Bhagawat||Byakhya||জয়ৰাপাৰ||শিবসাগৰ

Поделиться
HTML-код
  • Опубликовано: 9 янв 2025
  • #pranjitgogoi #ভাগৱতপাঠ #sibsagar
    ‪@জ্যোতিময়Jyotimoy‬
    খনামুখ , শিৱসাগৰ ।

Комментарии • 409

  • @Phukan1966
    @Phukan1966 2 года назад +5

    কৃষ্ণ কৃষ্ণ প্ৰভু অতি সুন্দৰ মন প্ৰাণ ভৰি গল প্ৰভু

  • @hemokantakhanikar8640
    @hemokantakhanikar8640 2 года назад +3

    কৃষ্ণ কৃষ্ণ বাপজন আপোনাৰ ভাগৱত ব্যাখ্যাত আমি সবে মুগ্ধ হৈছো ।

  • @indiantelent1753
    @indiantelent1753 2 года назад +3

    বহুত ভাল লাগিচে 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @bimaladas7604
    @bimaladas7604 2 года назад +9

    কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন শুনি ব পাৰি বহুত ভাল লাগিছে এই খিনি সৌভাগ্য মিলিছে প্ৰণাম প্ৰভু ঈশ্বৰ ধন্যবাদ

  • @taponborah2805
    @taponborah2805 2 года назад +9

    বহুত বহুত সুন্দৰ প্ৰাণজিৎ বাপ,প্ৰভুৱে কৃপা কৰক

  • @HemantaChutia-k3x
    @HemantaChutia-k3x 3 месяца назад

    কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাক ভক্তি ভাৱে সেৱা আগবঢ়াই আছো

  • @luhitbhuyan2378
    @luhitbhuyan2378 2 года назад +5

    প্ৰভু আপোনাক শত কৌতি প্ৰথনা আৰু সেৱা জনালোঁ, কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @pradipGogoi-p1m
    @pradipGogoi-p1m Год назад +2

    যেব দেখিলন্ত মুখ মেলি শ্ৰীকৃষ্ণৰ যশোদা আচাৰ্য বোলা।সমস্ত জগত গভ্ৰত দএখন্ত নন্দ যশোদা ও তাত। শুনা সৱধানে একমাত্ৰ হৰি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী।তান্ত বিনে আন নাহি কোনো ভগৱান। 24তত্বপ্ৰকূতিৰ পঞ্চ মহাভূত সমস্ত বস্তু মায়া ভ্ৰম মানুহৰ। প্ৰদীপ গগৈ

  • @gagorigogoi6380
    @gagorigogoi6380 2 года назад +5

    হে গুৰুজন বহুত ভাল লাগিল ।আপোনাৰ ভাগৱত পাঠ শ্রবন কৰি কৃষ্ণ কৃষ্ণ ।🙏🙏🙏

  • @nirjurajgogoi319
    @nirjurajgogoi319 Год назад +1

    কৃষ্ণ বাপ ৷ সুন্দৰ ব্যাখ্যা আগবঢ়ালে ৷

  • @mrigenphukan1626
    @mrigenphukan1626 2 года назад +5

    কৃষ্ণ বাপ আপোনাৰ ভাগৱত ব্যাখ্যা শুনি কৃতাৰ্থ হলো। কৃষ্ণ কৃষ্ণ।

  • @poragboruah4156
    @poragboruah4156 2 года назад +2

    🙏কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্তু শঙ্কৰ দেৱ🙏

  • @bhabajitkalita1181
    @bhabajitkalita1181 2 года назад +1

    কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏

  • @bhumitabora2496
    @bhumitabora2496 2 года назад +8

    কৃষ্ণ কৃষ্ণ বাপ বহুত বহুত আনন্দিত হৈছো আপোনাৰ শ্ৰীমুখে ভাগৱত বাখ্যা শ্ৰৱণ কৰিব পাই কৃষ্ণ কৃষ্ণ

