Rahul Gautam Sharma EXPLICIT - on Controversy, Alcohol, Zubeen Garg || Assamese PODCAST - 111

Поделиться
HTML-код
  • Опубликовано: 29 янв 2025

Комментарии • 488

  • @rintudas-pd5mi
    @rintudas-pd5mi 8 месяцев назад +71

    IPL ৰ ফাইনেল মেচ এৰি তুহাৰ কথা শুনি আছো ৷

  • @BinaBorakhaund
    @BinaBorakhaund 8 месяцев назад +51

    তোমাৰ কথাই মানুহক পাগল কৰি দিব ইমান উচ্চতৰ চিন্তাধাৰা তুমি অসমৰ সম্পদ আগুৱাই যোৱা তোমাৰ এষাৰ কথা খুব মনত ৰৈ গল সুখ আলহী। দুখ ঘৰ। ভগবান তোমাক ভালে ৰাখক

    • @ranusharma8014
      @ranusharma8014 8 месяцев назад

      Hindu muslim view tu moi mani lobo pora nai, karon bortaman babor base korile nohobo, practically chabo lagibo

    • @akkivinter5122
      @akkivinter5122 4 месяца назад

      @BinaBorakhaund tekhete pise bhogoban namane

  • @Jyotinip
    @Jyotinip 8 месяцев назад +9

    Salute RGS❤ এনে লাগিছে যেন দিনটো শুনি থাকিলেও বোৰ নালাগিব, এনে লাগিছে যেন তোমাৰ এই চিন্তা ধাৰাই নৱপ্ৰজন্মক বাৰুকৈয়ে প্ৰভাৱিত কৰিব।

  • @smritientertainment43
    @smritientertainment43 8 месяцев назад +35

    "সুখটো আলহি,দুখটো ঘৰ" wow epic ❤🔥

  • @dipjyotisarma2310
    @dipjyotisarma2310 8 месяцев назад +17

    শেষত গানটো শুনি সঁচাকৈ তথাকথিত বহুতো জনপ্ৰিয় মানুহৰ মুখৰ প্ৰতিচ্ছবি মনত ভাহি আহিল....

  • @kakalidas7450
    @kakalidas7450 8 месяцев назад +22

    অসাধাৰণ যুবক, আশীৰ্বাদ থাকিল

  • @Neverbeen17
    @Neverbeen17 8 месяцев назад +13

    "God is a man made Idea" never heard of this but he terms it. That's the power of knowledge.

  • @mousumichoudhury7409
    @mousumichoudhury7409 8 месяцев назад +32

    মৰমৰ ভাইটি আৰু সঁচা অৰ্থত ভাৰতীয় নাগৰিক দুজন তোমালোক দুয়ো জনৰ কথা বোৰ আলোচনা বোৰ আকৌ এদিন ৰাইজৰ আগত লৈ আহিবা বুলি আশা ৰাখিলোঁ। ঈশ্বৰে তোমালোক ক কুশলে ৰাখক।

  • @nabanitachakravorty8525
    @nabanitachakravorty8525 8 месяцев назад +11

    একমাত্র currency টো পইচা নহয়
    মৰম হয় , সন্মান হয় এই শাৰীটো 🔥
    ভালে থাকা তুমি সদায় ❤❤❤❤

  • @mousumichoudhury7409
    @mousumichoudhury7409 8 месяцев назад +34

    আজি ৰ সুন্দৰ এশাৰী - সুখ আলহী আৰু দুখ ঘৰত থাকেই। 😊

  • @therupamaxom
    @therupamaxom 8 месяцев назад +22

    কিতাপ পঢ়া মানুহ যে সেইবাবে চিন্তাধাৰা বোৰ বহুত গহীন।❣️
    আপোনাৰ ভাষাৰ গহিনত্ব বুজা মানুহ বহুত কম ওলাব... 😊

  • @ujjalthakur5896
    @ujjalthakur5896 8 месяцев назад +12

    বহুত ভাল লাগিল.ৰাহুল ইমান সৰুলৰাটোৰ চিন্তাধাৰাৰ স্তৰটো বহুত ওপৰত.তুমি আৰু আগুৱাই যোৱা ভাইটি.অৱয়ব তোমাৰ প্ৰতিটো ভিডিঅ চাও বৰ ভাল লাগে.আজিৰ ভিডিঅটো বহুত বেছি ভাল লাগিল.অকনো স্কিপ নকৰাকে চালো.

