Himanta Biswa Sarma on Sumi Borah : চুমি বৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া | N18V

Поделиться
HTML-код
  • Опубликовано: 18 сен 2024
  • Himanta Biswa Sarma on Sumi Borah | 'চুমি বৰাই অসমৰ বাহিৰলৈ ওলাই যাব নোৱাৰে'
    * 'চুমিৰ হাতত টকা থকা বাবে ঘূৰি আছে'
    *টকা শেষ হ'লে নিজেই পুলিচক যোগাযোগ কৰি আত্মসমৰ্পন কৰিব : মুখ্যমন্ত্ৰী
    #News18Assamoriginals
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #himantabiswasarma #sumiborah
    #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/des... এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

Комментарии • 251

  • @njyotinjyoti7541
    @njyotinjyoti7541 12 дней назад +117

    কথা ক'ব জানা তাতে পাৱাৰত আছে টো মিছা কথা ও সছা হৈ যায়।

    • @dipman9923
      @dipman9923 8 дней назад +1

      Toiyo sik
      Ki baal sirai aasa😂😂😂😂

    • @njyotinjyoti7541
      @njyotinjyoti7541 8 дней назад

      @@dipman9923 যহৰা তই‌ ঘান্তা কৰি আছ অসমিয়া লিখিব নাজান

  • @rituparnabhardwaj760
    @rituparnabhardwaj760 12 дней назад +64

    ধৰক ধৰক অসম পুলিচে অতি সোনকালে চুমি বৰাক...!

  • @jonoyt8991
    @jonoyt8991 12 дней назад +22

    মায়াক চুমিয়ে চুমা খাই টকা এগালমান দিলে সকলো ঠিক হৈ যাব।মামাতো এনে চিণ্ডিকেটৰ ওস্তাদ।

  • @samsulali4266
    @samsulali4266 12 дней назад +44

    ভুলটো ৰাইজৰ,কাৰন জমা থব নালাগিছিল।

    • @prosenjitpegu-fp6li
      @prosenjitpegu-fp6li 12 дней назад +4

      এটা কথা তোমাৰ পৰা বাৰু কোনোবাই দুদিন পাছত ঘুৰাই দিম বুলি কৈ পইচা লৈছে আৰু পাছত পইচাটো খাই সি পলাল তেতিয়া মানে তোমাৰে ভূল হ'ব নহয় জানো ।

    • @sauravchandradas9599
      @sauravchandradas9599 8 дней назад

      True

  • @thepoliticalawareness1021
    @thepoliticalawareness1021 12 дней назад +54

    CM Sir পুলিচৰ কাৰনে প্ৰণাম আঁচনি লোৱা উচিত। তেওঁলোকে যিহেতু Case solve কৰিব নোৱাৰে গতিকে তেওঁলোকে ঘৰত থাকিব মাক দেউতাকৰ লগত ফটো upload কৰিব আৰু চৰকাৰে দৰমহা দিব। কাম নকৰি দৰমহা ললেও ৰাইজৰ লাভ হব। কিয়নো বস্তু বাহিনীৰ দাম কমি যাব পাৰে?
    সমাজখন ধৰি ৰাখিবৰ বাবে পুলিচ আৰু ন্যায় ব্যবস্থাৰ বিশেষ ভূমিকা আছে। কিন্তু এতিয়া ওলোটা হে হৈছে।ক্লাছ 9 ক্লাছ 10 ৰ লৰা ছোৱালীয়ে Drugs ৰ কবলত পৰিছে। CM Sir এ কয় আজিকালি অপৰাধী সকলে বেলেগ বেলেগ উপাই লৈছে কাৰনে পুলিচ সফল হোৱা নাই Drugs Mafia ৰ বিৰুদ্ধে? যদি CM Sir এ এটা বিফলতাৰ নিদৰ্শন দাঙি ধৰা বিভাগ এটাক যদি safeguard দিয়ে তেতিয়া সেই বিভাগটোৰ মানুহ সকলে আৰু বেছি উৎফুল্লিত হব? অসমৰ সমাজ ব্যবস্থাৰ বাবে আৰু ডাঙৰ বিপদ আহি আছে। অসমত চোৰ, ডকাইতি, Chain চোৰ, Rape, মাৰপিট, মদাহীৰ উৎপাত সব বাঢ়িছে আৰু আগলৈ ভয়ংকৰ বৃদ্ধি হব?

