বৰ্খাস্তৰ পাছতে 'প্ৰতিদিন টাইম'ৰ আগত অধিবক্তা বিদ্যুৎ বিকাশ গগৈৰ প্ৰতিক্ৰিয়া....
HTML-код
- Опубликовано: 18 сен 2024
- চুমি বৰাৰ নবৌৱেক জিংকী মিলিৰ জামিন প্রদানক লৈ ন্যায় প্রক্রিয়াত অথন্তৰ। আদালতত চৰকাৰী পক্ষৰ অধিবক্তা বিদ্যুৎ বিকাশ গগৈক বৰ্খাস্ত কৰা হ'ল কিয়? বৰ্খাস্তৰ পাছতে 'প্ৰতিদিন টাইম'ৰ আগত অধিবক্তা বিদ্যুৎ বিকাশ গগৈৰ প্ৰতিক্ৰিয়া।
#PratidinTime #assam #AssamNews #sumiborah
ইমান ফকতিয়া হৈ ,advocate নে?
লোভেই পাপ পাপেই মৃত্যুৰ নেকি?
সুন্দৰ পদক্ষেপ, এনে কোৱা ধৰণৰ পদক্ষেপে অনাগত দিনত প্ৰকৃত অপৰাধী ক টকা থাকিলে ও সহজে বাচি যাব নোৱাৰিব 🙏🙏🙏
গগৈ ডাঙৰীয়া,আপোনালোকৰ নিচিনা টকা ককুৱা মানুহৰ কাৰণে ন্যায়ালয়ৰ উপৰত ৰাইজৰ বৰকা নাইকীয়া হৈ গৈছে।
বিছাৰ ভাল হ ওক
লাজ লগা নাই, তুমিও কিবা ওলটা পুলটা কৰিলা সেই তো বুজাই বুজিলেই
আইনৰ লগত জড়িত থকা সকল ৰসাতলে যোৱাতো আমাৰ ভাৰতবাসীৰ কাৰনে অমংগল জনক ।গতিকে ৰাইজ সজাগ হবৰ হল
মাল টো পোৱা কমাই ললি বোপাই ।
টকাই সকলো মেনেজ হৈ যাব
এটা কথাই জানো বিচাৰ শুদ্ধ হ'ব লাগে
এটা কাম ভেজাল নোহোৱাকৈ কৰিব নোৱাৰে ।টকাৰ খকতে সকলো পাগল হ'ল ।বাতৰিবোৰ এনেই দি থাকিব নালাগে ।কাকো বিশ্বাস নকৰো ।
ওপৰলৈ চাই ক'ব নোৱাৰাকৈ ভুল হৈছে.. আপোনাৰ body language এ টো তেনেকৈয়ে বুজালে
Very good,, thanks Assam govt
তহঁতৰ নিচিনা কেইটাই কলাক বগা আৰু বগাক কলা কৰা।
কথাত পাক লগাই কথা বেলেগ ফালে ঢাল খুৱাই লৈ যাব ? কিমান কৌটি টকাত বা মেনেজ হৈছে সেইটো কত খুলি কব ?
নজনা উকীলক চৰকাৰে কিয় গধুৰ দায়িত্ব দিয়ে
গোটেই জীৱন ওকালতি কৰি যিমান উপাৰ্জন কৰিলেহেতেন, সেইখিনি যদি এদিনতেই পায়, কোনে গোটেই জীৱন কষ্ট কৰি মৰিব
কথা শুনি লাভ নাই পইছা খালে
সুন্দৰ পদক্ষেপ
টকা খালে মহাশয় এ
সকলো নাটক
এক দম ভাল নাটক এখন ৰাইজে দেখি আছে ।
Natok khon dhuniya lagise de
টকা লুভীয়া ৷
টকাৰ লোভত। লাজ লগা নাই উকিল ডাঙৰীয়া।
Ghuskhur Gogoi
টকাৰ খকুৱা।সুন্দৰ পদক্ষেপ।
power of Super CM assam
Moja bohut val korile...Toka luviea abur advocate anekua koribo lge...
very good CM sir
Advocate should be fight against injustice.
টকা কিমান লৈ সনাপুতুকা কৰিলা!!
টকা কেইটামান খালে আৰু।
Government or adalot dadagiri!!!?????
টকাৰ গোলাম ।
Jail hobo lage
Good news
Very good
Moja hundor kam korisa
Ei Toka khaishe...