  • @sanjibdutta8899
    @sanjibdutta8899 2 года назад +6

    শুনি বৰ ভাল লাগিল ।

  • @purnimabharali457
    @purnimabharali457 2 года назад +1

    অমৃত পাণকৰি সুখী হৈছো । ভগৱানে সদায়ে কুশলে ৰাখক ।

  • @junmoniborah7443
    @junmoniborah7443 2 года назад +1

    প্ৰাণজিৎ বাপজনা আমি বস্ত শব্দটিৰ ওপৰত ভাবি থকা প্ৰশ্নটিৰ উত্তৰ আজি পালো 🙏 🙏 🙏 🙏

  • @Ridipaxom
    @Ridipaxom 2 года назад +2

    কৃষ্ণ কৃষ্ণ বাপ সমস্ত সুপ্ৰভাত সেৱাৰে

  • @sukhamtamuli5759
    @sukhamtamuli5759 2 года назад +3

    কৃষ্ণ কৃষ্ণ বাপ সমস্ত জনলৈ সেৱা
    জনালোঁ🙏🙏🙏

  • @indiradas2117
    @indiradas2117 2 года назад +3

    বহত ভাল লাগিল বাপ , কৃষ্ণ কৃষ্ণ সেৱা ভাগ জনালো । কৃষ্ণ মাধৱ ৰাম

  • @taramaidevi1508
    @taramaidevi1508 2 года назад +2

    বাপ 🙏🙏🙏 সুন্দৰ আপোনাৰ বাখ্যা চতিয়া

  • @arupkumarbaishya7098
    @arupkumarbaishya7098 2 года назад +7

    কৃষ্ণ বাপ আপোনাৰ প্ৰতিটো পাঠ শুনি বৰ ভাল লাগে ইমান ধুনীয়াকৈ বিশ্লেষণ কৰে

  • @jintukolita4640
    @jintukolita4640 2 года назад +3

    কৃষ্ণ কৃষ্ণ বাপ সেৱা আগবঢ়ালো

  • @probhawati8478
    @probhawati8478 2 года назад +5

    কৃষ্ণ কৃষ্ণ শতকৌটি প্ৰণাম।ইমান সুন্দৰ ব্যাখ্যা পূণ্যাত্মা প্ৰাণজিৎ বাপৰ মুখপদ্ম সন্তে বেকত হুৱা অমৃত পাণ কৰি ধন্য হুৱা যেন অনুভৱ হৈছে বাপ জনাৰ সুস্বাস্থ কামণা কৰিলো কৃষ্ণ ।

    • @GyanBhaktiMedia
      @GyanBhaktiMedia 2 года назад

      ruclips.net/video/Kt2yODqdUxs/видео.html

  • @crazygirl-p4l
    @crazygirl-p4l 2 года назад +7

    কৃষ্ণ বাপ আপুোনাৰ মুখ পদ্মই যি ব্যাখ্যা যি শুনিছোঁ পৰম ধন্য হৈছোঁ ৷সেৱা জনালোঁ ৷

  • @paruldutta5898
    @paruldutta5898 2 года назад +6

    Krishna krishna krishna pranam janaisu pravu 🙏 🙏 🙏

  • @deepadas4
    @deepadas4 2 года назад +4

    কৃষ্ণ জয় গুৰু শঙ্কৰ

  • @rekhagogoi322
    @rekhagogoi322 2 года назад +4

    কৃষ্ণ কৃষ্ণ বাপ সেৱাভাগ অৰ্পণ কৰিলো ।

  • @digantaboruah5428
    @digantaboruah5428 2 года назад +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ গুৰুজন

