বিশাল ফুকন আৰু চুমীৰ বিশাল সম্পত্তিৰ তালিকা কেৱল নিউজ লাইভত

Поделиться
HTML-код
  • Опубликовано: 1 ноя 2024

Комментарии • 836

  • @debahandique8522
    @debahandique8522 Месяц назад +232

    তাৰ্কিক বৰা নামতহে গিৰিয়েক , মজা বেলেগে লৈ আছিল

  • @BiswajitGogoi-eh6hh
    @BiswajitGogoi-eh6hh Месяц назад +22

    মাত্ৰ 22 বছৰ বয়স ইমান খিনি সম্পত্তি ভাই মানিছোঁ তোমাক salute টেলেণ্ট আছে কিন্তু বিশালৰ ।এইটো বয়সত বহুতে বাইক স্পীদত চলাব মদ খাব ঘূৰি ফুৰি থাকোতে যায় কিন্তু 22 বছৰ বয়সত ইমান খিনি কৰাতো কম কথা নহয় যদিওবা সৎ পথত ঘটা নহয় । তোমাৰ টেলেণ্ট তো চাই অনুভৱ কৰিছো সৎ পথত যোৱা হলেও পৰিলা হয় অলপ সময় লাগিল হেতেন । 22 বছৰীয়া এনেকুৱা লৰা আৰু নোলাব অসমত সৎ বা অসৎ পথত ইমান সম্পত্তি মালিক ।

  • @DolyKalita-i9x
    @DolyKalita-i9x Месяц назад +267

    অলপ দিনৰ লৈকে। পিছত সকলো কথা মানুহে পাহৰি যাব

  • @pranjitঅসম
    @pranjitঅসম Месяц назад +113

    এই ঘটনাটো লগত বহু ৰৌ-বৰালী জড়িত থকা যেন অনুভৱ হৈছে!

  • @nivagogoi9859
    @nivagogoi9859 Месяц назад +167

    22 বছৰীয়া যুৱক , মাত্ৰ দুবছৰ মানত ইমান খিনি কৰিছে , অসমৰ আটাইতকৈ বেছি বুধিয়ক লৰা ,মানি গলো ।

    • @thelostone3103
      @thelostone3103 Месяц назад +9

      Trading kori acutal profit kori iman laav kora hoi kolu hoi inteligent buli etu masta sur eta

    • @barnakramart9213
      @barnakramart9213 Месяц назад +1

      লোভ লাগিলেই নেকি আপোনাৰ?😂

    • @lionofdesert-e1o
      @lionofdesert-e1o Месяц назад

      Budhiyok buli aku nai....No.1 suur hoi...fokotiya label Mara ek prokaror prany

    • @Screenprintinglab
      @Screenprintinglab Месяц назад +2

      বেছি বুদ্ধি হলে এনেকুৱাই দশা হব

    • @lionofdesert-e1o
      @lionofdesert-e1o Месяц назад +4

      @@nivagogoi9859 aku budhiyok nhi kela....thogbaaj hoi 420....nijor gaonr manhu xinik first lakh poti bonabo lagisile .... guwahatit office khular ki karon..

  • @rudrataye3405
    @rudrataye3405 Месяц назад +3

    মামীৰ সম্পত্তিৰ তালিকাখনো এদিন News Live ত বাজি থাকিব বুলি আশা থাকিল ।

  • @Nearest-wo5co
    @Nearest-wo5co Месяц назад +61

    ৰিনিকি মাটি খাইতিৰ News বজাবলৈ অনুৰোধ কৰিলোঁ

  • @পুলকহাজৰিকা-ঠ৮শ

    মানুহটোতকৈ চুমিৰ সকলোখিনিৰে বেছি ভাগ তেনে বিশালেহে লৈ আছিল। মানুহটোৱে খুলাটোহে পালে🤣
    লামলাম🙏🙏🙏

  • @rambalram2610
    @rambalram2610 Месяц назад +62

    আৰু দ্বিতীয় কথা এটা বুজি নেপালো - বিয়াৰ পিছত ডুবাই লৈ নিশ্চয় Honeymoon ৰ কাৰণে গৈছিল.... কিন্তু ট্ৰিপ টোত দেখোন মুন নাইয়েই.... মানে Husband ৰ কথা কৈছোঁ.... Honey মানে পত্নী অকলে বিশাল আৰু আদিত্যমৰ লগতে গল..... কেছটো নগেন যেন পালোঁ.... নে ৰাইজ কি কয় 😮😮😮😮😮

    • @Diary_of_a_hustler
      @Diary_of_a_hustler Месяц назад

      😂

    • @samarborah9160
      @samarborah9160 Месяц назад

      ​@@Diary_of_a_hustler same question tu muru monot utponno hoi ase.