    • @aswinimajumder1553
      @aswinimajumder1553 12 дней назад +1

      আমি বোৰে আত্মসমালোচনা নকৰি আনক দোষ দিয়াত অভ্যস্ত হৈ গৈছো। ভাৱি চাওক চোন, এই ধৰণৰ সহজতে অধিক ধন ঘটাৰ মুৰ্খামী ২০/৩০ বছৰৰ পৰাই চলি আহিছে। তথাপিও শিল্পী, সাহিত্যিক মূধাফুটা ডাক্তৰ , যদু মধু সকলো সেই 'বেগ পাইপাৰৰ' কাহিনী টোৰ নিচিনাকৈ বাহী বজোৱা মানুহ কেইটাৰ পিছত দৌৰি ফুৰিছে। অসমৰ বীৰ সেনা বাহিনী কেইটাই বহিৰাগত ক সমজুৱা ভাৱে আঠু লোৱা কাহিনী ওৰ নপৰোতেই এই কাহিনী। কি থিক, বহিৰাগত কেইটাই অসমীয়াৰ মুখত চূন ঘহিবলৈকে ভৰিৰ তলৰ পৰা কাৰপেট খন টানি নিলে?

  • @perigeeporisaikia7035
    @perigeeporisaikia7035 12 дней назад +81

    কথাৰ বলতে তিকি আছে এখেত।তেহে মামীৰ সম্পত্তিও লুকাই থাকিব।

  • @মনযায়-স৮জ
    @মনযায়-স৮জ 11 дней назад +25

    আপুনি টু বহুত মাটি কিনিলে আপোনাক কোনে ধৰিব

    • @MikealPran
      @MikealPran 7 дней назад

      Kiman din powert thakibo. Hitler r nisina duniya xekh kori xontrakh sristi Kari aji kot matit mohili.

    • @nassimuddinahmedchoudhury1031
      @nassimuddinahmedchoudhury1031 6 дней назад

      Edin eituo Jail jabo

  • @AnupamBara-be9pu
    @AnupamBara-be9pu 12 дней назад +17

    চিবিআই ক নিদিব।জোনমনি ৰাভাৰ নিচিনা হ'ব। আমাৰ পুলিচেই বিচাৰি উলিয়াওক।মৌমিতাৰ কেচটোত চিবিআই ৰ একটিভিতি মন কৰক।

  • @gyanalbert1184
    @gyanalbert1184 12 дней назад +24

    মামা আপোনাৰ চুলিখিনি কিন্তু কিছু বনালে দেই ? মানিব লাগিব আপোনাক ! আচৰিত কৰ পৰা কি হৈ গল ! মানিব লাগিব আপোনাক ৷

  • @swaminath7698
    @swaminath7698 12 дней назад +34

    আপোনাৰ পুলিছে ধৰিবই পৰা নাই Ford বোৰক ... মৃদুপৱন নেওগক আজিলৈকে ধৰিব নোৱাৰিলে অলপ টিঙৰ পৰা নামক

    • @saku7945
      @saku7945 11 дней назад

      Hauk diyok congress or dint aku huwai nasil tun apunakor mote.... Assam ot asomiya asomiyar xatru.....tat ke aru dukhr bihoi k...dhui

    • @DhanJRabha-oz4yu
      @DhanJRabha-oz4yu 11 дней назад +2

      Agote Apuni fraud spelling tu hikhi lo.. Ford bule🤣🤣

  • @hiteshdeka153
    @hiteshdeka153 11 дней назад +10

    চুমী বৰা ওপৰৰ মাল। Anticipatory bail পোৱাৰ পাছত বিচাৰি পাব।

  • @dipankardas9267
    @dipankardas9267 12 дней назад +14

    মামাৰ ঘৰত চুমি মামি লোকাই আছে 😅

  • @lambitgogoi4835
    @lambitgogoi4835 12 дней назад +17

    এখেতৰ বহুৱালী কথাৰ শুনাৰ ধৈৰ্য নাই দেই, ভুল হ'লেও ক্ষেমা কৰিব😁😁😁

    • @nayankumarpawe2671
      @nayankumarpawe2671 12 дней назад +2

      এখেতৰ মহিমা অফাৰ কেতিয়া কি কৈ তাৰ কোনো মুখৰ গেৰান্তি নাই ৱাৰেণ্টি নাই। খন্তেকতে ইমান ডাঙৰ কেলেংকৰি এটা সৰু কৰি পেলালে।

    • @mrinalnath1283
      @mrinalnath1283 10 дней назад

      Haha thikei vai

    • @mrinalnath1283
      @mrinalnath1283 10 дней назад

      Uporor mal

  • @Sahinurislam-ig9yi
    @Sahinurislam-ig9yi 12 дней назад +45

    Just Imagine Ei Mohila Goraki Jodi Miya Hol Heten 😂

    • @arnabtv4446
      @arnabtv4446 7 дней назад

      Apuni Miya neki?

