খৰিকটীয়াৰ সাধু আৰু হিমন্ত বিশ্ব শৰ্মাৰ অসম চৰকাৰ|| বিষয় - PRC

Поделиться
HTML-код
  • Опубликовано: 3 окт 2024
  • খৰিকটীয়াৰ সাধু আৰু হিমন্ত বিশ্ব শৰ্মাৰ অসম চৰকাৰ||
    বিষয় - PRC
    #assamesenews #assamesenewstoday #himantabiswasarma

Комментарии • 77

  • @NilaSarmah-t2n
    @NilaSarmah-t2n 2 месяца назад +25

    ভাগৱতীৰ স্পষ্ট কথা ।

  • @pratimasarma1737
    @pratimasarma1737 2 месяца назад +33

    আমি এজন অতি জঘন্য মুখ্য মন্ত্ৰী লগতে অতি লেতেৰা চৰকাৰ প্ৰশাসনিক বিষয়া পালোঁ। নাজানো অসম আৰু অসমীয়াৰ ভবিষ্যত কি!

  • @balendas4259
    @balendas4259 2 месяца назад +16

    হিমন্ত যিমান দিন থাকিব পাৱাৰত সিমান দিনলৈ অসমীয়াই নোহোৱা নপজা অদ্ভুত যুক্তি শুনি থাকিব লাগিব ।

  • @Rakesh6199
    @Rakesh6199 2 месяца назад +8

    অতি সুন্দৰ উপস্থাপন 👏👏👏

  • @bijoybarman4358
    @bijoybarman4358 2 месяца назад +12

    সুন্দৰ মন্তব্য

  • @padmapaninath
    @padmapaninath 2 месяца назад +10

    চৰকাৰ খন প্ৰকৃততে জাতিদ্ৰোহী ।

  • @kishoridas6447
    @kishoridas6447 Месяц назад

    উপস্থাপন বোৰ সুন্দৰ।

  • @dewanyashinali9077
    @dewanyashinali9077 2 месяца назад +9

    আপোনাক সদায় ভাল পাও বৰপেটাৰ পৰা কৈছোঁ, ভৱিষ্যতে অসমৰ পক্ষে ৰাজনীতিত welcome ❤

  • @JIRI138
    @JIRI138 2 месяца назад +5

    অসম আৰু অসমীয়াৰ ভৱিষ্যতৰ প্ৰতি প্ৰশ্নবোধক আহি গৈছে ,সজাগ হ'বৰ হ'ল

    • @rambalram2610
      @rambalram2610 2 месяца назад

      আজিৰ অসমীয়াই নিজক নিছিনিলে অসমতে ভগনীয়া হব.... ভূপেন হাজৰিকাই ৭০ ৰ দশকতে কৈ গৈছিল... হয়টো তেখেতৰ কথাই ফলীয়াব যদি অসমীয়া সাৰ নাপাই...😮😮😢😢😢😢😢

  • @pranjal1393
    @pranjal1393 2 месяца назад +2

    ঠিকেই কৈছে, যিয়েই নহওঁক শেষত তেওঁ আহিব আৰু হিৰো হব।
    তেওঁৰ অবিহনে যিকোনো সিদ্ধান্ত যেন হয়।

  • @trinayanvlogs3128
    @trinayanvlogs3128 2 месяца назад

    Bhagawati you. are right

  • @NavarunBoruah-c6h
    @NavarunBoruah-c6h 2 месяца назад +1

    আপোনাৰ সময় আহি আছে 👏

  • @thebeast9210
    @thebeast9210 2 месяца назад +2

    Dhruv rathee of assam

  • @subhrajeetthakuria3834
    @subhrajeetthakuria3834 2 месяца назад

    Dhui dise dei Tridip da🔥🔥

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go 2 месяца назад +5

    এপিএচচি অত অসমীয়া পেপাৰ খন কিয় উঠালে,পুনৰ বাহাল ৰাখক চৰকাৰে ব্যৱস্থা ল ওক,বহু মাষ্টাৰ হৈছে অসমীয়া নেজানে অসমীয়া স্কুলৰ শিক্ষক কোনে দিলে, চৰকাৰে জানে, পঞ্চায়ত নিৰ্বাচন পিছত এম এল এই নিৰ্বাচন আহি আছে, সেয়ে ভোটৰ অঙ্ক শব্দৰ মিল, আভুৱা নে ভাবিব

  • @OmiBoktoBhai
    @OmiBoktoBhai 13 дней назад

    Dhrub rathee in Assam

  • @jitenkonwar3091
    @jitenkonwar3091 2 месяца назад

    সুন্দৰ উপস্থাপন।
    নীলা শিয়ালৰ ৰাজত্ব হুৱা পিচতেই শেষ হোৱা নাছিল জানো!

