Utpal Sarma AASU: Income, Relationship & TRUTH about the 'Chanda Culture' || Assamese PODCAST - 130

Поделиться
HTML-код
  • Опубликовано: 24 дек 2024

Комментарии • 475

  • @KaSiYali
    @KaSiYali 4 месяца назад +138

    '"বসন্তত যদি বিশ্বাস আছে
    ফাগুনলৈ কিহৰ ভয়!
    সোঁতৰ সতে উটি যাবলৈ
    আমিতো মৰা মাছ নহয়!"-মোৰ যদি ভুল হোৱা নাই তেখেতে ক'ৰবাত এই পষ্টটো দিছিল।তেতিয়াৰ পৰা তেখেত প্ৰিয়।তেখেতনো কোন,কি কৰি আছে সেই বিষয়ে তেতিয়া একোৱেই নাজানিছিলোঁ কিন্তু তেতিয়াৰ পৰাই তেখেতক শ্ৰদ্ধা কৰোঁ।ব্যক্তিগতভাবে,
    শব্দক ভালপোৱা আৰু শব্দৰ উচ্চাৰণ শুদ্ধকৈ কৰা মানুহলৈ সন্মান জাগে।তেখেত সেয়ে ক'ৰবাত সুকীয়াকৈ আছে।

  • @jehirulhuda3147
    @jehirulhuda3147 4 месяца назад +51

    মই এজন ৫৯ বছৰীয়া শিক্ষক। শিৱসাগৰত
    আমি অসম আন্দোলনৰ লগত বিশেষভাৱে জড়িত আছিলো। সেইবাবে এতিয়াও ছাত্ৰ সন্থাৰ প্ৰতি দুৰ্বলতা আছে। গতিকে আজি গোটেই interview টো চালো। উৎপলৰ knowledge আৰু issue based কথনশৈলী বা উপস্থাপনক মই শ্ৰদ্ধা কৰো। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। লগতে অবয়বকো মৰম আৰু ধন্যবাদ জ্ঞাপন কৰিলো। জয় আই অসম।

  • @niorbikashcreations6096
    @niorbikashcreations6096 3 месяца назад +17

    "প্ৰেম দৰ্শনৰ বিষয়,
    প্ৰদৰ্শনৰ বিষয় নহয়"
    তামাম দিছে...👌
    জয় আই অসম🙏

  • @AlimpyshreyamGogoi
    @AlimpyshreyamGogoi 4 месяца назад +42

    ইমানেই ধুনীয়াকৈ কথাবোৰ কয় শুনিলেই শুনি থাকিব মন যায় তাৰোপৰি আপোনাৰ প্ৰতি আস্থা আৰু বিশ্বাস আছে , সদাই আমাৰ কণ্ঠ হৈ থাকক

  • @AlimpyshreyamGogoi
    @AlimpyshreyamGogoi 4 месяца назад +47

    ইয়াতকৈ কি হব পাৰে তীব্ৰ ৰাগী
    যি প্ৰেমত মই বৈৰাগী🤍
    ইমান সুন্দৰ উত্তৰ

  • @bibeksaikiaofficial5500
    @bibeksaikiaofficial5500 4 месяца назад +32

    উৎপল দাৰ মাত টো বৰ মিঠা লগতে শব্দৰ শৈলী বোৰ খুবেই ভাল লগা। মোৰ personally ভাল লগা এজন ব্যক্তি । খুব সুন্দৰ podcast 🤗
    মৰিগাঁও জিলাৰ যাদুৰ নগৰী মায়ং ৰ পৰা অৱয়ব দা লৈ মৰম যাচিলোঁ। ❤

  • @dhunupiyavlogs9558
    @dhunupiyavlogs9558 2 месяца назад +2

    প্ৰেম দৰ্শনৰ বিষয়,
    প্ৰদৰ্শনৰ বিষয় নহয়।❤
    এখনেই পতাকা, এটাই পন্থা,
    সদৌ অসম ছাত্ৰ সন্থা ✊
    জয় আই অসম ❤✊

  • @bedabikashsaikiamusical5625
    @bedabikashsaikiamusical5625 4 месяца назад +4

    পূৰ্বে আছিল অসমীয়া ভাষাৰ মাজত দুই-এক ইংৰাজী শব্দ আৰু বৰ্তমান ইংৰাজীৰ মাজত দুই-এক অসমীয়া শব্দ😊 উৎপল দাক আকৌ এবাৰ নিমন্ত্ৰন কৰিব বুলি আশা থাকিল।এতিয়ালৈকে যিমান খণ্ড চালো,সকলোতকৈ ভাল লগা খণ্ড❤

