গৌৰৱ গগৈ Stupid! প্ৰাক্তন ন্যায়াধীশ বিজেপি সাংসদৰ অশোভনীয় আচৰণ কিয়?

Поделиться
HTML-код
  • Опубликовано: 1 янв 2025

Комментарии • 312

  • @hiranyasaharia8930
    @hiranyasaharia8930 5 месяцев назад +30

    Gourav Gogoi long live.

  • @debajanibaruah3105
    @debajanibaruah3105 5 месяцев назад +119

    গৌৰৱক গালি দি বা বেয়াকৈ কৈ নিজৰ নিজৰ সন্মান নেখেদিব ।কাৰন গৌৰৱ আমাৰ অসমৰে গৌৰৱ ।আমি জনতাই গৌৰৱক লৈ বহুত গৌৰৱ কৰো ।

    • @gunajitsarma5579
      @gunajitsarma5579 5 месяцев назад +1

      Laj paisu de alop .axomar manuhok beia koi kole .

    • @yogeshborpatragohain6775
      @yogeshborpatragohain6775 5 месяцев назад

      @@gunajitsarma5579 tar nijore maike case soli ase aru he gogoik stupid buli kole ki hbo

    • @DibyaNath-nn1xt
      @DibyaNath-nn1xt 5 месяцев назад

      😅😅😂😂😂😅😅😅

  • @imdadali9519
    @imdadali9519 5 месяцев назад +33

    ন্যায়াধিক হলেই য়ে সকলো জানে সেইটো নহয়। সমগ্ৰ ভাৰতবৰ্ষ ৫৪৫ জন সাংসদে সংসদত ভাল আলোচনা কৰক । ভাৰতবৰ্ষ খন সকলো দিশতে যেন আগবাঢ়ি যায় সেই বিষয়ে আলোচনা হওক।

  • @ashimtalukdar6187
    @ashimtalukdar6187 5 месяцев назад +28

    মই এইটো আচৰিত হৈচো বিজেপিৰ মানুহ খিনি সদায় কিয় অভব্য আচৰন আৰু সদায় মুখত গালি আনক তুচ্ছ তাছিল্য।

  • @ZiaburLaskar
    @ZiaburLaskar 5 месяцев назад +51

    গৌৰৱ গগৈ জিন্দাবাদ

  • @Udiptakumarsarmah
    @Udiptakumarsarmah 5 месяцев назад +45

    এইটো ক'ৰ মাইকালাল অ'? বিজেপিত কেলা এনেকুৱা সাংসদ থাকে আছৰিত

    • @anilgoswami2238
      @anilgoswami2238 5 месяцев назад +2

      এনেকুৱা দুই নম্বৰী সাংসদহে বিজেপি দলৰ অমূল্য সম্পদ !!!!!!!!!!!!!!!!!!!!!!

  • @pratimasarma1737
    @pratimasarma1737 5 месяцев назад +84

    তুমি পাৰিবা নেকি গৌৰৱ গগৈৰ দৰে হ'বলৈ ? মোদী ৰ চুৱা চেলেকি থাকিলেই হ'ল। কটা নিধক। অসভ্যালি কৰি আহিছে এই দল টোৰ প্ৰতিনিধি গাধ বিলাকে।

    • @dipankusaika5754
      @dipankusaika5754 5 месяцев назад

      @@pratimasarma1737 ২বাৰ কলিয়াবৰ দ্বীপ গগৈ ২বাৰ তৰুণ গগৈ 2বাৰ গৌৰৱ ?কি কৰিলে কলিয়াবৰ কাৰণে আজিও বান পানীত আমি বোৰ মৰি আছোঁ ৰাজনীতিৰ নাজানিলে নকৰিব ? লোতি পুতি খালে এইজন ফালটো MP বাদে একো নহই?

    • @nobindey123
      @nobindey123 5 месяцев назад +3

      Yess parim

    • @aikhunlungshangbunboruah1a269
      @aikhunlungshangbunboruah1a269 5 месяцев назад

      @@nobindey123তহতি পাৰিবিয়েই অসমীয়া ভৰিচেলেকা জাত😂

    • @kumudbaruah2001
      @kumudbaruah2001 5 месяцев назад

      ​@@aikhunlungshangbunboruah1a269গৌৰৱ গগৈ য়ে দেখোন ছোনিয়া পিয়ংকা ৰাহুলৰ ভৰি চেলেকি থাকে। দেখানাই নেকি?

