প্ৰশ্ন উত্তৰ শিতান অসম বিহুৱতী-২০২২ || Pub Guwahati bihu Competition || Bihu Question Answer

Поделиться
HTML-код
  • Опубликовано: 18 янв 2025

Комментарии • 154

  • @kangkanbaishya2250
    @kangkanbaishya2250 2 года назад +8

    Bitu dar karne bht ktha e xikiba parisu...akhamor first eaito e RUclips channel jar karane bihu r bohu ktha e jniba prisu.. thanks you bitu da

  • @rupamtamulikaku6271
    @rupamtamulikaku6271 2 года назад +36

    বিহুত কোনো ধৰা বন্ধা ৰাগ- তাল নাই,😂 বিহু পূৰ্ৱতে সাজিয়ে গাইছিল মহাশয়🙏, বাকী অনুপম,বিতুপন দা, ধন্যবাদ 🥰

  • @kankanadeka8951
    @kankanadeka8951 Год назад +3

    10 number nasoni jonir voice tu val lagil 🥳

  • @anilpegu2409
    @anilpegu2409 2 года назад +92

    কৰ্মসুত্ৰে মই গাইনদীৰ দলঙৰ উপৰেদি মাহত বহুবাৰ অহাযোৱা কৰোঁ।ব্ৰক্ষ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন লেখত লবলগীয়া উপনদী।বিদ্যালয়ৰ পাঠ্যপুথিতো উল্লেখ আছে। প্ৰশ্ন যি ধৰণে কৰিছে ,ছোৱালীজনীয়ে কিন্তু ঠিকেই গাইছে।বিচাৰক জনৰ কথাবাৰ্তাত কিন্তু অসমৰ নৈ উপনৈসমুহৰ ক্ষেত্ৰত জ্ঞান সীমিত যেন লাগিছে। কোনোবা ডাঙৰ লেখকে গাইনদীৰ নাম উল্লেখ নকৰিলে বুলি বিহুনামত ঠাই পাব নালাগে নেকি? (বৰ্তমানৰ 'অতীত'টো অতীতত 'বৰ্তমান 'আছিল আৰু এতিয়াৰ 'বৰ্তমান'টো এদিন অতীত হব।)

    • @rahula2z495
      @rahula2z495 2 года назад +4

      Right

    • @minumaibasumatary8036
      @minumaibasumatary8036 2 года назад

      ৃৃ

    • @biki_bor_neel_official938
      @biki_bor_neel_official938 2 года назад +6

      সাদৰে সমৰ্থন কৰিছোঁ আপোনাৰ কথাষাৰ গাইনদী খনৰ লগত সংগতি ৰাখি গাইছে ভাল গাইছে, বিহুত লিখিত আৰু অলিখিত কথা নাই

    • @babluborah6428
      @babluborah6428 2 года назад +1

      Gagt disa ...