  • @shreemoyeephukan7388
    @shreemoyeephukan7388 4 месяца назад +8

    ইমান সুন্দৰকৈ কথাখিনি উপস্থাপন কৰিছে। আমাৰ ভাষাটো কিমান সুন্দৰ উৎপল শৰ্মা ডাঙৰীয়াৰ কথাৰ মাজেৰে অনুভৱ কৰিব পাৰি।

  • @bhobenjyotiphukan91
    @bhobenjyotiphukan91 2 месяца назад +2

    উৎপল শৰ্মা দেও , সুন্দৰ কৈ কথা কোৱাতো , আপোনাৰ এটা ধুনীয়া কলা । আপুনি নিশ্চয় কৈয়ে ইয়াৰ বাবে প্ৰশংসিত ।

  • @pranjitkonch1924
    @pranjitkonch1924 4 месяца назад +8

    আজিলৈকে চোৱা সৰ্ব্বশ্ৰেষ্ঠ podcast... ইমান সাৱলীল ভাষা... অসমীয়া ভাষা আৰু অসমীয়া জাতিৰ প্ৰতি প্ৰেম জাগ্ৰত কৰিব পৰা এক podcast.... 😍

  • @Sanjibbora345
    @Sanjibbora345 4 месяца назад +61

    আমাৰ দাদা উৎপল শৰ্মা ❤
    সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ ✊🏼

  • @RcS6930
    @RcS6930 4 месяца назад +16

    আজি এই podcast তো দ্বাৰা বহু কথা বুজিব পাৰিলো গতিকে ইমান এটি সুন্দৰ podcast দিয়াৰ বাবে উৎপল দা ❤ তথা আপোনালৈ অত্যন্ত ধন্যবাদ 😊❤️
    লগতে, লক্ষীমপুৰ বাসীৰ পৰা আপোনাৰ লগতে আপোনাৰ সমূহ কৰ্ম কৰ্তালৈ ভালপোৱা ❤
    জয় আই অসম ✊❤️

  • @pranjitঅসম
    @pranjitঅসম 4 месяца назад +14

    মৰিগাঁও পৰা দুয়োজনলৈ মৰম যাচিলোঁ! উৎপল দাক লৈ আমি মৰিগাঁওবাসীয়ে সঁচাকৈয়ে গৌৰৱবোধ কৰোঁ❤

  • @saratnath6782
    @saratnath6782 2 месяца назад +2

    অসমৰ সমাজ জীৱনৰ পৰা যি সকল ব্যক্তি মোৰ প্ৰিয় সেই সকলৰ ভিতৰত উৎপল শৰ্মা অন্যতম।তেওঁৰ প্ৰতিটো কথাৰ পৰা এক সুকীয়া মাদকতা পাওঁ, তেওঁৰ কবিতা কবিতা লগা প্ৰতিটো কথাই হৃদয় স্পর্শ কৰে। শৰ্মা দা সদায় ভালে থাকক। তেওঁৰ কথা কোৱাৰ কৌশল অন্যতম। কবিতা ভালপোৱা মানুহবোৰ প্ৰেমিক হয়। তেওঁ প্ৰেমিক হয় বহুত তেওঁ নহয় বুলি ক'লেও নামানো, তেওঁৰ প্ৰেমত সত্য আৰু সততা আছে। তেওঁৰ দৰে প্ৰতিজন মানুহ প্ৰেমিক হ'লে পৃথিৱীখন বৰ সুন্দৰ হৈ পৰিব।

  • @mintuallfriends7494
    @mintuallfriends7494 4 месяца назад +18

    ছয়গাঁও মহাবিদ্যালয়ত উৎপল শৰ্মা ডাঙৰীয়াৰ মই প্ৰথম ভাষণ শুনিছিলো সঁচাই বহুত ভাল লাগে তেওঁৰ কথাবোৰ 🙏❤️
    জয় আই অসম ❤

  • @dhrubajyotiborgohain2843
    @dhrubajyotiborgohain2843 4 месяца назад +19

    উৎপল দাৰ interview চাই ভাল লাগিল। কিন্তু Aboyob লৈ এটা request podcast ৰ time টো কমাব লাগে, আধা ঘণ্টাতকৈ বেছি হলে চাবলৈ ইমান হাতত সময় নাথাকে।
    ধন্যবাদ
    ড: ধ্ৰুৱ জ্যোতি বৰগোহাঁই