    • @Diary_of_a_hustler
      @Diary_of_a_hustler Месяц назад

      @@samarborah9160 breaking news dibo Lage je . heikarone excitement aru loralori t husband r kotha tu pahori goise ... honeymoon t aru husband k Ari jai neki,,,

  • @nishantadeka8173
    @nishantadeka8173 Месяц назад +85

    A wise man said :- ৰাতি পিন্ধা নাইটি আৰু পাতি লোৱা ভাইটি কেতিয়া খোল খাই গমকে নেপাই ।

    • @Ghbb2
      @Ghbb2 Месяц назад +1

      According to #funwithmrinal1066😂😂

    • @indprajit1590
      @indprajit1590 Месяц назад

      Apunar wife r bule pati luwa bhaiti ata ase😂😂😂

    • @nishantadeka8173
      @nishantadeka8173 Месяц назад

      @@indprajit1590 dhokra moi biyai Kora nai 🐸...

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv Месяц назад +102

    অসমৰ পুলিশে এতিয়াও চুমি বৰাৰ সন্ধান নোপোৱাতো ৰাজনৈতিক হস্তশেপ কিবা আছে নেকি???

    • @nilovsaikia3627
      @nilovsaikia3627 Месяц назад +6

      Without politics involvement you cant do such big scam

    • @entertainrarup17
      @entertainrarup17 Месяц назад +2

      Nisyoi ase DIBRUGARH r jati mati veti khass

    • @AssameseMaker1
      @AssameseMaker1 Месяц назад +2

      Oh ase mama jorito hoi ase

    • @chantudeka2956
      @chantudeka2956 Месяц назад +1

      কোনোবা মিনিষ্টাৰ ক ভাগ দিলেই বাচি যাব

  • @Nearest-wo5co
    @Nearest-wo5co Месяц назад +109

    ৰিণিকিৰ মাটিৰ কেলেংকাৰিৰ NEWS বজাওক না

    • @manashpratimassam8879
      @manashpratimassam8879 Месяц назад +2

      😂😂😂😂

    • @manashinath7106
      @manashinath7106 Месяц назад +8

      Kun jon Politician e ajiloike nijor Family r Property list uliai public korise je etia Mama e dibo lage...

    • @Nearest-wo5co
      @Nearest-wo5co Месяц назад

      @@manashinath7106 তোমাৰ কংক্ষৰ মমাইদেউৰ লাগিবই দিয়া অবৈধ ভাবে মাইকী এই কিমান কি কৰি আছে । চকুৰে দেখি ও মাত নাই আৰু তোমালোকে খিহতৰ ঘৰত লেবাৰ হৈ দিনত ,,৪০০ টকা পাই বহুত ফুৰ্তি কৰি ঘৰৰ পৰিয়াল খাই বৈ এনৈকৈ চলি লাভ নাই ও

    • @BiswajitGogoi-eh6hh
      @BiswajitGogoi-eh6hh Месяц назад +1

      🤣🤣

    • @nilakshisarma1241
      @nilakshisarma1241 Месяц назад +2

      Nulae nija channel j😂

  • @jinturajtalukdar
    @jinturajtalukdar Месяц назад +27

    News live r malikor property list khn lage

  • @NKMedia-d6k
    @NKMedia-d6k Месяц назад +16

    বাদ দিয়ক সংবাদ মাধ্যম
    আপোনালোকৰ দৰে ফটুৱা সাংবাদিক বোৰেই এই চুমি বৰাক চেলিব্ৰিটী সজাইছিল