    • @dhaijyeray77
      @dhaijyeray77 Год назад

      O78p

  • @Digantadutta123
    @Digantadutta123 2 года назад +15

    *Munukon sister 😍Pahari sister*

  • @AnimaDevi-m6x
    @AnimaDevi-m6x 11 месяцев назад +2

    Moja ❤❤

  • @munmihazarika779
    @munmihazarika779 2 года назад +4

    অনুষ্ঠান খুব ধুনীয়া হৈছে। তোমালোক আটায়ে বাবে শুভেচ্ছা থাকিল।

  • @dilipdas9924
    @dilipdas9924 2 года назад +3

    মজা লাগিছে দাদা

  • @purnimakhanikar7918
    @purnimakhanikar7918 2 года назад +12

    পুৰণি দিনৰ চহা নিৰক্ষৰ লোকৰ বুকুভৰা আৱেগবোৰ সহজ সৰল ভাষাৰে ছন্দোবদ্ধ ৰূপত প্ৰকাশ পাইছিল। যাক আমি বৰ্তমান লোকসাহিত্য বুলি কওঁ ।লোক সাহিত্যৰ এক প্ৰধান শাখা লোকগীতৰে অন্তৰ্গত বিহু নামবোৰো অনাক্ষৰী লোকৰে সৃষ্টি... ইয়াক লিখিত ৰূপত পোৱা নগৈছিল, মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছিল ।সেয়ে আমি এতিয়াও বিহগীত সাজিও গাব পাৰোঁ... যদিহে অৰ্থপূৰ্ণ হয়
    গতিকে মই ভাবো যদি বৰ্ণনা কৰা কথাবোৰ শুদ্ধ হ'লে সাজি গালেও আপত্তি নাই ।

  • @sailyatalukdar9813
    @sailyatalukdar9813 Год назад +2

    ভাল লাগিল। বহুত কথা শিকিব পাৰিলো

  • @bornalihandique4859
    @bornalihandique4859 2 года назад +14

    শ্ৰদ্ধাৰ বিচাৰক মহোদয়, নাচনীসকলৰ লগতে আমিও জানিব বিচাৰোঁ যে ম'হৰ পোৱালিৰ দাঁত কেইটা থাকে।যিহেতুকে বিহুনামত গোৱা হয়,"ছদঁতীয়া গেঁঞা ম'হ ঢকিয়াই মাৰিলোঁ তাৰ শিঙে সাজিলোঁ পেঁপা"।যদি গেঁঞা ম'হ মানে পোৱালি ম'হেই হয়,তেন্তে এই গেঁঞা ম'হৰ বিহুৰ ক্ষেত্ৰত থকা অৱদানৰ বিষয়ে কিয় বুজায় দিয়া ন'হল?

  • @rinkumonidas7656
    @rinkumonidas7656 2 года назад +17

    প্ৰশ্ন সোধাৰ নামত এওলোকে নাচনীক নাৰ্ভাচহে কৰা দেখা গ'ল | বিচাৰক দুগৰাকীমানৰ যে বিহুনাম কেইফাকিমান মুখস্থ আছে বুজিলোঁ বাৰু | নাচনীসকল অধ্যয়নশীল হোৱা |

    • @lalitabora912
      @lalitabora912 9 месяцев назад +1

      Aama Bihu Bohut Dhuniya if MiliJuli :Noiloi HAalile Nodali Bholuka Pothroloi Halile Kako Bookure Kamiharh Hol Dali Dali Kaloi Chinta Kori Thako AiChrnimai Bhat Randhiba Dubar Chah Koriba Charibar

  • @nijarabharali9046
    @nijarabharali9046 2 года назад +61

    বিচাৰক সকলে জোখতকৈ বেছি জনা দেখোৱা কথাটো ভাল লগা নায় । গাড়ীৰ হৰ্ণটোক পেপা বুলি কোৱা কথাটো কিবা হজম নোহোৱা যেন লাগিছে আৰু গায় নদীৰ ওপৰত গোৱা যোজনাটো বিচাৰক মহোদয়ে আগতে শুনা নায় বাবেই ভোল বুলি কোৱা কথাটোৱে তেখেতে নিজকে সব্যসাচি বুলি ভবিছে যেন লাগিছে ।

  • @rrbblogsandtechknowledge1060
    @rrbblogsandtechknowledge1060 2 года назад +10

    বিহু নাম আগতে কোনে ৰচি ছিল??