  • @jpmotivationaltips8480
    @jpmotivationaltips8480 2 месяца назад +1

    Right ai CM jnr aku kam or nhoi.....sbke seni dibo election time ot

  • @sandeshserestha8999
    @sandeshserestha8999 2 месяца назад

    Ias .ips. dekhun bahirot pora ahi district khub Val koi solai ase

  • @tridibbaruah1494
    @tridibbaruah1494 2 месяца назад

    Very important issue,good job carry on, these are vital points

  • @mukshedullah6863
    @mukshedullah6863 2 месяца назад

    Hundor pojjyalusona aru hundor uposthapon,apunar hu-swasthyo kamona korilu.

  • @manabdas4735
    @manabdas4735 2 месяца назад +3

    সুন্দৰ মন্তব্য 👍

  • @deborajgogoi1017
    @deborajgogoi1017 2 месяца назад +2

    Tumar ajon hubhakankhi moi ❤

  • @Bastabnath57
    @Bastabnath57 2 месяца назад +1

    Tridip daar স্পষ্ট কথা

  • @dipankarhazarika5213
    @dipankarhazarika5213 2 месяца назад +1

    একো ভাষাই নাই ক'বলে।

  • @alakeshdeka8490
    @alakeshdeka8490 2 месяца назад +1

    🔥🔥🔥🔥

  • @GhanashyamSarma-h7g
    @GhanashyamSarma-h7g 2 месяца назад +1

    Politics is the last resort of a scoundrel...

  • @atowarrahman5426
    @atowarrahman5426 2 месяца назад

    Ami o axomia but prc nai

  • @SukeshThakur-dg1me
    @SukeshThakur-dg1me 2 месяца назад +6

    ধন্যবাদ জনাইছো কথাখিনি স্পষ্টকৈ কোৱাৰ বাবে। এটা অনুৰোধ জনাওঁ যে, DHE ৰ যিখন বৰ্তমানৰ assistant professor recruitment ৰ guideline সেইখনৰ বিষয়ে পাৰিলে আপুনি এটা video বনাব ত্ৰিদিপদা। আপোনি এই বিষয়ত এক সঠিক বিশ্লেষণ আগবঢ়াব তাত কোনো সন্দেশ নাই। DHE য়ে যিমান বাৰ guideline সলনি কৰিছে, প্ৰতিবাৰেই এচামৰ লাভ হৈছে আৰু এচামৰ সাংঘাটিক লোকচান। এইটো কিয়? সকলো candidates আসস্ব হব পৰাকৈ এখন guideline কিয় বনাব নোৱাৰে। Current guideline খনো political benifit ৰ বাবে প্ৰস্তুত কৰা যেন বহু সময়ত অনুভৱ হয়। কাৰণ এইখনৰ marks ৰ distribution টো চালেই গম পাব কি সাংঘাটিক কাণ্ড চলি আছে। 50% আৰু 64.9% পোৱা candidate এজনে একেই marks পাই এই guideline ত। যদি 50 আৰু 64.9 ৰ মাজত একো পাৰ্থক্য নাই, এজন ছাত্ৰই কেতিয়াবা 1% কাৰণে college বা university ত কিয় seat নাপাই? বিশ্বাস কৰক মাত্ৰ .02% mark কম থকাৰ বাবে এজন candidate য়ে 3 বছৰ ধৰি চাকৰিৰ পৰা বঞ্চিত হৈ আছে এই guideline ৰ slot system ৰ marking pattern ৰ বাবে। UGC য়েও এনে ধৰণৰ slot ত number দিয়ে, কিন্তু DHE ৰ দৰে ইমান অন্যায়জনক নহয়। UGC guideline ত marks distribution ৰ ক্ষেত্ৰত কেবল 2 marks ৰ পাৰ্থক্য থাকে, DHE ৰ দৰে 5 marks r difference নাথাকে। এই guideline ৰ বাবে বহু মেধাৱী ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস হৈ আছে।
    তদুপৰি, university ৰ sports ৰ বাবে যি marks ৰখা হৈছে সেইটোও এবাৰ বিবেচনা কৰি চাব লগীয়া। Guideline খন আহিছে 2020 চনত। 2015 বা 2017 ত post graduation pass কৰি ওলাই যোৱা ছাত্ৰ/ছাত্ৰী এগৰাকীয়ে এতিয়া কি দৰে এই certificate বাবে competition কৰিব। যিহেতু আগতে guideline ত এইবোৰ কথা নাছিল, গতিকে ইয়াৰ বাবে খুব গুৰুত্ব দিয়া নাছিল বহুতে। কিন্তু এতিয়া যিহেতু marks পোৱাৰ কথাটো নতুন চামটোৱে আগতীয়াকৈ গম পাই, গতিকে নতুন students খিনিয়ে ইয়াৰ বাবে প্ৰস্তুত হব পাৰে, কিন্তু ইতিম্যেই pass কৰি যোৱা সকলে কি কৰিব? Guideline এখন প্ৰস্তুত কৰোঁতে এইবোৰ কথাৰ প্ৰতি দৃষ্টি দিয়াটো জৰুৰী নহয়নে?
    আপোনাক অনুৰোধ জনাইছোঁ এই guideline খন আপুনি review কৰি এটা video বনাওক যাতে চৰকাৰী পক্ষৰ চকুত পৰে। ধন্যবাদ।