  • @RahulRaj-dt7gc
    @RahulRaj-dt7gc Месяц назад +18

    Luve pap pape mittu. Dhoinyobad🙏

  • @NirmaliDutta-js4yl
    @NirmaliDutta-js4yl Месяц назад +23

    এইবোৰ শুনি শুনি আমি আমাৰ নেট পেকটো শেষ কৰিছো আৰু কাণ ঘোলা কৰিছো।আন একো হোৱা নাই।এতিয়া দিপাংকৰ বৰ্মনৰ কথা তল পৰাৰ দৰে এইটোও তল পৰিব।"গালো বালো চব খোলাকটিৰ তাল" হ'ব।অসমত "জোৰ যাৰ মুলূক তাৰ"।

    • @KashmiriCheleng
      @KashmiriCheleng Месяц назад

      Nasalei hol

    • @kuladipbarman7723
      @kuladipbarman7723 Месяц назад

      DP 7000 hejar he marise.....DB news ni

    • @HG-tn7de
      @HG-tn7de Месяц назад

      @@NirmaliDutta-js4yl apunar mobile t vdo nije nije sole neki 😂😂

  • @sunusaikia490
    @sunusaikia490 Месяц назад +1

    Great.... No words to say

  • @Saveঅসমীয়া
    @Saveঅসমীয়া Месяц назад +4

    টকাৰ বেগ লৈ জনম লৈছিল লৰাই😂😂😂😂😂২২ বছৰত কোটি কোটি টকা

  • @AJCreationAssam
    @AJCreationAssam Месяц назад +17

    76 lakh মানে ৭৪ হাজাৰ কেনেকৈ হল বাইদেউ, এইয়া চুমিৰে মহিমা নেকি? 😊

  • @rashmirekhamath2723
    @rashmirekhamath2723 Месяц назад +3

    পৃথিৱীখন কিনিবলৈ বেছি নাছিলেইচোন ।

  • @dkjakdljfkdjkajjr
    @dkjakdljfkdjkajjr Месяц назад +2

    তৰুণ গগৈ আৰু গৌৰৱ গগৈৰ সম্পত্তিৰ লিষ্টো লগে

  • @revantasaikia
    @revantasaikia Месяц назад +33

    চুমি কবিতা popular হল

  • @dhiramonikalita555
    @dhiramonikalita555 Месяц назад +53

    বাপৰে 😮 অসমৰ মানুহৰো ইমান পইচা আছে!!!!
    মোৰ মতে এতিয়া, এই যে "খাৰ খোৱা অসমীয়া" বুলি কোৱা কথা এষাৰ আছে, তাক উঠাই দিবৰ সময় হৈ গ'ল ।

  • @Avikalita
    @Avikalita Месяц назад +9

    We want Riniki bhuyan's list too...

  • @parashpratimvlogsinformati9756
    @parashpratimvlogsinformati9756 Месяц назад +5

    Oh myy godd.... Bishall sagee vall hubidhaa uthaisee

  • @souravbhowmick5524
    @souravbhowmick5524 Месяц назад +38

    Moi pagol hoi goisu hopot ………. emn toka Axom r manu a hehotok disela nah😮 Monder r baherot thoka vikhrit 10tika dibola amr manu a vaba

  • @kokoi360
    @kokoi360 Месяц назад +1

    1000cr man toka asil sage

  • @gitanjalirajbongshi22
    @gitanjalirajbongshi22 Месяц назад +2

    সচাকে আসমৰ ইতিসাহত সৰ্ববৃহত বৃত্তিয় কেলেংকাৰি

  • @MaineeMainee-wx6ns
    @MaineeMainee-wx6ns Месяц назад

    এই বোৰৰ একো নহয়, অ ইয়াত কৈ বিশাল বিশাল , বিশাল বোৰ আছে, সকলো বাছি যায়,

  • @aruneltonswargiary4632
    @aruneltonswargiary4632 Месяц назад

    Great ❤❤❤

  • @nabojitchoudhury676
    @nabojitchoudhury676 Месяц назад +32

    Bia patile Kunbai Khorsa bohon Kari ase kunbai..bishal meherban toh sumi borah pehelwan

