Moi ajon tourist texi Driver mur eman giyan ni kintu aji moi apunalukor interview tu sai anekuwa lagil je moi kio poha khuna nokorilu, Rahul Gautam Sarma pora aru bohut khikibo parim buli akha thakil . jodi teuk log pau. Aru bohut kotha janibo sestha korim Dhanybad. Jodi kiba bhul koisu khoma koribo. Ako abar Dhanybad
Thank you Aichengfa Rahul r logot chinaki korai diyar babe. Rahul Aoxomor ata bhuta tora. Bhohut bhal lagil aaji r jaatra r onusthan Tu. Aako abar hokoluke xubheissa aaru dhanyavaad jonalu.
যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥🙏
যাত্ৰা'ৰ 'ৰেন মৌ'ৰ খন্ডবোৰ চাও বহুত ভাল লাগে লগতে বহু প্ৰেৰণা আৰু নজনা কথা শিকিব পাৰি । আপোনালোকলৈ বহুত বহুত শুভকামনা যাত্ৰা'ৰ 'ৰেন মৌ' সদায় এনেদৰে আগবাঢ়ি যাওক । আহি থকা খন্ডবোৰত ত্ৰিদিৱ ভাগৱতী , লুৰিণ দা, প্ৰনব কু বৰ্মন , অনুৰাগ শইকীয়া আদিক চাব বিছাৰো🎉🎉❤❤❤
ভূলকে ভূল কৰিব নালাগে নতুন ভূল কৰিব লাগে ❣️❣️ ভাল লাগিছে কথাখাৰি।।
ৰাহুল গৌতম শৰ্মাৰ কথাবোৰ শুনি ভাল লাগে।
Moi ajon tourist texi Driver mur eman giyan ni kintu aji moi apunalukor interview tu sai anekuwa lagil je moi kio poha khuna nokorilu, Rahul Gautam Sarma pora aru bohut khikibo parim buli akha thakil . jodi teuk log pau. Aru bohut kotha janibo sestha korim Dhanybad. Jodi kiba bhul koisu khoma koribo. Ako abar Dhanybad
Exceptional discussion both, either Ichengpha or Rahul.
অসমৰ এক "সাংঘাতিক প্ৰতিভাৱান" ব্যক্তি হিচাপে ৰাহুল গৌতম শৰ্মালৈ বহুত বহুত শুভকামনা থাকিল।
শাক ভাত খোৱা video 📷 বোৰত যে ইমান views subscriber কিন্তু ইমান ধুনীয়া এটা কথোপকথন এটা views কিয় নাই, মানুহৰ ৰুচি কোন দিশে গৈছে গম পাই চিন্তনীয় বিষয় হৈছে। বিৰাট তত্ব গধূৰ বিষয়ৰ ক্ষুদ্ৰ আলোচলা শুনি বিৰাট ভাল লাগিল। ৰাতি ২-৩০ বজাত শুনি আছোঁ।
এনেকুৱা অনুষ্ঠান বেয়া পোৱাজন হয় দেৱতা নহয় চয়তান । ৰাহুল আমাৰ আশা আমাৰ ভৰষা ।বহুত বহুত ভাললাগিল ।প্ৰতিটো অনুষ্ঠান ভোগ নহয় ,উপভোগ কৰিছোঁ ।এনেদৰেই ৰেংমৌ আগবাঢ়ক ।
ইমান বেছি অধ্যয়ন কেনেকৈ কৰিব পাৰে... মইও ১৫ চনতে মেট্ৰিক পাছ কৰা কিন্তু বহু বাকী এতিয়াও পঢ়িবলৈ...