    • @sureshmohan8165
      @sureshmohan8165 5 месяцев назад

      বঙালীসৱ​@@aikhunlungshangbunboruah1a269

  • @luhittalukdar7202
    @luhittalukdar7202 5 месяцев назад +6

    চুৱা চেলেকা তই গৌৰব গগৈৰ সমপৰ্য্যায়ৰ হ'ব নোৱাৰা। গৌৰব অসমৰ সৰ্বশ্ৰেষ্ঠ সাংসদ। গৌৰব অসমীয়াৰ কণ্ঠ।

  • @kamalkalita338
    @kamalkalita338 5 месяцев назад +146

    গৌৰৱ গগৈ জিন্দ বাদ কংগ্ৰেছ জিন্দা বাদ

    • @raja5491
      @raja5491 5 месяцев назад +1

      চুৱা চেলেকা 😂

    • @DeepakLahkar-p2m
      @DeepakLahkar-p2m 4 месяца назад

      Congrats ko hataoo Dash Basaoo

  • @AA1981-at6
    @AA1981-at6 5 месяцев назад +27

    এওঁ ন্যায়ালয়ত কাম কৰাৰ বাবে নিজকে পণ্ডিত বুলি গণ্য কৰিছে সম্ভৱ |

  • @md.maizuddinahmed2216
    @md.maizuddinahmed2216 5 месяцев назад +2

    গৌৰৱ গগৈ আমাৰ মানুহ। ন্যায়াধীশজনহে আচল বেয়া মানুহ। তেওঁক পবিত্ৰ সংসদৰ পৰা ওলাই দিব লাগিছিল।

  • @taradoi7957
    @taradoi7957 5 месяцев назад +53

    তেও নামতহে ন্যায়াধীশ আছিল প্ৰকৃততে তেও ছদ্মবেশী আছিল

  • @taradoi7957
    @taradoi7957 5 месяцев назад +78

    হে ন্যায়াধীশ সাংসদ তুমি গৌৰৱৰ যোগ্য নহয় ।

  • @umasaha5101
    @umasaha5101 5 месяцев назад +27

    Gourav Gogoi jindabad 🙏🙏❤️

  • @mazafarali6154
    @mazafarali6154 5 месяцев назад +14

    Gourav gogoi jindabad

  • @ajitsarma8237
    @ajitsarma8237 5 месяцев назад +59

    কোন হয় এইটো গৌৰৱ গগৈ ওপৰৰ পৰা নাই , অসমীয়াই পঠিয়াইছে অসমৰ ভবিষ্যত গৌৰৱ গগৈ । জয় আই অসম 😡😡😡😡

    • @Real12976
      @Real12976 5 месяцев назад +3

      Nice jokes 😂😂😂😂😂

    • @RabinPegu-g3h
      @RabinPegu-g3h 5 месяцев назад

      "Joi aai axom"tu korpora milai dili...congress bula bostutu India baad Diya Ingraje bonai thoi jua...hihotor target etai..jetiya congress govt. Ahibo drkhkhon efalor pora tukura tukur kori jabo aru gutei property tohorok burbok bonai foreignt bikri koribo

    • @gunajitsarma5579
      @gunajitsarma5579 5 месяцев назад +5

      Axomia pothowa nai . Congress supporters bilake pothai ,

    • @kumudbaruah2001
      @kumudbaruah2001 5 месяцев назад +4

      গৌৰৱ গগৈ বাংলাদেশী মিঞা মুছলমানৰ প্রতিক। গৌৰৱ গগৈ, ৰকিবুলৰ সাহসতে অবৈধ বাংলাদেশী মিঞা মুছলমানে লোকসভা নির্বাচনৰ পিছৰ পৰা অসমত চোৰ, ডকাইত, ধৰ্ষণ, ড্ৰাগছ মফিয়া , হত্যা আদি সকলো অপৰাধ জনিত দুকাৰ্য কৰিবলৈ লৈছে। গৌৰৱ গগৈ আৰু কংগ্রেসী সাংগো পাংগো বোৰক বাধা দিব নোৱাৰিলে মিঞা মুছলমানে অসমীয়া সমাজক শান্তি ত জীয়াই থাকিবলৈ নিদিব। সেয়েহে অসমীয়া সমাজে কংগ্রেস কমিউনিস্ট আৰু চেকুলাৰ গেং বোৰক প্রতাখ্যন কৰা উচিত।

