NKTV Global
NKTV Global
  • Видео 24 649
  • Просмотров 5 647 849

Видео

অৰ্ণৱ কুমাৰ ৰায়লৈ শেষ বিদায়...
Просмотров 405 часов назад
▶️ঘূৰি নহাৰ বাটেৰে গুচি গ'ল NKTVৰ প্ৰাক্তন সংবাদকৰ্মী অৰ্ণৱ কুমাৰ ৰায়। নশ্বৰ দেহত শেষ বিদায় NKTVৰ সদস্যসকলৰ।
ভাস্বতী ভৰালীৰ পৰা থপিয়াই নিলে মোবাইল ফোন
Просмотров 105 часов назад
▶️এইবাৰ দুৰ্বৃত্তৰ টাৰ্গেট হ'ল কলেজীয়া ছাত্ৰী। গুৱাহাটীৰ তৰুণ নগৰত চিলনী চোৰৰ সন্ত্ৰাস। স্বদেশী একাডেমীৰ সন্মুখত বাইকত অহা দুৰ্বৃত্তৰ লুট। ভাস্বতী ভৰালী নামৰ এগৰাকী ছাত্ৰীৰ পৰা থপিয়াই নিলে মোবাইল ফোন।
নীতিন গাডকাৰীৰে আলোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Просмотров 85 часов назад
▶️কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰে আলোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গহপুৰ-নুমলীগড় সংযোগী সুৰংগ, বাইহাটাৰ পৰা তেজপুৰলৈ ফ’ৰলেন নিৰ্মাণ, যোৰহাট-ডিব্ৰুগড় ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সন্দৰ্ভত আলোচনা। ২-৩ মাহৰ ভিতৰতে কাজিৰঙাৰ এলিভেটেড ক’ৰিডৰৰ অনুমোদন লাভৰ সম্ভাৱনা।
উত্তৰ গুৱাহাটীৰ মাজগাঁৱৰ পৰা সন্ধানহীন এজন লোক
Просмотров 15 часов назад
▶️ উত্তৰ গুৱাহাটীৰ মাজগাঁৱৰ পৰা সন্ধানহীন এজন লোক ▶️ শুকুৰবাৰৰ পৰা সন্ধানহীন পংকজ ঠাকুৰ নামৰ লোকজন ▶️ পেছাত নাপিত পংকজৰ ঘৰ বিহাৰত ▶️ লোকজনৰ সন্ধানত শোকত ভাগি পৰিছে পৰিয়ালৰ লোক ▶️ উত্তৰ গুৱাহাটী আৰক্ষী থানাত এজাহাৰ দাখিল পৰিয়ালৰ ▶️ কোনো লোকে সন্ধান পালে 76540-89866 আৰু 82280-01847 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ
শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
Просмотров 87 часов назад
▶️ শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ▶️ দ’লমু চাৰিআলিত মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ▶️ চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল পৰিৱেশ ▶️ যোগানমন্ত্ৰীৰ পদত্যাগৰ দাবীত উত্তাল প্ৰতিবাদ
বৰ লুইতৰ খহনীয়াত গৃহহাৰা বহু পৰিয়াল
Просмотров 58 часов назад
▶️ বৰ লুইতৰ খহনীয়াত গৃহহাৰা বহু পৰিয়াল। নিচিহ্ন হ'ল চাবুৱাৰ ৰাইডাং গাঁও। আশ্ৰয় বিচাৰি দুৰ্ভগীয়া পৰিয়ালৰ হাহাকাৰ অৱস্থা ,একোখন টিৰপালৰ তলতে কটাইছে দুৰ্বিসহ জীৱন।
৩ দিন ধৰি বন্ধ হৈ আছে কমলাবাৰী-নিমাতি ফেৰী সেৱা
Просмотров 78 часов назад