ইমান সহজ অথচ ক্ষিপ্ৰ আৰু স্পষ্টবাদিতাৰে কথাবোৰ কৈছে বৰ ভাল লগা...এটা বেপোৰোৱা বহেমিয়া মন @ৰাহুলগৌতমশৰ্মা ,,, কথাবোৰ খুব বেছি ভাল লাগিল ,,, thank you Aichengfa baa
শিক্ষা, চিন্তা ,সৃষ্টি সুন্দৰ নিদৰ্শন। ভৱিষ্যতৰ সম্পদ।
তোমাৰ সৃষ্টিশীল মনৰ অনুভৱখিনি বৰ ভাল লাগিল ,ভৱিষ্যত জীৱন সুন্দৰ হওক ,লগতে ঈশ্বৰে মঙ্গল কৰক তোমাক ৰাহুল ❤️❤️
'তাই'.. গীতটো লাগে সোনকালে।।।🥰🥰🥰
ৰাহুল ৰ ব্যক্তিত্ব অলপ সুকীয়া। ভাল লাগিল video tu।
ভাল লাগে ৰাহুল গৌতম শৰ্মাক তেওঁৰ প্ৰচুৰ অধ্যয়নশীলতা আৰু স্পষ্টবাদীতাৰ বাবে।।
হয়টো মোৰ কথাকিতা জোখতকৈ বেছি হব কিন্তু হলেও মই কৈ দিও - হোমেন বৰগোহাঞিৰ পিছত এজন অসমীয়া দেখিছোঁ যি কথাৰ মাজত বহুত উদ্ধৃতি দিব পাৰে বা জানে। খুব ভাল লাগিল। তুলনা কৰিব নিবিচাৰোঁ। কিন্তু হঠাতে ছাৰৰ কথাবোৰ মনত পৰিল এই ভিডিও টো চাই।
ময়ো ৰাহুলদাৰ কথাবোৰৰ মাজত কোনোবাখিনিত ছাৰক বিচাৰি পোৱা যেন পাওঁ ।
ঘৰৰ আৰু নিজৰ দায়িত্ব বাবে দিন ৰাতি ১৮ ঘণ্টা কাম সামৰি উভতি গৈ গৈ বৰ মনোযোগেৰে চালোঁ আপ্লুত হলো বহু শিকিলোঁ বহুত ভাল লাগিল। ৰাহুল গৌতম শৰ্মা ককাইলৈ বহুত বহুত মৰম আৰু শুভ কামনা জনালোঁ। নতুন প্ৰজন্মৰ আদৰ্শ আৰু অনুপ্ৰেৰণা হওঁক। ভাল চাওঁ ভাল শুনো কান্দিলো অনুভৱ কৰিলোঁ নতুনত্বৰ সন্ধান পালোঁ।
ৰাহুল দাৰ কথাবোৰ জুবিন দাৰ কথাৰ লগত প্ৰায় মিলে। কথা কোৱাৰ দৃষ্টিভংগী, শৈলী প্ৰায় বোৰ একেই ❤
ৰেণ-মৌৰ এই অনুষ্ঠান টি খুউব ভাল লাগিল। ইমান সৰু ল'ৰা এটা বিশেষ প্ৰতিভাৰ অধিকাৰী --- সঁচাই গৌৰৱ অনুভৱ কৰিছো । আইচেংফাকো ধন্যবাদ জনালো ৰাহুলৰ বিষয়ে ভালদৰে জনাৰ সুবিধা দিয়াৰ বাবে। 'যাত্ৰা ' লৈ পুনৰ শুভকামনা জনালো।
অসম জাতীয় বিদ্যালয়ত পঢ়ি থকা সময়ত ৰাহুলক সদায় লগ পাইছিলো স্কুলৰ গেটত। কথা বতৰাতে গম পাইছিলো ল'ৰাজন বহুত অধ্যয়ণশীল বুলি। বহুদুৰ আগবাঢ়ি যোৱা ৰাহুল শুভকামনা জনালোঁ🎉 ৰোহন মোৰ ল'ৰাৰ লগৰ, অংকুৰৰ পৰা দ্বাদশলৈকে ক্লাছত একে চেকচনতে আছিল।
আপোনাক ভাল লাগে।
তুমি কোন হে, চিকুণ চুৰ...
আজি নিবা নে? সর্বহ মোৰ।
তোমাক নেদেখি, দেখিছো।
নিচিনি চিনিছো, চৰণৰ ধ্বনিৰে।
আৰে আৰে মোৰ।
ঘুমতি ভাঙিছে বাৰে বাৰে......... মাজনিশা মোৰ এন্ধাৰ ঘৰত কোনো ঘনে ঘনে অহা যোৱা কৰে, ঘুমতি ভাঙিছে বাৰে বাৰ❤❤❤❤❤❤❤
অধ্যয়নশীলতা আৰু স্পষ্টাবাদী ব্যক্তিত্ব।
Thank you Aichengfa Rahul r logot chinaki korai diyar babe. Rahul Aoxomor ata bhuta tora. Bhohut bhal lagil aaji r jaatra r onusthan Tu. Aako abar hokoluke xubheissa aaru dhanyavaad jonalu.