    • @Real12976
      @Real12976 5 месяцев назад

      @@kumudbaruah2001 1000%✓✓✓✓

  • @brokenbrookie6943
    @brokenbrookie6943 5 месяцев назад +25

    Gaurav Gogoi zindabad.

  • @pompipatgiri
    @pompipatgiri 5 месяцев назад +9

    অসমক।।কিমান।টকা।দিলে।।দিলীপ। বান্দৰ তোক।।সোধোক

  • @khagenkakati6380
    @khagenkakati6380 5 месяцев назад +21

    Bjp এইটোৰ মূৰত তাৰ মালেই নাই।

  • @Protim-b1l
    @Protim-b1l 5 месяцев назад +3

    Gourob gogoi jindabad,gourob gogoi loi ami bohut gourob anuvob koru .....❤❤❤❤

  • @jibongogoi6940
    @jibongogoi6940 5 месяцев назад +26

    অভিজিৎ এটা মূৰ্খ বান্দৰ l
    Gaurab gogoi zindabad

    • @anilgoswami2238
      @anilgoswami2238 5 месяцев назад

      👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌
      সি বন্দোপাধ্যায় মানে ব্ৰাহ্মণ কুলৰেই নহয় !!!!!!!!!!!!!!!!

  • @muhintutti9211
    @muhintutti9211 5 месяцев назад +1

    Gourob gogoi jindabad

  • @AjitGogoi-u1u
    @AjitGogoi-u1u 5 месяцев назад +1

    Garuav gogoi jindabad❤❤🙏🙏🙏🙏🙏🙏👍👍👍👍👍👍👍👍👍👍

  • @lulalu6707
    @lulalu6707 5 месяцев назад +2

    অসমৰ ৰাইজে আচল কথা সোনক অভিজিৎ বোলা তোৱে হেনু বহুত দিনৰ পৰা গোবৰ আৰু গোবৰ খাব ধৰিলে আৰু এতিয়া বোলে মূৰত ভূমুৰা সোমাই মগজ পালে গৈ

  • @RajumoniRajumonidas
    @RajumoniRajumonidas 5 месяцев назад +4

    গৌৰৱ গগৈক মূৰ্খ বুলি কোৱা সাংসদ গৰাকীয়ে আচলতে নিজৰ পৰিচয় হে ডাঙি ধৰিছে ।

  • @MustahidHasan-m3z
    @MustahidHasan-m3z 5 месяцев назад +5

    Gogoi long live

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 5 месяцев назад +9

    সি নিজে দিদিক একো কৰিব নোৱাৰে। WB ত BJP শূন্য।। এই গৰুটোক কোনে ইমান ডাঙৰ মানুহ বনালে।

  • @TridipSaikia-od3ko
    @TridipSaikia-od3ko 5 месяцев назад +17

    এই জন পাগল .তেও লোকে অসম খন ধংস কৰি দিলে

  • @BontiKandali
    @BontiKandali 5 месяцев назад

    Gourav Gogoi jindabad

  • @birendranathhazarika5135
    @birendranathhazarika5135 5 месяцев назад +2

    এনেকুৱা অশুভনীয় ব্যৱহাৰ আৰু আনক তুচ্ছ তাচ্ছিল্য কৰিব পৰা বাবেই এইজন ব্যক্তি বিজেপিৰ সাংসদ হ'ব পাৰিলে।

  • @sunitgogoi5506
    @sunitgogoi5506 5 месяцев назад +2

    অভিজিত গংগোপধ্যায়ৰ ন্যায়াধীশৰ কাৰ্যকালত প্ৰদান কৰা চূড়ান্ত ৰায়ৰ প্ৰতিটো গোচৰ পুনৰ বিচাৰ কৰাৰ প্ৰয়োজন আছে। কি ঠিক তেওঁ হয়তু আবেগত প্ৰভাৱিত হৈ ও ৰায় প্ৰদান কৰিছিল কিজানি।

  • @nitulbora374
    @nitulbora374 5 месяцев назад +2

    Gourav Gogoi Zindabad.