  • @chayadas7654
    @chayadas7654 8 месяцев назад +8

    জীৱনত ভালপোৱা মানুহৰ তালিকাত আপোনাৰ নাম সন্নিৱিষ্ট হৈ ৰʼল ৰাহুল দা🌸 ভালে থাকক আপুনি 🌸

  • @SasankaBorah-kx6uu
    @SasankaBorah-kx6uu 8 месяцев назад +20

    বহুত অপেক্ষাৰ পাছত আজি ৰাহুল দা ❤ LOVE FROM TINSUKIA ❤

  • @jumisarma4999
    @jumisarma4999 8 месяцев назад +39

    প্ৰথমটো episodeৰ পৰা আৰম্ভ কৰি 1,2টা episodeৰ বাদে প্ৰায় সকলো episodeয়ে চাইছো কিন্তু আজিৰ episodeটো সঁচাকৈয়ে বিশেষ।
    Rahul Gautam Sharmaৰ মুখৰ পৰা ওলোৱা প্ৰতিটো শব্দৰ পৰা আমি শিকিবলগীয়া আছে।
    বাকী HSLCৰ গণিতৰ প্ৰশ্ন কাকত খনৰ লগত একে ধৰণৰ ঘটনা মোৰো হৈছিল😅
    কিন্তু এতিয়া ভাল লাগে নিজকে কলা শাখাৰ ছাত্ৰী হিচাপে পৰিচয় দি ❤️
    Love From Tihu, Nalbari ❣️

  • @KapilKBorah
    @KapilKBorah 8 месяцев назад +9

    ৰাহুল গৌতম শৰ্মাৰ পডকাষ্ট টোলৈ অপেক্ষা কৰি আছিলো। পডকাষ্টটো চাই বহুত ভাল লাগিল । 🫠❤️

  • @dulumanirabha5496
    @dulumanirabha5496 8 месяцев назад +11

    তেওঁৰ লিখনী বোৰ সদায় প্ৰিয় , মানুহ হিচাপে আজি বহুত ভাল লাগিল। ধন্যবাদ অৱয়ৱ এনেধৰনৰ আলোচনা কৰা বাবে❤

  • @lkrishna2280
    @lkrishna2280 7 месяцев назад +3

    বহুত relatable হয়। Podcast টো শুনি খুব ভাল লাগিল।

  • @Ne3l06
    @Ne3l06 8 месяцев назад +5

    Sharp brain. Straightforward yet sweet talking.Brilliant

  • @nizorajuri8163
    @nizorajuri8163 8 месяцев назад +4

    Rahul is like my brother, Rahul'k moi first Zubeen dar ghrt log paisilu, khub ejon hohoj horol lora and rahul'r lgt ktha patile gom pua jai asolote j kiman brilliant hoi hi loratu..Aguai jua bro, keep shining 💫✨.. Hokolue emn positive response dise val lagise..

  • @zeal6360
    @zeal6360 8 месяцев назад +28

    Power of books ,power of knowledge

  • @dhirendas9596
    @dhirendas9596 8 месяцев назад +18

    মই এজন মাছৰ বেপাৰী হও,, কিন্তু graduate,, ৰাজনীতি বিজ্ঞান major subjects আছিল,,
    গোটেই ভাৰততে যি ৰাজনীতি চলিছে সেইয়া ক'ব উপাই নাই
    দূখ লাগে মোৰ অসমীয়া ৰ মানুহৰ দূখ দেখি,, কেৱল কথা ৰ ফুলজাৰী ৰে ৰাজনীতি কৰা আমাৰ মূখ্যমন্ত্ৰী,,
    উন্নয়নৰ আঁচনি ৰ নাম দি ,, হাজাৰ হাজাৰ ৰাজহ লুট কৰা আমাৰ চৰকাৰলৈ ধন্যবাদ,,
    নিৰক্ষৰ জনতাই বুজি পোৱা নাই,, আৰু শিক্ষিত জনতা নিৰ্বাক,,
    বুদ্ধিজীৱী ৰ বিষয়ে আমাৰ ভাইটিয়ে
    গালে,,
    জাগা অসমীয়া,,

    • @gautamgoswami9723
      @gautamgoswami9723 7 месяцев назад

      সুদক্ষ কৰ্মবীৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ ।

  • @poribd7457
    @poribd7457 8 месяцев назад +4

    বহুত বেছি ভাল লাগিল আজিৰ Episode টো চাই..

