অম্বুবাচী

Поделиться
HTML-код
  • Опубликовано: 15 сен 2024
  • #ভাগৱতপাঠ #pranjitgogoi #bhagawatpath#pranjalprotimborah
    ভাগৱত পাঠ ব্যাখ্যা
    স্থান--নামতি লোনপুৰিয়া।
    পদ্ম কাকতি বাপজনাৰ বাসগৃহ।
    পাঠ আৰু ব্যাখ্যা-প্ৰাণজিৎ গগৈ,খনামুখ।
    ভিডিঅ এডিট-প্ৰাঞ্জল প্ৰতীম বৰা।
    শব্দযন্ত্ৰ-ভাই চাউণ্ড চাৰ্ভিচ,খনামুখ।
    অনুষ্ঠানটি আত ধৰোতে আমি মহা অধমে জ্ঞাতে বা অজ্ঞাতে কৰা ভুলৰ বাবে আপোনাসৱ মহা মহন্তৰ চৰ#sibsagar ণত সেৱা জনাইছো...🙏🙏🙏

Комментарии • 1,6 тыс.

  • @bhusansarma8073
    @bhusansarma8073 2 месяца назад +48

    শংকৰদেৱে সকলোকে সমান বুলি ভাৱিছিল কিন্তু এতিয়া ৰ শংকৰী বোৰে ধৰ্ম টোৰ মাজত বিভেদ অনা বুলি পৰিলক্ষিত হয় | ভগৱানৰ ওপৰত কোনো হব নোৱাৰে | জয় শ্ৰী ৰাম জয় মা কামাখ্যা ❤

    • @Jaanrdas6364
      @Jaanrdas6364 2 месяца назад

      Val lagile huni krishno..
      Mi kotha ata janib bisaru j Dev devi Ku puja koru Aru bisakh Koru ! Mi namghor logot tu jorit vogwank bisakh koru.! Kotha2 hol atia mi kak Ki korim kak manim.?
      Aru ata kouk beleg Dev Devir murtik sab korib napay ! Kintu krishno murti sab pay kio..? Krishno murtitu, murti nohoy neki ?

    • @ArunaBhuyan-ob1ey
      @ArunaBhuyan-ob1ey 2 месяца назад

      Krishnak pujile Puja hokolure hoi . Prithoke pujile Puja kehu nolovoiyo. Buji louk

    • @pujapanservice3710
      @pujapanservice3710 2 месяца назад +3

      @@ArunaBhuyan-ob1ey Tur baperok Puj okol marok nupujibi , marok khedi de gharor pora . Krishna k pujile hokoluke Puja hoi kotha kobole aaho . Krishna i koisile nki ? Muke pujibi belegok nupujibi buli . Ninda kora kotha eibur tohotor . Beleg rajyar krishna bhaktaitu hokluke Mane. Tohoti pabot joga adharmi mohapapi tohot.

    • @Abhinabdutta-f1k
      @Abhinabdutta-f1k 2 месяца назад

      Apuni debi puja kore ki paise

    • @pujapanservice3710
      @pujapanservice3710 2 месяца назад +1

      @@Abhinabdutta-f1k Toi Sankar dharma loi ki bal dal paiso, musolane Allah Mane ki paise , Christian a jishuk Mane hihote ki paise . Anor dharmak kamurai Kam tohotor . Tohotor dharma tu a hatya nki ei prithibit hajarta dharma ase . Tohotor sankari dharma harbe harba nohoi.

  • @debojanibhattacharjya7385
    @debojanibhattacharjya7385 2 месяца назад +5

    জয় মা কামাখ্যা। এই মহাপণ্ডিত ৰ জ্ঞান অপৰিসীম যেন পাওঁ

    • @ArunaBhuyan-ob1ey
      @ArunaBhuyan-ob1ey 2 месяца назад

      Apunar he Gyan oprikhim diok . Eman hundorkoi Sastro honmotto kotha kuar pisotu eyake Buji pale

  • @kamalsharma2034
    @kamalsharma2034 Год назад +70

    ভগৱন্ত আৰু আমাৰ মনুষ্যৰ মাজত বহুত পার্থক্য আছে। আমি শ্রীমন্ত শঙ্কৰ দেৱ আৰু মাধৱ দেৱৰ জন্ম আৰু মৃত্যু তিথি পালন কৰোত অথচ তেওঁলোক তো আমাৰ বংশৰ নহয়। কিয় পালন কৰো তেওঁলোক গুৰু দুজনা আমাৰ পিতৃ স্বৰূপ। ঠিক তেনেকৈ মা কামাখ্যা ৰজশ্বলা হ'লে আমি মাতৃ দেৱী হিচাপে হে মান্যতা দিও ৷ তেওঁ দেৱী .মানৱ নহয় ৷ ভগৱতত কোৱা মতেই যেনেকৈ বসুমতি আৰু বৰাহৰ সঙ্গমৰ ফলত নৰকাসুৰৰ জন্মৰ কথা কৈছে 'ঠিক তেনেকৈ মাতৃ বসুমতিৰ সৈতে যেতিয়া আমাৰ সান্নিধ্য স্থাপন হয় অর্থাৎ আমি বসুমতিত হাল বাও , কোৰ মৰা হয়, গছ পুলি ৰোৱা হয় তেতিয়া বেয়া প্রভাৱ পৰে বুলি পৌৰাণিক কালৰে পৰা বিশ্বাসক লৈ চলি আহিছে। মই মোৰ মনৰ ভাৱহে প্রকাশ কৰিলোঁ৷ ভুল হ'লে ক্ষমা কৰিব ৷

    • @mamilabhuuyan6391
      @mamilabhuuyan6391 2 месяца назад

      পুৰনি কাল নাই,বৰতমান যুগত ভাগৱত ধৰ্ ম পালন কৰিব লাগে তেতিয়া জীৱনত মুকুতি লাভ কৰিব পাৰি

    • @hemantakumardatta284
      @hemantakumardatta284 2 месяца назад +1

      Aeku bhul kowa nai.

