A family with a Shop - এটা আচৰিত কাহিনী

Поделиться
HTML-код
  • Опубликовано: 7 сен 2024
  • papu channel
    • ❤️মৰমৰ নাচনী❤️ || Moro...
    • তুমি কেনে আছা - Tumi k... ( taz production )

Комментарии • 7 тыс.

  • @localstar2396
    @localstar2396 2 года назад +2752

    ছোৱালীজনীৰ জীৱনটো ইচ্ছা কৰিলে তেও ভালদৰে গঢ়িব পাৰিলেহেতেন।নিজৰ ক্ষোভ,হতাশাৰ অংশীদাৰ তেওৰ নিজৰ পত্নী আৰু জীয়ৰীকো বনাইছে।

  • @ilovetravelandfoodNextlevel
    @ilovetravelandfoodNextlevel 2 года назад +3677

    Emotional hoi golu olop time r karone 🥺🥺❤️❤️

  • @Joykanta
    @Joykanta 2 года назад +107

    স্বাভিমানেৰে জীৱন জীয়াইছে ভাল কথা। কিন্ত নিজৰ ইমান মৰমলগা ছোৱালীজনীৰ বাবে সকলো অভিমান এৰি দিয়ক। ভগৱানৰ মঙ্গল কামনা কৰিছো পৰিয়ালটোৰ বাবে আৰু বিশেষকৈ ছোৱালীজনীৰ বাবে।❤

  • @sumanjyotideka1081
    @sumanjyotideka1081 2 года назад +696

    সঁচাই ভাষা নাই... সদায় ভালে থাকক তেওঁলোক আৰু দিম্পু তুমিও।

    • @rajunath8963
      @rajunath8963 2 года назад

      ruclips.net/video/cxQiAT70Vko/видео.html

    • @pankajbhaii07
      @pankajbhaii07 2 года назад +12

      Hay Amar Kakhor a Sun Tekhet Hkolr Kahani To Moi Kow Asol Kotha To Hol Agot Tekhet Hkokle Sorkark Bohut Bar Ghr to khujisil Aru Sorkare Dim Buli Koi Nedile Tar Pisot Tekhet Hkole Sorkar r Bosto Ake Bare Tag Kori Dile Jay Amak Sorkar r Bostu Nalage Xei To Tekht Xkolr Kahani Kintu Ami Tekhet Hkolk Olp Hohai Koribo Khuju Jay Apunalok Baru Poki Ghr Nalage Kintu Apunalkor Jay Mati r Ghr to a Olp Mera Moti Kori Dim Buli Tekhet Hkolk Bujabo Lagibo Moi Aaha Mahot Tekhet Hkolr Ghrt Jam Aru Xei Kotha To Alosona Korim Saow Tekhet Hkole Manti Hoi Ki Nhoi 🙏🙏🙏🙏

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 года назад

      Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022
      RUclips Link :::: ruclips.net/video/QICN5RnJcrA/видео.html

    • @zelhajkhan9833
      @zelhajkhan9833 2 года назад

      ভাই, ঠাইখনৰ নাম কি হয়নো?

  • @gitikabezbaruah1758
    @gitikabezbaruah1758 2 года назад +49

    শিক্ষাৰ মূল লক্ষ্য চাকৰি নহয়.. সকলো ক্ষেত্ৰতে আজি কালি শিক্ষা সকলৰে দৰকাৰ হয় ..মানুহ জন স্নাতকোত্তৰত হৈ কি হব,এইখিনি কথা যদি বুজি নাপায়.. ছোৱালী জনীৰো ভৱিষ্যত বেয়া কৰিলে..

    • @Quark200
      @Quark200 2 года назад +1

      Yes

    • @jubidevi7339
      @jubidevi7339 2 года назад

      Right

    • @palakmaskara3222
      @palakmaskara3222 2 года назад

      লাগাত কে বেছি হে কৰা বুলি কব পাৰি

  • @nabajitsingbarman8140
    @nabajitsingbarman8140 2 года назад +213

    বাহিৰৰ জগতৰ এটা ধুনীয়া সপোন পুহি ৰাখিছে ছোৱালী জনীয়ে। আশাকৰোঁ এই সপোন যেন এদিন সচাত পৰিনত হয়।

  • @pranabbhuyan3276
    @pranabbhuyan3276 2 года назад +494

    সচাকৈ, বঞ্চিত ,নিস্পেষিত জনৰ অন্তৰত কিমান ক্ষোভ, অভিমান পঞ্জীভূত হৈ থাকিব পাৰে এই ভিদিঅ টোৰ যোগেদি বুজি পালোঁ। ধন্যবাদ দিম্পু 👍👍

    • @rajunath8963
      @rajunath8963 2 года назад

      ruclips.net/video/cxQiAT70Vko/видео.html

    • @angsu4974
      @angsu4974 2 года назад +8

      @@dhritimansdiary6522 hey mookkel chuda.😅 Vl vdo vl content bona toi nuxujileu mnuhe morom dibo ane xuji xuji morom pabo sesta korat k .vl content loi vl vdo bonuwat sesta kor sun

    • @pranjaldeka1559
      @pranjaldeka1559 2 года назад

      Saksar oprot kshov bujilo thike aase kintu suwali tur jiban dhangakh kori dilak etu tu val huwa ni

    • @arupdas8449
      @arupdas8449 2 года назад +2

      @@angsu4974 mokkel r ovab nai bey

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 года назад

      Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022
      RUclips Link :::: ruclips.net/video/QICN5RnJcrA/видео.html

  • @nurbhai1116
    @nurbhai1116 2 года назад +155

    ভন্টি ❤️জনি আৰু খোৰা খুৰী যেন সদাই ভালে থাকে তাকেই কামনা কৰিলোঁ🙏🙏🙏🙏

  • @allindiakuduksamajofficial7146
    @allindiakuduksamajofficial7146 2 года назад +9

    পৰিয়ালটোৰ কাহিনীটো হতাশ কৰি দিলে, যেনেকুৱা নহওক পৰিয়ালটোৰ সুখ শান্তি সমৃদ্ধিৰ কামনা কৰিছোঁ লগতা দিম্পু দা লৈ অশেষ ধন্যবাদ থাকিল ।

  • @greenharvest2861
    @greenharvest2861 2 года назад +71

    Dimpu তোমাৰ RUclips ৰ যিমান video আছে তাৰ ভিতৰত এইটো আজিলৈকে শ্ৰেষ্ঠ । সঁচাই তেওঁৰ প্ৰতিজ্ঞা ক 🙏🙏🙏 জনালোঁ ।
    আৰু আজি তোমাৰ chanel টোৰ followers আৰু বেছি হওক তাৰেই কামনা কৰিলো ।

  • @alakeshsvlog
    @alakeshsvlog 2 года назад +242

    এজনে ভিডিও বনাইছে কস্তুৰীয়ে গাড়ীত হাগিলে আমি হেনো ভিডিওটো শেষলৈ চাব লাগে 😂 আনএজনে ভিডিও বনাইছে দোকান আৰু এটা পৰিয়ালৰ অদ্ভূত কাহিনী । সম্পূৰ্ণ পৃথক ❤️ ধন্যবাদ ডিম্পু দা ।❤️❤️