  • @hiyayoutubechannel3799
    @hiyayoutubechannel3799 8 месяцев назад +7

    তোমাৰ প্ৰতিটো পদকাষ্ট চাওঁ।।। দুই গৰাকীৰ কথা বতৰা ভাল লাগিল ❤❤

  • @monalishasrecipes2914
    @monalishasrecipes2914 8 месяцев назад +10

    তোমালোক আমাৰ ভবিষ্যত। বৰ ভাল লাগিল ইন্টাৰভিউটো

  • @mallikagogoi2362
    @mallikagogoi2362 8 месяцев назад +16

    Rahul Gautam sharma is an unique person...Like him❤

  • @tanmanasubhasini5949
    @tanmanasubhasini5949 8 месяцев назад +7

    Listening to him is always a thrill! His perspective is so unique and refreshing. Shine on, RGS!🤍

  • @iamnikubaruah
    @iamnikubaruah 8 месяцев назад +3

    Rahul dar kothabur mor bht vl lge... Unique kotha koy... Most talented ❤❤❤

  • @DharmendraDeka63
    @DharmendraDeka63 8 месяцев назад +4

    বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলো। Finally. .
    ❤❤🔥🔥🔥🔥🔥🔥🔥💥

  • @pallavisharma40574
    @pallavisharma40574 7 месяцев назад +3

    নহয়,, ইয়াতে পাতিবা দেই,,, মোৰ দৰে বহু মা' কে তোমালোকৰ দৰে ল'ৰাহতৰ চিন্তা বোৰ বুজিব খোজো।।। বহুত ভাল লাগিল।।"মই ঠিকাদাৰ শুনি আমাৰো চকুলৈ বহুতো, আৰু মনলৈ বহুত কথা আহিছে। আমাৰ বোৰ কবলৈ নাই,, তোমালোকৰ সৈতে মিলিলে ভাল লাগিব।।আকৌ লগ পাম বুলি আশা ৰাখিছো❤

  • @threesister3457
    @threesister3457 8 месяцев назад +10

    ৰাহুলক ক'বলৈ ভাষা নাই ❤he is great

  • @Tanayaborah.
    @Tanayaborah. 8 месяцев назад +8

    My 3nd most favorite podcast of untold ❤️...Ankua podcast ru anibo lge❤

  • @Sabi-ta
    @Sabi-ta 8 месяцев назад +7

    চিধা মানুহ চিধা কথা । ভাল লাগিল চাই।❤

  • @diptideka1657
    @diptideka1657 8 месяцев назад +1

    বহুত বেছি ভাল লাগিল ❤❤ দুয়ো আগবাঢ়ি যোৱা,, আশীৰ্বাদ থাকিল।।

  • @sangmaryan5127
    @sangmaryan5127 8 месяцев назад +4

    I really admire his personality. He is highly intellectual. Love n Respect to him.

  • @pahisarmah8075
    @pahisarmah8075 8 месяцев назад +4

    অসাধাৰণ ব্যক্তিত্বৰ মানুহ❤❤😊

  • @jinadasdeori5895
    @jinadasdeori5895 7 месяцев назад +2

    বুদ্ধিজীৱি হব নালাগে চিন্তাজীৱি হোৱা ভাল লাগিল।আৰু এটা সুখ বোৰ আলহি দুখ বোৰ ঘৰ। শেষত গান wow.