খুৱ ভাল লাগিল অনুষ্ঠানতো । বহুত নজনা কথা জানিব পাৰিলো । এনে ধৰনৰ অনুষ্ঠানে নতুন প্ৰজন্মক উৎসাহিত কৰিব শিক্ষাৰ প্ৰতি । এক আচৰিত জ্ঞানৰ ভাণ্ডাৰ "ৰাহুল গৌতম শৰ্মা" ।
বা আপুনি ধুনীয়া গান গোৱা দেই।
ভাল লগা মানুহ এজন ৰাহুল গৌতম শৰ্মা।❤
ইমান যে অধ্যয়নশীল আৰু চিন্তাশীল ল'ৰাটো ! খুউব ভাল পাওঁ ৰাহুলক । জ্ঞানৰ ভাণ্ডাৰ! ❤❤
Matured Rahul Gautam sarma ....Bhal lagil bhaity kotha bur huni...aguwai jowa
ৰাহুল দাদাৰ চিন্তা চৰ্চা, কথা, ব্যক্তিত্ব, স্পষ্টবাদি যুক্তি, ৰাজনৈতিক সচেতনতা, ইত্যাদি খুব ধুনীয়া। আগুৱাই যাওঁক দাদা
Good job
আপোনাৰ যাত্ৰাৰ সহযাত্ৰী হবলৈ পাই বহুত ভাল লাগিছে।সচাঁই কব গলে অলপ অলপকৈ জ্ঞান পাবলৈ সক্ষম হৈ আছো।ৰাহুল এজন জ্ঞানৰ ভাণ্ডাৰ।
আইচেংফা,তুমিও সমৃদ্ধ।ৰাহুলৰটো কথাই বেলেগ।তেওঁ ভালে থাকি ভালপোৱা কামবোৰ কৰি থাকক।
বহুত ভাল।লাগিল আইচেংফা।তোমাৰ সুন্দৰ মাতকথা লগতে ৰাহুল।ইমান জ্ঞানী লৰাটো সদায় যেন ভালেৰে আগবাঢ়ি যায়।আইচেংফা তোমাৰ অনুস্থান সদায়েই চাও।❤❤❤❤
Tridib Bahagabati dada and Rahul Dada both are my ideal ❤
বা, আপুনি বিশেষ বাবেই আপোনাৰ আমন্ত্ৰিত শিল্পী সকলোও বিশেষ আচলতে। খুবেই ভাল লাগে অনুষ্ঠানটি ♥️
অতি সোনকালে ত্ৰিদীপ ভাগৱতী দাক আমন্ত্ৰণ কৰে যেন
বাহ!এটা ব্যতিক্ৰমী episode চালো Aichengfa বা।Rahul Gautam Sarmah সাংঘাতিক যুক্তিবাদী।ভাল লাগিল।ৰাহুল গৌতমৰ গান সদায়েই প্ৰিয়❤️❤️❤️❤️
খুব ভাল লাগিল অনুষ্ঠানটো,এটি ব্যতিক্ৰমী মনৰ অনুভৱ বোৰ জানি খুব ভাল লাগিল।পপীয়া তৰা গীতটো শুনি থাকো কিন্তু গীতিকাৰ জনক ভালদৰে জনাৰ সৌভাগ্য আজিহে হ'ল। ধন্যবাদ সকলোলৈকে এই প্ৰতিভাশালী লোক সকলক চিনাকী কৰি দিয়াৰ বাবে।🙏🙏✨✨❤️❤️❤️
কথাখিনি বহুত ভাল লাগিল। বহুত ধন্যবাদ বা।
Baa apunar Vorir Payal paatje........uuffff❤
This young man is a gem of Assam.
The lady herself is so sweet & loving taking the interview. Could not skip a second.
Kudos.