▶️ ৩ দিন ধৰি বন্ধ হৈ আছে কমলাবাৰী-নিমাতি ফেৰী সেৱা ▶️ আজিৰে পৰা ব্ৰহ্মপুত্ৰৰ বুকুৰ ফেৰীপথ খনন কৰিব বিভাগে ▶️ জলপথ সুগম কৰিবৰ বাবে ডিব্ৰুগড়ৰ পৰা অনা হৈছে বিশেষ ড্ৰেজাৰ
চোৰৰ বিলৈ। চুৰ কৰিব আহি নিজৰে স্কুটী থৈ পলায়ন চোৰৰ
Просмотров 69 часов назад
▶️ চোৰৰ বিলৈ। চুৰ কৰিব আহি নিজৰে স্কুটী থৈ পলায়ন চোৰৰ। ডিমৰীয়া সমজিলাৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত পশ্চিম উলনীত যোৱা নিশা সংঘটিত হয় এই ঘটনা।
ভগৱানৰ বিলৈ! বিসৰ্জন ঘাটত এনেদৰেই পৰি থাকিল প্ৰতিমা
Просмотров 39 часов назад
▶️ ভগৱানৰ বিলৈ! বিসৰ্জন ঘাটত এনেদৰেই পৰি থাকিল প্ৰতিমা। নুনমাটিস্থিত চূণচালি জাহাজ ঘাটত কদৰ্যময় পৰিৱেশ। কানসাৰ নাই গুৱাহাটী পৌৰ নিগম আৰু স্থানীয় উন্নয়ন সমিতিৰ।
আমাৰ লগত অন্যায় হৈছে...আমাক ন্যায় লাগে
Просмотров 7510 часов назад
▶️ আমাৰ লগত অন্যায় হৈছে...আমাক ন্যায় লাগে। অসম আৰক্ষীৰ নিযুক্তিৰ শাৰীৰিক পৰীক্ষাত অনিয়ম হোৱাৰ অভিযোগ তুলিলে একাংশ যুৱতীয়ে। শাৰীৰিক পৰীক্ষাত উচ্চতা নিৰূপনত খেলিমেলি কৰাৰ অভিযোগ যুৱতীকেইগৰাকীৰ।
গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন আন্ত:ৰাষ্ট্ৰীয় খেলুৱৈ, সমাজকৰ্মী সুমিত্ৰা হাজৰিকা
Просмотров 310 часов назад
▶️ গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন আন্ত:ৰাষ্ট্ৰীয় খেলুৱৈ, সমাজকৰ্মী সুমিত্ৰা হাজৰিকা। ৬মাহ ধৰি বিচনাতে পৰি ৰৈছে নাৰী অধিকাৰ কৰ্মীগৰাকী। কেইবাটাও ৰোগত আক্ৰান্ত সুমিত্ৰা হাজৰিকা।
কেৱল অসমতেই নহয়, আন ৬ খন ৰাজ্যত ম’ষ্ট ৱাণ্টেড দীপাংকৰ বৰ্মন
11 часов назад
▶️ কেৱল অসমতেই নহয়, আন ৬ খন ৰাজ্যত ম’ষ্ট ৱাণ্টেড দীপাংকৰ বৰ্মন ▶️ তেলেংগানা, হাৰিয়ানা, নাগালেণ্ডত শতাধিক গোচৰ DB ষ্টকৰ বিৰুদ্ধে
আছে শিক্ষাৰ্থী-শিক্ষক, কিন্তু নাই উপযুক্ত শ্ৰেণীকক্ষ
Просмотров 311 часов назад
▶️ আছে শিক্ষাৰ্থী-শিক্ষক, কিন্তু নাই উপযুক্ত শ্ৰেণীকক্ষ। ৫কৈ শ্ৰেণীৰ পাঠাদান চলে মাত্র ২টা শ্ৰেণী কোঠাত। পাঠদানৰ বাবে কক্ষত তলমূৰ কৰি সোমাব লাগে শিক্ষকে। কোঠাৰ ভিতৰত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। নাই খিৰিকী, আধা দুৱাৰ মাটিৰ তলত। বহু সমস্যাৰে জৰ্জৰিত গোৱালপাৰাৰ লক্ষীপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ভালুকমাৰী প্ৰাথমিক বিদ্যালয়। শীঘ্ৰে বিভাগৰ লগতে চৰকাৰে এখন ডিজিটেল শ্ৰেণীকোঠাৰ সুব্যৱস্থা কৰিবলৈ আহ্বান শিক্ষকৰ।
