Bohut wait kori asu bidurbhai websirise khnon saute vabisilu aikhon cinema huwa hole bt atiya hol so bht excited hoi asu sabo bht morom bidurbhai tim aru SUV lv frm jorhat ❤️
Two impactful creations from two districts of Assam that have changed the Assamese Film Industry forever. Junbai from Sivasagar by Manas Robin Da, Bidurvai from Golaghat by SUV Da. These creations were very well able to connect to the local folk of Assam and the average Assamese audience. Stories from the villages of Assam. Also two iconic slangs 'Damful' and 'Bidurvai'.
Da da baido hokol... Ako next bidurbhai sabo pam buli akha thakil... Bohut hundor hoise cinema khon... 😍😍😍... Sale sai thakibo mon jai. Hepa npolai🙏🙏🙏🙏
Thanks to Bartalaap for promoting a Blockbuster Assamese Movie BIDURBHAI......Hope for the best ...... Looking for an all time hit Assamese Mega Movie...
বিদুৰভাই টীমটো বহুত শক্তিশালী।
এইটোৱে তেওঁলোকৰ শক্তি।
শুভেচ্ছা সদায় থাকিব।
বিদুৰভাই জুই
এ বৰপাত্ৰ দা জুই 🔥
গোলাঘাটীয়ান Warriors......
❤ Team BIDURBHAI 🎉
এখন চিনেমাত ইমানবোৰ উপাদান থাকিব পাৰে বুলি বিদুৰভাই চালেহে গম পায়।বহুত মৰম আৰু শুভেচ্ছা টিমটোলৈ।অনুৰাধাত ভালেকেইজনক লগো পালোঁ খুব ভাল লাগিল।
বাস্তৱ সমসাময়িক ছবি বিদূৰভাই,বহুত ভাল লাগিল ।আৰু আটাইতকৈ ভাল লগা সংলাপটো হৈছে:-"মহাভাৰত"ৰ বিদূৰৰ কথা জান?
শ্ৰীকৃষ্ণই দিয়া আটাইতকৈ শক্তিশালী ধনুখন থকা সত্বেও পাণ্ডৱৰ হৈও যুঁজিব নোৱাৰিলে,পৰিস্থিতিয়ে নকলে আৰু কৌৰৱৰ হৈও যুঁজিব নোৱাৰিলে, বিবেকে নকলে।একেদৰে আমিও সেই বিদূৰৰ দৰেই,ভাল মানুহ হব নোৱাৰিলো পৰিস্থিতিয়ে নকলে,বেয়াও হব নোৱাৰিলোঁ,কাৰণ বিবেকে নকলে ।
"বিদূৰভাই"ৰ দৰে এখন ছবিত যে এনেকুৱা এক সংলাপ।উফ,,,,Love you all Bidurbhai Team❤❤
প্ৰথম বাৰৰ বাবে তেনেকুৱা এটা সংলাপ শুনিবলৈ পালো, জোঁকাৰি গ'ল
আৰু আমাৰ হাত ত থকা অস্ত্ৰ পাত Vote "
❤
মহাভাৰতত এজন বিদুৰ আছিল ।তেওৰ হাতত শ্ৰীকৃষ্ণৰ পৰা পোৱা এপাত মহান অস্ত আছিল হলেও তেও কুৰুক্ষেত্ৰ ৰণত ভাগ লব পৰা নাছিল কাৰণ পাণ্ডৱৰ পক্ষ লৈ যুজিবলৈ তেওক কৌৰবে দিয়া নাছিল আৰু কৌৰবৰ পক্ষ লৈ যুজিবলৈ তেওক বিবেক কোৱা নাছিল। ঠিক একেদৰে আমিও বৰ্তমান সময়তো আমাৰ হাতত থকা "ভোট" নামৰ মহান অস্তডাল থাকিও আমি ন্যায়ৰ পক্ষতো নাযাও বা নাথাকো আৰু অন্যায়ৰ বিৰোধিতাও নকৰো , অন্যায়ৰ বিৰুদ্বে মাতো নামাতো চকু মুদা কুলি আমি সেইবাবে আমি বিদুৰভাই 😊
