Grand Finale Performance|| DY365 Bihurani Season-13, DY বিহুৰাণী ১৩

Поделиться
HTML-код
  • Опубликовано: 23 май 2022
  • Grand Finale Performance|| DY365 Bihurani Season-13, DY বিহুৰাণী ১৩
    #DY365BihuraniSeason13
    _______________________________
    The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
    FEARLESS, UNBIASED, TRUSTWORTHY
    NEWS BEGINS HERE
    Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
    Connect on Social Media:
    Follow Us on Twitter: / dy365
    Like Us on Facebook: / dy365
    Follow Us on Instagram: / dy365.in
    Our Website: dy365.in
    Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
    Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Комментарии • 206

  • @paporibora9399
    @paporibora9399 2 года назад +60

    মন নাভাঙিবা মুনুকন ,ৰাইজৰ বহুতো মৰম পাইছা আৰু উদ্যমেৰে আগুৱাই যোৱা, কণ্ঠ সুন্দৰ😘 অহাবছৰ আকৌ একেই উৎসাহেৰে দেখা পাম বুলি আশা থাকিল, উপাধিটো ডাঙৰ নহয় ৰাইজৰ মন জয় কৰিব পৰাটোহে আচল👍👍

  • @poribora517
    @poribora517 2 года назад +31

    মুনুকনে পাব বুলি ভাৱি আছিলোঁ,সংগীতা বাক বেয়া নাচিছে বুলিয়ো কোৱা নাই কিন্তু মুনুকনো কিন্তু কম নাছিলে!বাকী বিচাৰকে হে জানিব বাৰু সৰু-সৰু ভুল শুদ্ধবোৰ,সংগীতা বাৰো কষ্টৰে ফল বাৰু।মুনুকন অহাবছৰ দেখাপাম বুলি আশা থাকিল,তোমালৈ মৰম।

  • @amritmixed515
    @amritmixed515 2 года назад +23

    মুনুকনে আগৰ পৰাই জানিছিল যে Dy বিহুৰানী তেওঁক নিদি সংগীতাক দিব, সেইবাবে তেওঁ আজি মনটো মাৰি আছে,

  • @dhirajdas981
    @dhirajdas981 2 года назад +4

    ককা আৰু আইতা আপোনালোকৰ বিহু চাবলৈ পাই বহুত ভাল লাগিছে। লগতে dy365 ক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো এনেকুৱা এখন মঞ্চ দিয়া বাবে।

  • @abhijit142
    @abhijit142 2 года назад +52

    Dy বিহু ৰাণীৰ খিতাপটো দৰ দাম কৰি নিকিনাকৈয়ে‌ মুনুকন বায়ে আমাৰ‌ সকলোৰে মন জয় কৰিলে। আচল বিজয়ী তেওঁ। বহুত বহুত মৰম মুনুকন বা ❤️🤩।

    • @sangitabora9496
      @sangitabora9496 2 года назад +3

      Ajir khondotue sai nidie..agor pora saihe results die

    • @abhijit142
      @abhijit142 2 года назад +6

      @@sangitabora9496 আগৰ নাচবোৰো চাইছোঁ।প্ৰতিটো খণ্ডই চাওঁ। মুনুকন বাই বহুত ভাল নাচিছিল আগৰ খণ্ডবোৰত আৰু চূড়ান্ত খণ্ডটিতো।

    • @sikhamonipegu4408
      @sikhamonipegu4408 2 года назад +1

      @@sangitabora9496 agor pora hokoluwe sai ahisu munu baa r naas Bohut dhuniya nasoni 😘

    • @pranabjyotibailungpjb2416
      @pranabjyotibailungpjb2416 2 года назад

      @@sangitabora9496 আগৰে পৰা মনুকনে ভাল নাছিচিল সংগীতাতকৈ

    • @utpalentertainm...6808
      @utpalentertainm...6808 2 года назад

      Prothomor pora sai asu munukan baai pabo vabi asilu

  • @subhassaikia3963
    @subhassaikia3963 2 года назад +35

    মোৰ মতে বিচাৰ প্ৰক্ৰিয়াত অলপ ভোল আচে কিয়নো প্ৰশংসা মুনুকনক কৰি বিহুৰাণী খিতাপ সংগীতাক দিলে.....
    স্বাৰ্থ জড়িত আছে যেন অনুভৱ হ ল।