    • @manashhazarika076
      @manashhazarika076 2 месяца назад

      বসুমতী আহাৰ মাহত ৰজচলা বুলি আপুনি কেনেকৈ গম পালে । আহাৰ মাহত টো কামাখ্যা দেৱীহে ৰজচলা হৈ চোৱা হ'ল। তেন্তে হাল কোৰ কিয় নমাৰিব । যদি বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে চোৱা যায় তেন্তে আহাৰ মাহত টো হাল বাবলৈ, কোৰ মাৰিবলৈ নাপায় বুলি পোৱা নাই ।

    • @baikunthagagai7359
      @baikunthagagai7359 2 месяца назад

      Vul hoise akou,val dore bislyekhon kora buji paba

    • @pujapanservice3710
      @pujapanservice3710 2 месяца назад

      Tohotor dharma branchat khula account. Hindu nohoi tohot

  • @japanidas6859
    @japanidas6859 2 месяца назад

    অচ্যুত কেশব কৃষ্ণ ৰাম নাৰায়ণ গোপাল গোৱিন্দ মুকুন্দ মাধব ৰাঘৱ যদুননদন কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম নাৰায়ণ

  • @tonmoinath275
    @tonmoinath275 2 года назад +67

    হৰ হৰ মহাদেৱ সকলোকে আমি সমান বুলি ভাবো আগতে ত্তত্ব বুজি লবা তাৰ পিছত ব্যত্ত কৰিবা । হৰ হৰ মহাদেৱ জয় মা কাম্যাখা

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকলো লৈকে সেৱা নিবেদন কৰিছো
    জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ

  • @rumigogoi8881
    @rumigogoi8881 2 года назад +34

    কৃষ্ণ কৃষ্ণ ভাগৱতত উপবিষ্ট সমস্ত জনলৈ ভক্তি ভৰা সেৱা নিবেদিলো কৃষ্ণ। আপোনাসবৰ অমৃত ময় বাখ্যা সময় উপযোগী শ্রৱণ কৰি পৰম সন্তুষ্টি লভিছো।

    • @lakhyagayan734
      @lakhyagayan734 2 года назад +2

      কৃষ্ণ কৃষ্ণ বা প। সেৱা জনাই ছো🙏🏻🙏🏻🙏🏻🙏🏻

    • @prativabora3555
      @prativabora3555 Год назад

      Yes GB

    • @sayanikadeori9672
      @sayanikadeori9672 Год назад

      ​@@lakhyagayan734²
      Cc

  • @mpofficial4972
    @mpofficial4972 2 года назад +9

    ব্যাখ্যা সুন্দৰ হৈছে ৷ শুনি ভাল লাগিল ৷কিন্ত যুক্তিৰ ওপৰত সামান্য সন্দেহ আছে

  • @pasantagogoi5463
    @pasantagogoi5463 2 года назад +17

    আপোনক শতকুটি প্ৰণাম জনাইছো বাপ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @bibekanandabora4843
    @bibekanandabora4843 Год назад +11

    🙏কৃষ্ণ কৃষ্ণ বাপ বহুত সুন্দৰ ব্যাখ্যা

  • @animadutta4133
    @animadutta4133 2 года назад +9

    Krishna bapjona bohut val lagil sewa jonalu .

  • @jibonchborah3819
    @jibonchborah3819 Год назад +24

    বসুমতী এগৰাকী মাতৃ বুলি ভাগৱতে কৈছে। বসুমতী ৰজস্বলা হয়। ৰজস্বলা অৱস্থাত বৰাহৰুপী বিষ্ণুৱে বসুমতীক উদ্ধাৰ কৰোঁতে ৰমণ কৰাৰ বাবে নৰকৰ জন্ম , এগৰাকী মাতৃ ৰজস্বলা মাতৃৰ যোনীমণ্ডলেদিয়েই হয় , পৃথিৱীৰ মাতৃৰ যোনী সেয়েহে এঠাইতেই থাকিব সেয়েহে গোটেই পৃথিবীয়েই অম্বুবাচীত অশুচী হয় ,,পাৰে যদি আমাৰ দ্বাৰা ৰচিত পৰম ব্ৰহ্মৰ সন্ধানত কিতাপ খনি পঢ়িব ,, আপুনি যে ক'লে শিব ই ভাং খাই, সেই তথ্য ক'ত পালে জনাব চোন,,আমি সেই তথ্য বিচাৰি কতো নাপালোঁ,,

    • @jodujunakakashmusical266
      @jodujunakakashmusical266 11 месяцев назад +3

      শিৱ‌ই ভাং খোৱা বুলি আমি আজিলৈকে পোৱা নাই 🙏🏻। আৰু জোতিময় বাপেও আজিলৈকে কোৱা নাই কৃষ্ণ ।