  • @BIPULGOGOI
    @BIPULGOGOI 5 месяцев назад +1

    পৃথিৱী খন শুধৰণি কৰিবলৈ এনেধৰণৰ কথা বতৰা খুবেই প্ৰয়োজন ।

  • @Upa__sanaa5570
    @Upa__sanaa5570 8 месяцев назад +4

    Dukh tu constant hukh bur alohi ❤️woww! Rgs must compile all his one liners.. whenever we feel bored or maybe tired we scroll reel..he is so different definitely someone to look upon

  • @heujmoran9686
    @heujmoran9686 8 месяцев назад +4

    অপেক্ষাত আছিলোঁ

  • @papimonibaishya6838
    @papimonibaishya6838 8 месяцев назад +2

    ধন্যবাদ জনাইছো ধুনীয়া pragram

  • @kobitakalita8308
    @kobitakalita8308 8 месяцев назад +2

    Bohut vl lagil hakhyatkar ti duyujanale akhekh dhanyawad go ahead both of you 👍🏻👍🏻

  • @pparthana3204
    @pparthana3204 8 месяцев назад +6

    দুয়ো আমাৰ চহৰৰ সন্তান, অপূৰ্ব হৈছে,অনুপ্ৰাস অলংকাৰৰে সমৃদ্ধ কেনে আছা তুমিলৈ অলেখ ভাল পোৱা, ভালে থাকা

  • @dhimanbhagawati3456
    @dhimanbhagawati3456 8 месяцев назад +110

    He is one of the most brilliant boy right now in Assam 🎉❤

    • @debology1
      @debology1 8 месяцев назад +11

      Dude relax

    • @ankursarma3725
      @ankursarma3725 8 месяцев назад +10

      Most brilliant tu kuna declear korila ....

    • @hngaming2667
      @hngaming2667 8 месяцев назад +8

      Aru toi most illogical

    • @birajdas4577
      @birajdas4577 8 месяцев назад

      Baah dhiman da ❤

    • @Dixitphukan
      @Dixitphukan 8 месяцев назад

      I agreed❤

  • @morommoromlagise936
    @morommoromlagise936 7 месяцев назад +1

    বেলেগ ধৰণৰ এটা Positivity পাওঁ ৰাহুল গৌতমৰ কথাবোৰ শুনি থাকিলে....আগতেও চাইছো ৰাহুলৰ পডকাষ্ট কিন্তু অবয়ৱ ভূঞাই সাম্প্ৰতিক সময়ৰ প্ৰাসংগিক বিষয়সমূহ সামৰিব জানিছে....একে বয়সৰ কাৰণে হয়তো vibes টো মিলিছে। নতুন প্ৰজন্মৰ প্ৰতিনিধি দুজনলৈ শুভকামনা

  • @himadriburagohain7666
    @himadriburagohain7666 8 месяцев назад +2

    Loved it❤ . Watching him for the first time and I am a fan the way he talks in unfiltered way

  • @creativesoulP
    @creativesoulP 8 месяцев назад +3

    Khub bhal kotha kole poisatu prithibit ekmatro currency nohoi , morom hoi xonman hoi , aru kole amar ajiloike ekhon gariu nai , kiman mature , kiman xomriddho , it shows his Class and upbringing ❤❤

  • @jyotikamallsvlog
    @jyotikamallsvlog 8 месяцев назад +5

    Ufff 🔥🔥🔥 ভাষা নাই । বহুত ভাল লাগিল ❤ । বিশেষকৈ গানটো উফ 🔥🔥

  • @Liyankadeka
    @Liyankadeka 8 месяцев назад +1

    Next part ata lage...aji khta khini bhut intellectual asil vl lgise khta bur❤️

  • @jyotishmandeka8376
    @jyotishmandeka8376 8 месяцев назад +2

    সুখ আমাৰ আলহী দুখ আমাৰ ঘৰ।।❤️❤️ Birat a dhuniya lagil...olpu skip nokorake salu ...Borhiya ...Baki RGS mutke dangar buli vabi asilu 😁 same Age.. Ane manuh pale adda marar moja a beleg . Great work Aboyob❤️....aru val howk ....