  • @pujasriborgohain3654
    @pujasriborgohain3654 4 месяца назад +10

    One of my favourite person is Utpal.
    One of the Nice episode.
    নিজক বিচাৰি পোৱা যেন অনুভৱ। আছু,কা,সকলো মোৰ বাবে এক আৱেগ। আছু মোৰ বাবে এক সত্বা🙏
    নতুন প্ৰজন্ম‌ই উৎপলৰ ভাষ্যবোৰ শুনা প্ৰয়োজন। উৎপলক অনুকৰণৰ বাবে নহয়..অসমীয়া ভাষাটো শুদ্ধকৈ ক'বৰ বাবে।
    সদায় ভাল ভাল কাম কৰি যোৱা🙂
    I m watching from Hyderabad 😊

    • @wrongwithyou-i9i
      @wrongwithyou-i9i 4 месяца назад

      অসমীয়া বোলে অন্য ৰাজ্যত নাথাকে অসমৰ একাংশ দল সংগঠনৰ মতে 😂

  • @EvaRajkhowa-g4h
    @EvaRajkhowa-g4h 4 месяца назад +8

    খুব ভাল লাগিল , এনেকুৱা প্ৰতিভা বান ছাত্ৰ নেতাৰ হাতত আছুৰ ভৱিষ্যত উজ্বল হব বুলি আশা কৰিলো।

  • @dharitryboruah9379
    @dharitryboruah9379 4 месяца назад +8

    উৎপল শৰ্মাৰ ব্যক্তিত্বৰ লগতে সুস্পষ্ট কথন শৈলীয়ে পডকাষ্টটো আকৰ্ষণীয় কৰি তুলিছে।
    বৰ্তমানলৈকে হোৱা ভাল পডকাষ্টসমূহৰ ভিতৰত এইটো অন্যতম।

  • @bhaijandas-ss7fg
    @bhaijandas-ss7fg 4 месяца назад +8

    লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাৰ পৰা 🙏✊
    সদৌ অসম ছাত্ৰ সন্থা✊
    ছাত্ৰ সন্থা কৰিবলৈ সাহস দিয়া এগৰাকী সবল সংগ্ৰামী নেতা উৎপল শৰ্মা দাদা🙏❤।

  • @ritumanibarman4381
    @ritumanibarman4381 2 месяца назад +2

    গুৱাহাটী মহাবিদ্যালয়ত উৎপল শৰ্মা ডাঙৰীয়াইৰ মই প্ৰথম ভাষণ শুনিছোঁ, তেওঁ কোৱা কথা বোৰ বহুত ভাল লাগে

  • @SimantaSwarajGogoi
    @SimantaSwarajGogoi 4 месяца назад +4

    মই লহ্মীমপুৰ পৰা উৎপল শৰ্মা ৰ কথা বার্তা বোৰে সচাঁ ই অনুপ্রাণিত কৰে। তেখেতক পুনৰ বাৰ podcast ৰ মজিয়াত চাব বিচাৰিছো। AASU ✊ long live

  • @Lover-o5d
    @Lover-o5d 4 месяца назад +9

    সুৰীয়া সুৱদী অসমীয়া ভাষাৰ মাধুৰ্য্যতাৰে পৰিপূৰ্ণ কথোপকথন আৰু এগৰাকী নেতাৰ পৰিপক্ক চিন্তাৰ পূৰ্ণ প্ৰতিফলন।

  • @shahrukhsultan8727
    @shahrukhsultan8727 3 месяца назад +2

    He has economic vision for Assam, understands business. Thats a great quality.

  • @karabideka1305
    @karabideka1305 4 месяца назад +26

    ইমান Smartly হেন্দেল কৰিছে কথাবোৰ,ভাল লাগিল।
    (কেৱল ছাত্ৰ সন্থাৰ কৰ্মী বাবে কথাখিনি কোৱা নাই। )

    • @rajubarman4078
      @rajubarman4078 4 месяца назад +3

      Smarty handle? তেওৰ কথাখিনি শুনি কিবা লাভ হ'ল জানো?

    • @manashthakuria
      @manashthakuria 4 месяца назад +1

      ​@@rajubarman4078🤣🤣🤣

    • @CmantaDka
      @CmantaDka 4 месяца назад

      😅​@@rajubarman4078

  • @hridoybaruah8145
    @hridoybaruah8145 4 месяца назад +10

    অসমৰ নতুন সূৰ্য্য উৎপল শৰ্মা ✊

  • @bishnudas2254
    @bishnudas2254 Месяц назад

    সোণ যিমান পুৰিব সিমান উজ্জ্বল হব ❤
    অসমখন আগুৱাই নিয়াত আৰু অসমৰ সমস্যাবোৰ সমাধান কৰাত আপোনালোকৰ ওপৰত গধুৰ দায়িত্ব আছে।
    সেই সমস্যাবোৰ সমাধানত চৰকাৰৰ লগত যুঁজ দিয়ক আৰু অনাগত দিনবোৰত নিবনুৱা সমস্যা সমাধান হওঁক আৰু আপোনালোকৰ ওপৰত ৰাইজৰ থকা বিশ্বাসবোৰ পুনৰ ঘূৰাই আনক তাকেই কামনা কৰিলোঁ।
    আপোনাৰ কথন শৈলী শলাগ লৈছোঁ 🙏