৩ গৰাকী যুৱতীৰ জীৱন যুঁজৰ কথাৰে...
Просмотров 1111 часов назад
৩ গৰাকী যুৱতীৰ জীৱন যুঁজৰ কথাৰে...
অৰুণাচললৈ কাম কৰিবলৈ গৈ সন্ধানহীন নাওবৈচাৰ মইনা পণ্ডিত
Просмотров 1711 часов назад
অৰুণাচললৈ কাম কৰিবলৈ গৈ সন্ধানহীন নাওবৈচাৰ মইনা পণ্ডিত
পত্নী মোহ নেৰিলে ফণীভূষণ চৌধুৰীয়ে
Просмотров 362 часа назад
পত্নী মোহ নেৰিলে ফণীভূষণ চৌধুৰীয়ে
সকামৰ জলপান খাই অসুস্থ ৩০জন
Просмотров 222 часа назад
সকামৰ জলপান খাই অসুস্থ ৩০জন
কাজিৰঙালৈ ফুৰিবলৈ যোৱাৰ সুযোগ লৈ লুটপাত চোৰৰ
Просмотров 522 часа назад
কাজিৰঙালৈ ফুৰিবলৈ যোৱাৰ সুযোগ লৈ লুটপাত চোৰৰ
ৰাইজে বিচৰা ধৰণে মোৰ পত্নীয়ে প্ৰাৰ্থিত্ব পাইছে
Просмотров 212 часа назад
ৰাইজে বিচৰা ধৰণে মোৰ পত্নীয়ে প্ৰাৰ্থিত্ব পাইছে
গুৱাহাটীৰ জ্যোতিকুছিত মানৱতাক জোকাৰি যোৱা ঘটনা
Просмотров 132 часа назад
গুৱাহাটীৰ জ্যোতিকুছিত মানৱতাক জোকাৰি যোৱা ঘটনা
গহপুৰৰ দোকানে দোকানে যোগান বিভাগৰ বিষয়াৰ অভিযান
Просмотров 112 часа назад
গহপুৰৰ দোকানে দোকানে যোগান বিভাগৰ বিষয়াৰ অভিযান
আজি আৰক্ষীৰ স্মৃতিচাৰণ দিৱস
Просмотров 62 часа назад
আজি আৰক্ষীৰ স্মৃতিচাৰণ দিৱস
সমষ্টিবাসীৰ অনুৰোধত প্ৰাৰ্থী হ'বলৈ বাধ্য হৈছোঁ, মোৰ একেবাৰে ইচ্ছা নাছিল
Просмотров 362 часа назад
সমষ্টিবাসীৰ অনুৰোধত প্ৰাৰ্থী হ'বলৈ বাধ্য হৈছোঁ, মোৰ একেবাৰে ইচ্ছা নাছিল
গুৱাহাটীৰ জ্যোতিকুছিত মানৱতাক জোকাৰি যোৱা ঘটনা
Просмотров 142 часа назад
গুৱাহাটীৰ জ্যোতিকুছিত মানৱতাক জোকাৰি যোৱা ঘটনা
এজন বিষ্ময় বালক। চকুত ক'লা কাপোৰ বান্ধি হাতেৰে স্পৰ্শ কৰিয়ে কৈ দিব পাৰে সকলো
Просмотров 152 часа назад
এজন বিষ্ময় বালক। চকুত ক'লা কাপোৰ বান্ধি হাতেৰে স্পৰ্শ কৰিয়ে কৈ দিব পাৰে সকলো
৪০ হাজাৰ যুৱতী নাচনীয়ে কঁপাব বিশ্ব দৰবাৰ
Просмотров 72 часа назад
৪০ হাজাৰ যুৱতী নাচনীয়ে কঁপাব বিশ্ব দৰবাৰ
আজি কাঠগড়াত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ
Просмотров 102 часа назад
আজি কাঠগড়াত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ
মই গ্ৰেজুৱেচনো কৰা নাই কিন্তু মোক ডক্টৰেট দিছে
Просмотров 122 часа назад
মই গ্ৰেজুৱেচনো কৰা নাই কিন্তু মোক ডক্টৰেট দিছে
এইটো বেয়া পাইছোঁ বুলি ক'ব পাৰিব লাগিব : জুবিন গাৰ্গ
Просмотров 102 часа назад
এইটো বেয়া পাইছোঁ বুলি ক'ব পাৰিব লাগিব : জুবিন গাৰ্গ