  • @apurbadas1724
    @apurbadas1724 2 месяца назад

    সছা কথা বোৰ

  • @subarnachetia9560
    @subarnachetia9560 2 месяца назад

    Hundor kotha koisa❤❤

  • @karunabora4327
    @karunabora4327 2 месяца назад +1

    Bhal kotha koisa

  • @gogoiparanjyoti
    @gogoiparanjyoti 2 месяца назад

    Val kotha koisa🎉

  • @sanjibsaikia9733
    @sanjibsaikia9733 2 месяца назад

    Tridib daa, amar assam r SSC GD post bur bahiror candidate(UP, Bihar and Other state r pora candidate ahi assam t fake domicile and PRC uliai fake koi certificate loi assam indigenous lora suali r post bahiror candidate bure loi goise iyar folot axomiya lora suali Central govt sakori luar pora bonchit hoise Gotike apuni nijei logote AASU aru Bir lachit sena r logote other organisations r logot kotha pati kiba ata decision uliabo buli asha rakhilu.. karon ai system tut axomiya lora suali r future kotha ase
    JOI AAI AXOM

  • @Shua_098
    @Shua_098 2 месяца назад +1

    Tridip is well aware of the fact of the bjp govt of Assam. Clause 6 is the only way out to resolve d burning issue of Assam if implemented.

  • @suklenmung.Borgohain
    @suklenmung.Borgohain 2 месяца назад

    Education minister এনেই নামত আছে ..কাম নাই Pegu r

  • @satyajitgoswami9411
    @satyajitgoswami9411 2 месяца назад +1

    This chief minister is destroying Assam to the extent possible

  • @ubdengineers1660
    @ubdengineers1660 2 месяца назад

    Aikhon sarkar aru naahe.26ot BJP naahe.Kunu kaamor value nai.Akhomiak hekh koribo..

  • @NivaManiDas-v4f
    @NivaManiDas-v4f 2 месяца назад

    Right👍

  • @sauravborah482
    @sauravborah482 2 месяца назад

    Sarkarr ji issa taake koribo dia nhbo 💪

  • @riturajxbr1498
    @riturajxbr1498 2 месяца назад

    Allahabad bank 16 nmbr teenali duliajan
    .. kothai buji napai staf a ... Manipur mizoram or manuh ... Only English buji pai baki aku buji napai

  • @debenkonwar8367
    @debenkonwar8367 2 месяца назад

    আমাৰ নিতী ---জাতিক পেলা খাৱৈত /ভেতি দে বনিয়াক / মাটি গোটাও নিজলৈ ।

  • @anilhazarika9323
    @anilhazarika9323 2 месяца назад +1

    Aru beleg manuh matibo. Aei kaijonor mukh saboloi mon nojwa hol.jatiotabad r namot kolonka.