  • @girishbaishya1176
    @girishbaishya1176 2 года назад +1

    ওম নম ভাগবতে বাসুদেবায়।

  • @pran8488
    @pran8488 2 года назад +7

    🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ।বহুত ভাল লাগিল ।

  • @Deepagoswami4475
    @Deepagoswami4475 2 года назад +2

    সুন্দৰ
    কৃষ্ণ কৃষ্ণ

  • @Anurag_819
    @Anurag_819 2 года назад +1

    কৃষ্ণ কৃষ্ণ প্ৰভৃ আপোনাৰ বাখ্যা ত মন আপ্লুত হৈ গৈছে সেৱা জনালোঁ কৃষ্ণ

  • @atuldas1667
    @atuldas1667 2 года назад +3

    সেই বাপ আপোনাৰ মূখ পদ্ম হন্তে ভাগৱতৰ অমৃত বৰষিছে ইমান সুন্দৰ ভাবে বুজাই গৈছে। মই সদায় শ্ৰবণ কৰো ।

  • @mahantachutia7568
    @mahantachutia7568 2 года назад +2

    কৃষ্ণ কৃষ্ণ বাপ সেৱাহে জনাইছো।

  • @KrishnaDas-zz5wy
    @KrishnaDas-zz5wy 2 года назад +3

    কৃষ্ণ, হে বাপজনা আপোনাক 🙏🙏 হে জনালো। আমাক কৃপা কৰিব। আপোনাৰ পদ্মমুখৰ মধূময় বাক্য শুনি সচাকৈ আমাৰ জীৱন ধন্য হৈছে, আপোনাৰ মংগল হওক। কৃষ্ণ প্ৰভু কৃষ্ণ.....

  • @ranjangogoi8072
    @ranjangogoi8072 2 года назад +3

    কৃষ্ণ ৰাম বাপ সেৱা ধৰিলো

  • @binapanigogoi134
    @binapanigogoi134 2 года назад +10

    প্ৰাঞ্জল তোমাৰ সুন্দৰ ব্যাখ্যা শুনি আমি আপ্লুত ; অভিভূত হৈ ছো । সুন্দৰ পৰিবেশ ত অতি সুন্দৰ ব্যাখ্যা দাঙি ধৰিলা । ভক্তিভৰা প্ৰণিপাত নিবেদিলো । ক্বষ্ণ ক্বষ্ণ ।

    • @pulinchutia742
      @pulinchutia742 2 года назад

      Krisna Bap Ati Sundor Bor Bhal Lagil

  • @devilgamer8888.
    @devilgamer8888. 2 года назад +1

    কৃষ্ণ কৃষ্ণ ইশ্বৰ

  • @aairumidutta3711
    @aairumidutta3711 2 года назад +3

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ভাগৱত ৰ অৰ্থ ইমান সুন্দৰ হৈছে ঈশ্বৰে আপোনাক দীঘাও কৰক

  • @polisaikia7185
    @polisaikia7185 2 года назад +3

    কৃষ্ণ কৃষ্ণ প্ৰভু কোটি কোটি প্ৰনাম জনালোঁ

  • @khagengogoi5391
    @khagengogoi5391 2 года назад +5

    জয় শ্ৰী কৃষ্ণা

  • @ruparabha778
    @ruparabha778 2 года назад +5

    Eman sundar bakhya. Bahut bahut dhanyavaad.

  • @dipalikalita6096
    @dipalikalita6096 2 года назад +2

    কৃষ্ণ কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @debojitneog502
    @debojitneog502 2 года назад +1

    Bhagawat Byakhya huni bor val lagil jatiya mon Jai tatiya hunu aru huni atori ahibo mon najai . Krishna suprabhat 🙏

  • @bashantadas1542
    @bashantadas1542 Год назад +3

    Krishna krishna krishna gogoi baap jai jai jai krishna bhagaban jai jai jai

  • @monujkumargogoi2013
    @monujkumargogoi2013 2 года назад +7

    ,,🙏🙏🙏🙏🙏🌺🌺🌺ৰাম, কৃষ্ণ ৰাম কৃষ্ণ,হে বাপ আপোনাৰ লগতে তাত উপস্থিত আটাইলৈকে মোৰ ভক্তি ভৰা সেৱা,🙏🙏🙏🙏🙏 আশীৰ্বাদ কৰিব 🙏🙏🙏🙏🙏