  • @gitarthazgmedhi.
    @gitarthazgmedhi. 2 года назад +196

    দিম্পু দা আপোনাৰ গোটেই বিলাক ভিডিঅ ভিতৰত এইটো ভিডিঅ সকলোতকৈ শ্ৰেষ্ঠ 😞 কি কম কবলৈ একো ভাষা নাই... দে আৰ 😥

  • @sushmitalakhi6536
    @sushmitalakhi6536 Год назад +2

    ছোৱালীজনীলৈ মৰম লাগিছে। স্বাভিমান আঁতৰাই তাইক আগুৱাই নিয়াটো বিচাৰো।

  • @tribeniboruah173
    @tribeniboruah173 2 года назад +53

    Kobole dher mon jai video tu sai kintu kuwatkeu dukh bohut lagise suwalijonir jibontu dekhi. Manuhjone jibonot ki dukh dekhise najanu aru hoitu teuluk tenekei thakia hukhi.akha koru jibonot teuluke bisara nisinai hukh pauk aru suwali joniu jibonot ji bisarise take pauk🙏🏻

  • @tapanjyotibora4812
    @tapanjyotibora4812 2 года назад +17

    অদ্ভুত,
    কবলে গলে মানুহ জন psycho .
    ছোৱালী জনী ভৱিষ্যত টো ধ্বংস কৰিলে।

    • @Sarthak_0680
      @Sarthak_0680 2 года назад +2

      Ummm sei tu a

    • @jumandas1400
      @jumandas1400 2 года назад +1

      Suwali jonir Bhut axa ase .dewtakr karne Tai ondhokart thakibo lga hoise .😥

    • @tapanjyotibora4812
      @tapanjyotibora4812 2 года назад

      @@jumandas1400 hmm

  • @Debajitk
    @Debajitk 2 года назад +261

    ছাৰে আমাক ক্লাছ নাইনত টিউচন কৰিছিল৷তেতিয়াৰেপৰা মানুহজন অদ্ভুট৷আমাক কিছুমান বস্তু দোকানৰ পৰা কিনি অনাৰ সলনি ঘৰতে বনাই ল'ব দিছিল৷

    • @user-ni6qe4ur7k
      @user-ni6qe4ur7k 2 года назад

      কবলৈ বেয়া লাগিছে যদিও তেও এজন মানসিক ৰোগী৷চিকিৎসা কৰিলে ভাল হ’ব৷ছোৱালীজনীৰ জীৱনটো নপঢ়াই বেয়া কৰিলে৷মা ক জনেয়ে উচিত ব্যৱস্থা ল’ব পাৰৰিলে হয়৷তেও মাথো পত্নীৰ ধৰ্ম পালন কৰিলে মাক হিচাপে নোৱাৰিলে

    • @stargirl1036
      @stargirl1036 2 года назад +6

      🤣🤣pagla

    • @ryanraves9988
      @ryanraves9988 2 года назад

      @@stargirl1036 ru toi ata rndy..

    • @stargirl1036
      @stargirl1036 2 года назад

      @@ryanraves9988 maye rendy sutmarni

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 года назад +1

      Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022
      RUclips Link :::: ruclips.net/video/QICN5RnJcrA/видео.html

  • @seemaranikalita7357
    @seemaranikalita7357 2 года назад +9

    মানুহজনে যি আদৰ্শৰে চৰকাৰী সাহাৰ্যৰ পৰা নিজকে বিৰত ৰাখিছে , পৰিয়ালটো চলাই নিবলৈ সক্ষম হৈছে তেখেতলৈ প্ৰণাম জনালো । ছোৱালীৰ ভবিষ্যতলৈ অলপ সন্দিহান হৈ থাকিলো ।

  • @Dhemajirsampriti
    @Dhemajirsampriti 2 года назад +51

    কি কম আৰু Dimpu দা, মোৰ মুখৰ পৰা একো শব্দ নোলোৱা হৈ গৈছে 😢 I am speechless ভগৱানে যেন সদায় তেওঁলোকক কুশলে ৰাখক 🙏 আৰু ভণ্টী জনীক আগবাঢ়ি যাবলৈ আৰু শক্তি দিয়ে যেন ❤️

  • @crazy-rider-ns200
    @crazy-rider-ns200 2 года назад +37

    সচাই। অন্তৰখন চুই‌ গ'ল দেই। তেওঁলোকৰ কথাবোৰ কল্পনা কৰি চাওঁতে , কিবা যেন এটা দুখ লাগি গল। ভগৱানে তেওঁলোকৰ লগতে আপোনাৰো মংগল কৰে যেন।

  • @positivevibesassam171
    @positivevibesassam171 2 года назад +30

    It's very emotional 😢. ছোৱালীজনী নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ বাবে দুখৰ লাগিল। তাইৰ প্ৰতিভাক নতশিৰে প্ৰণাম🙏🙏

  • @joyshreeborah4895
    @joyshreeborah4895 2 года назад +3

    সঁচাই দুখ লাগিল । তেওলোক আৰ্থিক ভাৱে উন্নত হওক.. সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক । পৰিয়ালটোৰ আত্মসন্মান বোধক শতকোটি প্ৰণাম ।

  • @dipjyotinath5032
    @dipjyotinath5032 2 года назад +6

    মানুহজনৰ শিক্ষা আৰু তেওঁৰ বুদ্ধিমত্তাক শ্ৰদ্ধা কৰোঁ কিন্তু নিজৰ ব্যক্তিগত ক্ষোভ,খং আৰু সমাজত চলি থকা নীতি নিয়ম বোৰৰ ওপৰত কৰা অভিমানৰ কাৰণে তেখেতৰ পত্নী আৰু বিশেষকৈ ছোৱালী জনীয়ে ভুগি আছে! তেখেতৰ জেদ খং অভিমানৰ ফল ছোৱালী জনীয়ে গোটেই জীৱন ভুগিব লাগিব, তাইৰ সেই সেমেকা হাঁহিয়ে সকলো কয়, কিন্তু দেউতাকৰ একান্ত বাধ্য কাৰণে আজিৰ সময়তো তাই মাত নাই মাতা ! ভাল হওঁক তাইৰ লগতে তাইৰ পৰিয়ালটোৰ ❤️

  • @sanjibchetry5994
    @sanjibchetry5994 2 года назад +29

    Dimpuu da sowalito bht dukh kastat ase apuni teok guwati furaboloi loi jaok ❤️tair issa bor puran korok jdi pare 💞

  • @pranabkumarbrahma2746
    @pranabkumarbrahma2746 2 года назад

    Bhal lagil, Tyagi monor puruxh hoi.
    Eswarei twlukok rakhyanabexhonor
    dayitya sabhalise niswai Amar
    pariyalot hole un duti praniye ei
    boixommya kahaniyu xohibo nuwarileheten ! Tewlukor jeewan-
    -jatrar xombhed pai ami xokoluye osoroloi goi kinchhit xohai korar manoxere tewlokor swahaste xojowa
    xamogribur kini ana uchit.
    Isware tewlokok jiyai rakhok. Om
    shanti, shanti, Shanti.