    • @anant8469
      @anant8469 7 месяцев назад +1

      আৰু কব গ'লে সকলো জীৱৰ পাৰ্বতী মা হয় । কোন মাকে নিজৰ সন্তানৰ বলি নিবিচাৰে।

    • @PratapKalita-xc7bb
      @PratapKalita-xc7bb 3 месяца назад

      ​@@anant8469jn ni

    • @bnjn5135
      @bnjn5135 3 месяца назад

      ​@@anant8469 ঠিকেই কৈছে আপুনি।

    • @sourabhborah9418
      @sourabhborah9418 2 месяца назад +2

      কামাখ্যা দেৱী আৰু বসুমতি একে গৰাকী নহয়

  • @pranabbarman9255
    @pranabbarman9255 2 месяца назад +5

    সুন্দৰ বৈজ্ঞানিক বিশ্লেষণ দাঙি ধৰিলে.....জয় ভাগৱত শাস্ত্ৰ 🙏... জয় শ্ৰী কৃষ্ণ 🙏

  • @pranitachoudhury-my4do
    @pranitachoudhury-my4do 10 месяцев назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @modanborah2333
    @modanborah2333 Год назад +7

    🙏🙏 কৃষ্ণ কৃষ্ণ,বাপজন সেৱা নিবেদিছো।বৰ সুন্দৰ ব্যাখ্যা কৰা হৈছে। গুৰু জনাৰ কৃপা মিলক। কৃষ্ণ

  • @bantideka823
    @bantideka823 2 года назад +3

    বহুত ভাল লাগিল আপোনাৰ অমৃতময় কথা শুনি কৃতাৰ্থ হৈছোঁ।

    • @anantadoley4009
      @anantadoley4009 2 года назад +2

      অমৃতময় কথা ভাল লাগিছে

  • @mousamhazarika8972
    @mousamhazarika8972 2 года назад +8

    সকলো সুন্দৰ ভাগৱতৰ বাখ্যা,কিন্ত এটা কথাই সদায় মনত বিভান্তি কৰে,শঙ্কৰ সংঘৰ সমাজে কি নিয়মত তিনি দিনৰ ৰাতিৰ পৰা সেৱকীৰ ঘৰত শাষ্ট পাঠ কৰিৱ পাৰে,পৰিয়ালৰ সকলোৰে সকাম নোহোৱালৈকেটো ব্ৰতট থাকে,ভূল হ'লে ক্ষমা কৰিৱ ।

    • @জ্যোতিময়Jyotimoy
      @জ্যোতিময়Jyotimoy  2 года назад +2

      কৃষ্ণ পাৰিলে ফোন এটা কৰিব

    • @lifeetc4679
      @lifeetc4679 2 года назад +1

      @@জ্যোতিময়Jyotimoy প্ৰভু বৰ সুন্দৰ ব্যাখ্যা ।বহু উপকৃত হলো।

    • @dhrubajyotisarmah6733
      @dhrubajyotisarmah6733 2 года назад

      Si ekodal najane dharma ki

    • @AnilTantibhagawat
      @AnilTantibhagawat Год назад

      Hongat nuhumai bahirar para gale lav ni

  • @ajitkhound8594
    @ajitkhound8594 2 года назад +8

    শঙ্কৰদেৱৰ লিখিত ভাগৱতৰ সেই চাৰি জেওৰাই অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতিক বিনষ্টহে কৰিব । অসমৰ এচাম লোকে শঙ্কৰদেৱৰ ধৰ্মমতত বিশ্বাস কৰিবলৈ গৈ অসমৰ সমাজ ব্যৱস্থা ভাগ ভাগ কৰিবলৈহে লৈছে ।

  • @Tacnical-w5y
    @Tacnical-w5y 2 года назад +10

    কৃষ্ণ মই বহুত দিনৰ পৰা ভাবি আছিলো এই বাখ্যা টো শুনি বৰ বাবে ভাল লাগিল

  • @nipendas7287
    @nipendas7287 2 года назад +5

    Bohut bhal lagil 🙏🙏🙏🙏

  • @dipalitamulyboruah9037
    @dipalitamulyboruah9037 2 года назад +7

    কৃষ্ণ।বাপ গৰাকীৰ শ্ৰীমুখে অমৃতময় ভাগৱত ব্যখ্যা শুনি ধন্য মানিছো।বাপ গৰাকীলৈ প্ৰনাম জনাইছো।কৃষ্ণ।

  • @bollywoodsongo7583
    @bollywoodsongo7583 Год назад +1

    Kishono kishoni bhut bhal lagil ❤❤❤❤❤❤❤kishono kishono

  • @Miduldutta
    @Miduldutta 2 года назад +9

    কৃষ্ণ কৃষ্ণ বৰ সুন্দৰ বিশ্লেষণ এনেকৈ শুনিবলৈ পাম বোলি ভৱাই নাছিলো,,,,, আপোনাক ধন্যবাদ জনালো প্ৰভু, আমাৰ ভুল বিলাক আতৰি গৈছে প্ৰভু, অন্তৰত স্পৰ্শ হৈছে জয় গুৰু শংকৰ জয় গুৰু শংকৰ জয় গুৰু শংকৰ

