মনত আছেনে - Going to Harshita's house after 6 months
HTML-код
- Опубликовано: 26 сен 2024
- Get Your Dream Job In 15 Days For Free relvl.co/0xik
Checkout Relevel Courses relvl.co/9yx8
( Note: Relevel Courses Come with 14 Days No Questions Asked Money Back Guarantee)
Get Your Dream Job In 15 Days For Free relvl.co/0xik
Checkout Relevel Courses relvl.co/9yx8
( Note: Relevel Courses Come with 14 Days No Questions Asked Money Back Guarantee)
Moja
Okkk bro
বহুত সুন্দৰ
MLA video to paisu de bhai
Dimpu da all assam RUclips help koriba kuwara nike
এদিন মই মথাউৰিৰ ফালে ফুৰিবলৈ গৈছিলো গৰমৰ দিনত, যেতিয়া পিয়াহ লাগিল দোকানত কিনা পানী আছে নে সুধিলো নাই বুলি কৈছিল তেতিয়া দেউতাকে কৈছিল কিনা পানী নাই কিন্তু খোৱা পানী আছে খাব পাৰিবা, । Such a kind hearted person ❤️
ভগৱানে তেখেতৰ মনটো সলনি কৰি দিয়ক 🙏🙏 বিশেষকৈ ছোৱালীজনীৰ ভবিষ্যতৰ কাৰণে 🙏😥
Khosake
hosakoi
সেই সহজ সৰলতা, গাঁৱলীয়া ভাষাৰ সৈতে দেউতাজনক দেখিলে সচাকৈ হৃদয়ত লাগে!
দুখীয়া হৈ জীয়াই থাকিবলৈ সাহস লাগিব ✊🙂
Inspirational word
অসমীয়া ছবি জগতৰ বিশিষ্ট অভিনেতা হিচাপে নিপন গোস্বামী দেৱৰ সদগতিৰ কামনা কৰিলোঁ সকলোৰে মৰমৰ দিম্পু দাৰ যোগেদি। হয়তো এটা অধ্যায়ৰ অন্ত পৰিল। ধন্যবাদ আপোনাক সৰু কাল টো সোনাৱালী কৰি তোলাৰ বাবে।
Mayar.bush.khanor.major..pi.jnmo.picle.toi.rande.marar.cole.bushor.putak
@@kahanindra.thakur5035 kun o tai maksudai bihari
অসমৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱে sudden Visit কৰা উচিত কাৰণ ছোৱালী জনীৰ ভৱিষ্যত আছে আশা কৰোঁ এবাৰ মুখ্য মন্ত্ৰীয়ে এই পৰিয়ালটোৰ খা খবৰ লবলৈ ওচৰলৈ আহিব 🙏🙏🙏🙏
অসমৰ চলচ্চিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় অভিনেতা নিপন গোস্বামী দেৱৰ মহাপ্ৰয়াণৰ বাতৰিত মৰ্মাহত হৈছোঁ।সুদক্ষ অভিনয়েৰে সকলোৰে হৃদয় জয় কৰা মহান অভিনেতা গৰাকীৰ বিয়োগ অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এক অপূৰণীয় ক্ষতি।
দীৰ্ঘ দিন ধৰি অসমৰ সাংস্কৃতিক তথা বোলছবি জগতত সেৱা আগবঢ়ায় থৈ যোৱা গোস্বামীদেৱৰ বিদেহ্ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গ আৰু গুণমুগ্ধলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ৷🙏🙏
বহুত ভাল কাম কৰিছে dimpu দা, এওঁলোকক চাবলৈ মন যায়, harshita কি কৰিছে, পৰিয়াল টো কেনেকে আছে । দেখি বহুত ভাল লাগিল ❤️
এই মানুহজনে জীৱনৰ কোনোবা এটা কোণত মোক্ষম আঘাত পাইছে, তেখেতেৰ কথাবিলাক সহজ সৰল যদিও আৱেগমিশ্ৰিত।
ruclips.net/video/pIiDdMM5cmc/видео.html
আপুনি উপন্যাস পঢ়ে নিশ্চয়
ভগৱানে কুশলে ৰাখক হৰ্ষিতা হতৰ পৰিয়ালটো লগতে আপোনাৰো কুশল কামনা কৰিছো Dimpu দা
Tuhr.pareal.tui.aje.gorur.mangsho.aru.gorur.taj.khabe.lngta.hoi
@@kahanindra.thakur5035 kio enekua bhandami. 🤐
that's the kind of blogger we need raising social issue dimpu da 👍
যি হলেও ছোৱালী জনী জীৱন টো শেষ কৰিল দেউতাকে 👍👍 সঁচা কথা
Yess bro
monor kotha koi dila👍... mak bapeke baru solibo jene tene adha jibon kintu sowali jonir gotei jibon ondhokaror pine theli diya jen lagise
Mayar.bush.khanor.major.pi.jnmo.picle.toi.rande.marar.cole.kukuror.putak
Um apuni thikea koisea .. suwali tur jibon ses korilea
Hosa Kotha kin2.....