  • @rambalram2610
    @rambalram2610 Месяц назад +16

    বাইদেউ কথা এটা নহয়: আপুনি যে দিলে কেচত অৰ্থাৎ নগদ দিয়া এই বিশাল ধন ৰাশি - ৪৪ লাখ, ১৫ লাখ, ১০ লাখ আদি এই টকা বোৰ বিশালে ঘৰত বনুৱা নাই....😮😮😮😮 এইবোৰ কাৰোবাৰ কলা টকা অৰ্থাৎ ব্লেক মানি - কোনো চৰকাৰী বিশয়াৰ ঘুচ খোৱা টকা...😅😅😅😅 পাপৰ ধন প্ৰয়চিতৃত গল....😅😅😅 বিশালৰ কপালত ই হয়টো আছিল এই কলা টকবোৰ উপভোগ কৰাৰ দিন....😅😅😅😅😅 বেছেৰা গ্ৰাহক বোৰ...😢😢😢😢 এতিয়া আৰক্ষীয়ে তদন্ত কৰি এই নগদ ধন বিনিয়োগ কৰা সকলক বিচাৰি উলিয়াব নে 😮😮😮😮😮 আৰু তেওঁ লোকৰ নগদ ঘনৰ উৎস কি আছিল...???? 😮😮😮😊😊 না খৌওঙা..... না খানে দুঙা...😅😅😂😂😂😂

    • @Saveঅসমীয়া
      @Saveঅসমীয়া Месяц назад

      😂😂😂😂invest কৰা বোৰে claim কেনেকৈ কৰিব 😂😂😂😂

  • @Jiiintu
    @Jiiintu Месяц назад +1

    😂

  • @Nearest-wo5co
    @Nearest-wo5co Месяц назад +11

    মাটি খাইতি ৰ ৰিণিকিৰ নিউজ লাগে

  • @BijoyaSaikia-i8b
    @BijoyaSaikia-i8b Месяц назад +1

    বেছি দিন নাই এমাহৰ পিছত সকলো কথা তল পৰিব এইবোৰ আকৌ আগৰ দৰেই চলি থাকিব

  • @rupakbarman8476
    @rupakbarman8476 Месяц назад +17

    ইমান বোৰ News ওলোৱা পিছতো কিয় Arrest হোৱা নাই, Police ক কিয় ইমান দুৰ্বল দেখাই আছে Sir এ ( Chief Minister ) আৰু ইমান বোৰ হোৱা পিছতো এটা Goverment চাকৰি থকাৰ পিছত ও RUclipsr Bhaskar Dutt ই Shapnil Das ইমান কিয় নিৰ্দোষী বুলি কৈ আছে, কিয় তেখেতক গৈ এবাৰ শুধা নাই

  • @putusvlog5178
    @putusvlog5178 Месяц назад +3

    ককাইকে ভনীয়েকক দিয়া Gift কেতা Lover দিয়া Gift নিছিনা হে লাগিলে চোন। 😂

  • @chinmoy8051
    @chinmoy8051 Месяц назад +32

    Feel bad for tarkik 😢 all expensive gifts are from din me bhaiyya raat me sayaan

    • @adriansunar9019
      @adriansunar9019 Месяц назад

      Superb line Bro

    • @rajdeepbharali272
      @rajdeepbharali272 Месяц назад

      Bad feel krbole eku naai..enkua tu nhoi je imn dine taaik njani e biya patiisil...iyak u dhoribo lge

  • @thecomedyking8401
    @thecomedyking8401 Месяц назад +4

    Adin ami mami vagr news aneke pam😊😊

  • @hridaysharma5019
    @hridaysharma5019 Месяц назад +30

    2 lakh tokar Teddy bear😂

  • @therhythmsdancecrew6462
    @therhythmsdancecrew6462 Месяц назад +14

    Bhoniyekor karone iman morom ne... Amar bhaity bure amak 5 tokar dairy milk o nidiye..
    Bhal morom dei😂