  • @pranabjyotibailungpjb2416
    @pranabjyotibailungpjb2416 2 года назад +51

    মনুকনক কিয় আপুনালোকে ঠগিলে।এই বিহুৰাণী সন্মানটো মনুকনে পাব লাগিছিল্।

    • @subhassaikia3963
      @subhassaikia3963 2 года назад +5

      প্ৰশংসা মুনুকনক কৰিলে কিন্তু খিতাপ দিলে বেলেগক

    • @denakumarnath8261
      @denakumarnath8261 2 года назад +1

      Right

  • @kuhigogoi6654
    @kuhigogoi6654 2 года назад +21

    মোৰ মতে মুনুকণ বাহে উপযুক্ত আছিল

  • @harubarman3304
    @harubarman3304 2 года назад +11

    Bhut akha kori asilu munukone pabo buli ❤❤mon to bea lagi gol o.

  • @mahanandaborkataki6703
    @mahanandaborkataki6703 2 года назад +2

    সকলোতকৈ উন্নত মানৰ ফাইনেলত নাচ প্ৰদৰ্শন কৰিছিল হিয়া বৰকটকীয়ে ৰাইজৰ মন জয় কৰিছিল । ৰাইজৰ আশীৰ্বাদ হে আচল ।

  • @sumpigogoi5260
    @sumpigogoi5260 2 года назад +10

    মুনুকন বহুত ভাল নাচিছা তোমাৰ প্ৰতিটো ভংগিমা স্পষ্ট কি ভাল দেখি সংগিতা ৰাভাক খিতাপটি দিলে নাজানো কিন্তু সংগিতা ৰাভা এই খিতাপটিৰ উপযোগি নাছনি নহয় ।

  • @r__bg__566
    @r__bg__566 2 года назад +34

    ধুনীয়া ,,,,bt মুনুকন হব লাগিছিল বহুত বহুত ধুনীয়া nasisil

  • @rupamchetia5845
    @rupamchetia5845 2 года назад +6

    মুনুকনৰ নাচ অতি সুন্দৰ আছিল।

  • @raktimranjanchetia6026
    @raktimranjanchetia6026 2 года назад +11

    আজি দিব্যশ্ৰী বাৰো বিহু যোৰা পকিছিল। খুব ধুনীয়া নাচিছিল। কিন্তু গগনা খন অলপ ইফাল সিফাল হ'ল।

  • @sumideviVLG
    @sumideviVLG 2 года назад +18

    কিমান টকাত দৰ দাম কৰা হল বা । Love you munu kon baa . Biswanath sari Ali pa bohut moram tumale