Manuh r Ground Clearance🤣🤣
De r manuh r ground clearance 🤣👍🏻
জেদৰ কাৰণে নিজৰ লগতে পৰিয়ালকো কষ্ট দি আছে ।
hosakoi
তেখেতৰ মূখৰ হাহিতো ভাল লাগে ❤️❤️❤️
Harshita family tu jate hodai happy thake 💝 good bless you.. Love from Majuli
অসমীয়া ছবি জগতৰ চিৰসেউজ অভিনেতা নিপন গোস্বামীদেৱেৰ পৰলোক গমনৰ বাতৰি পাই মই মৰ্মাহত হৈছোঁ। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক😭😭🙏🙏🙏
গৰ্ব কৰি কোৱা "আমি অসমীয়া✊ "
তেওঁলোকৰ লগতে ছোৱালী জনী কি অৱস্থাত ৰাখিছে সচাঁ কৈ ছোৱালী জনীক বিয়া পাতি অকমান সুখ দিব হে মন☺❤❤
Wah kya Dimag hai 🧐👏
বাকী আপোনাৰ সিদ্ধান্ত সমুহক চেল্যুট জনাইছো।।কেৱল ছোৱালীজনীৰ শিক্ষা গ্ৰহনৰ ক্ষেত্ৰ্ত কোনো বাধা নিদিব।।।তাইক আগুৱাই যাবলৈ সুবিধা কৰি দিয়ক।
Lots of love to Harshita and her family 🥰❤️
Love from Dhemaji
@@indanflimrocky2296 ❤️❤️
👋👋👋
Thank you
this family is living a simple life and they keep themself away from selfish world.Harshita bohut moromlogaa. god bless them.vaal laagil video tu.❤
দুখীয়া হৈ জীৱন নিৰ্বাহ কৰাটো কিছুমানৰ বাবে দুৰ্ভাগ্য নহয় হেঁপাহ হয় হেঁপাহ।
তেওঁ এক কথাত স্থিত থিক আছে তেওঁ ৰ জীৱন গল ॥ কিন্তু ছোৱালীজনীৰ ভৱিষ্যতক লৈ বেয়া লাগিছে ॥ তাইৰ গোতেই জীৱন আগলৈ কি হব ! সময়ৰ লগত সলনি হোৱাতো বহুত আৱশ্যক ॥
নিপন গোস্বামী ছাৰলৈ একাজলী শ্ৰদ্ধাঞ্জলি,,কুশলে থাকক।
Toi.kailakh.mn.apek.lngta.kore.sude.pica.bushor.putak.rander.cole
খুড়াই একদম সঁচা কথা ক'লে
ভগৱানে পৰিয়ালটোক চকু মেলি চাওক 🙏🏻💖
মানুহ জনৰ কথা খিনি ভাল লাগিল ---আজিৰ দিনত চাৰ্টিফিকেট ৰ মূল্য নাই ।। মানুহক কৰ্ম লাগে উপাৰ্জনৰ ৰাস্তা লাগে🥀
আমাৰ দেউতা ও এনেকুৱাই আগতে যেনেকৈ চলিছিল এতিয়াও তেনেদৰেই চলি আহিছে। কিন্তু দেউতাই কিন্তু আমাক পঢ়াৰ ক্ষেত্ৰত বাধা নকৰে কেতিয়াও ☺️
hosakoi
ঈশ্বৰে তেখেতৰ অমঙ্গল নাশ কৰি সুমঙ্গল প্ৰকাশ কৰক ৷
Tuhr.pareal.tui.pgl.johra.nes.amogor.gadha.pica.aiygane.hobar.kiman.bosor.hoice
Dimpu ji pray that all of you succeed in life no matter what your dream is Your parents will be always be happy n proud of u. God bless u n keep on doing great..Grt vdo
Dimpu ji❤️I pray that all of you succeed in life no matter what your dream is ❤️ Your parents will be always be happy n proud of u. God bless u n keep on doing great..Grt vdo
Hi
Where u r from i am asking cause you have written dimpu jj
You know dimpu da
@@bishaldekaofficial aapbi subscribe
@@bishaldekaofficial apunio muk subscribe koridibo
মানুহজন সহজ সৰল কথা তে গম পায় 😥😥 দুখ বহুত তথাপি নিজৰ দমত পৰিশ্ৰম ত চলি আছে 🙏🙏🙏
Apuni Manuh k Eman hohai Kore God Bless You👍👍😘
When I see this particular video my heart breaks 💔 😢
This family is just somehow surviving.i really don't appreciate that the man doesn't want to take any help
what about his daughter she is young she has a life
He is basically selfish.he thinks only for himself not for his daughter.He expects his daughter to live the life he leads.
