আইলাহাবি বৰ নামঘৰ।।ভটীয়াপাৰ

Поделиться
HTML-код
  • Опубликовано: 26 ноя 2024

Комментарии • 1,2 тыс.

  • @entertainment1273
    @entertainment1273 Год назад +55

    প্ৰভু বাপ্‌ শাস্ত্ৰ সন্মত যুক্তিতকৈ নিয়ম বোৰ বিজ্ঞান সন্মতভাৱে বিশ্লেষণ আগবঢ়াই শ্ৰেণী বিভক্ত সমাজবোৰক একেখন মঞ্চত সমবেত কৰিব পাৰিলে গুৰুসকলৰ বৃহৎ অসমীয়া জাতি গঠনৰ সপোনক নিশ্চয় বাস্তৱ ৰূপ দিব পাৰা যাব বোধহয়৷
    বাপ্‌ সত্য, ত্ৰেতা, দ্বাপৰ, কলি এই চাৰিটা যুগক আপুনি কেনে ধৰণে চিনাকী কৰি দিব বিচাৰে নাজানো৷
    শিশু এগৰাকীয়ে ভাল-বেয়া, শুদ্ধ-অশুদ্ধ নুবুজাৰ লগতে মিছা মাতিব নাজানে৷ শিশুগৰাকী জ্ঞান আহৰণৰ বাবে শিক্ষা গ্ৰহন কৰি থকা সময় খিনিকে সত্য যুগ (সত্য যুগে ধ্যান), শিক্ষা গ্ৰহন শেষ হোৱাৰ পিছত যৌৱনত ভৰি দি যিকোনো কৰ্মত নিয়োজিত হৈ অৰ্থ অৰ্জনত ব্ৰতী হয়৷ অৰ্থাত এইখিনি সময় তেওঁৰ ত্ৰেতা যুগ চলে৷ ত্ৰেতা যুগে যজ্ঞ৷ যজ্ঞ মানে কৰ্ম৷
    ইয়াৰ পিছত তেওঁ বিৱাহ পাশত আৱদ্ধ হৈ দ্বাপৰ যুগত ভৰি দি পৰিয়াল পূজনৰ দ্বায়িত্ব লব৷ দ্বাপৰ যুগে পূজা৷ বাৰ্দ্ধক্যজনিত কাৰণত এদিন তেওঁৰ কৰ্ম কৰাৰ শক্তি দেহৰপৰা আতৰি যাব তেতিয়া তেওঁৰ কলি যুগ আৰম্ভ হব৷ তেওঁৰ শৰীৰত তেজৰ চলাচলৰ সক্ৰিয়তা কমি যাব আৰু দেহক বিভিন্ন বেমাৰে আবৰি ধৰিব৷ তেওঁ হৰি নাম ধৰ্মৰ মাধ্যমেৰে হাত চাপৰি বজাই তেজৰ চলাচলৰ সক্ৰিয়তা বৃদ্ধি কৰি বেমাৰ আজাৰৰ পৰা আতৰাই ৰাখিব পাৰিব৷ কলি যুগে হৰি নাম ধৰ্ম৷
    চাৰি যুগৰ ওপৰত মোৰ ধাৰণা এয়াই৷ প্ৰকৃতিক আমি কেতিয়াও চাৰিটা ভাগত বিভক্ত কৰিব নোৱাৰো৷ প্ৰকৃতিৰ আয়ুস ৰেখা এডালেই৷ কৃষ্ণ কৃষ্ণ

    • @chenirambhuyan8116
      @chenirambhuyan8116 9 месяцев назад +1

      U

    • @krishnadutta4592
      @krishnadutta4592 5 месяцев назад +3

      Hori nam dhaza kori Bed pontha pori hori fure oti pasanda hokal .Hai pasonda hokal buli kak koise ?

    • @KandarpaKalita-qq5rq
      @KandarpaKalita-qq5rq 5 месяцев назад

      😅

    • @rabinchandrabhuyan4246
      @rabinchandrabhuyan4246 5 месяцев назад +1

      আপোনাৰ কথামতে মানিলে প্ৰহ্লাদ, ধ্ৰুৱ, অষ্ট্রাবক্র, উদ্দালক আদি অনেক শিশুৰ উদাহৰণ বোৰ নাকাৰাত্মক কৰিব লাগিব নেকি ? নতুবা দ্বাপৰ যুগৰ দাম, সুদাম, আৰু উদ্ধৱক অস্বীকাৰ কৰিব লাগিব নেকি .?

    • @tarulataburagohain3887
      @tarulataburagohain3887 4 месяца назад

      😊😊😊😊

  • @DilpSaikia-qx6by
    @DilpSaikia-qx6by 10 месяцев назад +2

    সুন্দৰ কথা কৈছে প্ৰাণজিত বাপ জনাই সত্য কথা কৈছে কাৰণ ভগৱান এজন তাকে ৰাইজে ভাগ ভাগকে ভগৱানক পোজাহয় কৃষ্ণ কৃষ্ণ কৃষ্ণ ভগৱান প্ৰভু ঈশ্বৰ কৃষ্ণ ভগৱান নমস্কাৰ।

  • @BibekGogoi-i1s
    @BibekGogoi-i1s Год назад +8

    সুন্দৰ তত্ত্ব কথা।। আমি আমাৰ কোনো ধৰ্মকে নিন্দা কৰা নাই। কোনোবাই যদি ভাবিছে যে কাৰোবাৰ ধৰ্ম গ্ৰহণৰ প্ৰতি প্ৰানজিৎ গগৈ বাপে বাধা প্ৰদান কৰিছে তেন্তে সেইটো আপোনালোকে সম্পূৰ্ণ শুদ্ধ হোৱা নাই। কাৰন কাৰো ধৰ্ম গ্ৰহণত তেখেতে বাধা দিব খোজা নাই । আৰু যদি ভাবিছে যে তেওঁ বাধা দিব খুজিছে তেন্তে সোনকালে নিৰপেক্ষ দৃষ্টিভংগীৰে আলোচনা কৰক। কিন্তু কাকো সমালোচনা নকৰিব,কাৰন কাৰোবাক সমালোচনা কৰিলে আপোনাৰ ঈশ্বৰ ভক্তি শূণ্য হৈ পৰিব। ঈশ্বৰৰ এটাই নিৰ্দেশ যে, আমি কাৰোবাক সমালোচনা কৰাৰ আগত দহ বাৰ নিজে নিজক আত্মবিশলেসন কৰিব লাগে। আৰু এইটোৱেই হৈছে ধৰ্মৰ মূল গুৰি। আৰু এই সহিষ্ণুতাৰ ভাবতেই মানুহএজনৰ কোমল আৰু সু সজ্জিত অন্তৰখনি ধৰা পৰে।। কাৰোবাৰ কথাকেইটা যদি ভাল লগা নাই বা আপোনালোকে যদি গ্ৰহন কৰিব পৰা নাই বা আপুনি যদি সম্পূৰ্ণ শুদ্ধ তেতিয়াহলে দিশটো শুদ্ধ কৰিবৰ বাবে তেখেতৰ লগত এবাৰ আলোচনা কৰাৰহে চেষ্টা কৰক। এই গুনটোৱেহে কিন্তু আপোনাক ঈশ্বৰভিমুখী কৰিব, এইটোৱেই নিশ্চিত আৰু ইয়াত কোনো বিভ্ৰান্তি নাই।।। সকলোৱেই ঈশ্বৰভিমুখী হওঁক, তাৰেই কামনাৰে গোবিন্দৰ চৰনত প্ৰাৰ্থনা কৰিছো‌।।