  • @denakumarnath8261
    @denakumarnath8261 2 года назад +5

    মুনুকনৰ লগত বহুত বেয়াকৈ অন‍্যয় কৰিলে।তুমি মন ভাঙি নিদিবা আকৌ অহা বাৰ যাবা।

  • @munmiduttaburagohain4909
    @munmiduttaburagohain4909 2 года назад +10

    Munukon is the best👍💯👍💯

  • @ranaaxom
    @ranaaxom 2 года назад +36

    শুভ কামনা গোটেই কেইগৰাকী অংশ গ্ৰহণ কৰা প্ৰতিযোগীলৈকে জনালোঁ।
    কিন্তু আমি সূখী নহয় DY বিহুৰাণীৰ প্ৰযোজকৰ লগতে সকলো বিচাৰক মণ্ডলী আৰু লগতে সহযোগী কৰ্মকৰ্তাক লৈ। এইবাৰ মোৰ এগৰাকী প্ৰতিযোগীয়েও অংশগ্ৰহণ কৰিছিল। আঁতৰৰ পৰা চাবলৈ বৰ ভাল লাগে কিন্তু কিছুমান লোকৰ নেপথ্যত চলা বহু কথাই বহুত আঘাত দিয়ে। ভাল ভাল লোকৰ কিছুমান আজৱ কাণ্ড থাকে ।
    সকলো ৰেকৰ্ডিং হয় একো কথা নাই , কিন্তু প্ৰচাৰ কৰোতে ভিডিঅ'বোৰ প্ৰতিটোৱেই ফালৰিকতা কিয় কৰে ? প্ৰায় প্ৰতিযোগীৰ হৈ চলা বিষয়বস্তু বোৰ কৰ্তন কৰি নিদিষ্ট প্ৰতিযোগীগৰাকীৰ ওপৰতহে বেছি গুৰুত্ব দিয়া হৈছিল প্ৰথমৰপৰাই কিয় ? কিবা চুক্তি আগৰপৰাই হৈছিল নেকি ? বিচাৰকৰ ভূল হ'ব পাৰে কিন্তু বিচাৰকৰ ভূলৰ বাবে তৃষাৰাণী কিয় ওলাব লগীয়া হৈছিল আৰু প্ৰচাৰ কৰোঁতে কিয় বিষয় সলনি কৰিলে ? আনফালে যিকোনো এগৰাকী বিচাৰকে কিয় স্হান নোপোৱা কেইবাগৰাকী প্ৰতিযোগীক আকৌ সেইখন মঞ্চলৈ যাবলৈ মানা কৰিছে ? কি আছে তাৰ কাৰণ ?? কেনেকৈ প্ৰথম ৰাউণ্ডতে বিহু ৰাণী কোন হ'ব গম পাইছিল জুবলি বা য়ে ? সকলোকে জোৰ কৰি ক'বলৈ বাধ্য কৰোৱাইছিল যে, "মোৰ বাদ দি সংগীতা ৰাভাই হ'ব বিহুৰাণী"।
    বিচাৰক(.......) বাইদেউৰ শিষ্য কোন কোন আছিল,,,,?, সেই শিষ্য সকলে বাইদেৱে য'তেই বিচাৰ কৰে নম্বৰ কিমান কিমান পাই ? ( উদাহৰণ স্বৰুপে লটাশিলত ) মই লিখা কথা নহয় এইখন মঞ্চৰ কোনো বিশেষ ব্যক্তিয়ে কোৱা কথা। এনে যদি হয় কি আশা কৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আগলৈ।
    বাকী পৰাজয়ী প্ৰতিযোগী কেইগৰাকীক ৰাস্তাৰ খৰছ এটাও দিব নোৱাৰিলে নে এনেকুৱা এটা ডাঙৰ অনুস্হানে। অভিভাৱক এজনকো বহিব দিয়াৰ বাহিৰে চাহ একাপ যোগান ধৰিব নোৱাৰা এটা গ্ৰুপ। ব্যৱসায় বাদ দি আন একো অনুভৱ নকৰিলোঁ 🙏🙏🙏 ধন্যবাদ আগলৈ শুধৰাবলৈ চেষ্টা কৰে যেন 🙏🙏🙏 ক'বলৈ বহুত আছে সুবিধা পালেই জনাম।

    • @pinkukachariofficial7328
      @pinkukachariofficial7328 2 года назад +1

      সুন্দৰ কথা কৈছে সংগীতা নামৰ নাচনী জনীয়ে ছেমি ফাইনেলত যোযনা কেনেকৈ দিছে ইমান ৰৈ ৰৈ যোজনা নিদিয়ে উচ্চাৰণ ভুল গায়ত্ৰী জনী চকুত এবাৰ ও নপৰিল নে বাৰু ইমান ভুল ধৰে তাইক আকৌ ভুল এই নধৰে ,

  • @nabajitboruah7842
    @nabajitboruah7842 2 года назад +16

    Val nalagil munukon pabo logia asil sangita rabha kokal tuke valke navagee Aguai jua munukon hokolure akhirbad ase tumar logot 🤗🤗🤗🙏

  • @atikulahmed2692
    @atikulahmed2692 2 года назад +5

    মুনুকন বাই পাব লাগিছিল আৰু DY বিহু ৰাণী হোৱাৰ যোগ্য মুনুকন বাই আছিল... বাকী Shangita বা লৈ শুভেচ্ছা থাকিল 🙏🙏

  • @pranabjyotibailungpjb2416
    @pranabjyotibailungpjb2416 2 года назад +20

    মনুকনক দিয়া হ'লে বিজ্ঞাপনটো কমকৈ প্ৰচাৰ হ'ল হয় নি?