In short the man needs psychiatric attention.
@@rohinibarman2484 agreed 👍
মই ও আজিৰ সময়ত উপলব্ধি কৰিছো যে বৰ্তমান মানুহ বোৰ বস্তুবাদী হৈ পৰিছে যাৰ ফলত মানুহৰ সুখ সন্তোষ বোৰ যেন হেৰাই যাব ধৰিছে ।
After watched this video I feel like ...manuh Jon jiman khinir praippo heikhini vogobane onyo rastare hole u dibo bisarise ..kio nu manuhe Kora kosto khini vogobane ketia u othole jabole nidiye onyo rastare hole u tar fol diboi Ami matro homoiot heitu buji puatu nijor karonei val buli moi vabu..heikaronei hoitu teok hohai koribole eman bur manuh ahise kintu teo hoitu heitu buji pua ny ..aru Ajir date t kune Kar kotha vabe..eman bur manuh j teok hohai koribole ahise Tate teo vgobanok dhonyobad di hokolubur except Kori notun koi jibontuk aru hundor Kori tulile teo j asol orthot ajon hikkhito luk tare promn buli vabilu hoi ..manuhor Jed thokatu val bt heitu possitiv hobo Lage ..jitu Jed dhori nijor Hani hoi tenekua Jed bad dile nijor babei bhal ..teor Jodi emane Jed ase tene kunu dhoronor sorkari hubidha nuluakoi ajon sorkari bikhoiyat koi better kiba kri dekhuale hoi tne teok inspiration hisape lobo parilu hoi but teo ki vabe najanu kintu hokolure hohaior hat khon atorai di kintu teo nijor logote porial turu (bikhek koi horsita )r jibon tu r u bohut khyoti kra Jen Lage ..ata kotha kow beya napabo ..teo Jodi anekoi a jibon tu hekh Kori Diya tne teor certificate keikhonor hosakoiye aku value nyy buli vabu .. certificate r Ortho kebol sakori a hobo nalage ajon hikkhito manuhe sakorir bahire jibon tut koribo logiya bohuttt Kam ase ..monor kotha khini kolu beya napai jate kune u 🙏(😊😊)
Jaihind, jaibharat, very good, awesome 👌 proud of assam..salute to u
Ai suwali jonir bhobissot sai dimpu da apunak eta bexex onurudh please beya napabo...... Taik apuni nijor kori louk... Suwali joni bhut morom loga aru... Tair sokut bohu axa aru bhut kolpona.. dekhat tai oti safa hridoyor swali🙏 mur monor kolpona byokto korilu apuni beya napabo... ❣️
মন যায় হে দিমপু দা আপুনাক লগ পাবলৈ কিন্তু আপুনাক লগে নাপাও। মোৰে বেয়া দিন de r.....😔😔😔😔
চৰকাৰী বস্তু পাবৰ বাবে কাজিয়া কৰা, নিজৰ নীতি আদৰ্শ বিক্ৰী কৰা মানুহ বহুত দেখিলোঁ, কিন্তু এনে স্বভিমানি পৰিয়াল এইটোৱেই দেখিছোঁ। পৰিয়ালটোলৈ বহুত বহুত মৰম আৰু শুভেচ্ছা জনালোঁ।
Dimpu da bhut Val lagil ❤️❤️🔥🔥 love from darrang ❤️
নিজৰ কথা বাদ দি আপোনাৰ ছোৱালী জনীৰ কথা ভাবিলে ভাল লাগিল হয় খুৰা।জীৱনত ইমান বেছি জেদি হলে পৰিস্থিতিয়ে কেতিয়াও কাকোৱেই ক্ষমা নকৰিব। । বাকি সকলোৱে ভালে থাকক।।
দিম্পু ভাই তুমি বহুত বেছি আগবাঢ়ি যোৱা।।
Love from Sapekhati ❤️ Dimpu daa 🔥
Dimpu dar ata video moi skip nokora koi saw bahut val lage.... from Tangla ❣️❣️❣️
Life should have a positive attitude ♥️
পৰিয়ালটিক ঈশ্বৰে কৃপা কৰক 🙏🙏🙏
As much as I appreciate the father's stand to be self sufficient he is also commiting serious human/children rights violation.For whatever reason in the past,he made up his mind to not accept govt help or anyone elses,that should not stop his daughter from getting quality education.He,in no capacity is entitled to stop that innocent child's dreams even if he is her father.