  • @rocky3149
    @rocky3149 2 месяца назад

    Assam t Math teacher create korise but Biology teacher create naikora high school t. Ki dhorone solaise education system eykhn sorkare. Efale doctor bonua tu sorkar r hopun henu

  • @MantuChutia-pb6iv
    @MantuChutia-pb6iv 2 месяца назад

    Axomor mukhya mantri Gaurav Gogoi hobo lage

  • @samratmagar4431
    @samratmagar4431 2 месяца назад

    Point ❤

  • @bitupanhazarika8172
    @bitupanhazarika8172 2 месяца назад

    Tridipor nisina Lora jodi in future politician hoi amar ASOM bahut uporoloi graph Dal jabo, ami asha koro teur nidina Lora politician hobo buli asha Pali asu

  • @Babulvillager
    @Babulvillager 2 месяца назад

    PRC lagibone

  • @thepoliticalawareness1021
    @thepoliticalawareness1021 2 месяца назад +1

    *চৰকাৰে কিয় ইমান অধিক চৰকাৰী চাকৰি দি আছে। ৰাইজে ইয়াৰ বিৰুদ্ধে মাত মতা উচিত।* আজিকালি চৰকাৰী কৰ্মচাৰীৰ দৰমহা বহুত বেছি। ৰাইজে কষ্ট কৰি উপাৰ্জন কৰা সকলো টকা এই সকল লোকৰ নামত খৰচ হৈ যাব। সকলোৱে জানে চৰকাৰী চাকৰি, মানুহে কৰিব বিচাৰে কাম নকৰিবলৈ, কাম কৰিবলৈ নহয়। স্কুল বিলাকত ইমান অধিক শিক্ষক নিযুক্তি দিছে কিন্তু প্ৰতি বছৰ Student কমি গৈ আছে। চৰকাৰী শিক্ষকে নিজৰ লৰা ছোৱালীক চৰকাৰী বিদ্যালয়ত পঢ়াব নিবিচাৰে। চৰকাৰী চাকৰিয়াল ক চৰকাৰে 30 লাখ টকা home loan দিয়াৰ কথা কৈছে, Car loan ও দিয়ে চাগে ৰাইজৰ টকাৰে? গতিকে ৰাইজে অলপ ভাবি চাওক এই সকল চৰকাৰী কৰ্মচাৰীয়ে কি কাম কৰি আছে আপোনালোকৰ টকাৰে।
    চৰকাৰে আজিকালি চৰকাৰী চাকৰি কৰা মানুহৰ ছুটী আৰু বৃদ্ধি কৰি গৈ আছে। আপুনি ভাবক ইমান ছুটী দিয়াৰ পিছতো মাক দেউতাক ফুৰাব বাবে আৰু দুদিন ছুটী দিয়া হয়। এনেকৈ ৰাইজৰ কাম কেনেকৈ হব। ৰাইজে বানপানী, বোকা পানীৰ মাজত থাকিব লাগিব।
    অসমৰ Revenue generation ৰ মূল উৎস তেল উদ্যোগৰ মাৰণমুখি যাত্ৰা আৰম্ভ হৈছে আৰু চাহ উদ্যোগৰ অবস্থা থৰক বৰক। চৰকাৰী চাকৰি কৰা মানুহক দৰমহা দিয়োতে ৰাজহ শেষ হৈ যাব।
    Please analyze and Share until and unless common public won't aware. You can't expect accountability, Performance etc from Government employee. They might loot you and your state. So please their performance and accountability. চৰকাৰী কৰ্মচাৰী আৰু শিক্ষকে ভাল কাম কৰি দেখুৱাব লাগিবই

  • @ubdengineers1660
    @ubdengineers1660 2 месяца назад

    Bhagawati ,the next good leader of Assam

    • @RaWPiZtoN
      @RaWPiZtoN 2 месяца назад

      Ghenta buli kow😂😂

    • @ubdengineers1660
      @ubdengineers1660 2 месяца назад

      Tur himan knowledge ase? G educated, Knowledge ase tene maanuhok. criticise nokore.Nijor Language, Culture, Unemployment loi Kotha koise.TOI negative2 koiso.Laai loga nai.Akhomiak tohotor nisina maanuhe besi ase..