  • @KishanBordoloi-md9cq
    @KishanBordoloi-md9cq 2 месяца назад

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

  • @dhrubajyotigogoi2269
    @dhrubajyotigogoi2269 2 года назад +5

    কৃষ্ণ প্ৰভু🙏, কৃষ্ণ প্ৰভু🙏, কৃষ্ণ প্ৰভু🙏,

  • @keshabbora7742
    @keshabbora7742 Год назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @jjyotitamuly8837
    @jjyotitamuly8837 2 года назад +2

    কৃষ্ণ প্ৰভু আপোনাৰ ভাঙনি বোৰ ইমান সুন্দৰ বাপ শুনি আপ্লুত হৈছো।

  • @jyotirekhahazarika9276
    @jyotirekhahazarika9276 2 года назад +3

    Aponar mukhar ai amrit banie antar atma sui gol. Bahut val lagil. Vogobank prathana korisu apuni dirghau, nirogi aru ajiban Krishna r kirtan kori xukhat thakok. Krisna

  • @gautamadhikary6547
    @gautamadhikary6547 2 месяца назад

    शिवाय विष्णु रूपाय शिव रूपाय विष्णवे |
    शिवस्य हृदयं विष्णुं विष्णोश्च हृदयं शिवः ||

  • @bitupanbordoloi6664
    @bitupanbordoloi6664 2 года назад +4

    Oh ভগবান কৃষ্ণ আপুনি মহান আপুনি নৱ প্ৰজন্ম উদ্যোগ, কৃষ্ণ

  • @sabitakalita7065
    @sabitakalita7065 Год назад +9

    কৃষ্ণ। কোন মাতৃৰ গৰ্ভত আপুনি জন্ম গ্ৰহন কৰিছিল। সেই মাতৃ গৰাকী সৌভাগ্য বতৰ হয় নিশ্চয়। ইমান সুন্দৰ কৈ ভাগৱতৰ বাখ্যা কৰি আমাক মুগ্ধ কৰিলে। নজনা কথা বহুত শিকিলো বুজিলো। আৰু বহ কথাই আমি জানিবলৈ বাকী আছে। সন্মানীয় বাপজনাক সেৱা আৰু ধন্যবাদ জনালো।🙏🏻

  • @DKNath-oe2ts
    @DKNath-oe2ts 2 года назад +6

    কৃষ্ণ বাপ জন
    ভক্তিভৰা সেৱাভাগি নিবেদিলো 🙏🙏🙏🙏

  • @manojkolita6221
    @manojkolita6221 Год назад +34

    হুইবেক ‎প্ৰচুৰ ‎চোৰ ‎ডকাইত ‎কলিত। ‎
    পাষণ্ডে ‎কৰিবে ‎বেদ পথক ‎দূষিত ।
    ‎পাষণ্ডৰ ‎মুখত ‎শুনিবে ‎ধর্মজ্ঞান । ‎
    কলিত ‎কৰিবে পাষণ্ডক ‎বহুমান ।।
    ‎মূৰ্খৰ ‎উন্নতি ‎হৈবে ‎ফুৰিবে ‎উল্লাখি ‎।
    ধৰ্ম বসানিবে ‎উচ্চ ‎আসনত বঢ়ি ।।
    (ভাগৱত দ্বাদশ স্কন্ধ)

    • @manashhazarika076
      @manashhazarika076 2 месяца назад

      ভকতৰ চৰিত্ৰ যেনেকুৱাই নহওঁক সেইটো প্ৰয়োজন নাই। আমি মাত্ৰ ভকতক সেৱা কৰিলে ভগৱান সন্তুষ্ট হ'ব। কৃষ্ণ

    • @pujapanservice3710
      @pujapanservice3710 2 месяца назад +1

      নিজে নিজক শ্ৰেষ্ঠ আক্ষা দিয়া হেই ভাগৱত নিজেই অহংকাৰী।

    • @debajitborah1673
      @debajitborah1673 2 месяца назад

      Bor har ukti dile dei.. ekebare heijonor logot khap khai porise..

    • @pujapanservice3710
      @pujapanservice3710 2 месяца назад

      @@manojkolita6221 গুণ নাম যিটো বিষ্ণুৰ শিৱৰ ।.
      তাক ভিন্ন কৰে যি নৰ।।
      নামৰ হিয়ো মহা অপৰাধী ।
      নৰকত পৰে দৈবে নাবাধি ।।
      কীৰ্তন (নাম অপৰাধ)
      Gotike tohoti moha papi , norokot bhugibi tohoti sankari Gitai.

    • @pujapanservice3710
      @pujapanservice3710 2 месяца назад

      @@manashhazarika076 Tohotor bhokot beesibhagei nnari kelengkari , saritrahin besibhag hangkori . Mohapapi durasari tohoti.

  • @pankajrajbongshi2197
    @pankajrajbongshi2197 2 года назад +1

    কৃষ্ণ কৃষ্ণ ভাল লাগিল আপোনাৰ ভাগবতৰ ব্যাখ্যা শুনি

    • @mainagoswami6365
      @mainagoswami6365 2 года назад

      Moi ekmot nohoi.. Mur lgt torko julti kotok.. Moi ready.. Sankar songhok moi proissoi nidiu. Who is sankar?

    • @mainagoswami6365
      @mainagoswami6365 2 года назад

      Moi boli bidhan kali gusani k pujim.. Kununu maikalal nai j mur esto devik pujibo mana kore..