পংকজ মহন্তৰ মাতটো ইমান ধুনীয়া.... এবাৰ শুনিলে শুনি থাকিব মন যায়। নিতু দাক খুব ভাল লাগে। Suv and teamলৈ বহুত বহুত শুভেচ্ছা থাকিল।
এবাৰ চাই হেঁপাহ পেলোৱা নাই 'বিদূৰ ভাই'....অপূৰ্ব সুন্দৰ হৈছে।
হিয়াভৰা মৰম বৰপেটাৰ পৰা❤❤❤❤❤❤
বিদুৰভাই চাবলৈ আগ্ৰহী হৈ আছো ৷সুব্ৰতৰ বিষয়বস্তু বোৰ সুকীয়া গাওঁত সচৰাচৰ হৈ থকা ঘটনাবোৰকে কাহিনী আকাৰে দেখুৱাই সেইবাবে ভাল লাগে ৷আটাইকে শুভকামনা জনালো৷👍
Radha Krishna
আমাৰ গোলাঘাটৰ বিদুৰ্ভাই সকলে like কৰা।❤
Achurjya ghr r usort mur ghr❤❤❤
দীক্ষু দাৰ বৌ জনি বৰ ৰসাল দেই বৌ বাবে এটা like কৰি দিয়ক
Golaghotiya বুলি কৈ কিবা এটা ভাল লাগিছে ❤ Suv team জুই জয় Golaghotiya জয় বিদুৰভাই ❤
বিদুৰভাই আগতে 6ভাগ চালো বহুত ভাল লাগিল আৰু চাও চাও লাগিছিল ইমানেই ভাল অভিনয় সকলোৱে চিনেমা চামেই
চক্ৰ দা এবাৰো skip নকৰাকৈ চাইছোঁ বিদুৰভাই টিম তোক শুভেচ্ছা জ্ঞাপন কৰিলো,,,,
Love from Sarupathar❤️❤️❤️❤️
বিদুৰভাই বাবে ৰৈ আছো ❤ অসমত জুই ❤লগাব বিদুৰভাইয়ে 💓💓💓 বিদুৰভাই পডকাচ ৰ নঠিফিকেচন পাইয়ে আহিছো ❤
বহুত ভাল লাগিল চাই। মই আৰু এটা কথা মন কৰিলো আমাৰ বাইলুং বাইদেউৱে কিন্ত আনৰ আঙুলি ফুটাই ভাল পায়😂😂শুভেচ্ছা থাকিল বহুত ❤❤❤
পংকজ মহন্ত -- মোৰ খুব ভাল লাগিল। গোটেই টিমটোৰ ভিতৰত।
বিদুৰভাইয়ে জুই লগাব অসমত... গোলাঘাট ❤
গোলাঘটীয়া এক আবেগ❤
Akdm🎉
Mm hoi diyok ❤️
from golaghat
Golaghat r Gita a sale hol
Golaghat hisape gourob koru❤ek abeg
গোলাঘটীয়াসকলে অসমৰ ৰাইজলৈ ইমান ভালকৈ সমাজিক বাস্তবসন্মত কাহিণীক চিনেমাৰ ৰূপ দিলে । বহুত ভাল লাগিল ।মইও গোলাঘটিয়া আৰু মই দেশ সূৰক্ষাৰ সেতুকে কাশ্মীৰত নিয়োজিত । অসমৰ এনে ভাল লগা চিনেমাখন চুটিত ঘৰলে গৈ চবিঘৰত চামেই চাম । আগৃৱাই যাওক অসমৰ চিনেমা জগত 🎉। জয় আই অসম ।
Superb movie....with superb Bidur bhai Team....aji loike Bidur bhai dare cinema sai pua nasilu... Bohut bhal lagile 💖💖💖🔥🔥🔥👍
Golaghatr kun kun asa like kora❤
বিদুৰভাই পৰিয়ালৰ লৈ মৰম আৰু আশীৰ্বাদ যাচিলো❤🙏
প্ৰথমবাৰলৈ এনেকোৱা এটা কথোপকথন চালো ভাল লাগিল ❤🔥 কটা কটি নাই প্ৰথম পৰা শেষলৈকে চাই থাকিলো 😍😍