Комментарии

  • @RkNath-xx8eg
    @RkNath-xx8eg 5 дней назад

    দাদাআপোনানবতোদিবনেকি

  • @DimbeswarRajbongshi-hm7hl
    @DimbeswarRajbongshi-hm7hl 7 дней назад

    ঠিকে আছে কিন্ত আমাৰ অসমীয়া খিলঞ্জীয়া মানুহক নকৰিলে হয় ।সেইবোৰক কৰক ।

  • @BhadreswarBora-ml2fs
    @BhadreswarBora-ml2fs 7 дней назад

    Tuar nambartu dibasun

  • @Hgikv
    @Hgikv 10 дней назад

    Kela .tuk kunubai kutitokia gift Dile najana.kiya luwa..notonki...tuk fasi dilei val

  • @JuluGogoi-fu3qz
    @JuluGogoi-fu3qz 10 дней назад

    Lukor poisa khale anekuai hb

  • @ManuranjanPamehgam
    @ManuranjanPamehgam 11 дней назад

    কম নহই দেই এইজনি ।

  • @NoOne-tg9tk
    @NoOne-tg9tk 11 дней назад

    He was killed by modi government

  • @musicworld676
    @musicworld676 12 дней назад

    😢

  • @JuganandaTaye
    @JuganandaTaye 13 дней назад

    Bal.komen

  • @santanuchutia1040
    @santanuchutia1040 13 дней назад

    Bonorpokhi....bahut attitude tumar....ahankar a tumar poton...

  • @ahammadali1782
    @ahammadali1782 13 дней назад

    Nai diya

  • @dipankarbhuyan1418
    @dipankarbhuyan1418 13 дней назад

    Sonitpur r khumaisene

  • @BhaitiKumbang-e5q
    @BhaitiKumbang-e5q 13 дней назад

    ❤❤❤❤❤

  • @salmasultana9693
    @salmasultana9693 15 дней назад

    Akou sur nokoriba

  • @naropatikhakhalary850
    @naropatikhakhalary850 15 дней назад

    Ovinoy tumar 😅😅😅

  • @NahorJunak
    @NahorJunak 15 дней назад

    Oh ba

  • @priyankagogoi7157
    @priyankagogoi7157 15 дней назад

    Eaur video sau Kiya eman beyake comments krise heijone police a action louk hunkale

  • @ranuDevi-i2n
    @ranuDevi-i2n 15 дней назад

    মোৰ মতে তোক অতি সোনকালেই এনকাউটাৰ কৰিব লাগে অসম পুলিচে। তই জিয়াই থাকিলে আৰু বহুত ডাঙৰ কাম কৰি দুখিয়া ৰাইজক শেষ কৰিবি।

  • @bhubannortheast4615
    @bhubannortheast4615 15 дней назад

    Luti asa tumi bht,,,

  • @montudutta7413
    @montudutta7413 15 дней назад

    Tohot duitar njor maa deotak kenek rakhisa heiya spasta kor midiat

  • @montudutta7413
    @montudutta7413 15 дней назад

    Utpalar lagat kiba nimilil sage nahay jnu

  • @Mintu577
    @Mintu577 15 дней назад

    কামতো একেই যেন লাগিছে 😂

  • @Mintu577
    @Mintu577 15 дней назад

    দেখাত চুমি নিছিনা লাগিছে যে 😂

  • @pratuldas6125
    @pratuldas6125 15 дней назад

    তহতে মানৱ সেৱাৰ নামত ভাল বেবসায় ( Business) চলায় আছা I

    • @simudeka4010
      @simudeka4010 15 дней назад

      Aponi xokolo jani koise ne kotha xini dada

  • @JitulSarma-w2c
    @JitulSarma-w2c 16 дней назад

    Humble man....homy r jibant bht homoy ahok ... bless...