  • @rintuhazong8853
    @rintuhazong8853 2 года назад +104

    Beti Bachao Beti Padhao ❤️ বৰ্তমান যুগৰ পৰা একেবাৰেই পৃথক।
    কি অদ্ভুত বৈপৰীত্য মানুহ!! জীৱনত প্ৰথমবাৰ দেখিলোঁ শিক্ষাৰ মূল লক্ষ্য চাকৰিয়েই নেকি? যাৰকাৰণে আজি নিজ কন্যাকো শিক্ষাৰ পৰা বঞ্চিত কৰিলে।

    • @bhabesh9319
      @bhabesh9319 2 года назад +1

      একমত আপুনাৰ সৈতে 🙏

  • @DamarSBGurung
    @DamarSBGurung 2 года назад +883

    O bhai ,vdo tu chai kiba montuye kenba kenba lagil,ajir jugotu manuhe nijor logote pariyalok kostor majere jiyai thakiboloi di nijor swabhimaanot jiyai ache uffff😣,tumio annanya👌👌

    • @dukhialora9423
      @dukhialora9423 2 года назад +6

      I need this girl gurung da please forward too me🤔🤣

    • @toxicjilani3327
      @toxicjilani3327 2 года назад +10

      Hoi diok gurung da but kisumanor nijor kostor t koi saviman besi dangor.🙏🙏

    • @toxicjilani3327
      @toxicjilani3327 2 года назад +10

      @@dukhialora9423 this is not just a joke bro

    • @heewand1176
      @heewand1176 2 года назад +3

      I'm agree 😐

    • @myselfindian6517
      @myselfindian6517 2 года назад +12

      আত্মাভিমান......
      আত্মসন্মানত আঘাত লাগিলে মানুহ এনেকুৱা হব পাৰে...

  • @sanjibsarmah6883
    @sanjibsarmah6883 2 года назад +26

    মানুহ‌জনৰ মনত চাগে বহুত ক্ষোভ আছে বাবে তেওঁ তেনেকুৱা কৰিছে কিন্তু তেওঁৰ এই সিদ্ধান্তই ছোৱালীজনীৰ ভবিষ্যতটো ধ্বংসৰ পথত গৈ আছে । সকলোৱে মিলি এই পৰিয়ালটোক এই ধাৰণাটোৰ পৰা দূৰ কৰিব লাগিব ।।

    • @alakadeka154
      @alakadeka154 2 года назад +2

      Hoi aitu kothat sakaloe saport koribo lage

  • @sachindradas291
    @sachindradas291 2 года назад

    এনে এক অদ্ভূত সিদ্ধান্ত লোৱা কথাটোত মোৰ মনটো ভাগি পৰিছে। কাৰণ হৰষিতাৰ ভৱিষ্যত জীৱনৰ কথা আছে। ইমান মৰম লগা ছোৱালীজনী।

  • @Manoj_Barua
    @Manoj_Barua 2 года назад +56

    প্ৰথমে Dimpu দা k ধন্যবাদ জনালোঁ এনেকুৱা এটা পৰিয়ালৰ লগত চিনাকী কৰি দিয়াৰ বাবে...
    ইমান সহজ সৰল মানুহ তেওঁলোক... সঁচাকৈ আজিৰ দিনত তেনেকৈ চলি খাই থকাটো বহুত কষ্টৰ কথা..... তেওঁৰ মনত থকা ক্ষোভ খিনি সোনকালে দুৰ হোৱাটো কামনা কৰিলো🙏

    • @user-tb8iv8ws5s
      @user-tb8iv8ws5s 2 года назад +1

      ভাই এটা কোন দেশের ভাষা

    • @anupamdas9876
      @anupamdas9876 2 года назад

      @@user-tb8iv8ws5s Assam দেশেৰ ভাষা

    • @Manoj_Barua
      @Manoj_Barua 2 года назад +1

      @@user-tb8iv8ws5s Assam....

  • @purbanchalassam
    @purbanchalassam 2 года назад +217

    Got emotional 😢

  • @himasridas4035
    @himasridas4035 2 года назад +4

    সচাঁই ভাষা নাই কবলৈ ..খুৰা -খুৰী আৰু ভণ্টি জনী ভালে থাকক সুস্থ থাকক তাৰে কামনা কৰিলোঁ🙏🙏🙏

  • @TheVishalsarkar520
    @TheVishalsarkar520 2 года назад +1

    Jar kuneo nai tar bogowan ase
    A2 karonat a aji ai poriyal tu eman dukhat thaki o bohut happy ase, ketiyaba Nolbari gole A2 place oth abar jam dimpu da ❤️🙏

  • @hemolatavlogs
    @hemolatavlogs 2 года назад +61

    বহুত সহজ-সৰল মানুহ সঁচাকৈ সঁচা মনৰ মানুহ এয়াই real সুখ মানুহৰ, যিটো টকা পইচাৰে কিনা বেচা কৰিব নোৱাৰি, ঈশ্বৰে সদায় ভালে ৰাখক এই পৰিয়ালটোক👏🤲✊

    • @rakeshpathak7548
      @rakeshpathak7548 2 года назад

      Valke sale dekhiba family toh hosa kori happy ne sowali jonir mukh khnnoloi saba aber kiman hotakhh ji hopun sob Pani

    • @GoodInformative
      @GoodInformative 2 года назад

      কিন্তু, দেউতাকৰ বাবে ছোৱালী জনীয়ে ও কষ্ট কৰি আছে 😢

    • @hemolatavlogs
      @hemolatavlogs 2 года назад +1

      আচলতে সংগ্ৰামে জীৱন মাক দেউতাকে হয় তাইক শিক্ষাৰ পৰা বঞ্চিত কৰিছে কিন্তু এখন ঘৰৰ পৰা যিমান খিনি শিক্ষা,জ্ঞান দিব লাগে সেই বোৰ গোটেই দিছে জীয়েনেকি আজি কালিৰ পঢ়ি শিক্ষা লোৱা বোৰৰে কম থাকে, তাই কি নোৱাৰে সকলো পাৰে, তাইৰ আশা সপোন এদিন নিশ্চয় সফল হব কাৰণ তাইৰ শিক্ষা প্ৰবিত্র ।

  • @Niyorneelbora
    @Niyorneelbora 2 года назад +44

    বৰ আকোৰগোঁজ মানুহ হে, নিজৰ লগতে উঠি অহা ছোৱালীজনীৰ ভৱিষ্যতটোৰ কথা এবাৰো ভবা নাই, মানুহ গৰাকী সতী-সাবিত্ৰী তেওঁৰ বাবে পতি পৰমেশ্বৰ, এটা কথাও আজিলৈকে প্ৰতিবাদ কৰা নাই, সকলো মানুহৰে নিজস্ব এটা মন থাকে বহুতো সপোন থাকে সেই কথাটো ইংৰাজীত স্নাতক হোৱা মানুহজনে নুবুজিল, শিক্ষা থাকিও তেওঁ সচাঁ অৰ্থত অশিক্ষিত,🙏
    জ্ঞান আছে তেওঁৰ কিন্তু বিজ্ঞান নাই,,
    #niyorneelbora