"মহাপুৰুষৰ শীল নিজৰ সংস্কাৰত সপোন কৰে ।"
ধন্যবাদ দুয়োলৈ.. আইছেংফা বা আৰু ৰাহুললৈ। বহুল চিন্তা ধাৰা আৰু ইমান প্ৰতিভাশিল ৰাহুলক আগন্তুক জীৱনৰ বাবে শুভেচ্ছা যাছিলোঁ। ৰাহুলক ভৱিষ্যতে ব্যক্তিগত ভাৱে লগ পাম বুলি আশা ৰাখিলোঁ😊।
কোনো এটা video সম্পূৰ্ণকৈ চোৱা নাছিলো আগতে, আজি প্ৰথম সম্পূৰ্ণকৈ চালোঁ। ভাল লাগিল।
He is such an amazing person.... His personality is wonderfully amazing....
বহুত বহুত ভাল লাগিল
ইমান ধুনীয়া ইমান মিঠা ইমান সৰল ভাষাৰে অনুষ্ঠানটো বা আপুনি চলাই আছে চাই বহুত বেছি ভাল লাগে । Jaatra সদায় আগলৈ আগুৱাই যাওক তাৰে কামনা কৰিছোঁ । মৰমৰ আইচেংফাৰ বা লৈ বহুত বেছি শুভেচ্ছা থাকিল আগলৈ এনেদৰে অনুষ্ঠানটো ভালদৰে আগুৱাই লৈ যায় যেন । লগতে আজি অতিথি ৰাহুল গৌতম শৰ্মা দাদা কথা বতৰা আৰু তেওঁ কথা বতৰাই দিয়া আমলৈ message বোৰ বহুত বেছি ভাল লাগিল। যাত্ৰা জুই🔥🔥♥️
গান শুনি প্ৰেমত পৰি গʼলো......☺️
Such a intelligent man 😊 baa apunak dhanyabad diso aijon manuh r bikhoye janib xujug diya babe🎉
সাংঘাতিক ব্যক্তিত্ব। একান্ত ব্যক্তিগত কথাবোৰ যদি একাষৰীয়াকৈ থোৱা হয়, তেওঁ জাতিৰ বাবে এক আপুৰুগীয়া সম্পদ ❤
তন্ময় হৈ শুনিলোঁ দুয়োৰে কথা বতৰা। ৰাহুল গৌতমৰ সাক্ষাৎকাৰটো চাই অনুভৱ কৰিলোঁ, তেওঁ পূৰঠ হ'ল। এতিয়া তেওঁ অসমক প্ৰতিনিধিত্ব কৰক আৰু নৱ প্ৰজন্মৰ আদৰ্শ হওক, সাংস্কৃতিক ক্ষেত্ৰখনত।
বহুত সোনকালে শেষ হোৱা যেন লাগিল ৷ আকৌ দিঘলীয়া হ’লে ভাল লাগিলে হ’য় ৷ হেপাহ নপলালে কথা বোৰ শুনি ৷😊 খুৱ ভাল লাগিল
Rahul is one of the best lyricist of Assam at present time.
nice bar bhal lagil
Luti Khai pore khali staget
@@user-nj8kq2dk6p stage plan nohole hokolue luti khbo.
@@BeeDeeAS.06 😀😀😀😀😀 aaru maltu besi khaleo pore
@@user-nj8kq2dk6p mal Kune nakhi?mal khai hundor gan ba kitap sristi koratuhe ami sabo lage.
Inspired a lot Rahul 👍👍👍
Bahut val lagil God bless you
ৰাহুল অসমৰ সম্পদ। নৱ প্ৰজন্মৰ আদৰ্শ...
Bohut vl lagil Ep.. 2 Sai. Rahul 2mi aru aguwi juwa.