  • @ruprampatar2446
    @ruprampatar2446 2 года назад +16

    সুন্দৰ বাখ্যা হৈছে গুৰু জনাই আপোনাক কূপা কৰক

  • @user-jr6dp5ge2q
    @user-jr6dp5ge2q 2 месяца назад

    Bohut dhuniya baap

  • @mridulasonowal7096
    @mridulasonowal7096 2 года назад +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্রভু। সেৱাহে🙏🙏

  • @yourchoiceyourmind7015
    @yourchoiceyourmind7015 2 года назад +1

    Vgbane apunak aru kripa krak lagate xunuta sakalaku .xchakoiy vagwat xunile mur vuk gusi jai xuni thakib mn jai .🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @ramaborah3940
    @ramaborah3940 2 года назад +11

    কৃষ্ণ সেৱা জনালোঁ🙏🙏

  • @user-sy5ro6zh7c
    @user-sy5ro6zh7c Год назад +2

    SUNNI BOUT VAL. LAGIL🙏🙏🙏🙏

  • @kirangogoi8937
    @kirangogoi8937 Год назад +12

    ভাগৱতৰ বাই ক্ষা ভাগ শুনি বৰ ভাল লাগে,কৃষ্ণ

  • @champakdas7745
    @champakdas7745 2 года назад +2

    val lagil bhu bhu dhynabad thakil

  • @sukhamtamuli5759
    @sukhamtamuli5759 2 года назад +15

    কৃষ্ণ বাপ বহুত ভাল লাগিল বহুতো নজনা কথা জনিলো🙏🙏🙏

  • @gautamadhikary6547
    @gautamadhikary6547 2 месяца назад

    Mor hridoyot Shiva Aru Narayan xomanei bidyoman ❤❤❤❤❤❤❤
    Har Har Mahadev.
    Oum Narayanay namah.
    Seibuli ki moi Ganesh prabhuk puja nokorim neki.
    Ganapati bappa morya.
    Kintu aijon moha pondite Hari Harak ved korise jitu papor bahire aku nohoy..
    Radhey Radhey ❤

  • @ratulHandique10
    @ratulHandique10 2 месяца назад +11

    হৰ হৰ মহাদেৱ। জয় মা কামাখ্যা।

  • @thunukalita6191
    @thunukalita6191 Год назад +2

    Oti sundor krishna kotha

  • @junumech653
    @junumech653 2 года назад +8

    কৃষ্ণ প্ৰভূ 🙏🙏কৃষ্ণ বৰ সুন্দৰ লাগিছে ভাল কথা শুনি বৰ আনন্দ পাছে কৃষ্ণ 🙏🙏কৃষ্ণ কৃষ্ণ

  • @surujkumarborah7473
    @surujkumarborah7473 2 года назад

    Bhute Bhute Hundor emn hundor koi baykhya korise mon sui gol Krishna Krishna Krishna🙏🙏🙏

  • @OnlineTrading-qh8cb
    @OnlineTrading-qh8cb 2 месяца назад +17

    শংকৰ সংঘ ওলোটা শাস্ত্ৰ। শংকৰ সংঘ পাবত গজা।

    • @pujapanservice3710
      @pujapanservice3710 2 месяца назад +2

      @@OnlineTrading-qh8cb ekdom thik kotha , ehotor Dore anok ninda kora ku saritra manuh prithibit nai. Musalman Bhai Gitai bhal.

    • @BandanaKalita-tr9xh
      @BandanaKalita-tr9xh 2 месяца назад

      সাই কাৰণে সংকৰ সংঘ অসম ত নাম আছে কিন্তু আন বোৰৰ নাম নাই।সঁচা কথা কোৱা কাৰণে গাত লাগিছে কিছুমান মানুহৰ। জয় গুৰু শঙ্কাৰ।।।

    • @pujapanservice3710
      @pujapanservice3710 2 месяца назад +1

      @@BandanaKalita-tr9xh Bal dal naam ase tohotor, nijoke nije naam ase kobole laj thakibo lagibo tohotor. Om namah shivaya. Har har Mahadev. Ek hajarot 10 ta tohotor hongkori.

    • @OnlineTrading-qh8cb
      @OnlineTrading-qh8cb 2 месяца назад +1

      @@BandanaKalita-tr9xh কি নাম আছে কওঁকচোন। অ' থাকিব পাৰে মহাচুৰ কেইটাতো শংকৰ সংঘয়ে। চুৰ কৰি চোৱা চিতা কাম কৰিবলৈ লাজ লাগিব লাগে। তাৰ পৰা সকাম পাতিবলৈ কলে নাম পাতিছো বুলি কয়।

    • @OnlineTrading-qh8cb
      @OnlineTrading-qh8cb 2 месяца назад

      @@BandanaKalita-tr9xh যিমান শংকৰ সংঘত মানুহ আছে মহা পাপী আৰু কেলেংকাৰী কেইটাই আছে তেওঁলোকৰ ইতিহাস চাওঁকচোন তেতিয়া গম পাব।

  • @ৰাধেৰাধে
    @ৰাধেৰাধে Год назад +8

    গোবিন্দই আপোনাক বহুত বহুত কৃপা কৰিব ৰাম লগতে আমি অধমবোক বহু বহু কৃপা কৰিলে ৰাম পৰম সন্তোষ লভিলোঁ❤️🙏

    • @anjukalita161
      @anjukalita161 Год назад +1

      ইমান শুন্দৰ বাখ্যা বহুত বহুত ভাল লাগিছে শুনি। ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃষ্ণ কৃষ্ণ শত কৌটি প্ৰণাম কৰিছোঁ।