    • @dimpledas6179
      @dimpledas6179 2 года назад +2

      Akdom xosa koise

    • @dearfriends1194
      @dearfriends1194 2 года назад +2

      সচাঁকে আজিৰ দিনত এনেকুঁৱা মানুহ থাকিব পাৰে মই ভবাইনাছিলোঁ।

  • @paragjyotineog2417
    @paragjyotineog2417 2 года назад +143

    ভাল ভাল.... তেওঁলোকৰ story সঁচাকৈয়ে জানিবলগীয়া.... কিন্তু এটা কথা মোৰ ব্যক্তিগত ভাবে ইমান পছন্দ নহ'ল.... ছোৱালীজনীক পঢ়িব দিব লাগিছিল.... ইমানকৈ পঢ়ি শুনি তেওঁ চৰকাৰী চাকৰি নোপোৱাটো অতি দুৰ্ভাগ্যৰ কথা.... কিন্তু হয়তো ছোৱালীজনীয়ে পঢ়ি মেলি বহুত ভাল কিবা কৰিলেইহেতেন বা.... সেইবোৰো ভাবিব লাগিছিল.... যিয়ে নহওঁক তেখেতে যাতে ছোৱালীজনীক পাৰিলে আৰু পঢ়ুৱাবলৈ চেষ্টা কৰে... তাৰেই অনুৰোধ। ধন্যবাদ
    Love from lakhimpur

    • @jintubardolol3766
      @jintubardolol3766 2 года назад +1

      Hai bahut dhuk loga

    • @jubinborah7701
      @jubinborah7701 2 года назад +1

      Right 👍

    • @priyabratdas9686
      @priyabratdas9686 2 года назад +1

      Ekmot

    • @dhritimansdiary6522
      @dhritimansdiary6522 2 года назад +2

      👈☝️☝️Moko oloop morom diboo boli akha thakil🙏🙏🙏

    • @U_turn365
      @U_turn365 2 года назад +1

      Khuv ata ase manuhjonor monot khei khuv dukh khuk khiniye teok vagi pelaise tmi buji pua nai sage roll nmbr 1
      1st division aru tar pst sakori tu nupuar bedona tu sage anuvab hua nai teo vagi goise tar porinoti aitu

  • @nitugogoi3755
    @nitugogoi3755 2 года назад +4

    ছোৱালী জনীৰ‌‌ ভৱিষ্যতো ধ্বংস নকৰিব তাইৰ বহুত আশা আছে পঢ়া শুনা কৰিব দিয়ক ভালকৈ ।মাক দেউতাকে সন্তানক পঢ়া শুনা কৰি‌ আগবাঢ়ি যাবলৈ দিব লাগে । জীৱন দুদিনীয়া মাক দেউতাক টো সদায় নাথাকে । ছোৱালী জনীৰ‌‌ ভৱিষ্যত টো অন্ধকাৰ নকৰিব তাৰেই সাদৰৰে অনুৰুধ কৰিছোঁ।🙏🙏🙏😭 দিম্পু তুমি সকলোতকৈ Best ..👍👍👍দে আৰ.🤗💐👌😎

  • @rituparnabhardwaj760
    @rituparnabhardwaj760 2 года назад +76

    এওঁলোক হৈছে, জীৱন আৰু সত্য পদূলিৰ সঁচা মনৰ মানু্হ...!!

    • @rimjimdas8333
      @rimjimdas8333 2 года назад +1

      Umm

    • @rakeshpathak7548
      @rakeshpathak7548 2 года назад +2

      No no aitoh murkhami jot nijor potnir logote dkh nthoka sowali jonio bhugise tair hopun sob Pani korile,,vote jatiya dise ghr ata powa ba light powa aitoh moulik odhikar but manuh jone xaitoh oo poriwalog ni diya baki toh bade diya 😒😒😒

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 года назад

      Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022
      RUclips Link :::: ruclips.net/video/QICN5RnJcrA/видео.html

    • @GoodInformative
      @GoodInformative 2 года назад +1

      মানুহ জনৰ ঘৰটো ক'ত

    • @rituparnabhardwaj760
      @rituparnabhardwaj760 2 года назад

      @@rakeshpathak7548 hmm

  • @Nikku27-t2f
    @Nikku27-t2f 2 года назад +100

    পৰিয়ালটোৰ বাবে ভগবানক প্ৰাৰ্থনা কৰিলো যাতে তেওলোকে ভালকৈ থাকিব পাৰে,, সচাই মানুহ সদায় এনেকৈ challenging হব লাগে 🥰

    • @rajunath8963
      @rajunath8963 2 года назад

      ruclips.net/video/cxQiAT70Vko/видео.html

    • @rohitroy6257
      @rohitroy6257 2 года назад +7

      Aitu challenging nhoi murkhami he.

    • @rakeshpathak7548
      @rakeshpathak7548 2 года назад +2

      @@rohitroy6257 akdm thike sowali jonir hopun sob Pani hoi gol bohut bea lagise

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 года назад

      Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022
      RUclips Link :::: ruclips.net/video/QICN5RnJcrA/видео.html

    • @unknowngamingzone8183
      @unknowngamingzone8183 2 года назад +3

      Challenging হব লাগে সঁচা । কিন্তু এনেকুৱা নহয়।

  • @amritadeka821
    @amritadeka821 2 года назад +82

    Xorolotare poripurna Dimpu daa😌😌khokolure prio🥰🥰 RUclips bulilei Dimpu daa 😌

  • @gokulendragoswami6733
    @gokulendragoswami6733 2 года назад +1

    I know this gentleman. He is a reputed teacher. Great salute to him.

  • @MadhurjyaDeoriOfficial
    @MadhurjyaDeoriOfficial 2 года назад +13

    দিম্পুৰ এই ভিডিওটো চাই অনুমান কৰিব যে, আজিৰ এই আধুনিক যুগতো সেই ছোৱালী জনীয়ে কেনেকুৱা এটা জীৱন জীয়াই আছে...
    ভিডিওটো চাই মই বিশেষ একো তেনেকুৱা কাৰন বিচাৰি নাপালোঁ যাৰ বাবে মানুহজনে চৰকাৰৰ ক্ষোভত গোটেই বাহিৰৰ পৃথিৱীখনৰ পৰায়ে পৃথকে থাকিব লগীয়া হৈছে....
    মোৰ ব্যক্তিগত অনুভৱ অনুসৰি মানুহে জেড কৰিব লাগে,, কিন্তু ইমানো নহয় যে পৰিয়ালত থকা প্রত্যেকজন ব্যক্তিয়ে তাৰ পৰিণাম ভুগিবলগীয়া হয়....
    ভাল হওক পৰিয়ালটোৰ.... 🙏

  • @leenadeka3532
    @leenadeka3532 2 года назад +394

    Felling sad for Harshita. She has the right for education and a better life. I think her father need proper counselling.

    • @Raider_1238_yhw
      @Raider_1238_yhw 2 года назад +16

      Exactly she was to learn to leave her fatherly love..otherwise she would have a hard time in this world

    • @nituldas2241
      @nituldas2241 2 года назад +33

      Seems like she wants to fly but she is caged. So sad. Her father is a broke man. I may sound rude but he is doing injustice to his family. Hope god give them strength and I don't think anyone can guide that man. He is broke and stubborn.

    • @pranabjyotibhai5521
      @pranabjyotibhai5521 2 года назад

      ruclips.net/video/hsEZwpe33P0/видео.html

    • @debastootibaruah1808
      @debastootibaruah1808 2 года назад +5

      Felling sad for Harshita.she has the right for education and a better life.I think her father need proper counselling.

    • @DapoonOfficial1
      @DapoonOfficial1 2 года назад

      Right.