নৱ প্ৰজন্মৰ মাজত কিতাপ📝 পঢ়াৰ আগ্ৰহ প্ৰাই নাই বুলি এ কব পাৰি😢। অপাচি হকত এটা জালুক । ৰাহুল দা এ কিতাপৰ প্ৰতি উৎসা বঢ়াই তোলে । আশা কৰোঁ তেওঁৰ কলম কেতিয়াও যেন থমকি নৰই❤ ।
আপোনাৰ অনুৰাগী
আশীষ মজুমদাৰ
North Lakhimpur
ৰেণ-মৌ অনুষ্ঠান চাই সদায়েই ভাল লাগে , ৰাহুলৰ এজন প্ৰচুৰ সম্ভৱনা থকা ল'ৰা , ইমান অধ্যয়ণশীল , বাক-চাতুৰ্য , বিশ্লেষণাত্মক চিন্তাধাৰা ৰ ল'ৰা নতুন প্ৰজন্মৰ বাবে পথ প্ৰদৰ্শক হওঁক । বৰ মনোযোগ দি , কথাখিনি দুই/তিনিবাৰকৈ শুনিছোঁ খুব ভাল লাগিছে । এইখিনিতে আৰু এটা কথা , ৰাহুল মোৰ বান্ধৱীৰ পুত্ৰ তথা মোৰ দাদা (গৌতমদা) ৰ পুত্ৰ । যদিও মই তাক আজিলৈকে লগ পোৱা নাই ।
আজিলৈকে চোৱা খণ্ডবোৰৰ ভিতৰত আটাইতকৈ ভাল লাগিল আজিৰ খণ্ডটো। বাকী, ৰাহুল গৌতম শৰ্মাক আজিলৈকে আবিষ্কাৰ নোহোৱা কিবা বিচাৰধাৰাত বিশ্বাসীৰ দৰে লাগে। যিটো জানিবৰ কাৰণে আমিও উৎসাহী, এদিন নিশ্চয়কৈ জানিম। বহুত বহুত শুভকামনা তেওঁৰ প্ৰতি।।
Episode tu Sai subscribe nokorakoi nuwarilu ❤❤❤❤
নিজৰ ল'ৰাৰ দৰে ৰাহুল। বহুত মৰম দেই ।ভগৱানে সদায় ভালে ৰাখক।
খুব সুন্দৰ বাইদেউ বহুত ভাল লাগিল। আই অ দেহী আপোনাৰ কথাখিনি ইমান ভাল লাগে।
First time saisu jatra aru Rahul goutom r episode karone jothesto val pao teou kothabr 😊
অনুষ্ঠানটো চাই আপ্লুত হলোঁ। ৰাহুলৰ উজ্জল ভবিষ্যত কামনা কৰিলোঁ।
Bar Sundar ❤Rahul ,iman dhuniya tumar kathan saili
আইচেংফা, পাৰিলে লাভলীনা বৰগোহাঁই কো তোমাৰ Podcast লৈ আনিবাচোন।
অকনমানো Script নকৰাকৈয়ে প্ৰগেমটো অন্তলৈকে চালো 🤗 নতুনকৈ প্ৰেমত পৰিলোঁ, নতুন মানুহ এজনৰ 🌷
ৰাহুল গৌতম শৰ্মা 🎉
ভিডিঅ’টো বহুত দিনৰ পিছতহে চাইছো।।ৰাহুল গৌতমৰ দৰে ব্যক্তিসত্বা আজিৰ সমাজত সচাঁকৈয়ে প্ৰয়োজনীয়।।কম সময়তে নিজক চিনাকী কৰিব পৰা ল’ৰাটো।।আপোনাক আৰু আপোনাৰ টিমকো বহুত ধন্যবাদ..ইমান ভাল লগা অনুষ্ঠান এটা উপহাৰ দিয়াৰ বাবে...
Hii darling ❤
বৰ ভাল লাগিল৷প্ৰশ্ন আৰু উত্তৰ ভাল হৈছে৷অৱশ্যে মই ৰাহুলৰ কথা বতৰা ভাল পাও৷তাৰ কথা বতৰাৰ পৰা আমাৰ দৰে সাধাৰণ ব্যক্তিয়ে শিকিব পাৰো৷
Ajiloike jiman keita axamiya podcast salu যাত্ৰা hokolutkoi priyo aru byatikromi , Aisengfa bortoman priyo aatdoruta ba podcaster , Rahul r kothakhini khubei bhal lagise , teur ujjol bhobiswot kamona korilu
নৱপ্ৰজন্মৰ আদৰ্শ ৷ খুব ভাল লাগিল ৷
ৰাহুল দৰে ব্যক্তি খুব প্ৰয়োজন, আচৰিত দৃষ্টি ভঙ্গী 🙏 d
উত্তৰবোৰ বহুত উপৰৰ চিন্তাৰ ভাল লাগিল চাই podcast টো❤
Aaicheng ,,,its a good job . Presentation is highly appreciable 🎉
He has a very bright future ..