  • @DigboiBorbil
    @DigboiBorbil 4 месяца назад +1

    উৎপল দা আপোনাৰ কথা বোৰে মনবোৰ চুই গল।।।। কথা বতৰা ফালৰ পৰা আপুনি এজন যোগ্য ব্যক্তি।। আগুৱাই যাওঁক।
    From CHARAIDEO

  • @monikadas3103
    @monikadas3103 4 месяца назад +3

    তিনি ও জনৰ interview দেখিলো, অসমীয়া ভাষা সাৱলীল ভাৱে কোৱা সুন্দৰকৈ কৰা উপস্থাপন ভাল লাগে শুনি ভাল লাগে

  • @bhaktadeepchaliha700
    @bhaktadeepchaliha700 4 месяца назад +12

    Bhal uttar dise, Utpal Sarma. Aboyob, you should stand for the nation and its people, not for fleeting opinions or partial support of a particular political narrative.

  • @dibakarmali5637
    @dibakarmali5637 4 месяца назад +1

    উৎপল শৰ্মাৰ কথাখিনি শুনি আপ্লুত হলো। ছাত্ৰ সন্থাৰ কৰ্মৰাজি অসমীয়া ৰাইজে নতুন দৃষ্টিৰে আঁকোৱালি লব বুলি আৰু সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলোঁ।

  • @shyamkanumahanta702
    @shyamkanumahanta702 4 месяца назад +6

    I am not directly an AASU supporter but utpal sharma da❤❤❤

  • @nilutpalgogoi4353
    @nilutpalgogoi4353 2 месяца назад

    মানুহজন মোৰ বহুত প্ৰিয়। তেখেতৰ কথাবিলাক শুনি কেতিয়াও আমনি নালাগে। বৰ সুন্দৰভাৱে সকলো কথা বুজায় কয়।❤❤❤❤

  • @abikdey2574
    @abikdey2574 4 месяца назад +1

    এজন নেতা হিছাপে তেওঁৰ আদৰ্শ সদায় সুকীয়া আৰু শ্ৰেষ্ঠ 🙏❤

  • @Mrin_Moy411
    @Mrin_Moy411 4 месяца назад +4

    দাদা আমাৰ আবেগ আমাৰ উৎসাহ
    উৎপল দা জিন্দাবাদ
    সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ ✊✊✊

  • @manjubarman8824
    @manjubarman8824 4 месяца назад +3

    মই মৰিগাঁও পৰা কৈছো উৎপল ভাইটীৰকথাবোৰ বহুত বেছি ভাল লাগিল। ভাষা শৈলীৰ গঠন বহুত বেছি ভাল। ভাইটী ৯ নম্বৰ ward ৰ ৰাস্তা বোৰ একদম অবস্হা নাই মানুহ ওলাব নোৱাৰি। দযাকৰি অপমান চোৱা হলে

  • @manashhazarika4744
    @manashhazarika4744 4 месяца назад +1

    পৰিপক্ক ,জ্ঞানী আৰু অনাগত দিনত অসমৰ ৰাজনৈতিক প্রেক্ষাপটৰ এজন উজ্জ্বল জ্যোতিষ্ক
    Podcast তোৰ মাথ্যমৰে এইয়ে উমান পোৱা গ'ল ।

  • @kalpanakataky9092
    @kalpanakataky9092 4 месяца назад +1

    শুনিলে শুনি থাকিবৰ মন যোৱা আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী উৎপল শৰ্মাৰ লগত podcast টো ভাল লাগিল। from nagaon

  • @PobitroBharali-ut5gt
    @PobitroBharali-ut5gt 4 месяца назад +4

    জয় আই অসম ✊✊ সদৌ অসম ছাত্ৰ সন্থাৰ জিন্দাবাদ ✊✊ মই মাজুলী পৰা চাই আছোঁ 🙏🙏

  • @rinjugogoi5969
    @rinjugogoi5969 3 месяца назад

    খুব ভাল লাগিল অনুষ্ঠানটো।ভাতৃসম উৎপল সুন্দৰ কঠন শৈলী আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী। ছাত্ৰ নেতা হিচাপে অসমৰ বাবে ভাল ভাল কাম কৰি যোৱা। অনাগত দিনৰ বাবে দুয়োলৈ শুভেচ্ছা জনাইছো।