    • @bijitkumarbharali3530
      @bijitkumarbharali3530 7 дней назад

      ইমাজিন বুলি কথা নাই দুনিয়াৰ বেয়া কাম মিঞাই কৰে, এইটো যেনিবা কৰা নাই।

  • @pujahazarika5456
    @pujahazarika5456 11 дней назад +4

    Mama tumi kintu kotha kuat bht expert dei 😘

    • @Heyu23hjk
      @Heyu23hjk 3 дня назад

      Um hoi xei expert kothate tuhote vuli howa 😂

  • @MrDax-dy7wu
    @MrDax-dy7wu 12 дней назад +13

    7000 crore scam kra jonor khbr noloi nki kuno..... deepankar barmanor

    • @spiraltandoorigahori
      @spiraltandoorigahori 12 дней назад +3

      Exactly, haitu case manuhe pahorile

    • @amarsharma7332
      @amarsharma7332 7 дней назад

      Pagol hola ni? 7000 crore kiman hoi jana ne? Media ki baat mat sun beta. Vishal ne bhi 2000 crore ka scam nahi kiya but jada amount bolenge tabhi toh log jada news dekhenge 👈

  • @mixtvne6684
    @mixtvne6684 12 дней назад +7

    Enekoi serious kotha dhuniake koi soli ase😂😂

  • @nabinbordoloi8854
    @nabinbordoloi8854 12 дней назад +6

    তাৰমানে চিধাকৈ কৈ দিয়ক আপুনিয়েই ৰক্ষনাবেক্ষন দি আছে

  • @dulumoninath9989
    @dulumoninath9989 12 дней назад +17

    Ji goraki mohila mane sereng koi baido 😂 mama apuni sini napai neki😂

  • @nagenrabha4682
    @nagenrabha4682 11 дней назад +9

    Mondol aru circle officer bilakok betan nidiye neki apuni ,toka nidile kaam nokore.
    Mondol groundot ahile 3000
    Land permission 12000 , Mondol +Co
    Batoara 8000 , Mondol + Co
    E bilak kio dekha nai,
    Sab commission pai ase sage...

  • @rajudax681
    @rajudax681 12 дней назад +2

    Right dada

  • @rahil8680
    @rahil8680 12 дней назад +5

    এৰেষ্ট কিয় কৰিব পৰা নাই

  • @prabhatchutia
    @prabhatchutia 12 дней назад +2

    🙏🙏🙏

  • @PulinBora-w6d
    @PulinBora-w6d 6 дней назад +1

    যদিহে কোনোবাএজন লোকে কাৰোবাৰ পৰা কৌশলেৰে টকা লৈ টকাখিনি শেষ নোহোৱা পৰ্যন্ত আত্মগোপন কৰি যদি থাকিবই পাৰে তেনেহলে পুলিচক অৱগত কৰাৰ একো লাভেই নহব দেখোন।টকাখিনি শেষ কৰাৰ আগতেই ধৰিব পাৰিব বুলি আশা কৰিহে আমি পুলিচক অৱগত কৰোঁ।অপৰাধীজনৰ টকা শেষ হৈ আত্মসমৰ্পণ কৰালৈকে ৰখি থাকিবলৈ নহয়।

  • @user-gd1rf3vb4v
    @user-gd1rf3vb4v 4 дня назад +1

    হীমন্তই😂 টকা খাবলৈ পালে খোৱা মানুহ তদন্ত কৰক

  • @dhritimandas3527
    @dhritimandas3527 12 дней назад +6

    Ai2 case CBI ED loike jabo lage. Karon okol sumi Bora ba bishal phukan a nhoi. Ehote okole ketiao koribo nuare eman kam. Eate bhut aru involved hoi ase

  • @ChandanChutia-m6e
    @ChandanChutia-m6e 12 дней назад +2

    Thikai koise

  • @nabindas7409
    @nabindas7409 12 дней назад +10

    Ai a smart police naki... Gorib manuh hole NXT day dhorile hoi. Rou, Borali olabo neki.