  • @Rijuwanasaikia
    @Rijuwanasaikia 7 месяцев назад

    বৰ গুৰুত্বপূৰ্ণ পদকাষ্ট৷ভাল লাগিল৷ৰাহুল আৰু অবয়বৰ সুন্দৰ যুগলবন্দী৷

  • @DipjyotiGogoi-js1qc
    @DipjyotiGogoi-js1qc 8 месяцев назад +3

    আজি প্ৰথম কাট নকৰাকৈ সম্পূৰ্ণ ভিডিঅ' চালোঁ বহুত বহুত ভাল লাগিল। শেষত গানটো বেছি ভাল লাগিল ভাল দি গ'ল ৰাজহাড়ৰ নথকা বোৰক😂

  • @alakeshdeka7596
    @alakeshdeka7596 8 месяцев назад +2

    very practical thought process.... and what a expression of thought😮

  • @mayuribaruah571
    @mayuribaruah571 8 месяцев назад +3

    Very good conversation and realistic between two youths of the new generation.

  • @dayswithpronami1027
    @dayswithpronami1027 8 месяцев назад +4

    বাৰে বাৰে চাব পৰাকৈ,শুনিব পৰাকৈ ভাললগা।এতিয়ালৈকে চোৱা সকলোতকৈ ওপৰত।❤❤

    • @suraz7207
      @suraz7207 8 месяцев назад

      i love Pranami... please abar bhal paw buli kuwa na

  • @kapilsekhar7338
    @kapilsekhar7338 8 месяцев назад +1

    What a video.... Both r very good.. Rahul, u r genious... Just b d same always

  • @manjuhazarikadas2685
    @manjuhazarikadas2685 8 месяцев назад +2

    ৰাহুলৰ উচ্চ চিন্তাৰ কথাবোৰে আপ্লুত কৰিলে। দুয়োগৰাকী আগুৱাই যোৱা।

  • @BishalBaruah-v7o
    @BishalBaruah-v7o 8 месяцев назад +1

    মানুহক ভাগৱনেই সৃষ্টি কৰিছে । ভগৱান সৰ্বশ্ৰেষ্ঠ

  • @Freakyflawless
    @Freakyflawless 8 месяцев назад +5

    Excited

  • @Mridupabankonwar
    @Mridupabankonwar 8 месяцев назад +1

    Rahulor episode Tu pai pura happy. Monor kotha bur bhalkoi prokakh pale

  • @sumiraybaruah79
    @sumiraybaruah79 8 месяцев назад +3

    God bless both of you

  • @mamonidevi617
    @mamonidevi617 7 месяцев назад

    Bohut bhal lagil tumaluk 2 jonoke morom aru xubheswa jonalu

  • @Jane_Austenn
    @Jane_Austenn 8 месяцев назад +10

    The three grand stories -fascist, communist, and liberal - that he talked about are from the book 21 Lessons for the 21st century written by Yuval Noah Harari.

  • @matiabora3945
    @matiabora3945 8 месяцев назад +2

    ভাল লাগিল কথাবোৰ❤️

  • @anupampathak5988
    @anupampathak5988 3 месяца назад

    আৰু এদিন মাতিবা বুলি আশা থাকিল ভাল লাগিল ভালে থাকা দুয়ো জন

  • @ankurjyotidas7085
    @ankurjyotidas7085 8 месяцев назад +1

    সুখ আলহী আৰু দুখ ঘৰত থাকেই.....👍

  • @parthapratimborah7142
    @parthapratimborah7142 8 месяцев назад +1

    This should be probably the best Assamese podcast. ❤

  • @Pranami-ck-bg
    @Pranami-ck-bg 8 месяцев назад +1

    খুউব ভাল লাগিল পদকাষ্টটো চাই

  • @sponditaneog4851
    @sponditaneog4851 8 месяцев назад +1

    Such a brilliant young mind.
    Has such radical thinking.
    Loved the episode.

  • @xyzabc9017
    @xyzabc9017 8 месяцев назад +1

    Wat an episode!! Loved it immensely. Aru eta enekua episode lage

  • @Jintudutta-e2v
    @Jintudutta-e2v 8 месяцев назад +1

    bohut bhal loga ata episode❤

  • @rajibbhatt5698
    @rajibbhatt5698 8 месяцев назад +1

    Unlearn / Detox word and tar meaning tu bhal lagil. Very interesting.