You don't eat govt food or do govt job doesn't mean you have to stop your childs right to education.No sane man should do that.Feeling bad for that poor child.
He is not sane
@@Asula-v4z
Absolutely.Poor child!!
Mathar.dokh.hoice.tuhr.pareal.tur.pagla.saur.uthce.soretro.boya.tuhr
মেধা হত্যাৰ প্ৰতিশোধ স্বৰূপে ৰজাঘৰীয়াৰ বিৰুদ্ধে কৰা এক প্ৰকাৰৰ শান্তি যুদ্ধ......!!
মানুহজন আচৰিত হয় 🥰👍👍
খুব ভাল ভিডিঅ এইটো তোমাৰ,,, ভাল লাগিল তোমাৰ চিন্তা আৰু ব্যৱহাৰ দেখি👌👌
One of my favorite you Tuber ❤️ বহুত বেছি ভাল লাগে আপোনাক আপোনা পৰা বহুত কিছুমান নজনা কথা জানিব পাৰি নেদেখা ঠাই চাব পাৰি বহুত ভাল লাগিল চাই 🔥
Bht val kam. Korise dimpu da khbr loi ase poriyal tur 👍lgte amiu sabo palu 😊 kotha ata kou atealke jineke solile posole. Anke solibo nuaribo aru suwali jniuk valke pohuabo lge rilesonr mnuhr ghrt thoi holeu pohuabo lge tai jibontu hekh kori dibo nalage 🙏🙏🙏 apuni akou gole request kroibo suwali jni pohuabor krne 🙏🙏🙏🙏❤❤
Old is gold ❤️
Old is gold buli mor ata whatsApp group asa bhai
ruclips.net/video/pIiDdMM5cmc/видео.html
ruclips.net/video/pIiDdMM5cmc/видео.html
ruclips.net/video/pIiDdMM5cmc/видео.html
I really like this family
And dimpu da your great 👍
গৰুৰ আগত টং জোকাৰি ঘাহ খায় শিং জোকাৰি,বুঢ়াৰ দিন উকলিল কিন্তু ছোৱালীজনীৰ জীৱনটো নষ্ট কৰিল বাকী যিয়ে নহওঁক ।ছোৱালীজনী হয়টো পঢ়া-শুনা কৰিলে আজি জীৱনটোত ভালদৰে আগুৱাই যাব পাৰিলে হৈ আৰু পৰিয়ালটোৰ জীৱন কিছু উন্নত হল হৈ।
Dekhi beya lagise but bohut moromiyal teuluk suwali Jonik bhogomane bhale rakhok ❤️❤️❤️❤️🙏🙏🙏🙏🙏
Salute enekuwa family r babe🙏🙏🙏🙏🙏
মানুহজনক মই মূৰ্খ বুলিয়েই কম ।
নিজৰ জীৱনটো যে শেষ কৰিলেই এতিয়া সেই ছোৱালীজনীৰ জীৱনটোকো ধ্বংস ফালে ঠেলি দিছে । ধৰি ল'লো আৰু 8/10 বছৰ নিজৰ বাহুবলে কাম কৰি খালে, তাৰ পিছত কি হ'ব..?
সেইখিনি ভাবিয়েই চোৱা নাই । যেতিয়া এই কথা ভাবিব তেতিয়ালৈ কৰিব ৰাস্তা একো নোহোৱা হ'ব ।
মাক,, দেউতাকৰ চিন্তাত পৰি হয়তো ছোৱালীজনীও বিয়া নোহোৱাকৈ থাকি যাব..!