  • @Jaiaiaxom12
    @Jaiaiaxom12 12 дней назад +4

    Pora poisa khala ❤❤❤ dai

  • @pradipbarman6150
    @pradipbarman6150 12 дней назад +1

    Sir catch up ,

  • @K35586
    @K35586 12 дней назад +4

    Minister familyr illigal money property bur CBI enquiry kribo lge 🙏

  • @BhaskarGogoi-m6p
    @BhaskarGogoi-m6p 5 дней назад

    Bah ustaad kobo lagib.....

  • @raydorius6786
    @raydorius6786 6 дней назад

    Today you said at right treck. Good boy.

  • @channelabcreation
    @channelabcreation 11 дней назад +3

    শ্ৰদ্ধাৰ ৰাকেশ পাল দেৱ মহাসয়ৰ ভ্ৰাতৃ?!!! আজিয়ো .."ধৰাত".. নপৰিল???

  • @miduldutta8798
    @miduldutta8798 6 дней назад

    Thik kotha koise c/m sir ❤❤❤

  • @ManzzurOfficial
    @ManzzurOfficial 12 дней назад +9

    Mama r kotha huni aji
    cm r nisina lagise .....
    Proud of our mama ❤

  • @hillmiriarunachal4680
    @hillmiriarunachal4680 7 дней назад

    Good

  • @chandrasekharsarmah3010
    @chandrasekharsarmah3010 12 дней назад +3

    বঙালীত কিয় লিখি দেখুৱাই আছে বুজি পোৱাৰ বাহিৰত।

  • @Amrit.bani12
    @Amrit.bani12 11 дней назад +1

    জমা থোৱা সকলে চৰকাৰ নাইবা পুলিচ মুৰ ঘুৰাই লাভ নাই. জমা থোৱা সকলে সজাগ নহয়

  • @Babu1432-s3s
    @Babu1432-s3s 12 дней назад +4

    Poisa kaita khek hoa pisot dhorile ki hobo ami kot pam poisa bor😂😂

  • @northeastmarijaan
    @northeastmarijaan 12 дней назад +3

    DGP ছাৰে সছাতো কৈছে তেওতো আইনৰ মানুহ ভাল কথাই কৈছে আইনে এভিদেন্ছ বিছাৰে কিন্ত যদি চুমিয়ে কেছত লেন দেন কৰিছে যদি কেনেকৈ এভিদেন্ছ পাব

  • @ArjunRajbongshi-ht2xs
    @ArjunRajbongshi-ht2xs 7 дней назад

    মুখ্যমন্ত্ৰী এজনৰ মুখৰ কথা।।

  • @DipankarDey-h7o
    @DipankarDey-h7o 7 дней назад

    Next PM sure

  • @SunilKalita-p2h
    @SunilKalita-p2h 12 дней назад +3

    Atiya poisa bure kune Dhurai dibo mama

  • @bhabapait3478
    @bhabapait3478 10 дней назад +1

    Good voice sir

  • @swapnalihazarika6145
    @swapnalihazarika6145 12 дней назад +2

    Oooo sir...... Aamak enekoe tupi pindhai jawk aru ami pindhi thakim aru deok😂

  • @puspalatabarman3080
    @puspalatabarman3080 8 дней назад +1

    Dipankar Barmanok bisari ulauk. 7000 cror loi polale😂

  • @MikealPran
    @MikealPran 7 дней назад

    হিটলাৰৰ নিচিনা প্ৰৱল প্ৰতাপী একনায়ক্ত বাদী শাসকে বিশ্বক ত্ৰাহী মাম ত্ৰাহী মাম কৰাইছিল। মামা সময় সদায় একে নাথাকে। আশা নকৰোঁ আপোনাৰো এদিন বিজয় মালীয়াৰ দৰে দিন নাহক।

  • @GaneshRay-np6bj
    @GaneshRay-np6bj 7 дней назад +1

    Riniki jonik kune dhoribo

  • @indianoverdrive6507
    @indianoverdrive6507 11 дней назад +3

    Sumi-Bishal r logt politician ase

  • @equityresearch1995.
    @equityresearch1995. 12 дней назад +14

    Police a surrender koribo buli roi ase😅😅😅Ki Bakwas😅

    • @Bastabbhuyan3118
      @Bastabbhuyan3118 11 дней назад

      Hei2 kua nai baba koise poisa ses hoi gle...nije dhra dbo hi...tar meaning ei2 nhoi j police e hei2 hu le roi ase..