  • @nayanjyotinath2786
    @nayanjyotinath2786 2 года назад +4

    কেতিয়াবা যাম সেইফালে গ'লে । বহুত বেলেগ ধৰণৰ পৰিয়াল এটা । আগতে দেখা নাই কেতিয়াও । ভগৱানে সুস্থ কৰি সুখ শান্তিৰে ৰাখক তেখেত সকলোক । ডিম্পুৰ পৰা বহুত কিবা কিবি দেখিছোঁ । ধন্যবাদ ডিম্পু । 👍🙏

  • @rupampando5259
    @rupampando5259 2 года назад

    Val lagi le dimpu daa aru aguwai jok hei family tu .🙏

  • @arstatus7788
    @arstatus7788 2 года назад +49

    ইমান সততা আমাৰ সমাজ খনতকৈ বহুত পৃথক এওঁলোকৰ পৰিয়াল । অহিংসাই পৰম ধৰ্ম। কুশলে থাকক তাকে কামনা কৰিলোঁ।

  • @parthajitdas6130
    @parthajitdas6130 2 года назад +245

    ২৩ বছৰ বিনা দৰমহাৰে মানুহজনে জীৱন পাৰ কৰিছে , অভিমান অন্তৰত জ্বলি থকা জুই ইমান সহজে নকমে 🙂। কিমান আশা ? কিমান সপোন ? লৈ মানুহজনে শিক্ষকতা কৰিছিল , সকলো শেষ হৈ গল।
    আমাৰ পৰিয়ালটো তেনেকুৱাই , মা - দেউতাই বেনা দৰমহাৰে ৩০ বছৰ ধৰি নিস্বাৰ্থ ভাৱে ৰ্কম কৰি আহিছে । আজিও মায়ে স্কুলত যায় , দেউতা বিদেশত গʼল কিয়নো পৰিয়াল নচলে ।

    • @Cricketlover-ge1zq
      @Cricketlover-ge1zq 2 года назад +2

      Xosakoi

    • @parthajitdas6130
      @parthajitdas6130 2 года назад +1

      @@Cricketlover-ge1zq 🙏🏻

    • @twister6317
      @twister6317 2 года назад +2

      Hoi tenekuwa poristiti venture school bilakor teacher hokolor...

    • @parthajitdas6130
      @parthajitdas6130 2 года назад +1

      @@twister6317 🙏🏻

    • @jupitaradas5305
      @jupitaradas5305 2 года назад +2

      মোৰ দেউতাই বিনা বেতনে অৱসৰ ললে 😔

  • @sangitadas8365
    @sangitadas8365 2 года назад +6

    Suwali joni loi bohut bea lagise🥺 bhal lora ata logot oti xunkale tai jugmo jibon tu arombho houk . Hai lora jone tair monor akha ru tai adhorua xikha bur u puron korok..take bhagwan'k parthona korisu ontor pora 🙏❤❤❤

  • @rajenbora562
    @rajenbora562 2 года назад

    মানুহজনৰ এই মানসিকতাৰ বাবেই তেওঁলোকৰ বিষয়ে জানিবলৈ জনসাধাৰণৰ উৎসুকতা বাঢ়িছে।মানুহজনক শিক্ষক যেতিয়া নিশ্চয় জীয়েকক ঘৰতেই অধ্যয়ন কৰাত সুবিধা হব।ইতিমধ্যেই মানুহজন বিখ্যাত ব্যক্তি হৈ পৰিছে,জীৱন সাৰ্থক হৈছে যেন অনুমান হয়।

  • @Rahul_vlogs1.
    @Rahul_vlogs1. 2 года назад +7

    কি‌ কম ভাষা নাই অদ্ভুত।মাইনা জনীৰ কাৰনে বহুত বেছিয়া লাগিছে🥺

  • @hirondutta4331
    @hirondutta4331 2 года назад +21

    Deutakor jibon tu baru soli jabo kintu suwali joni kotha abar bhabibo lagisile.Dimpu da love from lakhimpur ❤️❤️❤️

  • @daizykumar8411
    @daizykumar8411 2 года назад +5

    ক্ষোভ আছে মানুহজনৰ মনত 😊,,,যোগ্যতা থকা স্বত্বেও প্ৰাপ্যৰ পৰা বঞ্চিত হ'ব লগা হৈছে তেওঁ। তেৱোঁ আজি আন দহজন চৰকাৰী চাকৰিয়ালৰ নিচিনাকৈ সুখেৰে থাকিব পাৰিলে হেঁতেন।কিন্তু তেওঁ যে বঞ্চিত!!!সেয়াই ক্ষোভ🥺🥺

  • @sanjibdeka5662
    @sanjibdeka5662 2 года назад +1

    Dekhi bhut beya lagil bhut beya lagil

  • @chiranjivvlogs7786
    @chiranjivvlogs7786 2 года назад +11

    Bidda kolu Dimpu Daa, tumar মানসিকতা সকলোতকৈ বেলেগ, সেইকাৰনে tumak কিবা এটা ভাল লাগে 🥺♥️

  • @kimxu_rip
    @kimxu_rip 2 года назад +16

    চোৱালি জনীক মোৰ বিয়া পাতিব মন গৈছে আৰু তেওঁলোকৰ দুনিয়াৰ পৰা আমাৰ দুনিয়াত অনিলো হয়🙏🥰

  • @Nomadic_Assamese
    @Nomadic_Assamese 2 года назад +96

    অসমৰ বেলেগ youtuber ত koi Dimpu অলপ বেলেগ।তোমাৰ content বোৰৰ পৰা ছছাইটি লৈ এটা মেচেজ যায়।You really deserve a good recognition।God bless you.Love from Delhi

    • @abhijitboro4257
      @abhijitboro4257 2 года назад +2

      Yes Dada Really True Line 🖤 For Dimpu Da 🌈😇

    • @arupdas6277
      @arupdas6277 2 года назад

      তুমি ভাল কথা ই কৈ দিলা

    • @kanakbaishya3935
      @kanakbaishya3935 2 года назад

      Bahut beya lagil. Family to dekhi

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 года назад

      . Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022
      RUclips Link :::: ruclips.net/video/QICN5RnJcrA/видео.html

  • @jagadishsarmah.3933
    @jagadishsarmah.3933 5 месяцев назад

    Mera smart 😎sarkar mohan. Joi hind. Bharot mata ki joi.

  • @durlovhatiboruah4950
    @durlovhatiboruah4950 2 года назад +10

    পৃথক মানসিকতাৰ, অমূল্য পৰিয়াল🙏
    সিদ্ধান্তত অটল,এনে মানসিকতাৰ মানুহ বৰ্তমান সময়তো আছে সঁচাকৈ ভাবিবলগীয়া🙏✊🙏

  • @nk2.o948
    @nk2.o948 2 года назад +286

    জ্ঞান শিক্ষা থকাৰ পিছতো গ্ৰহণ কৰা এনে সিদ্ধান্তই মূৰ্খতাৰ পৰিচয় দিয়া নাই জানো !! কাৰোবাৰ ওপৰত থকা ক্ষোভৰ পৰিণতি
    নিজৰ পত্নী জীয়ৰীক ভুগিব দিয়াটো মই কেতিয়াও উচিত বুলি নাভাৱো তেওঁ যিমানেই উচ্চ শিক্ষিত নহওঁক কিয় 😔🙏

    • @rohinibarman2484
      @rohinibarman2484 2 года назад +2

      Exactly, moi o heitu a feel korisu.