  • @sanjibchutia6505
    @sanjibchutia6505 2 года назад +13

    munukon puwa hole besi val lagil hoi bohut val nasisil hokolure val paisil

  • @user-mq9bb4do6q
    @user-mq9bb4do6q 2 года назад +6

    Munukon Gogoi kiman nombar pale koi diya hetin val palu hetin munukon jindabad

  • @dipshikharay8797
    @dipshikharay8797 2 года назад +9

    Munukon r Nas sai vl lage ❤️

  • @lokhinathmoran3972
    @lokhinathmoran3972 2 года назад +6

    Munukon বাৰ নাচ ভাল লাগিল কিন্তু এটা কথা আঠু কেইটা অকণমান বেছিকৈ ভগা যেন দেখা পাই।

  • @purabidutta1759
    @purabidutta1759 2 года назад +3

    Munukon pabo lagisl . tumar nas bht vl hoise Tumi vagi nopriba😘 love from dhemaji

  • @bijaylaxmichutia4474
    @bijaylaxmichutia4474 2 года назад +3

    Hosai munukonr bihu nas bhut hundor hoisil.1str pora sai ahisilu.tai pab buli bhut akha korisilu.

  • @paragsaikia8698
    @paragsaikia8698 2 года назад +4

    চাৰিবছৰ আহিছে বুলি সংগীত ৰাভাক দিব লাগে নেকি ! মুনুকন শ্ৰেষ্ঠ সকলোৰে বিচাৰত ।

  • @monalisagogoi3063
    @monalisagogoi3063 2 года назад +2

    হিয়া বায়ে ভাল নাছিল শেষত অতি সুন্দৰ ❤️munukon baa u BHT vl hoise frst dena pora moi kinto a2gorakik ha vl palu ru amr falor xokolu manuha vl paise ❤️

  • @pinkukachariofficial7328
    @pinkukachariofficial7328 2 года назад +4

    মুনুকনৰ ভাল টো ভাল বুলি ক'ব নিবিচাৰে এগৰাকী বিচাৰকে,,,,, ইমান সৰু সৰু ভুল বিচাৰি পায় সংগীতা যে গোটেই ককাল , শব্দ উচ্চাৰণ ইমান ভুল কিয় এনেকুৱা কৰে বাৰু , আজি কালি চাই থকা মানুহ বোৰ ইমান নজনা নহয়

  • @jeepalkrishiudyog6883
    @jeepalkrishiudyog6883 2 года назад +4

    এইবাৰৰ দৰে প্ৰতিযোগিতাত আগত গম নাপাইছিল যে খিতাপ কোনে পাব,,,,,, হাৰিও জিকিল আনকেইগৰাকী প্ৰতিযোগী। বহু অঁকোৱা পকোৱা ৰিজাল্ট এইবাৰ। বিচাৰকৰ নম্বৰ যোগ হোৱাৰ আগতেই খামত কাৰোবাৰ নাম। গুৰুৱে শিষ্যক দিয়া নম্বৰ , কোন কাৰ বোৱাৰী হ'ব,কাৰ লগত বিয়া হ'ব, কোন কাৰ সখী, কোনে বিচাৰকক অনা নিয়া কৰিছে, আনকি,,,সান্তনা দিবলৈ অনা চাৰো বেলেগ, এটা ৰাউণ্ডত পাৰ কৰিবলৈ কেই হাজাৰ 🙏🙏🙏🙏
    প্ৰায় কেইগৰাকী প্ৰতিযোগীয়ে জানেই দেখোন। ৰাজহুৱা কৰিবলৈ অনুৰোধ জনালোঁ। আমি তাৰ প্ৰতিযোগীৰ মুখেৰে শুনি হতবাক😭😭😭🤦🤦🤦🤦
    পাহাৰ আঁতৰৰ পৰাহে ধূনীয়া

    • @buleegogoi6422
      @buleegogoi6422 2 года назад +1

      Anekuwa hole dekhun ogkhogrhon krible vou hb

  • @mirasaikia7459
    @mirasaikia7459 2 года назад +4

    Munukon tumi🔥 Oha bosor akou ahiba tumi. mur budhe honman tu tumi pabo lagisil jen pao.

  • @balendeka6803
    @balendeka6803 2 года назад +2

    Eman khundar hyse monukanar asalate bihurani hb agisil monukan.