  • @Sanoydutta
    @Sanoydutta 11 дней назад +1

    Apuni kiman percent loise

  • @RajuKalita-r1q
    @RajuKalita-r1q 7 дней назад

    মচলা 2 হাজাৰ কোটি মহাসয় মই অকৰা বিছাৰি কিয় পোৱা নাই মোৰ টকা মোক লাগিব কিন্তু নহ'লে কথা বেয়া হ'ব

  • @MineeboruahGogoi
    @MineeboruahGogoi 7 дней назад

    Hoi sri

  • @user-en1ql7qp2e
    @user-en1ql7qp2e 7 дней назад

    আপোনালোকৰ সম্পত্তিৰ হিচাপটো কোনে কৰিব৷

  • @GitaDevi-e8u
    @GitaDevi-e8u 2 дня назад

    Ejon byoktiyk 90 pager question sheet photo capture koriboloi minimum 10-15min time lage.. Jodi Question capture koribo parile jetiya . Answer Shett o tu fill up nokorile buli kenekoi Bisakh korim...
    Dokhi Byokti jonor mobile jobda kori ki labh? photo Capture korar Time Dekhabo lage jonotak..

  • @archanasaikia9763
    @archanasaikia9763 6 дней назад

    চুমিয়ে এতিয়াও ইমান ডাঙৰ ডাঙৰ কথা কবলৈ সাহস কৰিব পাৰিছে যে🙄 আচৰিত

  • @pranjalujha7645
    @pranjalujha7645 7 дней назад

    ❤mama media in money manage😮

  • @uttanka
    @uttanka 11 дней назад

    Sir eaibur thikei ase, culprit ejonok dhorok db stock and sumi bora. It will give confidence to general people. It all happened becoz of the financial illiteracy of the region.

  • @PobitraMorang-y4c
    @PobitraMorang-y4c 7 дней назад

    Mama jodi apuni jodi sumì bora bosale aami ?

  • @PapuPapu-uh6jh
    @PapuPapu-uh6jh 6 дней назад

    No🙈🙉🙊

  • @kitt9435
    @kitt9435 12 дней назад +4

    Eee 100crore maan khale atia loike sob manage hoi gol. Eyar mukh 10 khn aase.

  • @ezazulhoquemollah857
    @ezazulhoquemollah857 12 дней назад +1

    May God bless u sir

  • @deepjyotikalita1172
    @deepjyotikalita1172 11 дней назад +3

    Smart police je time alp lgibo diko

  • @FIRUjAli-w9o
    @FIRUjAli-w9o 12 дней назад +1

    হেমনতৰ। বিচ। চৰমা। কঠা। শুনি। ভালনালাগে

  • @user-jq5yi7ix7o
    @user-jq5yi7ix7o 7 дней назад

    চুমিক বিজেপিয়ে টিকট দিয়াটো চিয়ৰ

  • @rituponborah7394
    @rituponborah7394 10 дней назад

    অসম পুলিচ ঘোচ খোৱা 😂😂😂😂

  • @bihurguti5769
    @bihurguti5769 12 дней назад +3

    মই জানো ইয়ালৈ বহুত মানুহ Comment পঢ়িব আহিব। মানে মোৰ পুৰণা চাইকেল এখন বিক্ৰী কৰিবলগীয়া আছে।
    যদি কোনোবাই কিনিবলৈ আগ্ৰহী তেন্তে মোক inbox ত জনাব!!!
    অতি কম দামত দিম। 😊

  • @withxialuu2013
    @withxialuu2013 11 дней назад +1

    Smart meter e je gutei assam luti ase cm sir tak loiu kok ako kiba ata

  • @bhargovborgohain5767
    @bhargovborgohain5767 7 дней назад

    Borman r case to ke hol

  • @banashreegogoi
    @banashreegogoi 12 дней назад +1

    Imaan din laagise ne heijonik dhoriboloi

  • @Bindasslife32
    @Bindasslife32 7 дней назад

    মামা আপুনি মাথাত কি লগাই ছে চুলি গজি গৈছে

  • @pallabirg5312
    @pallabirg5312 12 дней назад

    Why a person like CM getting into all these ?