  • @noyanbora1914
    @noyanbora1914 Год назад +4

    কৃষ্ণ কৃষ্ণ 🙏 বাপ জন আপোনাৰ দ্বাৰা গুৰুজনাৰ ভাগৱত ব্যাখ্যা শুনি অশেষ ভাল লাগিছে 🙏

  • @simantakalita3171
    @simantakalita3171 Год назад +8

    JAY MAA KAMAKHYA 🙏🙏🙏

    • @amritnath1156
      @amritnath1156 Год назад

      জয় মা কামাখ্যা🙏🌺🌺🌺🙏 🚩

  • @prakashborah1560
    @prakashborah1560 2 года назад +7

    শংকৰ মাধৱ হৰি,গোপাল স্বৰূপ ধৰি অনিৰুদ্ধ কৃষ্ণ হৰি ৰাম। নামেহে পৃথক কৰি বিচাৰত একে হৰি পূৰিলা ভক্তিৰ মনস্কাম।।

  • @binitaborah9125
    @binitaborah9125 Год назад +4

    কৃষ্ণ কৃষ্ণ🙏 বাপ বৰ সুন্দৰ লাগিল।

  • @aparijitadas8699
    @aparijitadas8699 3 месяца назад +10

    এওঁৰ ব্যাখ্যা ইমান সুন্দৰ তাৰ পিছতো যদি বুজি নাপায় ভাগৱত নিজে পঢ়ি বুজিব চেষ্টা কৰিলে হল । এতিয়াটো আগৰ নিচিনা অনক্ষৰ লোক আমাৰ সমাজত নাই । শ্ৰীমন্ত শংকৰদেৱৰ কৃপাত আমি আন্ধৰপৰা উদ্ধাৰ হ'লে । অকল চকু নথকা জন অন্ধ নহয় চকু থকাৰ পিছতো মগজু থকা মগজুৰে অন্ধ বিলাকক উদ্ধাৰ কৰিলে ।

    • @SanjuDas-k3d
      @SanjuDas-k3d 2 месяца назад +1

      Sankar dev Ishwar nohoi.sankardev ejan manusya gatike tumi bhaldare sashtra puranar Gyan ahoron Kara aru Kariba buli moi asa rakhilu aru tetiyahe andharar pora mukti paba.om namah shivay.

    • @Rishiraaj2022
      @Rishiraaj2022 2 месяца назад +1

      Om Namah Shivay, Raameo Shivok puja korisil, Krishno o Shivok puja korisil atia aru ondho bhokto bure Shivoke namana hol, hey Krishno provu aiburok udhdhar kora,

  • @ADas-ys5zn
    @ADas-ys5zn Год назад +1

    KRISHNA KRISHNA KRISHNA Bahut val lagil

  • @bijumonikhanikar7540
    @bijumonikhanikar7540 2 года назад +3

    কৃষ্ণ কৃষ্ণ শুভেচ্ছা জানানো ইমান সুন্দৰ কৃপা কৰক প্ৰভুৱে

  • @PopiHazarika-py2ug
    @PopiHazarika-py2ug Год назад +1

    কৃষ্ণ কৃষ্ণ 🙏বাপজন । অতি সুন্দৰ ব্যাখ্যা আগবঢ়ালে । বহুত ভাল লাগিল ।🙏

  • @user-kaushikvlog
    @user-kaushikvlog 2 года назад +6

    বৰ ভাল লাগিল শুনি, 🙏🙏🙏

  • @priyadoleypegu597
    @priyadoleypegu597 Год назад +2

    krishna krishna krishna ❤️🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @CheniramHazarika-ib4dr
    @CheniramHazarika-ib4dr Год назад +17

    কৃষ্ণ, কৃষ্ণ, আমাৰ সেবা গ্ৰহণ কৰিব বহুত ভাল লাগিল মহা ভাগৱত শুনি।

    • @rupkantapathori9666
      @rupkantapathori9666 Год назад

      ভাগৱতৰ সকলো কথা আজিৰ যুগত কিমান গ্ৰহনযোগৈ চিন্তা কৰিবৰ হল।

  • @chitrakumarhazarika9224
    @chitrakumarhazarika9224 2 года назад +1

    কৃষ্ণ বাপ..বৰ সুন্দৰ ব্যাখ্যা ভাগৱতৰ আশ্ৰয়ৰ, অৰ্থৰ।

  • @dipshikhaborah3082
    @dipshikhaborah3082 2 года назад +6

    সুন্দৰ বাপ,আপোনাৰ ব্যাখ্যা শুনি উপকৃত হৈছোঁ

  • @shyemontagogoi584
    @shyemontagogoi584 Год назад +1

    Hundor Krishna Krishna Krishna

  • @abmonty7274
    @abmonty7274 2 года назад +24

    হে প্ৰভুসকল প্ৰণাম জনালো🙏🙏🙏 কৃষ্ণ
    অঞ্জলি দাস

  • @debajanidas404
    @debajanidas404 Год назад +2

    Moi xodai khunu.মনটো বহুত ভাল লাগে

  • @yourgamingyt469
    @yourgamingyt469 2 года назад +6

    কৃষ্ণ কৃষ্ণ হৰি ৰাম 🙏🙏🙏

  • @bidurdekabidurdeka7268
    @bidurdekabidurdeka7268 Год назад +1

    Krishna krishna krishna bap xuni bor aanndor palu 🙏🙏🙏🙏🙏

  • @user-id4ov8zs9f
    @user-id4ov8zs9f 2 года назад +4

    কৃষ্ণ কৃষ্ণ,,,,

  • @ajitbailung4781
    @ajitbailung4781 2 года назад +1

    Apunar kathakhini huni bhal lagil Krisna

  • @bishwabora8408
    @bishwabora8408 2 месяца назад +10

    শাস্ত্ৰৰ উওম গীতা ভাগৱত
    ধৰ্মৰ উওম নাম
    দেৱৰ উওম দৈৱকী নন্দন
    চৰণে কৰো প্ৰমাণ🙏
    কৃষ্ণ বাপ🙏

