দাইৰ দৰে মানুহ থাকিলে সমাজ এখন সমাজ হৈ থাকে! কলা সংস্কৃতিবোৰ ধৰি ৰাখিবলে প্ৰতিখন সমাজত একোজন "দাই"ৰ প্ৰয়োজন। ইমান সুন্দৰ এখন চুটি ছবি উপহাৰ দিয়া বাবে আমি চিৰকৃতজ্ঞ!
ছবিখনৰ এটা এটা শব্দই হৃদয় চুই যোৱা । নিভাঁজ গাঁৱলীয়া মূহুৰ্ত বোৰেৰে, ভূপেনদাৰ গীতৰ সঠিক উপস্থাপনেৰে সঁচাকৈ এখন মননশীল চুটি ছবি । 'দাই'ৰ চৰিত্ৰটিৰ অভিনয় অতি সাৱলীল হৈছে।
Thank you so much for all artist and workers. Aneydhoronor jibonto kahini ru natyo ovinoi ai axomiya jati r ak omulyo khompod . Xusposto xobodor utsaron , gamvijyopurno ovinoi . Khosakoi bor val hoisey . Apunak khokol aro aguai jauok . JAI AI AXOM ✊🏻
Thank you so much from our দাই (Uncle) Team to you all for appreciation and immense love towards our film. please do share the link and help us to reach a wider audience ❤🙏
Huge congratulations to Whole team, much deserved love and attention💚 (Devi)Daai has always been Daai for us.. You both(Father-Son) should be very proud for this achievement 🙌
The simplified visual language makes #Daai (Uncle) a powerful international cinema. The content and It's presentation makes you spellbound . One can relate to it easily . Doesn't matter you understand the language or not. Don't miss this film guys.
সচাকৈয়ে বহুত ভাল লাগিল । দাই এই আহোম শব্দটোৰ সলনি খুড়া বুলি মাতিলে অচিনাকী মানুহক মতাজেন বোধ হয় ।
দাইৰ দৰে মানুহ থাকিলে সমাজ এখন সমাজ হৈ থাকে! কলা সংস্কৃতিবোৰ ধৰি ৰাখিবলে প্ৰতিখন সমাজত একোজন "দাই"ৰ প্ৰয়োজন। ইমান সুন্দৰ এখন চুটি ছবি উপহাৰ দিয়া বাবে আমি চিৰকৃতজ্ঞ!
Awestruck
Hi Harpal Thank you. please share the link . It will help us to reach a wider audience 🙏❤.
Dada apuni mur sbtko vl lga youtubeer .🙂
♥️
Love you bro
You are cringe king , learn something from this film dude
Very beautiful story. . . গাওঁৰ নিকা পৰিৱেশলৈ মনটো উৰা মাৰি গল চুটি ছবি খন চাই চাই।
অসমীয়া গাঁৱলীয়া জনসমাজৰ সহজ-সৰল মনটো সুন্দৰ ৰূপত পৰিস্ফূত হৈছে। আজিৰ এই যান্ত্ৰিকতাৰ পৃথিৱীখনত "দাই"ৰ দৰে মানুহৰ মহানুভৱতাই মানৱীয়তাক সময়ৰ চাকনৈয়াত বিলীন হৈ যাবলৈ দিয়া নাই। চলচ্চিত্ৰখনৰ মাজেৰে পুৰনি সেই অমৰ কবিতাবোৰ পুনৰ জীপাল হৈ উঠিছে।