  • @ArunSaikia-ol2kw
    @ArunSaikia-ol2kw 7 дней назад

    Mama এতিয়া ‌কি ইছু
    উলিয়াব

  • @dostireactionatoz
    @dostireactionatoz 8 дней назад +1

    Sudi bora anei bodnaam krise😂😂
    Dhoni hoboloi raije poisa dile tatei ki hol
    Atiya sudi borak lage😂😂😂

  • @SanilSadda
    @SanilSadda 12 дней назад +1

    Tohte xai chance tu disa asolote tait koi toht besi dukhi

  • @ajgaming7510
    @ajgaming7510 11 дней назад

    Mridupawan neog aru Rajib pal kt mama.....?

  • @moromiboro1489
    @moromiboro1489 9 дней назад

    Sar reson kart ketiya hobo

  • @bidyutbikash7668
    @bidyutbikash7668 11 дней назад +1

    Mama beleg kn2🎉🎉

  • @alwayssmile7390
    @alwayssmile7390 10 дней назад

    Uporor manuh a support Kori ase sage

  • @lkjhgfdsa09
    @lkjhgfdsa09 11 дней назад

    😂😂😂😂😂mama is great

  • @শেয়ারবাজারশিক্ষা

    আসাম কবে স্বাধীন হবে?
    স্বাধীন দেশ উন্নত হয় তাড়াতাড়ি

  • @ujjwaldas2497
    @ujjwaldas2497 7 дней назад

    Mama hosake tai ghuri ahil poisa hekh hol sage

  • @PahadiGaming-o1z
    @PahadiGaming-o1z 8 дней назад

    1:35 Surrender korla Sumi e Mama r kotha xosa hol

  • @PolashiBorahofficial
    @PolashiBorahofficial 7 дней назад

    Janu pai! Asol rohosya tu buji puwa nai kintu

  • @bipulboruah3353
    @bipulboruah3353 10 дней назад

    মামা মাটি আৰু কিনিলে হেনো

  • @sumanbaruah9254
    @sumanbaruah9254 11 дней назад

    CBI nohoi ED e sai eai sob case

  • @Funguy-x9d
    @Funguy-x9d 11 дней назад

    DB Stock r nam tu nuhua hoi gl j kr u mukh t

  • @pankjdas8139
    @pankjdas8139 10 дней назад

    Ki koi ase mama

  • @monponshreesaikia3988
    @monponshreesaikia3988 12 дней назад +1

    faltu media val questions ata korib najane

  • @PobitraMorang-y4c
    @PobitraMorang-y4c 7 дней назад

    Moi sam likhi aasu

  • @mytubemate9406
    @mytubemate9406 6 дней назад

    Axom Police kita akou dhoni manuhor pokectot hey humai thake...🎉🎉🎉

  • @rahulsonowal1743
    @rahulsonowal1743 12 дней назад +1

    Jalan mati kini apuni bahut khatra kam korile kintu mandir backside congress dinotu eman lup nasile dibrugarh government plot nikinibo please

  • @ghussain1994
    @ghussain1994 12 дней назад +1

    Online tranding jiahadi mouj mouj

  • @s_tv2312
    @s_tv2312 11 дней назад

    Who is investing should also be looked upon . It will really help understand why vishal was chosen as the investment guy and not any professional apps like grow or zerodha

  • @humanswargiary5202
    @humanswargiary5202 10 дней назад

    Joonmoni rabhai nyai napale kintu ajiloi

  • @MrMrinmoy87
    @MrMrinmoy87 10 дней назад

    সাংবাদিকে হাজাৰ কোটি লুন্ঠন ককি পলাই যোৱা DB STOCK তথা দিপাঙ্কৰ বৰ্মনৰ ওপৰত প্ৰশ্ন কৰা নাই কিয় ?

  • @biswajithazarika7542
    @biswajithazarika7542 12 дней назад +1

    Asssamor politician media ..polic sob poisa dile mukh bondha krib hl2 .moi ihotok like nkru

  • @pratimabora3929
    @pratimabora3929 10 дней назад

    News bsi kori ase...

  • @TapanDeka-jg2os
    @TapanDeka-jg2os 8 дней назад +1

    Aap. Ne. Assam. Ka. Bolo