  • @pranabhaloi458
    @pranabhaloi458 4 месяца назад +2

    বহুত ভাল লাগিল সাক্ষাৎকাৰটি চাই । তোমালোকৰ গোটেই দলৰ সদস্য সকলক বহুত মৰম।❤

  • @chimpi..
    @chimpi.. 3 месяца назад

    তেখেতৰ আদৰণীয় ব্যক্তিত্বৰ লগতে সাৱলীল কথনশৈলীৰ অনুৰাগী। ❤তেওঁ সঁচাকৈয়ে এক অতুলনীয়, প্ৰভাৱান্বিত ব্যক্তিত্বৰ অধিকাৰী।

  • @lovelyassam9974
    @lovelyassam9974 4 месяца назад

    জীৱনত যদি, মই কাৰোবাক অনুসৰণ কৰো তেন্তে সেয়া হ’ল উৎপল শৰ্মা! দাদা ৰ কথাবোৰ শুনি বহুত ভাল লাগিছে তেখেতৰ কথা কোৱা শৈলী মন চুই যাই ❤️😌 We Love u Utpal daa 🙏🏻 জয় আই অসম ✊🏻

  • @jayantachakravarty6129
    @jayantachakravarty6129 3 месяца назад

    উৎপল ভাইটিৰ কথাবোৰ বহুত ভাল লাগিল। বহুত বহুত শুভেচ্ছা থাকিল। জয় আই অসম।

  • @souravkalita8530
    @souravkalita8530 3 месяца назад +1

    এজন অসমীয়া হিচাপে AASU ওপৰত আমাৰ কোনো সন্দেহ নাই । কিন্তু এতিয়াও আপোনালোকৰ পিছফালে বহুতো AASU নেতাই pwd ৰাস্তাৰ কাম কৰা ঠিকাদাৰেই চান্দা নিদিয়া কাৰণে ঠিকাদাৰক খেদি পঠিওৱা কাৰ্য চলি আছে । বিচাৰোঁ আপুনি এই ground level reality বোৰত চকু দিব । জয় আই অসম 🌺

  • @manashdeka7545
    @manashdeka7545 4 месяца назад +3

    আমাৰ সকলোৰে কথাবোৰ,মনৰ ভাৱবোৰ,চিন্তাধাৰাবোৰ এওঁৰদৰে হলে আমি ছাগে আজি বেলেগ এটা স্তৰত থাকিলো হয় !

  • @rumichutia6772
    @rumichutia6772 Месяц назад

    জ্ঞান আৰু শব্দৰ ভৰাল🌿 আপোনাৰ দৰে মানুহৰ বাবে অসমীয়া জাতিটো আৰু ভাষাটো চহকী 😇

  • @bhumismitapatgiri9469
    @bhumismitapatgiri9469 4 месяца назад +2

    তেখেতৰ কথাবোৰ সদায় প্ৰিয়।। জয় আই অসম ❤

  • @Prince_deka123
    @Prince_deka123 4 месяца назад +10

    Utpal daa k xosake bht vl lge ... last month t Tihu t ahisil bht vl lgisil log pai

  • @manabdas4735
    @manabdas4735 4 месяца назад +9

    উৎপল ককাইদেউ ❤
    জয় আই অসম ✊
    তামুলপুৰ পৰা....❤

  • @JintuPatgiri-b8l
    @JintuPatgiri-b8l 3 месяца назад

    উৎপল দা তুমি সচাই বিশেষ ❤
    জয় আই অসম ✊

  • @pranabjyotisaikia7155
    @pranabjyotisaikia7155 4 месяца назад +1

    সুন্দৰ, কথাবোৰে মনটো চুই গল ।। বিশ্বনাথ চাৰিআলিৰ পৰা

  • @birantabarman2086
    @birantabarman2086 4 месяца назад +2

    Khub val lagil sai ....Apuni AASU k agor stan ghurai dibo buli aakaha thakil

  • @intikaburrahman3597
    @intikaburrahman3597 3 месяца назад

    বহুদিনৰ পাছত এটা বৰ সুন্দৰ interview চালো। উৎপল শৰ্মাৰ ডাঙৰীয়ালৈ বহুত বহুত শুভেচ্ছা জনালো