    • @ranjitbora8338
      @ranjitbora8338 10 месяцев назад +1

      সম্পূৰ্ণ শুদ্ধ কথা। আমি আনক সমালোচনা কৰাৰ আগতে নিজক সমালোচনা কৰি চাব লাগে।
      কৃষ্ণ 🙏

    • @gautamborboruah3381
      @gautamborboruah3381 Месяц назад +1

      মনে মনে গাহৰি নাখাবা বাপ।😂 কনীও খোৱাটো পাপ হেনো এজন বাপে কৈছে।

  • @dulalsaikia632
    @dulalsaikia632 Год назад +13

    ভাল লাগিছে ভগৱত ৱখা সুনি বাপ জনাৰ পৰা সুন্দৰকৈ জানিব পাৰিলো দৈনবাদ আপুনাৰ শৰনত শেৱা জনালো -

  • @ratnachoudhury5679
    @ratnachoudhury5679 Месяц назад +4

    কৃষ্ণ প্ৰভূ অতি সুন্দৰ ভাগৱত বাখ্যা শ্ৰৱণ কৰি ধন্য মানিছো প্ৰভূ আপোনাৰ শ্ৰী চৰণত সেৱা কৰিছো কৃষ্ণ কৃষ্ণ

  • @SovanaKakaty
    @SovanaKakaty 11 месяцев назад +2

    কৃষ্ণ কৃষ্ণ। বাপ উত্তৰ সুন্দৰকৈ বুজাই দিয়া বাবে প্রণাম জনাইছো।

  • @phatikchandragogoi7633
    @phatikchandragogoi7633 Год назад +7

    গগৈ বাপজনাৰ সুন্দৰ ভাগৱত ব্যাখ্যা শুনি ধন্য হলো । কৃষ্ণ কৃষ্ণ

  • @dr.purushotamthakur5999
    @dr.purushotamthakur5999 10 месяцев назад +25

    ক্ষমিয়োক মোক চাৰি মহাশিষ্ট। ব্ৰাহ্মণগণ মোৰ মহা ইষ্ট ।। বিপ্র-সেৱা তেসে আমাৰ খ্যাতি। চাণ্ডালকো কৰে প্ৰবিত্ৰ আতি ।।

    • @air33-ias53
      @air33-ias53 Месяц назад +2

      সত্য বছন।

  • @parajitasaikia
    @parajitasaikia Год назад +13

    কৃষ্ণ বাপজনা অতি উত্তম ব্যাখ্যা । কৃষ্ণ কৃষ্ণ হেৱাহে ।।

  • @harendranathbaruah6085
    @harendranathbaruah6085 Год назад +13

    কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা ৷প্ৰশ্ন কৰ্তা আৰু ব্যাখ্যা কৰ্তা প্ৰানজিৎ বাপজনালৈ সেৱা ধৰিছো ৷

  • @karishmasaikia3694
    @karishmasaikia3694 Год назад +16

    অতি সুন্দৰ প্ৰশ্ৰ আৰু গগৈ বাপ জনাৰ শাস্ত্ৰীয় সন্মত উত্তৰত আমি অতি সুখী হলো কৃষ্ণ 🙏🙏🙏

  • @jadabnath6830
    @jadabnath6830 Год назад +5

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম জয় গুৰু শঙ্কৰ 🙏🙏🙏 বহুত ভাল লাগিল ❤❤❤❤

  • @hemaprabhasaikia5321
    @hemaprabhasaikia5321 Год назад +11

    কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা শুনি ভাল লাগিল কৃষ্ণ।

  • @SukhenMoran-s9b
    @SukhenMoran-s9b Год назад +8

    কৃষ্ণ কৃষ্ণ তত্ত্বৰ গধূৰ বাখ্যা শুনি
    আপোনালৈ ভক্তি সেৱা নিবেদিলো।

  • @nirupamsaikia5403
    @nirupamsaikia5403 5 месяцев назад +28

    কৃষ্ণ বাপ। বৈকুণ্ঠৰ কল্পতৰু মহাশাস্ত শ্ৰীমদ্ভাগৱত ভাগীৰ ব্যাখ্যাৰ দ্বাৰাই সুন্দৰকৈ বুজাই দিয়াৰ বাবে বাপ জনালৈ সেৱা জনালোঁ। কৃষ্ণ

  • @devrajdutta5179
    @devrajdutta5179 5 месяцев назад +1

    কৃষ্ণ বাপ জনালৈ শতকোটি সেৱা জনাইছোঁ।শাস্ত্ৰৰ সিধান্ত সমূহ ইমান সুন্দৰকৈ বুজাই দিয়াত বহুত উপকৃত হ'লো।ৰাম কৃষ্ণ হৰি।🙏🙏🙏ৰীতা দত্ত।

  • @paporidutta884
    @paporidutta884 Год назад +7

    ‌কৃষ্ণ কৃষ্ণ বাপ জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ🙏

  • @bhargavbora4933
    @bhargavbora4933 Год назад +2

    বাপ আপোনাৰ কন্ঠ ইমান সুন্দৰ কবলৈ ভাষাই । আৰু আপোনাৰ ভাগৱত বাখ্যা ‌অতি সুন্দৰ হৈছে । কৃষ্ণ ‌ কৃষ্ণ প্ৰভু

  • @kanikakalita1813
    @kanikakalita1813 Год назад +22

    বাপজনালৈ ভক্তি ভৰা সেৱা জনালো কৃষ্ণ

  • @dipengogoi2598
    @dipengogoi2598 5 месяцев назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ
    ধন্য ধন্য হলো বাপ দুজনাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ শাস্ত্ৰৰ সন্মতৰ ইমান সুন্দৰ দিয়াৰ বাবে
    জয় শ্ৰীকৃষ্ণৰ জয়