  • @MonbariBasumatary-k9l
    @MonbariBasumatary-k9l 17 дней назад

    Good .question.

  • @MonbariBasumatary-k9l
    @MonbariBasumatary-k9l 17 дней назад

    Good voice sir.

  • @BikramDas-m3v
    @BikramDas-m3v 17 дней назад

    Ame ki Jana mama he Jana

  • @kumudborah1345
    @kumudborah1345 17 дней назад

    Isndar sur ghoriyalor sukur pani sa

  • @DharitriSonowal-t4t
    @DharitriSonowal-t4t 18 дней назад

    Ase ase anekua faltu lora suwali bohut beya comment kore

  • @pradipdebnathkhairabari6680
    @pradipdebnathkhairabari6680 18 дней назад

    সুন্দৰ

  • @namritgogoi4677
    @namritgogoi4677 19 дней назад

    Ji korisa vl korisa tumi...

  • @mrinaldas6973
    @mrinaldas6973 19 дней назад

    Bal sudi kela mat tu sunib mon najay

  • @dibyajyotidoloi7808
    @dibyajyotidoloi7808 19 дней назад

    কোটি টকীয়া বিয়া পাতোঁতে ভবা নাছিলা নেকি ?? CID ৰ সমুখত বিশাল আৰু তোমাৰ কাজিয়া কিয় হৈছিল ??

  • @rajani8282
    @rajani8282 19 дней назад

    Poisa bur ki korile

  • @BimalSaikia-hr3ux
    @BimalSaikia-hr3ux 19 дней назад

    কুন বাৰু যায় , পাতিলোৱা ভায়েকৰ লগত হনিমুনলৈ ? গিৰিয়েকক নিনিয়াকে ?

  • @s-wj3tt
    @s-wj3tt 19 дней назад

    Bapek nothoka horu lora tu k khirai khai val lgisil nki

  • @harishmorang4247
    @harishmorang4247 20 дней назад

    Ha ha ha kam nai

  • @harishmorang4247
    @harishmorang4247 20 дней назад

    Ha ha ha kam nai

  • @harishmorang4247
    @harishmorang4247 20 дней назад

    Ha ha ha kam nai

  • @samiranmahanta575
    @samiranmahanta575 20 дней назад

    বেলেগ প্ৰাণী তই😂😂😂😂

  • @dipaliguwala1528
    @dipaliguwala1528 21 день назад

    Ration card apply ration card SSR Mati Bari nahin baki aapane Diya kuchh samay Paya suicide khaya to Shayad❤❤❤❤🙏🙏🙏🙏

  • @GeetanjaliBasumatari
    @GeetanjaliBasumatari 21 день назад

    Sobotkoi dangor kothatu hol....apunar logot lagi thoka manuhburei apunak sini napao buli kole bor beya lagise 😢😢manuh sini pabole khikok eibaror pora aru Kam kori jaok agor dore sumi baa....eitu eta khujug paise apuni manuh sinar..Kun manuh kenekuwa hoi 👍👍👍

  • @PratulKalita-j4r
    @PratulKalita-j4r 21 день назад

    Mal 2 olp km ke khbi aru nu ki km

  • @AmorDoley-l3v
    @AmorDoley-l3v 22 дня назад

    Tumi kiman val

  • @NehaBagame
    @NehaBagame 22 дня назад

    Toi aru jail pora ulabo nuawaro....bujiso....akhei nokoribi..

  • @DipankarNath-qz3jj
    @DipankarNath-qz3jj 22 дня назад

    Roi thok okn lokai thko okon

  • @DipankarNath-qz3jj
    @DipankarNath-qz3jj 22 дня назад

    Poisa khopao dibo lgibo

  • @TapanGhorai-k7n
    @TapanGhorai-k7n 22 дня назад

    Nice

  • @Friends-t9q
    @Friends-t9q 23 дня назад

    Ki boki ase aijone