    • @rupjyoticovermusic8438
      @rupjyoticovermusic8438 2 года назад +1

      Monor kotha kole apuni

    • @GoodInformative
      @GoodInformative 2 года назад +1

      @@rohinibarman2484 মানুহ জনৰ ঘৰটো ক'ত

    • @junpop555
      @junpop555 2 года назад +1

      Teor nijor dhorjyo aru nijor khuvor uport control nai...tekhet tecaher hoiu student k val gyan dibo nuarile heten

    • @GoodInformative
      @GoodInformative 2 года назад

      @@junpop555 মানুহ জনৰ ঘৰটো ক'ত

  • @Kaushikeditzshorts
    @Kaushikeditzshorts 2 года назад +71

    বেলেগতকৈ বেলেগ অলপ ❣️
    জয় দিম্পু দা 🔥🔥🔥
    dimpu da 💕

    • @monibordoloi9660
      @monibordoloi9660 2 года назад

      ruclips.net/video/E94yfLcCPUc/видео.html
      Aitu video sabo pare.. Birat dhuniya content.. Val paisu krne share korisu..

    • @joydeepborpatra2769
      @joydeepborpatra2769 2 года назад +1

      জয় কেলৈ কৈছ মূৰ্খ নেতা নেকি ক্লা

  • @nsdassamese236
    @nsdassamese236 2 года назад

    সঁচাই আচৰিত পৰিয়াল।কিমান জেদী হলে মানুহে এনেকুৱা জীৱন যাপন কৰিব পাৰে।মূল্যবোধ ,সততা কি এওঁলোকৰ পৰাই আচলতে শিকিব লাগে।তথাপিও কওঁ পাৰিলে সিদ্ধান্ত সলনি কৰি প্ৰাপ্য সুবিধা খিনি গ্ৰহণ কৰক।ধন্যবাদ দিম্পু, এনেকুৱা এটা পৰিয়ালৰ লগত আমাক চিনাকি কৰাই দিয়া বাবে।

  • @mustufaahmed5785
    @mustufaahmed5785 2 года назад +5

    সকলোৱে জীৱনত সপোন ৰচে।। যেতিয়া সেই সপোন বাস্তব নহয়, তেতিয়া জীৱনৰ সকলো আশা আকাংখা নোহোৱা হৈ যায়।। যিটো মানুহ জনৰ লগত ঘটিল।।। কিন্তু মানুহ জনে ছোৱালী জনীক পঢ়াব লাগিছিল।। হয়তো তাই পঢ়ি শুনি ডাঙৰ মানুহ হল হেতন।। তাইৰ কথা বতৰাত গম পোৱা গল, পঢ়িবলৈ তাইৰ কিমান হেপাহ।।

  • @Sk________entertainment321
    @Sk________entertainment321 2 года назад +76

    সঁচাই অন্তৰ চুই গল😊❣️

  • @roasterbhi5933
    @roasterbhi5933 2 года назад +57

    আগৰ দিনৰ শিক্ষা গ্ৰহন কৰা মানুহ, বৰ্তমান যুগত কাৰেন্টৰ পৰা ধৰি educationলৈ একো যদি নাই জীৱনেই অন্ধকাৰ ,আপোনাৰ যি হল হল একো নাই.! ছোৱালী জনীৰ future তো চাৱ লাগে , বাকী যি কি নহওক সুন্দৰ জীৱন অতিবাহিত কৰক..!!চাই ময়ো হতভম্ব..!!

  • @dhiraazrairam9981
    @dhiraazrairam9981 2 года назад

    is duniya prr aise log bahut kam he milte hai....🙏🙏🙏🙏🙏🙏salut hai pura femili ko mera prnaan or Salaam hai 💕💕💕💕

  • @garimagoswami9488
    @garimagoswami9488 2 года назад +53

    ভালে থাকক তেওঁলোক সদায় ❤️

    • @priyankanancyvlogs
      @priyankanancyvlogs 2 года назад +1

      Hi Garima mur videos buru abar saba an🙂 aru vall lagile chaneltu please sub kori diba 🙏🙏🙏

  • @dimpisvlogs7829
    @dimpisvlogs7829 2 года назад +6

    মাথাটো বেয়া লাগি গৈছে ছোৱালীজনীক দেখি ৷ অলপ সময়ৰ কাৰণে তাইৰ ঠাইত নিজক ৰাখি দুৰ্বল অনুভৱ কৰিছোঁ 😊
    খুব সোনকালে তাইৰ ওচৰলৈ যাম ৷
    ভালে থাকক গোটেইকেইটা ৷

  • @bikhyatbhuban529
    @bikhyatbhuban529 2 года назад +62

    ভগৱান ওচৰত এটাই প্ৰাথনা, যাতে এই মানুহজনৰ চিন্তা-দাৰাবোৰ সলনি হয়.! যিহেতু আমি বোৰ মানুহ যেতিয়া, মানুহৰ সুখ বা দুখ হোৱাটো স্বাভাৱিক ...! হ'লেও নিজেই ইমান কঠিন সময়বোৰ কটাবলৈ বিচৰাটো দেখি মোৰ মন বেয়া লাগি গল 😞

    • @tamashadevi5859
      @tamashadevi5859 2 года назад

      Atia ru kot change hbo..tew kintu agor pra a alp zedi manuh...nlage buli koise mane akoi noloi...2004/2005 mant a goise sei nodir parot...ghr atiao tenekua koi a ase

  • @djjdmix...4946
    @djjdmix...4946 2 года назад

    সঁচাই কি বুলি কম ভাষা নাই,
    দিম্পু দাই দিব খোজা পিছতো নললে কিও এইটো একে বাৰে বুজি নাপালোঁ । কিয় এনেকৈ নিজকে খাষ্টি দিছে সেই তাহানিৰ কথা ভাবি লৈ ।
    এতিয়া দিনীয়া বেলেগ আগৰ দৰে হৈ নাই থকা,, বিশেষকৈ ছোৱালী জনিক এনেকুৱা ৰূপত দেখি বহুতে বেছি বেয়া লাগিছে So emotional...🤭🥰🤗🤗👍🙏

  • @rohitkonwar6134
    @rohitkonwar6134 2 года назад +237

    Dimpu da u r the legend of Assam ❣️❣️❣️

    • @xxxdevrajxxx9904
      @xxxdevrajxxx9904 2 года назад +7

      ❤️

    • @pankajmixvlog4712
      @pankajmixvlog4712 2 года назад

      Futt

    • @monibordoloi9660
      @monibordoloi9660 2 года назад +1

      ruclips.net/video/E94yfLcCPUc/видео.html
      Aitu content sabo pare.. Dhuniya story and execution.. Asomiya mini series.. Val. Pale share koribo

    • @dhritimansdiary6522
      @dhritimansdiary6522 2 года назад +1

      👈☝️☝️Moko oloop morom diboo boli akha thakil🙏🙏🙏

    • @rohitkonwar6134
      @rohitkonwar6134 2 года назад

      @@monibordoloi9660 sure dada slu aru aitu video tuh amr nsina bnai sa juntu amr lgr bur lgt hoi
      Great job 👍👍 dada