  • @renuchoudhury5044
    @renuchoudhury5044 Год назад +11

    কৃষ্ণ বাপ বৰ ভাল লাগিল নজকে ধন্য মানিলো কৃষ্ণ

  • @NijaraHazarikaDas
    @NijaraHazarikaDas Месяц назад

    কৃষ্ণ হে বাপ আপোনাৰ শ্ৰীচৰণত ভক্তিৰ সেৱাভাগ আগ বঢ়ালো গ্ৰহণ কৰিব ৷ আপোনাক ভগৱানে দীঘায়ু কৰক ৷কৃষ্ণ ৷

  • @bulumoniborah8127
    @bulumoniborah8127 Год назад +4

    কৃষ্ণ প্ৰভূ……
    ইমান ভাল লাগিল, আমিও প্ৰায়ে এনেধৰনৰ প্ৰশ্নৰ মুখা মুখী হও, কিন্তু উত্তৰহে বিচাৰি নাপাও, নিজেহে যি পাৰো বুজি পাও , আনক বুজাই দিব নোৱাৰো……কৃষ্ণ

  • @prabinjaihanumansaikia476
    @prabinjaihanumansaikia476 Год назад +9

    Bahut xunder prasnakorta bahut hridoy sui goise❤❤❤

  • @junumech7558
    @junumech7558 Год назад +11

    ,, কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিলে কৃষ্ণ কৃষ্ণ

  • @harichandrabori8835
    @harichandrabori8835 Год назад +2

    সুমধূৰ কৃষ্ণকথা শুনি বৰ ভাল পালো। ইমান ধুনীয়াকৈ বুজাইছে- - - কৃষ্ণ।

  • @prafullaborah4906
    @prafullaborah4906 Год назад +3

    পৰৰ ধৰ্মক নিহিংসিবা কদাচিত।
    কৰিবা ভূতক দায়া সকৰুণ চিত্ত।।..শংকৰদেৱ

  • @sarujandas121
    @sarujandas121 11 месяцев назад +2

    Krishna Baap Parnam 🙏🙏🙏

  • @chinugogoi5411
    @chinugogoi5411 Год назад +9

    কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 4 месяца назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো কৃষ্ণ
    জয় জগত গূৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে বাপ জনাক‌ ভাগৱতৰ কথা কেইটা কোৱাত তেওঁ নিজৰ কথা বুলি বেয়াকৈ কয় কোৱা বিলাকে একো নাজানে

  • @harichandranath421
    @harichandranath421 Год назад +4

    কৃষ্ণ 🙏🏼 সুপ্ৰভাত বাপ শ্ৰী চৰণত সেৱা আগবঢ়ায়ছো

  • @koushiksankar8490
    @koushiksankar8490 Год назад +2

    আপোনাৰ মনোভাৱ ক কূতি কূতি প্ৰনাম
    বহুতে ই সুন্দৰ question সুধিলে.

  • @pankajjyotibaruah3686
    @pankajjyotibaruah3686 Год назад +5

    আপোনাৰ ব্যাখ্যা বোৰ ভাল লাগে শুনি। যন্ত্ৰৰ ব্যাখ্যাটো যি দৰে আপুনি দিছে সেইটো ব্যাখ্যাটো এটা অমূলক ব্যাখ্যা। এনেবোৰ ব্যাখ্যাই আমাৰ মাজত থকা সম্প্ৰীতিত ব্যাঘাত আনিছে। অলপ চিন্তা কৰিব। অৱশ্যে আপোনাৰ দৰে আধ্যাত্মিক চিন্তা চৰ্চা আমাৰ নাই। সীমিত জ্ঞানেৰে কৈছোঁ যে ব্যাখ্যাবোৰ অলপ গঠনমূলক হলে ভাল।

  • @SikhaChoudhary-y7v
    @SikhaChoudhary-y7v 7 дней назад

    সঁচা কথা কৈছে বহুত ভাল প্ৰশ্ন

  • @prabinjaihanumansaikia476
    @prabinjaihanumansaikia476 Год назад +4

    Baap prabhu bhagavan shiv baba chaok nije bikh pran kori baki xakolak amrit pran koraise , xeitu koi dev ru dev mahadev 🪔🌹🌹👏 kaku ninda koribo napai xakalu param pita pram attma santan arjunak biswaroop dexuaute , ganesh shiv adi kori xamasta birajmaan hoi ase , krishna❤❤❤❤

    • @NabanitaDas-ig1vz
      @NabanitaDas-ig1vz 4 месяца назад

      Xosai kotha ami tu kaku ninda nkoru kintu amak kio targeted kore😢

  • @chintahandique5031
    @chintahandique5031 2 месяца назад

    Prabhu parisoi ati Sundar hoise . Sradhar Bap , apunar hahakh holagilu . Krishna, jaio Krishna.

  • @sarbanandadas4111
    @sarbanandadas4111 Год назад +8

    কৃষ্ণ বাপ কৃষ্ণ। সেৱা ধৰিলো বাপ।বৰ সুন্দৰ সুন্দৰ আৰু ভাগৱতৰ তত্ব। প্ৰকাশ কৰিলে যাৰ দ্বাৰা সমাজৰ অধিকাংশ লোকৰ মনৰ আশুৱা সমূহ দূৰ কৰিলে বাপ। বহুত বহুত ধন্যবাদ বাপ ।

  • @ajitdas6637
    @ajitdas6637 2 месяца назад

    যোগ ধৰ্ম জীৱ শ্ৰেষ্ঠ নৰদেহা তৰিবৰ উপায় কৃষ্ণ

  • @PranabjyotiRay-u9j
    @PranabjyotiRay-u9j 11 месяцев назад +3

    কৃষ্ণ শংকৰ গুৰু হৰি ৰাম

  • @cenirambora2377
    @cenirambora2377 8 месяцев назад +1

    মুঠৰ ওপৰত - -
    মানুহেই দেৱ মানুহেই সেব
    মানুহৰ বিনে নাই কেব ,
    কৰা কৰা পুজা পাদ্য অৰ্ঘ্য লৈ
    জয় জয় মানব দেৱ ।