এতিয়াও সময় আছে তেওঁ শুদ্ধ পথত ঘূৰি আহক । 🙏🙏
Next level ❤️
Betal, Dimpu, Zubeen Main 💖
God bless this family ❤️
দিম্পু ভাই হৰ্ষিতা আৰু তাইৰ দেউতাক মাকক এটা নতুন জীৱন দিব বিচাৰো, মাথো তোমাৰ অলপ সহায়ৰ প্ৰয়োজন আছিল।
Really unique person I,m impressed..😘😘
Dimpu da manuh Jone tu bhal korise ... kintu suali joni r jibon tu xhekh korile na ....
Love from golaght 💖dimpu daa🥰
হাজাৰ হওক কিবা এটা ভাল লাগিল।
Nice
দে আৰ,ভাল লাগিল।সফল হ'ব এদিন।
RIP nipom goswami sir😪
সম্পূৰ্ণ পৃথক এটা পৰিয়াল 🥲❤️
Jui dimpu Daaa Love from Hajo....
Apuni Mohan .....
Dimpu Da Fan Bure like kora
খুড়াজনে যিহেতু একো সাহায্য ল'ব নিবিচাৰে কাৰোৰে পৰা। গতিকে কিবা এটা উপায় উলিয়াই সংস্থাপন এটা দিবলৈ নোৱাৰি নে দিম্পু দা। vontijonir karne bea lage❤️
Dimpu da this is real family👪👪👪
Sukh or family ❤❤
Hii mahanta da 🤗
ruclips.net/video/pIiDdMM5cmc/видео.html
love you Dimpus vlogs
Hii dimpu daa I am your big fan love from Assam ❤️😘
Parile apuni harxitak akuwali lowk dada ❣️💕💕💕
Love from bongaigaon Dimpu da 😍😍🥰🥰
চলচ্চিত্ৰ জগতৰ নক্ষত্ৰ 💫❤️ নিপন গোস্বামী 💫❤️ লৈ দিম্পু ভাইৰ জৰিয়তে বিদেহী🥲 আত্মাৰ চিৰশান্তি কামনা কৰিলো।।।
You are very good boy ,god bless you .
3 million is coming soon ❤️
ছোৱালীজনীৰ চাকৰি এটা চৰকাৰে দিয়ক। মানুহজনৰ ক্ষোভৰ উপশম হ'ব
So beautiful ❤️❤️❤️
Bohut val lagil . Kiba bipodot porile teuluk r family tu Tumi a agotiya koi jaba 🥺❤️
Next level 🔥
1/শিক্ষাৰ অধিকাৰ আছে ।
2/ কিন্তু ইমান ও জেদি হোৱা অনুচিত
3/ ভগৱানে পৰিয়ালতোক ভালে কুশলে ৰাখক কিন্তু যদি কোনোবা এজন ডাঙৰ কিবা অসুবিধা হয় তেতিয়া কি কৰিব......
Love from Barpeta 🥰
Manuh Jon olp agot k cng hl ,mukhot hahi dakhilu,suwali r kothai sinta korixe god bless all of you ❤️
Love form morigaon dimpu da🔥
Dimpu da apunak amar efali ahibo koisilu xosay bohut dhunia Thai ase
Congratulations 🎉🎉🎉🎉 Dimpu da advance 3M subscribe........ from darrang district 🎉🎂🎉
🤣🤣🤣
আজিৰ যুগত বিৰল । ভগৱানে সঠিক পথ দেখাৱক
ছোৱালী জনীৰ কাৰণে হে বেয়া লাগে
Moro beya lage 💔
Nokru ja
@@ok-df2zs উম বে ছোৱালী জনীৰ ভবিষ্যতৰ কথা ভাবিব লাগে ন বাপেকে
@@bishaldekaofficial নকৰোঁ কেলা
Thikei apuni nijor sromere solise, dhonyobad apunak, kintu apuni nijor suwali jonir jiwan tu dhonxo nokoribo apuni apunar sorkaror uporot thaka xong tur babe. Karubar duxor xasti apuni loise manisu kintu nijor suwali jonik nidibo....
Love from Lakhipur Goalpara dimpu da❣️🙌
CM sir এদিন গলে সুখী হম মোৰ মনোভাৱ তেওঁ গলে যদি কিছুমান আঁচনি ত সোমাই দিয়ে নিশ্চয় লব
আচলতে মানুহ জন মানসিক বেমাৰ আছে ।
ji ki nohok dada aru baideu jonir jibon kiba koi gol kintu suwali jonir life tu val hok tak a duwa koribo sobe🙏
Mojja and nice