অতি সুন্দৰ....গাওঁলীয়া পৰিৱেশৰ নিভাঁজ প্ৰতিচ্ছবি দেখি ভাল লাগিল
ছবিখনৰ এটা এটা শব্দই হৃদয় চুই যোৱা । নিভাঁজ গাঁৱলীয়া মূহুৰ্ত বোৰেৰে, ভূপেনদাৰ গীতৰ সঠিক উপস্থাপনেৰে সঁচাকৈ এখন মননশীল চুটি ছবি । 'দাই'ৰ চৰিত্ৰটিৰ অভিনয় অতি সাৱলীল হৈছে।
Sobi khon sai khubei vl lgil....Akha karo Aponaloke aru anekowa soti sobi amar majoloi agbohrai Jen❤️
দায় ৰ অভিনয় অতুলনীয়। বহুত ভাল লাগিল। তেওঁৰ সহনশীলতা, সৰলতা আৰু ভতিজিৰ প্ৰতি মৰম সচঁাই ভাল লাগিল
বৰ সুন্দৰ উপস্থাপন। বীণা বাইদেউৰ সৈতে তেজপুৰ বাণ থিয়েটাৰত একেলগে নাটক কৰাৰ সৌভাগ্য পোৱা বাবে নিজকে ধন্য মানিছোঁ।
Best...Assamese Short Film...I have Ever Watched....গাওঁৰ সেইখিনি মানুহৰ প্ৰকৃত ছবিখন দেখাই দিছে যি কেইজনে গাওঁ সভা মেল-মিটিং ভাওনা নামঘৰ এইবোৰতে নিজৰ জীৱনতো উৎসৰ্গা কৰি দিছে কিন্তু তেওঁলোকৰ প্ৰয়োজনত কোনেও আহি তেওঁৰ ওচৰত থিয় হোৱা নাই । এইটো একেবাৰে Real ঘটনা আমাৰ গাওঁতে তেনে মানুহ বহুত আছে ।।
Daai....really...bohut Vall lagil ....Daair logote...Nobow Joni...votija jonir ovinoyo hundor...logote aaponalokor team or hokololoike huveswa jonalo....aaru jate enekuwa sobi sabole paw..Dhoinyobad🙏🙏🙏
Bhtt vl lagil sai# enekua ejon daik amar oxomor protitu suburit proyujon# kintu dukhor kotha aguntuk dinot ebe ejon dair abirbaad hbo ne nai hondeh jonok kotha karon amar new generation tuk atia mobile bula bostutue gugrahe gili pelaise beyakei..
সুন্দৰ । বহু দিনৰ মুৰত এখনি ভাল চুটি ছবি চালো ।
অতি সুন্দৰ ভাৱে ফুটাই তুলিলে এখন গাঁৱৰ ছবি।দাই বৰ আপোন শব্দ।ভাল লাগিল চাই👌👌👍👍
Imman j Vaal lagil. Sobi khonor somuh poriyaloloi dhonyobad. Bohudinor murot nivaj axomiya ekhon sobi salu. Nikhut avinay, nikhut sanglap, nikhut bishoy....sokolu dishor porai ekhon sarbango sundor sobi.
Mr. Devi Borkotoky. A gem . Priceless. How realistic of a pastoral life is depicted. দেউতা লৈ মনত পৰি গল।
মনোজ বৰকটকীৰ দাই এখন উৎকৃষ্ট মানৰ চুটি ছবি । দাই মানে আমাৰ দেৱী দা এজন প্ৰথম শ্ৰেণীৰ অভিনেতা । বাকী সকলোৰে অভিনয় অতি সুন্দৰ । আমি আৰু আশা কৰোঁ । দেৱী দালৈ নমস্কাৰ ; মনোজলৈ ধন্যবাদ আৰু বহুত মৰম ।