  • @premadharligira532
    @premadharligira532 2 года назад +8

    কৃষ্ণ প্ৰভু আপোনাৰ শ্ৰী চৰনত শত কৌতি সেৱা আগবঢ়ায় ছো। আৰু এই ভাগৱত পাঠ শ্ৰৱণ কীৰ্তন কৰি থকা সকলো ভকত বৈষ্ণৱ আৰু আই মাতৃ সকলোকে এই দাসৰ পৰিয়ালবৰ্গই RUclipsযোগে ভক্তি ভৰা সেৱা নিবেদিছো। কৃষ্ণ কৃষ্ণ।

  • @ashimagogoi3455
    @ashimagogoi3455 2 года назад +2

    বাপজনাৰ কথাখিনি বৰ ভাল লাগে । এবাৰ ওচৰত লগপাবৰ মন গৈছে।

  • @puronpayeng7151
    @puronpayeng7151 2 года назад +12

    কৃষ্ণ, বাপ ঈশ্বৰ, নমস্কাৰ 🙏🙏🙏 গ্ৰহণ কৰিব ।

  • @lohitrabha9422
    @lohitrabha9422 2 года назад

    জয় শ্ৰী কৃষ্ণ

  • @probinbora135
    @probinbora135 2 года назад +4

    কৃষ্ণ কৃষ্ণ বাপ শতকোতি প্ৰনাম ।

    • @GyanBhaktiMedia
      @GyanBhaktiMedia 2 года назад

      ruclips.net/video/Kt2yODqdUxs/видео.html

  • @utpalkrgogoi7430
    @utpalkrgogoi7430 2 года назад +7

    কৃষ্ণ,, আপোনাৰ অমিয়া সুৰৰ কথাবোৰে সদায় আকৰ্ষণ কৰে,,, আপ্লুত হওঁ,,,🙏🙏🙏

  • @pratimakalita5691
    @pratimakalita5691 2 года назад

    বহূত,সুন্দৰ বাখা

  • @daisyrabha2343
    @daisyrabha2343 2 года назад +6

    Krishna Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏 Krishna🙏🙏

  • @indrajittamuli4486
    @indrajittamuli4486 2 года назад +1

    Krisno dyamoi🙏🙏

  • @Oxoccd22332
    @Oxoccd22332 2 года назад +2

    Prabhu bhagabat bakhya sunii bhal lagil,

  • @AditPatar-d8j
    @AditPatar-d8j 11 месяцев назад +1

    Krishna krishna krishna bap 👌👌👌👌👌👌👌👌❤❤❤❤❤❤❤❤❤❤❤

  • @deepanajlidas4523
    @deepanajlidas4523 2 года назад +1

    Krishna Bap aponar xoronot xeuwa jonalo 🙏🙏🙏

  • @rebatligira6787
    @rebatligira6787 2 года назад +2

    জ্যোতিময়ে সঁচাকৈ জ্যোতি বিলাইছে। কৃষ্ণ।

  • @dipakborah9311
    @dipakborah9311 2 года назад +1

    গুৰুজনাই আপোনাক আৰু শক্তি প্ৰদান কৰাৰ প্ৰাৰ্থনা জনালো কৃষ্ণ কৃষ্ণ ৰাম ৰাম‌‌ নাৰায়ণ হৰি।

  • @kumudgayan1664
    @kumudgayan1664 2 года назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপোনাৰ অমৃতময় ভাগৱত বাখ্যা শুনি সচাই অতিশয় আনন্দ লভিলো আৰু যিমানেই আপোনাৰ অমৃতময় ভাগৱত অনুষ্ঠানৰ প্ৰতিটো তত্ত্বৰ সহায়ত অন্তৰত কৃষ্ণভক্তিৰ তাত্ত্বিক দিশত বৰঙণি যোগাইছে তাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জনোৱাৰ উপৰিও সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @rubulgogoi4843
    @rubulgogoi4843 2 года назад +1

