে
Congratulations 🎉💐🎉
Thanks 🤗
Vl lgil
4 bosor dhori lotashilor bihu sai ahisu aibaru bohut horojonto korise ji gorakiye eman vagoruw koi nambur aru 2 ti question 1 ta ands vul koi dise tene solot teu puwtu kunu jukti a nohoi tothapiu nasoni gorakir ujol bhobishot kamona korilu
সুন্দৰ নাছিছে 👍
😊😊
Mojaa
জুই 🔥🔥 গ্ৰুপ
সম্পূৰ্ণ সন্তুষ্ট হব নোৱাৰিলোঁ।
আচলতে তাই পুৰণি বিহু নামৰ নাচ দিছিল।
কি ভিত্তিত দিলে বিহু সম্ৰাজ্ঞী? ককাল নাভাগিলেই, ইমান ভাগৰুৱা নামবোৰ।। আগতে কেইবাবাৰো এই মঞ্চখনিত দেখিছোঁ বোধ হয়?🤔🤔বাকী একো নকও 🙏 তেওঁ উজ্জল ভৱিষ্যত কামণা কৰিছোঁ 🥰
দাদা প্ৰশ্নশিতানটো দিয়ক
অনন্যা ফুকন আৰু এখেতৰ দলটো একেটা দল চাগে কাৰণ নাচতো দুয়োজনীৰে একে 😊
Hoi
Congratulations 👌💐
Thanks a lot
দাদা প্ৰতিক্ষা বৰগোহাঁইৰ ক্ৰমিক নং কিমান আছিল জনাব নেকি বাৰু ?
7
বাকী কেইগৰাকীৰ বিহু নাছ ছোৱা নাই। অকণমান নাছটো smooth যেন লাগিল।
manchar pisfale prize-bur bar dristikatu hoise !
tinisukiyar bromthuri jeng bihu dolr video dibo sun thakile.dhuniya dhuniya suwali ulai tat
Suwale puwa nai nake
@@jatnoburagohain-qc3ip nai pua bisari diba sun
😂😂😂
Pepa badak jn genius
কুৱৰী ,ৰানী আদি দিব চোন ।
Dhoinobad bitupon da
🙏
Val lagil khali athu Gita bisike uliyai nosa hoise
60fps t dibo
Upload koribo parim ne দাদা
Nuwaribo
Kio দাদা... আপুনাৰ logo thakibo no
নাচ ইমান smooth নহয় কিন্তু।
🤣🤣
V nice
অভিনন্দন
❤❤
❤❤❤❤