৪০ হাজাৰ যুৱতী নাচনীয়ে কঁপাব বিশ্ব দৰবাৰ

Поделиться
HTML-код
  • Опубликовано: 21 окт 2024
  • ▶️ ৪০ হাজাৰ যুৱতী নাচনীয়ে কঁপাব বিশ্ব দৰবাৰ। বিহুৰ পাছত এইবাৰ আন এক অভিলেখ গঢ়িবলৈ সাজু হৈছে অসম। এইবাৰ বিশ্ব দৰবাৰত জিলিকিব অসমৰ অন্যতম জনগোষ্ঠী বড়ো সকলৰ পৰম্পৰাগত নৃত্য বাগৰুম্বা। ৪০ হাজাৰ যুৱতী নাচনীয়ে একলগে পৰিৱেশন কৰিব এই বাগৰুম্বা নৃত্য৷

Комментарии •