    হৰে কৃষ্ণ🙏🙏🙏

  • @dipulrajbongshi1681
    @dipulrajbongshi1681 2 года назад +1

    Joykrishnaguru

  • @upakhisivam5568
    @upakhisivam5568 2 года назад +4

    কৃষ্ণ কৃষ্ণ বাপ সবাৰে চৰণত সেৱা জনালো 🙏🙏

    • @GyanBhaktiMedia
      @GyanBhaktiMedia 2 года назад

      ruclips.net/video/Kt2yODqdUxs/видео.html

  • @sabitriboruah4411
    @sabitriboruah4411 2 года назад +4

    🙏কৃষ্ণ

  • @krishnagogoi5706
    @krishnagogoi5706 2 года назад +1

    Krishna porbhu 🙏🙏🙏

  • @ranuhazarikanayak9601
    @ranuhazarikanayak9601 2 года назад +2

    Jai shri krishna 👏👏

  • @Babudas-vp5pd
    @Babudas-vp5pd 2 года назад +1

    ৰাম কৃষ্ণ বাপ।

  • @r.saikia4335
    @r.saikia4335 2 года назад +4

    বহুত ভাল লাগিল কৃষ্ণ |

  • @sarumaiborah448
    @sarumaiborah448 2 года назад +7

    কৃষ্ণ প্ৰণাম বাপ। আপোনাৰ তথা সমস্ত ভক্তবৃন্দৰ শ্ৰীচৰণত প্ৰণাম জনালো।🙏🙏🙏

  • @silpibvlogs3287
    @silpibvlogs3287 2 года назад +1

    Prabhu apunr aikhya bhagot kunuba olp jegat sakur pani uali jai🙏

  • @minotishortschannel9453
    @minotishortschannel9453 2 года назад +4

    bohut hundarkoi bhagawat sarsa kori gyaan disa🙏🙏🙏

  • @mamanideka4369
    @mamanideka4369 2 года назад +2

    🙏 জয় গুৰু শঙ্কৰ 🙏 জয় শ্ৰীকৃষ্ণ 🙏 27.11.2022.

  • @dilpsaikia1857
    @dilpsaikia1857 2 года назад +3

    আমি গোলাঘাট আঠখেলীয়া পৰা ভাগৱত পাঠ শুনি আছো । ভগৱানে প্ৰাণজিৎ দেৱক' আমি আঠখেলীয়া পৰা আন্তৰিক অভিনন্দন জ্ঞাপন জনালো🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ ।

  • @sabitrimedhi6564
    @sabitrimedhi6564 2 года назад +6

    কৃষ্ণ কৃষ্ণ হৰি ৰাম ৰাম ৰাম ৰাম সশ্ৰূদ্ধ সহস্ৰ প্ৰণাম শ্ৰীচৰণত ঈশ্বৰবাপ সমস্ত তাত্ত্বিক ৰসাল বিশ্লেষণ প্ৰভূসৱ গোৱিন্দ ৰাম ৰাম

  • @ajitdas3385
    @ajitdas3385 2 года назад +2

    Gukhai apunar ktha huni bahut bahut bahut Val paiso

  • @pujakalita8491
    @pujakalita8491 2 года назад +1

    OM Krishna provu apunak sewa 🙏🙏🙏

  • @abhigyanborahanuhazarika167
    @abhigyanborahanuhazarika167 5 месяцев назад

    Krishana 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @daduborah4434
    @daduborah4434 2 года назад +5