  • @ForidulIslam-yz3yl
    @ForidulIslam-yz3yl 5 месяцев назад +2

    Gourab gogoi jindabad❤❤❤❤🎉🎉🎉🎉🎉

  • @MoonMohan-j2p
    @MoonMohan-j2p 5 месяцев назад +14

    বঙালিৰ,গালিঅসমিয়াই, সহ্য নকৰে,।

  • @northestmusicacademy4502
    @northestmusicacademy4502 5 месяцев назад +4

    Gourav Gogoi always Right

  • @jayaborah2926
    @jayaborah2926 5 месяцев назад +28

    অভিজিত গাংগুলী দূৰ্বল মানসিকতাৰ পৰিচায়ক তেওঁ কেনেকৈ যে ন্যায়াধীশৰ পদ চম্ভালি ছিল সেইটোহে হাস্যকৰ।😁😁😁

    • @AbulHussain-dl6og
      @AbulHussain-dl6og 5 месяцев назад

      A foolish person like Abhijeet can say the word "stupid" to another MP in the Parliament House . His eligibility can not be equal to Hon'ble Gaurob Gogoi . Shameful !!

  • @JayantaDad-b6r
    @JayantaDad-b6r 5 месяцев назад +22

    Gaurav Gogoi Assam ka.taigar

  • @BulumoniSaikia-ui8fh
    @BulumoniSaikia-ui8fh 5 месяцев назад +2

    অভিজিত বোলাটো গৰু হৈ আহিল হবলা

  • @pompipatgiri
    @pompipatgiri 5 месяцев назад +5

    অ ভদ্ৰ।।এম।পি।ক।বাহিৰ।কৰিব। লাগে

  • @dipakgogoi5084
    @dipakgogoi5084 5 месяцев назад +6

    সেইজন গঙগোপাধ্যায়ে ওপৰত অভিযোগ আছে তেওঁ যেতিয়া ন্যায়লয়াত ন্যায়ধীশ হিচাপে নিযুক্তি আছিল ।তেতিয়া তেওঁ বিজেপি পক্ষত ৰয় দিছিল। তেওঁৰ পৰা কি আশা কৰিব পাৰি।

  • @RabiRamSwargiary-i6i
    @RabiRamSwargiary-i6i 5 месяцев назад +5

    কিছুমান নেতা ধন আৰু ক্ষমতাৰ বাবেহে সংসদলৈ যায়,এইটোৱে প্ৰমাণ।

  • @gdas5138
    @gdas5138 5 месяцев назад +1

    Gaurav gogoi great leader in Assam

  • @mineswardutta722
    @mineswardutta722 5 месяцев назад +4

    Gaurav is our gaurav.

  • @munakalita60
    @munakalita60 5 месяцев назад +1

    যি কৈছে থিকেই কৈছে&&&&

  • @renukabarman3097
    @renukabarman3097 5 месяцев назад +10

    Gogoi zindabad zindabad

  • @jyotiprovachangmai6385
    @jyotiprovachangmai6385 5 месяцев назад

    Zandabad... Gogoi.. Go.. Back.
    BJP..

  • @Demonboy-v4w
    @Demonboy-v4w 5 месяцев назад +5

    এই বুঢ়া কেইটাই কি চলাব দেশ কাক কেনেকৈ সন্মান দিব লাগে তাকে নাজানে,মূৰ্খ ৰ অভাৱ নাই 😅 আৰু এটা কথা গৌৰৱ আমাৰ গৌৰৱ হয়,
    ❤আহোম লৰা❤

  • @Tarunchdeka-cb4go
    @Tarunchdeka-cb4go 5 месяцев назад +1

    So gangopadhyay resigned from judge ,first time MP from BJP'S candidate win west Bengal,he perhaps know what's decency and decent society.so said unparliamentary words.