  • @किरण2021
    @किरण2021 2 месяца назад +2

    😂😂😂... মূখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে নাটকীয় পৰিস্থিতিৰ সৃষ্টি কৰি অসম অসমীয়াৰ পৰা বাহ বাহ লবলৈ চেষ্টা কৰি আহিছে...
    যদি প্ৰতিবাদ নকৰিলে হেতেন তেন্তে যেনেকৈ আবেদন বিচৰা হৈছিল তেনেকৈ য়ে নিয়োগ হলহেঁতেন.. তেন্তে অসম অসমীয়াৰ কথা ক'ত চিন্তা কৰিলে মূখ্য মন্ত্ৰীয়ে...
    তেঁওৰ এটাই লক্ষ্য.. যি কোনো উপায়েৰে সৰ্বভাৰতীয় পৰ্যায়ত নিজক দলত প্ৰতিষ্ঠা কৰা তাৰ বাবে জাতি জহন্নামে গলেও যাওঁক...
    কবলৈ গলে হিমন্ত বিশ্ব শৰ্মা এজন জাতিদ্ৰোহী ব্যক্তি..

  • @bikidihingia4396
    @bikidihingia4396 2 месяца назад

    এইখন চৰকাৰ অসমীয়া মানুহৰ শত্ৰু।

  • @parakhmoni21
    @parakhmoni21 2 месяца назад +1

    2026t ulai dim gol t dhri...

  • @kuldipgoutamsharma3432
    @kuldipgoutamsharma3432 2 месяца назад

    😢😢😢😊

  • @janjolali3378
    @janjolali3378 2 месяца назад

    VAL, KOISA, DA

  • @BhargavDeka-b1z
    @BhargavDeka-b1z 2 месяца назад

    Vagin to mama " Kisi din ye Tamasha Muskurakar Hum vi Dekhengeii"
    Revenge activated --- 2026

  • @xoxoxo4567
    @xoxoxo4567 2 месяца назад

    PRC tu natok kela documents diar pisot o rokhai thoi dea, juntu document submit korisu haitu submit nai kora buli koi aru junbur documents nalagae haibur documents o dibo lage buli koi to rules bonai lab ki. Poisa lage sidha sidha kobo lage bara bara ata office or pora aru ata office ot jabo lage, aka bara kiman poisa lage sob office ot milai loi lo d asu.

  • @binodchangmai7759
    @binodchangmai7759 2 месяца назад

    🚩🙏🌹 Akhomiya k cinipabole teulukor upadhi ( Surname) ae sufficient. Upadhi sai sakori dibo lage 🌹🙏🚩 Don't mind my opinion.

  • @rintumaninath3313
    @rintumaninath3313 2 месяца назад

    Sir amar lp up add dia 7 mah par hoi gol...etialoi nijukti dib pora nii...bohut schl 1jn teachere soli ase...tat gurutya nii....apuni e kous sun eta add ek bosor logale ki hb amar education system......xali arunudoi dib ru kibi kibi kri thakib....student e quality teacher paise nh nii tat gurutya nii....

  • @dishanhazirika8830
    @dishanhazirika8830 2 месяца назад

    2026 t BJ P by by

  • @manojkumardutta8590
    @manojkumardutta8590 2 месяца назад

    Muthote sob dus jonosadharonor sorkaror aku dus nai.

  • @RaWPiZtoN
    @RaWPiZtoN 2 месяца назад

    Hbs jindabaad always 🙏 jai shree ram 🚩
    You tb get lost 🤮🤮🤮

  • @bhrigumedhi3038
    @bhrigumedhi3038 2 месяца назад

    তুমি কংগ্ৰেছৰ পৰা খেলিবা নেকি?

    • @bhargaV567d
      @bhargaV567d 2 месяца назад +3

      Kiya xosa kotha kole congress hoi jai nki

    • @ayangentertainer9975
      @ayangentertainer9975 2 месяца назад

      ​@@bhargaV567d bhai he BJPk val pai..deshok val napai..gubor khai dile modir pora

  • @mainaborah6592
    @mainaborah6592 2 месяца назад

    Assam r apsc paper ba g kunu subject t asomiya baidhyata mulok koribo.lage