  • @ujjalgogoi9207
    @ujjalgogoi9207 2 года назад +4

    হৰ্ণ হৰ্ণে ই কোনো পেঁপা হব নোৱাৰে ইয়াত কোনো পেঁপা চেও বজাব নোৱাৰে.....🙏🙏

  • @PorishmaGogoi-sv8rc
    @PorishmaGogoi-sv8rc Год назад +3

    Moja 🥰🥰🥰🥰🥰🥰

  • @JINTU_1113
    @JINTU_1113 Год назад +4

    বিচাৰক দুজন আলপো ভাল নালাগিল , কোনে বিচাৰক বনালে ইহঁতক

  • @nobomiphukon4695
    @nobomiphukon4695 2 года назад +3

    Hundor

  • @runimasaikia5904
    @runimasaikia5904 2 года назад +4

    Sai amoni lagise pai

  • @nirolagohai6136
    @nirolagohai6136 2 года назад +6

    দক্ষিণ পাৰ নদী নাম
    দিখৌ এ ৰা হুতি এৰিব পাৰো মই,
    ধনশিৰি ক এৰিব পাৰো,
    বিহুৰে তলিলৈ নাহি মই নোৱাৰোঁ ঐ
    নাখাইও থাকিব পাৰোঁ।

  • @Aranyak1423
    @Aranyak1423 9 месяцев назад +2

    গাইনদীৰ উপৰেদি অহা যোৱা কৰি কৰি ভাগৰ লাগিল! বিচাৰক মহোদয় ধেমাজিৰ ফালে এপাক মাৰিব

  • @bonditaneog9719
    @bonditaneog9719 2 года назад +10

    তাই ধেমাজি জিলাৰ ফালে গায় নদী আছে কৈছে সেইটো আকৌ কী কথা।। আপোনালোকে আগত শুনা নাই সেইটো তাই ভুল কত।। তাইক নদী নাম লৈ গান গাব কৈছে আৰু তাই গাইছে।।। শুদ্ধ উত্তৰ

  • @nishitaborah1222
    @nishitaborah1222 2 года назад +5

    সুন্দৰ পদক্ষেপ, আপোনালোকৰ চেনেল লৈ অশেষ ধন্যবাদ। আগুৱাই যাওঁক🤝

  • @jalikalita57
    @jalikalita57 2 года назад +3

    Val Lagil saii

  • @runimasaikia5904
    @runimasaikia5904 2 года назад +1

    Juagoi jua

  • @Vastutips-r3e
    @Vastutips-r3e 9 месяцев назад

    Alp besi hoise😊

  • @deepsikhagogoi6387
    @deepsikhagogoi6387 2 года назад +1

    শ্ৰদ্ধাৰ বিচাৰক মন্ডলীৰ শুদ্ধ বিচাৰৰ বাবে মই অনুষ্ঠানটো RUclips te চাই আপ্লুত হলো। মই কোনো প্ৰতিযোগী নহও কিন্তু এগৰাকী মঞ্চ বিহুৰ দৰ্শক । পৰাপক্ষত প্ৰতিখন মঞ্চতে উপস্থিত থাকো। আজি হে এনেবোৰ ভূল বোৰ পালো।

  • @kangkan28
    @kangkan28 2 года назад +28

    বিচাৰক সকলক দেখুৱাৰ বাবে
    ধন্যবাদ💙❤
    অনুপম বিতুপন 👍👍

  • @patitpawangogoi842
    @patitpawangogoi842 2 года назад +3

    Val lagil sai

  • @narensaikia9532
    @narensaikia9532 2 года назад +2

    মুনুকন বা🥰🥰🥰

  • @mums6258
    @mums6258 2 года назад +1

    June jane hi he hudhorabo pare, so khub bhaal lagise. 👏👏👏👏

  • @bondanahazarika1041
    @bondanahazarika1041 2 года назад +2

    সুন্দৰ 👌👌

  • @rinkumonidas7656
    @rinkumonidas7656 2 года назад +16

    গাইনদীৰ নাম বিচাৰকে শুনাই নাই নি

  • @honesttripmate
    @honesttripmate 2 года назад +5

    Anupam Bitupan daa r RUclips channel tu sale asom r tholuwa sanskriti r information r karone ekdom pakka channel 👍👍👍👍👍