  • @raidiongiaphulogurikhagari5187
    @raidiongiaphulogurikhagari5187 5 месяцев назад +1

    BJP মন্ত্ৰী বোৰ মুখত লেতেৰা লেতেৰ ভাযা

  • @MoonBora-ni1mc
    @MoonBora-ni1mc 5 месяцев назад +11

    Gourav jindabad

  • @anilgoswami2238
    @anilgoswami2238 5 месяцев назад +1

    এই জন সাংসদ হেনো কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল। তেওঁ কলকাতা বাৰ এছোচিয়েচনৰ দ্বাৰা কিছু দিন আগেয়ে boycotted আছিল। সি নিজেই ১ নম্বৰ স্টুপিড !!!!!!!!

  • @anowara.begum23
    @anowara.begum23 5 месяцев назад +3

    আমাৰ অসমৰ গৌৰৱ 🎉 গৌৰব গগৈ 👍🏻👍🏻👍🏻🙏🏻🙏🏻

  • @raidiongiaphulogurikhagari5187
    @raidiongiaphulogurikhagari5187 5 месяцев назад

    বুঢ়া কেইটা ব্যৱহাৰ নেজানে মন্ত্ৰী ডাঙৰীয়া হ'বলৈ আহে

  • @Artgalleryartgallery12
    @Artgalleryartgallery12 5 месяцев назад +1

    Gourab gogoi bhal answer diche great

  • @BabulAli-yu6zy
    @BabulAli-yu6zy 5 месяцев назад +11

    Dolar bogori

  • @pinkisarmah8400
    @pinkisarmah8400 5 месяцев назад +3

    Sendelor kub diyok gogoi

  • @kingkarkalita9871
    @kingkarkalita9871 5 месяцев назад +1

    BJP jindabad

  • @emanhussain7134
    @emanhussain7134 5 месяцев назад

    মূৰ্খ neadish আছিল

  • @DebanandaKaman
    @DebanandaKaman 5 месяцев назад +6

    বি জে পিৰ আদৰ্শ এইটো

  • @nishansarmah1318
    @nishansarmah1318 5 месяцев назад

    গৌৰৱ গগৈ ❤

  • @rameshpayang7871
    @rameshpayang7871 5 месяцев назад

    Ekdam right kotha koise , gugu tuk😂😂😂😂,

  • @DilKumar-ss9ch
    @DilKumar-ss9ch 5 месяцев назад +1

    Gourav gogoi greatman

  • @midusarma3587
    @midusarma3587 5 месяцев назад

    গৌৰৱ অসমৰ গৌৰৱ হয়। ন্যায়াধীশ হৈ bjp ৰ গোলাম হয় ই

  • @padumidas-hz8it
    @padumidas-hz8it 5 месяцев назад

    Bjp jindabad Assamese jindabad congress thakile axomiya khatam😢😢😢😢 rayaj please vote bjp