সমাজ সমাজ হৈ থাকে এই দাইৰ দৰে বাস্তৱ চৰিত্ৰবোৰৰ বাবে । বিষয়বস্তু চিত্ৰনাট্য আকৰ্ষণীয় আৰু মন চুই যোৱা । দাইৰ দৰে মানুহবোৰ , সঁচা মনৰ শিল্পীবোৰ ভালে থাকক ।
পৰিচালক, অভিনেতা- অভিনেত্রীকে আদি কৰি সমূহ কলা কুশলীক ধন্যবাদ জ্ঞাপন কৰিলো এনে এখন মধুৰ চুটি ছবি উপহাৰ দিয়াৰ বাবে । আগলৈও আশা কৰিলো ।
ছবিখন সকলো দিশৰ পৰা পৰিপূৰ্ণ। দাইৰ দৰে বহু নামনজনা শিল্পী আমাৰ গাঁওবোৰতে আছে। এওঁলোকৰ প্ৰয়োজনীয়তা সমাজত সদায় থাকিব। ধন্যবাদ ইমান এখন ধুনীয়া ছবি উপহাৰ দিয়া বাবে। বিশেষকৈ গাৱত ডাঙৰ দীঘল হোৱা সকলে বেছিকৈ হৃদয়ংগম কৰিব পাৰিব।
আমাৰ প্ৰায় প্ৰতিখন গাৱতে এনে এজন দাই আছে । নিজৰ পৰিৱৰ্তে আনৰ কথা আগতে ভাবে, সমাজৰ বাবে সকলোখিনি কৰে, কেৰোপ নকৰে । অথচ দাইও এজন মানুহ । তেজত সম্বন্ধ নাথাকিলেও দাই বুলি মাতিলেই আপোন হৈ পৰে । এই যে নামঘৰত, বিয়া, সকামত লাগি দিয়ে তেনেকৈয়ে সুখ লভে । সমাজৰ স্হিৰতা প্ৰকৃততে তেওঁলোকৰ হাততহে থাকে ।
বৰ ভাল লাগিল চাই । এটা প্ৰাসংগিক বিষয়ৰ ইমান সুন্দৰ উপস্হাপন । আৰু পেক্ষাপটৰ কথা কিনো কম । ইমান সুন্দৰ । দাই❤
ক্ষন্তেক সময়তে ইমান আবেগিক কৰি দিলে ! সমাজ ৰক্ষক আৰু সমাজ শুধৰক এনে " দাই " মোৰ প্ৰিয় চৰিত্র 👍👍👍👍👍👌
অন্তৰ চুই যোৱা এখন ছবি, বিশেষকৈ সাংস্কৃতিৰ লগত জড়িত সকলৰ লগত হৈ থাকে, ভুক্তভোগী!! কিন্তু সংস্কৃতিৰ লগত জড়িত হৈ যেন অনন্য সুখ পোৱা যায়, জড়িত জনেহে উপলব্ধি কৰিব পাৰে।
প্ৰতিটো শব্দ ... প্ৰতিটো চৰিত্ৰ ইমান ধুনীয়াকৈ পৰিচয় কৰা হৈছে যে গোটেই চিত্ৰ খন এই মন চুই গল্। সঁচাকৈ এ অসমীয়া সংস্কৃতি বহুত ধুনীয়া ।
জয় আই অসম । ❤️
Woww eman dhuniya gaonr pratisshabi khan enekua e asile agote etiya je emman hinkha,akhanti sabote
অপূৰ্ব ।
অসমীয়াৰ চহা জীৱন যাপনৰ সম্পূৰ্ণ এক অতি সুন্দৰ বিশ্লেষণ দাঙি ধৰিছে।
সঁচাই কি নাই, সকলোৱে চোন সামৰি পেলাইছে এই ১৯ মিনিটৰ ভিডিঅ'টিতে💜
বহুত ভাল লাগিল। সমাজৰ বাবে নিজকে উচৰ্গা কৰা লোকসকল তেনেকৈয়ে সুখী। কিন্তু কোনোৱাখিনিত যেন বৰ অকলশৰীয়া
নিজৰ গাওঁখনৰ ছবি চকুৰ সন্মুখত ভাঁহি উঠিছে। প্ৰত্যেক খন গাওঁতে এনে এজন মানুহক দেখা পোৱা যায়। সচাঁকৈ বৰ সুন্দৰকৈ সজাই তুলিছে "দাই" চৰিত্ৰ টোক। প্ৰতিটো চৰিত্ৰই চুই গ'ল। ❤
I am speechless. Bor aabegik kori pelale sobi khone. Specially jetia Bhupen Hazarika'r gaan'r prokrito ortho buji paalu.