  • @koushiknarayansarma3976
    @koushiknarayansarma3976 2 года назад +38

    উত্তৰ পাৰৰ নদী এখনেৰে গাব দিছে, গাই নদী গাইছে। ঠিকেই আছে, ফকটিয়া বিচাৰকে "এইটো নদীৰ কথা কিয় নকলা ?" "সেইটো নদীৰ কথা কিয় নকলা ?" কাম নাই আৰু।

    • @chandragogoi9191
      @chandragogoi9191 2 года назад +2

      Nice reply judge bilak bihur namot kolonko

    • @upk9818
      @upk9818 2 года назад

      গাই নদী বুলি গোৱাৰ পিছত , ভুল বুলি ও কোৱা নাই বিচাৰকে । সীমিত জ্ঞান ৰখাতকৈ মই ভাবো অজ্ঞাত হোৱাই ভাল , বিচাৰকে বিহুৱতী গৰাকীক জ্ঞানৰ পৰিসৰটো হে বঢ়াবলৈ কৈছে । আপুনি বিচাৰক জনক( ফকটিয়া )বুলি সম্বোধন কৰি নিজৰ পৰিচয় সুন্দৰকৈ দাঙি ধৰিলে । (A little knowledge is very dangerous ) এই ইংৰাজী ফকৰা যোজনা টি হয়টো ৰাইজে এই comment টোৰ জৰিয়তে সহজে বুজি উঠিব ।

    • @ashokboruahjaan6001
      @ashokboruahjaan6001 2 года назад

      Nodi buli koise gaise tat ako ulta pulta boki ase bisarok bule hei bur fotuwa sob

  • @runimasaikia5904
    @runimasaikia5904 2 года назад +1

    Atiahe hoise

  • @ahankkofficial6898
    @ahankkofficial6898 2 года назад +5

    Fast view

  • @crazygamer4661
    @crazygamer4661 2 года назад

    হব আৰু😊😊😊😊😊 এইকিজনীয়ে ফালিব গমপালো আৰু😊😊😊😊😊

  • @Bhadoi12
    @Bhadoi12 2 года назад +2

    উত্তৰ পাৰৰ উপনৈ ৷ নদী আমাৰ এখন ৷

    • @simantakonwar8855
      @simantakonwar8855 2 года назад +1

      প্ৰকৃতাৰ্থত সচাঁই হয়।

  • @lordsofdevil4628
    @lordsofdevil4628 2 года назад +3

    Akabarai fatwa jurj

  • @putulborgohain8856
    @putulborgohain8856 2 года назад +1

    Vl hoise

  • @Anuragbora
    @Anuragbora 2 года назад +4

    পাহাৰীৰ যদি যোজনাটো ভুলেই হৈছিল তেনেহ'লে তাই অসম বিহুৱতী পালে কেনেকৈ।ক'ব লাগে

  • @axomiyadipankar1748
    @axomiyadipankar1748 2 года назад +5

    Sacand view

  • @ManjuDevi-mv4wg
    @ManjuDevi-mv4wg 2 года назад +3

    বৰ নদী ব্ৰহ্মপুত্ৰৰ উপ নদী

  • @crazygamer4661
    @crazygamer4661 2 года назад +7

    মাতটো ভাল হোৱা নাই🙁😔🙁 কোনো বাই মৰিয়ালেহে তেনেকৈ মাত ওলাই।

    • @crazyangelesassam9945
      @crazyangelesassam9945 2 года назад

      Moi apunar keibata u comments pohisu.... But eta kotha teuluke najane buli apuni teulukok homalusona koribo nalage nhoi..... Hikai diyok comments section tu r val k use korok .... Inei nosto korise comment section tu.... Aru jodi karubak encourage koribo nuware tente discourage u koribo nlge..... Aru eta kotha hoitu tai nojona kotha apuni nojona k u thkibo u pare ... Thank you 😊

  • @dcgaming2839
    @dcgaming2839 2 года назад +4

    Hosakoi val loga .