  • @gautamdas6644
    @gautamdas6644 2 года назад +12

    Unpredictable! Etiyao eneka manuh aase ! Thanks dimpu for sharing this .🙏🙏🙏

  • @deltagaming9106
    @deltagaming9106 2 года назад +120

    Dimpu's content is as real as it gets. Love these videos 🔥

    • @dhritimansdiary6522
      @dhritimansdiary6522 2 года назад +2

      👈☝️☝️Moko oloop morom diboo boli akha thakil🙏🙏🙏

    • @ramenbhuyanvlogs4894
      @ramenbhuyanvlogs4894 2 года назад +2

      Mur Chanel or Friend huaa moi nisoi back dim Tumi video ata sai comment ata kori thoi ahiba moi back dim

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 года назад

      Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022
      RUclips Link :::: ruclips.net/video/QICN5RnJcrA/видео.html

  • @gyanmondir9863
    @gyanmondir9863 Год назад +2

    চেলুট ,এনে স্বাভিমানী ব্যক্তি লৈ ।🙏🙏🙏🙏

  • @smritientertainment43
    @smritientertainment43 2 года назад +22

    Dimpu da always unique 🔥❤️
    বেলেগতকৈ বেলেগ আমাৰ দিম্পু দা ❤️🥺

  • @ashimborah3706
    @ashimborah3706 2 года назад +16

    When she was saying that , " Mur pohibole mon jai bahiror dekhole furibole jabo mon jai " just look at her innocent face 🥺

  • @sujitroy1808
    @sujitroy1808 2 года назад +47

    Absolute respect for the dignity of that person.. he has the guts to refuse govt.also . Many may see it as foolishness but understand his feelings . He has lost his hope in today's society . And Dimpu you really deserve to be a true ambassador for us.

  • @debarshibaruah912
    @debarshibaruah912 2 года назад +1

    Mojja hoise video to excellent Sab laga video to 👌🤟🤟💞😚🌹🔥 De rrr

  • @kartikmandal2477
    @kartikmandal2477 2 года назад +81

    Dimpu দা তুমালৈ এটা request তুমি হেই ঘৰ খন অলপ সহায় কৰি দিবা

    • @dhritimansdiary6522
      @dhritimansdiary6522 2 года назад +2

      👈☝️☝️Moko oloop morom diboo boli akha thakil🙏🙏🙏

    • @kartikmandal2477
      @kartikmandal2477 2 года назад +2

      @@dhritimansdiary6522 ok

    • @dhritimansdiary6522
      @dhritimansdiary6522 2 года назад +1

      @@kartikmandal2477 thank you

    • @kalitada2149
      @kalitada2149 2 года назад +4

      Ami সকলোঁ a মিলি সহায় কৰিব পাৰোঁ নকি

    • @YT_ASSAM0
      @YT_ASSAM0 2 года назад +3

      Khali dimpu Daa buliye nohoi Dada,,, jimn paaru aami xokoluye mili xohoai korib laage buli moi vabu,,,🙏🙏

  • @upurb6805
    @upurb6805 2 года назад +90

    Very strange. Though respect his ideology, but it's really difficult for his family to survive like this. System definitely have lots of faults of it's own. But he n his family is not responsible for that. Hope their well wisers can help him n his family to somehow live with minimal accommodation of life🙏🙏
    Thanks Dimpu for highlighting the family. You are really doing great job. Keep growing 👍👍

    • @alwaystryhard4646
      @alwaystryhard4646 2 года назад

      There is nothing to respect his ideology, many people don't get job even after studying that doesn't mean education isn't important. He didn't get education properly so he didn't get job ( education will never make you believe in this kind of shitty ideology ).

    • @GoodInformative
      @GoodInformative 2 года назад

      মানুহ জনৰ ঘৰটো ক'ত

    • @PTvChannelgu
      @PTvChannelgu 2 года назад

      *best way is to let them live their life with no interference* 😂😂

  • @watchman7642
    @watchman7642 2 года назад +58

    Its an extremely emotional video. This is the reflection of failure of our system. A person who could have had a reasonably good life is living a tough one because of the inefficiencies of the system. Just hope some NGO from Assam could come up with some sort of rehabilitation measure for the family as they are totally indifferent and unwilling to accept any sort of Government support. It's really comforting to see that the family is sticking together even with this tough decision. Dimpu, it was really a good effort from your side to bring up this story as the rest of our media seem to be busy with other unnecessary things which is not so in the public interest.

  • @abanisarmah7071
    @abanisarmah7071 2 года назад

    Dimpu bhut emotional video bnla ,tmr jimn bor video aji loi salo ai vedio to mn sui gol. Tmaloi bhut dhanbad thakil.

  • @aksdam2690
    @aksdam2690 2 года назад +144

    Cant believe there can be such a family in today's world so unique who needs nothing absolutely no help from anyone.Very heart touching really feels very sad.
    There is no sadness in their faces also for living such a life.
    This family showed it n proved it that they can still live their life happily without any help.Salute to this family
    May God give them strength.
    Thank you Dimpu for making this video people will get to know n visit this family.

    • @dhritimansdiary6522
      @dhritimansdiary6522 2 года назад +1

      👈☝️☝️Moko oloop morom diboo boli akha thakil🙏🙏🙏

    • @kiripkalita3812
      @kiripkalita3812 2 года назад +7

      Family buli nkobo . Bapek tu buli kobo . Mokkel bapek

    • @fuzailsarkar8523
      @fuzailsarkar8523 2 года назад +7

      No bro .. deuta jon he tenekua ... Baki poriyal tuk teu kostore pali ase .. suali jonik hixxha pora bonchit kori teu tair bhobishyot beya he kori ase ... Asolote teu huxhi nohoi....

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 года назад

      Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022
      RUclips Link :::: ruclips.net/video/QICN5RnJcrA/видео.html

    • @aksdam2690
      @aksdam2690 2 года назад +1

      @@fuzailsarkar8523 yeh even if the father puts down all help from government still his entire family agreed to his decision

  • @dhrubajyotiborah1574
    @dhrubajyotiborah1574 2 года назад +6

    May God bless them🙏 তথাপিও কওঁ যে.... জীৱন জিন্দাবাদ... কাম কৰি আগুৱাই গৈ থাকক, কেতিয়াও হাৰ নামানিব |💐❤

  • @explorerupam7519
    @explorerupam7519 2 года назад +167

    একেবাৰে সহজ সৰল ইউতিউবাৰ, যাৰ পৰা অলপ হলেও কিবা সিকিব পাৰি। ❤ কাজিৰঙা খন দেখাই বৰ ভাল কাম কৰিলে ডিম্পু দাই

    • @dhritimansdiary6522
      @dhritimansdiary6522 2 года назад

      👈☝️☝️Moko oloop morom diboo boli akha thakil🙏🙏🙏

    • @GoodInformative
      @GoodInformative 2 года назад +1

      মানুহ জনৰ ঘৰটো ক'ত

    • @explorerupam7519
      @explorerupam7519 2 года назад

      @@GoodInformative nalbare

  • @jojomaka5645
    @jojomaka5645 2 года назад

    সেই মানুহজন ভীষণ স্বাৰ্থপৰ। নিজে পঢ়ি একো কৰিব নোৱাৰিলে বা একো নহ'ল বাবে তাইকো পঢ়িবলৈ নিদিলে। স্বাৰ্থপৰ