2000 কোটি কথাটো ইমান দিনে আলোচনা কিন্তু 7000 হাজাৰ কোটি টকা পাহৰি গৈছে
Aijon adin Supreme courtor chief Justice hobo
Lag lagibo lagee sobur manuhor
আপোনাৰ নিছিনা উকিলৰ বাবেই আজি অপৰাধিয়ে টিঘিল-ঘিলাই থাকিব পাৰিছে। টকা পালে অপৰাধিকো - নিৰপৰাধি সজাই দিয়ে।
Court khon nu kune solai ase ukil bilake he court case solved kore hosai howok ba misai howok,,, muthor uporat dukhiye hasti puwatu bisaribo lagibo apunaluk ukil bilake... Jarei nam hoixe judicial court,,,,
FIR khonu pohi lua nai..
Kukure Email Donjon Gogoi Sir I dole of Assaam.North East .But 3 class gogoi you.of Assam.
এইবোৰ প্রকিত অসমীয়া নহই পইছা বাবে অসম বিকিব । পঢ়া শুনা কুৰি advocat নহৈ চাগে
Eijon advocate dekhatei corrupted jen lage.. valke enquiry koribo lage Police e..
Anekua babu khel bisaralayat chali ase,,, satya utghatan nakarile,,,, justice nahaba,,, amak nirapekkhya bisar lage,,,
আপোনাৰ কাম নাই। ইমান ডাঙৰ scam এটাত কেনেকৈ জামিন পালে। আপুনি অপৰাধীৰ ওচৰত আঠু লৈছে
10 DIN CHOOROR 1 DIN SAUDHOR,
Mojja
Himanta k poisa alp dibo diyok sumi bora group r pora 😂
Maal tu bhal pale advocate sir re.
মাখনে মাখন খালে মানে 😮
আপোনাৰ কথাত তেনেহে ইংগিত দেখা পালোঁ ৷
*দেউতা ঈশ্বৰ মাখিয়ে মিঠাই খালেঔ*
Ane koi law k Kune bishakh koribo.aandha kanoon
টকাৰ পাগল এইটো.. নিশ্চিত ভাৱে ই টকা খাইছে.. পিতিব লাগে ইয়াক
Ei manuhjonr gat olop problem ase eijon Bohut salu ase.......
Tumi kom nhy jen lagise
7 core paise na sir ..hoi goise ..atiya sakori golew tenxn nai .....ne ki koi
Khbh npuwa uokil
Makhone ketia kar case thake najane neki ne natok
Ki ukil o,aibur
Raije tok piton dibo
Fixing Laywer...toi jamin diok bli nu kele koisili
Pura khale poisa ei😂😂
আচল দোষী কোন
এতিয়া
Sobe Ghuj kor
Aaru poisa kha
Ehotak public dhulai deba lagay. Ehotar bedhanor dokh. 1 crore toi pai gole.
Burai mal kiman pala oww😮
Sudure vai Advocate.Tare maikek Rap kare Rapare Take Advocate loba lAge.Tak poisa he lage.
Ekho goru marile Baghor'u moron dada.....
Howak nhowa ,aru nhowak howa kori ,budhi di durbol jonok dhongko kori diye ei ukil bore.aru birat luviya..ihote .bohut dekhisu .khokuwa bohut .
Poisa khaise betai
Unfit
Poisa luvia
Luvei poop 😅 poopei biscut 😂advocated jon bihut khonu hoi..
Dalal adhibaktar karane aaji assaamar ai abasta.
JAL😂HOBO🎉LAGE
Aeiro srutolipi neki?
Seito ata srutolipi neki ?
Ki kiba phukan buli naam ase koise nahane neki
Faltu advocate
Ukil Jane Val dare mal lale
অসমীয়াত এখাৰ কথা আছে ওপৰে ৰং ছঙীয়া ভিতৰি সপোণ টকা খোৱা ৷
Luviya suda
লম্পট বিদ্যুৎ বিকাশ গগৈৰে চুমী বৌৱেক জিকিং মিলি পৰা কিমান টকা ঘুচ ললে?
Sob faltu
Himontor drama . 😂😂😂
Shup leura
@@thecreationlyii8636 Thaporot mathar ghee bahir hoi jabo... Haramjade !!! Gu khai thak Trainotu ahi ase dour mar stupid !!! 🤣🤣🤣🥲🥲
Eyak a koy andha kanoon
Muthot a jenekoi hole o sari jabo