  • @narensarmah1751
    @narensarmah1751 Год назад +77

    মানব সেৱাই যদি ধৰ্ম হয়,তেনেহলে বামুনিয়া পন্থাৰ মানুহক নিন্দা কিয় কৰে? বামুনিয়া পন্থাৰ মানুহ বিলাক মানব শব্দৰ ভিতৰত নপৰে নেকি? জনামতে শঙ্কৰদেৱৰ দেউতাকে ভগৱান শিৱক পূজা কৰি পুত্ৰ লাভ কৰিছিল বাবে পুতেকৰ নাম শঙ্কৰ ৰাখিছিল। গতিকে বামুনিয়া সমাজে পিতৃ মাতৃৰ আদৰ্শৰে সামাজিক আৰু ধৰ্মীয় কাম কৰি যাব লাগে। কিন্তু আন ধৰ্মৰ নিন্দা কৰিব নালাগে।সভা সমিতি পাতি এটা ধৰ্মৰ মানুহে আন এটা ধৰ্মৰ মানুহক নিন্দা কৰাটোক ধৰ্ম বুলি ক'ব নোৱাৰি।

    • @জ্যোতিময়Jyotimoy
      @জ্যোতিময়Jyotimoy  Год назад +3

      হয় বাপ কৃষ্ণ

    • @horenhandique3624
      @horenhandique3624 Год назад +1

      অবিৰক্ত ভকতৰ বেদ লঙ্ঘিবাৰ দোষ। জানিবা ইহাক নিশ্চয়।
      পৰম বিৰক্ত যিটো। কৃষ্ণৰ ভকত ভৈলা। তাৰ একো নাহিকে নিৰ্ণয়।।

    • @dhrubabora9184
      @dhrubabora9184 Год назад +4

      মই ও নামৰ কিন্তু আপোনা কথাট একমত এটা ধৰ্ময়ে আনটো ধৰ্মক নিন্দা কৰিব নাপায়

    • @digantanath3121
      @digantanath3121 Год назад +12

      এই জনাই সদাই বামুনীয়া পন্থাক নিন্দা কৰে আওপকিয়াকৈ. ..

    • @biswajyootideka8816
      @biswajyootideka8816 Год назад +2

      Ekdom xosa kotha

  • @jayharidas6150
    @jayharidas6150 Год назад +1

    Very nice discussion about Bhaagbat Baap

  • @redcherrysproduction5426
    @redcherrysproduction5426 Год назад +25

    বামুণীয় পন্থাৰে কৰা পিতৃ মাতৃ ৰ শ্ৰাদ্ধ তেতিয়া হে ভূল হ'ব , যদিহে শ্ৰাদ্ধ কৰোতা জনে নিস্কাম ভাৱে ভক্তি কৰা লোক হয় , অৰ্থাৎ নিগম শাস্ত্ৰ চৰ্চা কৰি নিগমৰ নিগুঢ় তত্ন অনুধাৱন কৰিবলৈ চেষ্টা কৰি নিজক উদাসীন সৰ্ব তিয়াগি বুলি গঢ় দিবলৈ চেষ্টা কৰে , আৰু মাধৱ পুৰুষৰ ঘোষা পূথিৰ সকলো প্ৰাৰ্থনা আওৰা বলৈ নিজক যোগ্যবান কৰি তুলিবলৈ সক্ষম হয় , তেতিয়া তেওঁ ৰ তিনি গুণৰ ভিতৰত ৰজ তম তিয়াগ কৰি কেৱল সত্ব গুণেৰে গুণাণ্ণিত হৈ সাত্ত্বিক নিস্কাম কৃষ্ণৰ ভক্ত হ'বলৈ সক্ষম হয় । অৰ্থাৎ তেওঁ সকলো বৈষয়ীক আৰু ভৌতিক সুখ সুবিধা ,সা সম্পত্তি কেন্দ্ৰীক উণ্ণতি , ক্ষমতা খিতাপ সন্মান যশষ্যা আদি বোৰ নিবিচাৰি ,ছয় ৰিপু দমন কৰি কেবল কৃষ্ণৰ চৰণত নিজক অৰ্পণ কৰিবলৈ সক্ষম হয় । তেতিয়া হে তেওঁ ৰ ভূল হব , বামুণীয়া পন্থাৰে পিতৃ মাতৃ ৰ শ্ৰাদ্ধ যদি কৰে । যি লোকে আশা বাদি মনেৰে ৰঙীণ জীৱনৰ কল্পনা কৰে আৰু সেই মতে আঁচনি প্ৰস্তুত কৰি বৈষয়ীক ক্ষেত্ৰত আগবঢ়িবলৈ প্ৰয়াস কৰে, তেওঁ ক পিতৃ মাতৃ ৰ আশীষ সদায় লাগিব , সেই আশীৰ্বাদ ইহলৌকিক হক বা পাৰলৌকিক আশীৰ্বাদেই হ ওক । গতিকে সেইজনে সেইধৰনে পিতৃ মাতৃ ৰ শ্ৰাদ্ধ কৰিলে ভূল নহয় ,যেন মনে ধৰে , ৰাম শ্ৰীকৃষ্ণ , ধণ্যবাদ ।

    • @smritirekhaborah9936
      @smritirekhaborah9936 Год назад +2

      কৃষ্ণ কৃষ্ণ। শুদ্ধ আৰু যুক্তিপুৰ্ণ কথা উপস্থাপন কৰিলে। ধন্যবাদ। কৃষ্ণ কৃষ্ণ।
      ----- - - কুলধৰ বড়া, নামৰূপ

    • @narensarmah1751
      @narensarmah1751 10 месяцев назад +4

      যাৰ নিজৰ ধৰ্মৰ বিষয়ে জ্ঞান নাথাকে তেওঁ হে আনৰ ধৰ্মক নিন্দা কৰে।

    • @yoganaturopathy6362
      @yoganaturopathy6362 9 месяцев назад

      bamun r kotit kamora daah

    • @reetaborthakur2255
      @reetaborthakur2255 8 месяцев назад

      Koment valke dibo

    • @reetaborthakur2255
      @reetaborthakur2255 8 месяцев назад

      Mukhot ji ahe take nokobo

  • @RikheswarChutia-n6e
    @RikheswarChutia-n6e 4 месяца назад +1

    গীতা ভগৱতত একনামৰ মাহাত্মৰ বিষয়েহে কৈছে। আমি যিমান ধৰ্মীয় পুথি অধ্যয়ন কৰিছো সেই সকলোতে একনামৰ বিষয়েহে মানৱ জাতিক নিৰ্দেশ দিছে

