মোৰ জীৱনটো বৰবাদ কৰি দিলে, কেনেকৈ জীয়াই থাকিম নাজানোঁ

Поделиться
HTML-код
  • Опубликовано: 18 сен 2024
  • ▶️চুমিৰ বাহিৰে দেশত আৰু নিউজ নাই নেকি? মই কেনেকৈ জীয়াই থাকিম নাজানোঁ। মোৰ জীৱনটো বৰবাদ কৰি দিলে। মোৰ দৰে আৰু কাৰোৰে জীৱনত নহওঁক। বিশালক সংগীতৰ যোগেদিহে চিনি পাইছিলোঁ, এই ক্ষেত্ৰতে আগবাঢ়ি যাবলৈ কৈছিলোঁ। সুন্দৰী হৈ যদি কাৰোবাক প্ৰৱঞ্চনা কৰিছিলোঁ যদি প্ৰমাণ দিবলৈ আহ্বান চুমি বৰাৰ।

Комментарии • 266