    ভাল লাগিল। নাৰায়ণ

  • @tagarmonikakati8233
    @tagarmonikakati8233 2 года назад

    Bhagawat pathe mon muhise 🙏🙏

  • @priyamvillagevideos
    @priyamvillagevideos 2 года назад +7

    কৃষ্ণ🙏

  • @bobymuktiar4753
    @bobymuktiar4753 2 года назад +5

    Bohut bohut vl lagil....krishna krishna

  • @punyarabha151
    @punyarabha151 2 года назад +1

    Eman Sundar 🙏Ram 🙏 Ram 🙏Ram 🙏🙏🙏🙏....... 🔥

  • @rovsonowal9140
    @rovsonowal9140 2 года назад +1

    Krishno Baap

  • @junumech653
    @junumech653 2 года назад +10

    কৃষ্ণ 🙏🙏কৃষ্ণ বাপ প্ৰভূ বৰ সুন্দৰ লাগিছে প্ৰভূ আপোনাৰ চৰণ সেৱা নিবেদিছো প্ৰভূ কৃষ্ণ মধুৰ সুৰত শুনি আমি পান কৰিছে প্ৰভূ 🙏🙏কৃষ্ণ কৃষ্ণ ৰাম হৰি হৰি ৰাম কৃষ্ণ

  • @ankithazarika.hazarika.1434
    @ankithazarika.hazarika.1434 2 года назад +1

    🙏KRISHNA🙏 montu kiba ata beya lagi asil kintu apunar path huni hosakoi a bhut besi val lagil 🙏

  • @bantiborah4174
    @bantiborah4174 Год назад +2

    কৃষ্ণ🙏🙏🙏🙏

  • @maheswarnath73
    @maheswarnath73 Год назад +1

    Krshna krishna bap live long

  • @ridipborah9200
    @ridipborah9200 2 года назад +1

    বাপ জন বৰ ভাল লাগিল
    আপোনাৰ
    বাণী শুনি

  • @mridudeep1534
    @mridudeep1534 2 года назад +1

    Krishna pravu

  • @robinborah5848
    @robinborah5848 2 года назад +3

    Panjoy bapp jana Krishna bhut khub excl excl bhaykhaya

  • @jadumoniborah4922
    @jadumoniborah4922 2 года назад +1

    Krishna bap 🙏🙏🙏🙏🙏

  • @Ridipaxom
    @Ridipaxom 2 года назад +5

    কৃষ্ণ কৃষ্ণ

  • @subhadraboruah3842
    @subhadraboruah3842 2 года назад +3

    কৃষ্ণ ভাল লাগিল

  • @Genus_gamer
    @Genus_gamer 2 года назад +2

    আপুনি আমাক কৃপা কৰিলে বাপ জন। আপোনাৰ মুখ পদ্ম ৰ পৰা নিগৰিত হোৱা মহান ভাগৱতৰ তত্ব কথা পাণ কৰি আমাৰ জ্ঞান চকু মুকলি হৈছে বুলি ভবা হৈছে। গতিকে দয়ালু বপজনাক শত সহস্ৰ কুটি প্ৰণাম আৰু সেৱা নিবেদন কৰিছো। কৃষ্ণ।🙏🙏🙏

  • @rupalikonwarhazarika8009
    @rupalikonwarhazarika8009 2 года назад +7

    Krishna ram prabhu 🙏🙏🙏bohut val lagil 🤗🤗🤗🙏🏻🙏🏻🙏🏻

  • @mallikabora8311
    @mallikabora8311 2 года назад +9

    Bohut val lagil.Krishna🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼

    • @uddhabchandrabarman2220
      @uddhabchandrabarman2220 2 года назад

      সঁচাকৈ বহুত শ্ৰুতিমধুৰ হৈছে । কৃষ্ণ

  • @bhabanigogoi3278
    @bhabanigogoi3278 2 года назад +1

    Jai.sari.krishna

  • @DhrubaDutta-m7q
    @DhrubaDutta-m7q 11 месяцев назад

    Joy sri krishna