    • @upenbordoloi1164
      @upenbordoloi1164 2 месяца назад

      প্ৰভূ হৰে কৃষ্ণ

  • @ranjanborah8190
    @ranjanborah8190 Год назад +7

    কৃষ্ণ কৃষ্ণ বাপ, বহুত ভাল লাগিল শুনি শুনি

  • @creative-dd3zt
    @creative-dd3zt Год назад +2

    Good morning gogoiডাঙৰীয়া আপোনাক ধন্য ধন্য

  • @dilpsaikia1857
    @dilpsaikia1857 Год назад +7

    আমি গোলাঘাট আঠখেলীয়া বেবেজীয়াৰ গাওঁৰ পৰাই প্ৰাণজিৎ দেৱলৈ আন্তৰিক অভিনন্দন জ্ঞাপন জনাইছো লগতে এইজে বামুণী য়া সংঘৰীয়া লোক বা অনুকূল ধৰ্ম অৰ্থ বা বাখ্যা হোনি বৰ ভাল লাগিল ধন্যবাদ জনালো নমস্কাৰ।

  • @daisyrabha2343
    @daisyrabha2343 Год назад +2

    Krishna Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏 krishna🙏🙏🙏🙏

  • @sanjibborboruah
    @sanjibborboruah Год назад +36

    বাপজনালৈ নমস্কাৰ।আমিও বামুণীয়া পন্থাৰে এজন নিঃকিন সেৱক।প্ৰথম কথা হ'ল বামুণীয়া নহয় ব্ৰাক্ষ্মণীয়া।আৰু যে কৈছে যন্ত্ৰ বুলি এই যন্ত্ৰবিধ দেৱতাৰ প্ৰতীক চিহ্ন বুলিহে আমি অধ্যয়ন কৰি পাইছো।কাৰোবাৰ ঈশ্বৰ উপাসনা কৰা মংগল ধ্বনি কৰা ঘণ্টাভাগিক টিলিঙা বা যন্ত্ৰ বুলি নকৰিব।টিলিঙা চাইকেলতহে থাকে।তাল আৰু ঘণ্টাৰ মাজত বিশেষ পাৰ্থক্য নাই দুয়োবিধ ঈশ্বৰৰ উপাসনাতেই ব্যৱহাৰ হয়।আমি জনাত শংকৰদেৱৰ আইতাক খেৰসুতিৰ আদ্যশ্ৰাদ্ধই হৈছিল মানে পিণ্ডাদি কৰ্মই হৈছিল তাৰ প্ৰমান বৰদোৱা সত্ৰত থকা আদ্যশ্ৰাদ্ধৰ পুথিভাগ।মই মোৰ মনৰ ভাবহে দাঙি ধৰিলো।অপৰাধ ক্ষমা কৰিৱ।কৃষ্ণ।

    • @probinkumarboruah8192
      @probinkumarboruah8192 Год назад +2

      বাব জনাৰ কিছু পৰিমাণে মানসিক চাপৰ ভুগিছে বাবে আবোল তাবোল বলিকিছে |
      নহলে ব্ৰাহ্মণ সম্প্ৰদায়ক ঊগ্ৰ তথা নিষ্ঠুৰ ভাৱে নকয় |

    • @DehiramKachari
      @DehiramKachari 7 месяцев назад

      😊😅😊❤

    • @CRCC-nv2fj
      @CRCC-nv2fj 5 месяцев назад +1

      পৰ নিন্দাই তেওঁলোকৰ ধৰ্ম।

    • @ritomnayan
      @ritomnayan 4 месяца назад

      Brahmonia ponthak ninda nokoribo?

    • @gautamborboruah3381
      @gautamborboruah3381 Месяц назад

      ঠিকেই কৈছ। অকল বেলেগ ধৰ্মক সমালোচনা কৰাহে দেখা পাও সভাবোৰত। ৰাজহুৱাকে নিৰামিষ খাই দেখুৱাই কিন্তু ঘৰত জীৱ বধ কৰি আমিষভোজী হয়।

  • @justinblog5766
    @justinblog5766 Год назад

    বহুত সুন্দৰ বাখ্যা...মন চুই গৈছে

  • @pranjoldutta7038
    @pranjoldutta7038 Год назад +9

    জয় গুৰু শঙ্কৰ 🙏🏿 অতি সুন্দৰ ব্যাখ্যা 👍সেৱা জনালোঁ 🙏🏿🙏🏿

  • @TG-os8og
    @TG-os8og Год назад +3

    কৃষ্ণ বাপ সুন্দৰ কৈ বুজাই দিছে।❤❤❤

  • @nirusaikia7631
    @nirusaikia7631 10 месяцев назад +1

    কৃষ্ণ কৃষ্ণ 🙏 🙏
    আই বাপ সমস্ত ভক্তি ভৰা সেৱা নিবেদিলো । আপোনাৰ চেনেলৰ যোগেদি ভগৱন্তৰ কথা শ্ৰৱণ কৰি ধন্য হলো প্ৰভু বাপ 🙏 🙏 কৃষ্ণ কৃষ্ণ 🙏 🙏

  • @pranabbora930
    @pranabbora930 Год назад +6

    প্ৰাণজিত গগৈ বাপলৈ আমাৰ ভক্তিভৰা সেৱা জনালো।।

  • @pranabsavapandit1042
    @pranabsavapandit1042 Год назад +1

    Krisna2 pravu bor hundor lagil

  • @papuchutia8322
    @papuchutia8322 Год назад +14

    আপনি দাঙি ধৰা কাৰনে বহোত ভাল লাগিল বামুনিয়া কাম কৰা মানুহ বোৰ বেয়াকৈ মৰে নেকি গতিকে ধম যিয়েই নহক পথম ধম হল মানৱ ধম গতিকে শংকৰ সংঘৰেও হক কাকো কোনো ধমক ঘিনা কৰিব নেপাই আমি দেখি আহিছো যি ভকতে মই শংকৰ সংঘৰ বুলি ভাবি বেলেগক বাধা দিয়া জনে বছৰ বছৰৰ ধৰি বিছনাত পৰি সাছতি খাই মৰিছ তেও কিয় ভালকে নমৰিলে গতিকে সুধৰ অনতৰে সকলোকে মানুহ হৈ সকলো ঘৰত যাব লাগে মানুহয় যদি

    • @manashtalukdar8848
      @manashtalukdar8848 Год назад

      আপুনি গগৈ বাপৰ বাখ্যা সম্পূৰ্ণ কৈ শুনক।নিশ্চয় আপোনাৰ ভুল ভাঙিব।

  • @AkashRobidas-y7w
    @AkashRobidas-y7w 2 месяца назад +2

    🙏 KRISHNA 🙏

  • @gitanjalidutta6746
    @gitanjalidutta6746 Год назад +16

    হে বাপজনা আপোনাৰ ব্যাখ্যা শুনি হ্নৃদয় শাত পৰি গৈছে 🙏🙏🙏 কৃষ্ণ কৃষ্ণ ।

  • @bitulkonwar1099
    @bitulkonwar1099 Год назад +2

    ইমান ইক কৰি লোৱা বাবে অলপ অসুবিধা হৈছে।🙏🙏🙏

    • @lalitgogoi3023
      @lalitgogoi3023 Год назад

      Deka bondhue kora prosnar uttor bohut hundor haise .krishna probhu.