SUV being the Rohit Shetty of Assamese film Industry ❤🔥.... Beauty
বি উপসৰ্গ দুৰ শব্দ=বিদুৰ, দুৰৰ নহয় মৰমৰ ভাই। শুভেচ্ছা জনালোঁ
প্ৰথমবাৰৰ বাবে ইমান দীঘল podcast চাইছোঁ, একমাত্ৰ suv team ৰ মানুহ খিনক ভাল লাগে বাবেই ❤❤❤❤
Golaghator hisape bohhut gourob koru❤❤ kun kun golaghator like kora
Moi nohoi
Moi golaghatar
ভাল লাগিল বিদুৰ ভাই টীমৰ সৈতে বাৰ্তালাপ। চাবলৈ উৎসুক হৈ আছো।
খুব আগ্ৰহী হৈ আছোঁ পৰহি এই টিকট কাটি থৈছোঁ.... কেতিয়া চাব পাওঁ তেনেকুৱা লাগি আছে। শুভেচ্ছা জনাইছো সকলোকে 🎉🎉
BIDURBHAI r PORIAAL k morom aru dhonyobad jonaisu.. Chakrapani tumer BARTALAAP sai khub bhal lage... BARTALAAP r dirghayu kamona korisu 🙏
আজি চালো.... বহুত বহুত ভাল লাগিলে... সকলো real... একদম মজা...
বিদূৰ ভাই বহুত ভাল হৈছে। ছুপাৰ হিট। চাই বৰ ভাল লাগিল।
বিদুৰ ভাই মজা❤❤
চালো দেই বিদুৰ ভাই ।বৰ ভাল লাগিল। পৰিচালনা,photo graphy ,editing, music সকলো চাবলগীয়া ।অসমীয়া চিনেমা last ৰঘুপতি চাইছিলো ।আকৌ এইখন চালো ।বাহিৰৰ পৰা আমদানি কৰা সস্তীয়া বস্তু বোৰ আনি চিনেমা বনোৱাতকৈ অসমীয়া পটভুমিত ধুনীয়া চিনেমা বনাব পাৰি ।ভাল চিনেমা বনালে সকলো চাব যাব
বহুত ভাল লাগিল। সনযুক্তা পৰাশৰ বাইদেউক মাতিবছোন।
এইখনৰ কাৰণে 4 বছৰৰ পৰা ৰৈ আছো , আৰু ৰব পৰা নাযাব দেই বিদূৰভাই 🎉🎉🎉❤❤❤
ডায়মণ্ড চলিহা, সুন্দৰ অভিনয় সঁচাকৈ
Bohut wait kori asu bidurbhai websirise khnon saute vabisilu aikhon cinema huwa hole bt atiya hol so bht excited hoi asu sabo bht morom bidurbhai tim aru SUV lv frm jorhat ❤️
আমি গোলাঘাটৰ মানুহ চামেই বিদূৰভাই মেইন
Bohut dhuniya dori dori ahok saboli❤️❤️
গোলাঘাটৰ নিবাসী হিচাপে গৌৰৱবোধ কৰিছোঁ
আৰু আগুৱাই যাওঁক সকলো❤
Even “বিদুৰ” মহাভাৰতৰ এটা চৰিত্ৰও আছে ৷❤
Film khnt aitu kua hoise.
@@JobInformationByPuja umm hoii
Aei tu bidurbhai t asei
আৰে গোলাঘাট বুলিলে 🔥🔥🔥🔥
Proud to be ami ....golaghat AR hesapa....tnx for BIDURBHAI...fast day fast tricket loi Sam moi...lgt 5 Jon loi jam
এই...... এই মজাৰ হ'ব দেই
Bidurbhai SuperDuper SuperHit hobo....All the very best to the whole team 👍 eagerly waiting for the 1st day 1st show
Sobe aami Bidurbhaai . . Logot Bitul daak miss korilu. . .