  • @jayantadutta1024
    @jayantadutta1024 5 месяцев назад +2

    এই গংগোপাধ্যায়টো ক’ৰপৰা তপকিল

  • @mofijali4108
    @mofijali4108 5 месяцев назад +1

    গালি পাৰিলেও আমাৰ গৌৰব গৈগৈ যোৰহাট

  • @dipakmahanta28
    @dipakmahanta28 5 месяцев назад

    Garu Gagoi ata Murkha a hoi,Val dise kintu moza ,BJP❤❤❤❤

  • @BhairabBuragohain-e5p
    @BhairabBuragohain-e5p 5 месяцев назад +20

    ই গোটেই যোৰহাটাৰ ৰাইজক অপমান কৰিছে লগতে অসমৰ অসমীয়াক অপমান কৰিছে

    • @kumudbaruah2001
      @kumudbaruah2001 5 месяцев назад +2

      গৌৰৱ গগৈ ক সাংসদ নির্বাচিত কৰি যোৰহাটীয়া ৰাইজে এদিন পষ্টাব। গৌৰৱ গগৈ যোৰহাটৰ প্ৰতিনিধি হয়নে ? নে অবৈধ বাংলাদেশী মিঞা মুছলমানৰ প্ৰতি নিধি। মিঞা মুছলমানে অসমৰ যোৰহাট আৰু ডিব্ৰুগড় লোকসভা সমষ্টি দুটাৰ এলেকাহে দখল কৰিবলৈ বাকি আছে। তেনে স্থলত কিয় গৌৰব গগৈয়ে বাংলাদেশী মিঞা মুছলমানৰ বিপৰীতে কোনোধৰণৰ পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই। এজন দায়িত্ব শীল অসমীয়া হিচাবে গৌৰব গগৈয়ে অবৈধ বাংলাদেশী মিঞা মুছলমানৰ বিপৰীতে যি কৰিব লাগিছিল সেয়া কৰা নাই। কংগ্রেস বাংলাদেশী মিঞা মুছলমানৰ বাহক আৰু ৰখ্য ক। সেয়েহে গৌৰৱ গগৈ ৰ পৰা অসমীয়াই একো ভাল এটা আশা নকৰাই ভাল।

    • @yogeshborpatragohain6775
      @yogeshborpatragohain6775 5 месяцев назад

      @@kumudbaruah2001 Saroda mamai ki Ghote too kore ase miya hupak afalor pora mohoteyai nelai hol kela dom nai

    • @sureshmohan8165
      @sureshmohan8165 5 месяцев назад

      ​@@kumudbaruah2001তই এটা মহামূৰ্খ

    • @Comingsoon8952
      @Comingsoon8952 5 месяцев назад

      Toi ata koti mara andh vokta😂😂😂

    • @Comingsoon8952
      @Comingsoon8952 5 месяцев назад

      Koti mara tor number di

  • @lemendrabasumatary6424
    @lemendrabasumatary6424 5 месяцев назад +1

    এই চৰকাৰ অতি সোনকালে পঠনৰ দিকে আকোৱালী লৈছেই l পঠন অনিবাৰ্য্য ll

    • @lemendrabasumatary6424
      @lemendrabasumatary6424 5 месяцев назад

      গৌৰৱ গগৈ আমাৰ অসমৰ মানব সম্পদ হয়, আমাৰ আই মাতৃ ভাৰত বৰ্ষৰ মানব সম্পদ হয় আৰু ভৱিষ্যতৰ অৱতাৰ ৰূপে অপেক্ষাৰ অন্তত .............l

  • @NaliniBorah-rm4uf
    @NaliniBorah-rm4uf 5 месяцев назад

    Really it is Very unfortunate a parliamentarian should control his tongue

  • @krishnabhatta636
    @krishnabhatta636 5 месяцев назад

    অসভ্য আচৰণ বি জে পি ৰ উন্নয়ন

  • @ramdeka788
    @ramdeka788 5 месяцев назад

    সনাতনী ধৰ্ম ত অশোভৱনী বক্তব্য সমিচীন জানো????????

  • @jupango460
    @jupango460 5 месяцев назад

    Gogoi should respect elder

  • @AlauddinAhmed-wv7wm
    @AlauddinAhmed-wv7wm 5 месяцев назад

    যিজনে আনক মুৰ্খ কয় তেও নিজে অনুভৱ নকৰে তেও নিজে কিমান মুৰ্খ ।

  • @sanjibborah9677
    @sanjibborah9677 5 месяцев назад +1

    Gaurav Gogoi amar oxomor gaurov oxomor xompod........aku nai dada ehot atea xaxhonot ase ji mon take koribo adin ahibo.apunar vori selekibole haidina apuniu dekhabo

  • @janardanbora2803
    @janardanbora2803 5 месяцев назад +6

    গৌৰৱ গগৈক মোদী অমিত শ্বাহ লগ লাগি একো ফালিব নোৱাৰিলে সংসদত এই টোৱে কি ফালিব 😅😅😅

  • @kanmanibaishya1509
    @kanmanibaishya1509 5 месяцев назад +3

    কংগ্ৰেছ জিন্দা বাদ গৌৰব গগৈ জিন্দা বাদ

  • @raja5491
    @raja5491 5 месяцев назад

    মতা মাছ মাইকী মাছ 😂😂😂

  • @birendranathsaikia2350
    @birendranathsaikia2350 5 месяцев назад

    Concrete rules should be implemented in the parliament proceeding that nobody can speak right and left either ruling party or opposition member . It doesn't mean that anybody can speak anything he likes.