  • @kumudgayan1664
    @kumudgayan1664 Год назад +19

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। তৎকালীন ভাবে উত্তৰ প্ৰদান কৰা কাৰণে আপোনালৈ ভক্তি ভৰা সেৱা নিবেদিছো, আজিৰ এই পাঠ ভাগত যিসকলে বিভিন্ন প্ৰশ্ন কৰিলে সেই সকলৈও ভক্তি ভৰা ধন্যবাদ জনোৱাৰ উপৰিও আন্তৰিক সেৱা আগবঢ়ালো। আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো ভকত বৈষ্ণৱে পৰম শ্ৰদ্ধাৰে আৰু মুকলি মনেৰে অনুষ্ঠান ভাগত যি আদৰ্শ দেখুওৱালে তাকলৈ গৌৰৱ বোধ কৰিছো। আগলৈও এনে অনুষ্ঠানৰ আয়োজন পোৱাৰ আশাৰে ভগৱন্তৰ ওচৰত প্ৰাথনা জনালো। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @dibyagamingzone9844
    @dibyagamingzone9844 Год назад +1

    কৃষ্ণ আৰু হৰি/নাৰায়ণ/ঈশ্বৰ একেজনাইনে

  • @bhargabsarma6711
    @bhargabsarma6711 Год назад +16

    ৰাম ৰাম। ভগবানৰ নাম নিজ মনে ল'ব লাগে। মনৰ শান্তিৰ হকে হৰিৰ নাম হওঁক।বাপ আপোনাৰ বিশ্লেষণে মানুহৰ মাজত বিভেদ আনিব। বিভেদকামী কথা কোনো গ্ৰন্থত উল্লেখ নাই।

    • @prabinjaihanumansaikia476
      @prabinjaihanumansaikia476 Год назад +1

      Ekdam xosa kotha bhal lagil❤

    • @bontiborah5014
      @bontiborah5014 Год назад +2

      সঁচাকৈ বাপ জন বিভেদ মানে অশান্তিৰ মূল

    • @mridusmitasaikia83
      @mridusmitasaikia83 Год назад +2

      জীৱনত যদি অলপ পুন্য কমাবলৈ মন আছে, তেন্তে এখেতৰ অমৃত ময় বাখ্যা xunok,,কিছুমান মানুহৰ বাবে ই চাগে এখেতক শাস্ত্ৰ ভাগৱত ৰ অদ্ভুত জ্ঞান দি ভগৱানে পঠাইছে এই ধৰাত,,,koy je GOD Gifted বুলি,,,পাপ বিলাক অলপ কমিব তেওঁ ৰ বাখ্যা শুনি বুজি পালে,,,,,🙏🏻🙏🏻কৃষ্ণ

  • @pjd845
    @pjd845 Месяц назад

    কৃষ্ণ কৃষ্ণ ♥️🙏 কৃষ্ণ কৃষ্ণ ♥️🙏🙏🙏❤

  • @কৃষ্ণাগগৈ
    @কৃষ্ণাগগৈ Год назад +13

    কৃষ্ণ কৃষ্ণ ইমান সুন্দৰ কৈ বুজাই দিলে ভাল লাগিল শুনি,, আপোনাৰ শ্ৰী চৰণত সেৱা জনালোঁ কৃষ্ণ,,জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ জয় কৃষ্ণ 🙏🙏

  • @subhasishhazarika8573
    @subhasishhazarika8573 2 месяца назад

    Bohut sundor pravu.krishns krishna pranam

  • @RabindraNath-n8q
    @RabindraNath-n8q Год назад +6

    আপোনাৰ প্ৰশ্ন শুনি আমি আচস্হ হলো
    । লগতে আমি সহমত প্ৰকাশ কৰিলো! অতি উত্তম ব্যাখ্যা দাঙি ধৰিলে।

  • @durlovbaruah
    @durlovbaruah Год назад +1

    হে প্ৰভু আপোনাক দেখা পালে কন্দাৰ বাহিৰে একো কৰিব নোৱাৰিম। কৃষ্ণ॥

  • @rupalidutta4817
    @rupalidutta4817 Год назад +6

    একদম সচা আমাক বহুত ঘৃণা কৰে, বৰ সুন্দৰ প্ৰশ্ন ,

  • @rinabora8773
    @rinabora8773 Год назад +1

    Sundor ati sundor bayakhya Bap janar krishna2

  • @riturajgogoi1075
    @riturajgogoi1075 Год назад +33

    আমি ভাগৱত পাঠ কৰা প্ৰসাদ খাও , কিন্তু তেওঁ লোকে আমাৰ মাহ প্ৰসাদ কেতিয়াও নাখায় । এতিয়া কথা হল আমি জানো ঈশ্বৰৰ নাম নলৈ শনিৰ নাম লওঁ নেকি ?

    • @jatindas5169
      @jatindas5169 Год назад +2

      Absulately right sir.

    • @susmitathakuria8291
      @susmitathakuria8291 Год назад +2

      Shree Krishna, Shankar dev,Madhab dev okol ki Shankari dhormo r krne neki?amiu to manu teu lukok.

    • @gogoisurajit044
      @gogoisurajit044 Год назад

      Apunaluke buji bole sesta nokora babe monot ene prosno udoi hoi.

    • @dhrubajyotisarmah6733
      @dhrubajyotisarmah6733 Год назад +1

      ​@@gogoisurajit044ki baperor murto bokich0 pagol ...adhormi

    • @mridusmitasaikia83
      @mridusmitasaikia83 Год назад +2

      ভাগৱত পাঠ কৰা লগতে যে কিছুমান কৰ্ম কাণ্ড কৰে সেই খিনি হে কথা হে কৈছে তেওঁ,,,সেই খিনি ৰ কি মহত্ব আছে,,যদি নাম এই শুদ্ধ কৰে,,,, কৃষ্ণ 🙏🏻🙏🏻

  • @pranitaphukan3725
    @pranitaphukan3725 Год назад +1

    Krisna krisna.....