বিদুৰভাই অৰ্থ হ'ল সকলোৱে দূৰৰ ভাই ❤🫶👍🙏
Mur j taman bhaal lagil dei sai..aru bikhek k mur suali Tina 2 bosor boyokhor pora Delhit dangor huwa...ei Axomiya cinema Bidurbhai sai tai sobotk besi bhaal pale..Producer Directorok Salute korise enekuwa talent uliyai anar babe..fantastic Assamese movie bonale dei..gutei teamtuke Dhanyawad jonaisu😊 enekuwa aru natun natun movies jate Raijok upohar di jai..aru moi olopote Golaghat khon phuri ahisilu mur horu bhonti Padumoni Blockor BDO hoi..Cinema khonot gutei Golaghat khon dekhi aru bhaal lagil..
শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোলৈকে -
What a wonderful movie…. Best movie ever
Bohut bohut bohut vall lagile next video show karone akhat asu ❤❤❤hokuluke hubesha thakil bidur bhai🙏🙏🙏
বাৰ্তা লাপত জাতীয় পতাকা দেখা পালোঁ ❤❤❤❤❤
গোলাঘাট বাসী হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ।।।।লগতে আঠ গাওঁৰ বোৱাৰী হিচাপে আৰু ভাল লাগিল।।।।।বহুত ভাল লাগিল,আমি সহজ সৰল মানুহ।।।।বাস্তব জীবনৰ জীয়া ছবি।।।।অভাৱ ই স্বভাৱ নষ্ট কৰে ।।।এই স্বভাৱ নষ্ট কৰা ৰ কাৰণ ডাঙৰ মানুহৰ স্বভাৱ।।।।।।🎉🎉🎉 আগুৱাই যাওঁক 🎉🎉🎉🎉
বিদুৰ ভাই, আপোনাৰলোকক নমষ্কাৰ। বহুত সুন্দৰ ভাল ল
আজিৰ বাৰ্তালাপ ভাল লাগিল ধন্যবাদ আপোনাক
Achurjya Da Moi Apunar Huge / Big / Bigest Friend .....
Love From Morigaon.....Love Your Voice, Style, Lifestyle, Hairstyle....etc
Golaghatr manuh bur rakhal bidurbhai Sai gam paisu aru taloi goiu gam palu...atia mor priy Thay hoise golaghat....akou juwa hubhagya hoi j🙏🙏
Emn dhuniwa koi Golaghat r bihoe kua babe dhynabad, from bokakhat
Moiu golaghat 😊
Ghor goalpara Golaghat r buari hbloi goi asu dei
@@pp-ow2wu hoi neki Ba Advance congratulations ❤❤
Amr Guwahati khon khli upper Assam manuh di boineksuda
মেনেজাৰ sir বৰ ধুনীয়া ❤️❤️❤️
বিদূৰ্ভাই সকল একেলগে,,,আছে,,,হাহক,,,শিঙি মাছৰ জুলে এখাজ খাওক ,,,,,ভালপোৱা
Two impactful creations from two districts of Assam that have changed the Assamese Film Industry forever. Junbai from Sivasagar by Manas Robin Da, Bidurvai from Golaghat by SUV Da. These creations were very well able to connect to the local folk of Assam and the average Assamese audience. Stories from the villages of Assam. Also two iconic slangs 'Damful' and 'Bidurvai'.
ভাল লাগিল..👌 ডাইমণ্ড চলিহা প্ৰথম যদিও মজা কৰিছে।
Bidurvai saboloi exaitet hui asu dada 💚
Bht besi vl lagil video tu sai aru Bidurvai film khn sai❤❤❤
গোলাঘাট 🔥🔥
বিদুৰভাই বাবে এটা like ❤️👍
Bohut bohut val lageca hokoluwa aru aage bahi jaboloi huvacha thakil.