  • @KongsVai
    @KongsVai 2 года назад +16

    Dimpu da কি কম‌ মোৰ ভাষা নাই । আপোনাৰ video এই বোৰ🥺 মানে কি কম কিছুমান নেদেখা বহুত কিবা কিবি দেখিবলৈ পাওঁ next level 🔥 Dear😜

  • @darponphukon7730
    @darponphukon7730 2 года назад +13

    ঠেক মানসিকতাৰ মানু্হ 😢😢ছোৱালীৰ জীৱনটো ৰ কথা ভাবিব লাগিছিল ।মানুহৰ জীৱনটো খন্তেকিয়া উপভোগ কৰিবলৈ শিকিব লাগে ।ক্ষোভ ৰাখি কি পাব 😟

  • @lylatulshekh3370
    @lylatulshekh3370 2 года назад +40

    সঁচাকৈ অনন্য ✨👏

  • @sonoboro
    @sonoboro Год назад

    Very good val korise

  • @pinkychoudhury8110
    @pinkychoudhury8110 2 года назад +13

    তেওঁলোক সদায় ভালে থাকে আৰু সুখত থাকে ♥️♥️♥️ dimpu da next level 🙏🥰

    • @priyankanancyvlogs
      @priyankanancyvlogs 2 года назад

      Hi Pinky mur videos buru abar saba sn🙂 are vall lagile chaneltu please sub kori diba 🙏🙏🙏

  • @anantanath1850
    @anantanath1850 2 года назад +4

    সচাকৈ অন্তৰ স্পৰ্শ কৰি জোৱা এতি বিধিও
    সুবেই ভাল লগিল চাই
    সকলোকে জাতে ভগবানে কুশলে ৰাসে
    লগতে দিম্পু এনেকৈ আগবাঢ়ি জোৱা তাৰে কামনা থাকিল

  • @dth3876
    @dth3876 2 года назад +16

    পৃথিৱীৰ আটাইতকৈ সুখী পৰিয়াল । ধন্যবাদ দিম্পু

    • @ramenbhuyanvlogs4894
      @ramenbhuyanvlogs4894 2 года назад

      Mur Chanel or Friend huaa moi nisoi back dim Tumi video ata sai comment ata kori thoi ahiba moi back dim

    • @Roronowa-Zoro
      @Roronowa-Zoro 2 года назад +1

      xukhi bli kneke kbo suali jonir tu porihbo mn asil .

  • @satyajitchaudhury85
    @satyajitchaudhury85 2 года назад

    Jiwanar asol satya ayei, isware mongol koribo suwali joni aru ghor xonor.

  • @OfficialSPTV
    @OfficialSPTV 2 года назад +18

    ছোৱালীজনীৰ জীৱনক লৈ আবেগিক হলো 🥺আশা কৰোঁ যাতে তাইৰ জীৱনত থকা আন্ধাৰক কোনোবা এজন আহি উজ্জ্বলতা কৰিব 🥺🙏🏼love you❤ Diimpu Da from Lakhimpur

    • @dambaruchannel.7658
      @dambaruchannel.7658 2 года назад +3

      তাই বৰ্তমানতে যথেষ্ট্ৰ সুখী। টকা পইচা জাক জমকৰ দুনিয়াত থাকি আমি যান্ত্ৰীকতাত পৰিনত হৈছো। বিলাসিতাই কেতীয়াও সুখৰ আহিলা হ'ব নোৱাৰে। ত্যাগেই সুখ, সেই পৰিয়ালৰো আছে এটা মানসিক শান্তি।। 🙏

  • @nuclearkim4678
    @nuclearkim4678 2 года назад +145

    When you get a little, you want more. When you get more, you desire even more. But when you lose it all, you realize that LITTLE was enough! Perfect example of being grateful for what he has. Really heart touching story. #Respect 💯❤️✌️👍

    • @dhritimansdiary6522
      @dhritimansdiary6522 2 года назад +5

      👈☝️☝️Moko oloop morom diboo boli akha thakil🙏🙏🙏

  • @bibekanandasarma2091
    @bibekanandasarma2091 2 года назад +8

    দাদা সেইজন আমাৰ জেঠা হয় । মানুহটোৰ মনটো সেনেকুৱা । দাদা আপোনাক ধন্যবাদ 🙏👍

    • @neelkumar3921
      @neelkumar3921 2 года назад +2

      Swali Joni bhabeswat andheror fale theli dei ase....swali Joni k porhibw dibw lagisile...swali Joni loi beya lagisei

    • @dikhitindi2438
      @dikhitindi2438 2 года назад +1

      Eko diyar samartha Amaro nai. Konobai dileo noloi. Kapor dukhonman kinoba jam. Location tu olop bujai dibasun.

  • @AssampoliceCommando
    @AssampoliceCommando 2 года назад +2

    ভগৱান Jate Commandot চাকৰিটো পাওঁ এবাৰ মিহতৰ ঘৰত Jam buli akha korilu jate kiba ata xohay koribo paru from chirang Jai commandos

  • @kaushikbatista4097
    @kaushikbatista4097 2 года назад +152

    The dedication, the patience, the determination of this person... Astounding! ❤️👏🙏

    • @dhritimansdiary6522
      @dhritimansdiary6522 2 года назад +2

      👈☝️☝️Moko oloop morom diboo boli akha thakil🙏🙏🙏

    • @EkramulEnglish
      @EkramulEnglish 2 года назад +3

      Very very very nice video dimpuu daaaaaa

    • @angsu4974
      @angsu4974 2 года назад +5

      @@dhritimansdiary6522 aei mokkel vl vdo bona vl content vdo bona anei manuhe akuwali lobo toi kla anke manuhr cmmntot goi goi vikkha xuji furibo nalge vl content loi vdo bonuwat matha mar anke morom diyok morom diyok xuji furile morom napabi nhoi kla

    • @jitul7316
      @jitul7316 2 года назад +3

      🙂🙏

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 года назад

      . Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022
      RUclips Link :::: ruclips.net/video/QICN5RnJcrA/видео.html

  • @priyomjyotikakoti9693
    @priyomjyotikakoti9693 2 года назад +9

    তেনেকৈয়ে সুখী তেওঁলোক, সদায় সুখী হয় থাকক তেওঁলোক❤️

  • @Rashmieverything
    @Rashmieverything 2 года назад +113

    সুখত থাকক সদায় তেওঁলোক❤️❤️lots of love dimpu daa💕মোৰ chnl2 লৈও যাব চোন দেই, comment কৰিব মোক 🤗

    • @dhritimansdiary6522
      @dhritimansdiary6522 2 года назад +1

      👈☝️☝️Moko oloop morom diboo boli akha thakil🙏🙏🙏

    • @_-_dimpolisback_-_5552
      @_-_dimpolisback_-_5552 2 года назад

      @@dhritimansdiary6522 🤣🤣🤣🤣

    • @rajunath8963
      @rajunath8963 2 года назад

      ruclips.net/video/cxQiAT70Vko/видео.html

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 года назад

      Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022
      RUclips Link :::: ruclips.net/video/QICN5RnJcrA/видео.html

  • @satyasahu7716
    @satyasahu7716 2 года назад

    Moi mur jibonot 1st time anekwa ajon dukani salu super fantastic