  • @abonboruah6745
    @abonboruah6745 7 месяцев назад +1

    তোমাৰ ওচৰত দেধাৰ প্ৰতিভা আছে।।ইমান সৰু লৰা হৈ এনেকুৱা মদাহী হলা কিয়।। ভগৱানে তোমাক সুমতি দিয়ক। মদাহী হৈ অসমত জিলিকিব নালাগে নিজৰ প্ৰতিভাৰে জি লি কি❤ উঠা।।ডিগবৈৰ মঞ্চৰ ঘটনাটোৰ পুনৰাবৃত্তি নিবিচাৰো। আগবাঢ়া।।সমুখত সেন্দুৰীয়া পথ পৰি আছে।।

    • @awesomethoughts5674
      @awesomethoughts5674 3 месяца назад

      Aitu khongor provab t hoise kisu pua nupua a r abeg agal man r provab

  • @paragsarma8063
    @paragsarma8063 5 месяцев назад

    The way of his thinking towards any topic that's precious 🙏

  • @bandanabora6499
    @bandanabora6499 8 месяцев назад +3

    Eta bhal loga episode❤️ ....Jimane criticise korok I like Rahul Gautam Sharma ..Brilliant one ...Ki Answer ki dialog wah..😂..Go ahead bro.. Best wishes ...❤From Tinsukia

  • @apolloyt8023
    @apolloyt8023 8 месяцев назад +3

    Coment নিদিয়াকৈ থাকিব নোৱাৰিলোঁ বহুত কথাই বুজি পালোঁ।
    মোৰ হৃদয়ৰ vl লগা এজন মানুহ।

  • @MoiMahanta
    @MoiMahanta 8 месяцев назад +1

    বঢ়িয়া গান । বাট চালোঁ । লিখাৰ লগতে গায়ো থাকিবা ।

  • @tanmanasubhasini5949
    @tanmanasubhasini5949 8 месяцев назад +3

    I was literally waiting for this episode!
    👍🏻🤍

  • @JoondeviSarma
    @JoondeviSarma 4 месяца назад

    Both of you are inspiration of new regeneration

  • @banashrigogoi7296
    @banashrigogoi7296 8 месяцев назад +1

    birat bhal lagil....intellectual episode

  • @nilamanitalukdar3494
    @nilamanitalukdar3494 7 месяцев назад

    Congratulations,Go ahead both of you. Hope one another episy in nerar future.

  • @mandeepmusical
    @mandeepmusical 8 месяцев назад +3

    19:03 The way rahul da answered, immediately after that Aboyob da asked him something ... Rahul da ignored that question so smoothly, because he answered to that question few seconds back, it was a boom☠️☠️☠️

  • @moostakbil
    @moostakbil 8 месяцев назад +1

    কথাখিনি বহুত ভাল লাগিল |
    Rahul dada ❤

  • @TunesAssamOfficial
    @TunesAssamOfficial 8 месяцев назад +1

    Best podcast ever❤

  • @RinaDeka-l5l
    @RinaDeka-l5l 7 месяцев назад

    Bhut bhal lagil Rahul G sharma
    God bless you

  • @kakalidutta661
    @kakalidutta661 8 месяцев назад +1

    Xosake podcast tu sai bhut val lagil 😊... thank you so much abyob daa ajon r pist an ajon new generation r creative mind r podcast amk gift di thoka r babe❤️