  • @purnabora8200
    @purnabora8200 Год назад +1

    কৃষ্ণ কৃষ্ণ

  • @srletusitubahutu.670
    @srletusitubahutu.670 Год назад +5

    কৃষ্ণ 🙏ভাগৱত= ভা,গ,ৱ এইতিটা আখৰৰ অৰ্থ বুজিলো কিন্তু ত আখৰটোৰ অৰ্থ নুবুজিলো।কৃপা কৰি বুজাই দিলে সুখি হ'ম। কৃষ্ণ 🙏

    • @haluakhelebgmi5565
      @haluakhelebgmi5565 Год назад

      ত বৰ্ণ‌ য়ে তৰণ অৰ্থ প্ৰকাশ কৰিছে অৰ্থাৎ বৈষ্ণৱী জ্ঞানৰে জীৱ তৰণৰ উপায় 'শ্ৰীমদ্ ভাগৱত' অমৃত পান 🙏🏽 কৃষ্ণ

  • @biplabray8437
    @biplabray8437 Год назад +2

    Krishna kotha mor suni bor bhal lagil

  • @mamonidas4988
    @mamonidas4988 2 года назад +11

    প্ৰভূ আপোনাৰ ভাগৱত পাঠ শুনি বহুত ধন্যহলো ।

  • @sabitakalita7065
    @sabitakalita7065 2 месяца назад

    কৃষ্ণ। সেৱা জনালো।🙏🏻

  • @puheswarisonowal1661
    @puheswarisonowal1661 2 года назад +8

    কৃষ্ণ কৃষ্ণ বাপজনা 🙏ইমান সূন্দৰকৈ বুজাই দিলে ! তন্ন তন্নকৈ,!!বহুত ভাল লাগিল!!জয় শ্ৰীকৃষ্ণ🙏🙏

  • @phulsaikia8814
    @phulsaikia8814 Год назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @lombitmoranofficial7781
    @lombitmoranofficial7781 2 года назад +5

    কৃষ্ণ 🙏

  • @sontoshpegu1691
    @sontoshpegu1691 Год назад +6

    কৃষ্ণ কৃষ্ণ সেৱা জনালোঁ 🙏🙏🙏

  • @nabagogoi1531
    @nabagogoi1531 2 года назад +24

    আন ধৰ্মক আৰু ভগৱানক ভাগ ভাগ কৰা যেন লাগিল।এই জেউৰা কেখনৰ কথা হজম নহল ।

  • @anantarajkhowa6613
    @anantarajkhowa6613 Год назад +27

    কাৰো মনত আঘাত দিব নেপাই ।যিজন মানুহক আপুনি ভাল নেপাই হেই বুলি মানুহ জনৰ বদনাম গাব নেকি ।যেতিয়া সমুদ্ৰ মুনথন হৈ চিলে তেতিয়া প্ৰথমে বিহ ওলাইছিল জি বিহ সমগ্ৰ জীৱ কুল পতি বিপদ নামি আহিছিল আৰু হেই বিহ পান কৰিছিল মহাদেৱ । আৰু হেই বিহ পান কৰা পিছত তেওঁ হৰি তাপ বাহি গৈছিল তেওঁ কৈলাসত গৈ শান্তি পোৱা নাছিল । তেতিয়া সকলো দেৱ দেৱী তেওঁক হেই বিহ পৰা মুক্ত হব কাৰণে কেঁচা গাখীৰ আৰু ভাং বেল তেওঁক খুৱাইছিল হেই কাৰণে তেওঁৰ পূজাত বিবহাৰ কৰা হয় ভাং বেল পাত আৰু গাখীৰ । মানুহক নিছাৰ পয়োজন হয় ভগৱানক নহয় ।কৃষ্ণ শিৱ পূজা কৰিছিল। ৰাম অৰ্জুন ৰাৱণ সকলৰ শিৱ পূজা কৰিছিল। যেতিয়া কৃষ্ণ জন্ম হৈছিল তেতিয়া শিৱ বাবা গৈছিল তেওঁ চাবলৈ বামুণৰ ৰূপ ধাৰণ কৰি । আৰু যেতিয়া কৃষ্ণ ১৬গোপী লগত বিন্দাবনত আছিল । তাত বেলেগ পুৰুষ প্ৰবেশ কৰিবলে দিয়া নাছিল । কিন্তু শিৱ গৈছিল নাৰী ৰূপ ধাৰণ কৰি।