  • @JerifaWahida-o3w
    @JerifaWahida-o3w 3 месяца назад

    বৰ ভাল লাগে দাদা আপোনাৰ কথা বিলাক শুনি। শুনিলে শুনিব মন গৈ থাকে। মানুহজন সৎ ভাবেৰে চলি থকা এজন সত্য মানুহ। ভালে থাকক আপুনি।

  • @LiliDutta-mj4xy
    @LiliDutta-mj4xy 29 дней назад

    Interview টো ভাল লাগিল। সুন্দৰ উপস্থাপন, বিশ্লেষণ ---। শিকিলো, জানিলো। ভৱিষ্যতলৈ শুভ কামনা থাকিল।

  • @khanindrathakuria289
    @khanindrathakuria289 4 месяца назад

    উৎপল দাদাৰ কথাবোৰ শুনি ইমানে ভাল লাগিলে, অনুষ্ঠানতো চাই থাকিলো।

  • @ranjantamuly2942
    @ranjantamuly2942 4 месяца назад +5

    সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ✊
    জয় আই অসম✊
    Next episode Punam gogoi mam r lgt lage
    ACS rank10. 2019 ❤

  • @deepjyotidas2397
    @deepjyotidas2397 4 месяца назад

    জয় জয়তে, জয় আই অসম ✊, অসমীয়া আৰু অসমি আইক জীয়াই ৰাখিবলৈ আমাৰ মানুহে যিয়েই নকৰোঁ কিও, জাতীয়তাবাদ সদায় আগত হব লাগে, মই এজন defence personal হয় কিন্তু মই ২৪*৭ জাতীয়তাবাদী ব্যক্তি, নিজৰ জাতিক লৈ বহুত সচেতন আৰু সচেতন হৈ জীয়াই থাকিম, জয় আই অসম ✊✊✊♥️♥️♥️

  • @georgeronghang5038
    @georgeronghang5038 4 месяца назад +2

    বৰ ভাল পালোঁ। তেখেত এগৰাকী সুদক্ষ প্ৰতিনিধিৰ লগতে ভাল বক্তা।❤

  • @dipakkurmi6545
    @dipakkurmi6545 4 месяца назад +6

    মৰিগাঁওৰ পৰা... দাদাক নিমন্ত্ৰণ কৰাৰ বাবে অশেষ ধন্যবাদ

    • @sinmoysaikia8957
      @sinmoysaikia8957 4 месяца назад

      Dadaa morigaon loi sivasagar pra knke jbo pri

    • @nabajyotibora124
      @nabajyotibora124 4 месяца назад

      Bus, train t​@@sinmoysaikia8957

    • @rakeshdasmorigaon
      @rakeshdasmorigaon 4 месяца назад

      গুৱাহাটী আহোঁতে এ গুৱাহাটী পোৱা আগতে জাগীৰোড বা আহঁতগুৰিত নামিব পাৰে​@@sinmoysaikia8957

    • @pranjeethazarika6821
      @pranjeethazarika6821 4 месяца назад

      ​@@sinmoysaikia8957 direct bus thake purple wings travels

  • @paragsway
    @paragsway 4 месяца назад +2

    মোৰ‌ প্ৰিয় অনুষ্ঠান । উৎপল শৰ্মাৰ কথনশৈলী খুবেই আকৰ্ষণীয় । তেজপুৰ জামুগুৰিহাটৰ পৰা অনুষ্ঠান চাই আছোঁ ।

  • @parthaneog5549
    @parthaneog5549 4 месяца назад +1

    কথাখিনি শুনিলে শুনি থাকিব মন যায় @উৎপল শৰ্মা দা

  • @AnjanOzah
    @AnjanOzah 4 месяца назад +2

    বৰ ভাল লাগিল। উৎপল শৰ্মালৈ শুভেচ্ছা জনাইছোঁ।

  • @dulumanirabha5496
    @dulumanirabha5496 4 месяца назад +2

    কথন শৈলী ইমান নিভাজ, নিখুঁত সঁচাই ভাল লাগিল❤

  • @hridayanandasaikia6383
    @hridayanandasaikia6383 2 месяца назад +1

    Utpal Sarmah very talented boy.