  • @minmoysaikia8747
    @minmoysaikia8747 2 года назад +4

    Hokolure mukhot kebol munukon ba name kintu bisaroke koi nedekhile Kak dibo lagisile munukon ba Val nasise hokolutke 🥺

  • @deepjyotiburagohain341
    @deepjyotiburagohain341 2 года назад +4

    Munukon ba aaaa pabo lagisil.❤

  • @prodipdas5646
    @prodipdas5646 2 года назад +2

    Pompi nath 🔥🔥 next year apuni winnar huwatu bisarisu.

  • @Dhun856
    @Dhun856 2 года назад +11

    Munukon ba✨❤️

  • @gitamonisaikia2280
    @gitamonisaikia2280 2 года назад +5

    Munukon ba bhut dhunia nisesa 😍😍

  • @manjitmun8677
    @manjitmun8677 2 года назад +2

    Munukon hb lagisil. DY Bihu Rani.

  • @ruhitpatar8797
    @ruhitpatar8797 2 года назад +2

    Munukon baak imn bur prokhngkha korii pist ako winner belg he korile goii . Kiki nahaok munu kon ba tumii 🔥🔥🔥🔥🔥 ako aha bar dekhim bulii akha rakhilu munukan ba roii thakim tumak ako DY bihu Rani mashkhont sab loii love from morigaon 😊😊😊😍😍😍😍😍

  • @ankurgogoi1288
    @ankurgogoi1288 2 года назад +7

    Munukon hoba lagisil

  • @jinamonilalung5409
    @jinamonilalung5409 2 года назад +4

    Aromvoni pora hekhloike...eman dhuniyakoi munukun gogoi a nasi goisil.....dy bihurani khitap munukon gogoihe pabo lagisil....

  • @jyotirupasarmahg4710
    @jyotirupasarmahg4710 2 года назад +2

    Sirar dore bisarok lage.bahut vl lgil sir apunr kathabur.

  • @probinsaikia7498
    @probinsaikia7498 2 года назад +5

    হে বিচাৰ প্রক্ষত আসন শুৱনি কৰি থকা বিচাৰক মণ্ডলী সৰ্ব প্রথম মোৰ সেৱা নিবেদিলোঁ আপোনালোকৰ বিচাৰ প্রক্ষত মই মাত মাতিব নাযাও কিন্তু বিহু বুলি কবলৈ তেখেতৰ কন্ঠ আৰু নাছ দুয়োটা য়ে সমানে ই প্রয়োজন কিন্তু সংগীতা ৰাভাৰ নাছ সুন্দৰ তাত ভূল ধৰিবলৈ যোৱা নাই কিন্তু তেখেতৰ কাকল টি বাকী চাৰি ৫ গৰাকী তকৈ কম ভাঙিছে আপোনালোকেই প্রতিযোগি সকলক প্রায় কোৱা আমি শুনিবলৈ পাও যে কাকলটিৰ ভঙাৰ ক্ষেত্রত কিন্তু সকলোৰে মূখে মূখে কমেন্ট কৈ থাকে যে ককাল ভাঙে বুলি তাৰ পাছতো আজিলৈকে সংগীতা ৰাভাক কিয় ককাল ভঙাৰ বিষয়ে কোনো দিনেই নকলে যে কিয়?

  • @rahulneog3243
    @rahulneog3243 2 года назад +7

    মুনুকনে পাব লাগিছিলে

  • @ranjandhun3299
    @ranjandhun3299 2 года назад +2

    Munukon hbo lagisile..aitu beya krise..

  • @hiramanideka6136
    @hiramanideka6136 2 года назад +7

    Akha krisilo munukone pab buli

  • @jaangogoi2002
    @jaangogoi2002 2 года назад +2

    Dukh lagise. Pab lagisil munukon bai. Hday sai asu bihu rani. Songita k besi gurutto diya dekhi ahisu

  • @jumidutta4098
    @jumidutta4098 2 года назад +1

    গায়ন বায়ন দলটো চাই ভাল লাগিল।। 💖💖

  • @lavitadeka9624
    @lavitadeka9624 2 года назад +6

    Munukon💓💓🔥🔥

  • @lohitsaikia8282
    @lohitsaikia8282 2 года назад +7

    Munukana pabo lagisila

  • @finoonlinebankingassam8704
    @finoonlinebankingassam8704 2 года назад +1

    মুকুকনক বেয়া নাপাও বেয়া নাচিছে বুলিও নকওঁ...কিন্তু প্ৰথম খণ্ডৰ মাজৰ পৰা হে মুনুকনে ভাল প্ৰদৰ্শন দেখাইছিল 👍নম্বৰ বোৰত কম বেছি আছিল...বাকী কবলৈ নাই 🙏 জিকিলে সিহঁতে সন্মান পাব গাড়ী পাব কিন্তু আমাৰ নেত খিনি হে যাব 🙏