যোৱাকালি চালো..বহুত ভাল লাগিল..
আমাৰ গোলাঘাট❤সকলোকে একেলগে মজা লাগিল😊
Amaar ongko siror jongko pongko lagile😂😂😂love you bidurbhai team.
আমি গোলাঘতিয়া জুই♥️
i love bidurvai... ❤❤❤❤❤
আজি চালোঁ। এখন বাস্তব সত্য কাহিনী। ভাল পালোঁ।
Da da baido hokol... Ako next bidurbhai sabo pam buli akha thakil... Bohut hundor hoise cinema khon... 😍😍😍... Sale sai thakibo mon jai. Hepa npolai🙏🙏🙏🙏
Moja লাগিছে চাই 🎉❤
Yes we're "বিদুৰভাই"
Sachai dhunia lagil flim khan. Outstanding🎉🎉
Golaghat মোৰ সদায়ে প্ৰিয়। মই কামৰূপ গ্ৰম্যৰ হয়। Next part বিছাৰো।। Bidurbhai rock ❤️❤️
moza lagil sai dai
জীৱনত অসমীয়া চিনেমা দুখনেই চাইছো . দুইখনে SUV দা চিনেমা কি মজা বনাইছে ❤❤❤❤ হল ৰ কথা কৈছোঁ মই।
Film khon ekebare super se uper hoise....vaal lagile sai
অপেক্ষা❤
চাবলৈ ৰৈ আছো৷ কিন্ত খেতি কাৰণে চোৱাটো পলম হ’ব৷শুভকামনা জনালোঁ
Bohut besi dhunia hoise Bidurvai❤❤❤❤❤❤SUV❤❤❤
গোটেই teamটোৱেই cool❤
Awsmeeeeeeee awsmeeeeeeeee movie... Assamese movie rocks.. tamam bonaisew tamam.. juakali salu.. aru abar saam NXT week🎉🎉🎉🎉🎉🎉🎉🎉🎉
Tamam jomoni hoise.....douri douri jam bidurbhai saam
Thanks to Bartalaap for promoting a Blockbuster Assamese Movie BIDURBHAI......Hope for the best ...... Looking for an all time hit Assamese Mega Movie...
Bhout bsi vl lgila bidurvai saii bhout kthai bujilu ... Hokolue sbo loga akhn cinema... Editing quality akdm hokolu falor praii vll kandilu hahilu hokolue a krluu buji uthibo mnuh bure a atia kisu ktha jnise cinema khnr pra nd hokolu bur mnuh emn vl ktha botora ... Ata a bsi vl lgise gaoliya manuh khini ji2 mil hey2 bhout bsi vl lgise ... NXT part2 jldi jldi lgeee💕🥰
Bidurbhai To Sudurbhai ❤❤❤❤love from Tinsukia bidurbhai
বিদুৰভাই সুন্দৰ এখন অসমীয়া চিনেমা।
ভাল লাগিল। আপোনাৰ লগতে হাঁহিলো বহুত।চাম নিচ্ছয়।
Best film ever...no more to say
চামেই চাম বিদুৰ ভাই ❤❤
আমি সকলো বিদুৰ্ভাই
গোলাঘাটৰপৰা নহয় শিৱসাগৰৰ পৰাই আপোনালোকলৈ শুভেচ্ছা আৰু মৰম দিলো ❤❤❤❤
Negative role kora Hirak loi ovinondon....bohut bhal Kam korisa ...bohut asa koribo pare oxomiya cinema e tumarpora...keep it up❤️👏👏
mozza hoise dey bidurbhai 1st dinai saluu
গোলাঘাটিয়া ❤❤❤❤❤
বিদুৰভাই মেইন। গোলাঘাটৰ হিচাপে আমি গৌৰৱ কৰো
Oh khaisilu jika bhul kom mangsho besi jhul...wat a lyrics... I m really proud to be an Assamese...SUV dada apunak manisu mane kobo eku bisari powa ni
Moi nalbarir pora koisu dei..