  • @purabinath4607
    @purabinath4607 Год назад +1

    Jai shree krishnna 🙏🙏❤️🙏🌼❤️🌼🍀

  • @kabitasaikia1476
    @kabitasaikia1476 2 года назад +5

    বাপ আপোনাৰ সুমধুৰ কণ্ঠত সাবলীল ভাষাৰ কথাখিনিয়ে হৃদয় চুই গৈছে। বহুতো নজনা কথা জানিলো। ভগবানে আপোনাক কুশলে ৰাখক।

  • @indrajitgogoi4742
    @indrajitgogoi4742 2 года назад +5

    আহাৰ সাত লগাৰ ভাগরত মতে বুজাই দিয়া বাবে বহুত ভাল লাগিল ধন্যবাদ ও সেৱা জনাইছো 🙏🙏🙏🙏🙏🙏

  • @bashantiborah2411
    @bashantiborah2411 2 года назад +2

    বৰ সুন্দৰ ব্যাখ্যা । সকলোৱে বুজিবলৈ চেষ্টা কৰক ।

  • @simantakalita3171
    @simantakalita3171 Год назад +3

    Ki nis manar vakat . Mahadev ok Driver or lagat tulna . Har Har Mahadev 🙏🙏🙏

  • @richaupadhyai6502
    @richaupadhyai6502 2 года назад +1

    Vl lgise khuni......

  • @krinhapremee6360_
    @krinhapremee6360_ 2 года назад +5

    ৰাম কৃষ্ণ বাপ.....ভাল লাগিছে, বাপ চোৱা সুট এই বোৰ অন্ধবিশ্বাস নহয় নে....বাপ সকলোতে যদি ইশ্বৰ আছে তেন্তে চোৱা বা অপবিত্ৰ কি...মতিভ্ৰম নহয় আৰু কি....., এই বোৰ অন্ধবিশ্বাস দূৰ কৰাৰ এক মাত্ৰ উপায় .... হৰিময় দেখা ... ' যত দেখা মায়াময় সৱে স্বপ্নসম, হৰিময় দেখি দূৰ কৰা মতিভ্ৰম।....ভুল হলে ক্ষমা প্ৰাৰ্থনা বিচাৰি..... ৰাম কৃষ্ণ

  • @Tonmoy911
    @Tonmoy911 2 года назад +2

    Bohut val lagise ap Krishna.

  • @nayanjyotidas7133
    @nayanjyotidas7133 2 года назад +4

    Bohut hundor bani Dada. Aami Mahapurush Sharnkardev tatha Ilaram Baap Das or Ek Sharan Bhagwati Nam dharmor shishyo,Heibabe Aami Bamun nologau tatha pindo Dan nokoru aru Saat(haat) namanu.

  • @rekhaborah3887
    @rekhaborah3887 2 года назад

    কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা বহুত ভাল লাগিল

  • @birenkachari5220
    @birenkachari5220 2 года назад +8

    বাপ আপোনাৰব্যাখ্যা শুণি ভাল লাগিল কিণতো শংকৰ সংঘ মানোহে মাহেকিয়া মানুহৰ ঘৰত ভাত চাহ খালে ছোরা লাগে নেকি বাপ, অল কব ছোন, শ্রি মদভাগরতত কোরা নাই যে আমোকৰ ঘৰত নাখাবা তামোকৰ ঘৰত নাখাবা,

  • @pallablaskar3724
    @pallablaskar3724 2 года назад +1

    Bor val lagil

  • @jayantidas3472
    @jayantidas3472 Год назад +6

    কৃষ্ণ বাপ ভক্তিৰে ভৰা সেৱা প্ৰদান কৰিলো গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ 🙏🙏

  • @pollobjyotirabha4366
    @pollobjyotirabha4366 Год назад +29

    যি তিনি দিন বসু মতি ঋতুবতি হয় সেইটো আমি এই কাৰণে মানো সেইটো আমাৰ মা বসু মতিৰ কাৰণে এটা শ্ৰদ্ধা, যেনেকৈ এটা সময়ত কৃষ্ণ জন্ম হৈছিল, সেই দিনটো আমি বছৰে বছৰে পালন কৰোঁ, কৃষ্ণ টো এবাৰ হে জন্ম লৈছিল, আমি বছৰে কিয় সেই দিন টো মানি চলো,

    • @nandinegohain2915
      @nandinegohain2915 Год назад

      111in

    • @susmitathakuria8291
      @susmitathakuria8291 Год назад +2

      Joi maa kamakhya

    • @NdDd-rz9qh
      @NdDd-rz9qh Год назад +5

      আপুনি ভাগৱততকৈও ওপৰত নেকি 😂

    • @bijoysingha3823
      @bijoysingha3823 Год назад +1

      সুন্দৰ প্ৰশ্ন

    • @anujdeuri7044
      @anujdeuri7044 3 месяца назад +2

      এইতো পাগল হল --ইয়াৰ বেপাৰ বন্ধ হবৰ হল --ভাগৱতৰ মূৰ্খ অধম জ্ঞানদাতা এইজনেই ।

  • @nripendutta2378
    @nripendutta2378 2 месяца назад

    Joy maa kamakhya 🔱🔱🌺🌺

  • @jatnarabha9323
    @jatnarabha9323 2 года назад +3

    কৃষ্ণ বাপ 🙏🙏 সুন্দৰ

  • @bhaskar2k
    @bhaskar2k 3 месяца назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏

  • @user-ez1pj8uw3h
    @user-ez1pj8uw3h 2 года назад +5

    কৃষ্ণ বাপ অতি সুন্দৰ আমি ধন্য হলো সেৱা জনালোঁ