  • @pranjitankitagogoi
    @pranjitankitagogoi 2 года назад +2

    Moi Sangita bak vabiye asilu 1str pora karn tai hokolu hiki ahise 3years ahise dy bihu ranit..4nmbr Bart tai dy bihu rani khitap ti paise..but munukoneu dhuniya nasise Tumi mn beya nkriba..tumiye agoraki hompurno val nasoni..

  • @hiramanideka6136
    @hiramanideka6136 2 года назад +4

    Munukan hb lagisil bhut vl nase tai aha basar akou ahiba buli bhut akha thakil munukoan

  • @bivaboruah9092
    @bivaboruah9092 2 года назад +1

    সংগীতা সুন্দৰ নাচিলা ভাল লাগিলে দেই।

  • @pubalidandi6362
    @pubalidandi6362 2 года назад +3

    Munukon hobo lagisil😘

  • @jitamonigogoivolg4232
    @jitamonigogoivolg4232 2 года назад +7

    Munukone pab lagisil

  • @pangingsanjib2708
    @pangingsanjib2708 2 года назад +2

    munukon ba pab buli babisilu kinto hongitaba ye pale

  • @riyanlifestyle7238
    @riyanlifestyle7238 2 года назад +7

    Mor mote monokon ba habo lagisil

  • @bobitagayan7629
    @bobitagayan7629 2 года назад +5

    Pabo lgisle kune pale kune munukon dukh nkriba tumi e amr krne dy bihu rani

  • @daschitraranjan31
    @daschitraranjan31 2 года назад +15

    Munukan gogoi...apunr kakht raijr aswirbad ase...apuni ai khitaptutkoi ru bahut upar jugy hoi..Karnatakar para apunrloi maram jasisu

  • @exampreparation1498
    @exampreparation1498 2 года назад +3

    Munukon juigo asil

  • @dikikakoti1407
    @dikikakoti1407 2 года назад +3

    Munukon tumi hob lagisil

  • @champakdas3716
    @champakdas3716 2 года назад +3

    Munukon ba Pabo lagisil.😟❤️

  • @pabitragogoi5403
    @pabitragogoi5403 2 года назад +2

    Jugya jone pale Val lage.songita purana babe diya Jen anubhob hoy

  • @pinkusenchowa9622
    @pinkusenchowa9622 2 года назад +2

    Munukon best asil kintu aji Kali toka main hol j

  • @purbimitu4201
    @purbimitu4201 2 года назад +2

    Pompi bohut val hoise tumar

  • @dulugogoi2305
    @dulugogoi2305 2 года назад +4

    munukon pabo lagisil baki bu nokow

  • @tulumonisaikia5660
    @tulumonisaikia5660 2 года назад +2

    Munukon hob lagisil.

  • @dewaligogoi4092
    @dewaligogoi4092 2 года назад +5

    Munukon pbo lagisil

  • @sudipgaming...
    @sudipgaming... 2 года назад +6

    Munukon ba a ⚡

  • @bobychutia8157
    @bobychutia8157 2 года назад +4

    মুনুকন বা বহুত বহুত ভাল লাগিল ❤❤

  • @priyansidutta8306
    @priyansidutta8306 2 года назад +7

    Sangeeta বা munukan কাকো আমি চিনি নাপাওঁ, আৰম্ভণি ৰ পৰা অনুষ্ঠান চাই থাকি আৰু বিচাৰকসকলৰ মন্তব্য বোৰ শুনি মুনুকনহে শ্ৰেষ্ঠা হ'ব লাগিছিল যেন লাগে, শেষত......