  • @barkhabarman755
    @barkhabarman755 5 месяцев назад

    Ek toh actually sage lime light lage heykarone Gangu dai control herale😂😂😂

  • @nirmalhazarika
    @nirmalhazarika 5 месяцев назад +2

    এইটো নিজেই এটা stupid ! দুপেগমান পিঅহাযেন লাগিছে ! গৌৰৱৰ control of own temperament প্ৰশংসনীয় !

  • @AASaikia
    @AASaikia 5 месяцев назад

    Gaurav is the best then a Indian justice like Abhijeet.

  • @trikenkalita9784
    @trikenkalita9784 5 месяцев назад +2

    BJP at 420 hoi oo

  • @NehoruRamday
    @NehoruRamday 5 месяцев назад

    ভাৰতৰবৰ্ক সংসদ মান মৰ্য্যদা শেষ কৰিলে বি জে পি চৰকাৰে।ধৰ্ম আৰু ভগৱানক শাক্ষি কৰি দেশৰ উন্নয়নৰ কলৈ আলোচনা কৰা হয়।তেনে ঠাইত বেয়া ব্যৱহাৰ কৰিব লৈ সাহক কত পালে।তাৰ মানে বি জে পি গুন্দা পাৰ্চী।যদি গুন্দা পাৰ্টি নহয় তেখেতক মন্ত্ৰী পদ খাৰিছ কৰক।

  • @AkshendraDas-bv5ef
    @AkshendraDas-bv5ef 5 месяцев назад

    Good news ,

  • @ARUNBORO-j6g
    @ARUNBORO-j6g 5 месяцев назад +2

    Gaurav gogoi right and Congress jindabad

  • @dwipenbarman8444
    @dwipenbarman8444 5 месяцев назад +8

    Keneke M p Hole jiea bebher najane

  • @ashokkumarroy6780
    @ashokkumarroy6780 5 месяцев назад +2

    Justice aaru parliamentary r morjoda honon karil.😢

  • @boysalbum1252
    @boysalbum1252 5 месяцев назад

    Such person, not fit for as a justice, MP.

  • @pradiphandique9005
    @pradiphandique9005 5 месяцев назад +2

    Gaourav is a hero in india. Abhijeet is a fox

  • @ratulboruah1274
    @ratulboruah1274 5 месяцев назад

    Gourav aur hero... never mind bangali people

  • @PrasantaBorahBaba
    @PrasantaBorahBaba 5 месяцев назад +3

    সেই গালী অকল গৌৰৱ গগৈকে পৰা নহ'ল মাননীয় সদনক গালী পাৰা হৈছে। গঙ্গোপাধ্যায় আচৰণ অশুভনীয়

  • @parthaprotimchetia7687
    @parthaprotimchetia7687 5 месяцев назад +6

    ন্যায়ৰ নামত কিমান অন্যায় কৰিলে চাগে এইজনে

  • @premodharphukan1101
    @premodharphukan1101 5 месяцев назад +1

    Mr. Gongupadhya should know how to behave in the parlament .

  • @bapasmood1381
    @bapasmood1381 5 месяцев назад

    Politician bilakor age limit 60 years hobo lage..tetiya hey young bilake chance pabo.

  • @NumalKhongiadigital
    @NumalKhongiadigital 5 месяцев назад

    বৰ্তমান ভাৰতৰ ৰাজনীতি,,,,,, হো হা হাঁ 😄😄😄😄😄

  • @BipulBora-r8g
    @BipulBora-r8g 5 месяцев назад

    Nonsense Abhinit.

  • @munindoley5195
    @munindoley5195 5 месяцев назад +1

    গৌৰৱ গগৈ অসমৰ সম্পদ। সেইদৰে
    এই অভিজিত গাংগুলী বোলা জন বেংগলৰ আপদ ।

  • @tulashisarma3829
    @tulashisarma3829 5 месяцев назад +2

    He doesn't know how to behave MP, and each others.

  • @hemantaborgohain4493
    @hemantaborgohain4493 5 месяцев назад +1

    এইটোৱে নিজৰ অভদ্ৰামীতাৰ পৰিচয় দিলে । নিজেই মূৰ্খ হলেহে আনক মূৰ্খ সজায় ।