  • @Hibika-e6w
    @Hibika-e6w 8 месяцев назад +1

    ভাল লাগিল অনুষ্ঠানটো চাই ।

  • @SantuNath-q9v
    @SantuNath-q9v 8 месяцев назад +1

    Favorite man Rahul daa❤

  • @REAL-GURU
    @REAL-GURU 8 месяцев назад +18

    গীতিকাৰ আৰু গায়ক হিচাপে ৰাহুল গৌতম খুব প্ৰিয় ৷ তেওঁৰ স্পষ্টবাদী কথন শৈলীও খুব ভাল লাগে৷ কিন্ত তেওঁৰ ৰাজনৈতিক আদৰ্শক সম্পূৰ্ণ ৰুপে সমৰ্থন কৰিব নোৱাৰিলোঁ৷ এই যে তেওঁ কৈছিল “বাবৰে হিন্দুক একো কৰিব নোৱাৰিলে“ বাবৰে হিন্দুৰ ওপৰত কি কি অত্যাচাৰ কৰিছিল সেইবোৰ চাগে তেওঁ নজনা নহয়৷ কিমান ত্যাগ আৰু বলিদানৰ শেষত আমি শান্তিৰে ভাৰতত বাস কৰিব পৰা হৈছোঁ৷ এতিয়াও islamisation তেওঁলোকৰ মূল উদ্দেশ্য গতিকে বিজেপিয়ে বাবৰৰ সেই দিনৰ পুনৰাবৃত্তি নহওঁক বুলি যি পদক্ষেপ লৈছে সেয়া ভাৰতৰ সভ্যতা সংস্কৃতি ৰক্ষাৰ বাবে অতিকৈ প্ৰয়োজনীয়৷ আৰু এই যে Dictatorship চলি থকা বুলি কৈছে সেয়া সচাঁই চলা হৈ তেওঁ ইমান মুকলিকৈ মোডী অথবা বিজেপিৰ বিৰুদ্ধে কথা ক’ব নোৱাৰেলে হেতেন৷

    • @Anuragborah-b1k
      @Anuragborah-b1k 8 месяцев назад

      apuni budhijibi neki

    • @BobitaSonowal-m8p
      @BobitaSonowal-m8p 8 месяцев назад +2

      Q No 1) What is Islamisation??
      Q No2) what steps r being taken by ur BJP govt. to counter it??
      Plz clarify....

  • @bedita7835
    @bedita7835 8 месяцев назад +1

    প্ৰিয় তেওঁ❤

  • @manashdas2670
    @manashdas2670 8 месяцев назад +1

    🌺সুন্দৰ 🌺

  • @damayantiboro3809
    @damayantiboro3809 8 месяцев назад +1

    I liked his point of view regarding saturation point as an artist he described it very nicely.

  • @achyutborah6674
    @achyutborah6674 8 месяцев назад +3

    এটা সাধাৰণ লৰা কিন্ত অসাধাৰণ চিন্তাধাৰা🙏বহুত বেছি ভাল লাগিল তোমাৰ মনৰ কথাবোৰ❤শিৱসাগৰপৰা বহুত...❤💐

  • @nayanjyotiboruah5892
    @nayanjyotiboruah5892 7 месяцев назад

    আমাৰ গৌৰৱ তোমালোক 🥰বৰ সুন্দৰ ভবিষ্যত অনাগত প্ৰজন্ম আমাৰ 🥰🥰🥰💞💞

  • @mamanikalita8260
    @mamanikalita8260 4 месяца назад

    সুন্দৰ কথাবোৰ।

  • @DSGL.
    @DSGL. 8 месяцев назад +1

    One of the best ❤❤... bahut vl kotha xikhilu

  • @dridikshaduarah281
    @dridikshaduarah281 7 месяцев назад +1

    Just loved it❤️

  • @suraz7207
    @suraz7207 8 месяцев назад +27

    bro is literally influenced and got uplifted by zubeen daa itself and tried ignoring zubeen da also 😂

    • @pranjalblogs6641
      @pranjalblogs6641 8 месяцев назад +2

      Zubeen dai soboke sinaki korai dile eyak atiya tar lebel sharma vs sharma😂

    • @suraz7207
      @suraz7207 8 месяцев назад +1

      @@pranjalblogs6641 xe dui ek bosor zg da r lgt kam kri e nijok zg r level t put kri ktha bur koi ase

    • @dipankarthakuria5075
      @dipankarthakuria5075 8 месяцев назад +1

      Over smart dekhai bht

    • @uttaram7648
      @uttaram7648 8 месяцев назад

      Tohotor brain e dhuki napai o ..gorudhwoj hot

  • @jintumoni8305
    @jintumoni8305 8 месяцев назад +1

    Very thought provoking episode,genuinely delighted to watch.

  • @dharitridutta2520
    @dharitridutta2520 8 месяцев назад +1

    বহুত ভাল লাগিল।