Best wishes to cute Rahul G. Sharmah 😊
সৰু ল’ৰাটোৰ চিন্তা আৰু প্ৰতিভাক চেলুট জনাইছোঁ ৷
Aisengpha dhunia gaisa❤
I can listen to him all day! Beautiful conversation💚💚💚
মই এই খণ্ডটো তৃতীয়বাৰ চালোঁ। ৰাহুলৰ কথাবোৰত কিছু সামঞ্জস্য আছে। মন গ'লে চাও
কিমান তত্ত্ব গধূৰ কথা❤🎉
সুন্দৰ। খুৱ ভাল লাগিল ।
বৰ ধুনীয়া অনুষ্ঠান।। বৌদ্ধিক ভাৱে অতি সমৃদ্ধ এটি প্ৰতিভাৱান সম্পদ।।এদিন ত্ৰিদীপ ভাগৱতীকো মাতিব।
গ্ৰন্থমেলাৰ বাকৰিত তেই লগ পোৱা ৰাহুলক 💐💐💐
অতি সুন্দৰ.... অতি সুন্দৰ বা😊 বৰ ভাল লাগিল। ইমান সুন্দৰকৈ কথা বোৰ কয় বৰ ভাল লাগে 😊।
Inspiring personality
How honest he is great 👍
ৰাহুললৈ আন্তৰিক অভিনন্দন ও শুভ কামনা লগতে ভবিষ্যতৰ দিনবোৰত সপোনবোৰ সুস্বাস্থ্যৰে বাস্তৱায়িত হওক তাৰেই আশা কৰিছো।
বৰ ভাল লাগিল। কি কম ভাষা নাই।
One of the best assamese compositions ever 🎉
সুন্দৰ অনুষ্ঠান।।
ত্ৰিদীপ ভাগৱতীক নিমন্ত্ৰণ কৰিবচোন
Good Rahul da aji bahut vl Katha kole vl lagil.selot aponak
Rahul boondhu daee as of same aget but you speak fluent n presents what we are and we . Aaghuai jua hodai ..
Sundor Assamak khub prayojon enekua manuhor
He himself is an intellectual
Has an aura
Rahul, Rahul eai aditiyo. Love u Rahul.4m Tsk Mrg.
My favourite..💖
Tewk horu pora saixu tv show..news channel Burt 👍.. Rahul r kotha bur moi explore koru
Rahul, you are indubitably a gem of Assam. More power and good health brother ❤
ৰাহুল দা অসমৰ এক অনন্য সম্পদ। ভালে থাকক। কি নাই তেওঁৰ মাজত
Aponar lgt abar Rahul dak sab xub mn asil vall lagil sai.moi vabi asilo aponak comment ata krim Rahul dak avar matib buli.bhut bhut vll lagil Baa sai.
bohit vl lagisa xodai saw . aji bohu basi vl lagisa . manuh anakua hobo laga . xosa2 xosa mesa2 misa . vall lagila.❤❤❤
❤❤❤❤ Lovely World class composition Rahul da it touch my soul ❤❤❤ big future to you bro ❤❤
সচাঁই খুউব সুন্দৰ ভাবে কথাবোৰ কয়। ভাল লাগে ৰাহুলৰ কথাবোৰ
বহুত দিনৰ মূৰত দেখা পায় ভাল লাগিল ৰাহুল দা
যুৱপ্ৰজন্মৰ জ্ঞানৰ ভাণ্ডাৰ বুলি কলেওঁ ভুল নহব ❤
আমাৰ অসমীয়া ভাষাটো অসমীয়াৰ আগত চিনাকি কৰাই দিয়াৰ বাবে ৰাহুললৈ ধন্যবাদ🙏
ভাল লাগিল অ' আইচেংফা।
জুবিন দাৰ লগত কিবা এটা মিল আছে ৰাহুল দা ৰ l
Tomar progamebor chai bahut val lage shuni thako shuni thaku lagede iman dhuniake kathabor sudha thanking you