"Aamar dore luk henu kaame kaaje nelaage. Laage maathu xomajote rong xaanibole"
"তই সমাজৰ কাৰণে কিমান কৰিলি...সমাজে তোৰ কাৰণে কি কৰিলে".....এটা এটা মুহূৰ্ত মোৰ চিনাকি.....মই চিনিব পাৰিছোঁ এই ছবিখন....সুন্দৰ প্ৰচেষ্টা💙🌸🎭
Toy samajor karone ......... Ki korile... Ai kothare sage amar sinaki DAi kaijonok aji vagoruwa kori tulise. Protijone bor apon..
একদম ঝাক্কাছ হৈছে, সুন্দৰ এখন ছুটি ছবি 😍😍
' দাইটিৰ' দৰে হাজাৰ চৰিত্ৰ গাওঁবোৰত লুকাই আছে সুন্দৰ উপস্থাপন লগতে সমাজৰ পৰম্পৰাগত অদৰকাৰী ৰীতি নীতিবোৰ নাইকিয়া হওঁক সোনকালে। শিল্পীবোৰ শিল্পী হিচাপে সমাজত স্থান পাওঁক ,নিকা হওঁক সমাজ গঢ়ি উঠক নতুন ইতিহাস । ভাল লাগিল।
হয় , দাইৰ অৰিহণা এই সমাজত অতুলনীয় ।
'দাইটি', এক সুমধুৰ অসমীয়া শব্দ। অতি সুন্দৰ আৰু সাৱলীল অভিনয়, এখন উপভোগ্য আৰু নিভাঁজ অসমীয়া চুটি ছবি 🙏🏻
Bhut bhute xundor anedore akou punor dekha paam buli akha thkile
বহুত ভাল লাগিল চাই। দাই দৰে মানুহ সমাজত থকাতো অতি দৰকাৰ ।
Bahut bahut bhal bhal lagise.👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍
Daai is a fabulous person,,every person like him was a real man of our society.
Tothapiu j kaame kaaje nalage, laage mathu homajot rong hanibole... Hukhu diye, dukhu diye kotha khare... Kintu hotyo
Eman je bhal lagil🥰dukhu lagil
অতি সুন্দৰ ভাবে ফুটাই তুলিছে এখন গাৱৰ ছবি, লগতে সুন্দৰ অভিনয়, বৰ ভাল লাগিল, শুভেচ্ছা থাকিল।
the best short film in Assamese language ever, my all time fav.
গাঁৱলীয়া জীৱনটোৰ প্ৰতিফলিত ৰূপ দাই'ৰ দৰে অনেক নিভাঁজ গাঁৱলীয়া লোক🌼সকলোবোৰ দিশৰ পৰা উন্নত মানদণ্ডৰ এখন মননশীল চুটি ছবি❤️
Thank you so much for all artist and workers. Aneydhoronor jibonto kahini ru natyo ovinoi ai axomiya jati r ak omulyo khompod . Xusposto xobodor utsaron , gamvijyopurno ovinoi . Khosakoi bor val hoisey . Apunak khokol aro aguai jauok .
JAI AI AXOM ✊🏻
প্ৰত্যেক অসমীয়া সমাজৰ গাঁও এখনত "দাই"ৰ দৰে ব্যক্তি আছে। এজন প্ৰকৃত সংস্কৃতি ৰক্ষাৰ লগতে সমাজ ৰক্ষক❤
বৰ শান্তি পালে অন্তৰখনে চুটি ছবি খন চাই ।
আশা কৰিলো আগলৈ চাবলৈ পাম।
Keep it up guys❤
বহুত দিনৰ পিছত অসমীয়া ছবি এখন চাই ভাল লাগিল।