  • @freshfarmer4709
    @freshfarmer4709 Год назад +7

    From sanjib sarmah
    প্ৰশ্ন উত্তৰ চুকত বহি নহৈ বাহিৰত ওলাই আহি সনাতন ধৰ্মৰ বিদ্বান লোকক কৰক কিমান জানে নিজে গম পাব।
    বহুত কথা শিকিব বাকী আছে আপোনালোকৰ । বেদ পুৰাণ আদি ভালকৈ অধ্যয়ণ কৰক। নিজে বুজি পাব। JAI MAHAKAL, JAI HANUMAN, JAI SHREE RAM

  • @BijoyPawandasBijoyPawandas
    @BijoyPawandasBijoyPawandas 4 месяца назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 জয় শ্ৰী কৃষ্ণ 🙏🌻🌾 জয় শ্ৰী ৰাম কৃষ্ণ হৰি নাৰায়ণ 🙏🌹♥️⭐🌻♥️🌾🌺🌷🪷

  • @birenpdas5347
    @birenpdas5347 Год назад +6

    সুন্দৰ বাখ্যা কৰিছে আমাৰ আন্তৰিক সেবা প্রদান কৰিছোঁ যোৰহাট

  • @SanjaySarma-yf1yc
    @SanjaySarma-yf1yc 25 дней назад

    উচিত প্ৰশ্ন।আমাৰ মাজতে হীন পৰ থাকিলে শংকৰ মাধব কেনেদৰে বিশ্ব দৰবাৰ পাব।

  • @barshasarma2541
    @barshasarma2541 Год назад +10

    স্বয়ং কৃষ্ণই বেদ ব্যৱস্থাৰে শ্ৰাদ্ধ পিণ্ড কৰিছে, গতিকে কৃষ্ণ ভক্তই বেদ ব্যৱস্থা মানিবই।

    • @TaruHazarika-gn5cj
      @TaruHazarika-gn5cj 6 месяцев назад

      Krishna

    • @upenbordoloi1164
      @upenbordoloi1164 2 месяца назад

      এই ভকত সকলে ভগৱান কৃষ্ণক ভাল পায়, কৃষ্ণৰ নাম লয় । কিন্তু ভগৱান কৃষ্ণৰ আদেশ নামানে । ইয়াকে কয় নামৰ বলত পাপৰ বুদ্ধি

  • @LACHIT-w9t
    @LACHIT-w9t Год назад

    আপোনাৰ মতে ভাগৱতৰ ভগৱানৰ দৰে স্বাৰ্থপৰ ভগৱান কোনো নাই ৷

    • @surjitkamaldas5599
      @surjitkamaldas5599 5 месяцев назад

      Jijonok xomogro Deb debotai Puja kore brohma horo lakhmi adi Kori xokolue bhojona kore gotike teuk Puja kora teuk xewa kora. Adi xotyo jugotu xeiyai asil. Xei kotha tu u Jani louk. Bap jonai takei prokax korise. Xastroi u takei koise. Krishna.....

  • @nizoraborah2237
    @nizoraborah2237 Год назад +6

    কৃষ্ণ কৃষ্ণ বাপ জনাৰ সুন্দৰ বাখ্যাই আমাকো কৃতাৰ্থ কৰিলে ।

  • @priyankaphukan6560
    @priyankaphukan6560 Год назад +6

    ইমান সুন্দৰ কৈ বাখ্যা কৰি দিয়াৰ বাবে ভক্তি ভৰা সেৱা নিবেদন কৰিলোঁ।🙏🙏🙏🙏

  • @ilimasaikia1908
    @ilimasaikia1908 Год назад +1

    Bap jonai hakolu kotha eiman hundorkoi bujai dise, Bap jonaloi voktibhora hewa jonalu.

  • @dulumoniborah-hu9zk
    @dulumoniborah-hu9zk Год назад +6

    Krisna krisna 🙏🙏🙏

  • @pronyutsharma2325
    @pronyutsharma2325 День назад

    শঙ্কৰেহে শুদ্ধমতে ঈশ্বৰ ভক্তি তত্ব,
    প্ৰচাৰিলা শাস্ত্ৰসাৰ জানি..
    ইহাক নাজানি মূঢ়ে জীৱিকাৰ অৰ্থে ফূৰে..
    আপোনাৰ মহত্ব বখানি..

  • @pranabnath3362
    @pranabnath3362 Год назад +13

    ধূপ, ধূনা, বন্তি, নৈবদ্য সৰাই আগুৱাই দিয়া পদ্ধতিক কি বুলি কোৱা হয়? তাৰ পাছত পাঠ, নাম আদি কিয় কৰা হয়? দ্বাপৰ যুগত যদি পূজা প্ৰভূ কৃষ্ণই যুধিষ্ঠিৰৰ দ্বাৰা অশ্বমেধ যজ্ঞ কিয় কৰাইছিল?

  • @JaanSonowal-v6j
    @JaanSonowal-v6j 7 месяцев назад +2

    কৃষ্ণ কৃষ্ণ প্ৰভু জগন্নাথ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤❤❤বাপ জন

  • @hemantanath5556
    @hemantanath5556 Год назад +31

    শিপা এৰিব নাপায় । পূৰ্বতে সেই সকলো বামুণ পন্থীয়েই আছিল । পৰৱৰ্তীকালত বিভিন্ন কাৰণত সেয়া অৰ্থনৈতিক কাৰণেই হওক বা সামাজিক কাৰণতেই হওক ৰাজনৈতিক নেতাৰ দৰে দল বাগৰা পদ্ধতিৰে কিছুলোকে নিজকে বিজ্ঞ ধাৰ্মিক পুৰুষ হিচাবে প্ৰতিষ্ঠা কৰি জীৱিকাৰ উপায় হিচাবে ন ন পন্থাৰ জন্ম দিয়ে । ইয়াত ধৰ্ম বুলিবলৈ একো নাই । প্ৰতিটো পন্থাতেই বিত্তীয় কেলেংকাৰীয়ে প্ৰকৃত স্বৰূপ ইতিমধ্যেই সময়ে সময়ে উদঙাই দিয়ে ।

    • @RajkumarSarma-hn5fy
      @RajkumarSarma-hn5fy 5 месяцев назад +1

      Val

    • @rabinchandrabhuyan4246
      @rabinchandrabhuyan4246 5 месяцев назад

      আপুনি এল পি স্কুলৰ ধাৰাপাঠতে সোমাই আছে নেকি ?