  • @ramendeka7634
    @ramendeka7634 9 месяцев назад +1

    Bisarkr bisar lekhtlblgiya

  • @crazygamer4661
    @crazygamer4661 2 года назад +2

    তাই গাইনদীখনহে দেখিছে তাতে গাইগৰু এজনী সিহঁতৰ উটি গৈছিলে ছাগে ধন্যবাদ🙂🙂🙂🙂🙂

  • @crazygamer4661
    @crazygamer4661 2 года назад +7

    এই জনীয়েও অসমীয়া ভাষা নাজানে কৈছে অলপ সময় ৰ আগতে (নৈলৈ হালিলে ন দালি ভলুকা পথাৰলৈ হালিলে কাক) কবলাগে কা+ক+অ ;;কৰ পিচত অটো উচছাৰণ কৰিব লাগিব আৰু শেষত কালৈ চিন্তা কৰি থাকৰ পিছত ছোৱালীজনীয়ে অ উচছাৰণ কৰা নাই অসমীয়া। ভাষা নাজানে মবাইল চাবহে জানে হব আৰু😊😊😊😊😊😊

  • @nabajitkakoti128
    @nabajitkakoti128 2 года назад +3

    3rd view ers

  • @chandragogoi9191
    @chandragogoi9191 2 года назад +4

    Judge should always maintain the time... Aru tak ghori lage.. Judge or namot kolong ko.

  • @kaushikkachari5633
    @kaushikkachari5633 Год назад +2

    😅😅

  • @trinayanvlogs3128
    @trinayanvlogs3128 2 года назад +2

    A juadge should know what is Bihu

  • @runimasaikia5904
    @runimasaikia5904 2 года назад +1

    Huniboloi huola hobo lagibo

  • @bitumonihazarika1333
    @bitumonihazarika1333 2 года назад +4

    Pahari a jujona vul gai palaiu sanmari pai gol wah😂😂😂😂😂

  • @runimasaikia5904
    @runimasaikia5904 2 года назад +1

    Dorika desange Pani bahi gole dekhow arahuti hol

  • @bhabanigogoi3278
    @bhabanigogoi3278 2 года назад +2

    Nice

  • @mintu8393
    @mintu8393 2 года назад +10

    Judgement hoise ne APSC mains r exam hoise dhoriboi pora nai...

  • @runimasaikia5904
    @runimasaikia5904 2 года назад +1

    Kobo paribo lage lai lofa dhekia adi Kobo paribo lage

  • @DipankarBuragohain-ef2tm
    @DipankarBuragohain-ef2tm 9 месяцев назад +1

    Dhemaji side e buli kole Arunachal buli koi buli aajihe janilu ...lol

  • @susmitaborah.
    @susmitaborah. 2 года назад +3

    Hoja jujona mna 🙄 jujona houk gan houk kunubai nohoi kunubai 2 haja ai hai2 ki vul ni.

  • @kirongogoi2562
    @kirongogoi2562 2 года назад +2

    ❤️❤️❤️❤️❤️

  • @shashangkaborah6388
    @shashangkaborah6388 2 года назад +4

    Axom bihuoti loi nami oha jujona tu vul tothapiu axom bihuoti kenekoi pale First puroskar..?

  • @rrbblogsandtechknowledge1060
    @rrbblogsandtechknowledge1060 2 года назад +6

    পুৰণি দিনৰ নদীৰ নাম পাহৰিলে চাগে, আগতে শুনা নাম গালেহে শুদ্ধ হয় নি??

  • @crazygamer4661
    @crazygamer4661 2 года назад +1

    নাই হোৱা

  • @trinayanvlogs3128
    @trinayanvlogs3128 2 года назад +1

    A juadge should know what are the historical name of river of Assam

  • @achyutdas6205
    @achyutdas6205 2 года назад +3

    Khumnath Bora tohoti guwa gan bur gan ami guwa bur khaji guwa gan ....moi jadi gan ATA khaji gai khei² gan nhy Mane ....