  • @thepoliticalawareness1021
    @thepoliticalawareness1021 Месяц назад +2

    পুলিচে কি কৰি থাকে যেতিয়ালৈকে media ত কথা বিলাক নাহে। Information দিয়াৰ পিছত কিয় action নলয় অথবা কি action লয়? নে অপৰাধীৰ লগতহে বুজাবুজি হয়? অলপ দিন পিছত চাব সব ঠাণ্ডা হৈ যাব আৰু হয়তো অপৰাধী সকলে আকৌ Levish Lifestyle কৰি থাকিব ?? আজিকালি চৰকাৰে ইমান নিযুক্তি দিছে পুলিচত, কিন্তু চোৰ, ডকাইত, fraud আদি বাঢ়িছে দেখোন। আজিকালি দৰমহা বেছি, ঘৰ বনাবলৈ loan পায়, চৰকাৰে চাৰিচকীয়া দুচকীয়া বাহন দিছে। ৰাইজে চোৱা উচিত এক বছৰত কিমান case আহিছে পুলিচৰ ওচৰত আৰু কিমান solve হৈছে। আগৰ মন্দিৰ নামঘৰ আদিত যি শাস্তি দিছিল সেইয়া বহুত কামৰ আছিল। আগতে অপৰাধী সকলে ভগৱানক ভয় খাইছিল কিন্তু আজিকালি Justice system ক বুঢ়া আঙুলি দেখুৱাই দিয়ে দেখোন। Justice system লৈ সাধাৰণ মানুহৰহে ভয় লাগে। সাধাৰণ মানুহৰ অবস্থা ফুটবলৰ দৰে হৈছে, অপৰাধ আৰু Justice System দুটাইৰ পৰা দুখ কষ্টহে পায় দেখোন? এতিয়া যিসকলৰ টকা ডুবিল তেওঁলোকে যে টকা ঘূৰাই পাব তাৰ আশা একেবাৰে কম চাগে কিন্তু কিছুমানে হয়তো টকাৰ ভাগ পায় যাব? এতিয়ালৈকে fraud কেইবাটাও ধৰিবই পৰা নাই

  • @kaushikdas2376
    @kaushikdas2376 Месяц назад +18

    Hera pheri 3 in Assam ❤❤

  • @dhrubajyotigogoi2269
    @dhrubajyotigogoi2269 Месяц назад

    অসমীয়াত এষাৰ কথা আছে এশ গৰু মাৰিলে বাঘৰো মৰণ ৷

  • @chandanborah9626
    @chandanborah9626 Месяц назад +6

    চুমিৰ MR. জনলৈহে বেয়া লাগে

  • @akashdofficial7783
    @akashdofficial7783 Месяц назад +2

    76 lakh English kintu Assamese ৭৬ হাজাৰ বোলে আৰু যে কি কি শুনিৱ পাম থিক নাই😂 overall confidence 😂😂

  • @UjjalBorah-hv3sy
    @UjjalBorah-hv3sy Месяц назад +2

    চুমি, বিশাল মূৰ্খ নহয় মূৰ্খ হয় মানুহ বোৰ ভালেই হৈছে আৰু লুটি যাওঁক l

  • @najmulhaque290
    @najmulhaque290 Месяц назад +1

    Amar poisao ni voi ni..jar poisa ase tar voiu ase

  • @ajoysarbajna2707
    @ajoysarbajna2707 Месяц назад +9

    ED, The time has arrival for grand entry...auction arambha krok etia...

  • @shivadarphangabhi77
    @shivadarphangabhi77 Месяц назад +3

    বিশাল আৰু চুমিৰ মাজত কিবা এটা টো নাযাইচ্ সম্বন্ধ আছে।পাতি লোৱা ভাইটি হ'ল বুলি মৰমৰ বাইদেউ বুলি কোটি -কোটি টকা খৰচ নকৰে।৯৫% গেৰান্টি আছে প্ৰশাসনে চুমি বৰাক বিচাৰি পালে গুৰুত্বপূৰ্ণ ভাৱে জেৰা কৰিলে সকলো ওলাই পৰিব। ইহঁত বোৰ টকা কাৰণে নিজৰ দেহ বিক্ৰী কৰিব পাৰিব।

  • @apatyagogoi8453
    @apatyagogoi8453 Месяц назад

    Brother with benefits😊

  • @active365online4
    @active365online4 Месяц назад +11

    Bidurvai sai u imn hoha nasilu😂😂😂😂😅

  • @JINNATALI-u9k
    @JINNATALI-u9k Месяц назад +3

    নিউজ চেনেল পইচা পোৱা নাই কিজানি এতিয়ালৈকে,, সেয়েহে তেটোফালি চিঞৰি আছে,,দুদিন পাছত cm বনাব,, বৰ্তমান cm জনো সাৰদা কেলেংকাৰিত জৰিত আছে,,

  • @muzahidrohman5196
    @muzahidrohman5196 Месяц назад +75

    76 lakh RUPEES tu 76000 (76 thousand )kenke hoi baideo.. olop bhalke pohok sun news tu.. excitement t kobo e nuare ne ki? Ki NEWS pohise apuni

    • @phulmaivlogs1752
      @phulmaivlogs1752 Месяц назад +7

      😅😅😅Utpatot hoi jai jivar har nai j😂😂😂ki j hob ooom u vbisilu

    • @therhythmsdancecrew6462
      @therhythmsdancecrew6462 Месяц назад +2

      😂😂😂😂
      Iman jyestho xanbadik tekhet aru report ekhon porhute iman bhul logote bare bare maat bhangise... Hoise ru dei.