  • @gitanjalibaishya9831
    @gitanjalibaishya9831 4 месяца назад

    মানুহজনক খুব ভাল লাগিল। শুনি থাকিব পাৰি । তেওঁৰ ভাষা, উচ্চাৰণ খুব ধুনীয়া।

  • @bijoybarman4358
    @bijoybarman4358 4 месяца назад +4

    সদাই ভালে থাকক উৎপল দা এইদৰে আগুৱাই যাওঁক

  • @Geetawaligogoi
    @Geetawaligogoi 4 месяца назад +2

    লৰা হ'লে উৎপল শৰ্মা দা ৰ দৰে হব লাগে❤.... মোৰ জীৱনৰ সংগীজনো এনেকুৱাই হব লাগিব 🌝

  • @bonzo.lifestyel2077
    @bonzo.lifestyel2077 4 месяца назад +3

    আকৌ যদি যাব লাগে শৰাইঘাটলৈ
    লুইত পাৰৰ ডেকা বন্ধু নাথাকিবা ৰৈ !
    জয় আই অসম ❤🫡

  • @kandarpakumar8347
    @kandarpakumar8347 4 месяца назад

    মানুহ জনৰ কথা বতৰা বোৰ শুনি বহুত বেছি ভাল পালোঁ। ধন্যবাদ অবয়ব

  • @NUnicadventures
    @NUnicadventures 4 месяца назад +3

    Greatest podcast I have seen really eman philosophy

  • @Vivekshorts8
    @Vivekshorts8 4 месяца назад +2

    সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা দাদা জিন্দাবাদ ❤

  • @JulanDas-pp2fz
    @JulanDas-pp2fz 2 месяца назад

    জয় আই অসম ❤✊
    উৎপল দাদা অমাৰ ছাত্ৰ জিৱনৰ নেতা

  • @kabitaboro2178
    @kabitaboro2178 2 месяца назад

    বৰ ভাল পালো এই podcast. আৰু উন্নতি হওঁক উৎপলৰ। শ্ৰুতিমধুৰ - - - -!!!!"

  • @Sachinhazarika-h4j
    @Sachinhazarika-h4j 4 месяца назад +2

    জয় আই অসম ।।
    বিশ্বনাথ চাৰিআলি জিলা ছাত্ৰ সন্থা।।

  • @bikramsarma7476
    @bikramsarma7476 4 месяца назад

    God bless you Utpal.Hodai jen Jatiyatabadi hoi thaka .

  • @kashyapburagohain6235
    @kashyapburagohain6235 4 месяца назад

    যাদু। ১ ঘণ্টা ২০ মিনিট সময় কেৱল ভাষা, যুক্তি আৰু উপস্থাপন শৈলীৰ ইন্দ্ৰজাল।

  • @subratdas6642
    @subratdas6642 3 месяца назад

    সচাকৈ ইমান ধুনীয়া অসমীয়া কথাকব পৰা ব্যক্তি জন

  • @anujkumarsaha0454
    @anujkumarsaha0454 4 месяца назад

    বহুতো নজনা কথা জানিব পাৰিলো, ধন্যবাদ উৎপল দাদা ❤ দল সংগঠনত আপোনাৰ নিচিনা জ্ঞানৰ প্ৰতি আকৰ্ষণ থকা ব্যক্তি অতিকৈ প্ৰয়োজন।

  • @Boraanshu
    @Boraanshu 4 месяца назад +3

    Utpal sharma kothat dom ase .. terrific 👍

  • @theindianswingtrader7480
    @theindianswingtrader7480 4 месяца назад +1

    ইহঁতৰ কথাবোৰ খুব ধুনীয়া হয় .....কথাতেই টো ভৱিষ্যত নিৰ্ভৰ কৰিব ।
    আছু কৰি বিলাসী গাড়ী কত পাই ইহঁতে ,অসমৰ ইমূৰৰ পৰা সিমূৰ ঘূৰাৰ তেল কত পায় ? সংগো পাংগুবোৰক খুৱাই কেনেকে নিজে খাই কি?
    আছুৰ বিষয়ববীয়াই উত্তৰ দিব পাৰিব নে? কেইটা অসমীয়া ল'ৰাক আজিলৈকে APSC,UPSC বা আন আন সৰ্বভাৰতীয় পৰীক্ষাৰ কাৰণে প্ৰস্তুত কৰিছে ?
    কেইটা অসমীয়া ছাত্ৰক সংগঠিত কৰি নিয়োজনৰ পথ প্ৰশস্ত কৰিছে?
    অসমত আই টি , টুৰিজিম, স্পৰ্টছ আদিৰ আন্তঃগাঁথনি কিয় পয়ালগা? এইসমূহ কথাৰ বাবে কোনদিনা চৰকাৰৰ লগত বহিছে আলোচনাৰ মাধ্যমে ?
    চালে বেৰে ধুনীয়া ধুনীয়া স্ক্ৰিপ বনাই শ্ৰুতলিপি মতাৰ বাহিৰে কৰে কি এই বগা চাৰ্ট -কলা পেন্ট , চামৰাৰ জোতা পিন্ধা পৰজীৱী প্ৰাণীটোৱে ?
    বিগত ৪০ বছৰে এনেকুৱা বহুত আহিল বহুত গ'ল ...অসমখনক পিছ পৰি থকাত আটাইতকৈ যদি কাৰোবাৰ অৰিহণা আছে ইহঁতেই ।
    ইহঁতৰ ধান্দাই এটা মিনিমাম 10 বছৰ অসমৰ জনতাক ইমান আৱেগ ঢালিম ইমান আবেগ ঢালিম ধুনীয়া ধুনীয়া কথা কৈ লাগিলে কষ্টই হওঁক ,তাৰ পাছত টো আৰাম এ আৰাম MLA হৈ 🤘