    • @daulatphukan3636
      @daulatphukan3636 2 года назад +1

      গেঞা ম'হ নহয় হ'ব লাগে গেৰা (গৰ ওপৰত চন্দ্ৰ বিন্দু লাগে,চিন টো লিখিব পৰা নাই) ম'হ (genra)। প্ৰাই ৫ বছৰ মান বয়সলৈকে মতা ম'হ পোৱালিক Genra ম'হ বুলি কোৱা হয়।

    • @daulatphukan3636
      @daulatphukan3636 2 года назад

      Genra ম'হৰ শিঙৰ পৰা বনোৱা পেঁপাৰ মাত শুৱলা হয় । নাচনী গৰাকীয়ে ঠিকেই উত্তৰ দিছিল। কিন্তু বিচাৰক ডাঙৰীয়াই ম'হৰ পোৱালিটোক গেঞা ??? ম'হ বোলে বুলি কোৱাতো শুদ্ধ হোৱা নাই।

    • @daulatphukan3636
      @daulatphukan3636 2 года назад +3

      বিহুত বজোৱা ৫বিধ বাদ্যৰ নাম সুধিলে উত্তৰটো হ'ব-- ঢোল, পেঁপা,টকা, গগনা আৰু বাঁহী। বিহু ঢোল , পাতি ঢোল,জয়ঢোল , ম'হৰ শিঙৰ পেঁপা,মেঠুনশিঙৰ পেঁপা, বাঁহৰ পেঁপা ইত্যাদি কোৱাৰ কোনো প্ৰয়োজন নিশ্চয় নাই।

  • @parthaborah2984
    @parthaborah2984 Год назад +2

    বিচাৰকসকলৰ মন্তব্যক লৈ সুখী নহয়.....ইমান গাই বাই কি ৰিজাল্ট দিলে দেখি আৰু😂😂😂

  • @achyutdas6205
    @achyutdas6205 2 года назад +3

    Tohoti guwa bure gan aro ami guwa bur ki ..

  • @jurigogoi7438
    @jurigogoi7438 2 года назад +2

    Bihur prosnobur xuni,Bihu gusi bih jenhe loga xoise.kunu madokota nai

  • @jupitorabora4475
    @jupitorabora4475 9 месяцев назад +1

    Kunuba ejon judge kiyo eman irritating hoi ase.. Sound tu bohai diyana amuk tu kori diyana tamuk tu kori diyana

  • @crazygamer4661
    @crazygamer4661 2 года назад +3

    নহব এইগৰাকীৰো ঠৰঙা লাগিলে তামোলৰ ঢকোৱাতে চেনাই সোমাই থাকে তাই আক মৰমটো হে চিনি পায়।

  • @jurigogoi7438
    @jurigogoi7438 2 года назад +1

    Prosno hitane xosakoie bihuoti xokolor mukhor xaxi karhi nile dei 😀

  • @jayantaborah8115
    @jayantaborah8115 2 года назад +2

    বিচাৰকে নাচনীৰ হাহিহে কাহিলে

  • @junbora2983
    @junbora2983 2 года назад +2

    Ata okol vul dhorate ase..vl nlge enekua korile..

  • @runimasaikia5904
    @runimasaikia5904 2 года назад +1

    Pub gwahati honmilon nohoijanu

  • @vedant2136
    @vedant2136 Год назад +1

    Gai noi raije sini nupuwa tu dukhor kotha...

  • @juntigogoi253
    @juntigogoi253 2 года назад +2

    Judgement keijon nijoke over Smart dekhab goise Jean lagise------nijor kimn Gyan ase bihu uport????Judgement kejonor?????

