কোন কোন জিলাত হ’ব ভয়ংকৰ পৰিস্থিতি? সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ

Поделиться
HTML-код
  • Опубликовано: 2 ноя 2024

Комментарии • 27

  • @Dark_lord_Senpai-YT
    @Dark_lord_Senpai-YT Месяц назад +9

    Golaghat ত ইমান গৰম আপুনি নাজানে নেকি ? নকলে যে গৰমৰ কথা 😓😓😓

  • @TasminAhmed-xn1vc
    @TasminAhmed-xn1vc Месяц назад

    বাপ ৰে বাপ 😮

  • @pranjithazarika5721
    @pranjithazarika5721 Месяц назад

    Electricity bill +Temparature+Tohotr News....... 50 Degree Celsius

  • @TridipBaruah-f2k
    @TridipBaruah-f2k Месяц назад

    আগন্তক নহয় আগন্তুক

  • @ArunKumar-kl2jw
    @ArunKumar-kl2jw Месяц назад +2

    কেনেকুৱা বতৰ বিজ্ঞানী হে, কেইসপ্তাহমানৰ আগত প্ৰচণ্ড গৰমৰ দিন আঁতৰিল বুলি ক'লে। আকৌ ক'ৰ পৰা গৰমৰ দিন উপস্থিত হ'লহি ?

  • @pradipkhoud4665
    @pradipkhoud4665 Месяц назад

    এতিয়া জনসাধাৰনৰ। কি কৰিব লাগিব, চিকিৎসা বিজ্ঞানে কি কয় ? যোগা যোগ কৰিছেনে ৰাজ্যৰ চিকিৎসা বিজ্ঞানীৰ লগত ?.

  • @SishupalMedhi
    @SishupalMedhi Месяц назад +1

    Fake news

  • @bobybaruah4478
    @bobybaruah4478 Месяц назад

    গুৱাহাটীত চোন আবেলি ৪ টা বজাৰ পৰা বহুত বৰষুণ দিলে 🙄🙄🙄 --বৰষুণ নহ'ব বুলি ভৱিষ্যতবাণী কৰিলে যে !

  • @soumitradutta318
    @soumitradutta318 Месяц назад

    All schools should remain closed

  • @bubulsarmah1349
    @bubulsarmah1349 Месяц назад +1

    ভয় খুৱাই মাৰিবি দেই বৰষুণ দিলেই

  • @pbvlogs283
    @pbvlogs283 Месяц назад

    চুমিয়ে এনেই গৰম কৰি থৈছে তাতেই লাগি গৈছে বতৰো😁😁😁

  • @anukulkalita1605
    @anukulkalita1605 Месяц назад

    Maribo ihote

  • @BobitaSaikia-mr3kk
    @BobitaSaikia-mr3kk Месяц назад

    কলি কলে বৰষুণ হব আজি কলে 4 দিন ৰদ দিব

  • @inglishvlogs1015
    @inglishvlogs1015 Месяц назад +2

    পেলপেলীয়া কৰি দিব

    • @dipankarphukan1945
      @dipankarphukan1945 Месяц назад

      😂😂😂😂😂😂😂

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru Месяц назад +1

      এফালে কৈছে মঙলবাৰৰ পৰা বৰষুণ হব আৰু আপুনি কৈছে কেইবাদিনলৈ বৰষুণ নহয় ।কি হে বাতৰিৰ মিল নাই ।চৰকাৰে গছ ৰোৱাৰ নামত কোটি কোটি টকা খৰছ কৰিলে কিন্তু গছ জী উঠিছে নে নাই ভগৱানে জানে ।

  • @nabingoyari7765
    @nabingoyari7765 Месяц назад

    Udalguri District ot aji 39 c.

  • @bubulsarmah1349
    @bubulsarmah1349 Месяц назад +1

    মিছা 😂

  • @HemenGogoi-em8tw
    @HemenGogoi-em8tw Месяц назад

    38*golaghat

  • @GaneshSharma-mu2xx
    @GaneshSharma-mu2xx Месяц назад

    Tezpurat kiman ashe aji tapman

  • @r.k.d3339
    @r.k.d3339 Месяц назад

    Tuhu koisa na kali a hbo barokhun

  • @HunmanuhDutta
    @HunmanuhDutta Месяц назад

    Dhemaji khon nai neki axomt