সঁচাকৈ ভাল লাগিল।কি অভিনয় কি সংলাপ প্ৰক্ষেপণ।লোকেচনটো ভাল লাগিল।নিজকে নাহৰকটীয়াত থকাৰ নিচিনা লাগিল।দদাই-ভতিজাৰ সম্পৰ্ক,বৌৱেক-দেওৰেকৰ সম্পৰ্ক ;দায়িত্ববোধ উস্ কোনটো ক'ম।"তই খালিনেনাই?" - সেইটো বাৰু কম সংলাপনে!শুনাত সাধাৰণ কিন্তু কিমানযে কথা লুকাই আছে সংলাপটোত।আকৌ -"মই গুচি গ'লে কোনে চাব তাক!" এগৰাকী বৌৱেক মাতৃসম সেইটোও ওলাই পৰিছে।শুই শুই কবিতা আবৃত্তি;কুলাখনেৰে জৰা কাম কৰি থকা ; কিমানযে ক'ব লগা আছে।হাস্যৰসো দিছে- গোবৰ পেলোৱাৰ সময়ত ভাওনাৰ বচন মাতি থাকোঁতে ল'ৰা দুটা ভয়তে দৌৰ মাৰিলে।অভিনয় চমৎকাৰ -স্বীকাৰ কৰিবই লাগিব।কলা-কুশলীৰ নিৰ্বাচন ভাল হৈছে।এটা কথা কওঁ দেই -ভতিজাকে পথাৰত কাম কৰি থকা দদায়েকৰ ওচৰলৈ যাওঁতে সেই পানী জাৰটোৰ ঠাইত কেটলি এটাৰ অভাৱ অনুভৱ কৰিলোঁ।অসুবিধা হোৱা নাই কিন্তু কেটলি বা ঘটি এটা বেছি খাপ খালেহেঁতেন।বাকী শুভেচ্ছা থাকিল।সকলোৰে উত্তৰোত্তৰ কামনা কৰিলোঁ।ব'হাগী শুভকামনাৰে...
সর্বাংগ সুন্দৰ । 'দাই' এটা আবেগ হৈ ৰল । তেওঁৰ অভিনয় একেবাৰে মনপুত । অকণমানো artistic নহয় ।
আগৰ সেই গাওঁ এতিয়া আৰু গাওঁ হৈ থকা নাই , যান্ত্ৰিকতাই গ্ৰাস কৰি পেলোৱা একোখন গাওঁ বৰ্তমান । সুন্দৰ পদক্ষেপ পৰিচালক মহাশয় ধন্যবাদ ছবিখনৰ বাবে ।
Khub bhal Lagile Sai 👍 Mozzaah
অতি সুন্দৰ, ভাল লাগিল ,এতিয়াও সদৰ্থক মানৱ দৰদী লোকেই সমাজ খন শৃংখলিত কৰি ৰাখিছে,কাহিনী,অভিনয়,সংগীত,সজ্জা সকলো কৰ্ম -কৰ্তালৈ আমাৰ শুভ কামনা জনালোঁ 💐💐💐
We are Assamese joi aai axom bhut dhuniya hoise filim khon
They are the people who don't think about themself,they live for society ❤️ their love for the work is unmatchable . Loveed the character " Daai".
সঁচাকৈয়ে হৃদয়স্পৰ্শী❤
এটা অতি সহজ সৰল কাহিনী
তথাপিও মনটো চুই গল
সুন্দৰ উপস্থাপন ।
😘😘😘😘😘Bohut bhal lagile sai Dai best short film
অসমীয়া গ্ৰাম্য সমাজৰ এখন সুন্দৰ প্ৰতিচ্ছবি "দাই" ৰ মাজেৰে দেখা গৈছে!! সকলোৰে অভিনয়ও নিভাজ.. Lots of love to "daai" ❤❤
Khub xundar hoise abhinay logote photography
"আলি টো কাটি দে চোন " the upper Assam accent ❣️❣️❣️
আমাৰ সমাজত এনে লোক বহুত আছে।এক অনন্য প্ৰতিভূ।দাই চৰিত্ৰটোত সুবহু ৰূপত সকলো ফুটি উঠিছে।
অতি সাধাৰণ ভাৱে উপস্থাপন কৰা এটি এটি দৃশ্য ই মন চুই গ'ল। প্ৰকৃতাৰ্থত এখন ভাল ছবি ।❤️❤️
Sobore acting kintu kobo lgib bht vl bhttee❤❤❤
সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ "মদাৰৰে ফুল হেনো" গীততিৰ অৰ্থৰ গভীৰতাৰ প্ৰকাশ 🥰
বহুত ভাল হৈছে ছবিখন, প্ৰতিজন মানুহে সুন্দৰ অভিনয় কৰিছে, একেবাৰে নিখুঁত হৈছে ছবিখন, গাঁৱৰ প্ৰতিটো ছবি একেবাৰে উলাই পৰিছে।
Splendid work by everyone! Simple and beautiful
Thank you @kenny DB Films.. Means a lot
আমাৰ ওচৰত এজনী বাইদেউ আছে.... মাঁ-দেউতা,লৰা ছোৱালী সকলোৰে বাইদেউ। বাইদেউৰ লগত দাই ৰ চৰিত্ৰটো বহু মিল আছে
সচাকৈ এনেকুৱা বহু অখ্যাত লোকৰ বাবে আমাৰ জীৱন জীপাল হৈ আছে অথছ আধুনিক সমাজে তেওঁলোকক লেখত লব নোখোজে!