  • @mrinaldowarahcreation4114
    @mrinaldowarahcreation4114 2 года назад +3

    Oversmart judgement 🤣🤣🤣

    • @suraz7207
      @suraz7207 2 года назад

      dhunia dhunia nasoni dekha pai gaa uthi e jai ru Judge sahab r 😀😘

  • @runimasaikia5904
    @runimasaikia5904 2 года назад +1

    Komend nokoru aru hahi uthise

  • @crazygamer4661
    @crazygamer4661 2 года назад +3

    তাই খুটুৰা শাকহে খায়ছাগে

  • @lordsofdevil4628
    @lordsofdevil4628 2 года назад

    Jur kaijan baci karesa

  • @runimasaikia5904
    @runimasaikia5904 2 года назад +2

    Aituu khele mele

  • @rituponboruah6928
    @rituponboruah6928 2 года назад +2

    Bisarok kitai besi jona dekhuyase

  • @junbora2983
    @junbora2983 2 года назад +2

    Question answer Diya pxt u vul dhoribole era nai...

  • @dipankarburagohain8219
    @dipankarburagohain8219 2 года назад +2

    Suwalijoniye GAI nodik loi gaise taat ako bisarokor iman kotha kio ??? Nodi ekhonot naam loi galei hol ..bisaroke bisora nodi khonor naam loi ye j gabo lagibo kotha ase neki

  • @dipankarburagohain8219
    @dipankarburagohain8219 2 года назад +1

    Gari horn tuk pepa buli kouwatuk bihut logot relation ase neki ..murtuyei gorom hoi goise kothabur huni

  • @sabbhage3350
    @sabbhage3350 2 года назад +3

    Bota bitoroni video dibo

  • @pompigogoi5404
    @pompigogoi5404 2 года назад

    Anusthantu sai val lagil but bisarok keijone olop besi confused Kore nasonik, besi kori dele vl nalage....

    • @rupamtamulikaku6271
      @rupamtamulikaku6271 2 года назад

      নিজেই সাজি সাজি গাইছে 😂😂😂😂বিচাৰক rip 😂🙏

  • @RajuBora-od5vb
    @RajuBora-od5vb 7 месяцев назад

    Besi Kori atu

  • @ankurkalita3038
    @ankurkalita3038 2 года назад

    Judge keigorakir naam kouksun , egoraki toh Madhurima Mam sini paisu

  • @Oldmonk307
    @Oldmonk307 2 года назад

    🤣🤣kopou aaa binale

  • @lordsofdevil4628
    @lordsofdevil4628 2 года назад +1

    Jurja kaijana eman baci karesa amar nasani confus

  • @utvassam5332
    @utvassam5332 2 года назад +1

    Ai kitai anei khodisei

  • @pranabkrray1767
    @pranabkrray1767 2 года назад +1

    Aamar Akhomor bisharok hokolor ajonoro gothonmulok kotha koya moi dekha nai.kebol bhulor oporot bhul hay dhori thakey.majulir jito gai nodir kotha koley heitoo kot bhul dekha pale moi najanoo.

  • @nayanmoni5012
    @nayanmoni5012 2 года назад +1

    Tita kerela, koldil, bilahi,lai , lofa

    • @ghanajyotisaikia8143
      @ghanajyotisaikia8143 2 года назад

      শাক কেইবিধ শুদ্ধ হৈছে আপোনাৰ
      লাই, লফা, তিতা কেৰেলা,বিলাহী , কল্ডিল
      ❣️❣️❣️👌👌👌👌👌👌

  • @dipankarburagohain8219
    @dipankarburagohain8219 2 года назад +1

    Besi kore bisaroke ...fotua oversmart keita ...hutuli jodi badyo nhoi then bojabo dibo nalage bihut ..useless bisar ..Barsha buragohain best ....

  • @miss______pahi3235
    @miss______pahi3235 Год назад +1

    বিচাৰক মহোদয় over জ্ঞানী দেখাইছে

  • @runimasaikia5904
    @runimasaikia5904 2 года назад

    Hompurno vul

  • @achyutdas6205
    @achyutdas6205 2 года назад

    Sob ustat