  • @pranjalsaikia8902
    @pranjalsaikia8902 2 года назад +4

    Munukon ba 🥺❤️

  • @utpalentertainm...6808
    @utpalentertainm...6808 2 года назад +3

    Munukan baa ❤️❤️

  • @priyamunu7800
    @priyamunu7800 2 года назад +4

    Munukon ba ❤️❤️

  • @pinkukachariofficial7328
    @pinkukachariofficial7328 2 года назад +5

    সংগীতা উচ্ছাৰণ গোটেই ভুল কেনেকৈ নো পালে , আচৰিত মুনুকন হ'ব লাগিছিল কিন্তু

  • @queenvideos7248
    @queenvideos7248 2 года назад +4

    munukon ba hbo lgisil

  • @priyankaslifeandliving3720
    @priyankaslifeandliving3720 2 года назад +1

    Love from dhemaji to munukon...🥰

  • @rantuborah6248
    @rantuborah6248 2 года назад +4

    munukon r nas sai val lage

  • @p.k...chennal4192
    @p.k...chennal4192 2 года назад +1

    DY বিহু মঞ্চখন এবাৰ গছকিবলৈ বৰ হেঁপাহ আছে।। ❣️❣️

  • @nabajyotiburagohain7342
    @nabajyotiburagohain7342 2 года назад +18

    প্ৰতিবাৰেই কিয় মুনুকন ৰ লগত এনেকুৱা হয় , এইবাৰ dy বিহু ৰাণী , আগতে ৰং বসন্ত উৎসৱ ত ও এনেকুৱা কৰিছে , যোগ্য বোৰক যোগ্য সন্মান দিব লাগে , সংগীতা ৰাভা যোগ্য নোহোৱা নহয় কিন্তু মুনুকন ৰ তুলনাত নাচ গান ভাল নহয় , সকলোৱে কব

    • @munusaikia2710
      @munusaikia2710 2 года назад +2

      Hosa kothatu.

    • @tileswarburagohain2265
      @tileswarburagohain2265 2 года назад +1

      সচাঁ কথা কি কাৰণে মুনুকণক নিদিলে😢

  • @samirkumarchetia5863
    @samirkumarchetia5863 2 года назад +3

    ভাল লাগিল অনুষ্ঠানটি উপভোগ কৰি ।

  • @anamikakalighytjabi5tt636
    @anamikakalighytjabi5tt636 2 года назад +3

    Munu kon a pb lagisil

  • @barshaaaaaaa
    @barshaaaaaaa 2 года назад +9

    Munukon deserved it. Making solile enekua e hoi aru😢😢eku nai. Next year Munukon akou join koriba.

  • @sabita4745
    @sabita4745 2 года назад +3

    Munukon baa pbo lgisil

  • @sarathazarika4867
    @sarathazarika4867 2 года назад +15

    Munukon 👌👌👌👌

  • @Heyitsme102
    @Heyitsme102 2 года назад +3

    But munukon was deserving one

  • @jyotirupasarmahg4710
    @jyotirupasarmahg4710 2 года назад

    Anil Saikia sir bahut val hoi.apunr dore bisarok lage.

  • @balendeka6803
    @balendeka6803 2 года назад +2

    Monukan aki ahabar ahiba akha karilo

  • @rupjyotivlogs7104
    @rupjyotivlogs7104 2 года назад +6

    Munukone pepa bojua jonok kheda khedi nkorile

  • @phukanhajarika929
    @phukanhajarika929 Год назад +1

    Phuka n...hajarika.... Monukan.... Baste.,...bihurti

  • @sabitaboruah4809
    @sabitaboruah4809 2 года назад +6

    Monokon ba

  • @dhuliya_debanga
    @dhuliya_debanga Год назад

    40:39 is where cotton university orchestra pops up. Do give a watch🥺🥺.

  • @monalisagogoi3063
    @monalisagogoi3063 2 года назад +1

    Munukon is best❤️

  • @jatinbhuyan8871
    @jatinbhuyan8871 2 года назад +1

    Munukon baa r nas val lagil

  • @dibyalachan3483
    @dibyalachan3483 2 года назад +2

    Manukan paba lagisil 👍👍👍

  • @jimduwarah8433
    @jimduwarah8433 2 года назад +2

    Munkon ❤❤❤❤

  • @prabitrawithourpigfarm6807
    @prabitrawithourpigfarm6807 2 года назад +28

    ভাল কৈ ককাল নভাগা ছোৱালী জনী বিহুৰাণী হল ।মোৰ মতে সংগীতাই পাব নালাগিছিল???

  • @sunuwalgohain5119
    @sunuwalgohain5119 2 года назад +3

    Munukun🙏