Bohut bhal lagil...Antar sui gol...
এনেকুৱা ছবিবোৰেই অসমীয়া ভাষা, কৃষ্টি সংস্কৃতি জীয়াই ৰাখিব | খুবেই সুন্দৰ উপস্থাপন
মন চুই যোৱা কাহিনী.... 💕
We need people like Daai,, in todays world its hard to find someone this innocency.🥰this is assamese true innocemt face...
মন চুই গল। সুন্দৰ কাহিনী আৰু নিখুঁত অভিনয়।
দাই সঁচা অৰ্থত এজন প্ৰকৃত শিল্পী। তেওঁ অভিনয়ে মোৰ স্বৰ্গীয় "ককা"ক মনত পেলাই দিলে। আৰু বুজি পালোঁ ভূপেন মামাৰ সঁচা অৰ্থত সেই কালজয়ী গীতটি 💓
এনেকুৱা এজন ব্যক্তি প্ৰত্যেক গাওঁতে থাকে প্ৰায়.. যিয়ে নিজৰ কাৰণে নহয় সমাজৰ কাৰণে থাকে... কিন্তু সমাজে একো নিদিয়ে তেওঁলোকক উভতাই..! ভাল লাগিল চাই
ইমানেই সুন্দৰ এক অনুভৱ। ভাষ্য নাই মোৰ ওচৰত প্ৰকাশ কৰিব। বহুত ভাল লাগিল। লোৰালীৰ দিনবোৰৰ লৈ মনত পৰি গল। দাইৰ লগত কটোৱা মুহূৰ্তবোৰ চিৰদিন মনত পৰে।।।
ইমান ধুনীয়া,সহজ- সৰল...
কি নু কম কবলে মোৰ ভাষা নাই ছবিখন ইমান সুন্দৰকৈ দেখুওৱা হৈছে ❤️❤️❤️❤️love u all আশা কৰোঁ আৰু পাছলৈ এনেকুৱা ছবি দেখিবলৈ পাম❤️😊
দাইৰ চৰিত্ৰৰ আঁৰত কেইবাজনো চিনাকী মুখ দেখা পালো । বহু প্ৰতিভাৰে সমৃদ্ধ হৈয়ো সমাজৰ পৰা কোনো সহায় বা স্বীকৃতি নাপায় । অথচ গাঁৱৰ সকলো অনুষ্ঠানতে দেহে-কেহে খাটি দিয়ে । তেওঁলোক এক দুখৰ জীৱন যাপন কৰি অবিবাহিত হৈয়ে ইহলীলা সম্বৰন কৰে । সচাই খূব সুন্দৰ ভাৱে উপস্থাপন কৰিছে । সকলোৰে অভিনয় প্ৰশংসনীয় । আগলৈও আপোনালোকৰ পৰা এনে সুন্দৰ নাট পাম বুলি আশা থাকিল ।
বহুত দিনৰ মূৰত এখন অসমীয়া ভাল ছবি চালো। সকলো দিশৰ পৰাই উন্নত। ধন্যবাদ এনে ছবি আগবঢ়োৱাৰ বাবে।
Bht vl lgil sai daai sht flm khn sai
সচাকৈ বহুত ভাল লাগিল 🙏❤️❤️
সাধাৰণতে নাচাওঁ চুটি ছবি। পিছে এইখনে হৃদয়স্পৰ্শ কৰিলে। OUTSTANDING 👌👌👌
Outstanding....🔥
দাই.....এজন শিল্পী, কেঁচা মাটিৰে গঢ়া এজন প্ৰকৃত মানুহ।
এনেকুৱা এটা চেনেলত নিজৰ ভাষাৰ চিনেমা এখন চোৱাৰ কথাই সুকীয়া, তাতে ইমান সুন্দৰ অভিনয়। সচাই গৰ্বিত।
সৰ্বশ্ৰেষ্ঠ মানৱৰ জীৱনৰ আঘাত প্ৰতিটো ঘাটে ঘাটে। জীৱন মানেই এই সংগ্ৰাম
ভাল লাগিল বহুত,,,,,,যূনে বনাইছে সেইযনক অসেশ ধন্যবাদ,,,,,
Daiir dore ajon manuh Amar homajot important hundor hoise sobikhon ❤🎉