    • @SSPOULTRYY
      @SSPOULTRYY Месяц назад +2

      😂😂😂😂kobo nuwara hoi goise🤣🤣🤣

    • @biswa_1809
      @biswa_1809 Месяц назад +1

      Arey iman bostu poisa dekhi matha nosto hoi ji ti ulua tu swavabik kotha.. kosto koriu ghotibo pa nai..

    • @ajoysarma5788
      @ajoysarma5788 Месяц назад

      Reporteror vul ??? Reporteror konoba dina vul hoy neki ?? Reportere maje maje he sudha koi koy ...

  • @anantabordoloi7452
    @anantabordoloi7452 Месяц назад +17

    Politician buror kotha kouk sun ..Hisap nai hoi ne baru..Leave it man

    • @BENGIAYARI-nb9um
      @BENGIAYARI-nb9um Месяц назад

      Hihot baru hihot politicians gorubur but only a simple dancer how can make such a huge money

    • @abhijitkalita7881
      @abhijitkalita7881 Месяц назад +2

      kio tur pukor emn kio jolise ??? ajni Dancer e kor pora pabo e

  • @lezaborah2564
    @lezaborah2564 Месяц назад

    এৰা আৰু এগৰাকী আছে বিশ্বৰ ভিতৰত আটাইতকৈ সৰ্ববৃহৎ বিত্তীয় কেলেংকাৰী কৰা

  • @monuj98
    @monuj98 Месяц назад

    Iman toka😮😮

  • @bahubalistarkusha3662
    @bahubalistarkusha3662 Месяц назад +5

    Sardha Scam কি আছিল?😅 নিউজটো বনালে নথৈ আনন্দিত হম 😂😅

  • @deepsarma071
    @deepsarma071 Месяц назад +15

    মিয়া গল ট্রেডিং আহিল।😂

  • @dimpidutta5382
    @dimpidutta5382 Месяц назад +1

    Imn vaiti baideur morom .husbnd jon sun nmt he sob daytro bishal ye h loi asel sun

  • @drajkhowa9998
    @drajkhowa9998 Месяц назад

    Oh my Goodness 😮

  • @FrozenOreo
    @FrozenOreo Месяц назад +2

    misa kole paap lage, hosa kole jui lage, baido tumi jui🔥😂

  • @mallikadas7760
    @mallikadas7760 Месяц назад

    O m g😮

  • @Nayankutum-k8g
    @Nayankutum-k8g Месяц назад +1

    22 বছৰ বয়সত তেওঁ ইমান খিনি income কৰিলে আৰু আমি হে 24 বছৰ বয়সতো ঘোঁৰা ঘাহ কাটি আছো 😢😂😂😂

  • @zeeshan2878
    @zeeshan2878 Месяц назад

    হিমন্তৰ সম্পত্তিৰ তালিকা ক'ত?

  • @kamalboruah1894
    @kamalboruah1894 Месяц назад +1

    Smart mitar news 2 bojabo ako

  • @dipabhuyan3684
    @dipabhuyan3684 Месяц назад

    আই বোপাই ঔ সোনোতেই উষা বন্ধ হৈ গৈছে দেই অইলৰ গোটেই কৰ্ম ছাৰিক দিয়া দৰমহা এক সপ্তাহ ত খৰছ কৰিছ আৰু লাগেনে সম্পত্তি

  • @Rahul-fk3mf
    @Rahul-fk3mf Месяц назад +1

    Tamm enjoy krise.. Blgr toka d

  • @Iloveassamnarayandasborhulla
    @Iloveassamnarayandasborhulla Месяц назад

    Full enjoy korile e dekhun oooo .....