  • @rakhihandique1701
    @rakhihandique1701 Год назад +2

    Krishna Bap kowti kowti bar pronam 🙏🙏🙏🙏

  • @nirmaldeori4218
    @nirmaldeori4218 Год назад +6

    Jai shree krishna 🎉❤🙏🙏🙏

  • @chandradas8077
    @chandradas8077 Год назад +1

    কৃষ্ণ কৃষ্ণ বাপ আপোনালৈ ভক্তি ভৰা সেৱা নিবেদিছো ।

  • @anjalipathak4964
    @anjalipathak4964 Год назад +9

    কৃষ্ণ,জয় গুৰু শংকৰ। পৰীক্ষিত সদৃশ প্ৰশ্ন কৰ্তা যুৱ বাপ গৰাকী লৈ ধন্যবাদ জনায় সেৱা আগবঢ়ালোঁ। আৰু গগৈ বাপ জনাই শাস্ত্ৰৰৰ মাধ্যমেৰে ইমান সুন্দৰ ভাৱে আমাক বুজায় দিলে, তাৰ বাবে বাপ জনালৈ আন্তৰিক শ্ৰদ্ধা আৰু ভক্তি ভৰা সেৱা আগবঢ়ালোঁ 🙏। কৃষ্ণ কৃষ্ণ

  • @krishnasaikia2739
    @krishnasaikia2739 9 месяцев назад +1

    সুন্দৰ কথা মইও শংকৰ সংঘৰীয়া মানুহক মইও সুধু।

  • @mridusmitasaikia83
    @mridusmitasaikia83 Год назад +11

    বাপ জনা ৰ শাস্ত্ৰ বাণী শুনি আমি বহুত উপকৃত হৈছোঁ,,নজনা কথা জানিব ললোঁ, ভগৱান ৰ প্ৰতি বিশ্বাস দুগুণ বাঢ়িব ললে,বুজিবলৈ চালে ইয়াত বহুতো তত্ব আছে,আমি আকুৰ গুজ হৈ nubuju নকৰোঁ মনোভাৱ লোৱা সকলক কোনো পধ্যেই বাপ জনা অমৃত ময় শাস্ত ৰ ভাঙনি ye হৃদয়ত চুই যাব নোৱাৰে,,,আপুনি টো নিজে এখন শাস্ত্ৰলিখি লগত লৈ আনি তাৰ পৰা কথা খিনি,ভাঙনি খিনি দিয়া নাই,😌 আমি কিন্তু বুজি পাইছোঁ বাপ,,,🙏🏻🙏🏻🙏🏻 সেৱা নিবেদিলো,

  • @hemchandradas6360
    @hemchandradas6360 9 месяцев назад

    গুৰু আহে আৰু যাই। জাতি ভেট প্ৰথা আনে!এতিয়া এক শৰণীয়া দুই শৰণীয়া আৰু বামুণীয়া এতিয়া লাগি থাকা আসমীয়া !

  • @ranjitduttaey3967
    @ranjitduttaey3967 Год назад +9

    শ্ৰী মন্ত শ্ ঙ্কৰ দেৱ গুৰু জনাৰ নাম ত এভাগ বিশ্ৱ্য বিদ্যালয় প্ৰতিষ্ঠা শ্ৰীমন্ত শঙ্কৰদেৱে স্ ঙ্ঘয় কৰাই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিলে কৃষ্ণ কৃষ্ণ হৰি ৰাম

  • @pranabjyotisarmah896
    @pranabjyotisarmah896 2 месяца назад

    একেটা ধৰ্মতে বিভাজনৰ মেৰুকৰণ সৃষ্টিৰ মনোভাৱৰ পৰা আঁতৰি আহি গঠন মূলক চিন্তা চৰ্চাৰে সমাজখনক এক কৰি ৰখাৰ মানসিকতা সৃষ্টি কৰক । দহজনৰ আস্থাভাজন হৈ এশ জনৰ সাৱত নিজকে দুবাব নিবিচাৰিব । আপোনাৰ বয়স বৰ বেছিও হোৱা নাই গতিকে উঠি অহা প্ৰজন্মৰ মাজত বিভাজনৰ মেৰুকৰণ সৃষ্টিৰে সমাজখনক কলুষিত নকৰিব,,,নহলে গুৰুজনাইও আপোনাক শান্তিত থাকিব নিদিব ।। "ধৰ্মকো জানোহো মই তথাপি প্ৰবৃত্তি নাই,,,অধৰ্মটো নিবৃত্তি নোহয় ,,,,হৃদিস্থিত হৈয়া তুমি,,,যেন কৰাইবাহা স্বামী হৃষীকেশ কৰিবো তেনয়,,,,,হৃষীকেশ কৰিবো তেনয়,,,,,,,,,হয়তো ভগৱন্তই আপোনাৰ হৃদয়ত স্থিতি কিজানিবা আনৰ কৰ্মক,,আনৰ ধৰ্মক,,আনৰ আচাৰ নীতিক নিন্দা কৰোৱাই সেই পাপতেই হয়তো দুবাব বিচাৰিছে । কৃষ্ণ

  • @madanchdas5220
    @madanchdas5220 Год назад +3

    গীতা হে উত্তম।

  • @LACHIT-w9t
    @LACHIT-w9t Год назад +2

    ভক্তি মানুহে নিজৰ মনৰ শান্তি আৰু শক্তিৰ বাবেহে কৰে ৷ দেউ এজনো হ’ব পাৰে আৰু হাজাৰজনো হ’ব পাৰে ৷ মানুহৰ জীৱনশৈলীৰ ওপৰত ভগৱানৰ কোনো প্ৰত্যক্ষ প্ৰভাৱ নাই ৷ সেয়েহে মহাভাৰতৰ যুদ্ধত কৃষ্ণক সখা হিচাপে লৈ অৰ্জুনেহে যুদ্ধত অৱতীৰ্ণ হৈছিল ৷ নহ’লে কৃষ্ণই নিজেই সকলো কৰি পেলালেহেতন ৷ সৰ্বত্ৰত ভগৱানৰ অনুভৱ কৰাজনেহে এক দেউ এক সেউৰ অৰ্থ বুজিব ৷

  • @mborah9182
    @mborah9182 Год назад +33

    বেপাৰ ৷বেপাৰীৰ বেপাৰ খন ভাল হৈছে ৷

  • @bimaldeka7264
    @bimaldeka7264 Месяц назад

    Krishna bap sewa janalu

  • @SiddhAbanti
    @SiddhAbanti Год назад +2

    Moi shiv mnu jdi itu bebhisar bhakti... Then eiyai mur krne swrga..... Har har Mahadev.

  • @protibhagogoi3738
    @protibhagogoi3738 Год назад +5

    বৰ তত্ত্বগধূৰ ব্যাখ্যা ডাঙি ধৰিলে শুনি উপকৃত হলো।কৃষ্ণ কৃষ্ণ,