ইমান সৰু সৰু কথা বোৰ লৈ ইমান ধুনীয়া উপস্থাপন সঁচাই খুব ভাল লগিল , খুব সুন্দৰ চিন্তা ধাৰা বহুত ভাল লাগিল ৫ বাৰ মান চালোঁ,প্ৰত্যেক বাৰেই চকু কেইটা চলচলীয়া হৈ উঠে, বহুত বৰম হুভকামনা ♥️
Bahut besi val lagil.. Love thik Story ❤❤
Thank you so much from our দাই (Uncle) Team to you all for appreciation and immense love towards our film. please do share the link and help us to reach a wider audience ❤🙏
We have seen so many Dai , yet you brought him to life like no one else.
such a beautiful movie....congratulations to whole team..
Last part Relly like it... Love from Nagaland North east India 👍
Huge congratulations to Whole team,
much deserved love and attention💚
(Devi)Daai has always been Daai for us..
You both(Father-Son) should be very proud for this achievement 🙌
মোৰ মূকাভিনয় কৰি কৰি এই অৱস্থাই
মন ভৰি গ'ল সঁচাই ❤️
আপোনালোকৰ এই পদক্ষেপ সচাকৈ সলাগনিয়। ইমান যে সুন্দৰকৈ উপস্থাপন কৰিছে চৰিত্ৰ কেইটি। বৰ ভাল লাগিল, আপোনাক আৰু আগোৱাই যাৱক তাৰেই কামনা কৰিলোঁ❤️
সুন্দৰ . দদাই দেউৰ সুন্দৰ বলিষ্ঠ অভিনয়ত অভিভূত হলো। ❤️🙏
It's not only a pocket film... বহুত লোকক সাধাৰণ জীৱন জীয়াই থাকিবলৈ শিকাই গৈছে। Fantastic 👍👍👍
মন চুই গ'ল কাহিনী টোৱে
আৱেগিক হৈ পৰিলো....চকুপানী ওলাই গ'ল কিয় নাজানো... খুব ভাল লাগিল....বৰহাটৰ ছোৱালী হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ... গাওঁবোৰ সঁচাই বহুত ধুনীয়া💚💚
Amar dofola gaowt, korisil..
বছৰ ৰ পিছত চালোঁ অসমীয়া চুটি ছবি।
বিশেষ নাজানো কিন্তু মন চুই গল ।
শিল্প জয় হওক।
বৰ ভাল লাগিল চাই। এই চুটি ছবি খন যেন সকলোৱে আদিৰ লয়।
Homajot enekuwa Daai r nisina manuhor etiyao khub proyujon ase...
The simplified visual language makes #Daai (Uncle) a powerful international cinema. The content and It's presentation makes you spellbound . One can relate to it easily . Doesn't matter you understand the language or not. Don't miss this film guys.
আপ্লুত হ'লো | বহু উন্নতমানৰ কাহিনী, চিত্রায়ণ | অভিনয় বহু সুন্দৰ | এনে কাহিনী আৰু পাম বুলি আশা কৰিলোঁ |