    • @sumu9-u9v
      @sumu9-u9v 3 месяца назад +2

      তোৰ বিজেপি দালাল কেইটাক এইকেইটা প্ৰশ্ন কৰিব পাৰিবি নে?

  • @sanjibhazarika5851
    @sanjibhazarika5851 3 месяца назад

    এজন নৱ প্ৰজন্ম হিচাপে মোক ,, উৎপল দাদা ৰ কথাখিনি এ প্ৰভাৱিত কৰিছে। 📌 ভাষাৰ প্রতি দিয়া উত্তৰ টো ,, কৰবাত নহৈ কৰবাত অসম বাসী এ বুজি উঠিব বুলি আশা ৰাখিলোঁ।

  • @Dhritiraj170
    @Dhritiraj170 4 месяца назад +1

    প্ৰেম দৰ্শনৰ বিষয় প্ৰদৰ্শনৰ নহয়।❤

  • @dibakarphukan8536
    @dibakarphukan8536 4 месяца назад

    Utpal da বৰ সুন্দৰ বিশ্লেষণ✊ 🔥

  • @RimjhimBasumatary
    @RimjhimBasumatary 3 месяца назад

    এটা শব্দত কলে কথনশৈলীত আপ্লুত হলোঁ❤❤

  • @anamikadeka8077
    @anamikadeka8077 4 месяца назад

    দাদা ৰ কথা খিনি শুনি থাকিব মন গৈছে ।।।বৰ ভাল লাগিল

  • @MrinmoySarmw-lg6eh
    @MrinmoySarmw-lg6eh 4 месяца назад +1

    খুব ভাল লাগিল কথাবোৰ শুনি❤️

  • @bishalthakuria12345
    @bishalthakuria12345 4 месяца назад +1

    Utpal sarma ❤ joi aai axom AASU LONG LIVE ❤🙏🤝

  • @ankurbarman9983
    @ankurbarman9983 4 месяца назад

    দাদৰ প্ৰেম ৰ কথা বোৰ শুনি মাজে মাজে কৌচিক নন্দন দা এ কৈ থকা যেন অনুভৱ হয়

  • @madhabboruah6906
    @madhabboruah6906 4 месяца назад +1

    বৰ ভাল লাগিল। কথাখিনি বৰ সুন্দৰকৈ ক'লে।

  • @rubulgogoi9558
    @rubulgogoi9558 3 месяца назад

    আছুক ভাল পাওঁ বেয়া সেইটো এটা বেলেগ কথা কিন্তু interview টো চাই সচাকৈয়ে ভাল লাগিল ৷

  • @mintuchetia4668
    @mintuchetia4668 4 месяца назад +1

    ❤ from goa I am AASU supporter, joi Ai Axom✊️

  • @rangakishoremahanta8489
    @rangakishoremahanta8489 3 месяца назад

    সদৌ অসম ছাত্ৰ সন্থাৰ লগত জৰিত হৈ গৌৰৱ অনুভৱ কৰোঁ।উৎপল দা জিন্দাবাদ 💪

  • @tirthadeka9677
    @tirthadeka9677 2 месяца назад

    Utpal has a bright future...

  • @Onlysanchi
    @Onlysanchi 4 месяца назад +1

    আচৰিত ধৰণে ভাল লাগিল...ইমান শুৱলা তেওঁৰ কথা...

  • @ankitadeka5888
    @ankitadeka5888 4 месяца назад +1

    Utpal da r voice emn vl lge
    জয় আই অসম ✊✊✊

  • @raineemedhi7211
    @raineemedhi7211 4 месяца назад

    Utpal mur classmate (tar monot nai sage baru), Morigaon MV t class 7 loike ekeloge porha., schooliya dinot dher kothoki asil e...mur logot tel paani type😂 anyways now he is a great guy.🎉 we are proud dude!

  • @miki9666
    @miki9666 4 месяца назад

    One of the best podcasts so far ❤ Utpal Sarma is so handsome and well spoken