  • @ankurdas.4256
    @ankurdas.4256 Месяц назад

    Mojja 😅

  • @papuchetia4751
    @papuchetia4751 Месяц назад

    বাপৰেই। মহাদেৱক পাই গল

  • @SopunChetia-c1i
    @SopunChetia-c1i Месяц назад

    নিউজ লাইভে লোকৰ সম্পত্তিৰ কথা কোৱা দেখি হাঁহি উঠিছে।

  • @mukuldewraja6588
    @mukuldewraja6588 Месяц назад +17

    3 dinor babe Dubai't goi Sumi,Vishal aru bandhu jon topa-top d ase sage.
    Baal crore crore Toka diyar pisot nidibone ... Tarkik e lgt jua nasil nah ... 😊😊😊

    • @Riderrc390n
      @Riderrc390n Месяц назад +5

      Sumik bishal aaa sudila dost

    • @aashishkashyap2487
      @aashishkashyap2487 Месяц назад +1

      ​@@Riderrc390nsidhi baat no bakwas 😂😂

  • @junudeka2295
    @junudeka2295 Месяц назад +1

    সম্পতি বোৰ বাজেয়াপ্ত হ'বনে? নে এইবোৰ চব কিনা বেচা ৰ খেল, দুবছৰত পাহাৰৰ সমান সম্পতি , এতিয়া দুখীয়াক দান কৰিব ,

  • @Jd_Motivational41
    @Jd_Motivational41 Месяц назад +1

    76,00,000=76000 😂😂😂😂

  • @debajithokai4731
    @debajithokai4731 Месяц назад +1

    এইবিলাক সকলো কলা ধন আছিল আৰু চৰকাৰে জানিছিল কিন্তু দেৰিকৈ ব্যৱস্থা লৈছে কাৰণ কম সময়ত ধৰিলে চৰকাৰৰ হাতত ইমান খিনি টকা আহিব জানো, এইবোৰ চৰকাৰৰ টকা ঘটাৰ কোম্পানী।

  • @biswajitgogoi7747
    @biswajitgogoi7747 Месяц назад

    চুৰ আৰু চুৰুনিয়ে উচিত শাস্তি পাব লাগিব। লেংটা কৰক দুয়োটাকে।

  • @munmichetia6032
    @munmichetia6032 Месяц назад

    হব আৰু পাই কিমাননো চুমী বৰা কথাকে কৈ নেথাক । বিশাল ফুকনে যদি তহতক দিলে হয় ললি হয় নাই ক চোন।

  • @lmaoa410
    @lmaoa410 Месяц назад +6

    Mami r property r talika rajahuwa korok plz.

  • @sayeshadoleylibrary
    @sayeshadoleylibrary Месяц назад +2

    Hmm ajihe gom palu 76 thousand tu englishot 76 lack buli koi

  • @amlanjyotidutta5298
    @amlanjyotidutta5298 Месяц назад +6

    Bishal like Sugar daddy of Sumi... Not brother 😂😂😂

  • @bibhadas5650
    @bibhadas5650 Месяц назад

    Newstu alop sudhori kole xuni bhal lage.

  • @munindradas621
    @munindradas621 Месяц назад +1

    মামীৰ সম্পত্তিৰ তথ্য লুকাই পৰিল৷

  • @sibsagarboy
    @sibsagarboy Месяц назад

    85 lakh interior designer k dise
    ..... designer Gauri khan hoi.
    ....Kintu sapnanil das is a genine trader....we always say about risk management.....satyamave jayate

  • @pabangogoi9580
    @pabangogoi9580 Месяц назад

    অ অমিতা
    আ আম
    Sumi Borah ই ৰিলছ বনাব
    আমি বহি বহি চাম
    সেই ৰিলচ চাই আমাৰ লাগে ভাল
    পিছত হে গম পালো এও এগৰাকী দুই নম্বৰি মাল ।
    চেৰেংকৈ লাগিছিল তেওঁৰ বুকুত জুই
    এতিয়া পানী ঢালি কোনে নিব বাৰু ধুই
    ফটা মুখ কলো কিবা এটা
    এতিয়া আকৌ ৰাইজে মোক দিব নেকি খেদা ।।
    ধন্যবাদ ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছো ।

  • @anjanjyotibora9263
    @anjanjyotibora9263 Месяц назад

    শিল্পী সাংবাদিক ৰাজনীতিক চব চোৰ

  • @prabitachutia448
    @prabitachutia448 Месяц назад +2

    বিয়া এজনৰ লগত , হনিমুন আন এজনৰ লগত , কথাটো কোনোবাই বুজায় কব নেকি ? আৰু এই চকু চৰহা বিলাকে সেই বিলাক খবৰ কেলেই ৰাখিব লাগে বুলি বয়োজেস্থ সকলে ক'ব বিছাৰে , কৃষ্ণ কৃষ্ণ প্ৰভূ তুমি হে জানা

  • @djdhrubajyotinath4279
    @djdhrubajyotinath4279 Месяц назад +2

    Good job

  • @Swapankalita-s2e
    @Swapankalita-s2e Месяц назад +2

    What about riniki bhuyan sarma

  • @MukulHazarika-zi7yx
    @MukulHazarika-zi7yx Месяц назад

    অসমত অকল বিশাল নে । আৰু যে কোনোবা আছে তেওঁ লোকৰ সম্পত্তি কেতিয়া ৰাজহুৱা হব ।

  • @dhanurjoynag9652
    @dhanurjoynag9652 Месяц назад

    Very inteligent boy but break loga diya, he is confident

  • @protimbaruah2664
    @protimbaruah2664 Месяц назад +1

    Sumi ❌ Surni ✔️

  • @BapuSun-bj9kb
    @BapuSun-bj9kb Месяц назад

    অই কুকুৰহত মামা-মামীৰ সম্পত্তিৰ উৎস কি?? কʼত কʼত মাটি কিনিছে?? লাজ লগা নাই মাজুলীৰ নিচিনা সৰু ঠাইতো মাটি কিনিবলৈ !! নীলাজ লুটি লুটি খা , মাটি খা !

  • @AnamikaRickysWorld
    @AnamikaRickysWorld Месяц назад

    Jiman enjoy kribo lga asil krilei... Hbo ru

  • @ASAM_VIEW
    @ASAM_VIEW Месяц назад +2

    এই বাইদেউ গৰাকীক কোনে ankor বনালে।।😂😂অসমৰ সাংবাদিকৰ জ্ঞানৰ নমুনা এইয়াই নেকি।।বাইদেউ 76lakhs মানে 76হাজাৰ নহৈ।।লাখ আৰু হাজাৰ মাজৰ পাৰ্থক্য টো নাজানে আপুনি।।😂😂video=4:17sec🙉🙉🙉🙉🙉

  • @puspadhardowarah1932
    @puspadhardowarah1932 Месяц назад

    শিয়ালৰ কান্ধত মঙহৰ মাৰ দিয়াটোৱে ভুল! বিনিয়োগ কাৰী সকলক নো কিহে কথাবোৰ পাহৰাই দিলে ভাবিলেই আচৰিত লাগে!সেই সকলতো অশিক্ষিত মানুহ নহয়! মইয়ো"যথেষ্ঠ গবেষণা কৰো। গবেষণাত পালো সেই ধনবোৰ দুই নম্বৰী আছিল! যি"সকলৰ সচা ধন আছিল সেই সকলে পূৰ্ব জন্মত ফৰিং ফুকনৰ ধাৰ খাই থৈছিল! সেয়ে এইবাৰ সূতে মৃলে পৰিশোধ কৰিলে!

  • @zmmusic9820
    @zmmusic9820 Месяц назад

    Good ASSAM 🚓 POLICE

  • @lovetolife1290
    @lovetolife1290 Месяц назад +1

    আমাৰ আকৌ বন্ধন গোটৰ ধাৰ মাৰিবলৈ মাহৰ মূৰত পইচাৰ টনা টানি লাগে আৰু খি বেলেগৰ তিৰিৰ নামত পইচা উৰাই আছে তাৰ বিয়াৰ পিছত তাৰ তিৰি তাক মেখেলাদি কুবাব যেতিয়া খী ডুবাই তৃপট নিব নোৱাৰিব 😂😂😂

  • @amarjyotigogoi9015
    @amarjyotigogoi9015 Месяц назад +1

    Muk besi Nhoi Mur Bank account 3 lakhs ata vorai dile hbo atleast Mur pohar babe help hbo

  • @dupitorakhaklari
    @dupitorakhaklari Месяц назад

    বিশাল,নামেই যাৰ পৰিচয়